স্বামীৰ মৃত্যুৰ😭 দিনাও ছুটিংত আছিলো, ভবাই নাছিলোঁ এনেকুৱা দিন আহিব Kashmiri saikia baruah Interview

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.ย. 2023
  • ✅ Guest - Kashmiri saikia baruah
    Instagram sshemimahmed?ig...
    Facebook -Shemim Ahmed siddiki
    Twitter - Shemim Ahmed Siddiki
    @ShemimSiddiki
    ✅any business enquiry -
    shemim.ahmed2@gmail.com
  • บันเทิง

ความคิดเห็น • 167

  • @tksarmah2632
    @tksarmah2632 10 หลายเดือนก่อน +6

    কাশ্মিৰী আমাৰ মঙ্গলদৈৰ আন এটা চিনাকি নাম।
    অসমৰ আন আন চহৰৰ পৰা অহা মানুহে মঙ্গলদৈ খন ধুনীয়া বুলি কোৱা বহুবাৰ শুনিছোঁ। আচলতে আমাৰ লৰালি কালৰ মঙ্গলদৈ অতি ধুনীয়া আছিল। ব্যক্তিগত সম্পৰ্ক নাথাকিলেও আমি সৱে সৱকে প্ৰায়ে চিনি পাইছিলো।
    মঙ্গলদৈক আনৰ ওচৰত আৰু বেছিকৈ চিনাকি কৰাই দিয়া ব্যক্তসকলৰ ভিতৰত কাশ্মীৰী শইকীয়া।
    এজন মঙ্গলদৈয়া হিচাবে আমি পাহাৰী শইকীয়া, সমৰেন্দ্ৰ নাৰায়ন দেৱৰ লগতে কাশ্মীৰী শইকীয়াক লৈ গৌৰৱ কৰোঁ।
    ভালে থাকক সকলোৰে মৰমৰ কাশ্মীৰী।

  • @chitrineeborah2241
    @chitrineeborah2241 10 หลายเดือนก่อน +13

    Video টো চাই বহুত ভাল লাগিল ।কাশ্মিৰী বাইদেউৰ বিষয়ে বহুতো নজনা কথা জানিব পাৰিলোঁ ।ভগৱানে বাইদেউক লগতে ঘৰৰ সকলোকে কুশলে ৰাখক ।বাইদেউ দেখিবলৈ ইমান ধুনীয়া হৈ আছে ।সদায় এনেদৰেই থাকিব ।চেমিমলৈ বহুতো মৰম থাকিল ❤❤

  • @munmimahanta5948
    @munmimahanta5948 10 หลายเดือนก่อน +6

    ভগবানে শক্তি দিয়ক আৰু আগুৱাই যাওঁক

  • @minasaikia9189
    @minasaikia9189 10 หลายเดือนก่อน +3

    বৰ ভাল লাগিল। কাশ্মীৰিক মোৰ খুউব ভাল লাগে। তেওঁৰ একটিং বেছি ভাল পাও। সদায় এনেকৈ থাকক তাৰে কামনা কৰো।,🙏🙏

  • @dulumonihatimuriahatimuria427
    @dulumonihatimuriahatimuria427 10 หลายเดือนก่อน +3

    ভগৱানে সদায়ে বাইদেউ সহায় কৰক॥ সদায়ে এনেদৰে হাহিঁ আগুৱাই গৈ থাকক॥

  • @rehenabegum7612
    @rehenabegum7612 10 หลายเดือนก่อน +2

    সচাকৈৱে কাশ্মীৰী বা বহুত ধুনীয়া,বৰ ভাল লাগে, ভগৱান সহায় হওক

  • @jinuburagohain6462
    @jinuburagohain6462 10 หลายเดือนก่อน +2

    সাক্ষাৎকাৰটো বহুত ভাল লাগিল।কাশ্মীৰি শ ইকীয়াৰ মুখৰ মৰমলগা হাঁহিটো ওঠত সদায় বিৰিঙি থাকক।

  • @Ryt993
    @Ryt993 4 หลายเดือนก่อน +1

    So emotional❤ and innocent ❤Bahut vaal paaisilu abhinay bur sai xarute. Mur bina pehi r mukhat bahut khunisu bahut vaal lagil atiao iman duniya hoi ase

  • @anowara.begum23
    @anowara.begum23 10 หลายเดือนก่อน +15

    আমাৰ মঙলদৈৰ কাশ্মীৰী বাক দেখি ভাল লাগিল ❤❤❤❤

  • @monudekari2919
    @monudekari2919 10 หลายเดือนก่อน +13

    সুখ-দুখ জীৱনৰ অলংকাৰ ৷ সুখে হাঁহি দিয়ে আৰু দুখে চকুলো ৷ হাঁহি আৰু চকুলোৱেইতো জীৱনৰ অলংকাৰ ৷ জীৱনক উপলব্ধি কৰাৰ সঁচাৰ কাঠী ৷ যিয়ে সুখ-দুখৰ টেঙা-মিঠা নাপায় তেওঁ আচলতে জীৱনক বুজিবলৈ সুবিধা নাপায় ৷ এই জীৱনক মানুহৰ প্ৰশংসাতকৈ সমালোচনাৰ প্ৰয়োজন ৷ কাৰণ সমালোচনাই জীৱনক সঠিক ঠিকনা দিয়ে ৷ সমালোচনাৰ বাবে কৰা সমালোচনাৰ কোনো মূল্য নাই ৷ তেনে সমালোচনাক মূল্য নিদিয়াই ভাল ৷
    কাশ্মিৰী শইকীয়াৰ জীৱন সুন্দৰেৰই ৷ আমৃত্যু সুন্দৰ হৈয়ে থাকিব ৷ বাহ্যিক সুন্দৰতাতকৈ কাশ্মিৰী শইকীয়া আভ্যন্তৰীণ সুন্দৰতা অধিক সুন্দৰ যিটো বহুতৰে ক্ষেত্ৰত মহঙা ৷ কাশ্মিৰী শইকীয়াৰ সৰ্বতোপ্ৰকাৰৰ মংগল কামনা কৰিলোঁ ৷৷

    • @user-mr8uo4tf3y
      @user-mr8uo4tf3y หลายเดือนก่อน

      ইমান সুন্দৰ কথা কৈছে বহুত সাহস পালো ৷

  • @rinkigogoi7455
    @rinkigogoi7455 10 หลายเดือนก่อน +5

    ❤❤❤❤।উৎপল দা আৰু মুনমী ফুকন বা সাক্ষাৎ লব

  • @sabitakalita7065
    @sabitakalita7065 24 วันที่ผ่านมา

    মোৰ প্ৰিয় অভিনেত্ৰী। বহুত ভাল পাও। বাইদেউক দুদিন মান আগত মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্পৰ পেক্ষাগৃহত হঠাতেই দেখা পাইছিলো।🙏🏻

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 11 วันที่ผ่านมา

    Kashmiri শইকীয়া এগৰাকী সফল অভিনেত্ৰী

  • @rekhaneog1101
    @rekhaneog1101 หลายเดือนก่อน +1

    কাশ্মীৰি শইকীয়া বাইদেউ মোৰ বহুত প্ৰিয় 👌

  • @dheerasaikia4664
    @dheerasaikia4664 10 หลายเดือนก่อน +4

    Duiu gorakik khubei bhal lagil xosakoi Kashmiri bak aagor porai khubei bhal pao

  • @bharatiborah8630
    @bharatiborah8630 10 หลายเดือนก่อน +6

    কাশ্মীৰী শ ইকীয়া আপুনি আমাৰ বাবে প্ৰেৰনাৰ উৎস ঈশ্বৰ আপোনাৰ সহায়

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 10 หลายเดือนก่อน +10

    ভগৱানে তোমাক সহায় কৰক কাশ্মিৰী বা । ❤❤

  • @anjudeka5352
    @anjudeka5352 หลายเดือนก่อน +1

    বৰ দুখ লাগিল
    কাৰণ মই ও ভূক্ত ভূগী

  • @vlogs_day2day
    @vlogs_day2day 10 หลายเดือนก่อน +2

    Khub bhal laagil dei… Bohut bosor pisot dekhilu…stay blessed always madam

    • @vlogs_day2day
      @vlogs_day2day 10 หลายเดือนก่อน

      Hats off to u ma’am

  • @soonmoni6746
    @soonmoni6746 10 หลายเดือนก่อน +2

    Kashmri baidew দেখি বহুত ভাল লাগিলে ❤❤❤

  • @dipanjolidihinginya4265
    @dipanjolidihinginya4265 10 หลายเดือนก่อน +3

    ভাল লাগিল বাইদেউক দেখা পায়।

  • @manjubarman1855
    @manjubarman1855 10 หลายเดือนก่อน +3

    অনুস্থানটো ভাল লাগিল।

  • @putulkalita7782
    @putulkalita7782 10 หลายเดือนก่อน +3

    ভিডিও টো চাই ভাল লাগিল দুয়োজনীকে ❤

  • @minakshibaruah4948
    @minakshibaruah4948 10 หลายเดือนก่อน +5

    বহুত ভাল লাগিল

  • @ajantamahanta3219
    @ajantamahanta3219 10 หลายเดือนก่อน +14

    কলেজীয়া জীৱনত লগপোৱা মৰম লগা কাশ্মীৰীজনী আজিও মৰমলগা হৈয়ে আছে ৷ জীৱনৰ ধুমুহাজাকে সাহসী কৰি তুলিলে ৷ জুয়ে পোৰা সোণ হৈ উজ্বলি থাকা সদায় ৷ কলেজীয়া জীৱনত লগপোৱাৰ পিছত অগ্নিস্নানৰ চুটিঙত লগপাইছিলো ঘৰত অকমানি কেচুৱা ছোৱালীজনী এৰি আহা সদ্যমাতৃত্বৰ চমকৰ সতে ৷ কেচুৱাটিৰ ফটোখন চাই মৰম কৰি থকা কাশ্মীৰীক দেখি অনুভৱ কৰিব পাৰিছিলো তেওঁ যে এগৰাকী আদৰ্শ মাতৃ হ’ব ৷ সঁচাকৈ কাশ্মীৰী তুমি এগৰাকী সাহসী মাতৃ আৰু আদৰ্শ নাৰী ৷ সদায় হাঁহি থাকিবা ৷

  • @sikhahatibaruah3016
    @sikhahatibaruah3016 10 หลายเดือนก่อน +2

    বৰ ভাল লাগিল

  • @sarojinidutta5058
    @sarojinidutta5058 หลายเดือนก่อน

    ভিডিঅ'টো চাই ভাল লাগিল, তেখেতৰ বহু নজনা গোপন কথা জানিলো, ভৱিষ্যত কৰিব লগীয়া কামবোৰত সফলতাৰে অগবাঢ়ক।

  • @ramjanaliahmed4805
    @ramjanaliahmed4805 10 หลายเดือนก่อน +3

    Salute kashmiri Saikia ba

  • @junugogoi4458
    @junugogoi4458 10 หลายเดือนก่อน +2

    সছাকৈ বৰ ভাল লাগিল দোয়োগৰাকীকে

  • @santoramkachari8156
    @santoramkachari8156 หลายเดือนก่อน

    পুতলা ঘৰৰ অভিনেত্ৰী কাশ্মিৰিক আজি বহুদিনৰ মুৰত দেখি ভাল লাগিল।১৯৭৬ চনত মেট্ৰিক পৰীক্ষাৰ শেষৰ দিনা এই চিনেমাখন চাইছিলো।

  • @gouridaimary4940
    @gouridaimary4940 10 หลายเดือนก่อน +3

    🙏❤️❤️❤️❤️❤️ bohu din pist kashmiri baak dekhilo,atiyao eman dhuniya joni hoi aase,val lagil, bohut val lagil

  • @dipikasarma3380
    @dipikasarma3380 10 หลายเดือนก่อน +2

    ভালে ৰাখিব ভগৱানে সদায় , আমাৰ মঙলদৈৰ কাশ্মীৰী বাক🙏🙏

  • @RupaChutia-tj1nb
    @RupaChutia-tj1nb 10 หลายเดือนก่อน +5

    কাশ্মিৰী শইকীয়া ; ভগৱান তোমাৰ সহায় হওঁক ।

  • @ilabora7943
    @ilabora7943 10 หลายเดือนก่อน +1

    ভগৱানে সকলো প্ৰকাৰে সদাই সহায় কৰক এয়াই মোৰ কামনা । কাশ্মীৰী ৰ লগৰ নমীতা দেৱী ক মই লগপাইছিলো স্কুলত পঢ়ি থাকোঁতেই। তেতিয়া ৰে পৰা লগ পাবলৈ চাবলৈ মন যায় , কিন্তু পোৱা নাই । কেই বছৰ মান আগৰে পৰা তেলিভিচনত দেখি চাওঁ সকলো খবৰ পাওঁ (যনিব বিছাৰো) । আজি ইন্তাৰভিউটো পাই ছালো আৰু চকুৰ পানী ও টুকিলো । মই ও একে লগৰেই হম ।

  • @nizaraborah7391
    @nizaraborah7391 10 หลายเดือนก่อน +2

    Akdm hema didi . khoob bhal lage baideok.

  • @devimedhi629
    @devimedhi629 4 หลายเดือนก่อน

    কাশ্মিৰী বাক বহুত ভাল লাগে ।

  • @user-ps5gp5ty7l
    @user-ps5gp5ty7l 10 หลายเดือนก่อน +3

    Bhagawane apunak kushale rakhok ❤❤

  • @sunishakalita53
    @sunishakalita53 10 หลายเดือนก่อน +1

    Ami xoru thakutei Kasmiri Saikiai news reader asil. Ma hote koisil bhalke pohrile news reader hobo pari. Sei tetiar pora priyo manuhgoraki.

  • @Rose-ps8fj
    @Rose-ps8fj 10 หลายเดือนก่อน +2

    Birat dhuniya lage teuk... Devir dore❤❤❤❤❤❤

  • @basantiboro4314
    @basantiboro4314 10 หลายเดือนก่อน +7

    ১০ বছৰ আগতে এহাল দম্পতি য়ে বিকলাঙ্গ সন্তানক গোৱালপাৰা জিলাৰ ধনুভাঙাৰ এখন পুলৰ তলত থৈ গৈছিল। নিউজে পোৱাৰ পিছত নিউজ লাইভত বিকলাঙ্গৰ মাতৃ সকলোকলৈ এটা অনুষ্ঠান কৰিছিল সেই অনুষ্ঠানত মৰমৰ অভিনেত্রী বাইদেউ গৰাকী আছিল আৰু তেতিয়াৰে পৰা মোৰ অন্তৰত বাইদেউ গৰাকী য়ে ঠাই পাইছিল।

  • @jsd3612
    @jsd3612 5 หลายเดือนก่อน +1

    Eman dhunia ....

  • @manikadevi7909
    @manikadevi7909 หลายเดือนก่อน

    সাক্ষাৎকাৰটো চাই আপ্লুত হ'লোঁ।কাশ্মীৰি শইকীয়াৰ অভিনয় সঁচাকৈয়ে প্ৰশংসনীয়।তাতোকৈ আকৰ্ষণীয় তেওঁৰ ব্যক্তিত্ব।

  • @kalpanadas6171
    @kalpanadas6171 9 หลายเดือนก่อน

    Kashmiri baaidewk prothome , 🙏❤moi baadewk bht bhl pau, abhinoy buro bht bht bhl lge, baaidewr jibonaloi aahi thoka din bur jen hukhere bhori pore . ❤❤🙏

  • @abijitboro5166
    @abijitboro5166 หลายเดือนก่อน

    Man sundar hale atmao sundar hoi.jar man atma sundar teor dehar sausthab sundar hoi. God bless you & your daughter/son Kashmiri.

  • @PubaliBora-qh9xs
    @PubaliBora-qh9xs 10 หลายเดือนก่อน +1

    Emotional hoi golu. Teor sualijonir bixoye janisilu. Ahi thoka dinbur vaal houk teolukor 🙏

  • @augustyaxom23
    @augustyaxom23 10 หลายเดือนก่อน +8

    মহীয়সী ❤

  • @jurirekhaboruah7601
    @jurirekhaboruah7601 10 หลายเดือนก่อน +2

    Very Very Nice❤

  • @risitamusic5309
    @risitamusic5309 10 หลายเดือนก่อน +2

    Kashmiri baideu k dekhi val lagil

  • @monuromapator7700
    @monuromapator7700 10 หลายเดือนก่อน +5

    Hosakoi bohut dukh lagil 😢😢😢

  • @RitamoniSaikia-vr5iu
    @RitamoniSaikia-vr5iu 10 หลายเดือนก่อน +3

    God bless you ba .......❤🎉

  • @mausumimahanta3167
    @mausumimahanta3167 10 หลายเดือนก่อน +3

    Bahut val lagile ❤

  • @technoverse2443
    @technoverse2443 10 หลายเดือนก่อน +3

    ❤❤❤❤priyo abhinetri mor

  • @jibanilahari2877
    @jibanilahari2877 10 หลายเดือนก่อน +3

    Assamr hamamlene i love from tangla

  • @jayantibg5041
    @jayantibg5041 10 หลายเดือนก่อน +3

    Kashmri ba bohut vsl lagila .

  • @krishnasaikia5193
    @krishnasaikia5193 10 หลายเดือนก่อน +3

    Val lagil❤

  • @renudeka8391
    @renudeka8391 10 หลายเดือนก่อน +3

    Eman dhuniya Hoi ase aateau

  • @babuahmed4538
    @babuahmed4538 10 หลายเดือนก่อน +4

    Dhuniya 👌👌

  • @Prantikas-Life-In-Europe
    @Prantikas-Life-In-Europe 10 หลายเดือนก่อน +3

    Nice video. Bhal lagil. 🙏🙏❤️❤️❤️❤️

  • @Binada_Das
    @Binada_Das หลายเดือนก่อน

    আমাৰ মঙ্গলদৈ ৰ ছোৱালী যে সেয়ে ধুনীয়া

  • @nilpawanrajbongshi5672
    @nilpawanrajbongshi5672 10 หลายเดือนก่อน +1

    BhagawanE aponak aru bahut sakti diyok.. Vale thakok.... Apuni amar Mangaldai❤ hoi gom a powa nasilo❤.......

  • @rumibhagabati4229
    @rumibhagabati4229 10 หลายเดือนก่อน +2

    God Bless You Ba

  • @activeray9065
    @activeray9065 10 หลายเดือนก่อน +3

    Very nice interview ❤

  • @Podumi-fw9du
    @Podumi-fw9du 10 หลายเดือนก่อน +2

    ❤. Really baideo is so. Great

  • @user-hp3to6qs2z
    @user-hp3to6qs2z หลายเดือนก่อน

    Bohut dhunia tekhet ❤️

  • @darsanasaharia3577
    @darsanasaharia3577 10 หลายเดือนก่อน +3

    Love from mangaldai ❤️❤️❤️

  • @astrologersandhyarani5039
    @astrologersandhyarani5039 10 หลายเดือนก่อน +1

    অনুষ্ঠানটো বহুত ভাল লাগিল।

  • @jintibora4863
    @jintibora4863 10 หลายเดือนก่อน +2

    bht bhal lagile sai

  • @bintimonikalita1106
    @bintimonikalita1106 10 หลายเดือนก่อน +5

    Sasakai dhunia.always favorite

  • @JintuBorah-eu8cy
    @JintuBorah-eu8cy 10 หลายเดือนก่อน +2

    partivha Chaudhary baydeu interview loba sun bohut val lage baydeu acting

  • @kunjalatakalita3275
    @kunjalatakalita3275 หลายเดือนก่อน

    আমাৰ গৌৰৱ।ভালে থাকক ❤।

  • @srutidharadutta896
    @srutidharadutta896 10 หลายเดือนก่อน +2

    ভাল লাগিল

  • @user-xc4qn5tm6e
    @user-xc4qn5tm6e 10 หลายเดือนก่อน +3

    Bahut bhal lagil

  • @sangeet3637
    @sangeet3637 10 หลายเดือนก่อน +10

    Kashmiri Saikia, still stout a lady taking total cares of her disable daughter and carring out district level consumer forum related govt responsibility, desires to continue her star career of acting in films, serials, documentaries-----; really a great example and inspiration to on coming ones in that field. Wish her the best---

  • @HDgaming9952
    @HDgaming9952 10 หลายเดือนก่อน +4

    মানুহে যিকয় কবলৈ দিয়ক, আপুনি ভগৱানৰ আশীৰ্বাদ লৈ সাহসেৰে আগুৱাই যাওক

  • @dulumanikalita260
    @dulumanikalita260 10 หลายเดือนก่อน +2

    Hoy dei, bor sundor teu

  • @runudeka2509
    @runudeka2509 10 หลายเดือนก่อน +2

    Love from tangla

  • @anjalisaikia5273
    @anjalisaikia5273 10 หลายเดือนก่อน +3

    Hundor

  • @dipabhuyan3684
    @dipabhuyan3684 10 หลายเดือนก่อน +1

    ভগৱান আছে বিশ্বাখ প্ৰভূ প্ৰাথনা কৰিব পাৰে

  • @jyotikabaishya1402
    @jyotikabaishya1402 10 หลายเดือนก่อน +7

    প্রানজনা দও বাৰ ইন্টাৰভিউ দিবা

  • @Aleya997
    @Aleya997 10 หลายเดือนก่อน +1

    Kashmiri baideu,apunar neturto ekkebare mur dorei.

  • @prantihazarika5053
    @prantihazarika5053 หลายเดือนก่อน +2

    কাশ্মিৰী বাক খুব ভাল পাওঁ । মোৰ প্ৰিয় অভিনেত্ৰী । ভগবানে সহায় কৰক সদায় ।

  • @Rose-ps8fj
    @Rose-ps8fj 10 หลายเดือนก่อน +1

    Figure,, face jst waw❤❤

  • @babuphukan8920
    @babuphukan8920 10 หลายเดือนก่อน +2

    Dear Host Madum, u r an obstacle to get the complete answer from the Guest. U interrupt too much. Let the guest finish her answer and then u proceed to the next question. Afterall none is watching the show to see u but it's the guest audiance is more interested in !

  • @aparnabhagwati6630
    @aparnabhagwati6630 10 หลายเดือนก่อน +11

    Rabi Sarmar lagat howa interview to sai bar lagisil aajio khub bhal lagil ,tekhetak lag pabar man jay

    • @GolinBuragohain
      @GolinBuragohain 10 หลายเดือนก่อน +4

      😅😢

    • @RinkiMaina-hi3di
      @RinkiMaina-hi3di หลายเดือนก่อน

      😅uhi8😅😅​@@GolinBuragohain

  • @ajitkumardas650
    @ajitkumardas650 หลายเดือนก่อน

    Hoy, tai etiyao bohut dhuniya.

  • @sabikaahmed4526
    @sabikaahmed4526 10 หลายเดือนก่อน +3

    Val lagil

  • @miminathnaskar
    @miminathnaskar 10 หลายเดือนก่อน +4

    May God bless you...😊❤#kolkata

  • @kalpanabaruah8377
    @kalpanabaruah8377 9 หลายเดือนก่อน

    😢বৰ ভাল লাগিল ।♥️

  • @lifeishard1373
    @lifeishard1373 10 หลายเดือนก่อน +2

    So beautifull

  • @minubharali7680
    @minubharali7680 10 หลายเดือนก่อน +2

    Hoy2 hosakoi dhuniya

  • @hiramanibhatta923
    @hiramanibhatta923 10 หลายเดือนก่อน +4

    bahut besiye val lagil .duyo vale thakak. ❤❤

  • @husnabegum132
    @husnabegum132 10 หลายเดือนก่อน +4

    বাইদেউ সদায় চিৰসেউজ হৈ থাকক।

  • @yumtastewithritu490
    @yumtastewithritu490 10 หลายเดือนก่อน +3

    বৰ ভাল লাগিল ❤❤

  • @8019
    @8019 10 หลายเดือนก่อน +3

    Hoi hemamalini hosake 👌

  • @arotiborthakur1942
    @arotiborthakur1942 10 หลายเดือนก่อน +2

    Bor Sundar video bonaise

  • @anamikathakuria1464
    @anamikathakuria1464 10 หลายเดือนก่อน +2

    ❤❤

  • @karabivlogs6846
    @karabivlogs6846 10 หลายเดือนก่อน +2

    Hoxakoi bor dhunia baidew goraki ❤

  • @queentalukdar9719
    @queentalukdar9719 10 หลายเดือนก่อน +2

    ❤❤❤

  • @anukalita705
    @anukalita705 10 หลายเดือนก่อน +1

    আমাৰ দৰঙীয়াৰ গৌৰৱ। ❤

  • @mattewbg3417
    @mattewbg3417 10 หลายเดือนก่อน +2

    Xosakoi bhuuuuut dhuniya hoi ase