Assoni ।আঁচনি। Himanshu Prasad Das।Mamoni kalita।Sumi।Dimpy

แชร์
ฝัง
  • เผยแพร่เมื่อ 19 ต.ค. 2024

ความคิดเห็น • 349

  • @sgdworld4581
    @sgdworld4581 5 หลายเดือนก่อน +7

    হিমাংশু দাস মানুহজন আনতকৈ বেলেগ।
    এইকাৰণে ভাল লাগে।
    বহুত শুভেচ্ছা জনালোঁ।

  • @rinkiraniburagohain4745
    @rinkiraniburagohain4745 6 หลายเดือนก่อน +29

    ভাল লাগিল।সোঁতৰ বিপৰীতে যোৱাৰ সাহস সকলোৰে নাথাকে।

  • @niha659
    @niha659 6 หลายเดือนก่อน +39

    গানৰ মাধ্যমেৰে বৰ্তমান সময়ৰ সময়োপযোগী কথাবোৰ শুনি ভাল লাগিলে হিমাংশু দা 🙏❤

  • @bhaskarmahanta6933
    @bhaskarmahanta6933 6 หลายเดือนก่อน +18

    আজিৰ দিনত ফ্ৰি বুলি একো নাই।সকলো টুপি।জাতিটোক নোহোৱা কৰি পেলোৱাৰ সুন্দৰ আচনি।জাতি মাটি ভেটি ৰ কথা কোৱা বিলাকৰ।

  • @shyamantaneog5635
    @shyamantaneog5635 6 หลายเดือนก่อน +24

    হিমু দা আপোনাৰ প্ৰত্যকটো কামেই সুকীয়া ।।।। সোতৰ বিপৰীতে গৈ এনেকুৱা কাম কৰিবলৈ সচাই সাহস লাগিব ।।। আপোনালৈ এটা big salute 👏👏 ... জীৱন জিন্দাবাদ ✊

  • @SaniyaDas-nj4nz
    @SaniyaDas-nj4nz 6 หลายเดือนก่อน +21

    Xosakoi dada ...ata anekuwa voyanok xomoi ahi ase jitu ami kolpona o koribo nowaru...dukhiya khini dukhiya a hoi jai ase ru dhoni roja hoise

  • @HiteshDeka-hp7nf
    @HiteshDeka-hp7nf 5 หลายเดือนก่อน +4

    দাদা বহুত ভাল লাগিল ্ জন্ম তে আমি কণা খোৰা হোৱা নাছিলোঁ এতিয়া হে আঁচনি লৈ লৈ কৰৈ গৈ আছো

  • @atiuzvlog1001
    @atiuzvlog1001 6 หลายเดือนก่อน +14

    একেবাৰে সঠিক সময়ত সঠিক জেগাত ধুই দেছে ❤🔥🔥🔥

    • @bikramnath7642
      @bikramnath7642 5 หลายเดือนก่อน

      ধোৱা টো বা কোনে খায়

  • @UncommonYTuber
    @UncommonYTuber 6 หลายเดือนก่อน +13

    মানুহজন সঁচাই extraordinary দেই।

  • @musicallibrary4149
    @musicallibrary4149 6 หลายเดือนก่อน +21

    সময়ৰ আহ্বান,, সময়োপযোগী গীত 👌

  • @bidyutbikashsarmah9955
    @bidyutbikashsarmah9955 6 หลายเดือนก่อน +8

    খালে ঐ খালে
    বিজেপিয়ে খালে
    দেশখন খালে মাইকীবোৰৰ মুৰবোৰ চোবাই চোবাই খালে ।
    গোটৰ লোন লৈ স্মাৰ্টফোন ললে
    আধা নাঙঠ কাপোৰ পিন্ধি মবাইলত ৰিলচ বনাই মতাবোৰৰ মুৰতো খালে।
    মামাই লোনৰ ধাৰ মাৰি মাইকীবোৰক কিনে অৰুনোদই ধনেৰে জিঅ ৰিচাৰ্জ কৰে। পৰকীয়া মতা পতাই যৌন সম্ভোগ কৰে তাকে দেখি গিৰিয়েকবোৰে মিডিয়াৰ আগত কান্দি কান্দি মৰে।

  • @manabdas1176
    @manabdas1176 5 หลายเดือนก่อน +1

    Mur priyo manuh apuni...karon apunar dore xahokh Karu nai love u dada❤

  • @pankajphukan6468
    @pankajphukan6468 6 หลายเดือนก่อน +6

    আপোনাৰ দৰে শিল্পী সদায়ে আদৰণীয়।সাধাৰণ ৰাইজে কেতিয়াবা কিবা বুজি পাবনে বাৰু ?

  • @uttamkumarroy2583
    @uttamkumarroy2583 6 หลายเดือนก่อน +3

    একক আৰু অনন্য!সময়োপযোগী গীতটিয়ে নিশ্চয় শ্ৰোতা তথা জন-গনক এবাৰলৈ হ'লেও ভাবি চাবলৈ বাধ্য কৰাব। সুন্দৰ উপহাৰটিৰ বাবে আন্তৰিক ধন্যবাদ সহ সশ্ৰদ্ধ প্ৰণাম জনালোঁ 🙏

  • @TUHIN__editz
    @TUHIN__editz 5 หลายเดือนก่อน

    বৰ ভাল লাগিল ।গান ৰ মাজেৰে বৰ্তমান অৱস্থাতো ধুনীয়াকৈ দাঙি ধৰিছে

  • @JyotimoyBaruah-de6lm
    @JyotimoyBaruah-de6lm 6 หลายเดือนก่อน +28

    এলেহুৱা জাতি ৰূপে পৰিচয় পাবলৈ বেছি দিন নাই 😊

    • @oldserial7956
      @oldserial7956 5 หลายเดือนก่อน

      এলেহুৱা জাতি বাবে টো আজি অসমত অসমীয়াৰ বাদে সকলোৱে ৰাজত্ব কৰী আছে। কোনিও ভবা নাই আমি কিমান এলেহোৱা। কাম কৰা মানুহ হৈছে মিয়া। বাংলাদেশৰ পৰা আহি এতিয়া সকলো ফালে তেওঁলোক। Building বনোৱাৰ পৰা খেতি কৰালৈকে তেওঁলোক। Holsale দোকান আছে মাৰোৱাৰীৰ। আমাৰ নু আছে কি। ইয়াতে অকল চৰকাৰৰ ভুল নাই।। আমি অসমীয়া হৈছোঁ আকৰ্মইণ্য। কাম কৰাৰ ঠাইত বহি খোৱাৰ ইচ্ছা বেছি। খেতি কৰা জ্ঞান নাইকীয়া হৈ গৈছে ।। আনৰ তলত লাগিলে চাকৰি কৰিব । কিন্তু খেতি নকৰে। ধান কটা মানুহ হৈছে মীয়া। কাম কৰিবলৈ সক্ষমতা নাই। বৰ্তমান অসমত বাহিৰা জাতি আহি অসমীয়াৰ উপৰত ৰাজত্ব কৰি আছে। এই চৰকাৰ খনেও আমি অসমীয়াক অকৰ্মইণ্য কৰাত সম্পূৰ্ণ সহযোগ কৰি আছে

  • @narayan4416
    @narayan4416 6 หลายเดือนก่อน +9

    একদম সঁচা কথা, এদিন আমাৰ ৰজাৰ ৰজাই হুতে মূলে বিচাৰিলে কিজানি আমাৰ কিডনিও বেচিব লাগিব।

  • @prajkhowa5872
    @prajkhowa5872 5 หลายเดือนก่อน

    সময়োপযোগী সুন্দৰ উপস্থাপন

  • @mjfunnyvideossengka
    @mjfunnyvideossengka 5 หลายเดือนก่อน +3

    Aibur gaan Viral hbo Lge 👍

  • @BijitDutta
    @BijitDutta 6 หลายเดือนก่อน +5

    সময়োপযোগী, ধনৰ বাপেকৰ পৰা তুলি নিয়া টকাৰে চম্পাৰ মাকক আঁচনি দিছে। ইহাত সিহাত!
    সোনকালে বুজি পালে সকলোৰে মংগল।

    • @jyotishchetia7588
      @jyotishchetia7588 6 หลายเดือนก่อน

      Apunar kothakhar Sompar maake buji palei hoi aru......

  • @manashmotivation5573
    @manashmotivation5573 6 หลายเดือนก่อน +2

    গানৰ মাজেৰে বহুত গুৰুত্বপূৰ্ণ কথা কৈছা

  • @Rangghar
    @Rangghar 5 หลายเดือนก่อน

    Hundor

  • @KitchenSewali
    @KitchenSewali 6 หลายเดือนก่อน +3

    আমাৰ সমাজৰ মহিলা সমূহক আঁচনিৰ বিষয়ে বুজাবৰ সময় আহিল, নহ'লে হিমাংশু দাই কোৱাৰ দৰে সঁচাই এদিন তাপিলা বেচি খাব লাগিব।

  • @indibarchetia2736
    @indibarchetia2736 6 หลายเดือนก่อน +7

    Asoni zindabad ... Maiki hupai Buji napai

  • @zxy.5651
    @zxy.5651 6 หลายเดือนก่อน +10

    সুন্দৰ ।।। আমি সকলো জানি বুজিও কিয় নিমাত ।। আজি নলবাৰীত চাহ বেপাৰীৰ মিটিংত ইমান মানুহৰ সমৰ্থন কিহৰ বাবে ।।।।
    আমি চলি যাম কিন্তু আমাৰ ভবিষ্যতৰ বাবে বহুত বেয়া দিন আহিব যদিহে চাহ বেপাৰীক জাড়ুৰে চাফা নকৰোঁ ।।।

    • @Ajaydas-hh7oj
      @Ajaydas-hh7oj 6 หลายเดือนก่อน

      xeya suport nhy sob asoni korton howar voyot he goise

    • @bikramnath7642
      @bikramnath7642 5 หลายเดือนก่อน

      Alu ghusao sona nikalo , pappu ne kisi kisi ko pappu Banna Raha hee, German shepherd ne brain wash kia hee kyw?

  • @naushadmasumabegum4072
    @naushadmasumabegum4072 8 วันที่ผ่านมา

    Great great Dada. Thanks

  • @purnajyotiborah1544
    @purnajyotiborah1544 6 หลายเดือนก่อน +2

    সুন্দৰ উপস্থাপন দাদা। আমাৰ মানুহবিলাকে বুজিব নে? ফ্ৰি হে লাগে জনতাক।

  • @patirabha3571
    @patirabha3571 6 หลายเดือนก่อน +3

    ধুনীয়া দাদা 😊

  • @jyotibhattacharjyaa7554
    @jyotibhattacharjyaa7554 6 หลายเดือนก่อน

    Himangshu da...You r the best..

  • @lifeofrashmi459
    @lifeofrashmi459 6 หลายเดือนก่อน

    Himangshu da.. excellent

  • @deepsarmah
    @deepsarmah 6 หลายเดือนก่อน +1

    চিন্তনীয় কথা। লগতে টেকীৰ শব্দক গানৰ তাল কৰা সাংঘাতিক প্ৰয়োগ!

  • @papupinki
    @papupinki 6 หลายเดือนก่อน

    সুন্দৰ মানুহে বুজাইছে এইবাৰ ❤

  • @goswamideepjyoti2210
    @goswamideepjyoti2210 5 หลายเดือนก่อน

    Dhunia gaan hoise... 👍👍👍

  • @journeywithdhruv3266
    @journeywithdhruv3266 6 หลายเดือนก่อน +1

    Dhuniya koi bujai disee
    ThnQQQ ❤

  • @TheLearrnersCafe
    @TheLearrnersCafe 5 หลายเดือนก่อน

    #DHRUV_RATHEE_OF_ASSAM
    #BRAVEST_MAN_IN_ASSAM

  • @NagariEntertainment
    @NagariEntertainment 6 หลายเดือนก่อน

    ভাল লাগিল, বাস্তৱসন্মত, বৰ্তমান সময়ভিত্তিক ৷

  • @নলবেইৰানিপু
    @নলবেইৰানিপু 6 หลายเดือนก่อน +3

    সাম্প্ৰতিক পৰিস্থিতিৰ সুন্দৰ উপস্থাপন

  • @PROYXYZ
    @PROYXYZ 6 หลายเดือนก่อน +2

    Love ❤ from Pritam RØY ❤ Rangia (Madhukuchi) 🇮🇳⚔️🚩

  • @goswamideepjyoti2210
    @goswamideepjyoti2210 5 หลายเดือนก่อน

    Very good massage 🙏🙏

  • @Dhrubaborah90
    @Dhrubaborah90 6 หลายเดือนก่อน

    Music and song is superb, lovely..awareness tu asei...
    Himanshu da ❤

  • @janardannath5044
    @janardannath5044 6 หลายเดือนก่อน +3

    একদম সময়োপযোগী গান

  • @bakulsvlogs8987
    @bakulsvlogs8987 6 หลายเดือนก่อน +6

    সচাকৈ হিমু দা ❤

  • @dhristismitadas9083
    @dhristismitadas9083 6 หลายเดือนก่อน

    হিমুদা , আপোনাৰ প্ৰতিটো কামেই ভাল লাগে । এই গীতটিও সুন্দৰ হৈছে । কিন্তু কিয় জানো এনে লাগিছে ; গীতটি যেন স্বতঃস্ফূৰ্ত নহয় । আগৰ গীতবোৰৰ তুলনাত কিবা এটা ৰসৰ অভাৱ অনুভৱ কৰিছো ।
    আপোনাৰ অনুৰাগী বাবেহে কথাষাৰ ক'লো । বাকি সময়োপযোগী তথা সমাজ সংস্কাৰকামী মনোভাৱৰ সুন্দৰ প্ৰতিফলন ঘটিছে । আগলৈও এইদৰে জনতাৰ হৈ মাত মাতি যাব বুলি আশা ৰাখিলোঁ । ❤

  • @rakeshbordoloi1223
    @rakeshbordoloi1223 5 หลายเดือนก่อน

    ভাল লাগিল

  • @dhanjyotimazumdar8433
    @dhanjyotimazumdar8433 6 หลายเดือนก่อน +1

    🤘🏻🤘🏻🤘🏻hosa kotha

  • @pallovsfishing6194
    @pallovsfishing6194 6 หลายเดือนก่อน

    Mozzaa লাগিল.... আপুনি এজন প্ৰকৃত শিল্পী.....

  • @Shailenbarnan
    @Shailenbarnan 6 หลายเดือนก่อน

    সচাকৈ ভাল লাগিল

  • @bjbayan
    @bjbayan 6 หลายเดือนก่อน

    Share as much as possible... Very good job

  • @pdpranabdas7237
    @pdpranabdas7237 6 หลายเดือนก่อน

    a mza আচনি Himanhu da❤😊👍

  • @hmsinnovation785
    @hmsinnovation785 6 หลายเดือนก่อน +1

    Courage..steps.The Eyes are useless when the mind is blind.

  • @getinfo9694
    @getinfo9694 6 หลายเดือนก่อน +2

    আপুনি একক আৰু অনন্য।❤

  • @imranhussain8512
    @imranhussain8512 6 หลายเดือนก่อน +3

    Xomoy r lgt mila gaan. Borhiya dada.

  • @DigantaSarmah-xd2df
    @DigantaSarmah-xd2df 6 หลายเดือนก่อน

    সুন্দৰ 👌👌👌

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 6 หลายเดือนก่อน +1

    মজা হৈছে দাদা , পিছে ইলেকচন ৰ আৰু কেইদিনমান আগতে গীতটো ৰিলিজ কৰিব লাগিছিল । মানস ৰবিনৰ যুজ আৰু আপোনাৰ এই গীতটো সময় উপযোগী গীত । বৰ্তমান সময়ৰ ৰাজনীতিৰ হুবহু চবি ফুতি উঠিছে গীতটোত । ভাল লাগিল ।

  • @purukhuttam1198
    @purukhuttam1198 6 หลายเดือนก่อน

    Goosebumps ❤

  • @vishalmusicentertainment7077
    @vishalmusicentertainment7077 6 หลายเดือนก่อน

    Mojja ❤

  • @dhananjoychoudhury870
    @dhananjoychoudhury870 6 หลายเดือนก่อน

    creation r extra level dada. iman hundar babe parisalona korile hadharon jonotai buji poa koi

  • @MrigankuDutta-dd4ln
    @MrigankuDutta-dd4ln 6 หลายเดือนก่อน

    Ganor joriote bht dhuniak bujai dse...

  • @bijitkumardeka3281
    @bijitkumardeka3281 6 หลายเดือนก่อน

    সুন্দৰ উপস্থাপন ❤❤😢😢

  • @masrindutta1404
    @masrindutta1404 6 หลายเดือนก่อน

    Best way to reveal the secrets.... Hope common people will understand... By the beautiful song❤

  • @jyotishchetia7588
    @jyotishchetia7588 6 หลายเดือนก่อน +1

    borhiya hoise .... bhal dise Kokaideo...... !!!!! Keep it up.... aaru akha koru jate apunar ei prosesta Axom'r ghore ghore paigoi aur jaate hokolue buji pai.....

  • @b.jentertainment6892
    @b.jentertainment6892 6 หลายเดือนก่อน

    Mojahh Himanshu dadaa dhuniya disa asoni main kori pelaise 🙏

  • @rabindutta5709
    @rabindutta5709 6 หลายเดือนก่อน

    Nice informative Song. 👍

  • @rx199
    @rx199 6 หลายเดือนก่อน

    Himangshu da great.....

  • @bikashchoudhury2824
    @bikashchoudhury2824 6 หลายเดือนก่อน

    Bhot bhot Val himu Da, love you brother ❤

  • @ankursarma4835
    @ankursarma4835 6 หลายเดือนก่อน

    সুন্দৰ উপস্থাপন হিমাংশু দা🎉🎉🎉👍👍👍🙏🙏🙏

  • @angshumoniborah2478
    @angshumoniborah2478 6 หลายเดือนก่อน

    অতি বাস্তৱ....

  • @dimpykeot2353
    @dimpykeot2353 6 หลายเดือนก่อน

    Cinematography perfect hoise👍

  • @jontikalita984
    @jontikalita984 6 หลายเดือนก่อน

    সময় উপযুগি হৈছে‌ভাল লাগিল।

  • @_AnkurGhimire_
    @_AnkurGhimire_ 6 หลายเดือนก่อน

    সুন্দৰ উপস্থাপন ❤👏

  • @ranjankalita4041
    @ranjankalita4041 6 หลายเดือนก่อน +4

    আপুনি সদায় অদ্বিতীয়

  • @bhaskarjyotiborah6444
    @bhaskarjyotiborah6444 6 หลายเดือนก่อน

    Appreciate your work..Excellent Composition 🎉👏

  • @babulkalita4100
    @babulkalita4100 6 หลายเดือนก่อน

    Love from Rangia ❣️

  • @BhupenBaruah-y7s
    @BhupenBaruah-y7s 6 หลายเดือนก่อน

    Tamam bonaise dei....val lagil👍

  • @DeepakGhyNeoMankind
    @DeepakGhyNeoMankind 8 วันที่ผ่านมา

    Hosa kotha 🙂

  • @priyabobivlogs9044
    @priyabobivlogs9044 6 หลายเดือนก่อน

    Dhuniaa❤❤❤....

  • @digihubb
    @digihubb 6 หลายเดือนก่อน

    Himanshu Da ... Mojjah

  • @kishorraajnath5882
    @kishorraajnath5882 6 หลายเดือนก่อน

    সুন্দৰ হিমাংশু! Completely relatable ❤❤❤❤❤

  • @dipankartalukdar2620
    @dipankartalukdar2620 6 หลายเดือนก่อน

    Bhoriya......,

  • @Loyingdibya05
    @Loyingdibya05 6 หลายเดือนก่อน

    Very relatable

  • @adityameatshop5848
    @adityameatshop5848 6 หลายเดือนก่อน

    গীতৰ মাধ্যমৰে আপোনালোকে উপস্থাপন কৰা কথা সমূহ ৰাইজে বুজি উঠাৰ সময় সমাগত

  • @artgarden1619
    @artgarden1619 6 หลายเดือนก่อน

    অতি সুন্দৰ❤

  • @rahulsarma848
    @rahulsarma848 6 หลายเดือนก่อน

    Moza dada❤❤

  • @Suraj-CR36
    @Suraj-CR36 6 หลายเดือนก่อน

    জেগাত দিছে?

  • @Sunukotokiallinone
    @Sunukotokiallinone 5 หลายเดือนก่อน

    Montu Val lagile gol sai

  • @bhubanmedhi579
    @bhubanmedhi579 6 หลายเดือนก่อน

    Best Song for us

  • @khanindrathakuria289
    @khanindrathakuria289 6 หลายเดือนก่อน

    Himanshu da jegat dise kin2 🔥❤

  • @সংস্কৃতিৰৰহঘৰা
    @সংস্কৃতিৰৰহঘৰা 6 หลายเดือนก่อน

    Bohut bhal lagil

  • @BandanaDas-yo5mv
    @BandanaDas-yo5mv 6 หลายเดือนก่อน

    সময় উপয়োপযোগী গীত👍👍

  • @jajaboree
    @jajaboree 6 หลายเดือนก่อน

  • @bristiborah7868
    @bristiborah7868 6 หลายเดือนก่อน

    🔥🔥🔥

  • @sampritisvlog
    @sampritisvlog 6 หลายเดือนก่อน

    As usual something unique❤

  • @runjunsarma2945
    @runjunsarma2945 2 หลายเดือนก่อน

    Aji nijok pahorile amar future bipodot poribo....

  • @bidyutbikashgogoi5722
    @bidyutbikashgogoi5722 6 หลายเดือนก่อน

    বঢ়িয়া ❤

  • @dcdaimary47
    @dcdaimary47 6 หลายเดือนก่อน

    Mozza❤

  • @Hamid0834
    @Hamid0834 6 หลายเดือนก่อน +1

    Himanshu da apuni anekuwa gan gai thakile apunako Rojai dagr asoni dibo kinto.bhut obhineta aru singer bikri gol rojar kthat apuni jate xeito kam nkore 🙏

  • @bhaskarkalita8115
    @bhaskarkalita8115 6 หลายเดือนก่อน

    ❤❤❤❤ সুন্দৰ

  • @samiranneog5
    @samiranneog5 6 หลายเดือนก่อน

    Wow perfect ❤

  • @KalyanDeka-xp4hc
    @KalyanDeka-xp4hc 6 หลายเดือนก่อน

    ধুনীয়া হৈছে দাদা ❤❤❤❤

  • @rx199
    @rx199 6 หลายเดือนก่อน

    New boom.... Good job