'হিমন্ত মামা আমাক কাপোৰ আৰু অলপ খোৱা বস্তু দিয়া'। পিতৃ-মাতৃক হেৰুওৱা দুই কণমানিৰ হিয়াভগা কান্দোন

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 ส.ค. 2024
  • 'হিমন্ত মামা আমাক কাপোৰ আৰু অলপ খোৱা বস্তু দিয়া'। কণমানিৰ হিয়াভগা কান্দোনে আপোনাৰ চকু সিক্ত কৰি তুলিব। সেমেকি উঠিব আপোনাৰ চকু। পিতৃ-মাতৃ নাই এনিশা আৰু বৰষাৰ। কেইটামান দিন পূৰ্বে পিতৃ-মাতৃক হেৰুৱাইছে এনিশা আৰু বৰষাই। হিমন্ত মামা এতিয়া এওঁলোকৰ গৰাকী। মামালৈ অতি দুখেৰে এনিশা আৰু বৰষাই কান্দি কান্দি কেইজোৰমান কাপোৰ আৰু অকণমান খাদ্য বিচাৰিলে কণমানিটিয়ে। লখিমপুৰৰ ফুলবাৰীৰ কণমানি এনিশা আৰু বৰষা...
    #HIMANTABISWASARMA #CMO

ความคิดเห็น • 659

  • @hellokids1957
    @hellokids1957 2 ปีที่แล้ว +285

    মোৰ ও মুখ্য মন্ত্ৰী লৈ অনুৰোধ ৰল যাতে অতি সোনকালেই কণমানি শিশু দুটি লৈ প্ৰয়োজনীয় সকলো যাবতীয় বস্তৰ যোগান ধৰে।🙏

  • @nilasharma862
    @nilasharma862 2 ปีที่แล้ว +247

    বৰ দুখ লাগে । সমষ্টিৰ বিধায়কৰ যোগেদি মুখ্য মন্ত্ৰীৰ লগত যোগাযোগৰ ব্যবস্থা কৰিবৰ বাবে অনুগ্ৰহ কৰিলো 🙏🙏

    • @nobajyotibezboruah6401
      @nobajyotibezboruah6401 2 ปีที่แล้ว

      Dukh lagise ontorot 😭

    • @dhurboboruah6138
      @dhurboboruah6138 2 ปีที่แล้ว

      মোৰও চকুৰ পানি ওলাই গৈচে

    • @fgmili9608
      @fgmili9608 2 ปีที่แล้ว

      @@nobajyotibezboruah6401 w#*čččččč žžžćčččččlpššćććžćm nvčvčxZ

  • @anarulrock8396
    @anarulrock8396 2 ปีที่แล้ว +165

    বহুত বেয়া লাগে চকুৰ পানী বৈ গল 😢😢 ভগৱান তুমি ইমান নিষ্ঠুৰ হব পাৰিলা 😢😢

    • @polashbezboruah9941
      @polashbezboruah9941 2 ปีที่แล้ว +5

      Hosa dai ankuat vogoban buli kiba ase je biswas kribo prlm hoi

    • @educationcompany.6793
      @educationcompany.6793 2 ปีที่แล้ว +3

      Bohut kandilu. Bhagaban iman nisthur.

    • @Dhruba438
      @Dhruba438 2 ปีที่แล้ว +1

      Vogomn thakile he nisthur hbo

    • @assamcomedy5180
      @assamcomedy5180 2 ปีที่แล้ว

      @@Dhruba438 bhogoman nai jodi rati 12man bojat sucide kora manuhor 13dinor vitorot jabo sun jodi vut thake bhogoban thake

    • @Dhruba438
      @Dhruba438 2 ปีที่แล้ว

      @@assamcomedy5180 ki suicide kora 12 man ki likhisa vl k bujai likha sun

  • @abdulhamid5144
    @abdulhamid5144 2 ปีที่แล้ว +108

    মূখ্যমন্ত্ৰী মহোদয় দয়া কৰি তেওঁলোকৰ শিক্ষাৰ লগতে সম্পূৰ্ন দায়িত্ব লওঁক।কৰুণ কাহিনী চকুপানী ওলাই গল😰😰😰😰😰😰

  • @arya_krishna_boruah489
    @arya_krishna_boruah489 2 ปีที่แล้ว +66

    হে প্ৰভু' ছোৱালী দুজনীক সহায় কৰা।অসহায় ছোৱালী দুজনীলৈ বৰ দুখ লাগিল।চকু পানী ৰাখিব নোৱাৰিলো।

  • @axomakashgaming3384
    @axomakashgaming3384 2 ปีที่แล้ว +38

    বৰ দুখ লাগিল সচাকৈ. 😔😥
    চকুৰ পানি ওলাই গৈছে.😭😭😭
    মামা please এই কনমাণি দুজনিক কিবা এটা ব্যৱস্তা কৰি দিয়ক যাতে দুজনিৰে ভবিষ্যত উজ্জল হওক... 😭🙏🙏🙏

  • @runubaruah60
    @runubaruah60 2 ปีที่แล้ว +42

    হে ভগৱান 🙏😪 দয়া কৰা প্ৰভু এই মাউৰা কনমানি দুগৰাকীলৈ চকু মেলি চাওক 🙏🙏🙏🌺

  • @alokboruah7775
    @alokboruah7775 2 ปีที่แล้ว +31

    খুৰাক খুড়ীয়েকে যেন কোনো কৃপণালি নকৰি ভালদৰে চোৱা চিতা কৰি দুয়ো বাই ভনীক সু নাগৰিক লগতে দেউতাক মাকৰ দায়িত্ব পালন কৰিব বুলি আশা কৰিলো । সদায় ভগৱানে মংগল কৰিব সকলোকে ।

  • @montudutta7017
    @montudutta7017 2 ปีที่แล้ว +34

    বৰ দুখৰ বতৰা , এই কণমানি দুগৰাকীক কেৱল চৰকাৰেই নহয় পাৰিলে দল / সংগঠন সকলোৱেও সহায় কৰিব লাগে 👍👍👍👍

  • @ratuldas6053
    @ratuldas6053 2 ปีที่แล้ว +24

    হে মহান মুখ্যমন্ত্ৰী মহোদয় আপুনি যাতে এই কণমানি দুই গৰাকীক সহায় কৰে যেন তাৰে কামনা কৰিছোঁ ।।।

  • @newmomogharbattaliongategu5983
    @newmomogharbattaliongategu5983 2 ปีที่แล้ว +40

    বৰ দুখ লগা অৱস্থা CM.ছাৰ সহায় কৰে যেন অনুৰোধ কৰিছো,

  • @helloindiaagain3537
    @helloindiaagain3537 2 ปีที่แล้ว +35

    মুখ্যমন্ত্ৰী কব নালাগে ৰাইজে খহাই কৰিলে। মই অনুৰোধ কৰিছোঁ time8 ক যে এই ২জনি ৰ নামত এটা বেংক একাউণ্ট বনাই দিওক আৰু পাৰে যুদি আমালৈ share কৰক । মোৰ তৰফৰ পৰা যিমান পাৰোঁ খহাই কৰিম মই । Please ইমান খিনি কাম কৰি দিয়ক।

  • @pritamroy12345
    @pritamroy12345 2 ปีที่แล้ว +27

    ইয়াতকৈ ডাঙৰ বেদনা এই পৃথিৱীত আৰু একো নাই ।

  • @gigkalita115
    @gigkalita115 2 ปีที่แล้ว +64

    দেখি চকুপানী ৰখাবনোৱাৰিলো 😭

    • @adfhghj996
      @adfhghj996 2 ปีที่แล้ว

      Janite. Tani. Amar. Moromor. Moyko. Mont. Sara. Jan. Valdora. Say. Tara. Kalona. Korilo.Amar.bisak.asa.tor.oporot.nisi.ami.akoo.daka.pam.tao.tat.jai.niji.kolat.loa.doynobad..

  • @user-qx9yb6hk2i
    @user-qx9yb6hk2i 2 ปีที่แล้ว +63

    মোক ছোৱালী দুজনী দি দিয়ক মই নিজৰ ছোৱালীৰ দৰেই তুলি তালি ডাঙৰ দীঘল কৰিম সকলো দায়িত্ব মূৰ পাতি লম

  • @monikantamoran6381
    @monikantamoran6381 2 ปีที่แล้ว +40

    কণমাণি দুজনীক সমষ্টিৰ বিধায়কে দেখোন সহায় কৰিব পাৰে ।

  • @maramigoswami4306
    @maramigoswami4306 2 ปีที่แล้ว +23

    মুখ্য মন্ত্ৰী মহোদয় আপুনি কন মানী দুজনীক সহায় কৰে যেন অনুৰূধ কৰিলো

  • @nilimadasdas9694
    @nilimadasdas9694 2 ปีที่แล้ว +9

    এনিশাৰ সমানে সমানে মইও কান্দিলোঁ ৷ বৰ দুখ লাগিল ৷ মাননীয় মুখ্যমন্ত্ৰী য়ে যেন দুয়োজনীৰে পঢ়াশুনাৰ লগতে সকলো খিনিৰে সুব্যৱস্থা কৰি দিয়ে তাৰ বাবে কাতৰে অনুৰোধ জনালোঁ ৷

  • @dilipdas8112
    @dilipdas8112 2 ปีที่แล้ว +14

    হে ঈশ্বৰ ছোৱালী কেইজনীক সহায় কৰা 🙏

  • @rinkumili2957
    @rinkumili2957 2 ปีที่แล้ว +72

    বৰ কৰুণ কাহিনী। মূখ্যমন্ত্ৰী ডাঙৰীয়াই অলপ চকু মেলি চাওক।

  • @moheswarbora5751
    @moheswarbora5751 2 ปีที่แล้ว +27

    মোৰ নিজৰ চকু পানী নগৰি আহিলে বৰ দুখৰ বিষয় চৰকাৰে এই কণমানি শিশু কেইজনিক সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনালোঁ

  • @mirzamakfiratfatihemasum2538
    @mirzamakfiratfatihemasum2538 2 ปีที่แล้ว +42

    Heart touching 😭😭😭😭😭😭

  • @taioballi9844
    @taioballi9844 2 ปีที่แล้ว +2

    মোৰ ও মুখ্যমন্ত্ৰী লৈ অনুৰোধ যাতে কনমাণি দুটিক সহায় কৰে যেন🙏🙏🙏🙏

  • @manashmotivation5573
    @manashmotivation5573 2 ปีที่แล้ว +4

    ভগবানে শিশু কেইটাক উজ্জ্বল জীৱন দিয়ে যে তাৰে কামনা কৰিলোঁ বহুত দুখ লাগিল মুখ্যমন্ত্ৰীলৈ মোৰ অশেষ অনুৰোধ ইহঁতক উজ্জল জীৱনৰ ৰাস্তা দিয়ে যেন

  • @songeetaboruah2610
    @songeetaboruah2610 2 ปีที่แล้ว +98

    এজনী ছোৱালী তুলি লব পাৰিম নি, সম্পূৰ্ণ ঠিকনা টো দিব নে, মই পঢ়াই মানুহ কৰিম

    • @kbvlogs8433
      @kbvlogs8433 2 ปีที่แล้ว +1

      District North lakhimpur... Dolohat phulbari..... Village Shantipur....

    • @mukutkalita5145
      @mukutkalita5145 2 ปีที่แล้ว +1

      পাৰিব আপুনি পৰিয়ালৰ লগত জোগাজোগ কৰক

    • @kbvlogs8433
      @kbvlogs8433 2 ปีที่แล้ว +1

      Dolohat.. Tinialir pora.... Hu mai... Ahibo... Lagibo....

    • @deepaksarma3709
      @deepaksarma3709 2 ปีที่แล้ว +1

      Thank u ma'am .

    • @mouofficialvlog6046
      @mouofficialvlog6046 2 ปีที่แล้ว +5

      Prithibit atiau baht val manuh ase buli aji gom palu. Thanku apunak..

  • @mamonihandique5242
    @mamonihandique5242 2 ปีที่แล้ว +6

    বৰ দুখ লাগিল ।ভগৱান এই সৰু ছোৱালীদুজনীক কি কৰিলা প্ৰভূ !

  • @antara9731
    @antara9731 2 ปีที่แล้ว +23

    A request to CM Himanta Biswa Sharma Sir that please help for this two loving children... Because they are alone accept parents & they didn't have parents...😰

  • @monujgogoi2383
    @monujgogoi2383 2 ปีที่แล้ว +8

    সহায় হাত আগবঢ়াবৰ সেই কনমানী। ছোৱালী কেইজনীক মই অসম চৰকাৰক অনুৰোধ জনালোঁ।

  • @rabendas3841
    @rabendas3841 2 ปีที่แล้ว +3

    মোৰ ঘৰত লৈ আহিব মন গৈছে। ইমান দুখ লাগিছে ছোৱালী দুজনীক দেখি।

  • @ShillongTeerTrick
    @ShillongTeerTrick 2 ปีที่แล้ว +11

    Cm sir Plz help him💰💰💰

  • @jayckmoon6372
    @jayckmoon6372 2 ปีที่แล้ว +9

    Himanta Mama plz help them.. send immediate help.. Show ur kindness to them.. Parila apuni nija goi aahok 🙏🙏🙏

  • @krishnakantanath9108
    @krishnakantanath9108 2 ปีที่แล้ว +1

    হে প্রভু মোৰএটাই অনুৰোদ তুমি এই ছোৱালী দুজনীক ভালদৰে চাঁওক

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 2 ปีที่แล้ว +16

    Bor dukh lagil 😭😭😭 .Moi usorot puwahola pohai dilu hoi ❤️❤️❤️.

  • @uddhabdeka2491
    @uddhabdeka2491 2 ปีที่แล้ว +21

    Plz.... Mama tumi help kora maina hatok, manoh koriba lagiba maina hatok 🙏🙏🙏🙏🙏

  • @pranjal3406
    @pranjal3406 2 ปีที่แล้ว +3

    বহুত বেয়া লাগি আছে
    আমাৰ CM ছাৰে সোনকালে সহায় কৰে যেন
    এয়াই অনুৰোধ

  • @RiyanDas5656
    @RiyanDas5656 2 ปีที่แล้ว +2

    ৰাইজে যেন মৰমৰ লগা কনমণি দুজনীক ওচৰ চুবুৰীয়া আমাৰ অসমৰ ৰাইজে যেন সহায় কৰে মইযে সহায় কৰিম , আমাৰে সৰুতে মা মৰিছে আমিও বহুত দুখ বেদনা পাইছে

  • @paharideori4288
    @paharideori4288 2 ปีที่แล้ว +6

    ছোৱালী কেইজনীক তেনেকৈ এৰি থৈ নাহিব... কিবাটা ব্যৱস্থা কৰি দিব যাতে পাৰে কণমানি কেইজনীক..😢😢😢

  • @pritymudoi3803
    @pritymudoi3803 2 ปีที่แล้ว +1

    চৰকাৰলৈ এটাই অনুৰোধ ছোৱালী দুজনীক চাই যাতে

  • @poemandsongassam8959
    @poemandsongassam8959 2 ปีที่แล้ว +9

    বহুত দুখ লাগিল

  • @utpalmedhi7795
    @utpalmedhi7795 2 ปีที่แล้ว +10

    Heart rending , please, Honourable, chief minister sir help them....

  • @alliswell8370
    @alliswell8370 2 ปีที่แล้ว +1

    Dr. হিমন্ত sir আপুনি অতি সোনকালে ছোৱালী দুজনীক সহায় কৰিব বুলি আশা ৰাখিলোঁ। অাৰু আমাৰ অসমৰ সমগ্ৰ ৰাইজক মই অনুৰোধ জনাইছোঁ যে এই ছোৱালী দুজনীৰ বিষয় মাত- মতক , সকলোৱে শাৰ্থপৰ নহব 🙏🙏🙏 pls।
    জয় আই অসম

  • @poojadas7932
    @poojadas7932 2 ปีที่แล้ว

    হে দয়াময় আপুনি ছোৱালী দুজনীক ভালে ৰাখক 👃🏿👃🏿👃🏿👃🏿👃🏿👃🏿

  • @RitaDevi-xb9jf
    @RitaDevi-xb9jf 2 ปีที่แล้ว +6

    বহুত দুখ লাগিল 😭😭

  • @surenboruah3241
    @surenboruah3241 ปีที่แล้ว +1

    মুখ্যমন্ত্ৰী মহোদয়, আপুনি দয়া কৰক এই কণমানি দুজনিৰ 🙏🙏🙏

  • @kutbulking5266
    @kutbulking5266 2 ปีที่แล้ว +13

    Heart touching 😭plz help

  • @anamikapanging6352
    @anamikapanging6352 2 ปีที่แล้ว +9

    Please God bless thm with lot of love

  • @Destiny5535-d2r
    @Destiny5535-d2r 2 ปีที่แล้ว +8

    Kon Mani dutiye bortoman jimankhini dukh paise, Bhagawan e jen tahator jibonot tar charigun xukh diyak ...takei prarthana 🙏🙏

  • @uddhabdeka2491
    @uddhabdeka2491 2 ปีที่แล้ว +7

    Good news time8 🙏🙏🙏🙏

  • @nitulkumarranghang6824
    @nitulkumarranghang6824 2 ปีที่แล้ว +6

    I felt so much tears in my eyes 😭

  • @sknithik2315
    @sknithik2315 2 ปีที่แล้ว +1

    Plz,,,hlp diyak sir,,, বহুত দূখ লাগে এই শিশু বোৰৰ বাবে,,,,,হে ভগৱান এনে শিশুৰ কান্দোন শুনিব লগা নকৰিবা প্ৰভু,,,,

  • @bijugogoi1411
    @bijugogoi1411 2 ปีที่แล้ว +6

    Good bless you. ❤️😭😭😭😭😭

  • @user-hj5dt1td2f
    @user-hj5dt1td2f 2 ปีที่แล้ว +1

    বহুত দুখ লাগিল ভগৱানে যাতে কুশলে ৰাখে

  • @monikadeori3046
    @monikadeori3046 2 ปีที่แล้ว +1

    😭😭😭 হে প্ৰভু দয়া কৰা ছোৱালী দুজনীক 🙏🙏🙏

  • @nobinburagohain974
    @nobinburagohain974 2 ปีที่แล้ว +3

    পাপ পুণ্যৰ কথা সকলো ধৰ্মতে উল্লেখ আছে, কোনো ধৰ্মপ্ৰাণ লোকে কবি পাৰিবনে কণমানি কিজনীৰ কি পাপৰ ফলত এই অবস্থা!

  • @rihanahmed8225
    @rihanahmed8225 2 ปีที่แล้ว

    bhut bya lagil...sorkaror falr prai ehot duyo jonik swa.sita kre jen

  • @kantadas7220
    @kantadas7220 2 ปีที่แล้ว +1

    God bless you.

  • @surathdas6876
    @surathdas6876 2 ปีที่แล้ว +3

    I request to our respected honourble C, M pleaase help those poor girls.
    Jai Hind.

  • @vickymedhi1580
    @vickymedhi1580 2 ปีที่แล้ว +9

    🙏🙏🙏vogoban kot ase apuni. Plz ehotok saku meli saok.JAI SHREE RAM,JAI BAJARANGBALI

  • @bhupendranathgoswami5571
    @bhupendranathgoswami5571 2 ปีที่แล้ว +1

    বৰ হৃদয় বিদাৰক...

  • @ranaborboruah4380
    @ranaborboruah4380 2 ปีที่แล้ว

    Good belryis you grals /সকলো দল সংগঠন চৰকাৰে আৰু দুজনী কমানি ছোৱালী ক সহায় কৰিবলৈ জনালোঁ মামা আপুনি ছোৱালী দুজনিক ভাল ইস্কুল ত নাম লগাই দিয়ে আৰু আপোনালোকে সমজি লগ * ভগমানে সকলোকে চকু মেলি চাব

  • @ashokdas645
    @ashokdas645 2 ปีที่แล้ว

    বৰ দুখ লগা খবৰ। মোৰ চকূপানী ওলাই আহিল। ওচৰৰ মানুহে যে সহায় কৰে। লগতে চৰকাৰে যে সহায় কৰে।

  • @palashibaruah8926
    @palashibaruah8926 2 ปีที่แล้ว +4

    Bohut dukh lagise CM Sir kon mani dujonir future apunar hatot xahai korok please 🙏

  • @pukiasissiborgaonicdsproje4668
    @pukiasissiborgaonicdsproje4668 2 ปีที่แล้ว

    হে প্ৰভু দয়া কৰা ।

  • @rituparnabhardwaj760
    @rituparnabhardwaj760 2 ปีที่แล้ว +1

    অসম চৰকাৰে অনতিপলমে এই দিব্য শিশু দুটিক উদ্ধাৰ কৰি ভবিষ্যতৰ কাৰণে আগবঢ়াই নিয়ক তাৰে পাৰ্থনা কৰিছো...

  • @jumidas3146
    @jumidas3146 2 ปีที่แล้ว +2

    মুখ্য মন্ত্ৰী ছাৰে সহায় কৰিব বুলি আশা থাকিল

  • @rajendasofficial7121
    @rajendasofficial7121 2 ปีที่แล้ว +2

    বৰ দুখ লাগিল, অনুগ্ৰহ কৰি সহায় কৰক

  • @amalthakuria6207
    @amalthakuria6207 2 ปีที่แล้ว +1

    সঁচাকৈ চকুলো ৰখাব পৰা নাই। কি কম ভাষা নাই 😭😭😭😭😭

  • @rajendrapatir4921
    @rajendrapatir4921 2 ปีที่แล้ว +5

    Ohhh 😞
    Honourable the H.B.S sir please help them 🙏

  • @uddhabdeka2491
    @uddhabdeka2491 2 ปีที่แล้ว +11

    News to bahut.... Share kora🙏, mama r jen news to sakot pore

  • @posaaluvlogs2863
    @posaaluvlogs2863 2 ปีที่แล้ว

    বৰ দুখ লগা কাহিনী,,

  • @localvlogbd5759
    @localvlogbd5759 2 ปีที่แล้ว

    হে ভগবান

  • @barnalibhuyan1634
    @barnalibhuyan1634 2 ปีที่แล้ว

    হে ভগৱান

  • @ridipboruah2387
    @ridipboruah2387 2 ปีที่แล้ว +1

    বৰ দুখ লাগিল 😭😭😭😭

  • @pinkurai158
    @pinkurai158 2 ปีที่แล้ว +6

    Bhut beya lagise ,, help koribo lage cm sir

  • @victordas5601
    @victordas5601 2 ปีที่แล้ว +6

    Sir please help them 🙏

  • @sarojsaikia213
    @sarojsaikia213 2 ปีที่แล้ว +3

    ইমান অসহায় নিদাৰুন কান্দোন। অসমীয়া মানুহ বাৰু নিজৰ জেগাত কিয় অসহায়।বুজি পোৱা নাই, অসমীয়া জাতিয়ে ভৱিষ্যত নভাবে । অকল বেলেগ ৰ আশাত জীয়াই থাকিব নেকি। আজি বেলেগ দুখ লাগিছে দেই। হিয়া ভগা কান্দোন কিমান সুনিম ।হে অসমীয়া জাগ আৰু নিজৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰ, নহলে বিশ্বত অসমীয়া নামৰ এটা কেলেহুৱা জাতি আছিল বুলি এজনে সিজনক কব।

  • @bijudeka4723
    @bijudeka4723 2 ปีที่แล้ว +5

    Bor dukh lagise sai kintu gaonar manuhe prathomey sohai Kore Jen aru dol sangothone bure help korile Val hoi

  • @rb3243
    @rb3243 2 ปีที่แล้ว +2

    বহুত দোষৰ কথা । সমবেদনা জনাবলৈ ভাষা নাই । এনেকুৱা অনাথ হোৱা শিশু গাঁৱে-ভুঁঞে বহুত ওলাব । এই সকল অনাথ শিশুৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা কৰিব বুলি আশা কৰিলোঁ ।

  • @manashsvlogs8150
    @manashsvlogs8150 2 ปีที่แล้ว +1

    Tomalokok vogobna vala rakhak Maina 🙏🙏

  • @dhmile2dhmilePranjitmedhi
    @dhmile2dhmilePranjitmedhi 2 ปีที่แล้ว +1

    দুখ লাগিল ৱহুত ।

  • @trishnakalita4154
    @trishnakalita4154 2 ปีที่แล้ว

    হে ভগৱান কি দেখিছোঁ ও এইবোৰ।ভন্তি সামৰ্থ থাকিলে কিজানি মই এ তোমালোকক কিবা সহায় কৰিলোঁ হয়। পিছে নিজৰ এ অৱস্থা বেয়া ও।

  • @boloramsarmah1382
    @boloramsarmah1382 2 ปีที่แล้ว +1

    He bhogoban

  • @sangitasaikia2927
    @sangitasaikia2927 2 ปีที่แล้ว +2

    Universe plz protect your child 🙏🙏🙏🙏🙏🙏 Plz help korok einkonmani dujonik 🙏🙏🙏🙏🙏🙏🙏

  • @papulx4534
    @papulx4534 2 ปีที่แล้ว +1

    চকুৰ পানী ৰখাব নোবাৰিলো।বহুত দুখ লাগিল

  • @chinmoychetia9703
    @chinmoychetia9703 2 ปีที่แล้ว +1

    Himanta sarma sir... Plz help these both girls ...🙏🙏🙏🙏

  • @MH-oq1ji
    @MH-oq1ji 2 ปีที่แล้ว +2

    Request to all of Assamese to stand together and help them and save them

  • @debajeetboro9360
    @debajeetboro9360 2 ปีที่แล้ว +2

    Help kora 😭😭😭😭mama ... good New

  • @Ji_ti_video
    @Ji_ti_video 2 ปีที่แล้ว

    Ihope Help tostudent unioun and BJP mama

  • @manabdas9631
    @manabdas9631 2 ปีที่แล้ว

    CM sir.... Pls pls.. Help Kora Mauna dujnik

  • @sumitranathsn5543
    @sumitranathsn5543 2 ปีที่แล้ว

    হেমন্ত মামাৰ লৰা ছোৱালী বিলাক পহাবলে বহু ত টকা লাগে

  • @baloramsarkar1599
    @baloramsarkar1599 2 ปีที่แล้ว +1

    মুখ্য মন্ত্ৰী ছাৰক সহায় কৰাৰ কৰনে টানী অনুৰোধ জনালো।

  • @azentertainment8593
    @azentertainment8593 2 ปีที่แล้ว

    God bless both of u beti...vogovan hodai logot thakibo tumalukor...usoror manuhe olp sabo lage

  • @silcharoxomiadeka7353
    @silcharoxomiadeka7353 2 ปีที่แล้ว

    anurudh jonaisu homojtir bidhayoke CM sir logot kothaa pati oti hunkale huboibosta kori diye jen
    pronam

  • @mintudas3472
    @mintudas3472 2 ปีที่แล้ว

    PL,help,as soon as possible.god bless.

  • @hiteshsarma8516
    @hiteshsarma8516 2 ปีที่แล้ว

    Honourable cm sir.....pls help....them...

  • @mithicharramchiary4163
    @mithicharramchiary4163 2 ปีที่แล้ว +1

    Bhut beya lagisy 😭😭😭😭 CM sir help kori diak 🙏🙏🙏🙏🙏🙏

  • @kherkhatako8822
    @kherkhatako8822 2 ปีที่แล้ว

    সচাই কোউৱ বেয়া লাগিল

  • @appazpayeng1834
    @appazpayeng1834 2 ปีที่แล้ว +1

    ওচৰত থকা জনসাধাৰনে কি চাই আছে প্ৰতিটো কামেই কি মুখ্যমন্ত্ৰী কৰিব নেকি।

  • @Musiclover-bq5wj
    @Musiclover-bq5wj 2 ปีที่แล้ว +1

    Hei hori....... Plz any one come and help them 🙏🙏🙏who can...

  • @abhijitbora3010
    @abhijitbora3010 2 ปีที่แล้ว +1

    সহায় কৰিব লাগে চৰকাৰে কন্যা দুটি ক