২০২৬ ৰ ৰাজনীতি সলনিৰ ইংগিত! শাকেৰে মাছ ঢকাৰ চেষ্টা বিজেপিৰ
ฝัง
- เผยแพร่เมื่อ 11 ก.ค. 2024
- #graphiccontent
২০২৬ ৰ ৰাজনীতি সলনিৰ ইংগিত! শাকেৰে মাছ ঢকাৰ চেষ্টা বিজেপিৰ।
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews
অহংকাৰেই পতন ।শিলশাকোত আমাৰ ঘৰ ভঙা ফল ।যি চৰকাৰে নিৰাপত্তা দিব নোৱাৰে অন্ন বস্ত্ৰ বাসস্থান চকুৰ সন্মুখত কাঢ়ি নিলে এই চৰকাৰ বেচি নথকাতোৱে শুভ খবৰ ।আজিও আমি মুকলি আকাশৰ তলত ।ভোটৰ সময়ত ডেকা বুঢ়া সৰু ডাঙৰ সকলোকে হাতত ধৰি কথা কয় ।যেতিয়া গাদি ৰক্ষা পৰে শুই থকা ঘৰতো ভাঙি দিয়ে ।তেতিয়া হাতত ধৰি ভোট খোজা মা দেউতা লৈ মনত নপৰে ।এয়াই ৰাজনীতি ।
মই এজন বিজেপীৰ কৰ্মকতা ৷ মামাক পিযুষ আৰু জয়ন্ত মল্ল , দিগন্ত কলিতা আৰু ৰূপজ্যোতি কুৰ্মী হতে গেলাই পেলালে ৷ পিযুষ আৰু জয়ন্ত মল্লৰ বডিলেংগুৱেজ টোৱে মামাৰ কাল হ’ল ৷
Dhui....ai gutei keita goru ..😅😅😅 aru Hihotr kotha huna aru Balit muta akei 😅😅
2026=last
Gaurab da next CM
Congress ক দুবাই থৈ গল, এতিয়া BJP দুবাই্ থৈ যাব।।😂
দেশত কৈ মোমাই ডাঙৰ নহয়। এই জন শকুনি মামা 😂
দিল্লিত এই বাতৰি প্ৰচাৰ কৰিব লাগে
আগতে জানি বুজি বহুত কৰিছে,, 😊সৰ্বনদ চাৰক লেং মাৰি মূখ্যমন্ত্ৰী হোৱাটো তেওঁৰ সৰবনাসৰ মূল বুলি ভাবিব পাৰি, তাৰোপৰি তৰুন গগৈ চাৰৰ অভিশাপটো আছে
Tarun Gogoi konduaisila bula mama.tarun gogoi bula mama nijor lora nisna morom korsila.
মহা পাপী হলে
পাপে গ্ৰাস কৰে মানুহ জাতিক
সত্যক উপলব্ধি কৰা সকলে কেতিয়াও দগাবাজৰ লগ হ'ব নোৱাৰে।
যি হয় প্ৰভু ৰামচন্দ্ৰৰ কৃপাত ৰাইজৰ বৃহত্তৰ স্বাৰ্থত ভালৰ বাবেই হয় ।
১ জনলৈ কিয় ভয় কৰিব লাগে।অলপ সাহস কৰক।
কোনদিনা অসমৰ পৰা হিমন্ত বিশ্ব শমা'ৰ চৰকাৰ পতন হয় তাকেই ভাৱি আছো আমি বহুত মনোকষ্টত আছো ।
সেই দিনা ভালদৰে পাৰ্টী খাম দেই ।লাগিলে ধাৰেই কৰিম !নে"ভূল কলো ?
Himanta should resign very soon with honour.otherwise ....
.
শকুনি মামাৰ ঘৰত জুই জলালে কনে?
Only Cong
প্ৰয়াত তৰুণ গগৈদেৱৰ কাৰ্যকালৰ পূণৰাবৃত্তি ৷ বালিলৈ যিপাত সুগ্ৰীৱলৈও সেইপাত ৷
Gaurav Gogoi is the best person to become CM of Assam in 2026.
long life Cross current.
Mja
Himanta biswa Sharma, Jayanta Malla baruah aru piyush hazarika'k, ujjonit bjp kora manuhei val napai. Sarbanada Sonowal'k CM napatile, 2026't bjp hekh hobo.
BJP hataw Assam bachao.
2026 Gaurav Gogoi CM of Assam.
Himanta out 2026.
कांग्रेस🎉❤
হিমনতৰ ৰাজকীয় গুন নাই!!!!
It is said that proude goes before drestruction.
Beesi kori asile etiya ki hoise prothome neda etiya nijor keitai erise.
Venture school r teacher hokolor avihap lagiboi
Bjp hataw Assam basaw. AGP ( borah and mohonta company) hataw Assam basaw. Corruption, syndicate, bhumi kelengkari, resort, tea garden,news channel r namot kelengkari kori asam aru assamiya jati k nihses kori bohiragot boniyak khilongiyar bhumi gotai di,nijor namot Kori, syndicate r nayok hoi zero tolerance kotha kuwa, jatiy issue burot nimat hoi thaki raizok abhuwa bhara, bangladeshi miyak borpira pari diya, Ajmol k loi rajniti kora congres r pora goi nijor durmiti basowa bodon rupi neta minister burok nihses kor assamiya nohole Assam aru assamiya jati adin bangladeshi r hataloi jab. Bjp, AGP t aji kar sason sole abar bhabi sawk. Assam acord, six schedule, kiy ajiloike important nohol. Kar babe. Bjp, AGP t atiya bodon bure khomota loi sadharon raiz k lolipop di ase. Bjp, AGP congres dolotkoi u dui nombori hoi. Ehoti assamiya jati k sap hoi khute aru bez hoi jari ase. Bjp, AGP, uppl hataw loktantra songbidhan democracy basaw all assamiya
Raaiz aai pheti sap dale gutai axom khon xekh korile. Juntu party t jugdan korio xaitu party dhonxo kori h eribo. Samoy hoi goise aai pheti sap dalok axom r pora khediboloi.
If pupils don't justice from government then new government will come.
বহু লোকক গৃহহাৰা কৰাৰ ফল এয়া ।
২৬ চৰকাৰ সলনি হব
Eijonor edin bohut bea din agibo aaru tetia eijonok dekha jabo
এওঁ এতিয়া কোনটো দ'লত যাব বা 😂😂😂😂😂
Proud not long live.
Bostur daam bohut barhise de....
Upai nai
Rajniti.........xubidhabadixklr charaniya pathar.
Mami r sompotti o eta karan
২০২৬ চনত অসমৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ. ...
Cm hemanta ajon micholiya cm any time micha ktha koy pm modi r dore.
BJP GO Back.....
Go Back Bjp
😂😂😂😂😂😂😂
Adhik tengor dingit dul...
😂😂
Direct benifit public লৈ গৈছে যাৰ ফলত দলীয় কৰ্মী সকলে দল কৰি একো আগবাঢ়িব পৰা নাই... ৰাইজৰ লাভ হৈছে দলীয় কৰ্মী সকলক হে কোনে আচনি লাভ কৰিব লাগে হিতাধিকাৰী কোন হব চিনাক্ত কৰিব দিব লাগে তেতিয়া বিজেপি দল শক্তি শালি হব...
মহাৰাষ্ট্ৰ ৰ MLC নিৰ্বাচন ৰ ফলাফল কিন্তু বিজেপি ভাল.. India alilince backfoot হৈছে
Falto cm go back