অকালতে আমাৰ মাজৰ পৰা হেৰুৱাই যোৱা কিশোৰ দাস ঘুৰি আহিছে
ฝัง
- เผยแพร่เมื่อ 8 ก.พ. 2025
- 📌অভিনেতা কিশোৰ দাসৰ কথা মনত আছেনে ?
📌অকালতে আমাৰ মাজৰ পৰা হেৰুৱাই যোৱা কিশোৰ দাসে যেন ঘুৰি আহিছে
📌সাইলাখ কিশোৰ দাস,অভিনয় শৈলীও একে
📌আৰিফ ৰাজাই খলকনি তুলিছে সামাজিক মাধ্যমত
#kishordas #assameseactor
তুমি সঁচাকৈ আমাৰ অতি জনপ্ৰিয় কিশোৰ দাসৰ জেৰক্স কপি। তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।
কিশোৰ দৰে নহয় হেৰৌ পাথ্যক আছে মৃত আত্মাক কষ্ট নিদিয়াই ভাল
কিশোৰ দাক দেখিলে মনত পৰি যায় বহুত ভাল পাও ❤❤
আমাৰ মৰমৰ অভিনেতা স্বগীয় কিশোৰ দাসৰ নিচিনা কেতিয়াও হব নোৱাৰে
কিশোৰ তুলনাবিহিন। ধেমালি নকৰিবা
এই বিলাক অবান্তৰ কথা কৈ মৰা মানুহ ঘুৰি অহা বুলি কৈ কিশোৰৰ পৰিয়ালক মনত দুখ দিব নালাগে। অলপ পাহৰিচে আকৌ এইবোৰ কৈ কৈ মনত পেলাই দিব নালাগে। কিশোৰৰ স্হান কোনেও লব নোৱাৰে। আৰু নহয়।
ধুই কেলা আসমীয়া কথাই কব নাজানে কিশোৰ দৰে কেতিয়াও হব নোৱাৰে 😊
শুদ্ধকৈ অসমীয়া ভাষা ও কব নাজানে সি 😊কিশোৰ দাৰ দৰে অলপো নহয় ,কোনে বাৰু দেখিলা ও কিশোৰ দাৰ দৰে
Tumi ag bhi jua
হেৰুৱা মানুহৰজন ঘূৰি নাহে কিন্তু তেওঁ স্মৃতিবোৰ ঘূৰি আহিব
অলপ বয়স হলে acject লাগিব ❤❤❤❤
বাকী বোৰে বেয়া কমেন্ত দিব নালাগে 😒
একদম same কেতিয়াও হব নোৱাৰে,অলপ একে লাগে ❤
বেয়া কৈ cmnt দিয়া বোৰক মই এটাই কথা কম ,,,ভাগ sala ইয়াৰ পৰা😂
কিশোৰ দাসৰ নিছিনা কেতিযাও হব নোযাৰে আৰু নাই লগা নাই দেই
❤কিয নহ'ব হয় বুলি অলপ হ'লেও মানি ললে অকালতে হেৰুৱা কিশোৰৰ অভাৱ পূৰণ হব❤❤❤
❤Good job ,u r simple kind and hardworking.God bless u and success in ur life.try hard.amar Axom Lora lt Kishore Das dekhi agbari juwa baiya nohoi
অলপহে মিলে কিন্তু কিশোৰৰ দৰে হব নোৱাৰে ।কিশোৰৰ চকু , হাহি বহুত ভাল লাগে
Kisor da only one piece❤ dadar thai kunu a lobo nuware😢❤
একদম নহয় কিশোৰ দাসৰ নিচিনা।
Alop.aki.lage aguwai.juwa
কিশোৰ দাস এজনেই❤
অকালতে আমাক এৰি যোৱা কিশোৰৰ বাবে সদায় অভাব অনুভব কৰো সেয়ে তুমি সেই অভাব পুৰণ কৰিবা বুলি আশা কৰিলো ❤❤❤❤
মাৰ গিয়েৰ ঘুৰি আহিছে 😮 মই ভাবিছোঁ জিয়ি গ'ল নেকি
😂
Alop lge..kintu kishor dar homan kunu hbo nuware..miss you kishor da
কিশোৰ দাস যেন লাগিছে
কিশোৰ দৰে দেখালেও, তেওঁৰ দৰে কেতিয়াও হব নোৱাৰে
Kishor da k miss koriso olp lage kishor dar dore
কিশোৰ দাস নহয় আৰু দাস হে হব....
Kishor da bohut dhuniya and handsome asil miss you kishor daa
Kishor dar dore hbo a nuware....😭❤️🩹
চকুকেইটাৰ মিল আছে কিশোৰ দাৰ লগত❤
হ'ব মৰা মানুহ কেতিয়াও ঘুৰি নাহে কি জে দেখিবলৈ পাম পৃথিৱীত বাতৰি আৰু নাপালে দিবলৈ মৰা মানুহো আকৌ কেনেকে আহিব
কিশোৰ দাস বুলি অন্ধ জনাই কব,অন্য জন হব noare 😢😢
Kisor daar nisina hoboi ye nuyare I miss you kisor dada❤❤❤❤❤
Kishor da loi tulona nokorebo
Congratulation.
কিশোৰ দাস দাদা আমাৰ মাজলৈ গোৰি আহিছে ভাল লাগিছে
Loratur kotha but bohut val lagil de aguwai jowa God bless u❤❤
Kishor da xdai kishor da e tar xman kuni o hbo noware amr majt jiyai ase aru xdai thakibo 😢😢
I really miss you kisor dada
ল'ৰাটো হয়টো প্ৰতিভাৱান কিন্তু কোনটো ফালৰ পৰা কিশোৰ দাস দেখিলে।ফকটীয়া কিছুমান নিউজ প্ৰকাশ কৰিব পাৰিলেই হৈছে
কিশোৰ দাশ দৰে ভালকৈ ছলি জাওক❤❤❤
মৰমৰ ৰহিলা কিমানলৈ পঢ়িলা? 🫤🤣
দেখাত কিশোৰৰ নিচিনা হব নোৱাৰে দৈ ।
Moi kin2 like Karo de kiba ata bhal lage arifak
Kishor dar homan kunu hb nuare miss you kishor da 😢😢
Chaku gol jen pau .eku mil nai .Kishore bohut dhunia
কিশোৰ দাৰ দৰে কোনো নাই
কিশোৰ দাদা নিচিনা অকণো নালাগে 😢😢 miss you Dada😭😭
2:12 only legends know this boy 🤣🤣
কাক কেলা ফোন মাইচ্ছা ? এগ্লা জহৰা চলি এই, যাকে-তাকে ফোন মাৰি থাকে 🤣🤣 - this video
অলপো মিল নাই দেই আপোনালোকে বাৰু কোন ফালৰ পৰা কিশোৰ দাৰ নিচিনা দেখিলে 😢
Nagative comment নকৰিব কোনেও কাৰণ যি নহওঁক লৰাটো মনটো যাতে আপোনালোকৰ nagative comment বোৰেৰ বাবে শেষ হৈ নাযায় তাৰ বাবে লক্ষ্য ৰাখিব 🎉🎉🎉 আগলে চোৱা পাছলৈ ঘুৰি নাচবা আৰু কাৰো nagative comment বোৰ মন নকৰিবা ❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Good tumar nisina manhu lage muk
Ake nohoi dei kishar daa Kishor daai tar nisina kuno hobo noware
Val lagise kisorok dekha Jen lagise de
Kishor r dore ketiao hbo noware ...kishor amr majot xodai ase ..
তেওৰ ঠাই কোনেও লব নোৱাৰে
Miss u kisor da
মৰা মানুহ ঘোৰা আহিব নোৱাৰে আপোনালোকৰ মন মগজুত বিকিতি হৈছে নেকি
Moi koisu tumak xosai tumi k... d.. r dre
. Kona bure tenekei kobo.. so nijor lokkht agvahri juwa.. val ru beya dui jator manuh thakei duniyat so . Anor kotha vbi mn vgi nplba.. moi koisu tumi xsai dhunya❤❤❤❤
হেৰুৱাজন কেতিয়াও উভতি নাহে
milibo pare ako dangor kotha nohoi kintu Kishor das ajone aru teur thai belegok nidiu ❤❤
মিছা কথা কৈছে আপুনি 😂😂😂
কত নুলাগিছে নাই লগা
Bhal lagise vdotu saai ❤ from tezpur ❤
Kishur dar dare olp mn milisa baru ... Kintu tumr video vl haisa 👌👌👌👌👌♥️♥️♥️♥️♥️
Emani nohoi aru olop eke baru ❤😮
Nomro vodro.. Hohoj horol lora ata.. Kishor das dore alp akei nuhua w nohoi baru.. Abhinoi hepah w ase buli koise.. Tewk aagbohai dile aami adori lom diyok..
একে বাৰে নহয় দেই
Miss u kisor dada😢
হয়তো ক'ৰবাত বিছাৰিলে তেওঁতকৈ ও বেলেগ এজন পোৱা যাব।😇😔
কেতিয়াও একেই নহয় দেই।
কিশোৰ das কিশোৰ das e hoi blg আৰু 2nd person kunu ni
Pakka hero hobo teu in future ot
Xosai aki❤
Dhunia lagese seme kishor dar dore 😊
Val লাগে দেখি এইজনকো
Hair style ake .but not same
Kisor dadar dore kuni o hbo noware
Adom milise❤❤
Kishor da Logot belegok milale val nalage mane nuxuwai 🥱🤨
Kishore is Kishore only, the one and only! It cannot be replaced by any one!
Kishore da nohoy kishor da jiman val paisile thik tenekuwa ajon yuvak ahise kishore da atma kishore da nohoy sab artist a vale pai gom psishu 🙏❤🙏😊happy Durga puja🙏🙏 ❤❤😍😊
Kishore dare howak ba nohowak , beya koi kob nelage, Karan lora Jane tu kako ako kowa nai,😮😮😮😮😮
I miss you Kishor da 😢
👌👌👌
Xakalu nijor nijor adhikari kunu Karu tulona nohoi kishor r nisina hobo pare dekhibo kintu kishor hobo nuwaru xakalure ata nijostha thake gatike kishor r logt tulona nohoi kunu kishorar jegat xodai Kishore thakibo❤
Kishor dada sthan kuneu lobo nuware
Okonman hokot hole kihur dar nisina besi lagibo❤❤❤
Kosher oror nisina lagisa ❤❤❤❤
আপোনাৰ চকুত বাদুলিয়া মূতিলে নেকি এইটো কোন ফালৰ পৰা কিশোৰ দাসৰ নিচিনা লাগিছে বাৰু😂😂
😢😢😢😮
I miss you dada 😢😢😢😢🎉❤
old is gold 😊
Milise❤❤
Xsake same to same❤
Lage olp
এবাৰ কিশোৰ দাস ঘৰত গলে ভাল লাগিব 😢😢😢😢😢
Right
Xosai deii dekhat akee
ও সচা কিশোৰ দা
Face tu olp milile je Kisur Das hbo nuware but val lagise ❤❤❤
এইটো কিশোৰ দাস নে কত একে ভগৱান তাৰ দৰে কোনো হব নোৱাৰে😢😢😢😢
Kishor das is always kishor das. Kuneu tar sthan lobo nuare. Sehera nu kun falor pora milise baru ??
Moja 😭😭👏👏
Kisor da same