A heart touching Song || Bipin Chawdang || by jonaki entertainment

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 ธ.ค. 2024

ความคิดเห็น •

  • @bijaypegu2423
    @bijaypegu2423 3 ปีที่แล้ว +118

    জয় আই অসম সচাকৈ হৃদয়ত চুই যাই আগে পিছে এনেধৰণৰ বৈপ্লৱিক গীত শুনি পোৱাৰ আশা ৰাখিলো ।

  • @deepjyotidutta9827
    @deepjyotidutta9827 3 ปีที่แล้ว +43

    জয় আই অসম। অসমৰ বুকুত এতিয়াও লাচিতৰ দৰে পুৰুষ আচে

  • @chowlengdonahom1105
    @chowlengdonahom1105 2 ปีที่แล้ว +117

    চিঞৰি চিঞৰি কান্দিব মন যায়। জয় আই অসম✊❤❤❤ 🙏🙏🙏🙏🙏🙏

  • @RatulBardoilo-ip9ik
    @RatulBardoilo-ip9ik ปีที่แล้ว +98

    জাতিৰ ৰক্ষক আলফা ....…!!!❤😊 জয় আই অসম 🇮🇳✊✊

  • @nisantkalita536
    @nisantkalita536 3 ปีที่แล้ว +72

    হাজাৰ বাৰ কম জয় আই অসম ❤️❤️❤️

  • @bhaitihaloi9968
    @bhaitihaloi9968 2 ปีที่แล้ว +19

    জাই আই অসম। আলফা সদাই থাকক।

  • @munmisahariah2412
    @munmisahariah2412 3 ปีที่แล้ว +467

    আলফাত যোগদান কৰি মোৰ দেউতা আৰু বৰদেউতা ছহিদ হয় ..২৩ বছৰ বয়সত মা বিধৱা সাজ পিন্ধিলে আৰু ২ বছৰ বয়সতে দেউতাক হেৰুৱাইছো যদিও আমি আজি তেওঁ লোকক লৈ গৰ্বিত..তেওঁ লোকৰ আত্মাৰ শান্তি কামনা কৰিছো🙏🙏

  • @nabajyotigamingzone7774
    @nabajyotigamingzone7774 2 ปีที่แล้ว +99

    আলফা স্বাধীন জিন্দাবাদ।
    স্বাধীন অসম জিন্দাবাদ।
    জয় আই অসম ❤️

  • @pallabitamuli3155
    @pallabitamuli3155 3 ปีที่แล้ว +151

    জ়য় আই অসম,,,,✊✊ পৰেশ বৰুৱা ককাইদেউ আৰু সহ কর্মী সকল আপোনাক যতেই আছে নেদেখা জনৰ ওচৰত পাৰ্থনা কৰিছোঁ যাতে আপোনালোক প্ৰতি দিনাই শক্তি দিয়ে 🙏🙏🙏

  • @mrinmoynath2923
    @mrinmoynath2923 2 ปีที่แล้ว +25

    বহুত সুন্দৰ গীত
    জয় আই অসম 💓💖

  • @afjalurrahman2101
    @afjalurrahman2101 3 ปีที่แล้ว +191

    অসমীয়া হৈ জন্ম গ্ৰহণ কৰিছো অসমীয়া হৈ মৰিম ❣️জয় আই অসম ❣️💕💕❤️

  • @pinkipinkigogoi2202
    @pinkipinkigogoi2202 3 ปีที่แล้ว +31

    এই গানটো শুনিলে বহুত ভাল লাগে but বহুতো দুখ লাগে 😥
    জয় আই অসম 👍👍❤️

  • @gogoida7940
    @gogoida7940 ปีที่แล้ว +9

    প্ৰত্যেক জন ব্যক্তিয়ে নিজতে নিজে, এজন বিপ্লৱী হিচাপে গঢ়া ৷
    অসম এদিন হীৰা হৈ পৰিৱ ৷

  • @nabajyotidoley9833
    @nabajyotidoley9833 3 หลายเดือนก่อน +13

    সচাঁকৈ গানটো শুনি গাৰ তেজ গৰম হৈ উঠিল,,, জয় আই অসম,,,,,,,,💪

    • @mgnkl
      @mgnkl 3 หลายเดือนก่อน

      Thik koise

    • @gargibora4747
      @gargibora4747 23 วันที่ผ่านมา

      😊😊😊😊😊😊😊

  • @arupdas5358
    @arupdas5358 3 ปีที่แล้ว +22

    Jenekwa din hoise Dukhir sola tan a hoise আমি ও আলফাত এ যাব লাগিব চলিব বহুত তান হৈছে জয় আই অসম ।

  • @manashsarma4385
    @manashsarma4385 3 ปีที่แล้ว +174

    আলফা থকা লৈ অসমীয়া জাতিটো অসমীয়া হৈ থাকিব জয় আই অসম✊

    • @_y3514
      @_y3514 ปีที่แล้ว +5

      Right bro

    • @kamrup134
      @kamrup134 ปีที่แล้ว +3

      @@_y3514 আলফা ই ভাৰতীয় সেনাৰ উপৰত আক্ৰমণ কৰে ফলত ভাৰতীয় সেনাই বহুতো লছৰ সন্মুখীন হয় ভাৰতীয় সেনা দূৰ্বল হোৱা মানে আমাৰ বিপদ গতিকে আলফা মোৰ মতে সদায় মূন্দাবাদ ।।। মনত ৰাখিব ভাৰতীয় সেনাৰ বাবে শান্তিৰে ভাত সাজ খাই আছ

    • @DharjyaChoudhury-sz8bq
      @DharjyaChoudhury-sz8bq ปีที่แล้ว +1

      Muru skei mota mot apunar logot...

    • @alAsadulalom
      @alAsadulalom 10 หลายเดือนก่อน +2

      Support you brother Jai Ai Axom

    • @alAsadulalom
      @alAsadulalom 10 หลายเดือนก่อน +4

      ULFA Zindabad

  • @abhinashdutta676
    @abhinashdutta676 5 ปีที่แล้ว +181

    গীততো শুনিলে সঁচাকৈ দেহ মন উৎফুল্লিত হৈ উঠে

  • @samsulhoque7122
    @samsulhoque7122 5 ปีที่แล้ว +64

    অতি সুন্দৰ গীত জয় আই অসম

  • @DPmusical16
    @DPmusical16 5 ปีที่แล้ว +5

    পৰেশ বৰুৱা হৈ গোৱা হ'লে ভাল পালোহেতন।বিপিন ককাইদেউ।

  • @kishorkalita1426
    @kishorkalita1426 5 ปีที่แล้ว +140

    তেজ উতলি যায় গানটো শুনিলে 🙏🙏🙏🙏

  • @prakashdeka9338
    @prakashdeka9338 4 ปีที่แล้ว +68

    জাতিৰ ৰক্ষক আলফা..... জয় আই অসম। 👍

    • @TumanPhukan-ti5jp
      @TumanPhukan-ti5jp 11 หลายเดือนก่อน

      জয় আই অসম ✊✊✊✊

    • @ManojDeka-n9s
      @ManojDeka-n9s 6 หลายเดือนก่อน

      সচা কথা জয় আই অসম

  • @kisurajkonwarofficeal
    @kisurajkonwarofficeal 3 ปีที่แล้ว +48

    গান টো শুনিলে তেজ গৰম হৈ উঠে ✊ জয় আই অসম ✊✊✊

  • @KalpanaGogoi-j3c
    @KalpanaGogoi-j3c 3 หลายเดือนก่อน +5

    ❤❤🎉🎉সোনৰ অসম কেতিয়াও নিদো বিদেশীক লাগিলে মৰিযাম জয় আই অসম

  • @mintudas4829
    @mintudas4829 3 ปีที่แล้ว +16

    মহেন্দ্র দা আপোনাৰ সঁচাকৈয়ে কণ্ঠত সৰস্বতী আপোনাৰ সদায় জয় হওক জয় জগন্নাথ।

  • @safikulislam2998
    @safikulislam2998 5 ปีที่แล้ว +328

    অন্তৰ চুই গল বিপ্লৱী গীতটো শুনি । জয় আই অসম 💪💪

    • @subhashbarman1507
      @subhashbarman1507 3 ปีที่แล้ว

      These are not revolutionary they are rebels

  • @ghoruaasmr8451
    @ghoruaasmr8451 3 ปีที่แล้ว +65

    আপোনাৰ গানৰ সুৰত সত্যতা পাওঁ সেয়েহে বহুত ভাল লাগে । কেতিয়াবা লগ পোৱাৰ আশাৰে ধন্যবাদ ** জয় আই অসম **

  • @dhanjitgamer6093
    @dhanjitgamer6093 3 ปีที่แล้ว +165

    মোৰ অনুভৱ হয় আলফা নহ'লে অসমত অসমীয়া ভাষা নাথাকিব জয় আই অসম 🌾🌾

    • @bidurbhai7653
      @bidurbhai7653 2 ปีที่แล้ว +3

      Hoii ❤️

    • @pinchubora2588
      @pinchubora2588 2 ปีที่แล้ว +5

      😅😅😅🤣🤣🤣 atia nu kot Assamese ase Lower Assam t

    • @proballipika1080
      @proballipika1080 2 ปีที่แล้ว +4

      Xosai dei.aalfa thakile axom thakibo

    • @ri2rajsaikia558
      @ri2rajsaikia558 2 ปีที่แล้ว

      @@pinchubora2588 hetiu axomiya i koi tu

    • @bestfunnyvideo5054
      @bestfunnyvideo5054 2 ปีที่แล้ว +3

      Hosa kotha

  • @uttamsonowal7351
    @uttamsonowal7351 4 ปีที่แล้ว +28

    এই গীত টি ভাল লাগিল।আশা কৰোঁ এনে ধৰণৰ গীত আগলৈ ও পাম শুনিবলৈ ।

  • @dboyz6796
    @dboyz6796 2 ปีที่แล้ว +10

    আমাক স্বাধীন অসম লাগিবই। জয় আই অসম। স্বাধীন অসম প্ৰইটেক জন অসমিয়াৰ সপোন।

  • @junmonigogoi4960
    @junmonigogoi4960 3 ปีที่แล้ว +8

    প্ৰথমে জয় আই অসম..... দ্বীতিয়তে ভাৰত মাতা কে জয়

  • @budhenborbaruah1987
    @budhenborbaruah1987 5 ปีที่แล้ว +36

    মুক্তিৰ বিপন্ন পথত
    বিপ্লৱৰ জ্ঞানেৰে আঁৰি ল'লা
    এখন বাণিজ্য মেলা
    যি বিপ্লৱৰ দূৰত্ব অভেদ্য কৰি
    আপোন হৃদয়বোৰতেই উপেক্ষিত হ'লা
    সপোনবোৰ কোনকাহানিতেই শেষ হ'ল
    বহ্নিমান ক্ষোভেৰে পোত গ'ল
    নিৰাশাৰ অতল গহ্বৰত
    স্বাভিমানৰ তেজেৰে উদীপ্ত হোৱা
    সেই মহান শক্তিক বজাৰ পৃথিৱীৰে
    কদৰ্য‍্যময় কৰি তুলিলা যিদিনা
    হেজাৰ শ্বহীদ অস্তিত্বহীন হৈ ৰ'ল......

  • @MithunDas-oz1wb
    @MithunDas-oz1wb 4 ปีที่แล้ว +38

    জয় অাই অসম .আমি অসমৰ মাটিত জনম লৈ অসমতে শয়ন লৱ বিচাৰো .আজিও মহামানৱৰ কালজয়ী আমাৰ মন চুই যায়. গতিকে আহক আমি সকলোৱে অসম দেশক চিৰ যুগমীয়া হৈ থাকে গৌৰবেৰে সেই হাতে হাত ধৰি অনাগত দিনৰ ফালে আগৱাৰি যাও. জয় আই অসম .

  • @oklifeline577
    @oklifeline577 4 ปีที่แล้ว +145

    সচাকৈ এইজাতীয় প্ৰেম গীত বোৰ শুনিলে এতিয়াও তেজ গৰম হৈ উঠে ‌।
    💪💪💪 জয় আই অসম 💪💪💪‍‍‍‍।

  • @__pritom__
    @__pritom__ 3 ปีที่แล้ว +6

    বহুত ভাল লাগিলে🙌🙌🙌👍👍👍

  • @JituAssam564
    @JituAssam564 4 ปีที่แล้ว +14

    এইতো গান শুনিলে গাৰ নোম শিয়ৰি উঠে।জই আই অসম।

  • @bulbulisarmah1530
    @bulbulisarmah1530 ปีที่แล้ว +8

    হৃদয় চুই গ'ল আপোনালোকক ভগবানে ভালে ৰাখক তাৰেই কামনাৰে জয আই অসম❤❤❤

  • @jibanmedhi2849
    @jibanmedhi2849 5 ปีที่แล้ว +116

    জয় আই অসম,,👍👍👍👍👍

  • @GayatriKonwar-p1p
    @GayatriKonwar-p1p 10 หลายเดือนก่อน +1

    জয় আই অসম ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @pranitabaishya8197
    @pranitabaishya8197 3 ปีที่แล้ว +20

    হৃদয়স্পৰ্শী গীত,,, অন্তৰ চুই গ'ল 🙏

  • @AshastamaRabha
    @AshastamaRabha หลายเดือนก่อน +2

    Jai ai Axom

  • @dhonmitathakuriya648
    @dhonmitathakuriya648 ปีที่แล้ว +4

    Joy ai axom

  • @Himangshu54
    @Himangshu54 5 ปีที่แล้ว +267

    জয় আই অসম।জীৱনে মৰনে আমি অসমীয়া। ❤💞

  • @KashyapNath-vg6hy
    @KashyapNath-vg6hy 23 วันที่ผ่านมา +2

    জয় আই অসম ❤❤❤🎉 হেজাৰ বাৰ কম❤❤

  • @লোহিত
    @লোহিত 3 ปีที่แล้ว +10

    বৰ সুন্দৰ গীত আৰু সুৰ।

  • @Akhomiyakristi
    @Akhomiyakristi 4 ปีที่แล้ว +36

    আশা কৰো যাতে অহা জনমত এই অসম ভূমিত অসমীয়া হিচাপে জন্ম পাওঁ এইয়া ঈশ্বৰ ওচৰত প্ৰাৰ্থনা

  • @jyotishrabha531
    @jyotishrabha531 5 ปีที่แล้ว +20

    জয় আই অসম। জয় আই অসম। জয় আই অসম। অৰবিন্দ ৰাজখোৱা কেতিয়াও লাচিত বৰফুকন হব নোৱাৰে।

  • @utpaldas2934
    @utpaldas2934 ปีที่แล้ว +5

    জয় আই অসম।।জয় পৰেশ বৰুৱা

  • @Billubhai-p8s
    @Billubhai-p8s 3 หลายเดือนก่อน +1

    Joi aiiii axom

  • @sewalivlogs
    @sewalivlogs 4 ปีที่แล้ว +14

    জয় আই অসম 😥😥😥😥 বেয়া লাগে

  • @suntobora9806
    @suntobora9806 4 ปีที่แล้ว +168

    মোৰ অনুভৱ আলফা আছে বাবেই আমি এতিয়াও অসমীয়া হৈ আছোঁ, জয় আই অসম

    • @sunilboishya9159
      @sunilboishya9159 3 ปีที่แล้ว +7

      Thik koise asamiya jinda ase akmatro alfa karone i shapourt you alfa.i lov assam

    • @dharmeswardas6131
      @dharmeswardas6131 3 ปีที่แล้ว +3

      @@sunilboishya9159 111q11qq

    • @ruhiniborah4759
      @ruhiniborah4759 3 ปีที่แล้ว +16

      সত্য অসমীয়া হিচাপে আমি জীয়াই থাকিবলৈ হলে অলফা থাকিব এই লাগিব ৷ ৷

    • @sumonakhom2528
      @sumonakhom2528 3 ปีที่แล้ว +6

      Right 👍

    • @tanujdutta6988
      @tanujdutta6988 3 ปีที่แล้ว +4

      Right

  • @partha5498
    @partha5498 11 หลายเดือนก่อน +2

    জয় আই অসম।। গাত তেজ থকা লেকে যুজিম। আৰু একো নিলিখো ,জয় আই অসম ❤❤❤❤

  • @krishnendusengupta783
    @krishnendusengupta783 5 ปีที่แล้ว +3

    Bhal lagise I feel proud that I am Assamese to listenig those sng amar lasihit borphukon jiaiy ase jetialoy aponalokor dore silpi jiiai thakibo amar akhom jiai thakibo thank you

  • @SumiBaishya-g6q
    @SumiBaishya-g6q 2 หลายเดือนก่อน +1

    ❤❤❤❤bohut bhal lagile❤❤❤

  • @NazrulBhai99
    @NazrulBhai99 5 ปีที่แล้ว +34

    জয় আই অসম৷ পৰেশ বৰুৱাক লৈ গান এটি উলিয়াওক৷

  • @exclusiveuniquevilla1797
    @exclusiveuniquevilla1797 ปีที่แล้ว +1

    Joi ai Axom...jai shree Ram

  • @dhirenborah1965
    @dhirenborah1965 5 ปีที่แล้ว +23

    এইতো মানুহৰ সিৰে সিৰে চুইজোৱা গিত আৰু পৰেছ বৰুৱা দাক ধন্যবাদ দিছো যাতে অসম খন জিয়াই ৰাখক। জয় আই অসম

  • @jitumanithakuria3462
    @jitumanithakuria3462 3 ปีที่แล้ว +1

    joy aai Axam👈👈💝💝💝

  • @Rekhashruti4562
    @Rekhashruti4562 3 ปีที่แล้ว +7

    জয আই অসম 🇮🇳🇮🇳🇮🇳🙏🙏🙏💪💪

  • @SumitraGogoi-l5v
    @SumitraGogoi-l5v หลายเดือนก่อน +1

    Axomiya manuhok bidexie manuh buli nabhabe xeibabe xokolu axomiya ek hoi thakok Jay aai axom ❤🙏🏽🙏🏽🙏🏽

  • @ChaoMoSengphukinmung871
    @ChaoMoSengphukinmung871 3 ปีที่แล้ว +11

    স্বাধীন অসম হলে হে অসম শান্ত হব

  • @NamitaHaziraka
    @NamitaHaziraka 5 หลายเดือนก่อน +2

    Jay ai oxom 🙏🙏🙏🙏🙏🙏🙏🙏🙏💞💞💞💞💞💞💞❤️❤️❤️💖💖

  • @jodumoniphukaan9943
    @jodumoniphukaan9943 5 ปีที่แล้ว +14

    জয় আই অসম আলফা জয় হওঁক

  • @ManashKolita-b4p
    @ManashKolita-b4p 3 หลายเดือนก่อน +1

    🌎💪💪 joy aii axom ❤❤❤

  • @ahgamer9330
    @ahgamer9330 4 ปีที่แล้ว +159

    অসমৰ জাতি, মাতি ,ভেতিক ৰক্ষা কৰিবলৈ হলে,জাতি নানাজতি এক গোট হব লাগিব । নহ'লে ভূপেন দাই গাইজোৱা গানৰ কোনো অৰ্থ নাথাকিব ।

  • @shikharai4731
    @shikharai4731 ปีที่แล้ว +1

    😢😢😢🙏🏻🙏🏻🙏🏻❤️❤️❤️jai aai Akhom ❤❤❤

  • @dbraxom7137
    @dbraxom7137 4 ปีที่แล้ว +22

    জয় আই অসম✊✊✊

  • @RitopanRajbongshi4
    @RitopanRajbongshi4 3 ปีที่แล้ว +32

    বহুত কেইজন কাপুৰুষে গানটো dislike কৰিছে। সেইসকল হিজিৰা হয়, যিসকলে এই গানটো dislike কৰিছে। জয় আই অসম।

  • @HumanDas-j9s
    @HumanDas-j9s 20 วันที่ผ่านมา +1

    Ummmaaaah

  • @mdbapukanali2021
    @mdbapukanali2021 3 ปีที่แล้ว +6

    জয় আই অসম এজন অসমীয়া হিচাবে গৌৰৱ অনুভৱ কৰো নিজকে

  • @dipankar2851
    @dipankar2851 3 ปีที่แล้ว +2

    Bhut bhut bhut bhut bhut bhut bhut bhut bhut bhut bhut bhut bhut bhut val lagi goise o dada

  • @rishikasaikia9336
    @rishikasaikia9336 2 ปีที่แล้ว +3

    জয় আই অসম/আলফালৈ অভিনন্দন/আলফা আছে বাবে অসমীয়া জীয়াই আছে।

  • @nareswarbarman9048
    @nareswarbarman9048 2 ปีที่แล้ว

    Sundar rasana aru damaiupjogi
    Bipin chowdung dhanyabad. Keep it up

  • @anamikakalita7684
    @anamikakalita7684 5 ปีที่แล้ว +25

    আমি অসমীয়া নহও কেতিয়াও দুখীয়া* অতি সুন্দর গীত। অন্তর চুই গল।🙏🙏🙏

  • @kameswardeka8606
    @kameswardeka8606 4 ปีที่แล้ว +1

    hridoi kapuwa. Gan😊😊😊😊

  • @romjanali8129
    @romjanali8129 5 ปีที่แล้ว +39

    🤘জয় আই অসম💪💪

  • @LotraBoro
    @LotraBoro ปีที่แล้ว +2

    Moi bohut Val paw ulfa zindabad

  • @rajumedhi2535
    @rajumedhi2535 4 ปีที่แล้ว +5

    JOI AAI AXOM....ULFA THAKILE HE AXOMIYA SAKTI SALI HOI THAKIBO

  • @Munna_bhai-1997
    @Munna_bhai-1997 5 ปีที่แล้ว +7

    অন্তৰ জোঁকাৰি যোৱা এটি গান 🙏জয় আই অসম 🙏

  • @NURISLAM-pv3un
    @NURISLAM-pv3un 5 ปีที่แล้ว +1

    Joi aai axom

  • @junmunrajkonwar3557
    @junmunrajkonwar3557 5 ปีที่แล้ว +112

    জয় আই অসম, জয় আই অসম ......, আমি অসমীয়া নহও দুখীয়া , কিয়নো দুখীয়া হম ।

    • @kabindraojah1755
      @kabindraojah1755 5 ปีที่แล้ว +1

      Junmun Rajkonwar ULFA Amar sotru.jatir sotru .saekarone ami Kobo Lage bharot Mata ki joy bangladesi go back .

    • @prabhakardeka419
      @prabhakardeka419 5 ปีที่แล้ว +3

      @@kabindraojah1755 ulfa amar apoon. Jatir apoon jiye satru buli vabe khebilag hol bangladeshi geda. Joi aai axom.

    • @ndcreation1935
      @ndcreation1935 5 ปีที่แล้ว

      @@prabhakardeka419 borhiya comments

    • @krishnendusengupta783
      @krishnendusengupta783 5 ปีที่แล้ว

      Junmun Rajkonwar nice Ami okhomiya amar ostro etiya dadar gantue kijani amar okhomiya keitak bosabo

    • @dadahazarika4317
      @dadahazarika4317 5 ปีที่แล้ว

      Junmun Rajkonwar oops that oo

  • @jyotistune3545
    @jyotistune3545 4 ปีที่แล้ว +1

    JOI AAI AXOM

  • @sumphatipomia7130
    @sumphatipomia7130 ปีที่แล้ว +4

    আলফা‌ স্বাধীন জিন্দাবাদ ❤

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj 2 หลายเดือนก่อน +1

    স্বাধীনতা অসমীয়াৰ আজন্ম অধিকাৰ | এদিন জাতি সফল হবই | জয় আই অসম |❤❤❤

  • @dipakaxomofficial2103
    @dipakaxomofficial2103 4 ปีที่แล้ว +5

    Mojah my favorite song

  • @jaanbiswas5122
    @jaanbiswas5122 4 ปีที่แล้ว +19

    জয় আই অসম 🙏

  • @smalleryt7159
    @smalleryt7159 4 ปีที่แล้ว +3

    Jai ai axom

  • @bhargabkalita9331
    @bhargabkalita9331 3 ปีที่แล้ว +1

    Jai ai axom🙏🙏❤️❤️

  • @milankalita8199
    @milankalita8199 3 ปีที่แล้ว +6

    জয় আই অসম ✊✊✊

  • @zgloverrinkuriyan5604
    @zgloverrinkuriyan5604 5 ปีที่แล้ว +8

    bipin da i love you apuar ai protibadi kantha xodai anedore jagi thakak gd bless you

  • @jintumoniboruah-bb7tx
    @jintumoniboruah-bb7tx 3 หลายเดือนก่อน +1

    Ai gaan tu hunile gar tej pir pirai jai joi asom ❤❤❤❤

  • @mintudas8209
    @mintudas8209 ปีที่แล้ว +3

    জয় আই অসম ❤❤❤❤

  • @জুবিনদাৰঅনুৰাগী-স৯ড

    জয় আই অসম জয় আই অসম ❤️❤️

  • @hemantabarman6583
    @hemantabarman6583 3 ปีที่แล้ว +1

    Moja

  • @palpaldilkepas3566
    @palpaldilkepas3566 5 ปีที่แล้ว +166

    তিনিচুকিয়া মিনি বিহাৰ, যোৰহাট মিনি ৰাজস্থান ,নামনি অসম গলেই তাত অসমীয়াৰ অষ্টিত্ব নাই বুলিবই পাৰি । বাছি থকা উজনি অসমৰ অৰ্থনিতী সম্পূৰ্ণ অনাঅসমীয়াৰ নিয়ন্ত্ৰনত । প্ৰতিদিনে হেজাৰ হেজাৰ বিঘা থলুৱাৰ মাটি বিক্ৰিৰ এগ্ৰিমেন্ত হৈ অাছে অসমীয়া দালালিৰ কৃপাত । ইয়াৰ পাছত এনেকুৱা গান অাৰু ধেইত পৰাজিত সৈনিকক হিৰ সজাই গান ৰচনা কৰে নেকি ? নগাই দেখুৱাই দিলে বিপ্লবী কি , অালোচনা কৰিলেও সসন্মানেৰে অাৰু ডিমান্ড হাাচিলো কৰিলে । অামাৰ অকৌ শান্তিৰ বাৱে অালোচনা, তাকো ধৰাপৰি জেলৰ ভিতৰৰ পৰা…………………

    • @putulgayan648
      @putulgayan648 5 ปีที่แล้ว +12

      ২০০% সত্য কথা কৈছে । জধামূৰ্খ অৰবিন্দক লৈ আকৌ এচামে তেল মালিছ-- গুন-গান কৰে । এনে সি বীৰ-পুৰুষ । জাতিটোৰ তেজ শুহি খোৱা এটা তেজ পিয়া । ক'ত গ'ল তঁহতৰ সেই স্বাধীনতাৰ ভূৱা স্বপ্ন ?????

    • @naharkatiyabiraglahon9457
      @naharkatiyabiraglahon9457 4 ปีที่แล้ว +1

      Thik koisa bro

    • @naharkatiyabiraglahon9457
      @naharkatiyabiraglahon9457 4 ปีที่แล้ว +6

      Muslim Bangladeshi karone akou andulon aromvo korim sato hontha hoi ami জয় আই অসম bro andulon aromvo kora

    • @planetxerxes7339
      @planetxerxes7339 2 ปีที่แล้ว +4

      Bhai... Etiya o ami জীয়াই আছোঁ..........

    • @narayanbhuyan481
      @narayanbhuyan481 ปีที่แล้ว

      @@planetxerxes7339 sir hokal jati tu karone apuna luke ki korise...nije kiba ata korak tar pasot kiba kobo ..

  • @dimbeswarpatowary1265
    @dimbeswarpatowary1265 5 ปีที่แล้ว +17

    জয় মোৰ মৰমৰ আলফা, জয় আই অসম

  • @majoniriba6132
    @majoniriba6132 4 ปีที่แล้ว +1

    Good nice... Joi ai Akhom.... Joi

  • @paporisenchowa3539
    @paporisenchowa3539 4 ปีที่แล้ว +3

    Jai ai akhom ........love u Alfa song

  • @pranabbarman9255
    @pranabbarman9255 4 ปีที่แล้ว +8

    খুৱ সময়োপযোগী গীত...

  • @animedog1475
    @animedog1475 3 ปีที่แล้ว +3

    জয় আই অসম ❤💥