কি অভ্যাস থাকিলে মানুহ ধনী নহ'লে দুখীয়া দৰিদ্ৰ হয় ? MAHADEV MOTIVATIONAL SPEECH | MAHADEV
ฝัง
- เผยแพร่เมื่อ 20 ส.ค. 2023
- কি অভ্যাস থাকিলে মানুহ ধনী নহ'লে দুখীয়া দৰিদ্ৰ হয় ? MAHADEV MOTIVATIONAL SPEECH | MAHADEV
Contact for:
Content Writing, Motivational Speech, Voice Over
Ph- 8638312394, E-Id: niranjansarma77@gmail.com
About this Video:
A mythological story on how to overcome bad habits.
এই ভিডিঅ'টোৰ যোগেদি আমি এটি সুন্দৰ আধ্যাত্মিক কাহিনী লৈ আহিছো যাৰ জড়িয়তে আপুনি মা পাৰ্বতীয়ে মহাদেৱক সোধা তিনিটা প্ৰশ্নৰ উত্তৰ পাব। আৰু শেষত আপুনি এটা মন্ত্ৰ পাব। যিটো জপ কৰিলে আপুনি নিশ্চিন্ত হৈ থাকিব পাৰিব যে আপুনি আৰু কেতিয়াও সমস্যাত নপৰে, আপুনি কেতিয়াও দুখত নপৰে, আৰু আপোনাৰ ঘৰত কেতিয়াও ধনৰ অভাৱ নহয়। গতিকে মোৰ এটাই অনুৰোধ আপুনি যদি মহাদেৱৰ প্ৰকৃত ভক্ত তেন্তে এই ভিডিঅটো নিশ্চয় চাব। আধৰুৱা নকৰিব। নহ'লে আপুনি সম্পূৰ্ণকৈ কথাখিনি বুজি নাপাব। এটা প্ৰশ্নও আপোনালোকলৈ ৰাখিছো তাৰ উত্তৰো আপোনালোকে কমেণ্ট বক্সত নিশ্চয় দিব পাৰিব।
Copyright Disclaimer: - Under section 107 of the copyright Act 1976, allowance is mad for FAIR USE for purpose such a as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statues that might otherwise be infringing. Non- Profit, educational or personal use tips the balance in favor of FAIR USE.
TH-cam Channel Motivator Niranjan লৈ আপোনালোকক স্বাগতম জনাইছো !
মই ২০১১ চনৰ পৰাই ভাৰত চৰকাৰৰ Skill Development Project ত কাম কৰি আহিছো আৰু প্ৰায় ১০,০০০ মান ছাত্ৰ-ছাত্ৰীক প্ৰ্শিক্ষিত কৰাৰ লগতে সংস্থাপনৰ ক্ষেত্ৰত সহায় কৰি আহিছো । গুৰুত্বপূৰ্ণ কথাটো হল যে আমাৰ লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকল জীৱনৰ লক্ষ্য স্থিৰ কৰাত অসফল । যথেষ্ট সমস্যাৰ সন্মুখীন হব’লগীয়া হয় । সমস্যা অহাৰ লগে লগে কি কৰো কি নকৰো হৈ যায় । ফলত কিছুমান Depression ত ভুগে, বেয়া কামত লিপ্ত হয় । কবলৈ গলে বহুত Negative হৈ যায় । বিশেষকৈ কাম কৰাৰ ক্ষেত্ৰ্ত বহুতে পিছ পৰি থাকে অৰ্থাৎ নিজৰ আৰামৰ পৰিৱেশটো(Comfort Zone) এৰিব নিবিছাৰে যাৰ ফলত কামৰ সুযোগ হেৰুৱাই ।
এই লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকলৰ Negative mind টো Positive লৈ পৰিৱৰ্তন কৰাই মোৰ এক মাত্ৰ উদ্দেশ্য । মোৰ অভিজ্ঞতাৰ ফালৰ পৰা Channel টোত Publish কৰা Video বোৰৰ যোগেদি লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকলক নিজৰ Careerৰ বিভিন্ন ক্ষেত্ৰত অহা সমস্যা বোৰৰ সমাধান উলিওৱাত সহায় কৰিব বিছাৰো ।
মোৰ এই যাত্ৰাত আপোনালোকৰ সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলো । মোৰ Video বোৰে যদি আপোনালোকক অলপ হলেও সহায় কৰে তেন্তে মই যথেষ্ট আনন্দিত হম’ । আপোনালোকে Comment কৰিও জনাব পাৰিব- কেনেধৰণৰ বিষয় বস্তু হলে’ উপকৃত হব’।
ধন্যবাদেৰে
নিৰঞ্জন
Thanks for Watching
#motivatorniranjan
#assamesemotivationalvideo
#mhadevmotivationalspeech
#mahadevmotivation
#mahadev
#assamesemotivation
#assamesepreranamulakbani
#assameseamritbani
#amritbani
সুন্দৰ
Hosai monuranjon dada🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻 thanks,
হৰ হৰ মহাদেৱ🙏🙏🙏🙏🙏🙏
হৰ হ্ৰৰ মহাদেব
বহূত ভাল লাগিল
Har Har Mahadev
Hundor val lagil
মায়া সৰ্প
om nomo shibai
Bahut bhal lagile
Nice
Ononto nak 🙏🙏
Har har Mahadev
Har har mahadev ❤❤❤❤
ঔম নমঃশিৱায়।
Val lagel
Har,,har,,mahadave
Har har Mahadev 🙏
Har har mahadev 🙏
Har har mahadev ❤️❤️❤️🙏🙏🙏
Bahut val lagila
Thank you so much
Har Har Mahadev 🙏 🌷 ♥
ওম নম শিবায
Baxuki naag ❤❤
❤❤❤❤❤❤❤❤❤❤
Likhit Rupe dibo ane sadhu bhout val lagel
❤❤❤❤❤
🙏🙏
Har har mahadev Jay shri krishna
har.har.mahadev.val.lage.apunar.video.bilak.xuni
Thank you so much
Oum nomo shivay
ধন্যবাদ ওম
Om namah shivay🙏🏼🙏🏼❤️❤️❤️❤️🙏🏼🙏🏼
🙏🙏🙏🙏🙏🙏🙏
🙏🙏🙏
Basuki nag🙏🙏🙏
Kal
Bakhuki 🙏🙏🙏
Bakhuki nag❤
Om namabah shiva hor hor,
বাসুকি❤
Bachuki nug,,🙏
Naag moni
Very nice
Thank you so much
অতি সুন্দৰ ,শুনি মনটো বহুত ভাল লাগিল,দাদা আপোনাক ভগৱানে সকলো ফালৰ পৰা ভালে ৰাখক এইয়া মই ভগৱান ওচৰত প্ৰাৰ্থনা জনালোঁ,
Thank you so much
Bahuki
Basuki nag.🙏 har har mahadev
❤❤❤ om. Namah Shivay 🙏🙏🙏
o hh nice video ek dom antar xui goise
Val koy se aapuni
বাসুকী নাগ🙏
Bahut vl lagil har har Mahadev
Thank you so much
Om namo shivay 🌹🌹❤.Basuki.
Thanks Guruji❤
Bahut bhal lagil 🙏🙏
Thank you so much
মহাদেৱ গলত বাখু নাগ আচে
Har Har Mahadev ATI prathame kob lagib je aapunar barman shayili(mane kotha kuwar Dharan barukoiye Mon Sui juwa) grike dhanyabad, dritiote Prabhu Mahadev,r dingit thoka sarpo dalor naam hol Bakhuki Naag,
❤❤❤val lagil huni.🙏🙏🙏🙏🙏om namah shivaya 🙏🙏🙏🙏
Thank you so much
Nag।😊
Basuke kantha visuna(har har mahadev)
Hoy, anebur kotha Hodai jate Monat Rakhiba paru...Umm namahsibai
Basuki nag
হৰ হৰ মহাদেৱ
মহামায়া আই পাৰ্বতী
Shiv baba dingit Toka hap to hol shree bishno obotar basuki nag.
হৰ হৰ মহাদেৱ
Bahuki nag
Shes.nag.hoi
🤔🤨🤗😶👍👍👍👍👍👍👍👍👍👍👍
Good boy good morning 👍🌹 hiii
সুন্দৰ হৰহৰ মহাদেৱ ❤❤ সপ ভাগৰ নাম বাসুকি নাগ
Om namah shibay
Tokhik.
Bashuki Nag.
Sesnag
Uadya
শেখ নাগৰ সৰু ভাই বাসুকী নাগ।
Hor. Hor.mahabiv🕯🕯🕯🕯🕯
হৰ হৰ মহাদেৱ❤❤❤
BASUKINAG
হৰ হৰ মহা দেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ 🙏🙏🙏
বাসুকি
বাসুকী নাগ
হৰ হৰ মহাদেৱ।
Om namah shivay❤❤❤
BAsuki
🌹🙏 Om shirdi Sai Ram 🙏❤️ har har Mahadev
Basuki naag
Ba sonu nag
হৰ হৰ মহাদেৱ 🙏🙏
Har Har Mahadev (Vashukhi Nag)
Mamoni chakraborty
Har Har Mahadev ❤
Very much ❤❤❤ Har har Mahadev 🙏🙏🙏
বাসুকি নাগ
ধন্যবাদ দাদা বহুত ভাল লাগিল আপোনাৰ প্ৰেৰণা মুলক ভিডিঅ'চাই সচাকৈ বহুত ভাল লাগে, very nice thanku so much
Vasuki
BASUKI NAGG
Jai sri Shiva pita
Jai sri parbati maa
My name is sri banasmita deka my father name is nagen deka my mother name is damayAnti deka
Birendra
বাসুকি নাগ হৰ হৰ মহাদেব
Basuki