Sikha sharma| Nivir sharma|Husband interview| marriage

แชร์
ฝัง

ความคิดเห็น • 153

  • @DimbanathDoley
    @DimbanathDoley 2 หลายเดือนก่อน +16

    শিখা বাঈ আৰু আমাৰ দাদা মাজত থকা সম্প্ৰীতিৰ বোৰ নৱ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ থলী হওক।,এনে আদৰ্শ দম্পতীৰ জীৱন মধুময় কৰি দিয়ক হে
    পৰম পিতা পৰমেশ্বৰ (মাজুলী)

  • @rekhaphukan5617
    @rekhaphukan5617 ปีที่แล้ว +13

    বাইদেউ আপুনি প্ৰগতিশীল চিন্তাৰ এজন দেৱতা সদৃশ স্বামী পাইছে আপোনাসৱক শতকোতি ধন্যবাদ ।

  • @pinkyborabonia6239
    @pinkyborabonia6239 ปีที่แล้ว +7

    আপুনি বহুত সাহসী বাবেহে এনেকুৱা এটা সিদ্ধান্ত ল'ব পাৰিলে বাইদেউ। নহ'লে আপোনাৰ দৰে কিছুমান মহিলাই মৰি মৰি জীয়াই আছে মানুহক দেখাইহে মানে জীয়াই থাকিব লগা হৈছে । আৰু আপোনাৰ interview টোৰ পৰা বহুত সাহস পালোঁ বাইদেউ 🙏🙏🙏🙏🙏🙏

  • @dulumonihatimuriahatimuria427
    @dulumonihatimuriahatimuria427 ปีที่แล้ว +24

    ইমান ভাল মানুহ লগত থাকিলে একো নালাগে জীৱনত॥ সদায়ে সুখী হৈ থাকক আপোনালোক ভগৱানে সহায় কৰক সদায়ে॥

  • @mitadas6954
    @mitadas6954 2 หลายเดือนก่อน +2

    পলম কৈ হলেও video টো চালোঁ ,আৰু ভাল লাগিল । শিখা বাইদেউ জীৱন কাহিনী শুনিলোঁ । বৰ্তমান তেওঁ পাৰিবাৰিক সুখী । ভাল লাগিল । সুস্থ হৈ থাকক তাৰেই কামনা কৰিলোঁ

  • @dipanjalimohanta4800
    @dipanjalimohanta4800 ปีที่แล้ว +18

    ভন্তী শিখাৰ বাস্তৱ জীৱনৰ অভিজ্ঞতাই মানসিক ভাৱে হতাশ হোৱা বহুতো মহিলাক প্ৰেৰণা যোগাব বুলি মোৰ দৃঢ়বিশ্বাস।

  • @mehektarannum1131
    @mehektarannum1131 10 หลายเดือนก่อน +31

    Wow! Wonderful personality 💕☺️ Go ahead mam,how bold and beautiful you are both physically and mentally as well! 👌👌🙏🙏

  • @ranjumoniborah2952
    @ranjumoniborah2952 ปีที่แล้ว +18

    মানুহজন সচাঁকৈ এজন ভাল মানুহ।

  • @prafullachkalita3984
    @prafullachkalita3984 ปีที่แล้ว +5

    Salute nidhi Sara. You are a real he

  • @renushyam2608
    @renushyam2608 ปีที่แล้ว +7

    May God bless you I like your novel

  • @sabitarajbangshi8991
    @sabitarajbangshi8991 ปีที่แล้ว +9

    চিনৰিতা খন পঢ়িয়ে আপোনাক ভাল লাগিছে। আপোনাৰ প্ৰতিটো কথাকে সমৰ্থন কৰোঁ।

  • @binodkumargogoi9750
    @binodkumargogoi9750 หลายเดือนก่อน

    শিখা শৰ্মাৰ "চিন'ৰিটা" পঢ়িলো। ভাল লাগিল।

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 ปีที่แล้ว +13

    সুখী পৰিয়াল। ভাল লাগিল 👍🙏

  • @dibyajyotisaikia8255
    @dibyajyotisaikia8255 ปีที่แล้ว +4

    চেমিম বা নমস্কাৰ । আপোনাৰ অতিথি চিনাক্তকৰণ সচাঁই প্ৰশংসনীয় ।
    আৰু আপোনাৰ অতিথিক প্ৰশ্ন সুধাৰ শৈলীটো সচাঁই মানিব লাগিব , কাৰণ আপুনি প্ৰশ্নবোৰ ঘৰুৱাভাৱে সোধে লগতে আপোনাৰ হাঁহিটো মনজুৰুৱা এছাটি মলয়া বা .....👌 আগবাঢ়ি যাওঁক

  • @SangReegVlogs111
    @SangReegVlogs111 ปีที่แล้ว +3

    Iman val husband pale life tu hundor koi soli jai...understanding n supportive

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv 2 หลายเดือนก่อน +3

    Great couple of Assam.

  • @kismatkour436
    @kismatkour436 2 หลายเดือนก่อน

    বহুত বহুত ভাল লাগিল ইশ্বেৰ সদায়েই সুখত ৰাখক 🙏👌❤👍

  • @bornalihazarikatamuli179
    @bornalihazarikatamuli179 2 หลายเดือนก่อน

    Really great..bhal lagil manuh jon

  • @westsideeditz_9674
    @westsideeditz_9674 10 หลายเดือนก่อน

    Very simple couple but perfect and very talented family.

  • @hirakjyotigogoi1131
    @hirakjyotigogoi1131 ปีที่แล้ว +2

    He is a good person........

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv 2 หลายเดือนก่อน +1

    Great video for the year of the 2024 .

  • @Nahar01864
    @Nahar01864 2 หลายเดือนก่อน

    Wow wonderful husbend God bless u both

  • @Rinku_xl_5
    @Rinku_xl_5 ปีที่แล้ว +10

    শিখা শৰ্মা ধনী মানুহ । বাপেক চিকিৎসক । গিৰিয়েক ইনজিনীয়াৰ ।

  • @user-en7ut1xh8c
    @user-en7ut1xh8c 3 หลายเดือนก่อน +3

    মানুহজন ভগৱান ৰুপি ঈশ্বৰ সেই কাৰণে । সংখাৰ খন মধুৰ নিভাজ

  • @nonichutia3034
    @nonichutia3034 ปีที่แล้ว +5

    সুন্দৰ,,,, কথোপ কঠন। বহুত২🙏 আশীৰ্বাদ ও শুভকামনা থাকিল তোমালৈ🙏

  • @sumiborah9264
    @sumiborah9264 ปีที่แล้ว +4

    সচা কথা কৈছে বাইদেউয়ে মৰম অবিহনে জীয়াই থকা বহুত কষ্ট হয়

  • @DhayyaDas
    @DhayyaDas 2 หลายเดือนก่อน

    আপোনালোকে talent ক গুৰুত্ব দি বিয়া পতাৰ কাৰণে আপোনাৰলোকৰ জীৱন সুখী হোৱাতো স্বাভাৱিক৷

  • @phanidharrabha8057
    @phanidharrabha8057 2 หลายเดือนก่อน +2

    বিয়াৰ আগতে প্ৰেম কৰিব নোপোৱা বাবে বিয়াৰ পিছত প্ৰেম কৰি ডাবল এক্টিং কৰি দিলা না !এই নতুন গিৰিয়েক ললা ন ! সেইজনক এৰাৰ কাৰণটো উপাৰ্জন কম এইটোৱে ন ? বিবাহ কেলেঙ্কাৰীৰে জেইল খোৱা এই অবৈধ দম্পত্তীৰ দ্বিতীয় বিবাহৰ কথা প্ৰচাৰ কৰি কাৰ কি লাভ হ'ব বাৰু ?

  • @rupaghosh5051
    @rupaghosh5051 ปีที่แล้ว +8

    Nice video ❤️ happy family 🥰

  • @NityanandaKalita-dd3qt
    @NityanandaKalita-dd3qt 2 หลายเดือนก่อน

    I am very happy to your good decision ❤❤❤.

  • @manjulagoswami4254
    @manjulagoswami4254 ปีที่แล้ว +4

    Thanks Nivr sharma
    I respect your sur thinking

  • @rubirajkhowa7183
    @rubirajkhowa7183 ปีที่แล้ว +7

    বাইদেউ আপোনী কন্দুৱাই দিলে আজি। ভগৱানে বহুত সুখী কৰি ৰাখক।

  • @keshabkalita9926
    @keshabkalita9926 2 หลายเดือนก่อน

    Sikha ba a great writer,Novalist,poet,social worker,singer,and a braini politican of entire Assam.acctually teo ajani great mainority netri o. adin teo Assam r Cabinet minister ba C.M. je hab 100 persent sure.

  • @geetanjalibasumatari7479
    @geetanjalibasumatari7479 ปีที่แล้ว +2

    Val lagil bohut besi....bhogobane khodai kukhole rakhok duyuke🙏🙏🙏🥰🥰

  • @user-vx5oc5uh8b
    @user-vx5oc5uh8b 2 หลายเดือนก่อน

    Be happy always nd smile. ❤

  • @bijoyasaikia8632
    @bijoyasaikia8632 ปีที่แล้ว +7

    বহুত বহুত ভাল লাগিল।

  • @kanikamedhi5929
    @kanikamedhi5929 2 หลายเดือนก่อน

    Aapuni bohut xoru n. Preme boykh namane❤

  • @reemaneog9899
    @reemaneog9899 11 หลายเดือนก่อน

    Husbandjon iman bhal manoh.kotha botorate gom pua jai.sikha sarmah bohut lucky dei

  • @user-rg7db3vi4i
    @user-rg7db3vi4i ปีที่แล้ว +4

    শিখা শৰ্মা বাইদেউৰ (চিন'ৰিটা) কিতাপ খন পঢ়ি বহুত অভিজ্ঞতা হ'ল। বাইদেউ বহুত কষ্ট কৰি ইমান খিনি পাইছেহি। বাইদেউ আৰু তেওঁৰ স্বামীৰ আহিব লগীয়া দিনবোৰ সুখেৰে ভৰি পৰক

    • @ritadas187
      @ritadas187 2 หลายเดือนก่อน

      😊a😊😊😊

  • @asifurrahman1040
    @asifurrahman1040 11 หลายเดือนก่อน

    Khuub bhal lagil

  • @dipabhuyan3684
    @dipabhuyan3684 ปีที่แล้ว +4

    ভাল লাগিলে কথাখিনি শিখা বহুত ভাল কৰিলা জীৱন তু নিজৰ সছা কথা ভগৱানে সহায় কৰিব আশীৰ্বাদ কৰিছো

  • @MahatKhakhulary-kc3uz
    @MahatKhakhulary-kc3uz 2 หลายเดือนก่อน

    বহুত বহুত ভাল ❤

  • @ambikakrishna5793
    @ambikakrishna5793 2 หลายเดือนก่อน +1

    আপুনি এজন মহান ব্যক্তি।

  • @hasinamannan9085
    @hasinamannan9085 ปีที่แล้ว

    Semim baa 2mi j jubin daar lgt j photo upld dsa imn cute lga hoise.....

  • @gitanjalipathok8392
    @gitanjalipathok8392 ปีที่แล้ว +1

    Kothabilak bohut vl lagil Thank you baideu

  • @bijoydas5841
    @bijoydas5841 หลายเดือนก่อน

    Sikha Darma AJoni udioman great politician

  • @rupagogoi1929
    @rupagogoi1929 ปีที่แล้ว +6

    Bahut222 Thanks

  • @charudas947
    @charudas947 2 หลายเดือนก่อน +1

    Duyojaneajir samajkhanar babe prenadayak dhanyabad

  • @anjananeog3136
    @anjananeog3136 ปีที่แล้ว +6

    ভাল লাগিল বহুত ।

  • @ayotriphukonmohan5638
    @ayotriphukonmohan5638 2 หลายเดือนก่อน

    বহুত ভাল লাগিল

  • @binodkumargogoi9750
    @binodkumargogoi9750 หลายเดือนก่อน

    নিবিড় এজন মহান ব্যক্তি
    বুলি ক'লোঁ।

  • @TIGER_44416
    @TIGER_44416 2 หลายเดือนก่อน +1

    ❤❤❤😂❤👌

  • @dipanjaliborah8322
    @dipanjaliborah8322 ปีที่แล้ว +3

    Thank you. ❤️❤️

  • @bhogeswarlahon2325
    @bhogeswarlahon2325 ปีที่แล้ว +5

    চিনতাবোৰ বৰ ভাল লাগিল।

  • @bilatigogoi6114
    @bilatigogoi6114 2 หลายเดือนก่อน

    Very very good video,.

  • @musicworld676
    @musicworld676 ปีที่แล้ว

    vl lagil baideo kothabur jani

  • @Pankaj-vy7rs
    @Pankaj-vy7rs 2 หลายเดือนก่อน

    Nice happy famile.

  • @rinaburagohain126
    @rinaburagohain126 ปีที่แล้ว +8

    সুখেৰে থাকক দুয়ো।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 ปีที่แล้ว +1

    Very nice and uninic Video. Bohut bohut xuvokamona jonaloo Duyu jonoke. Go ahead way to your journey. Always be positive and happiness

  • @nabanitasarma5204
    @nabanitasarma5204 ปีที่แล้ว +4

    ভাল লাগিল সাক্ষাৎকাৰটো চাই

  • @swapnasadhonidar4090
    @swapnasadhonidar4090 ปีที่แล้ว +5

    Happy family

  • @monjumoni8330
    @monjumoni8330 ปีที่แล้ว +4

    শিখা বাইদেও আপোনাক বহুত ধন্যবাদ যাজিলো

  • @umadeuri6346
    @umadeuri6346 10 หลายเดือนก่อน

    ❤❤❤

  • @damayantirahang4389
    @damayantirahang4389 ปีที่แล้ว

    Aponalokr khahok dekhi moi emanei emanei anupranot hoisu moi vavibo nowaru ..sem moru jibon to anekowae soli ase ...moi Bohot bohotei aponaloko dhoinyabado disu .mor jibonto agowai jabole apolokor xaitkar to pora moi anupranot hoisu....

  • @JyotikaKuli
    @JyotikaKuli หลายเดือนก่อน

    Nice

  • @chinmoyeeee
    @chinmoyeeee ปีที่แล้ว

    I had read her novel “Senorita” & now it’s one of my favourite ❤

  • @HussainAhmed-li6ph
    @HussainAhmed-li6ph ปีที่แล้ว

    Good

  • @ranumonibaruah3182
    @ranumonibaruah3182 2 หลายเดือนก่อน

    দাদা jজন বৰ গহিন আৰু সুন্দৰ

  • @yyyy-ws9vf
    @yyyy-ws9vf ปีที่แล้ว +4

    Thank you Sikha ba.

  • @tomserali4426
    @tomserali4426 ปีที่แล้ว +1

    Aapnalok.duye.hukhey.hantit.thakok.
    Thank.

  • @nonichutia3034
    @nonichutia3034 ปีที่แล้ว +3

    সচাকে বিশ্বাস কৰা মোৰ তোমালোকৰ প্ৰেম দেখি হিংসা হয়। মানে শ্ৰদ্ধা ভক্তি আছে

  • @jehirulhuda3147
    @jehirulhuda3147 ปีที่แล้ว +4

    May He makes a safe shadow over you.

  • @nonichutia3034
    @nonichutia3034 ปีที่แล้ว +3

    পুৰুষ জন লৈ মানে, নিবিড় বাপ 🙏জন লৈ বহুত২ ধন্যবাদ। শট কোটি প্ৰণাম জনালো

  • @eloraborah4643
    @eloraborah4643 ปีที่แล้ว +2

    ভাল লাগিল।ভগবানে মংগল কৰক।

  • @shayaangamingvlog8162
    @shayaangamingvlog8162 ปีที่แล้ว +2

    ভাল লাগিল।

  • @aliciadawns8535
    @aliciadawns8535 ปีที่แล้ว

    Bohut bhal lagil hakhyat kartu. Sikha sharmar dore hajargoraki Akhomot jonmo houk.

  • @sanowarabegum4481
    @sanowarabegum4481 ปีที่แล้ว +2

    God bless you

  • @ritagogoi6591
    @ritagogoi6591 ปีที่แล้ว

    Bohot val lagel ba uponar kothabor

    • @jutimalabarthakur6648
      @jutimalabarthakur6648 ปีที่แล้ว

      শিখা আৰু নিবিড় দুয়োকো "চিন'ৰিটা"ৰ যোগেদি জানিলো। এই অন্তৰংগ আলাপেও মোক দুয়োৰে প্ৰতি মোহাচ্ছন্ন কৰিলে । দুয়ো সন্তানকেইটিৰ সৈতে সুখেৰে থাকক __এয়ে কামনা । এই আলাপৰ শেষৰফালে দুয়োৱে দিয়া প্ৰশ্নোত্তৰে নিশ্চয় সকলোকে অভিভূত কৰিব ।

  • @phulmayachetry7176
    @phulmayachetry7176 ปีที่แล้ว +3

    Perfect Couple 🙏🙏🙏👍👍👍

  • @lakshyajyotinath8625
    @lakshyajyotinath8625 ปีที่แล้ว

    Sikha ba Mur lgtu same hoise

  • @rajashrisaikia9479
    @rajashrisaikia9479 8 หลายเดือนก่อน +2

    ল'ৰা-ছোৱালী, মতা থকা মাকৰ নিচিনা বয়সৰ অচিনাকি পৰৰ তিৰোতাজনীক support দিবলৈ যোৱাৰ আগত নিজৰ ঘৰ খনৰ কথাহে এবাৰ ভাবি চোৱা উচিত আছিল। বৰ জনা-শুনা, কথা চহকী জনীয়ে দেখুন দুখনকৈ ঘৰ ভাঙিলে।

    • @DikshaBorah-zg5sk
      @DikshaBorah-zg5sk 2 หลายเดือนก่อน

      Apuni ekfam faltuonor manuj
      Apunar nisina saru sinta.magajir manuhe anekua interview saboi nalage.

    • @rajashrisaikia9479
      @rajashrisaikia9479 3 วันที่ผ่านมา

      ​@@DikshaBorah-zg5sk আপুনি শিখা শৰ্মাৰ নিচিনা মতা সলোৱা, মিঞাৰ দালাল কৰি ফুৰা মিছলীয়া এজনীক অনুসৰণ কৰি বহল মনৰ মানুহ হওঁক। মোৰ ক'ব লগা নাই। কিন্তু টকা দি recharge কৰা মোৰ ফৌনত অহা ভিডিঅ' চাই মই মোৰ comment box ত মোৰ মতামত দৰ্শাইছো যিটো মোৰ অধিকাৰ আছে। আপোনাৰ যি ক'ব লগা আছে নিজৰ box ত গৈ নকয় কিয় মোৰ box ত আহি যে ভুক ভুকাইছেহি।

    • @rajashrisaikia9479
      @rajashrisaikia9479 3 วันที่ผ่านมา

      মই টকা দি recharge কৰা ফৌনত অহা ভিডিঅ'ৰ মোৰ comment box ত মই মোৰ মন্তব্য প্ৰকাশ কৰিছো। যিটো মোৰ অধিকাৰ আছে। আপুনি mor box ত আহি কিয় ভুক ভোকাইছে ? নিজৰ box ত গৈ কওঁক কি ক'ব লগা আছে। আৰু যদি আপুনি বিবাহিত, আপোনাৰ ল'ৰা- ছোৱালী আছে তেনেহ'লে শিখা শৰ্মাৰ দৰে মতা সলোৱা, বহুৰূপী, মিঞাৰ দালাল কৰা মিছলীয়া এজনীক অনুসৰণ কৰি বহল মনৰ পৰিচয় দিয়ক। হিন্দুক জ্বলাই মিঞাৰ লগত কৰা আপোনাৰ বাইদেউৰ নাটক বোৰ হিন্দু মানুহে পাহৰা নাই। শিখা শৰ্মাক আপুনি অনুসৰণ কৰক আপোনাৰ অনাগত দিনৰ ভালৰ লগতে আপোনাৰ সন্তানো সংস্কাৰী হ'ব।

  • @binaboruah4426
    @binaboruah4426 ปีที่แล้ว +1

    ভাল লাগিল, ভালে থাকক সদায়!

  • @bidyutchangmai8664
    @bidyutchangmai8664 ปีที่แล้ว +2

    Nice video

  • @nonichutia3034
    @nonichutia3034 ปีที่แล้ว +4

    মোৰো তোমাৰ নিচিনাই ফিল, শিখা। কিন্তু আমাৰ সংসাৰত🙏 ইমান দুখ,,, স্বামী ৰ পৰা একো চাপ'ৰ্ত নাপাওঁ।

  • @BIPULGOGOI
    @BIPULGOGOI ปีที่แล้ว

    Congratulations🎉🎉🎉

  • @bishwajitpatowary8933
    @bishwajitpatowary8933 หลายเดือนก่อน

    MP nhl nki

  • @thaneswarborah6400
    @thaneswarborah6400 ปีที่แล้ว +1

    ভাল লাগিল বাইদেউৰ বিষয়ে জানি ।

  • @chandraadhikari8333
    @chandraadhikari8333 ปีที่แล้ว

    Hosai sikha baidew apuni thik kothai kuise... Apunar nisina Hahokhi nari hub komei.... Dadajon hub val manuh.... Apunalok hodai hukhi thakok.....

  • @Prasanta511
    @Prasanta511 ปีที่แล้ว +1

    Happy famili

  • @rehenasultana7429
    @rehenasultana7429 ปีที่แล้ว +1

    🙏🏻🙏🏻🙏🏻👍🏼👍🏼👍🏼

  • @momtazbegum2311
    @momtazbegum2311 ปีที่แล้ว +3

    Nice couple

  • @woman178
    @woman178 2 หลายเดือนก่อน

    Sikha sharma gol na char anchal square km ulal kiman km hawi revenue kiman ahe mati r khajawna hisabe

  • @biswajitkalita4830
    @biswajitkalita4830 2 หลายเดือนก่อน

    প্ৰথম বিবাহ কত হৈছিল

  • @joondevisarma1917
    @joondevisarma1917 ปีที่แล้ว +2

    Bor bhal lagil interview

  • @nadiasworld4046
    @nadiasworld4046 ปีที่แล้ว +3

    ♥️

  • @poligogoi9607
    @poligogoi9607 ปีที่แล้ว

    Husbend jonor manokhikota pronam jonaisu hosakoi apunar dore manuhr aru jonmo houk..

  • @nimasrandhanihal
    @nimasrandhanihal ปีที่แล้ว

    Bor vl lgil kahi ni tu huni 👌👌 agbahi jua

  • @gauravchoudhury8693
    @gauravchoudhury8693 ปีที่แล้ว +1

    🙏🙏🙏

  • @kidslife3180
    @kidslife3180 ปีที่แล้ว

    Val lagil jone ji nokowk....aponi bor spastabadi

  • @monalisahazarika5183
    @monalisahazarika5183 ปีที่แล้ว

    Sikha mamr sinorita pohi hokolu gom paisilu..nibir sirr bikhoye pohisilu etia dekha Pai pohi Val lagil