বেলছা BELSA | Prabhu ki tumar leela প্ৰভু কি তোমাৰ লীলা।Himanshu Prasad Das। Mamoni kalita

แชร์
ฝัง
  • เผยแพร่เมื่อ 19 ต.ค. 2024
  • Hurricane Gals . Political song. Mamoni Kalita
    Guernica creatovista
    Video credit: camera and editing: Haardik Kashyap
    On screen:Shubhajit Purkayastha
    Chiranjit Das
    Dingku Dey
    Hirak ek Deewana
    Direction:Pranabjyoti Kalita
    Audio credit
    Lyrics Tune Voice:Himu ( Himanshu Prasad Das)
    Music arrange -Mixing and Mastering:Mamoni Kalita
    Backing vocals:Mon Sagar
    Nagara: Bishwa
    Follow
    Facebook : / guernicaofficial
    Instagram : ...
    প্ৰভু কি তোমাৰ লীলা
    কি তোমাৰ লীলা
    চামুছেৰে দি তুমি
    বেলচা মাৰি নিয়া....
    চাউল পাওঁ আমি free
    দাইলৰ কিলো আশী
    MA পাছ ল'ৰাক দিয়া
    4th grade ৰ চাকৰি
    ইপিনেৰে দি তুমি
    সিপিনেৰে মাৰা
    প্ৰভু প্ৰভু প্ৰভু
    কি তোমাৰ লীলা
    চামুছেৰে দি তুমি
    বেলচা মাৰি নিয়া....
    ড্ৰাগছৰ বেপাৰীক খেদি খেদি
    গুলি মাৰা ভৰিত ৰাতি ৰাতি
    ৰাজকোষ ভৰাম বুলি তুমিয়ে হাঁহি হাঁহি
    বৰপীৰা দিয়া পাৰি মদৰ বেপাৰীক
    নাজানো নুবুজো
    তোমাৰে মহিমা
    মদত আছে এনে কি গুণ
    ড্ৰাগছত নাই যি
    চালনিয়ে আজি হাঁহে
    বেজীৰ ফুটা দেখি
    প্ৰভু......
    পঢ়োৱাৰ বাহিৰে শিক্ষকে নকৰে কি
    ১২মাহত ১৩ টা চৰকাৰী বেলেগ কাজ
    পঢ়া- শুনা বাদ দি
    শিক্ষকে ৰান্ধে ভাত
    তুমিয়েই দিয়া আদেশ
    ফলাফল হ'লে বেয়া
    বিদ্যালয়ৰ গেটত মাৰি দিয়া হ'ব তলা
    নাজানো নুবুজো তোমাৰে মহিমা
    মূৰত নাই কাৰ মাল
    তোমাৰ নে আমাৰ
    প্রভু কি তোমাৰ লীলা

ความคิดเห็น • 2.3K

  • @himanshuprasaddas9505
    @himanshuprasaddas9505  ปีที่แล้ว +904

    ধন্যবাদ প্ৰতিজন শ্ৰোতা দৰ্শকক❤

    • @bhaskarsaikia443
      @bhaskarsaikia443 ปีที่แล้ว +3

      1500/- Pora olp durot thakibo Dada Asom khon rokhatole joat teolokoro hat ase 🙏🙏🙏

    • @mintugogoi9342
      @mintugogoi9342 ปีที่แล้ว +2

      Val dse dada

    • @mrinaldeka1796
      @mrinaldeka1796 ปีที่แล้ว +2

      Ekdom jegat dise dada...

    • @Meme-um7ho
      @Meme-um7ho ปีที่แล้ว +4

      E eta mosto Congressi Samsa agor pora a

    • @mrigenbhattacharya6486
      @mrigenbhattacharya6486 ปีที่แล้ว +1

      ❤❤❤❤❤

  • @dhrubokalita3277
    @dhrubokalita3277 ปีที่แล้ว +7

    ককাই সুন্দৰ উপস্থাপন কৰিছে৷ সাম্প্ৰতিক সকলোখিনি প্ৰকাশ পাইছে৷

  • @masumrizwan7268
    @masumrizwan7268 ปีที่แล้ว +116

    এইবোৰ কাৰণতে মানুহজন প্ৰিয়। সাহসক প্ৰণাম । গীতটোৰ কথা নকৱেই ৰাইজে কৈছে।❤❤🙏

  • @AtiqurRahman-mi4qs
    @AtiqurRahman-mi4qs ปีที่แล้ว +2

    Aamoni nelagise....Sai thakile saboloihe mon goise...kaiba baaru salu.... really amazing....

  • @kishanjyotikalita717
    @kishanjyotikalita717 ปีที่แล้ว +159

    এই মানুহজন সদায় জনতাৰ পক্ষত থাকে। জনতাৰ মৰ্মবেদনাবোৰ নিজৰ কলাৰ জৰিয়তে উপস্থাপন কৰাত তেওঁ সদায় সফল!

  • @birajmahanta7162
    @birajmahanta7162 ปีที่แล้ว +144

    এইয়া একপ্ৰকাৰ সাধাৰণ মানুহৰ বাবে প্ৰতিবাদী গীত হিমু দা৷❤

  • @pradeepsagarsmusical1934
    @pradeepsagarsmusical1934 ปีที่แล้ว +156

    সঁচাকৈ এটা বৰ্ত্তমান সময়ৰ লগত খাপ খাই পৰা গীত ❤️ You are quite unique Himangshu Da 👍

  • @ajoydeka3063
    @ajoydeka3063 ปีที่แล้ว +33

    বহু বাৰ শুনিলো আমনি নেলাগে গানতো ....বহুত বহুতে ধুনীয়া বনাইচে দে.....গানৰ কথাবোৰে চুই গল .....ইয়াতকৈ আৰু চৰকাৰক লাজ দিব পৰা বেলেগ ৰাষ্টা নাই❤️❤️❤️❤️

  • @akidul90
    @akidul90 9 หลายเดือนก่อน +1

    দাদা ভাল লাগিছে। সঁচা কৈছা

  • @hiteshdeka2368
    @hiteshdeka2368 ปีที่แล้ว +2

    উফ কি ধুনীয়া গীত।বহুত ভাল লাগিল।

  • @INAMULHUSSAIN
    @INAMULHUSSAIN ปีที่แล้ว +25

    বহুত ধুনীয়া গীত। বেলচা শব্দটো যথোপযুক্ত হৈছে। সাম্প্ৰতিক সময়ৰ বহু কথাই সঠিককৈ উপস্থাপন হৈছে।

  • @mustaque1987
    @mustaque1987 ปีที่แล้ว +147

    এগৰাগী মেৰুদণ্ড থকা শিল্পীক সন্মান যাচিছো🙏

  • @SushantaKar
    @SushantaKar ปีที่แล้ว +203

    বহুদিনৰ মূৰত মানুহৰ দুখৰ মর্মবেদনা এটি অসমীয়া গীতত শুনিলো 🎉অশেষ ধন্যবাদ। আমাৰ নিজৰ কাৰণেই এই গান ভাইৰাল হোৱা দৰকাৰ ❤❤❤

  • @koushikroy67873
    @koushikroy67873 ปีที่แล้ว +1

    Mojja himanshu da ❤💥

  • @subalkalita1542
    @subalkalita1542 ปีที่แล้ว +2

    Bahut dhuniya lagise git ti....kisumane lukai lukai he xunibo kijani...

  • @Astrologer-Pranab-Kr-Sarmah67
    @Astrologer-Pranab-Kr-Sarmah67 ปีที่แล้ว +25

    হিমাংশু প্ৰসাদ, অশেষ ধন্যবাদ জনালোঁ এইগীতটিৰ বাবে। সজাগতা মুলক সাহসী পদক্ষেপ এয়া। জাতিটোৰ সভ্যতা সংস্কৃতি গ্ৰীণিজ বুকত সোমাই থোৱাৰ প্ৰতিযোগিতাত লাগি এতিয়া জাতিটোকেই গ্ৰীণিজ বুকত সোমাই থব যেন লাগিছে। এদিন অসমীয়া জাতিটো গ্ৰীণিজ বুকত হে বিচাৰিব লাগিব যেন অনুভৱ হৈছে।

  • @KKsVlogSapatgram
    @KKsVlogSapatgram ปีที่แล้ว +153

    *বেলছাৰ বিৰুদ্ধে বেলছা ছং।* ❤️
    সাম্প্ৰতিক সময়ৰ বাস্তৱ (ৰাজনৈতিক) পৰিস্থিতিক মুকলি ভাবে উত্থাপন কৰিবলৈ সক্ষম হোৱা এয়াই চাগে অসমীয়া ভাষাত প্ৰথম গান!

    • @sukumarbaishya8549
      @sukumarbaishya8549 ปีที่แล้ว +2

      Iayar agot bahut besi political person r gat logakoi songs ase.. Opriyo Satya TH-cam channel2 sabo

    • @darsanasaharia3577
      @darsanasaharia3577 ปีที่แล้ว +3

      সঁচা কৈ

  • @sgdworld4581
    @sgdworld4581 ปีที่แล้ว +3

    বহু বছৰৰ পিছত অসমীয়াত মানুহৰ গান শুনিলোঁ।
    অতি সুন্দৰ।
    (মানুহৰ গান)

  • @sanatannath1219
    @sanatannath1219 ปีที่แล้ว +1

    GOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOD

  • @harmohandas8936
    @harmohandas8936 ปีที่แล้ว +4

    আপোনাৰ গানটি শুনি বহুত ভাল লাগিল।
    ধন্যবাদ।

  • @rashidulislam3597
    @rashidulislam3597 ปีที่แล้ว +16

    বহুত ভাল লাগিছে গানটো ।বৰ্তমানৰ অসমৰ অৱস্থাৰ তুলি দৰাৰ কাৰণে 👍👍👍

  • @Jayantateok
    @Jayantateok ปีที่แล้ว +150

    এতিয়া অসমৰ সকলোৰে প্ৰিয় গান হ'ল বেলচা.... কিছুমানে লুকাই চুৰকৈ শুনিব...

    • @zgcreatorstudio8735
      @zgcreatorstudio8735 ปีที่แล้ว

      😆

    • @mridulgogoi3102
      @mridulgogoi3102 ปีที่แล้ว +1

      এই গানটোৱে বৰ্তমানৰ সময়ৰ কথা কেই কৈছে । বহুত সুন্দৰ হৈছে ।

    • @MohammadAli-mt3ro
      @MohammadAli-mt3ro ปีที่แล้ว +1

      Thik koisa dada,Aro kisomane gantu khoni satpothai thakibo

    • @satya5041
      @satya5041 ปีที่แล้ว

      😂😂

    • @Aminul512
      @Aminul512 ปีที่แล้ว

      😆😆😆😀😀

  • @akashjyotinath
    @akashjyotinath ปีที่แล้ว +1

    Moza dise dada

  • @pratapmedhi8161
    @pratapmedhi8161 9 หลายเดือนก่อน +2

    চুপাৰ হীত জয় আই অসম

  • @shikharanisarma3744
    @shikharanisarma3744 ปีที่แล้ว +33

    বৰ সুন্দৰ সময়োপযোগী চিন্তাৰ সুন্দৰ উপস্থাপন কৰিছা।এই সময়ৰ জীৱন্ত দলিল এই গীতটো।ভাল লাগিল ভাইটি।ধন্য তোমাৰ চিন্তধাৰা।চামুচেৰে দি তুমি বেলচা মাৰি নিয়া 😀

  • @nabajyotimedhi8765
    @nabajyotimedhi8765 ปีที่แล้ว +40

    পুহমহীয়া ঠাণ্ডাত ৰাতিপুৱা ঠাণ্ডা পানীৰে গা ধুওৱা দি ধুইছে 🙏

  • @pritimonikalita
    @pritimonikalita ปีที่แล้ว +13

    ভক্তবোৰৰ কেনেদৰে হজম হব ভাবি আছোঁ 😅 জেগাত দিছে 🫡😂😂

    • @gouranga9471
      @gouranga9471 2 หลายเดือนก่อน

      26 t fanail marba lagbo himanta vaiparok

  • @dimpidas4373
    @dimpidas4373 ปีที่แล้ว +2

    Bhut bar xunilu dada..val hoise.....smy r lgt milise gan to..👍👍

  • @kushalbharali8947
    @kushalbharali8947 ปีที่แล้ว +1

    Fata fati da 👌👌👌👌

  • @dipanka4332
    @dipanka4332 ปีที่แล้ว +7

    😂 বৰ্তমান অসমৰ বাস্তৱ জীৱনৰ প্ৰতিফলন।
    আপোনালৈ বহুত বহুত ধন্যবাদ দেই।
    পিছে প্ৰভুৰ লগতে প্ৰভু ভক্ত কেইজনমান ও আছিল তেওঁলোককো অলপ ধুবচোন।😊
    ধন্যবাদ ধন্যবাদ, বহুত ধন্যবাদ।

  • @therhythm-3860
    @therhythm-3860 ปีที่แล้ว +8

    গানটোত ৰাইজৰ মনৰ কথাখিনি সুন্দৰকৈ ফুটাই তোলা হৈছে। ধন্যবাদ হিমাংশু দা।❤👌

  • @rajibathparia4904
    @rajibathparia4904 ปีที่แล้ว +36

    গীতটোত উল্লেখ কৰা প্ৰতিটো কথাই সত্য। বিশেষকৈ আমাৰ শিক্ষক সমাজৰ লগত চৰকাৰখনে যি বিৰূপ ব্যৱহাৰ কৰি আছে, তাক গীতটোৰ জৰিয়তে সুন্দৰকৈ দাঙি ধৰাৰ বাবে হিমাংশু দাক ধন্যবাদ জনাইছো।

  • @DanielGorh
    @DanielGorh ปีที่แล้ว +1

    O really fantastic song

  • @RatulBaishya-i7v
    @RatulBaishya-i7v ปีที่แล้ว

    গানটো সচাকৈ বহুত ভাল লাগিছে। বৰ্তমান সময়ত সচাকৈ গানটোৰ প্ৰয়োজনীয়তা আছে।

  • @ILIKETOTRAVELLIKEABIRD
    @ILIKETOTRAVELLIKEABIRD ปีที่แล้ว +16

    চৰকাৰৰ বিৰূদ্ধে ইয়াতকৈ আৰু ডাঙৰ প্ৰতিবাদী কণ্ঠৰ গান হব নোৱাৰে 💖💖💖

    • @Rajt1121
      @Rajt1121 ปีที่แล้ว

      হয়,এইবাৰহে হ'ব দেই সুন্দৰ পৰিৱৰ্তন!😅

  • @Alcoholvlog9707
    @Alcoholvlog9707 ปีที่แล้ว +3

    ১০০%সত্য

  • @dipdeka410
    @dipdeka410 ปีที่แล้ว +24

    জুই দাদা। গানটোৰ মাজেৰে সঁচা কথা কৈছে।❤️❤️❤️❤️

    • @himanshuprasaddas9505
      @himanshuprasaddas9505  ปีที่แล้ว +3

      Dhonyobad

    • @madhuri...sany...9963
      @madhuri...sany...9963 ปีที่แล้ว

      ​@@himanshuprasaddas9505
      হিমু দা বহুত বহুত ভাল লাগিল গানটো শুনি ।❤❤❤❤
      আৰু এনেকুৱা গান শুনিবলৈ পাম বুলি আশা থাকিল❤❤❤❤❤

  • @xtanactionhell3727
    @xtanactionhell3727 ปีที่แล้ว +2

    দাদা BELSA খন জাগাত মাৰিছা 🙏😊

  • @ajitdeka1996
    @ajitdeka1996 ปีที่แล้ว +1

    Val val kije val lagil. Aru guwa. Janai janise .election gabobode kamot ahibo. Ai ganere dubabo lage.

  • @goutamdas2806
    @goutamdas2806 ปีที่แล้ว +6

    Bht dhuniya song dada .... এনেকুৱা গান এটা এইকেইদিনত প্ৰয়োজন হৈছিল 🎉🎉🎉🎉

  • @pallabigogoi2984
    @pallabigogoi2984 ปีที่แล้ว +23

    সাধাৰণ জনতাৰ মনৰ ক্থাবোৰ সুন্দৰকে প্ৰকাশ কৰি দিলে| এয়াই শিল্পী❤

  • @palligramtvextra3459
    @palligramtvextra3459 ปีที่แล้ว +25

    Ata kotha bujibo pora nai ai gantu mor hisapot top ot thakibo lagisil kintu gan hisapot view kio na ahe

  • @mushfiquehussain3014
    @mushfiquehussain3014 ปีที่แล้ว +1

    Bohut jeng

  • @DeepankurVlogs
    @DeepankurVlogs ปีที่แล้ว +1

    Mzaa daada❤

  • @Assamelaya1077
    @Assamelaya1077 ปีที่แล้ว +59

    সঁচাকৈ গীতটি অসমৰ বৰ্তমানৰ সাধাৰণ জনতাৰ লগত ঘটা এক চিৰসত্য অবস্থাৰ গীত.. ভাল লাগিছে গীতটি শুনি ❤❤❤

  • @a2z278
    @a2z278 ปีที่แล้ว +32

    অসমৰ বহুত আগশাৰীৰ ভৰি চেলেকা হাৰ্টথ্ৰব গায়কে ও এবাৰ ভাবিব বাধ্য হৈছে চাগে..গান এইধৰণেও গাই ধুই দিব পাৰি..আপুনি জনতাৰ কন্ঠ আমি সদায় আপোনাৰ পিছফালে থিয় দি আছো Love you Himu da❤

  • @kushilabbaishya221
    @kushilabbaishya221 ปีที่แล้ว +19

    বৰ্তমান সময়ত এনেকুৱা শিল্পী প্ৰয়োজন হৈছে।। এই গানটো ত সম্পূৰ্ণ বাস্তৱতা প্ৰকাশ পাইছে।। চৰকাৰ সম্পূৰ্ণ ব্যৰ্থতা প্ৰকাশ পাইছে ইয়াত।।

  • @kuldipnath1547
    @kuldipnath1547 ปีที่แล้ว +15

    বাস্তব জীৱনৰ এখন জীয়া ছবি👍(lyrics 🔥) ,দাদা আপোনাৰ উপস্থাপন বিলাক সদায়েই প্ৰিয়❤

  • @JyotiDoley-d8q
    @JyotiDoley-d8q ปีที่แล้ว +1

    Excellent....

  • @poranbora4184
    @poranbora4184 ปีที่แล้ว +2

    Great 👍,,সাধাৰন ৰাইজৰ লগত থকা আপুনি মহান 🙏🙏🙏

  • @lookeastrajibdowari
    @lookeastrajibdowari ปีที่แล้ว +5

    ভাষা নাই 🥰😋🤩

  • @dudulali4012
    @dudulali4012 ปีที่แล้ว +7

    বতৰ্মান সময়ত জনসাধাৰণৰ লগত জড়িত এটি সুন্দৰ গীত। এই গীতটো সকলোৱে like, comment ,shere ৰাইজৰ মাজত প্ৰচাৰ কৰিব।

  • @PrasantaChutia-ly3xx
    @PrasantaChutia-ly3xx ปีที่แล้ว +6

    হিমাংশু দা এনেকুৱা গান আগলৈ আৰু গাব ... এইখন দেশত কথা কোৱা, গান গোৱা, কবিতা লিখা ইত্যাদি অধিকাৰ সকলোৱেই আছে ।

  • @jayantabhagabati373
    @jayantabhagabati373 ปีที่แล้ว

    Nice Himanshu... ultimate hoise.

  • @sanjibhazarika608
    @sanjibhazarika608 ปีที่แล้ว +1

    অসমৰ সাংস্কৃতিক জগতৰ অন্যতম উজ্জ্বল ভবিষ্যৎ হিমাংশু প্রসাদ দাস। ভগৱানে মঙ্গল কৰক।

  • @TheDarkKnight-f5i
    @TheDarkKnight-f5i ปีที่แล้ว +10

    ধন্যবাদ হিমু দা । আপুনি অতি সুন্দৰ - সাৱলীল কণ্ঠৰে ৰাইজৰ মনৰ কথাবোৰ প্ৰকাশ কৰিছে । ভাবি আচৰিত হওঁ যে বৰ্তমানৰ এনেকুৱা পৰিস্থিতি যত বাকস্বাধীনতাৰ অস্তিত্ব সংকটত, তেতিয়া আপুনি এই গীতটি গাইছে । অন্যহাতে দেখা যায় যে গৰিষ্ঠসংখ্যক অভিনেতা, গায়ক আৰু কলা - কুশলীসকল কাৰোবাৰ পদলেহনকাৰী কুকুৰ তথা চাটুকাৰত পৰিণত হৈছে ।

  • @syedsohailalam2453
    @syedsohailalam2453 ปีที่แล้ว +3

    আপোনাৰ সাহসী প্ৰকাশ ভংগীমাৰ কলাক মই সন্মান জনাইছো 🙏 এজন প্ৰকৃত ৰাইজৰ বাবে মাত মতা শিল্পী💐

  • @rehenabegum1178
    @rehenabegum1178 ปีที่แล้ว +17

    ৰাইজৰ মনৰ বেদনা প্ৰকাশ হৈছে গীতটিত👌👌

  • @funnyjokes2577
    @funnyjokes2577 ปีที่แล้ว +1

    Dhom thakibo lagibo gaan koribole...... Salute to Hamangsu daa.
    Ravi daa and himangsu daa big of urs.

  • @diluwarhussain-hg6lc
    @diluwarhussain-hg6lc ปีที่แล้ว +1

    O moja

  • @dhrubadeka7094
    @dhrubadeka7094 ปีที่แล้ว +5

    Perfect song for মামা ।
    মামা be like
    মোৰ সঁচা কথা বিলাক এটা গানতে কৈ সুনালে বে ৰাইজক ।
    #হিমাংশু দা congrats for this song
    I wish আগলৈ এনেকুৱা বিষয়ত গান, নাটক,আৰু চিনেমা পাই থাকিম বুলি ।
    ধন্যবাদ । 🙏🏼

  • @atanunath
    @atanunath ปีที่แล้ว +32

    And that's how we should revolt, through art ❤ I feel safer and stronger now knowing that some artists still retained their spines.

  • @nensigogoi4635
    @nensigogoi4635 ปีที่แล้ว +9

    সাম্প্ৰদায়িক সময়ৰ শোষিত শ্ৰেণীৰ জীয়া ছবি,,❤️❤️তীক্ষ্ণ প্ৰতিবাদৰ সুৰীয়া সুৰ,,,,❤️it,,

  • @BREEZUSAIKIA
    @BREEZUSAIKIA ปีที่แล้ว

    ভাল দিছা ককাই ❤ সঁচা কথা কিছুমান কৈ গলা

  • @HiteshDeka-hp7nf
    @HiteshDeka-hp7nf ปีที่แล้ว +1

    Ha. Priya. Singer. Apunak. Sata. Sara. Pranam

  • @buragohainhimanta1418
    @buragohainhimanta1418 ปีที่แล้ว +13

    কিছুমানৰ গাত লাগি গৈছে চাগে। ভাল লাগিলে দাদা গানটো ❤❤❤❤

  • @mostaksaklain2023
    @mostaksaklain2023 ปีที่แล้ว +7

    ❤❤ বৰ্তমানৰ চৰকাৰ খনৰ ফোফোলা ছবি খন ধুনীয়াকৈ প্ৰকাশ পাইছে দাদা।।।। তুমি জুই 🔥🔥🔥🔥

    • @Meme-um7ho
      @Meme-um7ho ปีที่แล้ว

      Dami bostu khowai Val congresi ahar pisot aru Miya sabo mon nai amar

  • @najmalhussainbhuyan5869
    @najmalhussainbhuyan5869 ปีที่แล้ว +6

    অপেক্ষাৰ অন্ত পৰিল...
    চাই আছোঁ শুনি আছোঁ ভাৱি আছোঁ....

  • @sanjeevtalukdar05
    @sanjeevtalukdar05 ปีที่แล้ว

    সাংঘাতিক ভাল লাগিছে
    শব্দ সুৰ সকলো খিনি
    বেলচা হিট

  • @Digantahazarika-v5h
    @Digantahazarika-v5h ปีที่แล้ว +1

    অসমৰ নাচিকেতা..কলিকতা এই গায়কজনে গানৰ মাজেৰে চৰকাৰৰ ভিতৰচৰাৰ বহুত কথা উদঙাই দিয়াৰ বাবে বহুবাৰ ৰোক্ষত পৰিছে৷

  • @paragkalitapk
    @paragkalitapk ปีที่แล้ว +7

    A moza dada, প্ৰভুৰ অন্ধভক্তৰ সংখ্যাই সৰহ🙏

  • @r.hazarika9231
    @r.hazarika9231 ปีที่แล้ว +22

    বাস্তৱৰ এখন সুন্দৰ প্ৰতিচ্ছবি গীতটিত প্ৰকাশ পাইছে। বহুত ভাল লাগিল ❤👍

  • @SoftNTech
    @SoftNTech ปีที่แล้ว +7

    সময়োচিত গীত। প্ৰতিটো বাক্যই বৰ্তমানক প্ৰতিনিধিত্ব কৰিছে। জুই....🔥🔥🔥🔥🔥

  • @newsassam24985
    @newsassam24985 ปีที่แล้ว +1

    Joi Congress

  • @Bijuborphukan
    @Bijuborphukan ปีที่แล้ว

    অ..... কি মজা....
    এনেদৰে গীত তুমি.....
    মাজে মাজে দিবা প্ৰভু....
    (প্ৰতিটো লাইন দুবাৰকৈ গাব)

  • @nabadas167
    @nabadas167 ปีที่แล้ว +27

    Great song Himanshu Da keep the JOSH ❤❤❤

    • @sizaa123
      @sizaa123 ปีที่แล้ว

      Gandu song is this

  • @dhanjitnath4013
    @dhanjitnath4013 ปีที่แล้ว +26

    ইয়াতকৈ আৰু কি সহজ ভাষাত বুজাব ৰাইজসকল গতিকে সততাৰে আগুৱাই আহক কাপুৰুষৰ দৰে থাকি লাভ নাই 🙏🌷👌👍

  • @VC27
    @VC27 ปีที่แล้ว +3

    A brave and candid portrayal of the unfortunate times that we have brought upon ourselves. One can only hope that these dark days shall soon be over. Excellent satire!

  • @Assam25Block
    @Assam25Block 11 หลายเดือนก่อน +1

    Moja ❤❤❤

  • @dearzindegi8859
    @dearzindegi8859 3 หลายเดือนก่อน

    Xundor geet ❤ Xonor sokit boha pravu xokole geet r muillya buji pale vl asil

  • @debosriboruah4600
    @debosriboruah4600 ปีที่แล้ว +5

    পলিটিক্স নকৰিবা বন্ধুতকৈ 10000000 গুণ ওপৰৰ গান এইটো।জয় হিমাংশু দাৰ জয়।

  • @AJ-nd3kf
    @AJ-nd3kf ปีที่แล้ว +20

    দাদৰ সকলো গান,চিনেমা বেটিক্ৰমিক ♥️

  • @paragdas9262
    @paragdas9262 ปีที่แล้ว +57

    Otherwise political satire in Assamese music is practically non-existent nowadays. So subtle yet hard hitting, loved this❤

  • @NucleomedImaging
    @NucleomedImaging ปีที่แล้ว

    Khubei bhaal lagil. Himanshu da tumi unique. Bohut bhaal lagil hosakoi.

  • @amarendradas1619
    @amarendradas1619 ปีที่แล้ว +1

    গণ শিল্পী বুলি কলো

  • @abinashdeka7280
    @abinashdeka7280 ปีที่แล้ว +106

    বেলচা‌ ....moja lagise himanshu da

  • @বনফুলৰবাটেদি
    @বনফুলৰবাটেদি ปีที่แล้ว +10

    এই কাৰণে ই আপুনি প্ৰিয় । আগলৈ আৰু আশা কৰিলোঁ❤

  • @Gagankakati
    @Gagankakati ปีที่แล้ว +4

    অপূৰ্ব। 🤙এইটো জেগাত দিলে......!

  • @anuvabsentertainment2853
    @anuvabsentertainment2853 ปีที่แล้ว

    বেলচা Superhit দা মজা লাগিছে শুনি ..........

  • @kidseducation.8107
    @kidseducation.8107 ปีที่แล้ว

    ধন্যবাদ আপোনাক আপুনি সময় উপযোগী ৰাইজৰ দুখত উপস্থাপন কৰাৰ বাবে

  • @manjurulislam2060
    @manjurulislam2060 ปีที่แล้ว +23

    Not just a song. It is something which every Assamese talk about everyday. ❤

  • @goodwillglosy126
    @goodwillglosy126 ปีที่แล้ว +19

    This song is Better than the whole career of Vrigu kashyap, mantumani and many more singers.

    • @dhirendranathchoudhury86
      @dhirendranathchoudhury86 ปีที่แล้ว +3

      Even Zubeen Garg does not make a song like this. Himangshu Prasad Das is a Revolutionary Artist of Assamese Art & Culture.

  • @biplobsarkar3468
    @biplobsarkar3468 ปีที่แล้ว +4

    ঠিক সময়ত ঠিক গান উপহাৰ দিলা দাদা
    ধৈন্নবাদ দাদা

  • @rajibaxom6733
    @rajibaxom6733 ปีที่แล้ว

    Jibont karu video t like comment mare pua naselu...aji nuarelu ru mjja hoicy himanshu da mjja...

  • @patirabha3571
    @patirabha3571 ปีที่แล้ว +1

    Dhuniya dada 😊

  • @bijusworld630
    @bijusworld630 ปีที่แล้ว +16

    এশজন সুবিধাবাদীৰ মাজত থাকিও আপোনাৰ এই মজবুত প্ৰতিবাদী কণ্ঠক জিয়াই ৰখাৰ বাবে অজস্ৰ প্ৰণাম আৰু ছেলুট...
    #greatwork ❤️

    • @motomanzy5838
      @motomanzy5838 ปีที่แล้ว +3

      সঁচাকৈ standing salute ৰ অধিকাৰী হিমাংশু দা । কাৰণ এই দু:সময়ত এনেকৈ থিয় দিবলৈ ৰাইজৰ হকে সঁচাকৈ মন মগজু অপূৰ্ব শক্তিৰ অধিকাৰী হব লাগিব ।

    • @kindmind3220
      @kindmind3220 ปีที่แล้ว +1

      You know about xubidhabadi before it realising

    • @bijusworld630
      @bijusworld630 ปีที่แล้ว

      @@kindmind3220 yes.. i think so !!! 😊

  • @learneduca24
    @learneduca24 ปีที่แล้ว +19

    মনৰ খু-দুৱনিবোৰ গীতৰূপে প্ৰকাশ পালে, সঁচাকৈয়ে ভাল লাগিল। আপোনাৰ সাহসক প্ৰণাম। গীতটো থলুৱা অসমীয়াৰ মাজলৈ লৈ যাবলৈ আমিবোৰে প্ৰচাৰ অকণমান কৰো আহঁক।

  • @deepjyotikalita2146
    @deepjyotikalita2146 ปีที่แล้ว +9

    হিমাংশু দা তুমি সদায় জুই ❤️

  • @bishalchoudhary2920
    @bishalchoudhary2920 ปีที่แล้ว

    eyat koi val protibad habo nuware.... thank you himanshu da.....

  • @dipapatowary4172
    @dipapatowary4172 ปีที่แล้ว

    Bitat dhunia song eman milai likha babe bhut bhut dhanaybad