এই দহটা কাম কৰক সকলো আহিব আপোনাৰ ভৰিত ধৰিবলৈ | HOW TO GET RID OFF MIND TRAPS | ASSAMESE MOTIVATION |

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 ส.ค. 2023
  • এই দহটা কাম কৰক সকলো আহিব আপোনাৰ ভৰিত ধৰিবলৈ | HOW TO GET RID OFF MIND TRAPS | ASSAMESE MOTIVATION |
    About this video:
    Explained how to overcome mind traps.
    Copyright Disclaimer: - Under section 107 of the copyright Act 1976, allowance is mad for FAIR USE for purpose such a as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statues that might otherwise be infringing. Non- Profit, educational or personal use tips the balance in favor of FAIR USE.
    TH-cam Channel Motivator Niranjan লৈ আপোনালোকক স্বাগতম জনাইছো !
    মই ২০১১ চনৰ পৰাই ভাৰত চৰকাৰৰ Skill Development Project ত কাম কৰি আহিছো আৰু প্ৰায় ১০,০০০ মান ছাত্ৰ-ছাত্ৰীক প্ৰ্শিক্ষিত কৰাৰ লগতে সংস্থাপনৰ ক্ষেত্ৰত সহায় কৰি আহিছো । গুৰুত্বপূৰ্ণ কথাটো হল যে আমাৰ লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকল জীৱনৰ লক্ষ্য স্থিৰ কৰাত অসফল । যথেষ্ট সমস্যাৰ সন্মুখীন হব’লগীয়া হয় । সমস্যা অহাৰ লগে লগে কি কৰো কি নকৰো হৈ যায় । ফলত কিছুমান Depression ত ভুগে, বেয়া কামত লিপ্ত হয় । কবলৈ গলে বহুত Negative হৈ যায় । বিশেষকৈ কাম কৰাৰ ক্ষেত্ৰ্ত বহুতে পিছ পৰি থাকে অৰ্থাৎ নিজৰ আৰামৰ পৰিৱেশটো(Comfort Zone) এৰিব নিবিছাৰে যাৰ ফলত কামৰ সুযোগ হেৰুৱাই ।
    এই লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকলৰ Negative mind টো Positive লৈ পৰিৱৰ্তন কৰাই মোৰ এক মাত্ৰ উদ্দেশ্য । মোৰ অভিজ্ঞতাৰ ফালৰ পৰা Channel টোত Publish কৰা Video বোৰৰ যোগেদি লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকলক নিজৰ Careerৰ বিভিন্ন ক্ষেত্ৰত অহা সমস্যা বোৰৰ সমাধান উলিওৱাত সহায় কৰিব বিছাৰো ।
    মোৰ এই যাত্ৰাত আপোনালোকৰ সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলো । মোৰ Video বোৰে যদি আপোনালোকক অলপ হলেও সহায় কৰে তেন্তে মই যথেষ্ট আনন্দিত হম’ । আপোনালোকে Comment কৰিও জনাব পাৰিব- কেনেধৰণৰ বিষয় বস্তু হলে’ উপকৃত হব’।
    ধন্যবাদেৰে
    নিৰঞ্জন
    Thanks for Watching
    Contact for:
    Content Writing
    Motivational Speech
    Voice Over
    niranjansarma77@gmail.com
    #motivatorniranjan
    #assamesemotivationalvideo
    #howtogetridoffmindtrap
    #assamesemotivation
    #assamesepreranamulakbani
    #assameseamritbani
    #amritbani
    #mindtraps

ความคิดเห็น • 14

  • @nimnitamahanta7390
    @nimnitamahanta7390 11 หลายเดือนก่อน

    Bhal lagil

  • @AratiBorah
    @AratiBorah หลายเดือนก่อน

    Very good❤

  • @birenkeot7432
    @birenkeot7432 11 หลายเดือนก่อน

    v.good informatlon

  • @pranjalboragohain5250
    @pranjalboragohain5250 11 หลายเดือนก่อน +3

    বৰ সুন্দৰ মন্তব্য ❤ভাল লাগিল

  • @plabondutta1084
    @plabondutta1084 11 หลายเดือนก่อน +3

    Hundor kotha

  • @devojyotisaikia755
    @devojyotisaikia755 11 หลายเดือนก่อน

    Nice

    • @MotivatorNiranjan
      @MotivatorNiranjan  11 หลายเดือนก่อน

      Thank you

    • @prativatalukdar2520
      @prativatalukdar2520 11 หลายเดือนก่อน

      খুব সুন্দৰ কথা উল্লেখ কৰিছে ভাল লাগিল 🙏🏻🙏🏻

  • @pdpranabdas7237
    @pdpranabdas7237 11 หลายเดือนก่อน +1

    সুন্দৰ কথা কৈছে ❤❤😊

  • @babitagogoiphukan8568
    @babitagogoiphukan8568 11 หลายเดือนก่อน

    Val lagil .

  • @phuleswaritai3584
    @phuleswaritai3584 11 หลายเดือนก่อน

    Huni val lagile

  • @generalknowledgerk1115
    @generalknowledgerk1115 11 หลายเดือนก่อน +1

    অতি সুন্দৰ মন্তব্য 🙏 শুনি বহুতেই ভাল লাগিল।