Viral Mouchumi. ভাইৰেল মৌচুমী। জীৱন জিন্দাবাদ।প্ৰথম অধ্যায়
ฝัง
- เผยแพร่เมื่อ 27 พ.ค. 2024
- video credit
concept and Direction: Himanshu Prasad Das (Himu)
camera:Jintu tiku
editing: Nishad Ranjan
colour: Dhanjit Das
make Up:Nirmali kashyap
production:Sasanka Raj Nath
travel: Prashant Bora
on screen: Priyanka Saikia,dhirak,pranab,mohan,praneshwar, tapan,papu,gaurav,himshikhar, Hemen,Mandira,indra and কটনিয়ান নাট্য সমাজ
special thanks:Rajesh Bhuyan
song credit:
lyrics, tune and vocals: Himanshu Prasad Das (Himu)
additional vocal: Arundhati Bhanupriya
music Arrangement and mixing: Poran Borkatoky (Jojo) - บันเทิง
ভাইৰেল মৌচুমীক আপোনালোকে দিয়া আদৰে আমাক বহুত উৎসাহিত কৰিছে।অতি সোনকালে জীৱন জিন্দাবাদৰ দ্বিতীয় অধ্যায় আপোনালোকৰ ওচৰলৈ লৈ আহিম। ধন্যবাদ।
নেতিবাচক সময়ৰ এটা ইতিবাচক গান । সৰল কথাৰ গভীৰ জীৱনবোধ। সুন্দৰ উপস্থাপন । বহুত ভাল লাগিল।
গুণগুণক ভাল পোৱা সকলে লাইক এটা কৰি দিব ❤️🙏
এটাই জীৱন, থমকি নগৈ যুঁজি যোৱা জনেই প্ৰকৃত যোদ্ধা 👍
Thike koi sa
Serioul type episode dia hola ru moja lagil hoi...vl hoise
হিয়া উজাৰি গোৱা হিয়া চুই যোৱা জীৱনৰ অৰ্থ বুজোৱা এটি গান..অনন্য..গানটোৰ সৈতে জড়িত সকলোলৈ আন্তৰিক ধন্যবাদ শুভকামনা থাকিল..
বহুদিনৰ পাছত পেন পেন প্ৰেমৰ গানৰ ঠাইত এটি ভাল গান দেখা পালোঁ। আন্তৰিক শুভেচ্ছা জনালোঁ
এক জীয়া কাহিনী,😭 নাৰীক সন্মান কৰিবলৈ শিকক ।।বহুত ধন্যবাদ হিমাংশু প্ৰসাদ দাস ছাৰ 🙏
'গোয়েৰ্ণিকা'ৰ সকলো সংস্কৃতিক কৰ্মীলৈ
গোয়েৰ্ণিকা ৰ ফালৰ পৰা ধন্যবাদ লগতে শুভকামনা।
Dhunia himanshu daaa #hemanta niyor
এটা মূহুৰ্ত ও চকু আতৰ হ'ব নিদিল।। জীৱন জিন্দাবাদ
সাহসী🫶💪
Gaan tur meaning ase bohut. Vl lagil 😍
ইমান প্ৰেৰণাদায়ক ।। গান এনে হ'ব লাগে যিয়ে আগবঢ়াই দিয়ে দুহাত......
বঢ়িয়া হিমাংশু দা ৷
ভাল হৈছে। অভিনয় সুন্দৰ। জীৱনমুখী গীতটোৰ বাবে হিমাংশু দা ধন্যবাদৰ পাত্ৰ।
কাহিনী আৰু গান- দুয়োটাই কৈছে গভীৰ জীৱনবোধৰ কথা। ধন্যবাদ হিমাংশু দা এনে এক জীয়া কাহিনী তুলি ধৰাৰ বাবে।
Concept tu xosae bhal lagise. Theme tu optimistic. Jibon Zindabad...
এনেকুৱা প্ৰেমিক জানো সঁচাই প্ৰেমিক ।। নে নিৰিহক কামনাৰ বলি কৰি শান্তি পোৱা কাপুৰুষ ।। উন্মুক্ত জীৱনৰ ভাষা বিচাৰি কিয় বাৰু যথৰ হৈ পৰিছে ভালপোৱাৰ বেদনাত ।। বাকী হিমু দাই কিবা এটা কল্লি বেয়া হবা পাৰে ✍️
গানৰ কথাই কম নে কাহিনীৰ কথাই কম নে অভিনয়..... Excellent দাদা। ❤
Val lagil❤
Uff বহুত ধুনীয়া জীয়াই যাওঁক সকলো ❤❤❤❤
সমাজত আশা জগাব পৰা এটি কাহিনী, এটি গান। বৰ সুন্দৰকৈ গাইছে । বৰ ভাল লাগিল এই পুৱাই ।
xokolwre obhinoi moza...pranb mozaa
Bohot besi a vl lagil .
ভাল লাগিল
এটাই জীৱন ❤জীৱন জিন্দাবাদ খুব ভাল লাগিছে গানটো
Val lagile
মজ্জা
Sai khubei val lagil ... Apunar concept xodai atuloniyo ❤
Tagline: Etai jibon, jibon jindabad ❤
Mozza ❤
Val lagise ❤
moja himu da❤️❤️❤️❤️
জীৱন জিন্দাবাদ
Val lagil
Hats off Himangshu Da❤
Val lagil dada
Outstanding ❤❤
Majja hyse himu da….bastob jibon r lgt mil thaka dhunia ata gaan….👍👍👍👏👏👏
মজা লাগিছে দে হিমু দা
Wow himu sir❤❤❤
অতি সুন্দৰ ককাই
ভাল লাগিল দেই
হিমাংশু প্ৰসাদ দাস এটা নাম নহয় এটা ব্ৰেণ্ড হয় ব্ৰেণ্ড❤❤❤❤❤❤, সচাঁকৈ ভাল লাগিল ৷ সুন্দৰ ধাৰণা ৷ জীৱন জিন্দাবাদ ৷
That's excellent 👍👍👍
জীৱন জিন্দাবাদ❤️
নিজৰ জীৱনক ভাল পাবলৈ.. প্ৰত্যাহ্বানৰ মাজেৰে জীৱনক আগুৱাই নিবলৈ শিকোৱা এনেবোৰ গীতে সমাজলৈ ইতিবাচক বাৰ্তা কঢ়িয়াই আনে... গীতটোৰ লগত জড়িত সকলো লৈকে আন্তৰিক অভিনন্দন থাকিল ❤❤
সচাই বন্ধু,ভিডিওটো হৃদয় চুই গৈছে।❤❤❤
Such a nice concept it is!!💌
জীৱন Zindabaad❤️
ধুনীয়া৷
Jibon jindabad🔥
Wow super ❤❤❤
Bor Xundor
অনন্য সৃষ্টি আপোনাৰ ,
বুকু স্পৰ্শ কৰি গ'ল।
❤
সুন্দৰ উপস্থাপন, ভাল হৈছে । জীৱন জিন্দাবাদ ।। ✨👍
Brhiya
Masterpiece ❤❤
জীৱন জিন্দাবাদ ❤
Nice concept ❤
Awesome❤❤
হৃদয়স্পৰ্শী কাহিনী … খুবেই ভাল লাগিল❤
Superb🎉
Bohut bohut vl lagil❤❤❤
Dada zindabad..dhunia concept..
dhunia hoise himanshu da...
Amazing content ❤
Touched❤....thank you Himangshu Prasad sir
Dhunia script, Dhunia Direction... Love U Boss❤❤
Speechless
❤❤❤❤❤heart touching...
Bohut vl lagil sir👏👏
You are truly an inspirational person...🙏
Positive always positive ❤
Bohut bohut bohut val... ❤
সুন্দৰ উপস্থাপন..ভাল লাগিল🎉🎉🎉
Excellent💯💯💯
Excellent 🎉
ককাইদেউ খুবেই সুন্দৰ আৰু মানুহৰ মাজত এটি Positive message যাব ❤
Big ❤ to your group.. Nice theme..
Excellent.
Ata dhunia xikha disa vedio tor pora ❤❤❤
সুন্দৰ উপস্থাপন। বৰ ডাল লাগিল
Concept tu dhuniya lgil..himanghu on his peak..waiting for more dramas...❤
Dhuniya meseges thoka ati gan ❤
Excellent 🎉🎉🎉🎉.....u r always rocking ❤...... Keep it
সুন্দৰ গীত,অনুপ্ৰেৰণাদায়ক অৰ্থবহ দৃশ্যায়ণ৷
ভাল লাগিল ❤ জীৱন জিন্দাবাদ❤
Beautiful ❤️
সুন্দৰ উপস্থাপন♥️♥️
Val lagile sai ♥️♥️
Borhiyaaaaa❤️❤️
Val lagile dada❤❤❤🎉
bor val lagil❤
Dhunia. Ru lage enekua
💪🔥
ভাষাহীন। হতাশা গ্ৰস্ত বহুজনক সাহস দিব । ❤
Jibon jindabad, love you Himangshu da
ধুনীয়া লাগিছে❤❤
সকলোফালৰ পৰা সুন্দৰ..।
Moza..concept
Bhal lagil bht
মজা দাদা