জীৱনটোত ইমানেই কষ্ট পালো একো ভাল নলগা হৈ গ'ল 😥 কতো মন নবহে Mridula Baruah interview actress

แชร์
ฝัง
  • เผยแพร่เมื่อ 24 ก.ค. 2024
  • guest - Mridula Baruah
    Instagram -
    sshemimahmed?ig...
    Facebook -Shemim Ahmed siddiki
    Twitter - Shemim Ahmed Siddiki
    @ShemimSiddiki
    ✅any business enquiry -
    shemim.ahmed2@gmail.com
  • บันเทิง

ความคิดเห็น • 492

  • @gopaldutta4115
    @gopaldutta4115 8 หลายเดือนก่อน +53

    মৃদুলা বাইদেউ গাম্ভীয্যতা পূৰ্ণ কথাবোৰ ভাল লাগে ।

  • @RashmiKonwar
    @RashmiKonwar 8 หลายเดือนก่อน +71

    মৃদুলা বাইদেউ বুলি কলেই মনলৈ আহে বোৱাৰী চিনেমাখন । আজিও সজীৱ মনৰ মাজত । বাইদেউ আকৌ ওলাই আহক ।বহুত ধন্যবাদ চেমিম ❤️

  • @anjalidutta704
    @anjalidutta704 8 หลายเดือนก่อน +8

    প্ৰায় সকলো মানুহে‌ বূকুৰ ভিতৰত দুখৰ বোজা কঢ়িয়াই ফুৰে।তেনেকৈ চলি যাব লাগিব। ভগৱানে জানে আপুনি পাৰিব।কম কথাৰে আপোনাৰ ব্যক্তিত্ব সূন্দৰকৈ প্ৰকাশ‌ কৰিছে।
    দুয়ো গৰাকী লৈ‌‌ অশেষ ধন্যবাদ ।

  • @phulenchoudhuryoudhury7797
    @phulenchoudhuryoudhury7797 8 หลายเดือนก่อน +15

    মোৰ প্ৰিয় অভিনেত্ৰী মৃদুলা বাইদেউ। বাইদেউৰ দীৰ্ঘাযু কামনা কৰিছোঁ।

  • @anjanagogoi6105
    @anjanagogoi6105 8 หลายเดือนก่อน +8

    প্ৰিয় অভেনেত্ৰী মৃদুলা বাইদেউক বহুত ভাল লাগিল দেখা পায় । আকৌ যেন অভিনয় জগতত দেখা পাওঁ বাইদেউক । সুস্বাস্থ্যৰ অধিকাৰী হ ওঁ ক । দুয়োলৈ শুভ কামনা থাকিল ।❤️❤️❤️🙏🙏

  • @rajb7906
    @rajb7906 8 หลายเดือนก่อน +16

    বাইদেও কুশলে থাকক এয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো❤❤🙏

  • @runumeekalita1393
    @runumeekalita1393 หลายเดือนก่อน +4

    খুব ভাল পাওঁ মৃদুলা বাইদেউক ।সু স্বাস্থ্য কামনা কৰিলোঁ।❤

  • @monishatamuly791
    @monishatamuly791 8 หลายเดือนก่อน +9

    বহুত ভাল লাগিল । আপুনি আমাৰ মাজত সদায় এনেকৈয়ে হাঁহি থাকিব

  • @srimantasaikia6432
    @srimantasaikia6432 8 หลายเดือนก่อน +25

    মোৰ অতি প্ৰিয় অভিনেত্ৰী গৰাকীৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈ পায় চেমিম অলৈ বহুত ধন্যবাদ

  • @kukimahanta2815
    @kukimahanta2815 8 หลายเดือนก่อน +19

    বাইদেউক ভাল লাগিল বহুত দিনৰ মূৰত দেখিলোঁ। বাইদেৱে বুকুত দুখবোৰ কঢ়িয়াই ফুৰিছে।দুখৰ মাজতে আছে।

  • @nijorapatangia7797
    @nijorapatangia7797 8 หลายเดือนก่อน +9

    মৃদুলা বাইদেউৰ প্ৰায় সকলো চিনেমাই চাইছোঁ । বহুত ভাল পাওঁ বাইদেউক । বিশেষকৈ বাইদেউৰ বাবেই "ৰাঘৱ" চাবলৈ যাম । অবশ্যে সকলো অসমীয়া চিনেমায়ে চাওঁ ।

  • @lakshyamorang8470
    @lakshyamorang8470 8 หลายเดือนก่อน +5

    Mridula baidew is always my favorite. I see her film from childhood. Don't worry baidew .. GOD Bless you . ❤❤❤❤❤ and thank you so much semim for your interview with our lovely and favorite Mridrula baidew . Love from Golaghat .

  • @bornaligogoi7427
    @bornaligogoi7427 8 หลายเดือนก่อน +5

    ৰাঘৱ এখন ধুনীয়া চিনেমা , তাত মৃদুলা বাইদেউৰ চৰিত্ৰটোৱে এক বিশেষ ভূমিকা লৈছে। তেওঁ কুশলে থাকক তাৰে কামনা কৰিলোঁ 🙏 তেওঁৰ সৈতে পাৰ কৰা সময়খিনি এতিয়াও মনত পৰে ❤❤

  • @user-mk5fz6lo7u
    @user-mk5fz6lo7u 8 หลายเดือนก่อน +9

    বাইদেউ আপুনি ইমান সৰল আপোনাক ভগৱানে ভালে ৰাখক 🙏

  • @ajoyboruah2464
    @ajoyboruah2464 8 หลายเดือนก่อน +6

    মোৰ প্ৰিয় অভিনেত্ৰী মৃদুলা বাইদেউৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ--

  • @bantidutta3464
    @bantidutta3464 8 หลายเดือนก่อน +46

    ইমান সৰল, ধুনীয়া, গহীন গম্ভীৰ বাইদেউ আপুনি সদায় ভালেৰে থাকক

  • @abjamanibormudai7803
    @abjamanibormudai7803 8 หลายเดือนก่อน +14

    বাইদেউ অভিনন্দন জনালো । পুনৰ ভাল লগা অভিনয়বোৰলৈ আহক , আমি চতিয়াই আপোনাক লৈ গৌৰৱী ।

  • @gogoidipendra217
    @gogoidipendra217 8 หลายเดือนก่อน +9

    বাইদেউ কথা বোৰ জানিবলৈ পাই ভাল লাগিল❤

  • @MrinaliTamuli
    @MrinaliTamuli 8 หลายเดือนก่อน +26

    মৃদুলা বাইদেউ মোৰ প্ৰিয় অভিনেত্ৰী । ধন্যবাদ চেমিম ।

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc 8 หลายเดือนก่อน +1

    তেখেতক সঁচাকৈ খুব ভাল লাগে, খুব সুন্দৰ তেখেতৰ অভিনয়,কথা বতৰা বোৰৰ পৰা জানিব পাৰিলো আতৰি যোৱা সকলক লৈ তেখেত বহুত দুখি,যোৱা জন গুছি গ'ল কিন্তু আমি আমাৰ প্ৰিয় অভিনেত্ৰী গৰাকীক সদায় হাঁহি মুখে আনন্দেৰে থকাতো বিচাৰোঁ আৰু অভিনয়ৰ যোগেদি তেওঁ যুগমীয়া হৈ ৰওক, তেখেতৰ সু-স্বাস্থ্য কামনা কৰিলোঁ 🙏 🙏🥰🥰🥰

  • @badankalita2834
    @badankalita2834 8 หลายเดือนก่อน +2

    মৃদ্যুলা বৰুৱা বাইদেও । মোৰ বাবে এগৰাকী অতিকৈ শ্ৰদ্ধাৰ প্ৰিয় অভিনেত্ৰী । চলছিত্ৰ জগৎখনত বোধকৰো প্ৰৱেশ কৰা সময়ৰ পৰাই অসমৰ এই গৰাকী স্বনামধন্য অতিকৈ ৰূপহী শিল্পীক ইমানেই ভাল পাইছিলোঁ যে মৃদ্যুলা বাই অভিনয় কৰা " ক'কা দেউতা নাতি হাতী চিনেমাখন গুৱাহাটীৰ উব্বশী চিনেমা হলত একেৰাহে বহুকেইদিন চাৱলৈ গৈছিলোঁ । ৰূপহী শিল্পী মৃদ্যুলা বাক এবাৰ ওচঁৰ'ৰ পৰা দেখা পোৱাঁৰ আশাৰে সেইসময়ৰ বিশিষ্ট চলছিত্ৰ পৰিচালক নীপ বৰুৱা দেৱকে ধৰি বহু কেইজন শিল্পীৰ সৈতে যোগাযোগ কৰিৱলৈ চেষ্টা কৰা হৈছিল । কিন্তু সেইসময়ত ভাগ্য সুপসন্ন হোৱাঁ বাবে এখন বিহু ফাংচন মুকলী কৰিৱলৈ আহোতে ৰূপহী অভিনেত্ৰী গৰাকীক কাষৰ পৰা দেখা পাইছিলোঁ । বহু সময়ৰ বিৰতীৰ পাছত আজি মৃদ্যুলা বাইক ইন্তাৰভিউত দেখা পাই সূখী হলোঁ যদিও কিছু মনৰ কথাবোৰে দূঃখো দিলে । মোৰ প্ৰিয় অভিনেত্ৰী গৰাকীৰ সুস্বাস্থ্য কামনা কৰিলোঁ । সম্ভৱহলে এই মতামতটো মৃদ্যুলা বালৈ প্ৰেৰন কৰিৱলৈ অনুৰোধ কৰিলোঁ । ধন্যৱাদ

  • @santiraninathbaruah3803
    @santiraninathbaruah3803 8 หลายเดือนก่อน +21

    অসমীয়া বোলছবি জগতৰ সৰ্বকালৰ মোৰ প্ৰিয় অভিনেত্ৰী গৰাকী মৃদুলা বাইদেউ 🙏

  • @kabitaborah3612
    @kabitaborah3612 8 หลายเดือนก่อน +2

    মৃদুলা বৰুৱা বাইদেউ ৰ ব্যক্তিত্ব , চেহেৰা আৰু অভিনয় সকলোতে ইমান বেছি গাম্ভীৰ্য্যতা আছে যে তেওঁক সকলোতে আৰু সদায়ে ভাল লাগে..Evergreen ❤❤💙💙

  • @biswajitgoswami5631
    @biswajitgoswami5631 8 หลายเดือนก่อน +13

    Queen of Assamese Cinema❣️

  • @himadrisonowal4017
    @himadrisonowal4017 8 หลายเดือนก่อน +26

    এগৰাকী চিৰসেউজ অভিনেত্ৰীক দেখি ভাল লাগিল।কিন্ত তেও যে বহুত দুখ বেদনাত জীৱনটো পাৰ কৰি আছে গোটেই ইন্টাৰভিউ তোত তাকে বুজিলো।সচাকে সকলোৰে জীৱনত কিমান কি কি নাথাকে তেও আছলতে মানসিক ভাৱে বহুত দুৰ্বল হৈ আছে।তেও ভালে থাকক তাকে আশা কৰিলো।

  • @minakshihazarika3310
    @minakshihazarika3310 8 หลายเดือนก่อน +4

    মোৰ প্ৰিয় অভিনেত্ৰী সদায় সুখী হৈ থাকক

  • @JAYDEELEE75
    @JAYDEELEE75 8 หลายเดือนก่อน +7

    Best interview. She was one of the most beautiful actress in our time. A self composed personality, a stunning beauty.

  • @anjanadevi6407
    @anjanadevi6407 8 หลายเดือนก่อน +2

    ভাল লাগিল মৃদুলা বাইদেউ দেখা পায়, আগৰ অসমীয়া চিনেমা মানেই মৃদুলা বাইদেউ। বহুত দিন দেখা নাই , আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলোঁ।

  • @ushadas1841
    @ushadas1841 8 หลายเดือนก่อน +18

    মৃদুলা বাক বহুত ভাল লাগে,যতীন বৰাক ও ভাল লাগে, কিয় মানুহ বোৰে ভাবি নাচায় যে চিনেমা এখনত এজন মানুহ নাথাকে

  • @sabitrisvlog721
    @sabitrisvlog721 8 หลายเดือนก่อน +1

    বাইদেউ আপোনাৰ সেৱা জনালোঁ। ভাল লাগিছে ভিডিঅ'টি চাই সুন্দৰ 🙏❤️❤️❤️ অসমীয়া চলচ্চিত্ৰ জগতত উজ্জ্বল হৈ থাকক।

  • @gulomachangmai4856
    @gulomachangmai4856 8 หลายเดือนก่อน +8

    ❤❤❤❤❤❤❤❤আমাৰ বহুত প্ৰিয় অভিনেত্ৰী । বহুত ভাল লাগিল ।শুভ সন্ধিয়াৰ শুভ সম্ভাষণ জনাইছোঁ।

    • @runuborah2470
      @runuborah2470 8 หลายเดือนก่อน

      My Favourite Student GOD Bless You

    • @niranjanbarman5143
      @niranjanbarman5143 13 วันที่ผ่านมา

      Maromor baa aapuni sadoi bhale thakok aamar majot.

  • @deepjyotihandique9915
    @deepjyotihandique9915 8 หลายเดือนก่อน +4

    বহুত ভাল লাগিল। জীৱনৰ সৰহ সময় ৰ মনৰ কথা জনিলোঁ। বহুত মৰম থাকিল। বুজন হোৱাৰ পৰা জীয়ৰী মৃদুলা বৰুৱা ক দেখি আহিছোঁ। ইমান গ্ৰেশ্চফুল শান্ত ধীৰ স্থিৰ দেখি ভাল লাগি যায়। সদায় সুখী হৈ থাকক।

  • @user-xz5ll2or6v
    @user-xz5ll2or6v 8 หลายเดือนก่อน +6

    আমাৰ সকলোৰে মৰমৰ মৃদুলা বাইদেউ ❤, আপুনি সদায় ভালে থাকক🙏 । আপুনি ইমান ধুনীয়াকৈ কথাখিনি কৈছে শুনি ভাল লাগিল।

  • @anumabegum9513
    @anumabegum9513 8 หลายเดือนก่อน +2

    🙏 বহুত ভাল লাগিল কথা বোৰ শুনি ধন্য বাদ ❤❤

  • @himanibanikya8168
    @himanibanikya8168 8 หลายเดือนก่อน +8

    আপোনাক ভগৱানে ভালে ৰাখিব❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @anowara.begum23
    @anowara.begum23 8 หลายเดือนก่อน +33

    মোৰ অতি প্ৰিয় অভিনেত্ৰী 🎉 সচাকৈ সকলোকে হেৰুৱাৰ পিচত মানুহৰ মাজত উলাই আহিবলৈ মানসিক ভাৱে নিজকে প্ৰস্তুত কৰা সম্ভৱ নহয়। এই কথা ময়ো বুজি পাউ ❤❤

  • @kartikdas3293
    @kartikdas3293 6 วันที่ผ่านมา

    মোৰ চিৰসেউজ প্রিয় অভিনেত্রী! কথাখিনিয়ে মন চুই গ'ল! ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে🙏🙏🙏🙏

  • @surenboruah3241
    @surenboruah3241 8 หลายเดือนก่อน +9

    মোৰ প্ৰিয় অভিনেত্ৰী মৃদুলা বাইদেউ, ভগবানৰ ওচৰত প্ৰাথনা, সদায় ভালে থাকক🙏🙏🙏

  • @khodezanazneen1768
    @khodezanazneen1768 8 หลายเดือนก่อน

    Bahut bhal lagil. May God bless you, Mridula baidew.

  • @guparanibhuyan9313
    @guparanibhuyan9313 8 หลายเดือนก่อน

    অতি সুন্দৰ বাস্তবধৰ্মী চিনেমা। চাই ভাল লাগিল। সকলোৱে চাওঁক। মৃলুলাবাইদেউ ইমান ধুনীয়া হৈ আছে। সদায় কুশলে থাকক

  • @englishdmonline1185
    @englishdmonline1185 8 หลายเดือนก่อน +7

    Beautiful and gorgeous Mridula Boruah as always. ❤❤❤

  • @rekharanidevi8695
    @rekharanidevi8695 13 วันที่ผ่านมา

    বহুত ভাল পাওঁ আপোনাক, সদায় ভালে থাকক💖💖

  • @nirmalichowdhry855
    @nirmalichowdhry855 8 หลายเดือนก่อน +16

    মোৰ অতিকৈ প্ৰিয় অভিনেত্ৰী ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @yogaprerana7723
    @yogaprerana7723 หลายเดือนก่อน

    বৰ ভাল ❤❤❤লাগে
    প্ৰিয় অভিনেত্ৰী। কুশলে ৰাখক ভগৱানে 🙏

  • @MN..569
    @MN..569 8 หลายเดือนก่อน +2

    বহুত শ্ৰদ্ধা আৰু মৰম বাইদেউলৈ....

  • @Sarmah_Kangkana
    @Sarmah_Kangkana 8 หลายเดือนก่อน +1

    Tumar interview bur belegotkoi olop beleg❤❤❤ bohut besi val lage...Shemim ba love you❤

  • @kunjagoswami2256
    @kunjagoswami2256 8 หลายเดือนก่อน +16

    বাইদেউ ৰ জীবন টো মোৰ লগত পুৰা মিলি গৈছে ময়ো ১২ চনত ছোৱালী বিয়া দি এদিনৰ পাচত মানুহ জনক হঠাৎ হেৰুৱাই পগলাৰদৰে বহুত বছৰলৈ কান্দিলো। পাচত গীতা ৰকথা শুনি মনটো কিছু পাতল লাগিল।

    • @ritamoni3934
      @ritamoni3934 8 หลายเดือนก่อน +2

      বাইদেউ , আপোনাৰ অনুভৱ খিনি মোৰ একমত ,, আপোনাক ক্ষন্তেকৰ বাবে লগ কৰিব পৰা হয়।

    • @user-li2uj6xo6p
      @user-li2uj6xo6p 8 หลายเดือนก่อน +2

      Very good

  • @padminisaikia6104
    @padminisaikia6104 8 หลายเดือนก่อน +32

    বর ভাল পাও মিদুলা বাক ।সু স্বাহ্য কামনা করিছো

  • @tilukakati1541
    @tilukakati1541 หลายเดือนก่อน

    বহুত ভাল পাও মৃদুলা বাইদেউৰ অভিনয চাই কুশশে থাকক তাকেই কামনা কৰিলৌ

  • @kabitabaruah5734
    @kabitabaruah5734 8 หลายเดือนก่อน

    প্ৰিয় মানুহগৰাকী ❤❤
    বৰ ভাল পাও মৃদুলা বাক❤❤
    কুশলে থাকক তেওঁ 🙏🙏🙏

  • @nripenboruah32
    @nripenboruah32 8 หลายเดือนก่อน +7

    মৃদুলা বাইদেউৰ অভিনয়ে মোক বহু নষ্টালজিক কৰে। বাইদেউৰ ৰ্দীঘায়ু কামনাৰে।

  • @DeepaDevi-pf1de
    @DeepaDevi-pf1de 8 หลายเดือนก่อน

    প্ৰিয় অভিনেত্ৰী।ভাল লাগিল সাক্ষাৎকাৰ টো

  • @anilbora2237
    @anilbora2237 6 หลายเดือนก่อน

    Life is a bundle of experiences. সকলোৰে জীৱনত বহুত ধৰনৰ সুখ, দুখৰ অভিজ্ঞতা হয়। সেইটো জীৱনৰ অঙ্গ কোনেও নুই কৰিব নোৱাৰে। মৃদুলা বাইদেউৰ অভিনয় মোৰ ভাল লাগে 🙏

  • @bankimsarma6359
    @bankimsarma6359 8 หลายเดือนก่อน +1

    Mridula Barua was one ammong our beloved actress of our time .she is calm and her beauty lies in it. Her romantic heart unexpressively expressive.Be kind to her

  • @putolikakati1581
    @putolikakati1581 7 หลายเดือนก่อน

    বাইদেউ ক বৰ ভাল লাগে মোৰ । জীৱনত ঘাত-প্ৰতিঘাত থাকে ই, হতাশ নহ'ব । আপোনাৰ সুচাইচথ কামনা কৰিলো ।

  • @user-ip9vc6nw3w
    @user-ip9vc6nw3w 8 หลายเดือนก่อน +2

    মোৰ অতি জনপ্ৰিয় অভিনেত্ৰী, মৃদুলা বৰুৱা বাইদেউ। বাইদেউ ঈশ্বৰৰ কুশলে থাকক।

  • @kalpanachoudhury3973
    @kalpanachoudhury3973 8 หลายเดือนก่อน +16

    অতি সুন্দৰ মনৰ বাইদেউ 🙏

  • @xuronjoli7436
    @xuronjoli7436 8 หลายเดือนก่อน +1

    My favourite Mridula ba, God bless you ba aboundantly.

  • @simi3344
    @simi3344 หลายเดือนก่อน

    Baideok anar babe dhanyabad janalo ... Bahut val lagil... Baideor xu swathya kamona koarilo ...

  • @bijayagoswami4399
    @bijayagoswami4399 8 หลายเดือนก่อน +4

    My most favourite actress 🙏🏽❤

  • @sumitradeb8538
    @sumitradeb8538 11 วันที่ผ่านมา

    বা বহুত ভাল পাওঁ আপোনাক আমাৰ মাজত সদায় এনেকৈ থাকক ❤❤

  • @navamallikabhatta2538
    @navamallikabhatta2538 8 หลายเดือนก่อน +1

    Semim.. bor vl lage tumar video bor Sai... eman dhuniya ke aaguwai loi goisa interview to..tekhet eman emotional hy jowar pisto... bor vl lagise..ru tumar saj posak, question kora style sokolo khini vl lage..aaguwai jowa

  • @miraselfkitchendiaries6973
    @miraselfkitchendiaries6973 8 หลายเดือนก่อน +1

    My most favourite Mridula baa
    God bless you 🙏
    Love you baa

  • @user-jb3gl8df6z
    @user-jb3gl8df6z 8 หลายเดือนก่อน +13

    মোৰ প্ৰিয় অভিনেত্ৰী ধন্যবাদ চেমিম ❤

  • @SanjeebgogoiAnimagogoi
    @SanjeebgogoiAnimagogoi 8 หลายเดือนก่อน +1

    Mridula Baruah ba is very nice video
    ❤❤❤Thanks ba❤❤❤

  • @diptidutta8569
    @diptidutta8569 8 หลายเดือนก่อน

    খুবেই ভাল লাগিল । মোৰ অতি প্ৰিয় অভিনেত্ৰী

  • @user-jt9mo3eu4b
    @user-jt9mo3eu4b 8 หลายเดือนก่อน +2

    When I was 10 or 12years old I saw her movies like koka Deota Nati aru hati,buari etc nd etc by hiring bus organised by one of my uncle of our village.she was nd is being Merrylin Monru of Assamese flim Industry.I wish her to be long live.

  • @missrani821
    @missrani821 8 หลายเดือนก่อน +1

    My favorite Actress.....love you Ba ❤️

  • @aparajitaphukan1371
    @aparajitaphukan1371 8 หลายเดือนก่อน

    Bohut bhal lagil , thank you

  • @user-ij6dh5iy3j
    @user-ij6dh5iy3j 8 หลายเดือนก่อน +1

    ভাল লাগিল কথাবোৰ শুনি ❤❤

  • @kalamandirdigitalarchieveu6059
    @kalamandirdigitalarchieveu6059 8 หลายเดือนก่อน +2

    Beautiful conversation with a popular actress in assamese film ❤

  • @kabitadevi4748
    @kabitadevi4748 8 หลายเดือนก่อน

    মৃদুলা বাইদেউক বহুত ভাল লাগে । তেওঁৰ চিনেমা বহুত চাইচো । বহুত ভাল লাগিল ।

  • @n.c.malakar373
    @n.c.malakar373 หลายเดือนก่อน

    🙏🏼🙏🏼🙏🏼🙏🏼 Bahut bahut Val lagil ,baidewk anedore Dekha Pai. Baidewr cinema bor bahut saiso khub Val lagisil. Agar cinema bor je Emman Val lagisil.

  • @trishnasaikia8788
    @trishnasaikia8788 8 หลายเดือนก่อน

    প্ৰিয় অভিনেত্ৰী ।শেষলৈকে চালো ভাল লাগিল।

  • @NiharikaDas-ky8ge
    @NiharikaDas-ky8ge 8 หลายเดือนก่อน +6

    Mridula Baa k bohot val pau❤❤❤

  • @b.mgogoi1606
    @b.mgogoi1606 8 หลายเดือนก่อน +1

    বাইদেউ আপোনাক বহুত ভাল পাওঁ ❤❤

  • @charulatakalita1905
    @charulatakalita1905 2 หลายเดือนก่อน

    Ati prriya abhinetri Mridula baideuk pranam jonoar logote dirghayu aru sushasthya kamona korilo.

  • @user-qh2ru3dy8m
    @user-qh2ru3dy8m 8 หลายเดือนก่อน +49

    ৰঙিয়াল শিল্পী সকলৰ বেদনাৰ সোপানবোৰ জানিলে মনটো বেয়া লাগি যায়...মৃদুলা বাইদেউৰ বোৱাৰী চিনেমা খন লগতে ককা দেউতা নাতি আৰু হাতী চিনেমাবোৰ সদায় নষ্টালজিয়া হৈ থাকিৱ৷

  • @kalpanadas6171
    @kalpanadas6171 8 หลายเดือนก่อน

    Mridula baaidewk bht bht bhl pau sordha koro , abhinoy bur bht bht dhuniha kore, aaponi bht bht dhuniya , hadai bhle thakak. ❤❤🙏

  • @dpd4686
    @dpd4686 2 วันที่ผ่านมา

    Love & Respect for Mridula ba❤🙏God bless you🎊

  • @bijoyagogoi6248
    @bijoyagogoi6248 8 หลายเดือนก่อน +8

    মোৰ প্ৰিয় অভিনেত্ৰী গৰাকীৰ সাখ্যাত কাৰ শুনি নজনা কথাবোৰ জানিব পাৰি চেমিমক ধন্যবাদ জনালো । বাইদেউ পুনৰ চিনেমা জগতলৈ ঘূৰি আহক ।ভাল লাগিব ।

  • @nizaraborah7391
    @nizaraborah7391 8 หลายเดือนก่อน +2

    Semim tomak bht thanku.baideok. Dekhi khb bhl. Lagise dhuni. Manr manuh bork. Tomar dara bhekha Palo.

  • @nobinborah8327
    @nobinborah8327 8 หลายเดือนก่อน

    মৃদুলা বৰুৱা বাইদেউৰ চিনেমা আমি খুব সুন্দৰ কৈ পাইছিলো। তেতিয়া আমি স্কুলত পঢ়ি আছিলো। তেখেতৰ অভিনয় বহুত ভাল লাগে। প্ৰাৰ্থনা জনাইছোঁ প্ৰভু ভগৱন্তই তেখেতক কুশলে ৰাখক। 🙏

  • @majoniakhtara1195
    @majoniakhtara1195 8 หลายเดือนก่อน

    দুয়োজনীকে বহুত ভাল লাগিছে, মই বহুত ভাল পাওঁ মৃদুলা বাইদেউক, বহুত দিনৰ পিছত দেখা পায় বহুত ভাল লাগিল,

  • @tiludevi3259
    @tiludevi3259 8 หลายเดือนก่อน

    Ba bohut val lagil.Mridula bak dekha pai khubei val lagile dhonyobad

  • @amarsinghnarah4632
    @amarsinghnarah4632 8 หลายเดือนก่อน +2

    ভাইদেউ অভিনয় সৰু পৰা ভাল পাওঁ। এতিয়াও সময আছে মনতো পেলাই নিদিব।আকৌ সাহসী পদক্ষেপ গ্ৰহণ কৰা।

  • @miminathnaskar
    @miminathnaskar 8 หลายเดือนก่อน +5

    Today u look beautiful Samim...❤😊#kolkata

  • @najrinsultana6195
    @najrinsultana6195 7 หลายเดือนก่อน

    মৃদুলা বাইদেউ চিনেমাতেই শান্ত অভিনয় কৰে তেনে নহয় তেওঁ আচলতে শান্ত স্বভাবৰ৷ ভাল লাগিল Interviewটো চাই

  • @RumaBorah-po4mo
    @RumaBorah-po4mo 8 หลายเดือนก่อน

    Mridulaba Khub val lage. Bohut vale thakok. Interview val lagil

  • @pranatinathborah8458
    @pranatinathborah8458 8 หลายเดือนก่อน

    ❤❤❤baideu bhale thakak.apunaloi bahut moram aru xubhokamona thakil.apuni akalsariya nahay.aami aso apunar lagat...apuni abhinay kori jaok.❤❤❤❤❤❤

  • @pratimadas4613
    @pratimadas4613 8 หลายเดือนก่อน

    My favorite Mridula ba God bless you ba

  • @amitavbordoloi5861
    @amitavbordoloi5861 วันที่ผ่านมา

    কথাবোৰ বৰ সুন্দৰকৈ সোধা হৈছে, বৰ ভাল হৈছে ।

  • @honeynath1777
    @honeynath1777 หลายเดือนก่อน

    মোৰ অতিকে ভাললগা অভিনেত্ৰী ।মোৰ মনত অতি সৰুকালৰ পৰাই সাচ বহুৱাই থোৱা অভিনেত্ৰী মৃদুলা বাইদেউ ভগৱানে আপোনাক ভালে ৰাখক। আপোনাৰ ব্যক্তিগত জীৱনৰ লগত মোৰ জীৱনৰ মিল আছে। কথা কৈ কৈ একো বেমাৰ নথকা কে মোৰ কান্ধত মুৰ থৈ এওঁ গ'ল গে। যিটো এবছৰ ৰ লৈ মানি লব পৰা নাছিলো।বৰ্তমান একেবাৰেই অকলশৰীয়া।

  • @mausumirabhavlogs3682
    @mausumirabhavlogs3682 18 วันที่ผ่านมา

    বৰ ভাল লাগিলে আপোনাক আজি ইমান বছৰৰ পিছত দেখি আৰু বহুত দুখ ও লাগিলে আপোনাৰ কথাবোৰ গম পাই.. ভগবানে আপোনাক ভালে ৰাখক সুখত ৰাখক..🙏

  • @binitadas7717
    @binitadas7717 8 หลายเดือนก่อน +5

    বাইদেউৰ লগত মোৰ লগত কিছুমান কথা মোৰ লগত কিছু মিলিছেমোৰ বেয়া লাগিল

  • @shuklakalita7966
    @shuklakalita7966 8 หลายเดือนก่อน +1

    Fantastic actress and natural acting.

  • @mrpareshmedhi730
    @mrpareshmedhi730 วันที่ผ่านมา

    অসমৰ প্ৰতি গৰাকী মানুহৰ অন্তৰত গভীৰলৈ স্থান পোৱা শ্ৰদ্ধাৰ, মৰমৰ মৃদুলা বাইদেউলৈ শ শ্ৰদ্ধ প্ৰনিপাত জনাইছো,
    তেখেত অকলশৰীয়া নহয়, গোটেই অসমবাসী তেখেতৰ লগত আছে, আৰু থাকিব।
    জয়তু মৃদুলা বাইদেউ।

  • @jyotimohan2869
    @jyotimohan2869 8 หลายเดือนก่อน +2

    বাইদেউ বৰ সন্মানীয় ব্যক্তি,তেওঁ সদায়েই নমস্য। কিন্তু ৰাঘবৰ লগত জড়িত হোৱাৰ কাৰণে ৰাইজ অসন্তুষ্ট হৈছে।

  • @eloraborah4643
    @eloraborah4643 8 หลายเดือนก่อน

    বহুত ভাল লাগে মৃদুলা বাইদেউক।তেখেতৰ চিনেমা বহুত চালোঁ।

  • @PranabSharma
    @PranabSharma 8 หลายเดือนก่อน

    I can understand....this interview was most difficult one for you as a host...but i hv to tell you hv done it wonderfully....as a audience i can feel the emotions coming out ...