Jati Matir Gaan | Bipin Chawdang | Arup Dutta | New Assamese Lyric Video Song
ฝัง
- เผยแพร่เมื่อ 7 ก.พ. 2025
- #BipinChawdang, #ProtibadiSong2020, #LatestAssameseSong2020
♪ DOWNLOAD/STREAM FROM THE BELOW LINKS ♪
iTunes/Apple Music - itunes.apple.c...
Spotify - open.spotify.c...
Deezer - www.deezer.com...
Gaana - gaana.com/song...
JioSaavn - www.jiosaavn.c...
Google Play Music - play.google.co...
Wynk - wynk.in/u/oQsi...
Amazon Music - music.amazon.i...
● FOR DIALER TONES DIAL CODES ●
Vodafone - 53711826034
Idea - 53711826034
Airtel - 5432117336227
BSNL (S-E) - 11826034
♬ AUDIO CREDITS ♬
Song - Jati Matir Gaan
Singer - Bipin Chawdang
Lyrics & Tune - Bipin Chawdang
Music, Mix & Mastered by - Arup Dutta
Disclaimer- The views and opinions expressed in the lyrics of this song are those of the lyricist's and not of the youtube channel where it is uploaded.
MUSIC LABEL - DHWANI RECORDS
© 2019 DHWANI RECORDS
◆ FOR MORE UPDATES ◆
► LIKE OUR FACEBOOK PAGE - / dhwanirecordsofficial
► FRIENDSHIP WITH US ON FACEBOOK - / dhwani.rec
► FOLLOW US ON INSTAGRAM - / dhwanirecords
► FOLLOW US ON TWITTER - / dhwanirecords
► SUBSCRIBE OUR TH-cam CHANNEL - / dhwanirecords
হৃদয় চুই যোৱা এটি গীত বিপিন দাৰ কণ্ঠত, এইয়া হৈছে প্ৰকৃত প্ৰেম, জয় আই অসম ❤️✊
j
@@SahilAli-e8v h
Hiidisamg
বিপিন দা আপোনাৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো । বীৰত্বৰ গীত গাই আমাক উচ্চাৰিত কৰাৰ বাবে । মই ভাবিছিলো আপোনি এনেকোৱা বিপ্লৱী গীত গাই আমাক আগবঢ়াই দিব বুলি ।
জয় আই অসম ❤️🥺.. আপোনাৰ এনেধৰণৰ গীত বোৰ শুনিলে শৰীৰৰ নোম আপুনা আপুনি হিয়ৰি উঠে ককাইদেউ... আকৌ এবাৰ জয় আই অসম ✊✊
প্রনাম জনাইছো বিপিন দা,,,বহুত সুন্দৰ হৈছে গীতটো,,, জাতি সংকটৰ সময়ত আমি সকলো এক হৈ আগবাঢ়ি যাম এনেদৰে,,,জয় আই অসম
অসমীয়া সংস্কৃতি ##pritom phukan ffoiki
বিপিন দা প্ৰণাম। আপোনাক কি কৈ ধন্যবাদ জনাম মোৰ ভাষা নাই। আগলৈও বহু আশা ৰাখিছোঁ আপোনাৰ পৰা এনেধৰণৰ বিপ্লৱী গান শুনিবলৈ পাম বুলি।
Khosa kotha ke koise
Good soing dhak pram I love my bipen,
Thanks you so much ❤️💕💕
Thnx nice song
Good luck
মোৰ আটাইতকৈ ভাল লগা প্রিয় শিল্পী বিপিনদাক প্রনাম । আপোনাৰ অৰ্থপূৰ্ণ গীতবোৰ
অসমী আইৰ বুকুত চিৰদিন জীপাল হৈ থাকিব। দেশমাতৃৰ প্ৰতি থকা শিল্পীসত্তাৰ এজন প্ৰকৃত শিল্পী হিচাপে সদায় সত্যৰ কথা গাই যাওক তাৰেই কামনা কৰিলো🌹
Good good
ককাইদেউ অ....আপোনালৈ প্ৰণাম আপোনাৰ কথা সুৰ এই বিলাকে তেজ গৰম কৰি দিয়ে । আশা কৰো আগলৈ আপুনি এনেকৈ গীত বিলাক গাই যাওক মোৰ ফালৰ পৰা তাৰে কামনা কৰিলো ।
সচাঁকৈ আপোনাৰ কথা সুৰ বিলাকে তেজ গৰম কৰি দিয়ে ৷
জয় আই অসম। গাৰ নোম শিয়ঁৰি উঠি গৈছে। সুন্দৰ কণ্ঠ লগতে পৰিস্থিতি লগত খাপ খোৱা এটি গীত।
VeryNiceSongJoiYIAssom
@@ranjitaboruah1927 😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄
@@ranjitaboruah1927 qq
আজি কেইদিনমানৰ পৰা বহুত শুনিচো গানতো মই ইউটিবত বিচাৰি।অনুভৱ কৰিছো। মই ছিপাঝাৰৰ পৰা কৈছো।ছিপাঝাৰ এতিয়া অনা অসমীয়াৰ কৱলত……
O
Bipin sawdangr got buli search kolai ahib
Git
সকলোৱে সজাগ হ'বৰ হ'ল
দাদাৰ প্ৰায়বোৰ গান অকলে অকলে শুনি উপলদ্ধি কৰিব চেষ্টা কৰোঁ।দেহ,মন শিহৰি উঠে।
সাম্প্রতিক অসমীয়া সমাজৰ প্রতি এটা অতি দৰকাৰী আৰু শ্রুতিমধুৰ গীত ।ভাল লাগিল 👌👌👌👌জয় বিপিন দা 🙏🙏🙏🙏
Thanks you so much ❤️ ❤️❤️❤️❤️
❤❤❤❤
হৃদয় চুই যায় বিপিন ককাইদেউ গান শুনিলে ❤️🔥
K i. H nkki
বিপিন দা বহুত ধন্যবাদ। আমাৰ ভাষা, সংস্কৃতি, ভূমি, জাতি সকলো নিঃশেষ কৰিব এতিয়া অসমৰ বদন হতে। জয় আই অসম।।
ধুনীয়া গান মিলিছে বতমান পৰিস্থিতি লগত।।।। ।
ককাইদেউ আপোনাক কবলৈ ভাষা নাই সুন্দৰ গীত
আগলৈ এনেদৰে জাতিটোক জীপাল কৰিব পৰাকৈ অসমীয়া কেচা মাটিৰ গীত পাম বুলি আশা কৰিলো। জয় আই অসম।
সচাকে বিপিন দা আপোনাক মই বহুত ভাল পাওঁ। আপোনাৰ স্বদেশৰ গানবোৰ মোৰ অন্তৰত সোমাই।
জয় আই অসম
জয় আই অসম ,,,,,,,
বঙালী ভাষা অসমত চলিব নিদিওঁ 💪💪
Right 👍
Bongalir obodan bharat a dekhise swadhinar xomoyot gotike kebol bidekhik he obohela korok bongalik nohoi
Axom khon bengali nohoi bangaldesi pra bochaok, bharotor Bengali jiman ase axomiyak bhal pay, bangaldesi e napay, ami ek hoi bangaldesi khedabo lage, Joi ai Axom
Right
😊😅9😊92oo2o{oooooooooooooooooo9
🤍🤍❤🤍🤍🤍☮️❤💞❤☮️🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤☮️❤
🖤
lll@@jazzygaming8695
গানে ৰে অসমীয়া জাতি ক বিপিন দাই বৰ ধুনীয়াকৈ বুজাই দি লে
জয় আই অসম
গাৰ নোম শিয়ৰি উঠিল। কাণ দুখন গৰম হৈ গৈছে ।বিপিন দা গানটো কেনে হৈছে কব ভাষা নাই ।
জয় আই অসম ।।
Moj
Xosai 🙏
Aru hello API jkkjgggjkkdgjkd
@@weepingneedle8752 JoiB
Joy aai Axom
শ্ৰদ্ধেয় বিপিন দা লৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো।
আজিৰ তাৰিখত অসমীয়া কোন দিশত।
জয় আই অসম।
হ্নদয় ছুই যোৱা গীত।জয় আই অসম।
নিজানত একলে এবাৰ শুনি চালে গানটো তেজ গৰম হৈ যায় জয় আই অসম৷
Hoi
Same
Akdom hosa koisa bondhu...
Hoi
বিপিন দা ধন্যবাদ ইমান সূুন্দৰ গীত ওপহাৰ দিয়াৰ বাবে। জয় আই অসমী।
আপোনাৰ গান শুনি আটাইতকৈ ভাল লাগে ভৱিষ্যতে এনে ধৰণৰ গান কামনা কৰিলো
কা(উৰী) নামানো ❌
জয় আই অসম ✔️❤️
জয় আই অসম ✊✊✊সকলোকে অভিনন্দন জ্ঞাপন কৰিছো ।সছাই বিপিন চাউদাঙ ককাইদেউ এই গীতটি শুনি বৰ ভাল লাগিল ।
অসম অসম অসম
জয় আই অসম ✊✊✊
গাৰ নোম শিয়ৰী ওঠা এটা দেশপ্ৰেমমূলক গীত। বহুত ভাল লাগিল শুনি
বাস্তৱ জীৱনৰ লগত খাপ খোৱা এক জীয়া গীত___ হৃদয় স্পৰ্শ কৰি গল।। "জয় আই অসম"
অসমীয়াৰ তেজ থকা হলে সিই দুজনৰ গাত মাতৃৰ বুকুত কুঠাৰাঘাত নকৰিলেহেতেন ৷ এদিন তওলোকৰ মাতৃ কেইগৰাকীৰ কথা ভাবি গৌৰৱ কৰিছিলো কিন্তু আজিকালি সেই মাতৃ কেইগৰাকিলৈ পুতৌ ওপজে কিমান ছাগে ধিক্কাৰ দিছে নিজৰ গৰ্ভ খনকে কিয় আমি আকৌ এবাৰ বদনক জন্ম দিলো বুলি ৷ মইও এগৰাকী মাতৃ অন্তৰৰ দুখ বুজি পাও জয় আই অসম৷
Thinku
..
. ,..
Niruprova Bora Borah mogatumarcommment
ভাষা নাই গৰম উঠি আহে দেহ
Niruprova Bora Borah mojja
তেজ গৰম হৈ যায় বিপিন দা তুমাৰ এই গানটো শুনিলে, বহোত ধুনীয়া হৈছে ,,, 😍😍😍👌👌👌জয় আই অসম,,,,,,, 👊👊👊
দাদাৰ এই গীত অসমখৰ বাবে অমৰ সৃষ্টি...
অসমীয়া মানুহৰ গান।অসমীয়াই এবাৰ উপলদ্ধি কৰা উচিত। ধন্যবাদ বিপিন দা।
সুন্দৰ গীত....অসমৰ বৰ্তমান পৰিস্থিতিৰ লগত খাপ খোৱা সুন্দৰ গান, জয় আই অসম ✊✊
Ok
Lik
Joi aai aokhom
Nice
Joi aai axom❤etai upai krmo kra beboxai kra apun mtit
দেহত তেজ থকা লৈ অসমত থকা বহিৰাগত মানুহৰ লগত যুদ্ধ দি যাম ,,বিপিন দা আপোনাৰ গান টোত যে কৈছে ,,,ভাষা যায় ,,,ঘৰ,, যায় যায় মোৰ বুকু খন বহুত কিবা কিবি হৈ গৈছে কি কম আৰু কব ভাষা নাই
😊😊😊😊😊
A😊aq
Toi misa koiso
Toi misa koiso
Honghothon khuliso vage vage korii rati rati goru sur korim buli
আপোনালৈ হতক্ৰুটী প্ৰণাম, আপোনাৰ গানৰ তালে হৃদয় চুই গৈছে। অসম কেতিয়াও বাংলাদেশী হাতত যাব নিদিওঁ।জয় আই অসম।
Apunr hotakruti banan dakhi aponak he Bangladeshi Jen lagise
শতক্ৰটী হব লাগিছিল
Kune iman dhunia jatiwaadi gaan etak dislike dibo pare? JOI AAI AXOM.
1kb dislike
Jun kitai dise haikita bangladasi
Hoi apuni thik koise.
Love frm Tripura ❤️❤️❤️.. northeast are united ❤️❤️.. northeast zindabaad...jay hind
Kela Bangladeshi
সুন্দৰ গান, গানৰ কথা বোৰ সচাকৈ গাত লাগি গৈছে..
জাতিৰ হৈ মই মৰিব কুণ্ঠাবোধ নকৰো.
জয় আই অসম
হৃদয় চুই যোৱা এটা গান।জয় আই অসম।।✊✊
স্বাধিন অসম বিছাৰো , প্ৰয়োজনত মিহলি হৈ যাম এই মাটিৰ লগত , তথাপিয়ো কাৰো পৰাধীন হৈ নাথাকো। জয় আই অসম ✊🏼
গাৰ প্ৰতিডাল নোম শিঁয়ৰি উঠিছে গীত টো শুনি।❤️❤️❤️
বিপিন দাৰ গান মানেই হৃদয় কঁপাই তোলা গান , তাতে আকৌ আই মাতৃৰ বাবে গোৱা গান অতুলনীয় অৱদান , বিশেষকৈ বৰ্তমান সময়ৰ এক
❤️❤️
Opioid lol on onion
@@gitartharajguru4093 plopo L lo
O
Bb bb
Hhbb
এইয়াহে প্ৰকৃত দেশ, জাতিৰ প্ৰেম।
জয় আই অসম দা দা আপোনাৰ গানে আমাক জিয়ায় থকাৰ শাহক দিয়ে আৰু মা ধৰিত্ৰী জিয়ায় ৰখাৰ শাহক পাও জয় আই অসম
দাদাৰ এই গীতটো মই দিনটোত 3 বাৰ কৈ হোনো গাৰ নোম থিয় হৈ যায়.... যদি আপোনালোক খিলঞ্জীয়া অসমীয়া তেতিয়া হলে মই ভাবো মোৰ দৰে আপোনালোকৰো গাৰ নোম থিয় হৈ উঠিব..... যদি মোৰ কথাত এ ক মত thn Akha কৰো নিচ্ছয় like ata মাৰিবই... 👍👍
Very nice
Right bro
@@luckydevi974 😍😍
মই ও সদাই শুনো
আপোনাৰ গান শুনিলে তেজ গৰম হৈ যায়। জয় আই অসম।
কবলৈ ভাষা নাই, আশা কৰোঁ আগলৈও পাম এনে গান শুনিবলৈ, আপোনাক অশেষ ধন্যবাদ বিপিন দা ।
Kahahmahha Hank ahkki
Akhomor handhikyanot apuni eman dhunia gaan rosshi jaati tuk upohar diye.... Hosakoi bohut bhal lagise.... #Joi Ai Akhom
অতি সুন্দৰ পদক্ষেপ হিচাপে এই আদৰনীয় গীতটোৰ মাজেৰে এক অনবদ্য নিদৰ্শন দাঙি ধৰাৰ বাবে চাওদাং ডাঙৰীয়াক ধন্যবাদ জনাইছো । মই খিলঞ্জীয়া অসমীয়া হিচাপে গৌৰৱান্বিত হৈছোঁ। এইটো গীতৰ তাৎপৰ্য সকলো অসমীয়া লোকেই শুনা আৰু বুজাৰ প্ৰয়োজন আছে। লগতে তাক এতিয়াও পালন কৰিব লাগিব। মোৰ ফালৰপৰা শতবাৰ এই গীতটো অসম বাসীক উপহাৰ হিচাপে দিয়াৰ বাবে কৃতজ্ঞতা জনালোঁ। মই গোলাঘাট জিলাৰ অন্তৰ্গত টেঙানী নাহৰখনা গাওঁৰ সঞ্জীৱ দাস বাঁহী বাদক ।
অসমৰ বিপ্লবী উদাত্ত কণ্ঠ | সহস্ৰ প্ৰণাম বিপিন দা
সছাই ধুনীয়া ছৈছে বিপিন দা
জয় আই অসম !!!!!!
জাগিলে অসম থাকিব দেশ ন’হলে হব বাংলাদেশ।জয় আই অসম ✊🏻✊🏻✊🏻
#NoCAA
হৃদয় কঁপালে, মন জাগ্ৰত কৰা এই গীতটি সকলোৱে আদৰি লওক অসমবাসী। বৰ মন পৰশা গান অ'। বাস্তৱক উদঙাই দেখালে
অসমীয়াৰ গৌৰৱ আপুনি #ককাইদেউ💕.......জয়✊_আই_অসম✊
জয় আই অসম, আপোনাৰ গান শুনিলে তেজৰ ৰক্ত কণিকাৰ স্পন্দন বাঢি যায়
হয়
@@pramoddas8053 😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄
জয় আই অসম।।
জয় বিপিন দা।।।।
জয় আই অসম।।
মোৰ চকু চলচলীয়া হৈ গল অ"
jai ai axom ❤❤❤apunaloi bohut morom
Bipin da karone ETA like 👍🤘
অসমীযাৰ সুখে-দুখে থকা এজন গাযক ,,,, 👍👍👍👍
Jai aai axom
Really good
Right
অসমক লৈ বেয়া নজৰ দিয়া কাকো ৰেহাই দিয়া নহ'ব। জয় আই অসম ✊✊
বিপিনদা ,,,,এতি সুন্দৰ গীতৰ উপহাৰ দিলে,, ধন্যবাদ ।জয় আই অসম
জাতিৰ চেতনা জগোৱা গীত...🙏👌👍
💙জয় আই অসম💙
জাগি উঠ জাগি উঠ অসমীয়া।
নহ'লে আজি হ'বি ভগনীয়া।
জাতিও যাব, মাটিও যাব,
হবি নিজৰ ভেটিতেই মগনীয়া।
Am from Arunachal and I love the culture and traditional way of life of Assamese people.... Let's protect the custom, culture of Assamese.
. Say with pride we are great Assamese
Bipin daa jai aai assam
Joi aai axom
We are united ♥️♥️♥️
ভাল লাগিছে কাইদেউ । ৰাইজ জাগী ওঠক জাতি মাতি ভেটিৰ ৰক্ষাৰ্থে । জয় আই অসম
S
জয় আই অসম✊✊সদৌ অসম ছাত্ৰ সন্থা ✊✊✊অসম প্ৰেমী যুৱ ছাত্ৰ সমাজ✊✊✊
Joi aai axom❤❤❤
Lit kobita আবৃত্তি কৰিছা দাদা।❣️
সুন্দৰ চিন্তা চেতনাৰে অসমীয়াৰ জয়গান গোৱা সুনি অপ্লুত হলো।
হৃদয় চুই যোৱা এটি বাস্তৱ চৰিত্ৰৰ গীত । জয় আই অসম ।
বিপিন দা... বৰ সুন্দৰ কথা, সুৰেৰে হৃদয় চুই যোৱা এটি বিপ্লৱী গীত✊😊
🙏জয় আই অসম🙏
আমি অসমীৰ সন্তান✊
Bohut vl gan gaise... Joi ai axom
বিপিন দা আপোনাৰ নিচিনা অন্য এজন চাগে নোলাব,,, গৌৰৱ আপোনাক লৈ প্ৰতিজন অসমীয়াৰ
খুব ধুনীয়া গান৷জয় আই অসম
হৃদয়ত বহুত কথাই ভুমুকি মাৰে
গান টো শুনি বহুত ভাল লাগিল। জয় আই অসম।
জয় আই অসম বিপিন দা
By
অতি সুন্দৰকৈ বাৰ্তা প্ৰেৰণ কৰিছে। আমাৰ অসমীয়া জাতিয়ে গ্রহণ কৰা উচিত।
If you are true Assamese you will be Touched😭😊 Bipin Chawdang #legend
সুন্দৰ ❣️ জয় আই অসম ✊✊
Jetiyaloi jiyai thkim tetiyaloi juji jam..jai hind... Bharat Mata ki Jai.....🙏🙏
জয় আই অসম
Nice song
Please Like বিপিন দাৰ বাবে
Nice song Bipin da
Nice
জয় আই অসম
Nice 🙏🙏🙏👌👌👌👌👌👌👌👌👌
@@assamgaming1523
🤗🤗🤗🤗🤗🤗🤗🤗😇😇😇😇😇😇😇🤗
অসমৰ কাৰণে মৰি যাম..
Bohut bohut hundor lag song joi aai axom assam
জয় আই অসম।
Comments kole nhbo mori dekha kela... Pokort dom lgbo sudu
Bey kutha nukobaa....
right
2024 কোনে কোনে শুনি আছে lick ata di jabo love you বিপিন দা ইমান সুন্দৰ গীত উপহাৰ দিয়াৰ বাবে জয় আই অসম ❤
বহুত ভাল লাগিছে ,আমাৰ অসমখন কাকো নিদিও লাগিলে মৰি যাম..................জয় আই অসম
আজি অসমীয়াই দেখোন মাৰোৱাৰী বিহৰিক মাটি বিকিছে, inner line permit Tu lagisil অসমত
বিপিন তোৰ এই গীত টোৰ এতিয়া কিবা মূল্য জানো আছে? সৌদিনাৰ পৰা তই কত আছ অসমে গমেই পানায়া
বাস্তৱিক জীৱনৰ গীত , বহুত ভাল লাগিছে গীতটো ... জয় আই অসম
🍅
thiky dada
Love this song ❤️❤️ jai aai akhom🙏🙏🙏
আমি অসমীয়া বোৰ ইমান স্বাৰ্থপৰ যে নিজৰ স্বাৰ্থৰ বাবেই আজি জাতী, মাটি, ভেটি সকলোবোৰ হেৰুৱাৰ আশ্ংকা আহিব ধৰিছে। মোৰ সকলো অসম প্ৰেমীলৈ কেৱল এটাই অনুৰোধ যে অন্তত জাতি ৰক্ষাৰ্থে সকলো একগোট হওক। জয় আই অসম 🙏🙏🙏.
গানটো বাৰে বাৰে শুনিও হেপাহ পলোৱা নাই। সাম্প্ৰতিক সময়ৰ অতি প্ৰাসংগিক গীতটোৱে মন চুই যায়।
সুন্দৰ গীত.....জয় আই অসম।।।
OM...R.C.M...OK...ALL...RAGYIEISTAYIR...OK...PORYIEBOIRTOIN...OM...
(জয় আই অসম) অসম কেৱল অসমীয়াৰ বাবেহে কোনো বহিৰাগত বাবে নহয় ।
Proud To Be A ASSAMESE 😎
Joi Aai Axom..
গাৰ নোম শিয়ৰি উঠিল
জয় আই অসম ✊✊✊
আপোনাৰ এনে গান শুনিলে গাৰ নোম এদাল এদালকৈ শিৱৰি উঠে ককাই ৷কেনেকৈ ধন্যবাদ জনাম বুজাব নোৱাৰিম
হৃদয় চুই যোৱা গীত 😪💪 জয় আই অসম🙏
জীৱনৰ শেষ উশাহৰলৈকে আমি আন্দোলন কৰি যাম। জয় আই অসম
জয় আই অসম
Right kotha.
সাম্প্ৰতিক সময়ৰ লগত খাপ খাই পৰিছে ।অতি সুন্দৰ
জয় আই অসম❣️
Woww enekua gan aru lage❤❤❤