Moi mor grandfather logot aji bohi thakute mor zubin daar pio boli korar pisot grandfather ai song tor khota kole ahi xonar pisot gom palo old is gold..🥀❤️
Moi u aibor puroni git suni khub val pao pagolr dore moi kintu atiyar sowali jibor gan moi mor mar mukhot sorute sunisilu .maye aamak suwai suwai gaisil ru radiot sunisilu bohut sorute ❤❤❤❤
কিমান ব্যস্ততাৰ মাজত ভূপেনদাই এই গান অসমীয়ালৈ ভাঙনি কৰিছিল আৰু কি ভাব আবেগৰ সৃষ্টি কৰিছে । অন্তৰ চুই যায়।
হৃদয় স্পৰ্শ কৰি গৈছে ,কি যে সুমধুৰ গীত, শিল্পী জনিলৈ সহস্ৰ প্ৰণাম।।
কোনোবা আছেনে মোৰ দৰে যিয়ে এতিয়াও এই গান বোৰৰ প্ৰেমিক
হয় আছোঁ।
মই আছো
Hoi asr
Hoi ♥️🙏
Moi
এনেবোৰ গীতৰ হে শ্ৰোতা আমি ❤️❤️
এই টো ইমান ভাল গান
পাহৰি গৈছিলো এনে গানৰ কথা। সোঁৱৰাই দিয়াৰ বাবে ধন্যবাদ।
এই গীতবোৰ আমাৰ অসমৰ অতুলনীয় সম্পদ।
Mainbarasha mojja
আগতেওঁ ,আৰু আজিও শুনি থাকিবৰ মন ৷কি যে মুৰ্ছনা ৷
ইমান ধুনীয়া গীত আৰু মিউজিক
Composition, সুন্দৰ লহৰ,বৰ মিঠা গীত। শুনিয়েই থাকিব মন যায়।
কথা, সুৰ আৰু কণ্ঠৰ অপূৰ্ব মিলন এই গীতটো। অতুলনীয়।
এইবোৰ হল সোনৰ টুকুৰা .....যিমানে পুৰনি হব সিমানে উজ্বল হব ।
Jintu
এইবোৰ প্ৰাণ পৰশি যোৱা গীত, কোনে পাহৰিব পাৰে, আমাৰ আত্মা হয়
Hoi sir thik koise apuni
Pahorid nuari
Xosa Kotha koisa dada
সুৱদি সুৰীয়া🌺🌺🎶🎶🎵যাউতী যুগীয়া
সুন্দৰ..সৰু কালৰ কথা বোৰ মনত পৰিল... ৰেডিওত শুনা... ❣️
ভাগ্য ছবিৰ এই গীত চিনেমা হলত শুনিছিলো মোৰ অতি প্ৰিয় বন্ধু গম্ভীৰ শৰ্মাৰ লগত ।ভাগ্য সচাই মোৰ জীৱনৰ প্ৰথম চিনেমা । বহুত ভাল লাগিছিল । দুখ লাগে বন্ধু জন চিৰ দিনৰ বাবে গুছি গ'ল । গীতটোৱে আমনি কৰে ।
পুৰণি গীতবোৰৰ সুৰেই সুকীয়া শুনিলে শুনি থাকিবৰ মন যায় আৰু মনটো নস্তালজিক হৈ পৰে।
হ্দয় কপাই যোৱা গান
মুৰ অতি পিয এই গানটো
O larar mak
Bahut vall pao Moi poroni git bor
সছাই এইটো গীত শুনিলে মোৰ মালৈ মনত পৰি যায় । এই গীততি মোৰ মাৰ প্ৰীয় গীত । মই মাৰ পৰা দুৰত থাকো সেয়েহে এই গীততি শুনিলে মালৈ বহুত মনত পৰে ।
ময়ো।।।
এই গান বোৰে হৃদয় জূৰাই।শুনিলে শুনি থাকিবৰ মন যায়।
পুৰণি গীতবোৰ শুনিলে মনটোত এটা এনেকুৱা অনুভূতিৰ সৃষ্টি হয় যাক ভাষাৰে বুজাব নোৱাৰি ।
হাইস্কুলীয়া জীৱনর স্মৃতি বিজড়িত গান ।
সঙ্গীত শিল্পী সকললৈ salute.
অপুৰ্ব শিল্প আৰু শিল্পীৰ কোনোদিনে মৃত্যু নাই ।
বাইদেউ আপোনাৰ গানটো ভাল লাগিল। আৰু শিলটো ভাল লগা। ধন্যবাদ থাকিল।
তাহানিৰ অন্তৰ কপোৱা শ্ৰেষ্ঠ গীত ।
ইমান ধৃনিয়া মন ভৰি যোৱা পুৰণি গীত !!
ড: ভূপেন হাজৰিকা দেৱৰ কথাৰে আৰু সুৰকাৰদ্বয় লক্ষ্মীকান্ত প্যাৰেলালৰ এক অমৰ সৃষ্টি।"ভাগ"কথাছবিৰ এটা চিৰসেউজ গীত।শান্তা উজীৰ বাইদেউৰ কন্ঠত গীতটিয়ে প্ৰাণ পাই উঠিছে।কেবা দশক অতিক্ৰম কৰা এই গীতটি আজিও শ্ৰোতাৰ অতি প্ৰিয়। বহাগ বিহুৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত এই গীতটো প্ৰায়েই গোৱা হয়।
ষষ্ঠ শ্ৰেণী পঢ়ি থাকোঁতে শুনিছিলো। মা এ গাখীৰ গৰম কৰি থৈ দিয়ে পাকঘৰত গৈ খাই আহো । পিতা এ বাৰিত কাম কৰি থাকোঁতে মই গানটো গাই গাই পানী দিবলৈ গৈছিলো। ইমান প্ৰিয় এই গানটো মোৰ....❤🎉
অন্তত চুই যোৱা কালজয়ী গীত ❤
ধুনীয়া গান
সুন্দৰ গীত । শুনিলে মন শাত পৰি যায় ।
এইবোৰ গান শুনিলে ,কেৱল গানটোৰ কথা হে শুনি থাকো শুনি থাকো যেন লাগে।
আজি পোৱা FM অত খুনিলো গানটো । লগা লগ ইউটিউব অত search কৰিলো। বহুত ভাল লাগিছে কিবা গান টো।
Xur aaru lirics khubai sundar 💅💕
Apurba ❤👌❤
সঁচা কৈ বহুত ভাল লাগিছে । চিৰো যুগমীয়া গীত
সেই তাহানিতে শুনিছিলো এই গীতটো বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে,, কিযে দিন আছিল, সেই সুৰআৰু কি মূচ্না, মজাই বেলেগ বেলেগ হয়, মই ভাবিয়েই নাপাওঁ,,,,,
বহুত ভাল লাগিল ৷ শিল্পী গৰাকীলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম ৷
,Bhabani Kalita
Bhabani Kalita EVER GREEN
good,,,,
@@narendralaldas8633 qa1
@@narendralaldas8633 aa
Mojja, montut bhal lagi jai, ki dhunia kontho
শুনিও যেন হেপাহ নপলায়।
Val lage ☺️👍
শুনি বৰ ভাল লাগিল ।সুন্দৰ হৈছে ।
bhut dhunia song baideo loi mor bhut bhut dhynabad thakil
এইবোৰ গান শুনিলে সঁচাকৈয়ে মনটো কিবা বেলেগ অনুভৱ হয়।
অতীতৰ সপোনৰ ন আমেজ।। বিশ্লেষণ কৰিব নোৱাৰা কণ্ঠ আৰু সুৰ।
বুঢ়া গছৰ পান খাবলৈ ভাল
Yes
চিৰ সেউজী গিত । সুন্দৰ মিঠা সোৱাদ গিত । ধন্যবাদ।
Aaita aru Kokae xorute gaai Xunaicl.. ei gaan tur lgt bohutu purona smriti khumai ase😢😢😢❤
Hosai bohut hundor gan
বহুত ভাল লাগিল
Bahut Bahut Bahut apurugia ai ganbur, Hasai bahut hundar.
ভূপেন দাৰ এই গানবিলাকৰ অনুৰাগী আৰু লাখ জন আছে।
Moi mor grandfather logot aji bohi thakute mor zubin daar pio boli korar pisot grandfather ai song tor khota kole ahi xonar pisot gom palo old is gold..🥀❤️
Really Speechless. . . Only👍
Bohut dinor r pisot hunilu gaantu..bhut vl lagile..
আগতেও শুনিছোঁ এতিয়াও কি সুন্দৰ !
Eman mitha suwodi kontho, geetor kotha aru xur.. Ki je anupam. Old is gold...
Very nice song
অসাধারণ গান, মুগ্ধ হলাম।
Evergreen song. I heard this song before 33 years ago. Very nice.
👍👍
Beautiful lagi jai❤❤❤
Salute to Bhupen da
Moi u aibor puroni git suni khub val pao pagolr dore moi kintu atiyar sowali jibor gan moi mor mar mukhot sorute sunisilu .maye aamak suwai suwai gaisil ru radiot sunisilu bohut sorute ❤❤❤❤
বহুত দিনৰ পাছত শুনিলো । ভাল লাগিল ।
আমাৰ সময়ত যিবোৰ হে গান শুনি আছো, মইতো নতুন গান নুশুনোৱেই, এইবিলাক হে গান 💓💓💓
Sam tu u
সময়ৰ কথা নাই যিকোনো সময়তে শুনিব পাৰি ।
বহুত ভাল লগা গান, সংগীত জগত ক্ষণ এনেকুৱা গানে জীয়াই ৰাকীহব,
বহুত সুন্দৰ গীত
Khunile khuni thkibo mn juwa gaan.. love it
Khunile nohoy xunile
Khunile nohoy xunile
No
Super,nice,beautiful except this i can't explai
Danyabad Santa Ji.
Apunar mat2 etiyao bhout dhuniya hoi ase....bht val lage xuni...ey2 song2 mur favrt....
বৰ ধুনীয়া গীত।।
সুন্দৰ.. প্ৰত্যেক বহাগত এই গীতটো শুনো...
Evergreen song for ever. One of my most favourite song. Old is Gold. 😘😘😘😘😘😘
Song,isolds,but
সুন্দৰ গীত
ধুনীয়া গান❤❤
I remember my old pre-primary day's. Lovely song.
my heart really beats fast after hearing this song❤️❤️❤️
মোৰ শ্ৰদ্ধাৰ দেউতাৰ অতি প্ৰিয় গীত ।
Dhuniya,lagila
So sweet voice, so rich in lyric, amazing 🙏🙏
Unique creation
ভাল লাগিল 👍
এই গীতবোৰ কিমান ভাল পাও কবলে ভাষাই বিছাৰি নাপাও
Evergreen sng... So sweet.. 💞💞
Ever green song.
Nice song
বৰ সুন্দৰ গীত
val lagil
Xosai hridoy sui juwa geet aibur...
Eibur geet e notun xubax diye...
Purana geet bor khuni bar bhal lage thankyou
Lovely song. ..very. Nice👍❣️🤩🤩❣️❣️❣️
ধুনীয়া গীতটি শুনি বৰকৈ ভাল লাগিল ।
When I was in primary section,we used to sing this song. Lovely singing.
Amazing...song........
Bhut bhut Val Laga....
xosakoi ...... bohut Val lagil xuni .....!!!
Apunalukor montobbyo bur porhi mur anekuwa onuvob hoise jen aji ai jantrikotar majotu xaral monovabor manuh ajiu ase..aibur gane xaralota k nubujay ne..xou tahani 90s r kothabur..xaralata bur...vogobane amak akou agor 90 s loike uvotai niok...
কৰবাত মন গুছি যায়, কি অপূৰ্ব,,
Really মোৰ এনেকুৱা পুৰনি গান বোৰ শুনি বৰ ভাল লাগে,,,
কি যে সুনদৰ গীত । শুনিলে শুনি থাকিবৰ মন যায় ।
বহুত দিনৰ মূৰত গানটো শুনি শৈশৱলৈ ঘুৰি গ'লো
হৃদয় স্পৰ্শ কৰা গীত ।
আগৰ গীতবোৰ শুনিলে শুনি থাকিবৰ মন যায় ❤❤💕
Jab jab bahar aayi aur ful muskuraye mujhe tum yad aaye 👍👍🙏🙏