ULFA (I) ৰ কেম্পত মাঘ বিহু উদযাপন, ম্যানমাৰৰ কেম্পত মাঘ বিহু পালন N18V

แชร์
ฝัง
  • เผยแพร่เมื่อ 13 ม.ค. 2024
  • ULFA (I) ৰ কেম্পত মাঘ বিহু উদযাপন, ম্যানমাৰৰ কেম্পত মাঘ বিহু পালন N18V
    #Ulfa #myanmar #news18assamoriginals
    #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5ymz4jk
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5ymz4jk

ความคิดเห็น • 495

  • @junmonichetia3031
    @junmonichetia3031 5 หลายเดือนก่อน +192

    সকলো অসমীয়া বীৰ সকলক ভগৱানে কুশলে ৰাখক যেন নেদেখা জনৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিলো জয় আই অসম 🙏🙏🙏❤️❤️❤️❤️

    • @hirakjyotigogoi1131
      @hirakjyotigogoi1131 5 หลายเดือนก่อน +5

      Happy magh bihu.jai ai Axom....

    • @rinudutta5461
      @rinudutta5461 5 หลายเดือนก่อน +1

      So beautiful

    • @RashidKhan-xx8yb
      @RashidKhan-xx8yb 5 หลายเดือนก่อน

      @@rinudutta5461 .८.८द. 6

    • @user-wd8us6qs7v
      @user-wd8us6qs7v 2 หลายเดือนก่อน

      ​@hirakjyotl❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤q11igogoi1131

  • @HimaniRajbangshi-to3bf
    @HimaniRajbangshi-to3bf 5 หลายเดือนก่อน +44

    হে ভগৱান এইবোৰ কিন্তু অসমৰ অসমীয়া ডেকা লৰা বিহু শুভেচ্ছা যাঁচিলো ভগৱানে ভালে কুশলে ৰাখক অন্তৰ খন খুন্দা মাৰি ধৰিলে ধন্যবাদ

  • @sumu1532
    @sumu1532 5 หลายเดือนก่อน +99

    জয় আই অসম ❤✊ আপোনালোক ভালে থাকক প্ৰাথনা কৰিম 😊🙏বিহু শুভেচ্ছা জনালোঁ ❤ইমান ধুনীয়াকৈ বিহু গীতটি গাইছে চকু পানী ওলায় গল ❤🥺কিমান বাৰ যে চালো এই news টো ✊❤️

    • @rajeshhazarika1663
      @rajeshhazarika1663 5 หลายเดือนก่อน +3

      অপৰাধীৰ বাবেও চকুপানী😂

    • @harishkumardeka7218
      @harishkumardeka7218 5 หลายเดือนก่อน

      ​@@rajeshhazarika1663, অপৰাধী হলেও সিহঁত আমাৰ অসমী আইৰে সন্তান।

    • @prasantabordoloi8913
      @prasantabordoloi8913 5 หลายเดือนก่อน +1

      Hoi diya

    • @dipenbora7718
      @dipenbora7718 5 หลายเดือนก่อน +2

      হবই নোৱাৰে

    • @user-om9xh3sr1f
      @user-om9xh3sr1f 5 หลายเดือนก่อน +2

      Apraadhi manuh hoi buli kunuba nahay, Parishtitirt poriu hoi, gatike ai word Tu jake take koba nalage

  • @balidhardowarah4652
    @balidhardowarah4652 5 หลายเดือนก่อน +50

    জয় আই অসম৷মাঘবিহুৰ হিয়া ভৰা শোভেচ্ছা থাকিল,অসমীয়া জাতিপ্ৰেমী বীৰ যুদ্ধা সকল ৷

  • @jpslifejourney2819
    @jpslifejourney2819 5 หลายเดือนก่อน +7

    বৰ সুন্দৰ কন্ঠ আৰু আবেগিক বিহু গীত। আপোনালোক আতাইলৈ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল।জয় আই অসম।

  • @BitupanGogoi-ul6mi
    @BitupanGogoi-ul6mi 5 หลายเดือนก่อน +74

    ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ ❤।।

  • @PrabitraDutta-dl1ej
    @PrabitraDutta-dl1ej 5 หลายเดือนก่อน +23

    হৃদয় চুই গৈছে গানটোৱে

  • @swaroopdeka3600
    @swaroopdeka3600 5 หลายเดือนก่อน +14

    জয় আই অসম। বিহুৰ শুভেচ্ছা জনালোঁ সকলোঁ লৈ। ইমান সুন্দৰ গীত শুনি বহুত ভাল লাগিছে। ভগৱানে সকলো কে কুশল এ ৰাখক।

  • @DumonKoushik-yb8yi
    @DumonKoushik-yb8yi 5 หลายเดือนก่อน +13

    প্ৰথমে সকলোকে বিহুৰ শুভ কামনা জনালো!! সচাকৈয়ে আবেগিক হৈ পৰিলো !!! কি সুন্দৰকৈ আমাৰ কৃষ্টি সংস্কৃতি ধৰি ৰাখিছে অচিন অৰণ্যৰ মাজত!! হাজাৰবাৰ শলাগিছো!! ভাইহত কুশলে থাকা!!

  • @ontheline10
    @ontheline10 5 หลายเดือนก่อน +45

    জয় আই অসম! মাঘ বিহুৰ শুভেচ্ছা থাকিল। কুশলে থাকে যেন তাৰে প্ৰাৰ্থনা কৰিলোঁ!

  • @jyotidas4718
    @jyotidas4718 5 หลายเดือนก่อน +16

    সকলো দাদা ভাইটিক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।সকলোকে ভগৱানে ভালে ৰাখক। আৰু মৰম আৰ্শীবাদ থাকিল।গান টোৱে মন চুই গল।খালী ভাল কাম কৰিবা ।🙏🙏🙏❤

  • @utpalbharali1268
    @utpalbharali1268 5 หลายเดือนก่อน +20

    জই আই অসম, আতাইকে ভাই ককাইক মাঘ বিহুৰ শুভেচ্ছা জাছীলো, 🙏🏼🙏🏼🙏🏼

  • @janardanbora2803
    @janardanbora2803 5 หลายเดือนก่อน +53

    মাঘ বিহুৰ শুভেচ্ছা জনালোঁ সকলোঁ লৈকে 🎉🎉🎉

  • @hemjeet2023
    @hemjeet2023 5 หลายเดือนก่อน +33

    সমূহ বীৰ সেনালৈ ভোগালীৰ শুভেচ্ছাৰ লগতে ভগৱানে সুখ আৰু শান্তিৰে ৰাখকক আৰু মনৰ আশা পূৰ্ণ কৰক তাৰেই কামনাত ভগৱান বিষ্ণুৰ ওপৰত 🙏

  • @user-vi1ck2yv1n
    @user-vi1ck2yv1n 5 หลายเดือนก่อน +47

    আমাৰ অসমৰ প্ৰতিজন বীৰ যুদ্ধালৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো ভগৱানে সকলোকে কুশলে ৰাখক ।

  • @NirmolRay118
    @NirmolRay118 5 หลายเดือนก่อน +18

    ❤মাঘ বিহুৰ শুভেচ্ছা জনালোঁ।।❤লগতে আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।

  • @gogoiminakshi12
    @gogoiminakshi12 5 หลายเดือนก่อน +8

    জয় আই অসম ✊ ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা যাচিলো অসমীয়া জাতি প্রেমী বীৰ যুদ্ধা সকল।❤ বিহু গীতটো সচাকৈ ইমান সুন্দৰকৈ গাইছে নহয়, অনুভৱ কৰি অন্তৰত চুই গৈছে । শেষত ভগৱানে যাতে ভালে কোশলে ৰাখক তাৰে কামনা।
    জয় আই অসম।।

  • @user-mh3ql6wz7l
    @user-mh3ql6wz7l 5 หลายเดือนก่อน +5

    জয় আই অসম।মাঘ বিহু ৰ শুভেচ্ছা জনালোঁ। সুন্দৰ হৈছে। সকলো কুশলে থাকা ঈশ্বৰে মঙ্গল কৰক। সফলতা লাভ কৰিবা আশীৰ্বাদ তুমালোকলৈ।

  • @niponboruah1516
    @niponboruah1516 5 หลายเดือนก่อน +16

    জয় আই অসম

  • @nk14378
    @nk14378 5 หลายเดือนก่อน +8

    হে বীৰ সকল আপোনাৰলোক সকলোলৈ মাঘ বিহু শুভেচ্ছা জনালোঁ।।।কুশলে থাকক।। আই মাতৃৰ ৰক্ষাৰ বাবে আছো লগত সদায় আমি সকলো 🎉🎉❤️❤️🫂🫂♥️♥️

  • @dipalineog7627
    @dipalineog7627 5 หลายเดือนก่อน +11

    নাজানো কিয় চকুপানী ৰখাব নোৱাৰিলো।ভগৱানে সকলোৰে মঙ্গল কৰক।

  • @PankajDas-xw5hw
    @PankajDas-xw5hw 5 หลายเดือนก่อน +27

    মঘ বিহুৰ শুভেচ্ছা জনালোঁ সকলোলৈকে ❤

  • @tridibkeot5529
    @tridibkeot5529 5 หลายเดือนก่อน +21

    দেশৰ কাৰণে....ঘৰ এৰি... কুশলে ৰাখক ভগৱানে....।

  • @dhanmainakalita7171
    @dhanmainakalita7171 5 หลายเดือนก่อน +4

    Salute tumalokoloi, bohut tyaag korila axa koru asomi aai oti sonkalei nyaay pabo aru gharar lora gharaloi uvoti ahibo, joy aai asom

  • @user-tx5kj4ir9x
    @user-tx5kj4ir9x 5 หลายเดือนก่อน +10

    জয় আই অসম ❤ সকলোকে ভগৱানে কুশলে ৰাখক বিহুৰ শুভেচ্ছা থাকিল

  • @monjitkonwar1376
    @monjitkonwar1376 5 หลายเดือนก่อน +5

    জয় আই অসম❤
    সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ ❤

  • @achuyatsaikia3912
    @achuyatsaikia3912 5 หลายเดือนก่อน +5

    ভোগালী বিহুৰ শুভেচ্ছা জনালো। সকলোকে যেন ভগৱানে কুশলে ৰাখক।

  • @alakeshsvlog
    @alakeshsvlog 5 หลายเดือนก่อน +11

    বহুত ধুনীয়া ।কি সুৰ ভালে থাকক

  • @Rishirajmoran
    @Rishirajmoran 5 หลายเดือนก่อน +15

    জই আই অসম
    😢🎉❤

  • @jatindeka6784
    @jatindeka6784 5 หลายเดือนก่อน +7

    United you stand divided you fall . God hep you ককাইদেউহতঁ‌ । জয় আই অসম ।

  • @user-wd5bi8uh1y
    @user-wd5bi8uh1y 5 หลายเดือนก่อน +13

    জয় আই অসম জয় হক সেনানী সকলৰ সংগ্ৰাম ❤❤❤

  • @davidkoch4170
    @davidkoch4170 5 หลายเดือนก่อน +5

    After Listening this song. This song was become my favourite song

  • @anjanadevi2495
    @anjanadevi2495 5 หลายเดือนก่อน +4

    সকলো বিপ্লবী সেনানীক ভগৱানে কুশলে ৰাখক।জয় আই অসম।❤

  • @fitsinmoy
    @fitsinmoy 5 หลายเดือนก่อน +11

    ভালে থাকা ককাইদেউ হত।
    সদাই আছোঁ তহতৰ লগত ❤
    জয় আই অসম 🌺🙏😣😣

    • @Ar-um3dt
      @Ar-um3dt 5 หลายเดือนก่อน

      Right 👍

  • @mridulneog7034
    @mridulneog7034 5 หลายเดือนก่อน +10

    ইমান সুন্দৰ কৈ পিঠা পনা বনোৱাত পাকৈত । এতিয়া নতুন প্ৰজন্মৰ ছোৱালী বোৰেও পাট্টাই নাপাই।

    • @rajeshhazarika1663
      @rajeshhazarika1663 5 หลายเดือนก่อน

      কিন্তু কি লাভ সেনাৰ গুলি খাব কেতিয়াবা

    • @mridulneog7034
      @mridulneog7034 5 หลายเดือนก่อน +1

      @@rajeshhazarika1663 জন্ম ললে মৰন হবই লাগিব এদিন সকলো মানুহ । আপুনি যদি অমৰ হৈ থাকে । মই নাজানো আৰু দেই।

    • @purabiboruah1076
      @purabiboruah1076 5 หลายเดือนก่อน +4

      Hihote baru guli khai morileu morim buli gharor pora ulai gol , kintu tumiu hihot burok besi koi jukai noloba, hihotor guli ahi tumer gatu lagibohi pare, hihote hihotor kam korise tumi tumer kam kora, beya napaba moi kintu hihotor support kora nai dei ba hihotor against ta tu nai jua, hihotu amer kokai vai nahoi janu

    • @rakeshkalita0.7
      @rakeshkalita0.7 5 หลายเดือนก่อน +2

      Right 👍

  • @MoonBora-ni1mc
    @MoonBora-ni1mc 5 หลายเดือนก่อน +13

    May God blessed all brothers

  • @BISHWAJITDUTTABABA-gw5te
    @BISHWAJITDUTTABABA-gw5te 5 หลายเดือนก่อน +7

    GOOD TO SEE ULFA CELEBRATING MAGH BIHU AT THEIR CAMP.
    ULTIMATELY THEY TOO ARE ASSAMESE BY BLOOD. GOOD TO SEE.NICE.
    ❤❤❤❤❤❤❤❤❤❤

  • @rbeditzone6938
    @rbeditzone6938 5 หลายเดือนก่อน +3

    মাঘ বিহু ...বিহুৰ শুভেচ্ছা থাকিল! এই উৎসৱে আপোনাৰ জীৱনক পৰম্পৰাগত অসমীয়া সুস্বাদু খাদ্যৰ মধুৰতাৰে ভৰাই তোলক। happy মাঘ বিহু ...
    ✍baishya da..

  • @pankajgogoi5395
    @pankajgogoi5395 5 หลายเดือนก่อน +9

    Joi aai assam ❤❤❤❤❤❤❤

  • @surajtaid5558
    @surajtaid5558 5 หลายเดือนก่อน +10

    জয় আই অসম ❤

  • @nomadicmind7849
    @nomadicmind7849 5 หลายเดือนก่อน +10

    ✊ জয় আই অসম ✊

  • @padyawatirajuwar77
    @padyawatirajuwar77 5 หลายเดือนก่อน +9

    সকলো অসমীয়া লোকেই নতুন বছৰৰ মাঘ বিহু উৎসৱত হুবেছা জনাতো আলফাৰ নেতাসকলোক ৰ ন সম্পূৰ্ণ দায়িত্ব ধন্যবাদ ।

  • @janarddansenapati8904
    @janarddansenapati8904 5 หลายเดือนก่อน +1

    বহুত আবেগিক হব লগা হৈছো হে অসমীয়া বীৰ শক্তি , তোমাৰ সকলো চিৰপৰিচিত লখ্য পৰিচিত কৃস্টি সংস্কৃতি ক ধৰি ৰাখি আজি ইমান দীৰ্ঘ দিনৰ সংগ্ৰাম ৰ বাবে । ক'ত হৈছে ভূল তোমাৰ , ক'ত থিয় দি ৰৈছে বাধা ৰ প্ৰাচীৰ সচাই বুজি ও নুবুজা সাথৰ হৈ পৰিল ! তুমি ধৈৰ্য্য সততাৰে কৰি যোৱা সংগ্ৰামৰ বাটত হোৱা অনেক ভূল শুদ্ধক স্বীকাৰ কৰি ও কৰা সংগ্ৰাম ক চেলুট জনালো । আশা কৰো আশাৰে ৰৈ থকা অসমী আইৰ বুকুত পুনৰ পুনৰ দুখ শোকৰ বোজা নিদি তোমাৰ সংগ্ৰামৰ বিজয়ৰ ধ্বজা প্ৰতিস্থা কৰিবা অশ্ৰু হীন পথেৰে ।

  • @papugogoi1824
    @papugogoi1824 5 หลายเดือนก่อน +2

    অসমীয়া জাতি প্ৰেমী বীৰ যুদ্ধাসকল আপোনালোকৰ সু-স্বাস্থ্য কামনাৰে ভোগালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ। সঁচাকৈ মন চুই গ'ল,গানৰ কথাবোৰে। লক্ষ্যস্থানত উপনীত হওক তাৰেই কামনা কৰিলোঁ।জয় আই অসম

  • @DibyaGogoi-hm2jz
    @DibyaGogoi-hm2jz 5 หลายเดือนก่อน +7

    বিহু শুভেচ্ছা থাকিল

  • @Chinmoy__Nath
    @Chinmoy__Nath 5 หลายเดือนก่อน +2

    Proud of them 🫡

  • @Funny_Factory805
    @Funny_Factory805 5 หลายเดือนก่อน +27

    প্ৰতিজন সেনানী ককাইদেউ লৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ। বিপ্লৱ দীৰ্ঘজিবি হওঁক। ভগবানে সকলোকে কুশলে ৰাক❤ জয় আই অসম ✊।

  • @DebanandaPegu-ie3hp
    @DebanandaPegu-ie3hp 5 หลายเดือนก่อน +1

    আপোনালোকক ভগৱানৰ ওচৰত দীৰ্ঘায়ু কামনা কৰিলোঁ লগতে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ।

  • @PrakashGogoi-si3kb
    @PrakashGogoi-si3kb 4 หลายเดือนก่อน +2

    Joy ai akhom নহয় , নিজৰ দেশক নিজৰ ভাষাত কওক " জয় আই অসম " ।

  • @gautamsaikia1044
    @gautamsaikia1044 5 หลายเดือนก่อน +2

    সকলোলৈকে ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ । হৃদয়স্পৰ্শী গীতটি শুনি চকুপানী ওলাই আহিল । ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছো সকলোৱে যাতে ভালে থাকে ।

  • @SengBJ
    @SengBJ 5 หลายเดือนก่อน +2

    ভোগালী বিহুৰ বহু বহু শুভেচ্ছা থাকিল ককাই ভাই হত ঐ যতেই আছা কুশলে থাক। জয় আই অসম।

  • @hirakjyotigogoi1131
    @hirakjyotigogoi1131 5 หลายเดือนก่อน +4

    Jai Ai Axom ..Ulfa Zindabad.1 bar nohoi 1000 bar kom Ulfa Zindabad......... Zindabad

    • @ranjansarkar9219
      @ranjansarkar9219 5 หลายเดือนก่อน

      Indian army zindabad zindabad zindabad zindabad zindabad zindabad
      Thousand lakh crore times kolo
      Indian army zindabad zindabad zindabad zindabad zindabad ❤❤❤❤❤❤❤❤

    • @hirakjyotigogoi1131
      @hirakjyotigogoi1131 5 หลายเดือนก่อน +1

      @@ranjansarkar9219 I always respect Indian Army.But Ulfa is not a militant group.Its an Emotions.....So As a Assamese I always Support Ulfa...Mind it.....

    • @MdMoinul-ek4tt
      @MdMoinul-ek4tt 5 หลายเดือนก่อน

      ​@@hirakjyotigogoi1131❤

  • @budheswarsaikia3103
    @budheswarsaikia3103 5 หลายเดือนก่อน +9

    Congratulations to all younger brothers,but you should come back to our state to build bright ASSAM.

  • @udiptathengal3116
    @udiptathengal3116 5 หลายเดือนก่อน +5

    জয় আই অসম❤❤ আলফা জিন্দাবাদ✊

  • @user-bo4pc5rh3j
    @user-bo4pc5rh3j 5 หลายเดือนก่อน +1

    য’তেই থকা কুশলে থকাৰ কামনাৰে মাঘৰ ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ ৷লগতে ঘৰৰ লৰা ঘৰলৈ সন্মান সহকাৰে ঘুৰাই অনাৰ ব্যৱস্থা কৰিবৰ বাবে ৰাজ্য ও কেন্দ্ৰ উভয় চৰকাৰৰ ওচৰত অনুৰোধ জনাইছো ৷

  • @ramenborah3207
    @ramenborah3207 5 หลายเดือนก่อน +5

    জয় আই অসম।

  • @hitenthengalsaikia3002
    @hitenthengalsaikia3002 2 หลายเดือนก่อน

    তোমালোকক ঈশ্বৰে সদায় মংগলেই ৰাখক তাৰেই কামনা কৰিলো 🙏🙏🙏

  • @abhijitdeka202
    @abhijitdeka202 5 หลายเดือนก่อน +3

    মাঘ বিহুৰ শুভেচ্ছা জনালো সকলোকে
    জয় আই অসম

  • @beautykonwar427
    @beautykonwar427 5 หลายเดือนก่อน +1

    আপোনাৰ লোকক ভগৱানে কুশলে ৰাখক আশীৰ্বাদ কৰিছোঁ সকলোৱেই পৃথিৱীৰ জীয়াই থকা অধিকাৰ আছে ।

  • @ranjanjyotiborah1583
    @ranjanjyotiborah1583 5 หลายเดือนก่อน +2

    হৃদয়স্পশী। ❤ সকলোলৈকে মাঘ বিহুৰ শুভেছ্যা থাকিল।

  • @manturajbongshi8177
    @manturajbongshi8177 5 หลายเดือนก่อน +7

    Jai aai asom....bhut dukh lagal...

  • @rajivmedhi456
    @rajivmedhi456 5 หลายเดือนก่อน +1

    জয় আই অসম আপোনালোকৰ বিহু শুনি বৰ ভাল লাগিল❤

  • @khargeswarnath2624
    @khargeswarnath2624 5 หลายเดือนก่อน +5

    ভোগালী বিহুৰ শুভেচ্ছা জনালো❤❤

  • @user-mj9rx2nm8s
    @user-mj9rx2nm8s 5 หลายเดือนก่อน +2

    We are proud to be Assamese bro please stay safe and be proud

  • @Mr.Anshupator
    @Mr.Anshupator 5 หลายเดือนก่อน +1

    সকলো বিৰ জোৱান লৈ মাঘ বিহুৰ শুভেচ্ছা থাকিল

  • @DumonKoushik-yb8yi
    @DumonKoushik-yb8yi 5 หลายเดือนก่อน +1

    কি সুন্দৰ কন্ঠ কি সুন্দৰ গীতৰ কথা!! সচাকে চকুপানী ওলাই গল!!

  • @kamalboruah5431
    @kamalboruah5431 5 หลายเดือนก่อน +2

    জয় আই অসম হৃদয় পৰা আন্তৰিক অভিনন্দন জনালো

  • @paramanandabhuyan3702
    @paramanandabhuyan3702 5 หลายเดือนก่อน +1

    জয় আই অসম

  • @kalpananath9788
    @kalpananath9788 5 หลายเดือนก่อน +2

    ঈশ্বরে শক্তি দিয়ক আপোনালোকক সুষ্ঠ সবল হৈ থাকা

  • @BirenBora-hd9jk
    @BirenBora-hd9jk 5 หลายเดือนก่อน +2

    সকলোকে মাঘ বিহুৰ োভেশ্যা থাকিল। Happy Magh Bihu

  • @kalpanadas6707
    @kalpanadas6707 5 หลายเดือนก่อน +2

    May God blessed all brothers ❤❤🙏🙏🙏

  • @GyanBarnil28Vlogs
    @GyanBarnil28Vlogs 5 หลายเดือนก่อน +1

    জয় আই অসম❤❤❤ককাইদেউ সকলোলৈ ভোগৰ উৎসৱ ভোগালী বিহুৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ❤❤❤

  • @timepasschannel7582
    @timepasschannel7582 5 หลายเดือนก่อน +3

    সকলোজনে ভালে থাকক। এইয়া মোৰ পিতৃ হিচাপে আশীৰ্বাদ ।

  • @angsumanraja3368
    @angsumanraja3368 5 หลายเดือนก่อน +2

    অসমীয়া ডেকাৰ মৃত্যু কামনা নকৰোঁ। বহুতো হ'ল। ভাৰতৰ শক্তিক আজি পৃথিৱীয়ে সমীহ কৰে।সেয়া অৰ্থনৈতিকেই হওঁক বা সামৰিকেই হওঁক বা জনসংখ্যা দিশৰ পৰাই হওঁক বা বিশালতাৰ ফালৰ পৰাই হওঁক। আলফাৰ যুজখন হ'ল আমাৰ ভাই-ককাই আওমৰণে মৰা, অৰ্থহীন যুজ। অসমীয়া মানুহৰ প্ৰাণবলিদানে যদি কিবা লাভ হ'ল হেঁতেন তেন্তে আগৰ দৰে আমিও আকৌ ওলাই গলো হেঁতেন যুদ্ধৰ কাৰণে। কিন্তু অসমীয়া ডেকাৰ মৃত্যু আজি পাখিতকৈয়ো পাতল হৈ পৰা এই সংগ্ৰাম শেষ হওক। বিদেশীয়ে‌ সকলো ফালে গ্ৰাস কৰি পেলালে। অসমীয়াৰ জনসংখ্যা ভয়াৱহ ধৰণে টুটি আহিল কিন্তু আমাৰ ডেকাহতৰ কাণ্ড জ্ঞান নাই অৰ্থহীন যুদ্ধত মৰিবলৈ যায়। স্বল্প জ্ঞানী।

    • @ribhamechribhamech4225
      @ribhamechribhamech4225 5 หลายเดือนก่อน +1

      Sestar ohaidhio aku nai.... 😊

    • @angsumanraja3368
      @angsumanraja3368 5 หลายเดือนก่อน

      @@ribhamechribhamech4225 সেই চেষ্টাত সমগ্ৰ অসমীয়া জাতি উৎসৰ্গিত হৈছেনে নাই সেয়াও চাব লাগিব তাৰ বিপৰীতে এমুঠি ডেকাই বিক্ষিপ্ত ঘটনাৰ সীমাবদ্ধতাৰ মাজতে সংগ্ৰামৰ অৰ্থ বিচাৰি পাইছে। এয়া ঐতিহাসিক ভুল হিচাপে পৰিগণিত হ'বলৈ গৈ আছে।লিখি ৰাখক

  • @monujgogoi1430
    @monujgogoi1430 5 หลายเดือนก่อน +1

    ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ ককাই হত। যতে আছা কুশলে থাকা। ❤

  • @user-jx7oo5bn1m
    @user-jx7oo5bn1m 5 หลายเดือนก่อน +4

    Joi I assam.alpha jindabad.pratijan bir sanaloi vugali bihu avinandan janalu.

  • @user-xb2ik6wp8y
    @user-xb2ik6wp8y 5 หลายเดือนก่อน

    Akhom aru Akhomia-r Joi hoboi. Hridoi sui gol. Bhogowanae kukholae rakhok hokolukae. Magh Bihur Hubhaishya jonalu.💐💐💐🙏🙏🙏

  • @pranabgohain8287
    @pranabgohain8287 5 หลายเดือนก่อน

    বৰ সুন্দৰ কণ্ঠ। বহুত বাৰ চাইছো । হৃদয় চুই গৈছে। সকলো কুশলে থাকক। নেদেখা জনৰ ওচৰত প্ৰাথনা জনাইছোঁ

  • @biroduttaduarah7194
    @biroduttaduarah7194 5 หลายเดือนก่อน +2

    মাঘবিহোৰ শোভেচ্ছা জনালো ।

  • @dipankarjyotibora7521
    @dipankarjyotibora7521 5 หลายเดือนก่อน +9

    Big salute to all brother's who are involved for freedom Assam best of luck.wish you happy Magh bihu..

  • @subhashsut2215
    @subhashsut2215 5 หลายเดือนก่อน +2

    ভোগালী শুভেচ্ছা জনালো। বৰ সুন্দৰ শুৱলা লাগিছে।

  • @tinaborah4246
    @tinaborah4246 5 หลายเดือนก่อน +3

    আপোনালোকৰ গানে সকলোৰে বুকু কপাই দিলে আপোনালোক সদায় কুসলে থাকক । ❤❤🎉

  • @nipanrajbongshi924
    @nipanrajbongshi924 5 หลายเดือนก่อน +1

    HAPPY BIHU ULFA(I)...

  • @neelnayana2856
    @neelnayana2856 5 หลายเดือนก่อน +2

    প্ৰতিভাৰ মেটমৰা সম্ভাৰ---এই প্ৰতিভাই এদিন সকলো দিশতে পূৰ্ণতা লাভ কৰিবলৈ সক্ষম হওঁক।হিয়াভৰা আৰ্শীষ যাচছোঁ,।

  • @avinashkalita1370
    @avinashkalita1370 5 หลายเดือนก่อน +1

    God bless you to all brothers 🙏🙏🙏🙏🙏

  • @mrinalbaishya3966
    @mrinalbaishya3966 5 หลายเดือนก่อน +1

    মোৰ দাদা বন্ধুলৈ মাঘ বিহুৰ অষেস হিনয়া ভৰা মৰম জাচিলো / জয় আই অসম

  • @moviesnation240
    @moviesnation240 5 หลายเดือนก่อน +1

    ভোগালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ ককাইদেউ সকললৈ অসম প্ৰথম,সদায় আৰু চিৰদিন (জয় আই অসম )

  • @GiridharHira-go9mr
    @GiridharHira-go9mr 5 หลายเดือนก่อน +4

    কুটি কুটি প্ৰনাম❤❤❤

  • @user-cc2lk3ni3i
    @user-cc2lk3ni3i 5 หลายเดือนก่อน

    Hundar lagise gan to .vogbane kukhale rakhak .hokoloke...

  • @biplabroktim1210
    @biplabroktim1210 5 หลายเดือนก่อน

    জয় আই অসম🔥🔥

  • @rishikesh513
    @rishikesh513 5 หลายเดือนก่อน

    জয় আই অসম ❤❤❤

  • @swggamerff468
    @swggamerff468 5 หลายเดือนก่อน +1

    এটা মন চুই যোৱা গান । গানটো শুনি অন্তৰ খন আবেগিক হৈ গ'ল । আপোনালোক যতেই আছে কুশলে থাকক । জয় আই অসম । 😂😂😂😂😂

  • @anamikamedhivlogs766
    @anamikamedhivlogs766 5 หลายเดือนก่อน

    ভগৱানে তোমালোকক সদায় ভালে কুশলে ৰাখক 😢😢😢😢

  • @Kuldipraj652
    @Kuldipraj652 5 หลายเดือนก่อน +1

    Nice song and voice 👍👍

  • @buddyvers1640
    @buddyvers1640 5 หลายเดือนก่อน

    এটা মূদ্ৰাৰ এটা ফাল,আপোনালোক সবলৈ ভোগালীৰ শুভকামনা আৰু ৰাইজলৈও

  • @ranjumonigogoi7516
    @ranjumonigogoi7516 5 หลายเดือนก่อน

    জয় আই অসম । মাঘ বিহু শুভেচ্ছা জনালো সকলো লৈ।ভগৱানে সকলো কে কুশলে ৰাখক

  • @user-lr6gh5kt8q
    @user-lr6gh5kt8q 5 หลายเดือนก่อน +3

    Val Lagise. Iman Morom Laga Gan

  • @user-hl9ne1iq7f
    @user-hl9ne1iq7f 5 หลายเดือนก่อน +1

    Hearth touching Bihu song .God bless you all .

  • @subhashsut2215
    @subhashsut2215 5 หลายเดือนก่อน +2

    জয় আই অসম অসমীয়া বছাও‌।

  • @ApurbaGogoi-ie2jp
    @ApurbaGogoi-ie2jp 5 หลายเดือนก่อน +10

    ভাল লাগিল শুনি গীতটি❤❤