পৰেশ বৰুৱাক ইতিকিং নকৰিব! || Atanu Bhuyan || Satya

แชร์
ฝัง
  • เผยแพร่เมื่อ 25 ต.ค. 2024

ความคิดเห็น • 404

  • @হেঁপাহৰদলিচাত
    @হেঁপাহৰদলিচাত 2 หลายเดือนก่อน +109

    পৰেশ বৰুৱাক ডাঙৰীয়াক বোমা বিস্ফোৰণ নকৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁক বোমা বিস্ফোৰণ নকৰাৰ বাবে কোনো সচেতন লোকে সমালোচনা কৰা নাই, বৰঞ্চ স্মাৰ্ট অসম আৰক্ষীৰ আচল স্বৰূপ অসমৰ জন- গণে ভাল দৰে দেখা পালে , আৰু তাকহে নিন্দা কৰা পৰিলক্ষিত হৈছে।।

    • @bikashbora9998
      @bikashbora9998 2 หลายเดือนก่อน

      Smart mitar poisa kio eman besi loise
      Heia ki unoti hoise ne assam khon

    • @pabitra9604
      @pabitra9604 หลายเดือนก่อน

      Chuppp kela ​@@bikashbora9998

  • @DumonKoushik-yb8yi
    @DumonKoushik-yb8yi 2 หลายเดือนก่อน +151

    সুন্দৰ উপস্থাপন!পৰেশ বৰুৱাই আলফাৰ শক্তি দেখুৱালে যে আমি ইচ্ছা কৰাহলে কালি বমা ফুটাব পাৰিলো হেতেন!

    • @DARKANGEL-uy3nw
      @DARKANGEL-uy3nw 2 หลายเดือนก่อน +8

      Axom khn luti khua montri mla ghrt bomb Paresh r pukort Dom thakibo lgibo sah baganor manager,oil r maruari kitake Dom di jiai ase ru 😂😂😂 suaseleka votua kukure

    • @bidyutbikashtalukdar8675
      @bidyutbikashtalukdar8675 2 หลายเดือนก่อน

      Tur asol name ki ? Thaka kot?​@@DARKANGEL-uy3nw

    • @rupomray8162
      @rupomray8162 2 หลายเดือนก่อน

      এইটো আৰু কি শক্তি দেখুৱালে ,লুকাই চুৰ কৰি বোমা দি মানুহ মাৰি বীৰত্ব দেখাই কি লাভ আছে

    • @mayurgogoi7886
      @mayurgogoi7886 2 หลายเดือนก่อน

      Maror bhumit maribi jaa ​@@DARKANGEL-uy3nw

  • @podunyaborah
    @podunyaborah 2 หลายเดือนก่อน +215

    অসমৰ আৰক্ষীৰ প্ৰশাসনৰ তকৈ আলফা স্বাধীন বহুগুণে শক্তিশালী তাৰে প্ৰমাণ কৰি দেখুৱালে। বেলেগ একো নাই।

  • @LabajitGohain
    @LabajitGohain 2 หลายเดือนก่อน +155

    আলফা নাথাকিলে আমি অসমত অসমীয়া। বুলি পৰিচয় দিব নোৱাৰিম হিমনতয় চলোৱাৰ দৰে চৰকাৰ চলালে আলফা জিন্দাবাদ জয় আই অসম

    • @Loveassam8364
      @Loveassam8364 2 หลายเดือนก่อน +3

      Ekdom hosa kotha

    • @HirakDeka-t9y
      @HirakDeka-t9y 2 หลายเดือนก่อน

      😂😂😂😂😂😂😂😂😂😂fof2

    • @jugeswarphukan9726
      @jugeswarphukan9726 2 หลายเดือนก่อน

      Aitu.haitiea.

    • @Riyan_Rajbanshi_
      @Riyan_Rajbanshi_ 2 หลายเดือนก่อน

      Ki blr vl kam korise alphai 😂😂 tare eta vl kam r nam ko.. axomiya nirdukhi manuh xinik hotya korar bahirw kar blr val kam korise maire muti kon kora soku keita loi asa maksudu

    • @KAPFF
      @KAPFF 2 หลายเดือนก่อน

      Olop pohibo 😂

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj 2 หลายเดือนก่อน +180

    পৰেশ অসম এজন ব্যক্তি নহয় | জাতিৰ এক শক্তি |

  • @nabajyotigogoi1651
    @nabajyotigogoi1651 2 หลายเดือนก่อน +9

    পৰেশ বৰুৱা ডাঙৰীয়াক অশেষ ধন্যবাদ বোমাবোৰ বিস্ফোৰণ নকৰোৱাৰ বাবে । অসমৰ ৰাইজৰ প্ৰতি যে তেওঁৰ প্ৰেম আছে তাকেই প্ৰমাণ কৰে। ধন্যবাদ বৰুৱা ডাঙৰীয়া 🙏🙏🙏

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj 2 หลายเดือนก่อน +118

    যদিহে আলফা অসমৰ পৰা বিলুপ্ত হৈ যায় জাতিটোৰ আয়ুস আৰু টুটিব |

    • @DipamanibharLiMedhi-tv4zj
      @DipamanibharLiMedhi-tv4zj 2 หลายเดือนก่อน +1

      @@user-jhdk777j বোম দি সাহসিকতাৰ পৰিচয় দিছে | নুফুটাই জাতীয় প্রেম দেখুৱাইছে | গাধৰ দৰে কথাবোৰ কিয় কয় ? ইতিহাসে কি কয় ??

    • @angelmukesh2010
      @angelmukesh2010 2 หลายเดือนก่อน

      bl...

    • @udaychangmai7625
      @udaychangmai7625 2 หลายเดือนก่อน

      Tinsukiyat jikunu bihari k gali pari saa tar pasot gom pabi akhomte akhomiya k bihariye kebekoi pitibo... ​@@user-jhdk777j

    • @KAPFF
      @KAPFF 2 หลายเดือนก่อน

      Ulfa uprt likha kitap bur olp pohibo sun

    • @mrit822
      @mrit822 2 หลายเดือนก่อน

      ​@@user-jhdk777japuni jonghol t thaka kotha koise adha khini tu ahi bharot sarkar lgot ki krile aponi dekha ny sokure ki package lbo gos Puli rubo ahibo lage ne ki poresh barua k dekhi Axom r lora jwa ny atia axomia r mnot akha ase karone jai ru kiman ulfa axomia lora morise Kune marise aponi dekhise ne ulfa r namot ulfa r namot kiman buwari jiori k dhorkhon krile xeia Kune krise aponi dekhise ne aji Axom t bahira manu vori porile kar karone hoise gom paise ne bharot sorkar r karone aji luke axomia r dabi bilak aku ata kora ny assam accord ki hol aji luke akhon ma sukti bharot sorkar lgot xofol hoise ne alop dinor agot ulfa r lgot ki hol dekha ny Axom k swadhin axomia e korise blege kora ny ulfa ase karone axomia r alop holew power ata ase dekhise nhoi axomia manu kiman komi komi ahise xeia r mat matok nhole ru alop din pisot aku kribo nwaribo amar manu anekwa e akota ny nagaland k sawok unity ase babe nijor potoka urai ase

  • @7gc970
    @7gc970 2 หลายเดือนก่อน +68

    আলফাৰে শক্তিৰ দেখাই দিলে । আলফাৰে ইচ্ছাৰ কৰাৰ হলে বোমাৰ দিব যে পাৰে তাৰে প্ৰমাণ কৰিলে ।

  • @bhabeshkalita5872
    @bhabeshkalita5872 2 หลายเดือนก่อน +8

    পৰেশ বৰুৱাক বোমা বিস্ফোৰণ নকৰাৰ বাবে ধন্নবাদ দিছোঁ

  • @polashediting12k
    @polashediting12k 2 หลายเดือนก่อน +30

    অসম পুলিচ ৰিলছ বনুৱাত ব্যস্ত 😂

  • @dhonbaruah
    @dhonbaruah 2 หลายเดือนก่อน +50

    এইবাৰ দেখোন স্বাধীনতা দিৱস বুলি ৰাস্তা ঘাতে একো পুলিচৰ চেকিং নাই এইবোৰ সকলো politics হৈ মামা

  • @Bora_Traveling_vlog
    @Bora_Traveling_vlog 2 หลายเดือนก่อน +2

    পৰেচ বৰুৱা ডাঙৰিয়াই বমা নুফুতুৱাৰ বাবে ধন্যবাদ জনালো ।

  • @JintusunuGogoiJintusunuGogoi
    @JintusunuGogoiJintusunuGogoi 2 หลายเดือนก่อน +4

    "আমি যে বিছাৰিলে সকলো কৰিব পাৰোঁ , কিন্তু অসমৰ প্ৰতিজন অসমীয়াৰ তেজৰ মূল্য আমিও অনুভৱ কৰোঁ " তাকেই বুজিলোঁ...
     অসমৰ গৃহ বিভাগ আমাৰ বাবে যেন একোৱেই নহয় , এই কথাটো আজিয়েই পৰেশ বৰুৱাই প্ৰমান কৰি দেখুৱাই দিলে ।

  • @ujjalgogoi1709
    @ujjalgogoi1709 2 หลายเดือนก่อน +12

    ৰঞ্জন দৈমাৰীক নাতানিব ডাঙৰীয়া তেখেতে যেনেকৈ নহ'লেও নিজৰ বৰোভূমীখন নিজৰ জাতিটোৰ সৈতে বহুত কৰিছে আমাৰ আলফা নেতা কেইজনমানে ছালফা হৈ টকা ঘতি তনকিয়াল হোৱাৰ বাদে আৰু কি কৰিলে ডাঙৰীয়া সকলোতে দেখোন তেওঁলোকৰ হে আগস্থান। লাগিলে তেওঁলোকৰ শিক্ষা নাথাককেই আৰু এখন সমাজত ডিগ্ৰীধাৰী এজন ব্যক্তি যদিহে ভেঞ্চাৰ স্কুলৰ হয় তেখেতক কিয় সেই সন্মান দিয়া নহয়।

    • @mgnkl
      @mgnkl 2 หลายเดือนก่อน

      Amar manuh khini hubidhabadi hoi

  • @parameswarnath-ps1fb
    @parameswarnath-ps1fb 2 หลายเดือนก่อน +2

    অসমীয়া জাতিৰ শক্তি আলফা সদস্য আৰু পৰেশ ডাঙৰীয়া দেৱক ধন্যবাদ জনালো।

  • @dalideka9996
    @dalideka9996 2 หลายเดือนก่อน +3

    ধন্যবাদ এনেকুৱা ঘটনা সংঘটিত নকৰা বাবে।বোমা দি আকৈ এবাৰ কোনো মাকৰ বুকু খুধা নকৰিব।

  • @priyankubaruah3362
    @priyankubaruah3362 2 หลายเดือนก่อน +5

    Simply ask Paresh Baruah if He has ever been to Tezpur or not. And if he has seen the Hari Hara War Depiction at Agnigarh. When Lord Krishna is believed to be here in Tezpur how come Assam be different from Bharat. All his Yandaboo treaty is a propaganda. We are Part of this Bharat Bhoomi and he must accept it.

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj 2 หลายเดือนก่อน +17

    ইতিহাসে আলফাৰ দাবীক নায্যতা প্রদান কৰে |

  • @gunakantadhadumia-hl5tq
    @gunakantadhadumia-hl5tq 2 หลายเดือนก่อน +7

    আলফাই ইচ্ছা কৰিলে - অসমত এক ৰক্তাত্ৰ পৰিবেশৰ সৃষ্টি কৰিব পাৰে । সেই কথাটোকে প্ৰমাণ কৰিলে । আলফাই বিচৰা স্বাধীন অসম ৰ সোৱাদ অসমৰ জনগনে কেতিয়া লাভ কৰিব -সেয়া সময়ে কব ।কিন্তু অনাগত দিনত স্বাধীন অসমৰ প্ৰাসংগ্ৰিকতা কেতিয়াও নূই কৰিব নোৱাৰি । অসমৰ বিভিন্ন জাতি- জনগোষ্ঠিৰে সংমিশ্ৰিত জনগণে কেন্দ্ৰৰ শোষন -বঞ্চনাৰ পৰা মুক্ত হৈ কেতিয়া আত্মনিয়ন্ত্ৰৰ অধিকাৰ লাভ কৰিব সেইটোহে অধিক চিন্তনীয় বিষয় । অসমৰ সম্প্দৰ ওপৰত অসমবাসীৰ স্ব-নিয়ন্ত্ৰণৰ অধিকাৰ যেতিয়া লৈকে প্ৰতিষ্ঠা নহব তেতিয়ালৈকে অসম আৰু অসমীয়া জাতিৰ অস্তিত্ব সদায় পৰনিৰ্ভৰশীল হৈ থাকিব লাগিব -সেয়া ধ্ৰৰুপ । তাৰ কাৰনে কিন্ত্ব ৰাজনৈতিক ব্যৱস্থাটোই জগৰীয়া । কোনো এখন চৰকাৰেই অসম আৰু অসমীয়া অস্তুিত্ব অনন্তকালৰ বাবে সুৰক্ষিত কৰাৰ !দূৰৰ্দশী পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই । বিভিন্ন জাতি-জনগোষ্ঠি প্ৰবিত্ৰ সাতাম পুৰুষীয়া মিলনৰ সেতু ডাল ৰাজনৈতিক ভাৱে খণ্ড-বিখণ্ড কৰি সংমিশ্ৰিত সমগ্ৰ অসমীয়াজাতিৰ সামগ্ৰিক ধাৰনাতোকে ম্লান কৰি পেলালে । গতিকে স্বাধীনতাৰ ভূৱা স্বপ্নত যেন সকলোৱে হাত উজান দিছো । কিন্তু এটা সময়ত যুক্তৰাষ্টীয় ব্যৱস্থাৰে যেতিয়া ৰাষ্ট্ৰ পৰিচালিত হব তেতিয়া স্বাধীন অসমৰ প্ৰাসংগ্ৰিকতাই তুংগত উঠিব ।

  • @amu536
    @amu536 2 หลายเดือนก่อน +5

    ঠিক কৈছে👏আমাক শান্তি লাগে।বোমা হওঁক নহওঁক আৰক্ষী ব্যৰ্থ।ইতিকিং কৰাটো ভুল।

  • @ankursharma2282
    @ankursharma2282 2 หลายเดือนก่อน +8

    এটা কথা ঠিক সংগ্ৰামক কেতিয়াও নুই কৰিব নালাগে যিটো প্ৰতাৰকৰ ভূমিকা লৈ ভাৰত চৰকাৰে কৰি আহিছে।

  • @sbmagasbmaga
    @sbmagasbmaga 2 หลายเดือนก่อน +4

    জয় আই অসম। পৰেশ বৰুৱা জিন্দাবাদ

  • @Dhasu-Gamer-----------6115
    @Dhasu-Gamer-----------6115 2 หลายเดือนก่อน +6

    পৰেশ বৰুৱা ডাঙৰীয়াই এইটো বুজাব বিচাৰিলে যে ইচ্ছা কৰিলে আলফা স্বাধীন এ শদিয়া পৰা ধুবুৰী লৈকে বম্ দিব পাৰে যিমান কটকটীয়া নিৰাপত্তা আৰক্ষী থাকিলেও।।। অসম আৰক্ষীৰ কাম নাই

  • @অসমীয়াhindu6777
    @অসমীয়াhindu6777 2 หลายเดือนก่อน +10

    পৰেশ বৰুৱাক আওকাণ কৰাটো মহা মূৰ্খামী হব আৰু আৰক্ষী সাধাৰণ বাহন চালক সকলৰ চালান কটাত ব্যস্ত, pb য়ে স্মাৰ্ট পুলিচ ৰ স্বৰূপ দেখুৱাই দিলে 😂😂😂

  • @brothersglobe5706
    @brothersglobe5706 2 หลายเดือนก่อน +33

    আলফাৰ শক্তি আৰু স্থিতিৰ ওচৰত অসম পুলিচ যে অৰ্থহীন এয়া তাৰেই জ্বলন্ত প্ৰমাণ। ৰাস্তাৰ বাইক আৰোহী, প্ৰতিবাদী সাধাৰণ জনগণৰ ওপৰত বৰমতা দেখুওৱা অসম পুলিচ আৰু সোপাঢিলা প্ৰশাসনে আলফাৰ বিবৃতিৰ পিছতহে বোমা সংস্থাপন কৰা স্থান বিচাৰি পায়। ধিক্কাৰ।

    • @shivjisongs9278
      @shivjisongs9278 2 หลายเดือนก่อน

      hyy deii...

    • @carshorts7621
      @carshorts7621 2 หลายเดือนก่อน +1

      হয় কথাটো।

  • @mridultalukdar7913
    @mridultalukdar7913 2 หลายเดือนก่อน +9

    অসম খনলৈ চৰকাৰৰ আৰু অলফাৰ মাজত সংঘাতত সাধাৰণ মানুহক নামাৰিব এনে দুখ জনক কম নকৰিব 😪🙏🙏

  • @gunaramhazarika1784
    @gunaramhazarika1784 2 หลายเดือนก่อน +6

    তাহানি দিনত আলফা সকল গাঞে চহরে ঘুরোতে দুনিতী কম হৈছিল বতমান সকলোতে দুনিতী চলিছে

  • @jitul7316
    @jitul7316 2 หลายเดือนก่อน +8

    আৰক্ষীয়ে Reels বনায় আছিল বোলে 🙂

  • @joyshreedasgohain3420
    @joyshreedasgohain3420 2 หลายเดือนก่อน +5

    পৰেশ বৰুৱা আপোনালৈ শডবাৰ পণাম জনায় ছো কাৰন অসমৰ আৰক্ষী শোই থাকে মূল যদি কৈছোঁ ক্ষমা কৰিব

  • @RinkuDas234
    @RinkuDas234 2 หลายเดือนก่อน +6

    চীন নালাগে বাংলাদেশে কব্জা কৰি ল'ব অসম😂 স্বাধীন অসম লাগে, বিহাৰ আদিত কৰি অসমৰ অৱস্থা বহুত ভাল ইয়াত আৰু কি স্বাধীনতা লাগে। মই ভাৰতীয় হিচাপেহে গৌৰৱ অনুভৱ কৰোঁ 🎉

    • @mrit822
      @mrit822 2 หลายเดือนก่อน

      Toi bongali toi mat matibo nalage ami axomia buli he gourav koru India r karone aji bangladesh e lbo ami bleg hwa hoi aji xantit thakilu hoi gom pale Bihar lgot tulona nkoribo amar Axom r history Bihar t koi bohut gune val

  • @debakrishna1223
    @debakrishna1223 2 หลายเดือนก่อน

    ধন্যবাদ কথা বোৰ ভাল দৰে বোজা ই আমাক অৱগত কৰায় দিয়া বাবে 🙏🏻 জয় আই অসম

  • @tanushmy
    @tanushmy 2 หลายเดือนก่อน +3

    Ur right Sir.
    Smart police without any Smartness.

  • @minudevi785
    @minudevi785 2 หลายเดือนก่อน +1

    শান্তিৰ বাতাৱৰণ বৰ্তাই ৰাখক মুখ্যমন্ত্ৰীৰ
    কথাখিনিও সত্য

  • @arundas2956
    @arundas2956 2 หลายเดือนก่อน +4

    Atanu sir, aap ka news main bahut like karta hoon. Aap bahut soft li news parte ho sir. You are great sir., 🙏

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj 2 หลายเดือนก่อน +12

    স্বাধীনতা অসমীয়া জাতিৰ আজন্ম অধিকাৰ |

    • @HirakDeka-t9y
      @HirakDeka-t9y 2 หลายเดือนก่อน

      😂😂😂😂😂😂 fof2

    • @DipamanibharLiMedhi-tv4zj
      @DipamanibharLiMedhi-tv4zj 2 หลายเดือนก่อน

      @@HirakDeka-t9y কুকুৰ পোৱালি

    • @HappyCheeseBoard-kn7nr
      @HappyCheeseBoard-kn7nr 2 หลายเดือนก่อน

      ​@@HirakDeka-t9ykam bon nai ... comment Mari aso fofo fofo Sai asu tuk

    • @HirakDeka-t9y
      @HirakDeka-t9y 2 หลายเดือนก่อน

      @@DipamanibharLiMedhi-tv4zj owak thuu

    • @DipamanibharLiMedhi-tv4zj
      @DipamanibharLiMedhi-tv4zj 2 หลายเดือนก่อน

      @@HirakDeka-t9y তই গু খোৱা কুকুৰ

  • @dkvlogs0145
    @dkvlogs0145 2 หลายเดือนก่อน +3

    অসম আৰক্ষীৰ গৃহ বিভাগৰ মন্ত্ৰী মহোদয়হে চাৰেন্দাৰ কৰাৰ পৰিৱৰ্তে বেচেৰাটোৰ বিকল্প বুলিবলৈ কিনো আছে।

  • @dekhosikho5926
    @dekhosikho5926 2 หลายเดือนก่อน +5

    First view from Goalpara

  • @sailenbaruah682
    @sailenbaruah682 2 หลายเดือนก่อน +6

    জয় আই অসম✊

  • @BktupanGood-bf5rg
    @BktupanGood-bf5rg 2 หลายเดือนก่อน +2

    নিজকে স্মাৰ্ট আৰক্ষী বুলি সাত ইঞ্চি বুকু ফুলাই খাকি পোছাক যুৰ পিন্ধি সাধাৰণ জনতাৰ ওপৰত ,,,ৰিক্স্বাৱলা,থেলাৱালা ওপৰত দাদাগীৰি দেখাই ফুৰা স্মাৰ্ট আৰক্ষী ফোপোলা স্বৰূপ ওলাই পৰিল কিমান স্মাৰ্ট

  • @axomiya12lora
    @axomiya12lora 2 หลายเดือนก่อน +3

    পৰেশ বৰুৱাৰ দৰে "কা" আ ইন খনৰো এইদৰে চিন্তা চচ্ছা কৰা হলে ভাল আছিল |

  • @jatindutta2244
    @jatindutta2244 2 หลายเดือนก่อน +1

    You are absolutely right

  • @WelcomeLS
    @WelcomeLS 2 หลายเดือนก่อน

    পোন প্ৰথমে অসম আৰক্ষীক ধন্যবাদ জনালোঁ।
    আৰু লগতে এটা সৰু কথা কওঁ অসম (আৰক্ষী) আপোনালোকে বাইক, গাড়ী, হেলমেট, poluson, insu.... বাদ দি গুৰুত্বপূৰ্ণ বিষয় বোৰ চালে ভাল।
    মই কিন্তু আলোচনা পন্থি আলফা পৰেশ বৰুৱা ডাঙৰীয়াক support কৰা নাই কিন্তু অসম আৰক্ষীয়ে এবাৰ ভাবি চাওক যদি বম(BOOM) বোৰ বিস্ফোৰণৰ হল হেতেন কি হ ল হয়।
    ধন্যবাদ অসম আৰক্ষী🙏 ঘেন্টা দাল কৰি আছিল।

  • @JajaborMintusarma
    @JajaborMintusarma 2 หลายเดือนก่อน

    অতনু দা আপোনাক বহুত শ্ৰদ্ধা কৰোঁ এজন সাংবাদিক হিছাপে৷

  • @upenkalita7103
    @upenkalita7103 2 หลายเดือนก่อน +2

    Assam CM best statement yes paresh baruah help assam Developed

  • @pranabkalita3264
    @pranabkalita3264 2 หลายเดือนก่อน +1

    এই বিলাক টকাৰ খেল, দুখীয়াক মাৰি টকা ঘটিব পাৰিলে সকলো সম্ভৱ ,বাকি খিনি বুজি চাব ।

  • @missionias7894
    @missionias7894 2 หลายเดือนก่อน +16

    বৰুৱাই নিজৰ অস্তিত্ব জাহিৰ কৰিছে নি। সাপ হৈ খুতে বেজ হৈ জাৰে, আমি ধেমাজি কাণ্ড এতিয়াও পাহৰা নাই আৰু নাপাহৰিম ও ।

    • @mgnkl
      @mgnkl 2 หลายเดือนก่อน +1

      Bhonimai Dutta k pahorili nki?

  • @jemodasai1823
    @jemodasai1823 2 หลายเดือนก่อน +5

    Assam police দৃষ্টি বেলেগত (টকাত) হে থাকে...।

  • @himankapathak
    @himankapathak 2 หลายเดือนก่อน

    অসমৰ উন্নতি হ'লে পৰেশ বৰুৱাৰ অনুন্নতি হ'ব

  • @pranjalsaikia7163
    @pranjalsaikia7163 2 หลายเดือนก่อน +12

    Really Axomiya raijok teo bohut val pai

  • @deepjyotiboruah9496
    @deepjyotiboruah9496 2 หลายเดือนก่อน

    আলফাই যি নহলেও এটা কথা ষ্পষ্ট ভাৱে অসমৰ ৰাইজক বুজাই দিছে যে , শোষণকাৰী চৰকাৰ আৰু দূৰ্বল প্ৰশাসনৰ চত্ৰছায়াত ৰাইজখনযে একেবাৰে নিৰাপদ নহয় । গতিকে ব্যক্তিকেন্দ্ৰীক তথা স্বাৰ্থলোভি কোনো দল-সংগঠন তথা ৰাজনৈতিক নেতা - পালিনেতাৰ সেই বদন , লালুকসোলা মোমাই তামূলীবোৰক চিনাক্ত কৰিব হল ।

  • @dkcextratime1105
    @dkcextratime1105 2 หลายเดือนก่อน

    এখেত নথকা হলে ইমান দিনে জাতিটো কেতিয়াবা ই অস্তিত্ব নাইকীয়া হল হেতেন।

  • @kangkankk4469
    @kangkankk4469 2 หลายเดือนก่อน +1

    It was only a warning frm Foresh Baruah to our USTAAD

  • @ritudeka8891
    @ritudeka8891 2 หลายเดือนก่อน +1

    বিশেষকৈ মিডিয়া ৰ কাম নাই

  • @prodyutborpatragohain8349
    @prodyutborpatragohain8349 2 หลายเดือนก่อน

    ভয় সৃষ্টি নকৰাৰকৈ অসমীয়া সমস্যা সমাধানৰ বাবে মাত মাতি।

  • @NayanSarma-c5q
    @NayanSarma-c5q 2 หลายเดือนก่อน

    Hoi dada poresh বৰুৱাই bahut val kori boma bilak nifutil
    তেখেতক বহুত ধন্যবাদ , বৰুৱা sir apuni
    Anekuwa kam নকৰিব যি অসমীয়া মানুহৰ ক্ষতি হব plz ,

  • @pallabgogoi-pt3zb
    @pallabgogoi-pt3zb 2 หลายเดือนก่อน

    Joi ai axom🙏

  • @prahladmili3651
    @prahladmili3651 2 หลายเดือนก่อน +1

    আলফাৰ এটি অৰ্থহীন শব্দ

  • @sulochanaverghese1164
    @sulochanaverghese1164 2 หลายเดือนก่อน

    Thik kotha koise Atanu Da. Social media manuh bure use koribo najane. Kiyo iman provocative comment di thake nohoi kobo nuaru. Mane olopu broadly bhabi nasai.

  • @nikdrawing2374
    @nikdrawing2374 2 หลายเดือนก่อน +1

    আলু নে বোমা নাজানো আৰু,,😅

  • @BimanSaikia-eh6gc
    @BimanSaikia-eh6gc 2 หลายเดือนก่อน +12

    অ স ম ত অ স মিয়া ডেকবো ৰ মৰি শেষ হোৱাৰ পাছত স্বাধীন পৰাধীন বুলি কিবা থাকিবনে

  • @mrinalborah8688
    @mrinalborah8688 2 หลายเดือนก่อน +2

    Ulfa j bohut powerful tar proman Aru nlage.jotei ase hokolu kukhole thakok😢

  • @bimanjyotiboruah3818
    @bimanjyotiboruah3818 2 หลายเดือนก่อน

    আলফা সদাই সত্য আৰু শক্তশালী

  • @ArjunRajbongshi-ht2xs
    @ArjunRajbongshi-ht2xs 2 หลายเดือนก่อน +1

    মুঠতে অসমত মামা আৰু মামীৰ সম্পত্তি ক্ৰয় কৰা বন্ধ কৰিব লাগে।

    • @nikdrawing2374
      @nikdrawing2374 2 หลายเดือนก่อน

      😅,,, এদিন এই সম্পত্তি zero লৈ পৰিবৰ্তন হব,সময় আহিব,সময়ৰ বিচাৰ সকলোতে সমান

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 หลายเดือนก่อน

    মামাই নিৰলজ আত্মসমৰ্পন। চৰকাৰ আৰু অসম আৰক্ষীৰ ফোপোলা স্বৰূপ ওলাই পৰিল।

  • @gokulnath3591
    @gokulnath3591 2 หลายเดือนก่อน

    jai i assam. ❤ mur ma mohan. amar khunor assam. jai hind... ❤❤ jai bharot🎉🎉🎉

  • @SimantaBayan-x8i
    @SimantaBayan-x8i 2 หลายเดือนก่อน

    I Simanta Bayan ( Assom ) . I support Respect Mr. Paresh Boruah and Also Police Department and Also Media groups. Reseaon I don't know. But I like all of you.

    • @SimantaBayan-x8i
      @SimantaBayan-x8i 2 หลายเดือนก่อน

      Jag Oi Jag, Aah Oi Aah. Prayujan Aaji Janani Santan. জাগ ঐ জাগ, আহ ঐ আহ । প্ৰয়োজন আজি জননীৰ সন্তান । ধন্যবাদ ।

  • @kuhusvlog4everyone590
    @kuhusvlog4everyone590 2 หลายเดือนก่อน +2

    U r right

  • @prasurjyadas606
    @prasurjyadas606 2 หลายเดือนก่อน

    Ulfa main joi ai axom ag jagai jagai bharir utpat hoisa agor Dora ulfar power thakil hoi tatya hola amar axom balag ata dhuniwa hoi thakil hoi I love ulfa joi ai axom ❤❤❤❤❤❤❤

  • @KAPFF
    @KAPFF 2 หลายเดือนก่อน +1

    হাবিত কাহে উলাই নাহে 😂

  • @simantasaikiaofficial9196
    @simantasaikiaofficial9196 2 หลายเดือนก่อน

    অসম পুলিচৰ ব্যৰ্থতা প্ৰকাশ পালে

  • @Bsumtry__Tonny
    @Bsumtry__Tonny 2 หลายเดือนก่อน

    People should not insult the organization for the failure of explosion. With the network the organization is having anything is possible. It's up to them if they want it to be happened or not.

  • @latumoni7464
    @latumoni7464 2 หลายเดือนก่อน

    আপুনি একদম Right কৈছে

  • @RakeshDas-bt5my
    @RakeshDas-bt5my 2 หลายเดือนก่อน

    হিমন্ত গিহ বিভাগৰ ত্যাগ কৰক

  • @ritudeori5116
    @ritudeori5116 2 หลายเดือนก่อน

    Apuni right kotha koisa atanu dagoria .

  • @newdiscoveryeducation7659
    @newdiscoveryeducation7659 2 หลายเดือนก่อน

    এজন বিশেষ ব্যক্তিয়ে যে লাজ পাইছে সেইটো বুজায় বুজিছে l

  • @TRAVELLIFE-mm4os
    @TRAVELLIFE-mm4os 2 หลายเดือนก่อน +1

    দাদা আপুনি পৰেশ বৰুৱাৰ ভয় কিও খুৱাব বিচাৰিছে? নে এইবাৰ বৰুৱা দাক Market ot অনাৰ যো যা চলাই থাকা যেন হে লাগিল

  • @67Vijay67
    @67Vijay67 2 หลายเดือนก่อน

    LOVE FROM BORSOLA 💜✅

  • @ranjitmahanta1565
    @ranjitmahanta1565 2 หลายเดือนก่อน

    অসমৰ সোপাঢিলা প্ৰশাসন যন্ত্ৰ আৰু গৃহ বিভাগক এই ঘটনাটোৱে উদঙাই দেখুৱালে ৷ লগতে আলফাই যে ইচ্ছা কৰিলে হেলাৰঙে সকলো কৰিব পাৰে সেই কথাটো স্পষ্ট কৰিলে ৷ এনেকুৱা এখন নাটক কৰি ৰাজ্যৰ আৰক্ষী বাহিনীটোক বোমাতংক কৰি সেই কামত ব্যস্ত ৰাখি দেশৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচী পালনত কৌশলেৰে বাধা দিলে ৷ এইটোৱেই আচল কথা ৷

  • @jalilali6352
    @jalilali6352 2 หลายเดือนก่อน

    Thank you pares sir.

  • @bhargabsarania2485
    @bhargabsarania2485 2 หลายเดือนก่อน +1

    12 টা মাহত 13 টা channel

  • @kakalidutta1741
    @kakalidutta1741 2 หลายเดือนก่อน +4

    একেবাৰে সত্য কথা। এতিয়া আমাৰ চৰকাৰে আৰক্ষীৰ নগ্নতা দেখা পালে নে? এতিয়া আমাৰ মামাই ডাঙৰীয়া বোলি সম্বোধন কৰি বৰ নম্ৰ ভাবে অনুৰোধ কৰা দেখি শুনি ভাবিবলৈ বাধ্য যে তেওঁ নত স্বীকাৰ কৰিছে।

  • @Raha_Lora
    @Raha_Lora 2 หลายเดือนก่อน

    ULFA JINDABAAD🎉

  • @sanjibsaikia792
    @sanjibsaikia792 2 หลายเดือนก่อน +3

    Axomia manuhok boruah dangoriai maribo bisora nai.teu mathu power2 ha dekhale

  • @cherapunji105
    @cherapunji105 2 หลายเดือนก่อน +2

    ডাঙৰীয়া পৰেশ বৰুৱা ৱাঃ ভয় লাগে নেকি আপোনাক

  • @NKMedia-d6k
    @NKMedia-d6k 2 หลายเดือนก่อน

    অতনু ভুঞা মহাশয়,
    হিমন্ত বিশ্বৰ এজন চামচা মহোদয়
    এইবোৰ যে এখন নাটক আছিল,আলফা আৰু মামাৰ এইয়া যে অসমীয়ালৈ Prank আছিল আৰু মামীৰ সম্পত্তি কেলেংকাৰীৰ বাতৰি শাম কটাবলৈ এই নাটকখন কৰিছিল সেইয়া সকলোৱে বুজি পালে৷
    আপুনিও বুজি পাই অতনু ভুঞা মহাশয় কিন্তু কি কৰিব আপুনি যে মামাৰ চামচা,
    আকৌ যে News Live ৰ মুখ্য সম্পাদক হোৱাৰ আশাত মামাক তেল মাৰি আছে সকলোৱে গম পাইছে৷

  • @LeaLovers-et9pw
    @LeaLovers-et9pw 2 หลายเดือนก่อน

    Let TATA do d best things 4 us ,,,CM also wants these ....but unless d reall grassroot development will come from ,,by ease of doing business/industries ,,

  • @RakeshLahkar-c9n
    @RakeshLahkar-c9n 2 หลายเดือนก่อน +1

    Right sir.

  • @bidiptagogoi5982
    @bidiptagogoi5982 2 หลายเดือนก่อน

    Joi aai akhom ❤🎉🎉❤

  • @binoddutta4714
    @binoddutta4714 2 หลายเดือนก่อน

    কেৱলমাত্ৰ বিজেপিৰ চৰকাৰ নালাগে।

  • @putukanmoran2509
    @putukanmoran2509 2 หลายเดือนก่อน

    Val kotha mama tata Company assam ahar babe

  • @mriduprabandutta8781
    @mriduprabandutta8781 2 หลายเดือนก่อน

    পৰেছ দা আপোনাৰ দম নাই । হিমন্তু দাই ছফা দিব

  • @shelyh3612
    @shelyh3612 2 หลายเดือนก่อน +1

    Apuni ekdom thik kotha koise

  • @sanugogoi753
    @sanugogoi753 2 หลายเดือนก่อน

    অসম পুলিচ খিনি অকল চেকিংৰ কাৰণেহে 😂😂😂😂
    বাকী কাম নাই বুলি প্ৰমাণ হল 😂

  • @Focus-gi5cd
    @Focus-gi5cd 2 หลายเดือนก่อน

    পৰেশ বৰুৱা >>>>>> হিমন্ত বিশ্ব শৰ্মা

  • @pintoroy6961
    @pintoroy6961 2 หลายเดือนก่อน +1

    Right aitu he demo dekhuyaise aitor jorio te kobo bicha rise j teo loke ki koribo noware

  • @dipankarrabha6194
    @dipankarrabha6194 2 หลายเดือนก่อน

    মামাৰ বিভাগত থকা পিছতো কেনেকৈ সিহঁতে বোমা থব পাৰিলে

  • @MintuKr-l5c
    @MintuKr-l5c 2 หลายเดือนก่อน

    মই অসমৰ ল'ৰা ‌ইয়াত সকলোয়ে মিলি জুলি থাকিব লাগে আমি দুখিয়া মানুহ ‌কিৱা কৰি‌খাই আছো । সেই বোৰ ‌নকৰিলে ভাল পাম পৰেশ বৰুৱা ছাৰ

  • @harishhazarika806
    @harishhazarika806 2 หลายเดือนก่อน

    মূখ্য মন্ত্ৰী ডাঙৰীয়াৰ সম্পত্তীৰ উইল কৰাৰ কাহিনীটো কিবা কৈ তল পৰিল দে...নহলে অখিল গগৈ ডাঙৰীয়াই যেনেকৈহে লাগিছিল...

  • @sofikulislam7533
    @sofikulislam7533 2 หลายเดือนก่อน +3

    আপুনি সাম্প্ৰদায়িক ভিডিও কিছু পৰিহাৰ কৰাৰ বাবে আপোনাৰ ভিডিওৰ ভিউ বহুত বাৰিল।আপুনি অভিজ্ঞতা থকা সাংবাদিক।আশা কৰো নিৰপেক্ষ নিউজ কৰিব ।ধন্যবাদ অতুনা দা ।

  • @biswadevkataki
    @biswadevkataki 2 หลายเดือนก่อน

    আপুনি বৰ্তমান কাৰ গুণ গাই আছে।বৰুৱা আৰু মামা একে।