চাই শেষ কৰিলোঁ। কিবা এটা শোক জাগি উঠিল মনটোত। এটা কথা ঠিক যে গোটেই কাহিনীটো কেৱল মাত্ৰ এখন চলচ্চিত্ৰ হে। কিন্তু এই জীৱনটো কোনোবা নহয় কোনোবাই প্ৰতিদিনে জী আছে, নিজৰ কোনোবাক এনেকেই মানসিক ভাৱে ভাগি যোৱা প্ৰত্যক্ষ কৰি আছে। তেওঁলোকে বাৰু কেনেকে পাৰ কৰি আছে দিনবোৰ। ভাবিলেও আচৰিত লাগে । তিল তিলকে হয়তো জীৱনটো শেষ হোৱালৈ ৰৈ থাকে , এই বৃদ্ধ বয়সত এইটো জীৱন যদি কোনোবাই জীয়াই আছে তেন্তে ভগৱানে তেওঁলোকক শক্তি দিয়ক। 🙏🙏🙏
Heartiest congratulations to the entire team of phehujali. 😊 Eikhon movie sabole bohut hepah asile biswajeet da. Thank you so much for releasing it here....Totally speechless and every character did a marvelous job...loved to see ainu ba , mainu ba and om on the screen....😊❤ lots of love from our family.
This movie relates to most of the middle class family suffered same kind of situation it's really touch m heart n emotions tnkq fr this kinda movie. Watching frm Nagaland....
এইসমুহ অসমীয়া চলচ্চিত্ৰয়ে অসমীয়া চলচ্চিত্ৰ উদ্যোগটো জীয়াই ৰাখিছে। Trailer টো চোৱাৰ পিছৰ পৰাই চিনেমাহ'লত কেতিয়া লগাব অপেক্ষা কৰি আছিলো। কিন্তু চিনেমাখন তিনিচুকীয়াত release কোনো চিনেমা হ'লতে নিদিলে খুব সম্ভৱ। আজি youtube তে চালো। খুব ভাল হৈছে। ককা আইতা দুগৰাকীৰ অভিনয় ইমান বাস্তৱধৰ্মী আৰু নিখুঁত। ❤❤❤
ধন্যবাদ গোটেই ফেঁহুজালি পৰিয়াললৈ।👏🙏
Thank you...
Emn hundor .. hsakoi sokupani rakhabo nuariluiiii😢😢😢😢😢😢
Beautiful movie! Iman bhal lagil ❤
বৰ সুন্দৰ ,😥😥 চকু পানী ওলাই গল
বৰ সুন্দৰ কাহিনী আৰু অতি সুন্দৰ অভিনয়েৰে হৃদয় চুই যোৱা কথাছবি।
বহুত বহুত ভাল লাগিল। শিল্পী কলাকুশলী চিত্ৰ নাট্যকাৰ সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ ।
চিনেমা নহয় যেন কবিতা হে, যাৰ প্ৰতিটো শব্দতে বাজি উঠে জীৱনৰ ছন্দ! কিমান যে সুন্দৰ উপস্থাপন, লিখি বুজাব নোৱাৰোঁ। আৰু এটা কথা, আপোনালোকৰ ৱেবছাইটটো চালোঁ, খুব সুন্দৰ, কিন্তু, চিনেমাখনৰ প্ৰতিজন কলা-কুশলীৰ নাম অনুগ্ৰহ কৰি দি দিব চোন, প্ৰতিখন চিনেমাৰে দিব, কিয়নো, তেওঁলোকৰ বাবেই এই কাম সম্ভৱ হৈ উঠিছে, গতিকে তেওঁলোক সকলোৱে নিজৰ নিজৰ স্বীকৃতি পাব লাগে। পাৰিলে তেওঁলোকৰ কৰ্মৰাজিৰ বিষয়েও দি থব। কৃতজ্ঞতা জনালোঁ ইমান সুন্দৰ চলচ্চিত্ৰ উপহাৰ দিয়াৰ বাবে। ❤️🙏
চাই শেষ কৰিলোঁ। কিবা এটা শোক জাগি উঠিল মনটোত। এটা কথা ঠিক যে গোটেই কাহিনীটো কেৱল মাত্ৰ এখন চলচ্চিত্ৰ হে। কিন্তু এই জীৱনটো কোনোবা নহয় কোনোবাই প্ৰতিদিনে জী আছে, নিজৰ কোনোবাক এনেকেই মানসিক ভাৱে ভাগি যোৱা প্ৰত্যক্ষ কৰি আছে। তেওঁলোকে বাৰু কেনেকে পাৰ কৰি আছে দিনবোৰ। ভাবিলেও আচৰিত লাগে । তিল তিলকে হয়তো জীৱনটো শেষ হোৱালৈ ৰৈ থাকে , এই বৃদ্ধ বয়সত এইটো জীৱন যদি কোনোবাই জীয়াই আছে তেন্তে ভগৱানে তেওঁলোকক শক্তি দিয়ক। 🙏🙏🙏
Thank you...
Thank you biswajit❤ এটা সৰু বিন্দু মাত্ৰেও এইখন পৃথিৱীৰ কোন এটাত এনেকুৱা মানুহৰ জন্ম হয় ,উপলব্ধিবোৰ বহু সাংঘাতিক নো ধৰিবই নোৱাৰি নে এইয়া মৰমৰ যাতনা,আচলতে জীৱন টোৱে সাঁথৰ।।। ভাল লাগিল🙏
Thank you
Bor bhal lagil Sai , sundor ovinoy
ইমান যে ভাল লাগিল..চকুপানী ওলাল মাজে সময়ে..কিন্তু একেবাৰে শেষৰ সামৰণিয়ে মন জুৰাই গ'ল ❤❤❤❤
সঁচাই এখন জীয়া ছবি উপস্থাপন কৰিছে 😌 "ফেহুজালি" ৰ আটাইবোৰ অভিনেতা অভিনেত্ৰী, কৰ্মকৰ্তালৈ শুভেচ্ছা আৰু ধন্যবাদ থাকিল 🙏🏼
Thank you
বৰ ভাল লাগিল চাই। সুন্দৰ কাহিনী সুন্দৰ অভিনয়।
বৰ সুন্দৰ আৰু হৃদযস্পৰ্শী হৈছে। লোপা, তই কোৱা কথাবোৰ, তোৰ
উপলব্ধিবোৰ , তোৰ সংগ্ৰাম বোৰৰ এক বাস্তৱ স্বৰূপ বাৰুকৈ অনুভৱ কৰিব পাৰি। সঁচাকৈ গোটেই পৰিকল্পনা লেখত লবলগীয়া। আগুৱাই যা।
Thank you Dipen....
Khub hundor asomiya sobi
বহুত বহুত বেছি ভাল লগিলে। সকলোৰে অভিনয় ইমান সুন্দৰ হৈছে কবলৈ ভাষা নাই। বিশেষকৈ কৰা আৰু আইতাৰ অভিনয়ে মন চুই গৈছে। বহুত বহুত মৰম যাচিলো।
Thank you.
কিবা এখাৰ নোকোৱাকৈ থাকিব নোৱাৰিলো। সঁচাকৈ সমাজত ঘটা এক হৃদ়স্পৰ্শী কাহানি । আপোনালোকক সকলোকে বহুত ধন্যবাদ । শেষত সামৰণি টো এনেকুৱা হব লাগিছিল যে এই ধৰণৰ মানসিক ৰোগৰ পৰাও ভাল চিকিচ্ছাৰ যোগেদি সুফল লাভ কৰিব পাৰি। আৰু লগতে সেই লৰা ছোৱালী সাল তেনে পৰিষ্টিত থাকিও জীৱন কি ? তেওঁলোকে বুজি এক মানৱ সম্পদ হিচাপে পৰিচিত হোৱা দেখুৱাব লাগিছিল।
Thank you...
সুন্দৰ কাহিনীৰ আৰু অতি মনোমোহা অভিনয়ে হৃদয় স্পৰ্শ কৰি গৈছে । ❤
Khub dhuniya story... Bohut bohut val lagise❤
Ki sundar kahani ki sundar avinay...eiburok koi asol movie ❤love from Nagaon ❤
Heartiest congratulations to the entire team of phehujali. 😊 Eikhon movie sabole bohut hepah asile biswajeet da. Thank you so much for releasing it here....Totally speechless and every character did a marvelous job...loved to see ainu ba , mainu ba and om on the screen....😊❤ lots of love from our family.
Thank you....
ইমান সুন্দৰ অভিনয়েৰে কৰা ফেঁহুজালী চালোঁ। অভিনয় কৰা যেন লগাই নাই।অন্তৰ স্পৰ্শী।
বহুত ভাল লাগিল।অন্তৰস্পৰ্শী গৈছে। বহুত বছৰৰ পাছত ভাল অসমীয়া কথাছবি এখন চালোঁ 🙏
Khub xundar uposhthapon, abhinoy kora xklu khube xundar vabe korise ❤❤❤ cinema hall release hob lagisil 👍👍👍👍
Great Storyline...!! 👌🏻
And the actors have performed tremendously...!! ❤
বৰ ভাল হৈছে কাহিনী, অভিনয় আৰু casting . বহুত দুখ লাগিল। মানুহৰ জীৱনৰ শেষটো যে কি হ'ব কোনেও কব নোৱাৰে। একেবাৰে মোৰ ঘৰৰ পৰিস্থিতিৰ লগত মিলে । মা দেউতাৰ এতিয়া এনেকুৱা অৱস্থা । কেৱল ল'ৰা বোৱাৰী আছে বাবে অকনমান বেলেগ।
Thank you.
শব্দৰে প্ৰকাশ কৰিব নোৱাৰা এখন অসমীয়া ছবি।
সঁচাই বহুত ভাল লাগিল চাই।
এটা কথাই মুখত আহিছে
What a movie content ❤
ধন্যবাদ!
বাস্তৱ কাহিনী ❤ বহুত ভাল লাগিল চাই❤
Bhut dhuniya 😢❤ru khuri সকলোৰে acting bapre 🔥❤
This movie relates to most of the middle class family suffered same kind of situation it's really touch m heart n emotions tnkq fr this kinda movie. Watching frm Nagaland....
অভিনয় বহু সুন্দৰ হৈছে আৰু কাহিনীটোৱে শেষ হৈ যাবলৈ ধৰা জীৱনটোক আকৌ নতুনকৈ আৰম্ভ কৰিবলৈ শিকায়। বহুত সুন্দৰ ❤🙌
Thank you....
Bohut val lagil❤
সুন্দৰ কাহিনী , সুন্দৰ অভিনয় ... ভাল লাগিল সঁচাকৈয়ে।
Biutiful and very very good and Nice 🎉🎉❤❤🙏🏻🙏🏻
Sopppper.......se bhi opor........🎉🎉❤❤👌👌👍👍🙏🏻🙏🏻🙏🏻🙏🏻
Bhut vl lgel dai Sai ❤❤❤❤
Bohut val ata ontor sui juwa kahini...bohut val lagil sai ❤❤
Thank you...
Iman xundr kahani xundr ovinoy true story of our life n society
বাস্তৱ কাহিনী , সংলাপ, অভিনয় , সকলো সুন্দৰ হৈছে।
বৰ ভাল লাগিল। বৰ সুন্দৰ অভিনয়।
জীৱন বৰ অনুপম😢বৰ ভাল লাগিল চাই। আবেগেৰে ভৰিপৰিল হৃদয়।
Thank you.
সুন্দৰ চিনেমা ।মন চুই গ'ল
❤❤❤❤Much Love movie.. Heart touching scenes. Awesome casting..and acting 😊
Thank you....
Excellent story and superb acting ❤
অতি সুন্দৰ। কাহিনী, পৰিচালনা, অভিনয়---সকলো, সকলো সুন্দৰ 🎉
Saii vl lgil bht ❤❤❤❤❤
Bor vl lgil sai ❤❤
@quatermoonproductions8158
1 hour ago
@quatermoonproductions8158
1 hour ago
Thank you...
Bahut vll lagil sai😢😢❤❤👍👍
Thank you.
Very good movie....love it.
Great work by the everyone
Very heart touching movie... the storyline, the direction and the performance is just perfect 👌 👍
Thank you
Ene hridoysporxi kahinire vorai Tula ekhon suti sobi...khub kandilu aji...briddho boyoxot enedoreitu kotabo lagibo jibontut.....❤❤❤
ধন্যবাদ। এইখন চুটি ছবি নহয়, ৭২ মিনিটৰ ওপৰত এখন চিনেমা সদায় Feature Film বুলি ধৰা হয়। এই চিনেমা খন ২০১৭ চন্ত নিৰ্মিত আৰু পৃথিৱীৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত ভাগ লোৱা অসমীয়া চিনেমা। ধন্যবাদ চোৱাৰ বাবে।
Suti sobi nhoi
Sobi khone bor dukh dile....😢, hundor uposthapon. From Sweden ❤
All perfect dhuniya ❤❤
Thank you.
I would like to congratulate the production house for providing us with a heart touching film and wish you all the best.🎉🎉
Thank you....
ইমান সুন্দৰ অভিনয় সকলোৰে ! বৰ ভাল লাগিল ।
Dhuniya the movie shows a good bonding.....lovely movie ❤
Thank you...
Br xundr... Kahini.. ayneborte lokay thake xhytatra.... Xhsaky... Anebor kahini xhmajt hy ... Xhklo aabhineta lgte abhinetrily.. dhynabad jnalo... Ata xhsa kahinire.. khntek xhmyrbabe... Ata anubhb jgay tolar babe.... Aagloyo aneky... Xhsa kahinir rupt pam boli aakha krilo...🎉🎉🎉🎉
Thank you.
সুন্দৰ হৃদয়স্পৰ্শী কাহিনী। সকলোৰে অভিনয়ো বৰ ভাল হৈছে।
Thank you...
বহুত ভাল লাগিলে চাই। দুখেৰে ভৰি গল অন্তৰ খন ।
Thank you.
val lagil aru sabo pam buli asha thakil...
val lagil sai ❤❤❤❤
suren mahanta sir great
Val lagil bohut Film khon sai
Really heart touching movie ❤
Biswajit da❤
Thank you
বৰ সুন্দৰ উপস্থাপন। ভাল লাগিল। চকু পানী ৰখাব নোৱাৰিলো ।
হৃদয় চুই গ'ল।
ইমান ভাল লগা❤️
ধন্যবাদ।
One of the best movie i have ever seen.... mind blowing
Thank you.
সুন্দৰ কাহিনী লগতে অভিনয় ❤❤❤
This is Cinema 🙌📽 ❤❤❤it's fabulous 🎉
Thank you....
এক অনিন্দ্য সুন্দৰ অনুপম সৃষ্টি।
Thank you...
Val lgil sai ❤😢
সুন্দৰ অভিনয় চবিখনে সমাজ লৈ ডাঙৰ বাতাপেৰন কৰিছে
সকলোৰে জীৱনত প্ৰেম শেষ সময়লৈকে এনেদৰে থাকিব লাগে ❤️... ফেহুজালি চাই বহুত ভাল লাগিল 💚
Thank you.
Hosa koi koboloi vakha nai kimn jj vl lgil❤❤❤❤
Bohut emotional story.bohut val lagil❤❤
❤ হৃদয়স্পৰ্শী কাহিনী ❤ কি যে সুন্দৰ অভিনয় সকলোৰে... ❤
Thank you.
This is not just one movie this is a masterpiece.
Thank you.
Wow. Bht dhunia lagise
Thank you...
Bohut hundar lagil sai নমস্কাৰ ❤❤❤❤
মৰ্মস্পৰ্শী । এখন ভাল অসমীয়া ছবি ।👌👍
Bhut aiii vl lgilll
Fantastic movie that moved me.
Thank you...
হৃদয়স্পর্শী চিনেমা। অতি সুন্দৰ।
Thanks
সুন্দৰ ❤
Real and heart touching ❤ Hope this creates more awareness in the society 🙏
Thank you...
❤ সুন্দৰ
Bohut val lagil sai
সুন্দৰ অভিনয় , সুন্দৰ উপস্থাপন
খুব ভাল লাগিল চাই
Thank you
Kahinitu xasakoi hridoy sporxi.. Bahut val lagil
Thank you.
বহুত ভাল লাগিল।
Eagerly waiting
Thank you...
Casting ভাল হৈছে। এখন জীৱনৰ ছবি উপভোগ কৰিলোঁ। মনে মনে ভগৱানক প্ৰাৰ্থনা জনালোঁ এনে ৰোগ আৰু সমস্যাৰ পৰা ৰক্ষা কৰিবলৈ। চিনেমাখনৰ উল্লেখযোগ্য দিশ হ ল যোগাত্মক সামৰণি।পৰিচালক কলা কুশলী সকলো কে ধন্যবাদ জনালোঁ 🙏🙏
ধন্যবাদ সকলোৰে হৈ ।
Eemman dukh lagil, manuhor jibontu Ane poijyat akha koribo nuari. Bahut morom jagi uthe. Olp moromor sakure sale ene homissabur olp holeu kom hobo. Eemman j val obhinoy, bujabo nuari❤❤❤❤
Khub xundor hoise. Suren mahanta amar mama. Ami Babuli mama buli matisilu. Ejon bhal xilpi asil.
❤❤❤❤❤❤❤emn dhunia o sobi khon ...
দুৰৈত মা দেউতা ক এৰি থকা সকলো লৰা ছোৱালীৰ মা দেউতা ৰ মুখ খন এবাৰ হ'লেও ভাহি আহিব মনলৈ,আমাক কিয় জন্ম দিলে আমি জীয়াই থাকোঁতেই তেওঁ লোক 😢😢😢😢 ছোৱালীৰ জীৱন এনেকুৱা ই।।।।।।।।
সুনদৰ কাহিনী ❤❤❤
The characters are so real❤ outstanding performance ❤
Thank you
Vary heart ❤ touching story
কি সুন্দৰ অভিনয় 😢 বহুত ভাল লাগিছে 😢
Thank you.
Most awaited ❤
Thank you.
আন ছবিতকৈ বেলেগ পটভূমিৰ ওপৰত নিৰ্মিত ছবি। ভাল লাগিল।
বহুত ভাল লাগিল চাই.....🙃❤️
Thank you...
বহোত ভাল লাগিল❤
Thank you...