হৰা নাই ভিনেশ, হাৰিল নৰেন্দ্ৰ মোডী-ব্ৰীজভূষণ সিং

แชร์
ฝัง
  • เผยแพร่เมื่อ 9 ก.ย. 2024
  • #grahiccontent
    হৰা নাই ভিনেশ, হাৰিল নৰেন্দ্ৰ মোডী-ব্ৰীজভূষণ সিং। ন্যায়ৰ হকে যুঁজিছিল, জয়ী হ'ল দেশৰ বাবে । পদক নিশ্চিত নহলেও দেশবাসীৰ হৃদয় জিনিলে ভিনেশ ফোগাটে । ভিনেশৰ সাফল্যত মুখ ঢাকিলে ব্ৰীজভূষণ চৰণ সিঙে । ন্যায় বিচৰাৰ সময়ত গুৰুত্বই নিদিলে, এতিয়া সকাহভৰা পোষ্ট মোডীৰ । দেশৰ পুলিচে চোঁচৰাই নিয়া মহিলাই আঁজুৰি আনিলে দেশৰ গৌৰৱ
    The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
    #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

ความคิดเห็น • 3