সমগ্ৰ অসমৰ ভিতৰত MBBS ত তিনি নম্বৰ ৰেংক লাভ কৰা ডাক্তৰ মধূসুদন কলিতাৰ সফলতাৰ কাহিনী

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 ส.ค. 2024
  • সমগ্ৰ অসমৰ ভিতৰত MBBS ত তিনি নম্বৰ ৰেংক লাভ কৰা ডাক্তৰ মধূসুদন কলিতাৰ সফলতাৰ কাহিনী
    • হাইস্কুল শিক্ষান্ত পৰী...

ความคิดเห็น • 58

  • @user-qq5fr1fv2f
    @user-qq5fr1fv2f 3 หลายเดือนก่อน +12

    অভিনন্দন জনাইছো তোমাক৷ লগতে শ্ৰীমনত ছাৰলৈ ধন্যবাদ৷ এনেকুৱা আদৰ্শবান ছাএৰ সাক্ষাৎকাৰে বহোত ছাএ ছাএী উৎসাহিত হয়৷

  • @saratkalita6791
    @saratkalita6791 3 หลายเดือนก่อน +4

    I have best of congratulations to Madhusudan Kalita on his exquisite and outstanding performance in MBBS course.

  • @user-ie3mk6ky7u
    @user-ie3mk6ky7u 3 หลายเดือนก่อน +4

    মধুসূদন কলিতালৈ আন্তৰিক অভিনন্দন আৰু অনাগত দিনলৈ অলেখ শুভকামনা জনালোঁ লগতে শ্ৰী মন্তচাৰলৈও অশেষ ধন্যবাদ জনাইছোঁ এনেকুৱা আদৰ্শবান ছাত্ৰৰ ইমান সুন্দৰ সাক্ষাৎকাৰ এলানি আগবঢ়াই দিয়াৰ বাবে । এনেধৰণৰ সাক্ষাৎকাৰে বহ ছাত্ৰ ছাত্ৰী উৎসাহ যোগাব ।

    • @anjumonikakoti7250
      @anjumonikakoti7250 3 หลายเดือนก่อน

      অতি জৰুৰী আৰু প্ৰাসংগিক আলাপ । জনস্বাস্থ্যৰ লগত সংগতি ৰাখি সামাজিক দায়বদ্ধতাক একাত্ম কৰি ইমান সুন্দৰকৈ সাক্ষাৎকাৰ টি আগবঢ়ালে , সকলোৰে বাবেই জানিবলগীয়া এটি সুন্দৰ কথোপকথন। মধুসূদন কলিতাৰ সৰল সুন্দৰ আলাপ শুনি আপ্লুত হ'লোঁ। তেখেতক এগৰাকী মানৱদৰদী সুচিকিৎসক হিচাপে সমাজখনৰ সৰ্বস্তৰৰ কল্যাণ সাধন হওক , তাকেই কামনা কৰিলোঁ। আৰু আপোনালৈ সাদৰেৰে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ👏👏

  • @kripalibhuyan5326
    @kripalibhuyan5326 3 หลายเดือนก่อน +3

    বৰ ভাল লাগিল কথাখিনি । মধুসূদনলৈ আন্তৰিক অভিনন্দন জনাইছোঁ । আমাৰ ভাগিনজনীয়েও MBBS পৰীক্ষাত অসমৰ ভিতৰত ৯ নম্বৰ স্থান পাইছিল । তেখেত এগৰাকী সফল চিকিৎসক হওঁক, তাকে কামনা কৰিলোঁ

    • @somirbora6904
      @somirbora6904 3 หลายเดือนก่อน

      Satisfactory sr ii monta motivation phone Number tun muk lagisil please dibosun

  • @manjularxadhukothaarukobit3697
    @manjularxadhukothaarukobit3697 3 หลายเดือนก่อน +2

    ডা: মধুসূদন কলিতালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে দত্ত ছাৰলৈ অশেষ ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ আলোচনা এলানি আমালৈ আগবঢ়াই দিয়া বাবে 👏👏👏👏🙏😃

  • @minuphukan372
    @minuphukan372 3 หลายเดือนก่อน +3

    আলোচনা শুনি ভাল লাগিল লগতে বহুত কথা জানিব পাৰিলো । ভাইটি লৈ আন্তৰিক শুভ কামনা জ্ঞাপন কৰিছোঁ

  • @babitatamuliborah7986
    @babitatamuliborah7986 3 หลายเดือนก่อน +2

    অতি অনুপ্ৰেৰণা মূলক ভিডিঅ' ।মধূসুদনলৈ অনাগত দিনৰ বাবে অলেখ শুভকামনা জনালোঁ।

  • @nishitabhattacharyya797
    @nishitabhattacharyya797 3 หลายเดือนก่อน +5

    সাক্ষাৎকাৰটো চাই খুব ভাল লাগিল। বিশেষকৈ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হৈ ইমান ভাল ৰিজালট কৰিও ইমান সুন্দৰ সৰল অসমীয়া ভাষাৰ প্ৰয়োগ কৰি প্ৰতিটো কথা বুজাইছে,, সেইটো আজিৰ দিনত বৰ ডাঙৰ কথা।যি সময়ত অসমীয়া ল'ৰা ছোৱালীৰ মুখত এটা বাক্যত চাৰি/পাঁচটাকৈ ইংৰাজী শব্দৰ আখৈ ফুটে সেই সকলৰ কাৰণে এই সাক্ষাৎকাৰৰ পৰা শিকিব লগা বহুত আছে। মধুসূদনলৈ আন্তৰিক অভিনন্দন আৰু অনাগত দিনলৈ অলেখ শুভকামনা জনালোঁ 🙏।

  • @mohankalitambrs8642
    @mohankalitambrs8642 3 หลายเดือนก่อน +2

    Val lagil dei Dr. Modhusudon Kalita. Congratulations. May God bless you.

  • @jyotirmaymedhi7494
    @jyotirmaymedhi7494 3 หลายเดือนก่อน +2

    Khubei dhuniya Dr. Madhu.
    Your years of hardwork payed off!!🎉

  • @ratulbora2871
    @ratulbora2871 3 หลายเดือนก่อน +2

    সাক্ষাৎকাৰতো সুন্দৰ হৈছে _ ভাল লাগিল l অনাগত দিনৰ শুভেচ্ছা জনালো ডাঃ কলিতালৈ

  • @lipikabhuyan6979
    @lipikabhuyan6979 3 หลายเดือนก่อน +2

    বৰ ভাল পালো সাক্ষাৎকাৰটো।

  • @ChakradharSaud-qq1rj
    @ChakradharSaud-qq1rj 3 หลายเดือนก่อน +3

    Really a good interview.

  • @barnalidutta5866
    @barnalidutta5866 3 หลายเดือนก่อน +2

    ভাল লাগিল। অভিনন্দন জনালোঁ।

  • @oommprakash
    @oommprakash 3 หลายเดือนก่อน +3

    Srimanta sir also saying like doctor👍🏻👌🏻

  • @bijumonisaikia1129
    @bijumonisaikia1129 3 หลายเดือนก่อน +2

    ভাল লাগিল সাক্ষাৎকাৰ টি।

  • @Himangshu12351
    @Himangshu12351 3 หลายเดือนก่อน +1

    Bohut bohut val lagile.

  • @Roktimronjon1
    @Roktimronjon1 3 หลายเดือนก่อน +3

    সফলতাবোৰত বাৰুকৈয়ে সুখী💙

  • @tapanbaruah1006
    @tapanbaruah1006 3 หลายเดือนก่อน +2

    Sundar interview aru val answer

  • @malobikagogoi8727
    @malobikagogoi8727 3 หลายเดือนก่อน +2

    ভাল লাগিল

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc 3 หลายเดือนก่อน +2

    ভাল লাগিল। অভিনন্দন জনালোঁ তেখেতলৈ। অনাগত দিনত যেন আমাৰ সাধাৰণ মানুহৰ কথা ভাবি চিকিৎসা সেৱা আগবঢ়ায় তাকে কামনা কৰিলোঁ 🙏🏻🙏🏻

  • @_creative_anu_
    @_creative_anu_ 3 หลายเดือนก่อน

    Sir moi anushka.apunar videobur sai bohut upokrito hbo paru.

  • @bulumoninath6956
    @bulumoninath6956 3 หลายเดือนก่อน +2

    অভিনন্দন জনালোঁ

  • @user-vg3pf7fj8w
    @user-vg3pf7fj8w 3 หลายเดือนก่อน

    Val lagil loratur katha khini xuni .congratuletion.

  • @JLI321
    @JLI321 3 หลายเดือนก่อน +4

    Congrats bhaity

  • @TravelingWandererGuy
    @TravelingWandererGuy 3 หลายเดือนก่อน +2

    Congratulations Madhu❤. Proud of you🫶🏿

  • @DigantaBharali-xr2qm
    @DigantaBharali-xr2qm 3 หลายเดือนก่อน +2

    Val lagil

  • @bondanakalita6483
    @bondanakalita6483 3 หลายเดือนก่อน

    বহুত বহুত শুভেচ্ছা... আগবাহি যোৱা ❤

  • @Deepshikha-eg8dr
    @Deepshikha-eg8dr 3 หลายเดือนก่อน +1

    Vl lagil dada

  • @paporichutiagogoi1577
    @paporichutiagogoi1577 3 หลายเดือนก่อน +7

    Val lagil.

  • @prodipbora2752
    @prodipbora2752 3 หลายเดือนก่อน +2

    Congratulations

  • @user-ig3zz8vg7w
    @user-ig3zz8vg7w 3 หลายเดือนก่อน

    Good interview thank you keep it up

  • @alakasaikia
    @alakasaikia 3 หลายเดือนก่อน +1

    Anekuwa sakhatkar Sai bor val lage

  • @jyotimonibhuyan132
    @jyotimonibhuyan132 3 หลายเดือนก่อน +4

    Cogratulaion to dear

  • @anamikatamuli9693
    @anamikatamuli9693 3 หลายเดือนก่อน +3

    Nice 👍👍❤❤❤

  • @priyabratdas3996
    @priyabratdas3996 3 หลายเดือนก่อน

    May God bless him.

  • @juridas9596
    @juridas9596 3 หลายเดือนก่อน +2

    Nice ❤❤

  • @chandramadeka804
    @chandramadeka804 3 หลายเดือนก่อน +3

    Nice ❤

  • @Amithgh
    @Amithgh 3 หลายเดือนก่อน +2

    Congratulations 👏

  • @angarujsaikia3760
    @angarujsaikia3760 3 หลายเดือนก่อน +2

    🔥🔥🔥

  • @debasishkalita178
    @debasishkalita178 3 หลายเดือนก่อน +2

    আমাৰ গাঁৱৰ (Rupahimukh ,Sivasagar)সু সন্তান

  • @ispitamixedentertainment5976
    @ispitamixedentertainment5976 3 หลายเดือนก่อน +2

    Congrats

  • @gitimasaikiadas8079
    @gitimasaikiadas8079 3 หลายเดือนก่อน

    Bogut val lagil,Apuni HSLC,HS aru NEET t kiman score korisil beya napai jodi jonabo sun please.

  • @ANILdas-op6jy
    @ANILdas-op6jy 3 หลายเดือนก่อน +3

    Nice

  • @oommprakash
    @oommprakash 3 หลายเดือนก่อน +4

    Niceeeee❤❤❤

  • @munmisdailyvlogs797
    @munmisdailyvlogs797 3 หลายเดือนก่อน

    Bhal lagil

  • @HariPriyaDeka-cy4qo
    @HariPriyaDeka-cy4qo 2 หลายเดือนก่อน

    Nice ❤️🙏

  • @DigantaBharali-xr2qm
    @DigantaBharali-xr2qm 3 หลายเดือนก่อน +2

  • @saratkalita6791
    @saratkalita6791 3 หลายเดือนก่อน +3

    I have best of congratuqqlations to Madhusudan Kalita on his exquisite and outstanding performance in MBBS course.

  • @user-ix8xs8gx5u
    @user-ix8xs8gx5u 3 หลายเดือนก่อน +2

    অভিনন্দন জনালোঁ

  • @risha3703
    @risha3703 3 หลายเดือนก่อน +2

    Congratulations

  • @Tanaya_Kashyap
    @Tanaya_Kashyap 3 หลายเดือนก่อน +2

    Nice

  • @rupakalita4992
    @rupakalita4992 3 หลายเดือนก่อน +2

    Congratulations

  • @DugdhanathBorthakur-lm7fq
    @DugdhanathBorthakur-lm7fq 3 หลายเดือนก่อน +2

    Congratulations

  • @nirusaikia5282
    @nirusaikia5282 3 หลายเดือนก่อน +3

    Congratulations

  • @Amithgh
    @Amithgh 3 หลายเดือนก่อน +2

    Congratulations