ভগৱানে নাৰীক সৃষ্টি কৰোতে কি ক্ষমতা কমাই দিছিল ? চকুলো নিগৰি যাব | Best Motivational Video
ฝัง
- เผยแพร่เมื่อ 5 ต.ค. 2023
- ভগৱানে নাৰীক সৃষ্টি কৰোতে কি ক্ষমতা কমাই দিছিল ? চকুলো নিগৰি যাব | Best Motivational Video
About This Video- ধন্য নাৰী শক্তি। যদি আপুনি নাৰী নাইবা আপোনাৰ ঘৰত যদি মাতৃ, পত্নী, কন্যা, ভগ্নী, আইতা, মাহি-পেহী বা কোনো নাৰী আছে, যদি আপুনি তেওঁলোকৰ মঙ্গল কামনা কৰে তেন্তে এই Videoটো অৱশ্যেই চাওক। আজিৰ Videoটোৱে আপোনা কন্দুৱাই দিব। অনন্ত কোটি ব্ৰহ্মাণ্ড সৃষ্টি কৰোতে এক মুহূৰ্তও নলগা ভগৱানে কিয় নাৰীক সৃষ্টি কৰোতে বহু সময় ল'বলগীয়া হৈছিল আপুনি এই Videoটো চালে বুজি পাব।
নমস্কাৰ প্ৰিয় দৰ্শক-
আমি সদায় আপোনাক অনুপ্ৰাণিত কৰি, সৰু সৰু ভুলবোৰ বুজি জীৱনত আগবঢ়াই নিয়াৰ প্ৰয়াস কৰি আহিছো। আমি চেষ্টা কৰিছো যাতে আপোনাৰ জীৱনৰ যাত্ৰাপথ সহজ হৈ পৰে। আশাকৰোঁ আপুনি আমাৰ ভিডিঅ' চাই অলপ হ'লেও কিবা এটা শিকিব পাৰিছে! আপোনালোকৰ পৰা মই সঁহাৰিৰ বাহিৰে আৰু একোৱেই নিবিচাৰো, গতিকে চেনেলটো SUBSCRIBE কৰি, ভিডিঅ'টো লাইক কৰি কমেন্টত আপোনাৰ মতামত প্ৰকাশ কৰিব বুলি আশাৰে বাট চাই ৰ'লো।
🙏
L I K E | C O M E N T | S U B S C R I B E
S H A R E
Welcome To💕💕
#chitraranjannath
#chitraranjannathmotivationalvideo
#chitraranjannathvideo
#Quotes #Motivation #Life #Emotional #Inspirational #assamesemotivationalvideo
#motivationalquotes #assamese #assam
Other Important Videos 👇👇👇
• Video
• ৫টা কথা শিকি লওক | আপো...
• গাঁৱত কৰিব পৰা ৪টা ব্য...
• ধনী হ'বলৈ কি কৰিব লাগে...
• এবাৰ পঢ়িলেই মনত ৰ'ব |...
Your Queries:-
নাৰীক সৃষ্টি কৰোতে কোনটো গুণ ভগৱানে ইচ্ছা কৰি নিদিলে?
চকুলো নিগৰি যাব
Best Motivational Video
Assamese Motivation
assamese motivational speech - บันเทิง
নিজে নাৰী হৈ তোমাৰ পৰা এই কথা শুনি নিজকে ধন্য বোধ কৰিছোঁ সঁচাই ধন্যবাদ
Bohut bhal lagil dee kotha khini xuni 🙏🙏❤❤❤
শুনি ভাল লাগিছে। ধন্যবাদ
আপোনাৰ কথাখিনিয়ে হৃদয় চুই গ'ল🙏❤️❤️
বহুত বহুত ভাল লাগিছে আপোনাৰ আগ্ৰহৰ কথা সুনি আৰু এইবোৰ সছা কথা ❤❤❤
সম্পূৰ্ণ সত্য আৰু চিন্তনীয় কথা। কণ্যাকালতে বিয়া হৈ অহা নাৰীৰ উল্লেখিত গুনটোৰ বাবে পৰিয়ালত সুখ শান্তি বিৰাজ কৰিছিল। কিন্তু বৰ্তমান সময়ত বস্তুবাদী নাৰীৰ মনত এইবিলাকৰ অভাৱ হৈছে।
আপোনাৰ কাহিনীটোৱে হৃদয় চুই গ'ল 🙏🙏
বহুত ভাল লাগিল কথাখিনি শুনি অন্তৰত চুই গৈছে ্্্
খুব সুন্দৰ
বহুত সুন্দৰ কৈ বুজাই দিছে ভাল লাগিল ।
বহুত সুন্দৰ কথা জানিব পাৰি ভাল লাগিল । আপোনালৈও ধন্যবাদ থাকিল
দাদা আপোনাৰ কথা বোৰে হৃদয় চুই গল নিজে নৰী হৈ আপোনাৰ পৰা এই কথা শুনি নিজকে ধন্য বোধ কৰিছো সচাই ধন্যবাদ
Kahiniti khuni mon khanti lagil aru di thakib
Bahut.val.lagil.Apuner.Upadekhmulak.vidiotu.bahut..2.thanks.agoloi....gt.nt.
Bohut bhal loga kahini joy sri krishna
ধন্যবাদ ।বহুত ভাল লাগিল ।
Xosakoi e bohut val lagile , bohut bohut dhunya apnk
Xuni bahut bahut bhal lagil, thank you so much
বহুত বেছি ভাল লাগে আপনাৰ কাহিনী বোৰ শুনি আৰু কাৰ কাৰ ভাল লাগে এটা এটা লাইক কৰা
শুনি বহুত ভাল লাগিল
ভাল লাগিল কথাখিনি শুনি
Bohut bohut val lagil kotha khini huni
Bohut bhal lagila
সচাঁ কৈ বহুত বেছি ভাল লাগিল❤🙏🙏🙏
Emn dhuniya ke kotha bor bujai koi diya buhut vl lage
ভগৱানক ধন্যবাদ নাৰীক ইমান শক্তি দি সিটি কৰিলে🙏🙏🙏❤❤❤
Bohut Val Lagil Thank You
❤❤❤bohut val lagisa
Bhut bhut Val lagil🙏🙏🙏
খুব ভাল লাগিল ।
Bohut val lagil kahinitu huni
Bohut val lagil
ভাল লাগিছে
Bhut val lagil video to khuni
❤বহুত ভাল লাগিল
Khuni val lagil 🙏🙏🙏🙏
অতি সুন্দৰ
🙏🙏🙏♥️♥️♥️ sosa kotha bohut val lagel
Bohut bhal lagise❤❤❤❤
Hridoy sui goise Hazar bar pronam Nari sristy,🙏🙏🙏
Bahut dhuniya koise
Apuni Nareer jivantukloi ji aakhya aag bahaise, eito hoise attit,Vortaman aru bhavishyat r karoneyu smaronya hoi thakibo! Moi aapunar karone Bhavanor usorat perthona ❤ u antoh koranore Dhanyvaad gyapan korisu ! Namashkar ❤
বহুত ভাল লাগিল
Bahut vall lage suni❤❤
সঁচাকৈ হৃয়স্পৰ্শী
মই এগৰাকী নাৰী হয়ো নিজকে বহুত বেয়া পাইছিলো কিছুমান দুখ কস্ট পাই কিন্তু আপোনাৰ কথাখিনিয়ে মোক বহুত মনত সাহস দিলে ভগৱান ওচৰত মোৰ সৰল প্ৰাৰ্থনা
বৰ ভাল লাগিছে কথা খিনি জানি।
Bohut val lage dada apunar kotha bor
Bahut bhal lagil dhanyawad
সুন্দৰ ❤❤ ধন্যবাদ দাদা
Val lagile
Bohut val lagil pohi .
Bohut val lagile dei
মই এনেকুৱা কথা কাহিনী। বহুত প্রিয়। বহুত যানিব মন যায় কিন্তু সময় অভাব তাৰ মাজত এবাৰ মন টো পাতল কৰি লও। ধন্যবাদ
দাদা আপোনাৰ কথাবোৰে হৃদয় চুই যায় ।
Bhut val lagil apunar video sai❤
Bhal lagil
Apunar kahanitu huni bhut val palo .Thanks
Bahut val lagil
Val.lagil.
Apunar kotha bur hridoye Sui jai...moi ejoni suwali. Kotha khuni kosaye anubhob korisu...apunk dhoinobad
Bhal..lagil
আপোনাৰ প্ৰতিটো কাহিনিয়ে ইমান সুন্দৰ !! ইমান ভাল লাগিল শুনি বহুত বহুত ধন্যবাত 💫 আপোনালৈ ,!! সচাকৈয়ে ঈশ্বৰৰ সৃষ্টি অপুৰ্ব অতুলনীয় - নাৰি তুমি অনন্যা !!জগত জননি "" !! ধন্যবাত !! বহু ত বহুত মৰম ,আৰু শুভকামনা থাকিল আপোনালৈ ইমান সুন্দৰ কাহিনি দিয়া ৰ বাবে !! 🙏❤️,!!
Bahut sundar ktha val lagil 👌
নাথ দেৱ আপোনাৰ সমস্ত কাহিনী বিলাকৰ দাৰ্শনিক দৃষ্টি ভঙ্গী সচায়ে প্ৰসংখনিয়।শ্ৰী কৃষ্ণায় গোবিন্দায় নমো নমঃ কৃষ্ণ 🙏
ট😅
Val lagil
Aponar kota bohut vall lagil
জয় শ্ৰী মা জগত জননী মা দূৰ্গা 🔱🙏🌼
Hosakoye Naari bohut mahaan.
ছাৰ ভিডিওটো বৰ ভাল লাগিল
Thank you dada....... For new vedio.
সুন্দৰ বহুত সুন্দৰ নাৰী জাতিৰ বন্দনা । সছাই নাৰী মা ভনী পত্নী এই সকলো তেওঁ লোকে ইয়াৰ প্ৰত্যুক ধৰ্ম পালন কৰি আছে।
বহুত ভাল লাগিল কথা খিনি শুনি। হৃদয় চুই গ'ল ❤️🙏
কিমান যে সুন্দৰ ভিডিও ..আপোনাৰ কণ্ঠ সচা আপোনাক ধন্যবাদ
হে প্ৰভূ 🙏🙏🙏
ভিডিঅ'টো অতি সুন্দৰ হৈছে। ধন্য নাৰী শক্তি। বহুত বহুত ধন্যবাদ জনাইছো আপোনাক।
Absolutely right
montu bohut val lage apunar katha bur huni
Nice, val lagile
Bohut val lagile kotha bur huni ❤❤❤😂😢😮
সুন্দৰ ভিডিঅ 👍👍
আপোনাৰ কথাখিনি বহুত ভাল লাগিল আগলৈও যাতে এনেকুৱা কথা শুনিবলৈ পায় 🙏🙏🙏 ধন্যবাদ
I am very happy, lishtening to your original story. Thank you.
সুন্দৰ ❤
বহুত ভাল লাগিল আপুনা কাহানী বিলাক বৰ ভাললাগে
Har har Mahadev
সচাঁ কথা,,, একেবাৰে জলন্ত প্ৰমাণ চকুৰ আগত
Nice video. You are so right
First view and first comment ❤🎉🎉🎉
Jay sriram
Apunak 🙏 jonaiso .
Joy
Nari hokti
Emeen honder vedeo val lagel
Aapunar kotha -kothit kahanibor hriday esporkhakatar 👌👌❤❤❤❤
Aponar pattekto kathae Bahut bahut val lagilse dada apni amak Prerana di ase asha karo amak anekoy prerana di thakib . dada ❤❤ ey video to Chay bahut val lagi ase Atiya.dhannobad dada.
বহুত, বহুত........... ধন্যবাদ।
খুব ভাল লাগিল । নাৰীক সন্মান কৰা টো এটা ধৰ্ম
Ai khañi tu hakalura gyat nahoi hababa bahut bhal lagil
sundar
বহুত ভাল লাগিল আপোনাৰ কথাখিনি শুনি