Haladhar (হলধৰ) | The Yeoman | 1992 | Assamese Full Movie | Sanjeev Hazorika |
ฝัง
- เผยแพร่เมื่อ 4 ต.ค. 2024
- Dirction- Sanjeev Hazorika
Story- Apurba Sharma
The tale is set in a village in Assam. It is the fallow season and the village is preparing for its annual Bhaona performance. Balaram , a farmer, has got two large pieces of wood from the forest to make ploughs, one of which he has promised to his brother in law. Maghi Mahajan, the rich man of the village, appears and asks for one of the two logs. Balaram refuses.
Mahajan is angry and orders a poor peasant in his power, Someshwar, to steal the wood, Someshwar, completely dependent on Mahajan, cannot refuse and so one night he steals the half made plough and delivers it to his master. Balaram suspects Mahajan and with his friend Dhoroka locates the missing plough hidden in the rich mans house.Although afraid of Mahajan, Balaram believes he will find justice.
The day of Bhaona dawns. Balaram, who is the drummer in the performance , plans to place the matter of the stolen plough before the audience at the conclusion of the bhaona. However, he needs proof that the plough is still in its hiding place and send Dhoroka off to make sure. Hisfriend returns crestfallen to tell him that the plough has been moved elsewhere, and Balaram is compelled to abandon his plan.
The next day Balaram runs into Someshwar at the market. And the latter taunts him about his poor performance on the drum.Balaram explodes. He tells Someshwar that he has been made into a thief by Mahajan, and that one day he will be made a beggar as well. Someshwar as shamed by the truth of Balaram words and restores the plough to its rightful owner.
সচাকৈ খুব সুন্দৰ চিনেমা এখন নোচোৱাকৈ আছিলোঁ👌সেই সময়ৰ অসম সচাকৈয়ে বেলেগ আছিল🥹 কিমান উদাৰ আছিল মানুহবোৰ সেই সহজ-সৰল মনবোৰ যেন ক'ৰবাত হেৰাই গ'ল🥺 Love from Nagaon❤ নগাঁৱৰ ভাওনা দেখিবলৈ পাই ভাল লাগিল❤
ইমান ভাল চিনেমা এখন আমাৰ নগাওঁত হৈছিল 😢😢 গৌৰৱ কৰো কাশ্মীৰত অফিচ ত বহি চাই চাই আজি মনত বহুত ভাল অনুভৱ পালো।
মই ও কাশ্মীৰ ৰ পৰা চাই আছোঁ ,, wow
এইয়া নিভাঁজ অসম, সোণৰ অসম 💚
পুনৰ সোণোৱালী হৈ উঠক অসম।
বহুত দুখ লাগি গল মনটো আগৰ সেই গাঁৱৰ দিন বোৰৰ কথা মনত পৰি। সেই গাওঁ বোৰো নাই আৰু সেই আন্তৰিকতা বোৰ নাই এতিয়া।
Mann tu gobhir hoi pore jetiai sao
বাহ.. চৰিত্রবোৰৰ ইমান সুন্দৰ উপস্হান... এয়া আমাৰ সম্পদ ...বৰ সুন্দৰ .. বৰ সুন্দৰ ...
Hoi diyok
ekdom
Anyone 2024
Yes
Yes
Yes
13.23
উপায় টো নাই। আইৰে সম্পত্তি !
Emotions and background music ! হৃদয় চুই গ'ল!
সুন্দৰ অভিনয়। আজিকালি বোৰে এনেকুৱা অভিনয় কৰিবলৈ আৰু এটা জন্ম লব লাগিব।
সঁচা কথা কৈছে অ' প্ৰভু । 🙏🏻🙏🏻🙏🏻
গৰু গাড়ী খন দেখি, লৰালি কাললৈ মনত পৰি গ'ল। আমাৰো এখন গৰু গাড়ী আছিল। বৰদেউতা আৰু দেউতাই চলাইছিল আৰু ময়ো। গাড়ী খন তানিবলৈ শক্তি শালি গৰু আছিল। এতিয়া তেনেকুৱা গৰুও নাই গাড়ী ও নাই। আছে মাথোঁ উই য়ে খাই শেষ হও হও অবস্থাত থকা চকা দুটা, যত লুকাই আছে কিছুমান স্মৃতি।
আমাৰ ঘৰতো তেনেকুৱা এহাল হালোৱা গৰু আছিল।আজিৰ পৰা 40বছৰ আগতে আমিও গৰুৰ গাড়ীৰে পথাৰৰ পৰা শালি ধান আনিছিলো।আজিও সেই মাটি আছে,গৰু আৰু গাড়ীহে নাই।কি যে মধুৰ আছিল সেই দিন বোৰ !
আমি ১৫ বছৰ আগলৈকে এনেকুৱা পৰিৱেশতেই ডাঙৰ হৈছোঁ 😢
Hosa oo
2023 অত চোৱা সকলে like কৰি দিব
বৰ সুন্দৰ গাৱঁৰ কাহিনী ..এটিয়াও এচামে অভাৱৰ সুযুগ লৈয়ে আছে
❤️বহু বছৰৰ পিছত চালোঁ আজি,,, সৰুতে চোৱা সময় খিনি মনত পৰি গল ❤️
নিভাঁজ অসমীয়া সমাজৰ সকলো দিশ বৰ ধুনীয়াকৈ ফুটি উঠিছে । সঁচাই নষ্টালজিয়া । এনেকুৱা বোলছবি আৰু পাম বুলি আশা থাকিল । অশেষ ধন্যবাদ ।
বৰ সুন্দৰ চলচিত্ৰ...backgroundৰ musicটো আকৰ্ষণীয়।
চলচিত্ৰখনৰ প্ৰতি বাৰুকৈয়ে যুগ্ধ হ'লো।
চিনেমা খন চাই বহুত বেছি ভাল লাগে।মই প্ৰায়ে চাওঁ চিনেমা খন।কোন খন গাঁওত চিনেমা খন চুটিঙ কৰিছিল বাৰু।মোৰ গাওঁৰ পৰিবেশ বোৰ বৰ ভাল লাগে
Nagon district korhali gaon ot...nagaon town pora 10 km durot gaon khn
@@jayantadas6094 ok 👍
অ' আমাৰ নগাঁও জিলাতে
অৰ্থাৎ মানে অৰ্থাৎ ককাইদেউ বৰ ভাল লাগিল অৰ্থাৎ
এখন সম্পূৰ্ণ অসমীয়া ৰসাল ছবি৷চাই পুৰনি দিনলৈ ঘুৰি গলো৷
বৰ ধুনীয়া লাগিল চাই।
Dhor dhor dhor, nagol churok dhor....mojjaaaa
আমাৰ নাঙলবোৰ বাৰু কোনে চোৰ কৰিলে? A masterpiece movie.
শৈশৱতে চাই চিলো আজি আকৌ চালো । ভাল লাগিল
বিদ্যুৎ চক্ৰবৰ্তী,তপন দাস,ইন্দ্ৰ বণিয়া,নয়ন প্ৰসাদ,হিৰণ্য ডেকা,অতুল পাচনি,জয়ন্ত দাস,লক্ষী বৰঠাকুৰ, অনিমা পাচনি,গব্যান্জলি প্ৰসাদৰ দুৰ্দান্ত অভিনয়েৰে সমৃদ্ধ ১৯৯২ চনত মুক্তিপ্ৰাপ্ত হলধৰ॥
কিমান যে সুন্দৰ আছিলে,মানুহ বোৰৰ মন ❤
বহুত সৰু আছিলো সেই সময়ত ।আজি পুনৰ চালো ।
Ki dhunia assame cenama ouhh❤
Ojantrick sai ahisu... Gutaikhn salu.. vl lgil... Asomiya puroni gau nmghr vawna hosai agr homajkhn vl asil... ❤️❤️
Ojaantric peoples please put your attendance here😅
😅
Ojaantric sai ahi golu 🤣
সৰুকালিতে চাইছিলো ৷ বহুত ধুনীয়া ছবি
I have much please to enjoy this classic movie
চহা জীৱনৰ উঠলি থকা বিশ্বাসক কোনোবাই হৰণ কৰাৰ চেষ্টা কৰিলেও বিফল নিশ্চয় হয় । ছবিখন পুনৰবাৰ চাই ভাল লাগিল
Amar gaon khon sai hosai vl lagi gol🥰🥰🥰
kun gaon hoi??
Kolongpar halowagaon
সঁচা কথা কবলৈ গলে বহুত ভাল লাগিল দেই.... এটা সঁচা কাহিনী... বহুত ভাল লাগিল চিনেমাখন চাই... 👍👍👍🥰🥰🥰🥰
Fb short sai kun kun ahisa, like eta mari dea
বহুত ভাল লাগিল।আপোন আপোন লাগি গ'ল পৰিবেশবোৰ।
Moi pahoriye goisilu lahe lahe sai thakote monot porile xorute sowa.... Khube Bhal lagile xosakoiye 👌👌
This film reflects the pictures of the rural life .But today this beautiful picture of our villages has not been existed.I live in a village.
এই গাওঁ কেতিয়াবাই হেৰাল 😔
Great movie...great direction....great acting.....great actor....... n dis is call master piece
বহুত ভাল লাগে মোৰ এইখন চিনেমা
সুন্দৰ নিভাঁজ অসমীয়া সমাজ জীৱনৰ ছবিখন মনলৈ আহিল।। এইয়াই সচাঁ গ্ৰাম্য জীৱন আছিল ।
Amar gaon khn agor xomoy khini dekhi bor vl lgil❤😊
Gao khanar name and kun district janabo sun..bor val lagil
@@drubajitkalita8617nagaon district r kalong par halowa gaon❤
পিছে জিভাত আঙুলি লগাই ধন হিচাপ কৰা জনকহে দেখি ভয়ভীত লাগিল। হেৰৌ ডাঙৰীয়া প্ৰভু কাকূতি কৰিছোঁ পুনৰ জিভাত আঙুলি বুলাই ধন হিচাপ কৰি নৱ প্ৰজন্মক এনে আদৰ্শ নেদেখুৱাই যেন ।দায় দোষৰ কাৰণে সেৱা কৰিলোঁ।
২০২৪ ত হে মনত পৰিলে।
A reality of village life before modern technology come.... Simplicity of real life I realy love it and memorising what we actualy are .... I realy love old our Assamese Days....
Beautiful place before morden, village in assam
বহুত ভাল লাগিল
Ojantic sai kun ahisa like mari dea😃
which episode?
Me🖐️😌
@@parisaikia9253 deha tumiu sala .. ki nostalgic 😢 noh
vaal lagil sai
এখন সুন্দৰ অসমীয়া কথাছবি আজি উপভোগ কৰাৰ সৌভাগ্য হ'ল ।
Khub xundor kahini
Evergreen Assamese movie
বৰ সুন্দৰ চিনেমা । এনে চিনেমা চাবলৈ পালে একোলৈকে মনত নপৰে ।
Bor Bhal lagile sai xoru kalor kotha bor monot pori gol gaonr poribex 👌👌👌👌
Sunday dina duporia saisilu 1995 ot 😘😘😍😍😍 nostalgia feel ahi gol
ভাল লাগিল চাই।ধন্যবাদ ।
Great old is gold iloveassam ❤❤
Haladhar---Bidyut Chakravorthy
Indra Bania
Nayan Prasad
Hiranya Deka
Atul Pachani
Tapan Das
পুৰণি চলচ্চিত্ৰসমূহ চাই আছোঁ এইকেইদিন
অসমীয়া ভাওনাৰ বচন, বিলাপ, পয়া ,লেছাৰি আদি বোৰ নগাঁও, মৰিগাঁও আদিতহে দেখিবলৈ পোৱা যায়
মাজুলীলৈ আহক চাবলৈ
Mojjjja lagil sai
Sei samayot gao khub val laga asil jen lage..manuhor majot khub mila priti asil😊
2bar salu ajiloi emn dhuniya ❤❤
92 চনত ইমান পুৰণি আছিল ঠাইবোৰ মানুহবোৰ😮😮 আচৰিত
2024 aru salo pahorib nuwari ❤
বৰ ধুনীয়া
Emn din agor movie emn dhuniya acting xosake bohut val lagil aru aji kalir kisuman movie ki koba acting
bor val lagil..
2024 কোনে কোনে চাইছে মোৰ দৰে।।
সহজ সৰল অসমীয়াৰ মাজত আজি হিংসা আক্ৰোশে বাস ললে।২৬/২৭বছৰৰ মুৰত আকৌ চাই নষ্টালজিয়া হৈ পৰিলোঁ।
নাঙল চোৰৰ অভিনয় কৰা জন অতুল পাচনী হয়নে জনাব ।
Aibur din val asil
Rural Assam best place to live. No tension..
2024 sai asu ❤
This is masterpiece 🥰🥰
Jibon je kiman kostokor asil...
Assamar gramya jiwanar pattabhimir adharat Banua Assamiya sabi: Haladhar' sai bahot bhal lagil,aie sabikhan agate sowahua nasil .
Cinema hall t saisilu mangaldai t. Class 4 maanot asilu
উহ কি কাহিনী আৰু পৰিবেশ আমি নাপাওঁ এনে পৰিৱেশ সমাজ 😢
Very Nice Video 📸
Sunder cinema
Incredible movie.👍👍😊love the movie very much
সঁচাকৈ a আপ্লুত হৈ pariso কাহিনীভাগ ত । এনে অসম মহাজন ৰূপী ভণ্ড সোষক ৰ বাবে খাটি খোৱা নিৰিঃ হ দীন লোকৰ মৰাণ হোৱা ছবি আমাৰ গাঁওবোৰত দেখা যায়
Anyone From Ojantric❤️
খুব ভাল লাগিলে চাই
Evergreen movie 👍
Sanjeev da r kambur vl lage .. really..
Masterpiece ❤❤❤
From Ojaantric ❤️
ki adbut hosakoi manibo lagibo .val bohut val
সুন্দৰ
সৰু কালৰ ছবিবোৰ ভাঁহি আহিল
Super movi ❤
Aikhon amar ghorar usorote shooting hoisil
Excellent movie
Nice amazing
Viewed on 16th hune 2024
Nice.
From ojaantric ❤️❤️❤️
সাৰঠী চিনেমা খন ক'ত পাম বাৰু ??
Please upload the Assamese film BONJUI
Hironya Da 👌👌👌👌
Can you please upload Dr. Bezbarua 1969