অমৃত বাণী |ধৰ্ম ডাঙৰ নে লক্ষ্মী আধ্যাত্মিক কাহিনী | MAHADEV MOTIVATIONAL SPEECH | MOTIVATOR NIRANJAN

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 ส.ค. 2023
  • অমৃত বাণী |ধৰ্ম ডাঙৰ নে লক্ষ্মী আধ্যাত্মিক কাহিনী | MAHADEV MOTIVATIONAL SPEECH | MOTIVATOR NIRANJAN
    About this video:
    Which one is greater Dharma or Laxmi as per Indian mythology.
    এই কাহিনীটো আধৰুৱাকৈ শুনাৰ ভুল নকৰিব। কাৰণ এইটো এটা অতি আধ্যাত্মিক কাহিনী। আপুনি যদি সচাই মহাদেৱৰ ভক্ত তেন্তে কাহিনী নিশ্চয় শুনিব আৰু আনকো শুনাব।
    Copyright Disclaimer: - Under section 107 of the copyright Act 1976, allowance is mad for FAIR USE for purpose such a as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statues that might otherwise be infringing. Non- Profit, educational or personal use tips the balance in favor of FAIR USE.
    TH-cam Channel Motivator Niranjan লৈ আপোনালোকক স্বাগতম জনাইছো !
    মই ২০১১ চনৰ পৰাই ভাৰত চৰকাৰৰ Skill Development Project ত কাম কৰি আহিছো আৰু প্ৰায় ১০,০০০ মান ছাত্ৰ-ছাত্ৰীক প্ৰ্শিক্ষিত কৰাৰ লগতে সংস্থাপনৰ ক্ষেত্ৰত সহায় কৰি আহিছো । গুৰুত্বপূৰ্ণ কথাটো হল যে আমাৰ লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকল জীৱনৰ লক্ষ্য স্থিৰ কৰাত অসফল । যথেষ্ট সমস্যাৰ সন্মুখীন হব’লগীয়া হয় । সমস্যা অহাৰ লগে লগে কি কৰো কি নকৰো হৈ যায় । ফলত কিছুমান Depression ত ভুগে, বেয়া কামত লিপ্ত হয় । কবলৈ গলে বহুত Negative হৈ যায় । বিশেষকৈ কাম কৰাৰ ক্ষেত্ৰ্ত বহুতে পিছ পৰি থাকে অৰ্থাৎ নিজৰ আৰামৰ পৰিৱেশটো(Comfort Zone) এৰিব নিবিছাৰে যাৰ ফলত কামৰ সুযোগ হেৰুৱাই ।
    এই লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকলৰ Negative mind টো Positive লৈ পৰিৱৰ্তন কৰাই মোৰ এক মাত্ৰ উদ্দেশ্য । মোৰ অভিজ্ঞতাৰ ফালৰ পৰা Channel টোত Publish কৰা Video বোৰৰ যোগেদি লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকলক নিজৰ Careerৰ বিভিন্ন ক্ষেত্ৰত অহা সমস্যা বোৰৰ সমাধান উলিওৱাত সহায় কৰিব বিছাৰো ।
    মোৰ এই যাত্ৰাত আপোনালোকৰ সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলো । মোৰ Video বোৰে যদি আপোনালোকক অলপ হলেও সহায় কৰে তেন্তে মই যথেষ্ট আনন্দিত হম’ । আপোনালোকে Comment কৰিও জনাব পাৰিব- কেনেধৰণৰ বিষয় বস্তু হলে’ উপকৃত হব’।
    ধন্যবাদেৰে
    নিৰঞ্জন
    Thanks for Watching
    Contact for:
    Content Writing
    Motivational Speech
    Voice Over
    niranjansarma77@gmail.com
    #motivatorniranjan
    #assamesemotivationalvideo
    #mahadevmotivationalspeech
    #mahadevmotivation
    #assamesemotivation
    #assamesepreranamulakbani
    #assameseamritbani
    #amritbani

ความคิดเห็น • 464

  • @user-uv1tl9sd3c
    @user-uv1tl9sd3c 8 หลายเดือนก่อน +1

    বহুত ভাল লাগিল ছাই ওমঃ নমো শিৱায় 🙏🙏🙏

  • @ManuramaDevi-zv9lp
    @ManuramaDevi-zv9lp 10 หลายเดือนก่อน +5

    "হৰ হৰ মহাদেৱ"

  • @nirjurajgogoi319
    @nirjurajgogoi319 10 หลายเดือนก่อน +8

    অসমৰ সকলোলোকেই ভাগৱত পঢ়িছে ৷ সাপ্তাহিক , তিনিদিনিয়াকৈ অনুস্হান পাতি পঢ়িছো সকলোৱে ৷ ভাগৱতৰ ২য় অধ্যায়তে আমি পঢ়িবলৈ পাইছো
    “ অগ্য়ানীসে সেৱৈ আন দেৱতাসকল ৷
    যেন পুত্ৰ ভাৰ্যাৰ ভজনে তুছ্চ ফল ৷“
    তদুপৰি শংকৰে পাৰ্বতিক কৈছে “পাৰ্বতীত শংকৰে কহিলা নিস্হ কৰি ৷ হৰিৰ নামেসে জানা সংসাৰক তৰি ৷৷ সৰ্বক্ষণে হৰিগূণ নামক ভাবিবা৷ হৰি নাম বিনে চিত্ত আনত নেদিবা ৷৷“ কীৰ্তনৰ সহস্ৰনাম বৃত্তান্ত অধ্যায়টি পঢ়িলে পোৱা যাব ৷

    • @prabinjaihanumansaikia476
      @prabinjaihanumansaikia476 9 หลายเดือนก่อน +1

      Hari aru har ek attama avinna hridoy mathu rupantar hey, baap eta muddra epithi /khipithi de, gyani purukhe nijake mahan ketiau nokoy Dey baap har har mahadev.

    • @nirjurajgogoi319
      @nirjurajgogoi319 9 หลายเดือนก่อน

      @@prabinjaihanumansaikia476 ধেৰুৱা ঠাৰি প্ৰেচাৰকুকাৰত যিমান সিজালেও নিসিজে ৷

  • @thedineshff3620
    @thedineshff3620 10 หลายเดือนก่อน +4

    বহুত বহুত সুন্দৰ, কাহিনীটোৰ পৰা নজনা কথা শিকিলোঁ।

  • @ubnewvlogs4539
    @ubnewvlogs4539 10 หลายเดือนก่อน +5

    তোমাক কি বুলি প্ৰণাম কৰিম তুমি বহুত ডাঙৰ গীয়ান দেলা তোমাক 🙏🙏🙏🙏🙏 জয় শ্ৰী ৰাম

  • @nipulbora1190
    @nipulbora1190 9 หลายเดือนก่อน

    অতি সুন্দৰ লাগিল, ভগৱানে কাক কেতিয়া পৰিক্ষা লয় কোনেও নাজানে,

  • @hemantadutta7443
    @hemantadutta7443 10 หลายเดือนก่อน +3

    সচাকৈয়ে ইমান ব্যস্ততাৰ মাযতো আটাইবোৰ কথা সুনিবলৈ পাই মনতো ভাল লাগি গল কিন্তো মোৰ দুটা Questions থাকিল আগলৈ আলোচনা কৰিম বাৰু ৷

  • @user-ti7bp6ic1t
    @user-ti7bp6ic1t 10 หลายเดือนก่อน +6

    হৰ হৰ মহাদেব🙏

  • @semimahmed2557
    @semimahmed2557 9 หลายเดือนก่อน +1

    কাহিনীটো শুনি বহুত ভাল লাগিল। এনে কাহিনীবোৰ শুনি মানুহ ধৰ্মৰ প্ৰতি আকৰ্ষিত হ'ব বুলি মই ভাবো।

  • @Nirupam-vo5tu
    @Nirupam-vo5tu 10 หลายเดือนก่อน +2

    Good,I satisfied watching the Motional story video, Hor hor Mohadev.

  • @monuranjan5311
    @monuranjan5311 10 หลายเดือนก่อน +6

    Om namah shivay joy MA loxmi বহুত ভাল লাগিল ❤❤❤thank you কিছুমান নজনা কথা জানিব পৰিলোঁ ভগৱানে আপোনাক ভালেৰাখক

  • @ratongogoi1443
    @ratongogoi1443 10 หลายเดือนก่อน +3

    বৰ সুন্দৰকৈ ধৰ্ম আৰু মা লক্ষ্মী বিষয়ে বুজাই দিছে ।সেয়েহে অহংকাৰতকৈ ধৰ্মত থকা ভাল 🙏🙏🙏।

  • @prabhatbezbaruah2941
    @prabhatbezbaruah2941 10 หลายเดือนก่อน +4

    Jai maa Lakshmi.......Boom Boom bholenath.......🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @ntamuli8224
    @ntamuli8224 10 หลายเดือนก่อน +1

    হৰ হৰ মহাদেৱ

  • @romanphukan5513
    @romanphukan5513 11 หลายเดือนก่อน +2

    সুন্দৰ, অতি সুন্দৰ। শিৱ ভক্ত সকলে জনা উচিত যে মহাদেৱ শিৱ স্বয়ং ভগৱান নহয়। আনহাতে লক্ষ্মী ভক্তসকলে ও জানি থোৱা ভাল যে ধর্মহে লক্ষ্মীতকৈ শ্ৰেষ্ঠ। এতেকে লক্ষ্মী পূজা অতি তুচ্ছ। যত জীৱ তত শিৱ। অৰ্থাৎ সকলোৱেই শিৱ।

  • @user-tf7dv5tc2k
    @user-tf7dv5tc2k 9 หลายเดือนก่อน

    হৰ হৰ মহাদেৱ, ভাল লাগিল vidio টো

  • @probinkumarboruah8192
    @probinkumarboruah8192 10 หลายเดือนก่อน +30

    অতি সুন্দৰ.. সঁচাকৈয়ে ভগৱানে কেতিয়া কাক কত পৰীক্ষা লব লাগে আৰু তাক কোনেও গম নাপায়... সেয়ে সকলোৱে মিলি জুলি থকাৰ উপৰিও সত্যত থাকিব লাগে .তেতিয়া জয় নিশ্চিত হব |
    হৰ হৰ মহাদেৱ...

  • @pranabkalita352
    @pranabkalita352 11 หลายเดือนก่อน +6

    হৰ হৰ মহাদেৱ ❤❤❤

  • @DipikaSharma-pq2rz
    @DipikaSharma-pq2rz 10 หลายเดือนก่อน

    Om.namah.Sivia.a.Apuner.vidio.tu.bahut.val.lagil.ane.vidio.agoloi.u.pathabasun.thanks.Saytya.hodai.joi....

  • @ranjanbhuyan8601
    @ranjanbhuyan8601 11 หลายเดือนก่อน +4

    নিজৰ ঠাইত সকলো সমানেই একেই হৈ কাম কৰিব লাগে দায়িত্ব অনুসৰি কাম। ভাল লাগিল সুমধুৰ কথা বুজিব পৰা যায় কৃঞ ❤ কৃঞ

  • @nalinimahanta2528
    @nalinimahanta2528 11 หลายเดือนก่อน +3

    অতি গুৰুত্বপূৰ্ণ কথা ।ভাল লাগিল

  • @sanahigogoi381
    @sanahigogoi381 10 หลายเดือนก่อน +1

    সুন্দৰ কাহিনী ভাল লাগিলে

  • @lilimasahariah8438
    @lilimasahariah8438 10 หลายเดือนก่อน +3

    বৰ ভাল লাগিল😊

  • @parinitadekaraja
    @parinitadekaraja 10 หลายเดือนก่อน +4

    ❤❤❤ভাল লাগিল

  • @kdamodhar4515
    @kdamodhar4515 9 หลายเดือนก่อน +1

    বহুতে ভাল লাগিছে শছাকৈ 👍🌹🌷💐👍

    • @kdamodhar4515
      @kdamodhar4515 9 หลายเดือนก่อน +1

      শছাকৈ 👍 শূনদৰ🙏 good morning 👍

    • @MotivatorNiranjan
      @MotivatorNiranjan  9 หลายเดือนก่อน

      Thank you so much

  • @user-ml4ss1mh6h
    @user-ml4ss1mh6h 10 หลายเดือนก่อน

    Khasakoi bhut bhut bhut val lagi video to Sai agaloi di thakib enakuwa video.. very very thanks

  • @horentaye5878
    @horentaye5878 10 หลายเดือนก่อน

    ঔঁ নম শিৱায় হৰ হৰ মহাদেৱ

  • @sanjib2976
    @sanjib2976 10 หลายเดือนก่อน +1

    Hundor kahini moja lagile

  • @pinkydas1840
    @pinkydas1840 10 หลายเดือนก่อน +2

    হৰ হৰ মহাদেৱ 🙏 জয় মা লক্ষ্মী 🙏🙏🙏♥️♥️♥️

  • @BhanumatiSarkar-wc9sj
    @BhanumatiSarkar-wc9sj 10 หลายเดือนก่อน +3

    Joy Mahadeva baba

  • @user-rq9sm1wj6l
    @user-rq9sm1wj6l 9 หลายเดือนก่อน

    বহুত ভাল লাগিছে শুনি ধন্যবাদ জ্ঞাপন কৰিছোঁ

  • @soonmoni6746
    @soonmoni6746 11 หลายเดือนก่อน +3

    হৰ হৰ মহা দেৱ ❤

  • @muhonborah7831
    @muhonborah7831 10 หลายเดือนก่อน +3

    হৰ হৰ মহাদেৱ🙏🙏

  • @MonoranjanMachahary-xn9mn
    @MonoranjanMachahary-xn9mn 9 หลายเดือนก่อน +1

    Bohut bhal lagil khuni..💐💝🙏🙏.

  • @BanjitRabha-yq6yx
    @BanjitRabha-yq6yx 9 หลายเดือนก่อน +1

    Dhonyabaad kahinito shuni bohut vaal lagil..😊😊😊

  • @RupakNath-lt4nr
    @RupakNath-lt4nr 3 หลายเดือนก่อน

    হৰ হৰ মহাদেৱ🙏🙏🙏🙏🙏🙏🙏❤❤❤❤❤❤❤

  • @dipanwitatrendi6859
    @dipanwitatrendi6859 10 หลายเดือนก่อน +1

    খুব সুন্দৰ

  • @user-wn9zz5nw4x
    @user-wn9zz5nw4x 9 หลายเดือนก่อน

    কাহিনী শুনি বিৰত ভক্তি ভাৱেৰে আপ্লুত হলো,লক্ষী দেৱী ৰজাৰ কৰ্মত সন্তুষ্ট হৈ সকলো দিয়াৰ দৰে কটা হাত দুখন দিলে নে নাই শুনিব নাপালো ।

  • @user-bf6uu7cc3l
    @user-bf6uu7cc3l 10 หลายเดือนก่อน +2

    Thank you so much sir.

  • @user-rn6sx8bz8q
    @user-rn6sx8bz8q 10 หลายเดือนก่อน

    হৰ হৰ মহাদেব

  • @KaushikDas495
    @KaushikDas495 10 หลายเดือนก่อน +3

    Hor Hor mohadev❤

  • @nipulbora1190
    @nipulbora1190 9 หลายเดือนก่อน

    হৰ হৰ মহাদেৱ,

  • @sunandiramkalita1648
    @sunandiramkalita1648 10 หลายเดือนก่อน

    বহুত বহুত ভাল লাগিল । আগলৈ মহৎ বানী শুনিবলৈ আশা থাকিল ।
    ?sfnsn=wiwspmo&mibextid=VhDh1V

  • @user-ko5rh4ic8x
    @user-ko5rh4ic8x 10 หลายเดือนก่อน +1

    Hor Hor Mohadev ❤❤❤

  • @user-xf6sw7jr2t
    @user-xf6sw7jr2t 11 หลายเดือนก่อน +4

    Om vighnharta shree ganesh namah
    Om namah shivay
    Om mahalalxmi nomu namah
    Om namu vagawate vasudevai namah

  • @renulongchot7547
    @renulongchot7547 9 หลายเดือนก่อน

    হৰ হৰ মহাদেৱ 🪔👃🏼

  • @HomorNog-bh8hk
    @HomorNog-bh8hk 10 หลายเดือนก่อน +1

    Jai maa laxmi 🙏

  • @ajitdutta7618
    @ajitdutta7618 10 หลายเดือนก่อน +2

    সত্য ধম সদায় জয়🙏

  • @DilipKalita-gq8vn
    @DilipKalita-gq8vn 10 หลายเดือนก่อน +1

    Har har mahadev 🙏🙏🙏

  • @jitensaikia4929
    @jitensaikia4929 10 หลายเดือนก่อน +2

    Very nice ❤❤❤ Om namah shivay 🙏🌺🌺🌺🙏 har har Mahadev 🌺🌺🙏 jai Baba volenath 🙏🌺🙏🙏🌺🙏

  • @kismatkour436
    @kismatkour436 11 หลายเดือนก่อน +3

    Har Har Mahadev 🙏 🌷 ♥

  • @mukuldeka1568
    @mukuldeka1568 10 หลายเดือนก่อน +2

    হৰ হৰ মহাদেৱ 🙏🙏🙏🔱🔱🔱🕉️🕉️🕉️

  • @bahagi.changmaichangmai7371
    @bahagi.changmaichangmai7371 9 หลายเดือนก่อน

    বহুত সুন্দৰ লাগিলে

  • @utpaldas8915
    @utpaldas8915 7 หลายเดือนก่อน

    আজি প্ৰথম শুনিছো ভাল লাগিছে

  • @bapukanboro3119
    @bapukanboro3119 9 หลายเดือนก่อน

    Hor hor mohadev sar ,aponar aei kahinito suni mor sukur Pani purise, ❤

  • @dipanshugoutam3867
    @dipanshugoutam3867 8 หลายเดือนก่อน

    বৰ সুন্দৰ কাহিনী

  • @Bikideka12
    @Bikideka12 10 หลายเดือนก่อน +6

    Har har Mahadev 🙏🙏❤❤

  • @satyajitkumar2741
    @satyajitkumar2741 10 หลายเดือนก่อน +3

    OM NAMAH SHIVAI

  • @ghanashyammalakar5138
    @ghanashyammalakar5138 11 หลายเดือนก่อน +4

    Om Namah Shivai ❤❤

  • @soonmoni6746
    @soonmoni6746 11 หลายเดือนก่อน +24

    বহুত বহুত ভাল লাগিলে শুনি❤❤❤

  • @lilydevi240
    @lilydevi240 10 หลายเดือนก่อน +3

    Har harmahadev🙏🙏🙏

    • @puspagowala6245
      @puspagowala6245 10 หลายเดือนก่อน

      Bmnoklpqer😂ilkjpouiqwe😢

  • @user-iz9ve2dv6u
    @user-iz9ve2dv6u 9 หลายเดือนก่อน

    বৰ ভাল লাগিল শুনি থাকিব মন গৈছে

  • @babukalitavlogs5191
    @babukalitavlogs5191 10 หลายเดือนก่อน +3

    Har har Mahadev 🙏🏻🙏🏻🙏🏻

  • @user-qv9oz7tm8j
    @user-qv9oz7tm8j 9 หลายเดือนก่อน +1

    Bohut hundar ❤ lagil kotha tu huni

  • @plabondutta1084
    @plabondutta1084 9 หลายเดือนก่อน +1

    Val lagil ❤❤❤❤❤❤❤❤

  • @nijarabora-vi2tt
    @nijarabora-vi2tt 10 หลายเดือนก่อน

    Bohut val lagil baikokabure hidai sui jai ,,najana kotha kisu aiotta koriba parsu , dhoinnabad

  • @arunadevi4184
    @arunadevi4184 10 หลายเดือนก่อน +1

    ভাল লাগিল ধন্যবাদ

  • @tulikaborah3423
    @tulikaborah3423 9 หลายเดือนก่อน +2

    খুব সুন্দৰ লাগিল ৷ওঁম নমঃ শিবায় ৷

  • @devinath6400
    @devinath6400 11 หลายเดือนก่อน +3

    Har har mahadev🙏🙏🙏🌼🌼🌼 ❤❤❤

  • @nabakumarsarmah
    @nabakumarsarmah 10 หลายเดือนก่อน +2

    Har har mahadev so nice

  • @jyotidoley9484
    @jyotidoley9484 10 หลายเดือนก่อน

    অতি সুন্দৰ ব্যাখ্যা দাঙি ধৰে ভাল লাগিল হৰ হৰ মহাদেৱ

  • @user-iz9ve2dv6u
    @user-iz9ve2dv6u 9 หลายเดือนก่อน

    হৰ হৰ মহাদে

  • @nabokumarbora444
    @nabokumarbora444 10 หลายเดือนก่อน +16

    কাহিনীটোৰ পৰা সুন্দৰ জ্ঞান লাভ হ'ল। ধন্যবাদ জনালো আপোনাক। হৰ হৰ মহাদেৱ 🙏🙏🙏

  • @monjumonibordoloi2608
    @monjumonibordoloi2608 10 หลายเดือนก่อน

    হৰ হৰ মহাদেৱ ৷

  • @kishordas5864
    @kishordas5864 10 หลายเดือนก่อน +1

    🙏🙏🙏🙏❤️❤️❤️omno hor Mohadev 🙏❤️❤️❤️❤️❤️

  • @KrishnaDas-nk9cr
    @KrishnaDas-nk9cr 8 หลายเดือนก่อน

    বহুত বহুত ভাল লাগিল🙏🙏🙏🙏

  • @bhabeshdas1961
    @bhabeshdas1961 10 หลายเดือนก่อน

    Mntu bahut val lagil kahinito khuni,

  • @dibyojyotidibyojyoti5848
    @dibyojyotidibyojyoti5848 11 หลายเดือนก่อน +2

    hor hor mohadev ❤

  • @mamonibaruah2179
    @mamonibaruah2179 9 หลายเดือนก่อน

    Kothahini hiune khub bhal lagil , akow enekuwa mohotbane human buli amar onurud thakil.

  • @jaivgproe1284
    @jaivgproe1284 10 หลายเดือนก่อน +3

    Har har mohadev 🙏

  • @skgamingyt343
    @skgamingyt343 10 หลายเดือนก่อน +5

    Ma Laxmi dangor nohoi na dormo dangor na mohadev dangor sobotke dangor bogowan visnu❤❤🙏🙏🙏

  • @malinchborah2147
    @malinchborah2147 10 หลายเดือนก่อน

    হৰ.হৰ.মহাদেও

  • @binisharma7500
    @binisharma7500 9 หลายเดือนก่อน

    Khub xundar kahini ati xuni bhal lagil 🙏🌹

  • @jugalkishorlaskar
    @jugalkishorlaskar 11 หลายเดือนก่อน +3

    Har har Mahadev ❤❤❤

  • @sumibora4485
    @sumibora4485 10 หลายเดือนก่อน +3

    OM NAMAH SHIVAY.🙏🌹💐🙏

  • @wavieralternate
    @wavieralternate 10 หลายเดือนก่อน +3

    হৰ হৰ মহাদেৱ ❤

  • @babulkalita8427
    @babulkalita8427 10 หลายเดือนก่อน

    বহুত ভাল লাগিছে ।

  • @juwelpegujuwelpegu2276
    @juwelpegujuwelpegu2276 9 หลายเดือนก่อน +1

    bhut bhal lagil

    • @MotivatorNiranjan
      @MotivatorNiranjan  9 หลายเดือนก่อน

      অপোনালৈ অশেষ ধন্যবাদ। আপোনলোকৰ বহুমূল্য মতামতে মোক নতুন কামৰ সৃষ্টিত উৎসাহ যোগায়। সেয়েহে আপোনালৈ মোৰ হৃদয়ৰ পৰা অশেষ অশেষ ধন্যবাদ

  • @junmonimalakar2366
    @junmonimalakar2366 10 หลายเดือนก่อน +1

    Hor hor mahadev

  • @hemchandrahandique6041
    @hemchandrahandique6041 10 หลายเดือนก่อน +1

    Har Har Mahadev.ApunarKahiniparaMoiUpkriHol9.ThankYou.

  • @bhaikiasaikia9445
    @bhaikiasaikia9445 11 หลายเดือนก่อน +2

    Om namah shivay 🙏

  • @antarafoodlover77
    @antarafoodlover77 10 หลายเดือนก่อน

    অতি সুন্দৰ

  • @rupambarman2494
    @rupambarman2494 10 หลายเดือนก่อน +2

    Har Har Mahadev🙏🙏🙏🕉🕉🕉

  • @user-ug6dl4gm6w
    @user-ug6dl4gm6w 10 หลายเดือนก่อน +1

    Bohut val lagil huni dada

  • @DharjyaChoudhury-sz8bq
    @DharjyaChoudhury-sz8bq 9 หลายเดือนก่อน

    Khub bhal palu kahiniti khuni aru bohut bhal kotha khikkilu taarbabe apunak bohut bohut dhanyabaad

  • @minudas7981
    @minudas7981 9 หลายเดือนก่อน

    খুব ভাল পালো লিখক জনলৈ 🙏

  • @shivapatar9679
    @shivapatar9679 10 หลายเดือนก่อน +2

    Har har Mahadev 🌹🌹🌹🌹🌹🙏🙏🙏🙏🌹🌹🌹🌹🌹🙏🙏🙏🙏🌹🌹🌹

  • @Protima-ih3yi
    @Protima-ih3yi 9 หลายเดือนก่อน

    সুন্দৰ

  • @gambit339
    @gambit339 10 หลายเดือนก่อน

    Xundar kahani dhanyawad thAkil

  • @sumeruborpujari2348
    @sumeruborpujari2348 10 หลายเดือนก่อน +2

    🌹🙏 Om shirdi Sai Ram ❤️🙏🏻 har har Mahadev