ความคิดเห็น •

  • @Trinayan2
    @Trinayan2 6 หลายเดือนก่อน +3

    Eman down to earth manuh. Kotha khini huniye bohut val lagil. Such an inspiration 💐

  • @atowarrahman7019
    @atowarrahman7019 9 หลายเดือนก่อน +3

    মলয়া বাইদেউক এটি সাক্ষাৎ কাৰৰ জৰিয়তে বহুত দিনৰ মূৰত দেখা পাই বৰ ভাল লাগিল। চেমিমক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো।

  • @husnabegum132
    @husnabegum132 9 หลายเดือนก่อน +15

    মলয়া বাইদেউ এগৰাকী সন্মানীয় আৰু মৰমৰ অভিনেত্ৰী মোৰ। বাইদেউ সদায় চিৰসেউজ হৈ থাকক। এয়াই মোৰ কামনা।

  • @nilakhisabhapandit6258
    @nilakhisabhapandit6258 9 หลายเดือนก่อน +13

    মলয়া গোস্বামী বাইদেউৰ নামটো যিদৰে মিঠা ; কথাবোৰো মিঠা ৷ ইমান সুন্দৰ মনৰ মানুহবোৰ আমাৰ মাজত চিনাকি কৰি দিয়াৰ বাবে চেমিম তোমাকো মৰম দিলো ৷🎉

  • @nikitaborthakurbora1576
    @nikitaborthakurbora1576 8 หลายเดือนก่อน +1

    মোৰ অতি শ্ৰদ্ধাৰ আৰু অতি মৰমৰ এগৰাকী অভিনেত্ৰী তথা মোৰ শিক্ষা গুৰু মলয়া গোস্বামী বাইদেউ লৈ বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ,আগন্তুক দিনবোৰৰ বাবে,বাইদেউ ভালে থাকক আপুনি আৰু ধুনীয়া হৈ থাকক,বহুত দিন ৰ পিছত বাইদেউক ওচৰৰ পৰা পোৱা ৰ নিচিনা লাগিল,তাৰ বাবে ছেমিম ক বহুত ধন্যবাদ

  • @tulikaborgohain5489
    @tulikaborgohain5489 8 หลายเดือนก่อน +1

    বাইদেউ মোৰ অতি প্ৰিয় অভিনেত্ৰী, অগ্নিস্নান ছবিখনৰ এটা সংলাপে হৃদয় চুই গৈছিল, সংলাপটো এতিয়াও মনত আছে, আজি দেখি বৰ ভাল লাগিছে |

  • @ritamonikonch944
    @ritamonikonch944 9 หลายเดือนก่อน +37

    Khub bhal lagil...Malaya Goswami ma'am is my favorite actress ❤ Thank you so much Shemim..

    • @jyotigogoi2005
      @jyotigogoi2005 9 หลายเดือนก่อน +8

      Druto grohonjogyo ekti nirbachon ki krise hule o hoi ne

    • @PadmaDevi-ov5wl
      @PadmaDevi-ov5wl 9 หลายเดือนก่อน

      ​@@jyotigogoi20057:56

    • @gulapgogoi3315
      @gulapgogoi3315 8 หลายเดือนก่อน

      ​@@jyotigogoi2005Ni😅 mm😅 mm mm hi mm😊🎉❤😅😊 49:58

    • @kabitadutta4306
      @kabitadutta4306 หลายเดือนก่อน +1

      Iimjotoyo

  • @user-jb3gl8df6z
    @user-jb3gl8df6z 9 หลายเดือนก่อน +2

    চেমিম তোমাক বহুত বহুত ধন্যবাদ মলয়া বাইদেউক অনা বাবে, মলয়া বাইদেউক খুব ভাল লাগে

  • @utpalaborkataki4116
    @utpalaborkataki4116 9 หลายเดือนก่อน +9

    আজি মলয়া বাইদেউৰ দ্বাৰা ছেমিম বাৰ মনৰ খৱৰ গম পালো।দুয়োগৰাকী বাইদেউলৈ ধন্যৱাদ জনাইছো।

  • @rintasharma6006
    @rintasharma6006 9 หลายเดือนก่อน +12

    বৰ ভাল লাগিল অনুষ্ঠান টো। মলয়া বাইদেউৰ প্ৰতিটো শব্দ ইমান মিঠা। শুনি থাকিবৰ মন যায়। মোৰ প্ৰিয় অভিনেত্ৰী। বৰ্তমান তেখেতৰ অভিনয় কৰা "বোৱাৰী"ধাৰাবাহিক খন চাই আছো।ছেমিম তোমালৈ শুভেচ্ছা জনালোঁ। আগবাঢ়ি যোৱা।

    • @dharitrisaikia7729
      @dharitrisaikia7729 9 หลายเดือนก่อน +1

      L#

    • @kanitakalita4320
      @kanitakalita4320 9 หลายเดือนก่อน

      ​@@dharitrisaikia7729
      ত ডাল😊লাগিলগ

    • @nirubora2960
      @nirubora2960 9 หลายเดือนก่อน

      মোৰ ভাল লগা অভিনেত্ৰী

  • @malamanibaruah3524
    @malamanibaruah3524 9 หลายเดือนก่อน +1

    Very nice video.A great salute to Moloya Baideo for her simplicity in attitude. It’s just beyond imagination

  • @momsmagia8503
    @momsmagia8503 8 หลายเดือนก่อน +2

    Khub bhal lagil.

  • @rupakdas7155
    @rupakdas7155 9 หลายเดือนก่อน +2

    Its a great moment with great artist of assamese cenama also nice conversation with shamim, thank you forever.

  • @user-bo5tm6mr3k
    @user-bo5tm6mr3k 8 หลายเดือนก่อน +5

    বহুত ভাল লাগিল ,বাইদেউ আমাৰ শিক্ষা গুৰু আছিল ।

  • @bijayagoswami4399
    @bijayagoswami4399 9 หลายเดือนก่อน +2

    My most favourite actress. Stay blessed 🙏🏽❤

  • @yumtastewithritu490
    @yumtastewithritu490 9 หลายเดือนก่อน +6

    বৰ ভাল লাগিল, বাইদেউ কথাবোৰ ইমান মৰম লগা, নমস্কাৰ জনাইছোঁ বাইদেউ 🙏🙏

  • @fambruhgirldmg
    @fambruhgirldmg 8 หลายเดือนก่อน +1

    Bohutt bhai lagil. Malaya ma'am k first log 1993 jagiroad college t pao.amar education or ma'am Achil.shemim baidew thank you. Ma'am k dekhengee babe

  • @induprabhadas1288
    @induprabhadas1288 9 หลายเดือนก่อน +2

    মলয়া বাইদেউৰ অভিনয় মোৰ খুউব ভাল লাগে

  • @user-sm4dj2yc1n
    @user-sm4dj2yc1n 9 หลายเดือนก่อน +1

    Bor val lagil Sai..... Moloya baideur kothabor hunile Jen huni e thakim...dyu goraki baideuk bahut bahut dhanyawad...

  • @nirugogoi4576
    @nirugogoi4576 8 หลายเดือนก่อน

    মলয়া বাইদেউক আজি বহুত দিনৰ পিছত দেখা পালো বহুত ভাল লাগিল ভগবানে কুশলে ৰাখক

  • @dipanjolidihinginya4265
    @dipanjolidihinginya4265 9 หลายเดือนก่อน +9

    মলয়া বাইদেউক মোৰ খুব ভাল লাগে লগতে বাইদেউ অভিনয় ও খুব ভাল লাগে।

    • @padumitalukdar6621
      @padumitalukdar6621 9 หลายเดือนก่อน

      মলয়া বাইদেঊ আমাৰ আপোন। অভিনয় খুব ভাল পাইছিলো।❤

  • @srimantasaikia6432
    @srimantasaikia6432 9 หลายเดือนก่อน +2

    মলয়া বাইদেউ অভিনয় খুব সুন্দৰ

  • @putulkalita7782
    @putulkalita7782 9 หลายเดือนก่อน +4

    সদায় প্ৰিয় ❤❤❤

  • @horizonx6180
    @horizonx6180 9 หลายเดือนก่อน +1

    ইমান মৰম লগা বাইদেউ বহুত মৰম ভাল লাগিল❤❤❤

  • @kangkanadekaraja9797
    @kangkanadekaraja9797 9 หลายเดือนก่อน

    Bohut bhal lagil..moi Malaya baideor student asilu Jagiroad college r kiman j houbhagyawan aru aji baideo dekhir kothabur khuni smritibur hajib hoi uthil..khub bhal lagise ❤❤

  • @Anu_Cubi_23
    @Anu_Cubi_23 9 หลายเดือนก่อน +1

    মলয়া গোস্বামী বাইদেউ প্ৰথমতে আপোনাৰলৈ অষেশ ধ‌ন্যবাদ যাছিলো যিহেতু জীৱনৰ মূল্যৱান কথা, কামবোৰ আমাৰ আগত দাঙি ধৰিলে, আজি আমি বহু কথা জানিলো তথা শিকিলোঁ ❤❤

  • @dipanjaligogoi8851
    @dipanjaligogoi8851 9 หลายเดือนก่อน +6

    বৰ ভাল লাগিল তেখেতৰ প্ৰতিটো কথা শুনি ,সুন্দৰ ভাৱে বৰ্ণনা কৰি বুজাইছে । এগৰাকী আদৰ্শবান মহিলা। তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ , কুশলে থাকক সদায় 💐

  • @payelpriya1276
    @payelpriya1276 9 หลายเดือนก่อน +1

    মোৰ সদায় প্ৰিয় ❣️❣️ এবাৰ লগ পোৱাৰ ইচ্ছা আছে 😘😘

  • @manibankalitanath3648
    @manibankalitanath3648 9 หลายเดือนก่อน

    মলয়া বাইদেউক দেখি খুব ভাল লাগিল। তেখেতৰ সু স্বাস্থ্য কামনা কৰিলোঁ। চেমিমক ধন্যবাদ । ধুনীয়া ভিডিঅ বোৰৰ বাবে ।💐

  • @ritamoniborah2233
    @ritamoniborah2233 9 หลายเดือนก่อน

    বহুত ভাল লাগিল। মলয়া বাইদেউ ক মোৰ বৰ প্রিয় অভিনেত্রী

  • @KaSiYali
    @KaSiYali 9 หลายเดือนก่อน +1

    চেমিম বা আজিৰ ভিদিঅ'টো খুউব ভাললাগিল।❤

  • @harakantatamuli1053
    @harakantatamuli1053 9 หลายเดือนก่อน +1

    Vedio tu saai bor bhal lagil . Thanks a lot .

  • @sanchitakarmakar7704
    @sanchitakarmakar7704 9 หลายเดือนก่อน +1

    Your অগ্নিস্নান film is awesome, mind blowing actress,miss your acting Mam❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😊

  • @lovelykitchenmoran1337
    @lovelykitchenmoran1337 9 หลายเดือนก่อน +1

    Hundor ❤️ moloya baido Semim ❤❤

  • @saharabegum5792
    @saharabegum5792 9 หลายเดือนก่อน

    My favourite actress r majot Baidew mur moromor . Tumak dhonyobad jonalu

  • @samujjalbaruah3377
    @samujjalbaruah3377 8 หลายเดือนก่อน +2

    ba tumi bhut kosta korisa aibr val lagise poti tu video saiso val lage age porai saw sai jm mr val lage video bor tumi aru aguwai jwa 100k howk oti xunkale

  • @bharatibarkataki7592
    @bharatibarkataki7592 9 หลายเดือนก่อน

    মোৰ প্ৰিয় অভিনেত্ৰী ৷ বহুত ভাল লাগিল ৷ বাইদেউৰ সুস্বাস্থ্য ও দীৰ্ঘায়ু কামনা কৰিলোঁ ৷

  • @ranjumanisarma6418
    @ranjumanisarma6418 8 หลายเดือนก่อน

    শ্ৰদ্ধাৰ মলয়া গোস্বামী বাইদেউৰ সাক্ষাৎ কাৰ টো চাই বৰ ভাল লাগিছে। তেওঁ লৈ মোৰ শুভ কামনা থাকিল।

  • @mamonidevi617
    @mamonidevi617 9 หลายเดือนก่อน +1

    Shimim baideo thank you mur ati moromo baidei Moloya baideo kiman bhal lage bhakha nai bohut bhal lagil

  • @anitaborpujari3075
    @anitaborpujari3075 7 วันที่ผ่านมา

    বৰ ভাল লাগিলে । বাইদেউ লৈ সেৱা জনালোঁ ।

  • @binabora5025
    @binabora5025 9 หลายเดือนก่อน +1

    Great advice God bless you malaya baidou logate semim🙏🙏

  • @dipikagoswami8922
    @dipikagoswami8922 9 หลายเดือนก่อน +3

    মলয়া বাইদেউ মোৰ বৰ প্ৰিয়

  • @KabitaDeka-wk4wm
    @KabitaDeka-wk4wm 9 หลายเดือนก่อน +1

    Malaya goswami Ma'am is my favorite actress.

  • @padminikonwar34
    @padminikonwar34 9 หลายเดือนก่อน +1

    বাইদেউ শ্ৰদ্ধা জনাইছোঁ আপোনাক। অতি সাৱলীল গভীৰ অৰ্থপূৰ্ণ কথাখিনিয়ে এক অপৰিসীম আপোনতা ভাব জগাই তুলিলে মোৰ অন্ত ৰত।

  • @gwkuldeep2578
    @gwkuldeep2578 9 หลายเดือนก่อน +1

    Bahut val lagil. Aaru semine xadai mekhela sadar pindhe.xeibabe bahut val lage❤❤

  • @akanbaishya417
    @akanbaishya417 9 หลายเดือนก่อน +1

    কথাবোৰ ইমান মিঠাকৈ কৈছে । বহুত ভাল লাগিল বাইদেউ ।আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলোঁ ।

  • @ipathak0
    @ipathak0 9 หลายเดือนก่อน +3

    Thank you, for sharing the very very very beautiful video

  • @ratnakalita3020
    @ratnakalita3020 9 หลายเดือนก่อน

    সচাকৈ বহুত বেছি ভাল লাগিল । ইমান সৰল মাত কথা বোৰ মলয়া বাৰ শুনি থাকিব মন যায়

  • @mehektarannum1131
    @mehektarannum1131 9 หลายเดือนก่อน +4

    Wow! You,ve done a great job.👌👌💞💞🙏🙏 Very respected Moloya baideu. 💖💖🤗

  • @user-fz1fp7oj3u
    @user-fz1fp7oj3u 9 หลายเดือนก่อน

    মলয়া লৈ অজছ শুভ কামনা কৰিলো ।বাইদেউক। মোৰ বহুত ভাল লাগে বাইদেউক ভগৱানে সদায় ভালে ৰাখক।

  • @mehektarannum1131
    @mehektarannum1131 หลายเดือนก่อน

    Bor priyo nomoshyo obhinetri👌👌🙏🙏

  • @user-fy2im3ds3h
    @user-fy2im3ds3h 9 หลายเดือนก่อน +2

    Semim xosakoi u r great ❤,Tumar xokolu kothupo kothon oti xundor

  • @Iamnotgood580
    @Iamnotgood580 9 หลายเดือนก่อน +2

    Bohut bhal lagil

  • @kalpanadeka4289
    @kalpanadeka4289 24 วันที่ผ่านมา

    Bahut val lagil baidew aponar katha bor xuni..

  • @ushasaikia9896
    @ushasaikia9896 9 หลายเดือนก่อน +1

    বহুত ভাল লাগিল

  • @user-rm3fz9xm7c
    @user-rm3fz9xm7c 8 หลายเดือนก่อน

    মলয়া গোস্বামী বাইদেউক দেখি মোৰ অগ্নিস্নান চিনেমা খনলৈ মনত পৰি গল ৷ ইমান ধুনীয়া অভিনয় তেখেতৰ , ৰাস্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হোৱা অভিনেত্ৰী গৰাকীলৈ মোৰ প্ৰণাম যা😮

  • @user-wk3el9pn2t
    @user-wk3el9pn2t 9 หลายเดือนก่อน +6

    মোৰ প্ৰিয় অভিনেত্ৰী গৰাকীক দেখা পাই খুবেই ভাল লাগিল। মৰম আৰু শুভকামনা জনালোঁ ভগৱানে তেওঁক সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰে যেন।

  • @nayanmonikumar9421
    @nayanmonikumar9421 9 หลายเดือนก่อน +1

    Thank you sir much sehmim

  • @dipjoybaruah2911
    @dipjoybaruah2911 9 หลายเดือนก่อน +1

    Dipjoy baruah 🎉🎉🎉❤

  • @jinaborgohain1909
    @jinaborgohain1909 9 หลายเดือนก่อน

    তাহানিৰে পৰা অতিকে ভাল লগা মোৰ প্ৰিয় অভিনেত্রি গৰাকীৰ কথাবোৰ জানিব পাৰি খুবেই ভাল লাগিল ।

  • @minasaikia3698
    @minasaikia3698 9 หลายเดือนก่อน +1

    Bidya Rao r interview labasun. Aji Malaya Goswami r interview bor bhal lagil.

  • @rulirahman1288
    @rulirahman1288 9 หลายเดือนก่อน

    বহু ত ভাল লাগিল মলয়া গোস্বামী বাইদৰ হাঁহি😂টো আৰু তেওঁৰ অভিনয় টো আৰু বোৱাৰী চিৰীয়ল খনচাই বহুত ভালপাও

  • @krishnabordoloi7313
    @krishnabordoloi7313 8 หลายเดือนก่อน +1

    মোৰ মৰমৰ অভিনেত্ৰী ❤❤

  • @dancingborahsisters6964
    @dancingborahsisters6964 หลายเดือนก่อน

    সৰু ৰে পৰা প্ৰিয় অভিনেেত্ৰী,বৰ ভাল লাগে।

  • @Sangitaborah67
    @Sangitaborah67 9 หลายเดือนก่อน

    বহুত বহুত ভাল লাগিল ❤

  • @ranjitahazarika2140
    @ranjitahazarika2140 9 หลายเดือนก่อน +2

    সচাই বৰ ধুনীয়া লাগিছে

    • @ranjitahazarika2140
      @ranjitahazarika2140 9 หลายเดือนก่อน

      বৰ সুন্দৰ কাম কৰিছে বাইদেউ

  • @RitaDevi-zi1zf
    @RitaDevi-zi1zf 27 วันที่ผ่านมา

    Duijanike eman bhal lagise❤

  • @user-ym9ku1cy1f
    @user-ym9ku1cy1f หลายเดือนก่อน

    মলয়া বাইদেউ লগতে চেমিম বাইদেউ আপুনি কম নহয় ভাল লাগিল।

  • @porinitabora3747
    @porinitabora3747 9 หลายเดือนก่อน +2

    সঁচাকৈ মলয়া বাইদেউক বিৰাট ভাল লাগে.. বৰ সুন্দৰকৈ কথা-বতৰা বিলাক কয়.. বাইদেউৰ মনটোৰ দৰে মানুহ গৰাকীও বৰ ধুনীয়া, ভালে থাকক 😊❤️

  • @aborah2020
    @aborah2020 7 หลายเดือนก่อน

    Thankyou shemin ba.

  • @runeeagomacharyya266
    @runeeagomacharyya266 9 หลายเดือนก่อน +2

    Aio ,val lagil naskar duloi .

  • @nitudutta476
    @nitudutta476 9 หลายเดือนก่อน

    মোৰ প্ৰিয় অভিনেত্ৰী বাইদেউ |বৰ ভাল লাগিল

  • @kabitadevi4748
    @kabitadevi4748 9 หลายเดือนก่อน

    বহুত ভাল লাগিল বাইদেউ ।ভালে থাকক ।

  • @banibaruah8986
    @banibaruah8986 9 หลายเดือนก่อน

    বাইদেউৰ চিনেমাবোৰ চাই বৰ ভাল লাগে। মলয়া বাইদেউলৈ মই শুভেচ্ছা জনালো

  • @malamonigoswami9931
    @malamonigoswami9931 9 หลายเดือนก่อน +1

    বৰ ভাল লাগিল 🙏

  • @nirubora3660
    @nirubora3660 9 หลายเดือนก่อน +7

    দুয়ো গৰাকীকে দেখি সুন্দৰ লাগিছে। এটা শব্দ নহয় এটা বাক্য।

  • @mriduldutta1556
    @mriduldutta1556 8 หลายเดือนก่อน

    Khub val lagil.baideu mor favourite actress

  • @Anamikaborah448
    @Anamikaborah448 9 หลายเดือนก่อน

    বহুত ভাল লাগিল।

  • @rinkigogoi7455
    @rinkigogoi7455 9 หลายเดือนก่อน +4

    বিৰাট ধুনীয়া লাগিছে দুয়োকে

  • @miminathnaskar
    @miminathnaskar 9 หลายเดือนก่อน +1

    Lots of love....😊❤#kolkata

  • @subharammoran4449
    @subharammoran4449 9 หลายเดือนก่อน +1

    Great interview

  • @pratuldas6125
    @pratuldas6125 หลายเดือนก่อน

    বাইদেউক "বিজনী কলেজৰ Silver Jublilee " ত লগ পাইছিলো I

  • @soonmoni6746
    @soonmoni6746 9 หลายเดือนก่อน

    বহুত ভাল লাগিলে ❤❤❤❤

  • @bornaliphukon2283
    @bornaliphukon2283 9 หลายเดือนก่อน

    Bhal lagil bahut..

  • @pallabisonowal6075
    @pallabisonowal6075 9 หลายเดือนก่อน

    Bohut val lagil sai❤

  • @ruma_s
    @ruma_s 8 หลายเดือนก่อน

    বহুত ভাল লাগিছে 🥰🥰🥰

  • @BIPULGOGOI
    @BIPULGOGOI 9 หลายเดือนก่อน

    Bohut bhal lagil ❤❤❤❤

  • @kamalapatar1465
    @kamalapatar1465 9 หลายเดือนก่อน +1

    মলয়া গোস্বামী বাইদেউ ক বহুত ভাল লাগে। তেখেতৰ এখন চিনেমা চাইছিলো,একটিংটো আছিল এটা পলিথিন বেগৰ পৰা আপেল উলিয়াই লওতে খৰ খৰ শব্দটো শুনি সকলোৱে চাই বৰকৈ হাঁহি ছিলো😂😂

  • @himashrikalita5775
    @himashrikalita5775 9 หลายเดือนก่อน

    ভাল লাগিল❤️🙏

  • @runubarman3428
    @runubarman3428 9 หลายเดือนก่อน +2

    আপোনাৰ কণ্ঠ অতি সুন্দৰ । বহুত ভাল লাগিল ।

  • @putulkalita7782
    @putulkalita7782 9 หลายเดือนก่อน +3

    ছেমিমৰ বিষয়ে মলয়াবা‌ইদেৱে সুউৱ সুন্দৰ কৈ বুজায় কলে , আমাৰো বৰ ভাল লাগিল সুন্দৰ সুন্দৰ ভিডিওবোৰ দি যাবা 👍

  • @najrinsultana6195
    @najrinsultana6195 7 หลายเดือนก่อน

    ভাল লাগিল

  • @ajantaduwarah5333
    @ajantaduwarah5333 9 หลายเดือนก่อน

    My feverit actress god bless him

  • @KarabiKalita-so5bv
    @KarabiKalita-so5bv 9 หลายเดือนก่อน

    Iman maram lgise baa aponalokk ake kapor pindhise❤

  • @anitabaruah2293
    @anitabaruah2293 8 หลายเดือนก่อน

    Khub bhal lagil

  • @sabitribezbaruah7679
    @sabitribezbaruah7679 หลายเดือนก่อน

    বাট হেৰুৱাই পেল
    গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ এটা প্ৰশিক্ষণত ওচৰৰ পৰা লগ পাইছিলো ,নমস্কাৰ জনালো পুনৰবাৰ। মই ও শিক্ষা বিভাগৰ, বৰ ভাল লাগিল কথোপকথন, সেৱা জানিলো পুনৰ বাৰ.

  • @subhanggoswami2545
    @subhanggoswami2545 9 หลายเดือนก่อน

    Khub bhal lagil vdo tu sai

  • @bharati__gogoi
    @bharati__gogoi 9 หลายเดือนก่อน +2

    সুন্দৰ সাক্ষাৎকাৰ সুন্দৰ মানুহ গৰাকীক দেখা পালোঁ ভাল লাগিল ❤🎉🎉

  • @upakulparashar8628
    @upakulparashar8628 9 หลายเดือนก่อน +3

    Munmi kalita baa r interview labason please 🙏

  • @chimpibora3489
    @chimpibora3489 9 หลายเดือนก่อน

    ভাল লাগিল ❤❤❤