Sodekhor Soudikhe | Bipin Chawdang

แชร์
ฝัง
  • เผยแพร่เมื่อ 18 ก.ย. 2024

ความคิดเห็น • 289

  • @PronabDas-lc2dg
    @PronabDas-lc2dg 26 วันที่ผ่านมา +3

    বিপিন। 😢। ভজা। গাচে❤❤❤

  • @Priyangshu-
    @Priyangshu- หลายเดือนก่อน +23

    অসমৰ জনপ্ৰিয় শিল্পী বিপিন চাওদাং দাদাৰ এই গীতটি যাতে সকলোৱে মৰমেৰে আঁকোৱালি লয় তাৰেই কামনা কৰিলো ❤

  • @sumongogoi1138
    @sumongogoi1138 หลายเดือนก่อน +47

    স্বদেশৰ প্ৰতি থকা গভীৰ প্ৰেম, ভালপোৱা থকা আমাৰ সকলোৰে মৰমৰ বিপিন ককাইদেউ লগতে গীতটোৰ লগত জড়িত সকলো কলা কুশলী লৈ আগন্তুক স্বাধীনতা দিৱসৰ শুভকামনা থাকিল। আহকচোন আমি সকলোৱে এটা লাইক আৰু একো একোটা কমেন্টৰে আৰু দুগুণ উৎসাহ দিওঁ... " জয় আই অসম "।। ✊🏻❤️

    • @nabanitaborah3325
      @nabanitaborah3325 29 วันที่ผ่านมา

      Djidhdid jjrifbbfixhhf❤❤

    • @Rishi_2328
      @Rishi_2328 27 วันที่ผ่านมา +2

      ৰহেদৈ শুনিছা 🫣

  • @indrajitgogoi8147
    @indrajitgogoi8147 หลายเดือนก่อน +20

    বিপিন ককাইদেউক নো কি ক'ম! স্বদেশ প্ৰেম-মূলক গীত সদায় ককাইদেউৰ কণ্ঠত হে প্ৰাণ পাই উঠে।

  • @mriganshuvlogs5626
    @mriganshuvlogs5626 28 วันที่ผ่านมา +3

    Antar khan sui gol❤

  • @hemantahazarika9715
    @hemantahazarika9715 หลายเดือนก่อน +8

    মুক্তিৰ গান, আছিল এলবাম, গীতটি বানিবন্ধন হোৱা নাছিল, আজি দেখিলো বানিবন্ধন হৈ গৈছে, লগে লগে দুবাৰ শুনিলো, আৰু শুনিম

  • @parashmoniborahofficial7126
    @parashmoniborahofficial7126 หลายเดือนก่อน +16

    সিয়ৰিছে গাৰ নোম ককাইদেউ খুব ধুনীয়া❤️❤️

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 หลายเดือนก่อน +13

    এই গীতটো এটা সময়ত বৰ জনপ্ৰিয় আছিল। আকৌ নতুনকৈ শুনিবলৈ পাই ভাল লাগিল বিপিন । আৰু নতুন গীত লাগে দেই।

  • @bidyavivesmix3.7k
    @bidyavivesmix3.7k หลายเดือนก่อน +18

    অসমীয়াই যদি ইংৰাজ খেদিব পাৰো, অসমীয়াই যদি মান খেদিব পাৰো
    তেন্তে বাংলাদেশীকো আমি দৌৰাই দৌৰাই খেদিব পাৰিম।
    ❤। জয় আই অসম ।❤ "অসম অসমীয়াৰ মতে চলিব"❤❤❤✊

  • @rituraj1135N
    @rituraj1135N หลายเดือนก่อน +5

    কি সুন্দৰ...🙏🚩

  • @__priyanki.__
    @__priyanki.__ หลายเดือนก่อน +6

    পৰিশ্ৰম সাৰ্থক হৈছে, কৃষ্ণ।

  • @taralivlogs4635
    @taralivlogs4635 หลายเดือนก่อน +5

    সুন্দৰ দেশ প্ৰেম মূলক গীত❤ জয় আই অসম ✊

  • @Parthapdutta79
    @Parthapdutta79 หลายเดือนก่อน +4

    হৃদয় স্পৰ্শ কৰা গীত ,সুন্দৰ দাদা🙏

  • @Nishi_000
    @Nishi_000 หลายเดือนก่อน +5

    হৃদয় স্পৰ্শী যোৱা গীত ।বিপিন চাউদাঙ ডাঙৰীয়াৰ গীতৰ সুৰ, কথা ...সচাঁই বৰ সুন্দৰ। স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো। যিমান পাৰো চেয়াৰ কৰি দিছো আজি।

  • @gourab613
    @gourab613 หลายเดือนก่อน +9

    ধুনীয়া হৈছে গীতটো ককাইদেউ। জয় আই অসম।

  • @dipjyotisaikia6680
    @dipjyotisaikia6680 หลายเดือนก่อน +5

    অতি সুন্দৰ হৈছে গীত টো ককাই, বুকুখন বিষাই গৈছে উফ্,,,,,,,,❤❤❤ বহুত বহুত মৰম দিছোঁ❤❤❤❤❤ ভগৱানে ভালে ৰাখক আপোনাক,,

  • @dipumpbora7904
    @dipumpbora7904 หลายเดือนก่อน +4

    আপোনাৰ নিচিনা কোনো নাই ককাই ❤❤❤❤

  • @user-yo1jf4rh7c
    @user-yo1jf4rh7c หลายเดือนก่อน +6

    Uff bipi da গানটে অসমীয়া মাটিৰ লগত মিলিত থকা গান❤

  • @santanuchutia7570
    @santanuchutia7570 13 วันที่ผ่านมา +1

    বিপিন ককাইদেউ আপোনাক বহুত বহুত ভাল পাওঁ।তাটোতকৈয়ো ভাল পাওঁ আপোনাৰ কন্ঠ'ৰেৰে নিগৰি অহা সেই তেজাল গীত সমোহ।আপোনাৰ গীত সমুহ আমাৰ অসমীয়াৰ প্ৰাণৰ উপহাৰ।আপোনাৰ ৰসাল এই কন্ঠ সদাই জীপাল হৈ থাকক।তাৰ বাবে নেদেখা জনৰ ওচৰত ৰ্প্ৰাথনা জনালো।❤❤❤

  • @mrinalchandrakalita627
    @mrinalchandrakalita627 หลายเดือนก่อน +4

    শুনি আপ্লুত হ’লো ৷ বৰ ভাল হৈছে গীতটো ৷

  • @thelovelyboy27
    @thelovelyboy27 หลายเดือนก่อน +5

    এনেধৰণৰ গানে এই সময়ত দেহৰ ৰক্ত অতিপাত চলাচল কৰাত ভূমিকা যোগায় ✊, জয় আই অসম✊

  • @lakhidherpayeng9193
    @lakhidherpayeng9193 หลายเดือนก่อน +3

    ❤প্ৰম মাজুলী সদায় ❤️

  • @basantaozah1313
    @basantaozah1313 หลายเดือนก่อน +11

    বন্ধুবৰ বিপিন ককাইদেউ আপোনাৰ স্বদেশ প্ৰেমৰ গীত সমূহ সঁচাকৈয়ে বৰ সুন্দৰ ।

  • @babusaikia7886
    @babusaikia7886 หลายเดือนก่อน +3

    সুন্দৰ 🙏ককাইদেউ🔥🔥❤

  • @Nishi_000
    @Nishi_000 หลายเดือนก่อน +2

    ভাষা নাই কবলৈ......অতি সুন্দৰ.......

  • @shyamalborah1997
    @shyamalborah1997 หลายเดือนก่อน +3

    শৰতৰ সন্ধিয়া গানটো লাগে …

  • @UjjalSaikia-eo8mj
    @UjjalSaikia-eo8mj หลายเดือนก่อน +4

    সচাঁকৈ বৰ সুন্দৰ গীত উপহাৰ পালো ।ৰজাঘৰীয়া কাণত পৰাকৈ সকলোৱে গীত টি বিয়পাই দিয়া । জয় আই অসম ✊

  • @KumudSaikia-cq5pm
    @KumudSaikia-cq5pm หลายเดือนก่อน +6

    বিপিন ককাইদেউ বহু দিনৰ পাছত এই গীতটো শুনিছোঁ। বহুত বহুত ধন্যবাদ জনালো। জয় আই অসম 🇳🇪

  • @suprotim1.2k63
    @suprotim1.2k63 หลายเดือนก่อน +4

    দেশৰ বাবে---------আমি সদাই✊

  • @nakhyatra9714
    @nakhyatra9714 หลายเดือนก่อน +2

    আপুনি মঞ্চত যেতিয়া এই গীতটো যেতিয়া পৰিবেশন কৰে তেতিয়াই মনলৈ আহে গীতটো যদি আকৌ এবাৰ এনেকৈ বাণীবদ্ধ কৰে । Finally aji palu... বহুত ভাল লাগিল দাদা ।
    " আশাৰ বালিঘৰ " গীতসমূহ পুনৰ এনেদৰে আনিবলৈ চেষ্টা কৰিবচোন । বাল্যকালত শুনা গীতবোৰ miss কৰোঁ ।
    শেষত আপোনালৈ বহুত মৰম আৰু শ্ৰদ্ধা যাচিলো 🙏

  • @Badiul-f8b
    @Badiul-f8b 29 วันที่ผ่านมา +1

    হৃদয়,অন্তৰ,আত্মা চুই গ'ল।
    জয় আই অসম ✊️

  • @mukutrajofficial
    @mukutrajofficial หลายเดือนก่อน +3

    Dada bohut val lagil.hridoy sui gol.

  • @maheshsarmah6073
    @maheshsarmah6073 29 วันที่ผ่านมา +2

    ❤❤❤🎉🎉🎉 সুন্দৰ ককাইদেউ🎉🎉🎉❤❤❤

  • @AdityaKumarPhukan
    @AdityaKumarPhukan 26 วันที่ผ่านมา +2

    Tej gorom hoi jai ❤. Joi Aai Axom ✊

  • @gorkhafocus620
    @gorkhafocus620 28 วันที่ผ่านมา +1

    প্ৰতিটো শব্দই, প্ৰতিটো বাক্যই মোৰ হৃদয় চুইছে।

  • @anuradhanrityakalakendra5953
    @anuradhanrityakalakendra5953 หลายเดือนก่อน +4

    সঁচাকৈ বহুত দিনৰ পিছত এনেকুৱা গান শুনিব পাইছোঁ 🙏🙏🙏
    আশা কৰো আগলৈও আপোনাৰ পৰা এনেকুৱা গান শুনিব পাম বিপিনদা।

  • @MintuKr-l5c
    @MintuKr-l5c หลายเดือนก่อน +2

    ককাইদেউ মৰম যাছিলো বহুত ভাল লাগিছে আপোনাৰ কন্তত ্্্ Love from Mintu kr .Deka. .. গুৱাহাটীৰ পৰা ❤🎉

  • @parikzgogoi8178
    @parikzgogoi8178 หลายเดือนก่อน +1

    🙏joi aai axom ❤ bor dhuniya hoise dada

  • @chinmoykalita..darrang.ass8788
    @chinmoykalita..darrang.ass8788 หลายเดือนก่อน +3

    লগ পাই আছো দুৰ্গা পূজাত 😊🎉❤

  • @Rishi_2328
    @Rishi_2328 27 วันที่ผ่านมา +1

    ৰহেদৈ...... গীত গোৱা আপুনি নহয় জানো......
    এতিয়া এইটো ufff..........🫣

  • @Priyangshu-
    @Priyangshu- หลายเดือนก่อน +1

    জয় আই অসম❤ অতী সুন্দৰ গীত ❤

  • @dr.mridulgogoi599
    @dr.mridulgogoi599 หลายเดือนก่อน +4

    হৃদয়স্পৰ্শী গীত ❤❤

  • @RinkuNeog-t8j
    @RinkuNeog-t8j 29 วันที่ผ่านมา +1

    Bipin da r gan hunila huni a thkibo mon jai ❤

  • @jakir399
    @jakir399 หลายเดือนก่อน +1

    Aibor gaan bipin dar khoman koneo gab nuare❤❤❤

  • @tranofficial96
    @tranofficial96 29 วันที่ผ่านมา +1

    কেঁচা মাটিৰ গোন্ধ থকা, স্বদেশ স্বজাতিৰ গীত কেৱল বিপিন ককাই সৃষ্টি কৰিব পাৰে। সুন্দৰ ককাইদেউ।

  • @kalendas1935
    @kalendas1935 หลายเดือนก่อน +1

    Jai I axom jai hind bharat mata ki jai 🙏🙏🙏🙏🙏 dhoinyobad dada dhuniya lagise happy independence day 🇮🇳🇮🇳🇮🇳

  • @pradipborah83
    @pradipborah83 หลายเดือนก่อน +3

    অতি সুন্দৰ,জয় আই অসম ✊

  • @ssbmusicstudionhk4847
    @ssbmusicstudionhk4847 หลายเดือนก่อน +1

    ❤❤❤❤❤❤ Aneke gaan amak aru lage kokaideo ❤❤

  • @moromibegum2795
    @moromibegum2795 หลายเดือนก่อน +3

    দাদা আপুনি সচাঁকৈ অন্যতম। এজন প্ৰকৃত শিল্পী । জীয়াই থাকক আপোনাৰ স্বাধীন সত্ত্বা।।

  • @kumudray3139
    @kumudray3139 หลายเดือนก่อน +1

    Eman dhuniya deshprem mulok git upohar diyar babe aponaloi bhut bhut thank

  • @dipulkalita978
    @dipulkalita978 หลายเดือนก่อน +1

    Uff ....ki Kom aru , ei gantu xunile Tej utoli uthe .....❤❤❤

  • @rajibrabha839
    @rajibrabha839 หลายเดือนก่อน +1

    সুন্দৰ ককাইদেউ ❤🙏

  • @rubulborah177
    @rubulborah177 หลายเดือนก่อน +2

    বহুত ভাল লাগিছে ❤

  • @Nayansumu
    @Nayansumu หลายเดือนก่อน +3

    Bahut bhal hoise kokaidew❤
    জয় আই অসম
    আমি অসমীয়া

  • @dibyajyoti5140
    @dibyajyoti5140 หลายเดือนก่อน +1

    কবলৈ ভাষা নাই ।❤

  • @gyanjyotichangmai9174
    @gyanjyotichangmai9174 29 วันที่ผ่านมา +1

    ভাল লাগি শুনি আৰু এনে কোৱা গান আগলেও গাই যাব 🔥✊👏

  • @HamandraBora
    @HamandraBora หลายเดือนก่อน +1

    দেশৰ কাৰণে গান গলে আমাৰ অসমীয়া মানুহে ভাল নাপাই,😢 but এনেই কিবা এটা গাই দিয়ক , বোহুত ভাল পাই,
    এয়াই অসমীয়া মানুহ , ককাই 😢 গানটো বহুত ভাল লাগিল ❤❤❤

  • @BabaDutta-p5j
    @BabaDutta-p5j หลายเดือนก่อน +1

    Bondhu enedorei aaguwai goai thaka🙏🙏

  • @surajitdoley3296
    @surajitdoley3296 หลายเดือนก่อน +1

    সাংঘাটিক শ্ৰুতিমধুৰ!অৰ্থপূৰ্ণ দেশপ্ৰেমমূলক গীত। অভিন্দন!

  • @sikhamoniboruah1363
    @sikhamoniboruah1363 หลายเดือนก่อน +1

    Ki duniya kontho👍👍😊😊

  • @MinakshiSaskiaphukan
    @MinakshiSaskiaphukan หลายเดือนก่อน +1

    Dhuniya hoise dadaa ❤❤❤

  • @prankrishnakalita4613
    @prankrishnakalita4613 หลายเดือนก่อน +1

    ধুনীয়া হৈছে গানটো

  • @ParashmonikalitaParashmonikali
    @ParashmonikalitaParashmonikali หลายเดือนก่อน +1

    Kokaidew jai ai axom ❤
    Happy independent day in advance 🎉

  • @santanukonwar696
    @santanukonwar696 หลายเดือนก่อน +1

    ❤❤❤❤Bohut Val lagise

  • @AdityaDulakakharia-k7b
    @AdityaDulakakharia-k7b หลายเดือนก่อน +1

    বহুত ভাল লাগিলে ❤❤❤❤

  • @sudeshnamohan5582
    @sudeshnamohan5582 หลายเดือนก่อน +2

    সুন্দৰ ❤❤

  • @DipankarBhuyan-ef7fw
    @DipankarBhuyan-ef7fw หลายเดือนก่อน +1

    Mon sui goise kokai deu bohu dinor murot

  • @mousumlason13
    @mousumlason13 24 วันที่ผ่านมา +1

    Hundor ❤

  • @DhrubajyotiDekaraja
    @DhrubajyotiDekaraja หลายเดือนก่อน +1

    Dhunia hoise da da

  • @67Vijay67
    @67Vijay67 28 วันที่ผ่านมา +2

    জয় আই অসম

  • @minabakathial
    @minabakathial หลายเดือนก่อน +1

    Bohut Dhuniya kokaidew❤❤❤❤❤❤😢

  • @pabitraprandutta2497
    @pabitraprandutta2497 26 วันที่ผ่านมา +2

    জয় আই অসম ❤️

  • @ParthoProtim-qk6iu
    @ParthoProtim-qk6iu หลายเดือนก่อน +1

    Bohut val lagil mama❤️

  • @PronobjyotiGogoi-t3k
    @PronobjyotiGogoi-t3k 21 วันที่ผ่านมา

    Bor hundor hoise gan tu ❤❤❤❤ 👍👍👍👍👌👌👌👌👌

  • @bikisingh6676
    @bikisingh6676 หลายเดือนก่อน +1

    Xundor hoisa kokaideu❤

  • @kuladeepdeka8820
    @kuladeepdeka8820 หลายเดือนก่อน +1

    Bhut dhuniya lagica

  • @khirodgogoi9545
    @khirodgogoi9545 14 วันที่ผ่านมา

    gar num hiyori uthithise ❤

  • @digantadeka7201
    @digantadeka7201 28 วันที่ผ่านมา +1

    Agoteo xunisilo❤❤❤

  • @kjeng9809
    @kjeng9809 หลายเดือนก่อน +1

    ধুনীয়া হৈছে🎉🎉

  • @appresent2617
    @appresent2617 หลายเดือนก่อน +1

    মোৰ ভাল লগা প্ৰয় গীতটি পুনৰ মুক্তি দিয়াৰ বাবে ধন্যবাদ দাদা

  • @h.mseniorsecondaryschool9626
    @h.mseniorsecondaryschool9626 หลายเดือนก่อน +1

    Very nice song. Outstanding.

  • @axomrrr1709
    @axomrrr1709 28 วันที่ผ่านมา +1

    ইমান ভাল লাগিছে ❤❤

  • @DimpiGogoi-rp7uo
    @DimpiGogoi-rp7uo หลายเดือนก่อน +1

    Bohut val hoise o dada

  • @PabansaikiaPabansaikia
    @PabansaikiaPabansaikia หลายเดือนก่อน +1

    বহুত ভাল লাগে গীতটো ।জয় আই অসম

  • @gohainassamvlog2453
    @gohainassamvlog2453 หลายเดือนก่อน +1

    💐❤️💮🌸 জয় আই অসম ❤

  • @jonjyotideka5370
    @jonjyotideka5370 หลายเดือนก่อน +1

    Dhuniya 🙏❤😢

  • @ThanuGogoi-dl5vh
    @ThanuGogoi-dl5vh หลายเดือนก่อน +2

    সুন্দৰ ❤

  • @bipulboruah5834
    @bipulboruah5834 หลายเดือนก่อน +1

    বহুত ভাল লাগিল।

  • @HamandraBora
    @HamandraBora หลายเดือนก่อน +1

    ককাইদেউ মজা গাইছে

  • @r.b.g6432
    @r.b.g6432 หลายเดือนก่อน +1

    ❤❤❤❤ আগুৱাই যাওক।

  • @niranofficialmedia
    @niranofficialmedia หลายเดือนก่อน +1

    Superb da da❤❤❤❤❤❤

  • @munindra__tamuly
    @munindra__tamuly 20 วันที่ผ่านมา +2

    জয় আই অসম 💪🙏❤️

  • @PawanRecords-q4d
    @PawanRecords-q4d หลายเดือนก่อน +1

    Juii ❤❤

  • @MUNUKONDAS
    @MUNUKONDAS หลายเดือนก่อน +1

    Joy ai axom bipin da

  • @rajaboruahpercussion
    @rajaboruahpercussion หลายเดือนก่อน +1

    Beautiful song Bipin da.I feel so proud to be a part of this Song.Nice singing 🙏🙏🙏

  • @উৎপল
    @উৎপল หลายเดือนก่อน +1

    Xundor❤️

  • @doyanugohain8596
    @doyanugohain8596 หลายเดือนก่อน +1

    ককাই তুমি সঁচাই সাহসী তোমাৰ কন্ঠৰ অবিহনে দেশপ্ৰেমমূলক গীত বোৰ বিলীন হৈ গৈছে ধন্য ককাই তুমি আগুৱাই যোৱা। তোমাৰ সুস্থ শৰীৰ কামনা কৰিলোঁ।চুনু

  • @archanagarah1036.
    @archanagarah1036. หลายเดือนก่อน +1

    Heart touching song❤

  • @kushallx8474
    @kushallx8474 24 วันที่ผ่านมา +1

    জয় আই অসম ❤️❤️❤️❤️❤️

  • @kolpona99
    @kolpona99 27 วันที่ผ่านมา +1

    Joi ai axom 💪🖤