মই গৰ্ভৱতী থকা অৱস্থাত সি মোক বেয়াকৈ মাৰিছে😭😡

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.ย. 2024

ความคิดเห็น • 483

  • @arpanachangmai2615
    @arpanachangmai2615 ปีที่แล้ว +59

    মোৰ জীৱনৰ লগত সম্পূৰ্ণ মিলিছে কথাবোৰ। মোৰ সংসাৰ খন শেষ কৰিলে মোৰ শাশুৱে। মোৰ দুটা সন্তানক মই বহু কষ্টেৰে ডাঙৰ কৰিলোঁ। ঈশ্বৰৰ আশীৰ্বাদত মোৰ এটা চৰকাৰী চাকৰি আছে। তথাপিও কাকো সুখ দিব নোৱাৰিলোঁ। আগুৱাই যাওঁক।সাহস কৰি যাওক। ঈশ্বৰ আছে।

  • @pranativlogs741
    @pranativlogs741 ปีที่แล้ว +30

    তোমাৰ কথাবোৰ শুনি বৰ দুখ লাগিল৷ মোৰো জীৱনত এনে কিছুমান ঘটনা ঘটি গৈছে তোমাৰ কাহিনীৰ লগত অলপ মিল আছে৷ বৰ্তমান সময়ত ভাল যদিও তোমাৰ কাহিনী শুনি মোৰো কথা বোৰলৈ মনত পৰি আহিল৷ অন্তৰত বৰ পালোঁ৷ মই কথাই কওঁ ভগৱানে তোমাক আৰু ল’ৰাটোক ভালকৈ ৰাখক৷

  • @MinakshiSonom
    @MinakshiSonom ปีที่แล้ว +62

    জীৱনত সকলোতকৈ ভাল পোৱা মানুহজনে যদি বিশ্বাস ঘাটকতা কৰে তেতিয়া পৃথিৱী খনেই অন্ধকাৰ যেন লাগে।😢

    • @lipikajuwar8913
      @lipikajuwar8913 11 หลายเดือนก่อน +3

      ☹️☹️☹️☹️

  • @mousumimousumi1456
    @mousumimousumi1456 ปีที่แล้ว +19

    আপোনাৰ কথাখিনি শুনি মনত বহু দুখ লাগিল।কাৰোৱেই জীৱনত এনেকুৱা দুখ নহ‌ওক।কথা এটা ক‌ও বেয়া নাপাব কাৰণ নাৰীয়েই নাৰী কাল। কাৰণ এখন ঘৰত মাকে পুত্ৰ আৰু বোৱাৰী দুয়োজনকে সমান চকুৰে চোৱা উচিত। নিজৰ লৰা ভাল আনৰ ছোৱালী জনী বেয়া।এই দৃষ্টিয়ে কেতিয়াও চাব নালাগে। প্ৰায় দেখা যায় এইটো।মা প্ৰবিত্ৰ নামত ম‌ই আঘাত সানি কথা কোৱা নাই। কাৰণ সকলো তেনে নহয়।

    • @user-sr5jo9mm6t
      @user-sr5jo9mm6t ปีที่แล้ว

      ছোৱালী হয় জনম লোৱাটোৱে পাপনেকি
      মহিলাসকলক কি বুলি ভাবে পুৰুষসকলে
      বা মা দেউতাই কেবল বিয়া ।অসমীয়াত এষাৰ কথা আছে জোৱাই নিলেও নিয়া আৰু জমে নিলেও নিয়া তাৰ পিছৰ পৰিস্থিতি কি হব এবাৰ নাভাবে মোৰ অৱস্থা একে । কিন্তু নামাৰে বিশ্বাস ভাঙি
      দিয়া পিছত বিশ্বাস কৰিব পাৰি জানো ।
      বহুত কথা কব মন জায় ।

  • @jamunkumarpatiri8531
    @jamunkumarpatiri8531 ปีที่แล้ว +13

    আপোনাক ঈশ্বৰে শক্তি দিয়ক আগবাঢ়ি যাবলৈ।এয়ে মোৰ কামনা। আপোনাৰ কাহিনী শুনি বহুত দুখ পাইছোঁ। আগবাঢ়ি যোৱা ঈশ্বৰে লগত আছে।।।

  • @pompydevi769
    @pompydevi769 ปีที่แล้ว +26

    😢😢😢কি কৰিব আমি নাৰী জাতিটো বহুত দুখ কষ্ট সকলো পাও যদিও নিজৰ মানুহ জনক পাহৰিব নোৱাৰি । কিন্তু যদি তোমাৰ ভাল পোৱা টো অপমান কৰে তোমাক ইমান কষ্ট দিছে । তুমি পাহৰি যোৱা

  • @barnalidas6665
    @barnalidas6665 ปีที่แล้ว +24

    শুনি বহুত দুখ লাগিল 🥹 এনেকুৱা লাগিলে যে,বিয়া হ'ব ভয় লাগিছে😒😢Love from Barpeta

  • @khorubhuya3039
    @khorubhuya3039 ปีที่แล้ว +10

    বা আপুনি ইমান বেয়া মানুহ জনৰ পৰা আতৰি গৈ ভালে কৰিছে। আপোনাক ভগবানে শক্তি দিয়ক।

  • @user-Niku24.
    @user-Niku24. ปีที่แล้ว +4

    তেনে এখন ঘৰৰ পৰা,তেনে দস্যু এটা পৰিয়ালৰ পৰা আপুনি যে চিৰদিনলৈ মুক্তি পালে সেইটো ভাল কথাহে।
    তেনে মানুহৰ বাবে চকুপানী টোকাতো উচিত নহয়। নিজকে ব্যস্ত ৰাখি আগুৱাই যাওঁক

  • @duttabdisha7027
    @duttabdisha7027 ปีที่แล้ว +17

    কবলৈ ভাষা নাই ৷ এনে পাশৱিক অত্যাচাৰৰ পৰা মুক্ত হৈ অকলে থকাই ভাল বাইদেউ ৷ আপোনাৰ লৰাটোৰ লগতে আপোনাৰো ভাল হওক🙏আপোনাৰ সাহস আন সকলৰ বাবে আদৰ্শ হব ৷

  • @banashreedeka504
    @banashreedeka504 ปีที่แล้ว +21

    ইমান পাপী মানুহ আছে এইখন পৃথিৱীত সচাই বৰ আচৰিত

  • @parishmitavlogsandcoking5613
    @parishmitavlogsandcoking5613 ปีที่แล้ว +9

    Moi buji paisu ba..tmar logt bht anoyar koril.. society hodhai maiki manuh k dhukhei.. husband buji nplei bht dhukh lgei..bht suwali biya pota manuh k vl pabo bisarei kio njnu aru..

  • @PranabSharma
    @PranabSharma ปีที่แล้ว +11

    She is such a strong lady..hats off to her...may she get justice and spread love all around

  • @ramcharanthakuria928
    @ramcharanthakuria928 ปีที่แล้ว +3

    তোমাৰ জীৱনৰ দুখ লগা কাহিনী বৰ্ণনা শুনি সচাকৈ বৰ বেয়া লাগিছে। বেয়া নোপোৱা যদি তোমাৰ ফোন নম্বৰ টো দিয়ে যেন। বিশেষ অনুৰোধ জনালোঁ। ভগবানে তোমাক ঈশ্বৰৰে মংগল কৰক।

  • @harshitaart2345
    @harshitaart2345 ปีที่แล้ว +6

    Bohut dukh lagil kotha khini huni😢😢...Aru kothakhini imaan dhuniya k kole ba joniye bohut val lagil...Bhagawane kukhole rakhok hodai aguwai jauk

  • @rksnil
    @rksnil ปีที่แล้ว +4

    কি ক'ম তৰাবা ৷ যদিও অলপ কৈ জানিছিলো আজি এনেকৈ আজি এনেকৈ জানিব পাৰি খুবেই দুখ লাগিল ৷

  • @kaustuvvlog3934
    @kaustuvvlog3934 ปีที่แล้ว +8

    সচাকৈ মাইকি মানুহৰ জীৱনতো বহুত দুখৰ যায় ,মোৰো জীৱনতো একে বা তথাপি মাৰ ঘৰত আহি লৰাটো বুকুত বান্ধি সাহখেৰে আগবাহি গৈ আছো | আপুনি অলপ কওঁতে মোৰ চকুৰ আগত ভাহিঁ গৈচে সকলো কস্ট | আপুনি ভগৱানক আশিবাদ লৈ জীৱনতো আগবঢ়াই লৈ জাওক বা 😭😭😭😭

    • @user-wd1xh7fd7p
      @user-wd1xh7fd7p 5 หลายเดือนก่อน

      ভূমি এইটো ভাল কৈছা ল'ৰা ছোৱাইন পলসুৱা কৰিব নালাগে

    • @user-wd1xh7fd7p
      @user-wd1xh7fd7p 5 หลายเดือนก่อน

      আলসুৱা কৰিব নালাগে

  • @masiabegum5999
    @masiabegum5999 ปีที่แล้ว +11

    তোমাক মহান আল্লাহে শক্তি আৰু ধয্য প্ৰদান কৰক

  • @nabachakraborty6780
    @nabachakraborty6780 ปีที่แล้ว +2

    ভন্টি তোমাৰ কাহিনী খিনি শুনি খুবেই ‌দুখ লাগিছে ‌
    সাহসেৰে যুঁজ ‌কৰি যোবা একদিন জয় হবা।
    অতিত পাহৰি‌‌ যোবা।লৰা বাবে নিজকে

  • @chumitalukdar5323
    @chumitalukdar5323 ปีที่แล้ว +3

    চকু পানী ওলাই গল মাকৰ লগতে লৰা টোলৈ দুখ লাগিল ভগৱানে কাৰো লগত এনে নকৰে যেন। দোষী ক ভগৱানে উচিত শাস্তি দিয়ে যেন

  • @pompibharali8578
    @pompibharali8578 ปีที่แล้ว +2

    apunar kahini xuni bhut beya lgise .......😢 Ru apuni xosakoi bhut strong and dhoijokhil hoi maam ❤ ❤

  • @user-sc4kq9dz3r
    @user-sc4kq9dz3r ปีที่แล้ว +12

    অমৰ প্ৰেমৰ বাবে এখনি হ্নদয় লাগে যত কামনা বাসনাৰ জুই নালাগে। শীতৰ শীতলী হাৱা বসন্ত কালৰ সুগন্ধি তগৰ মালতীৰ অপূৰ্ব গোন্ধ চিৰকাল চিৰ আনন্দ ময় আমোলমোলাই থাকে। প্ৰেমৰ অৰ্থ হিমালয়ৰ শূঙগ
    । । প্ৰেমৰ অৰ্থ দৈহিক মিলন নহয়। অসভ্ৰ সমাজ আৰুঅসভ্ জনে প্ৰেমৰ অৰ্থ নোবুজে। প্ৰেমৰ নাম ত নাৰী নিজাতন বহুতো অনাই। প্ৰেমৰ মতা মাইকী নাই

    • @user-sc4kq9dz3r
      @user-sc4kq9dz3r ปีที่แล้ว +1

      থৈ

    • @user-sc4kq9dz3r
      @user-sc4kq9dz3r ปีที่แล้ว

      দুষ্ট ল'ৰা বোৰে অবুজছোৱালী বোৰ ক প্ৰেমৰ কবিতা লিখি নুবুজে প্ৰেমৰ অৰ্থ বাসনাৰ জুই যে পুৰি ছাৰ খাৰ কৰে জীৱনক। প্ৰধান কামনা বাসনা এৰা প্ৰকূত প্ৰেমক ধৰক। জগতত মঙ্গল কামনা কৰা

  • @dishamoni481
    @dishamoni481 ปีที่แล้ว +3

    Soku Pani olai gol👉sowa ma khei2 papa ....aikhini kowte bohut dukh lagil...bcz .khei papa jonei teo n Jak apuni hiya ujari val pai sob ari ahisil😭aji aneke sabo loga hoise teok....
    Bohutei dukh lgil..
    But apuni jothestho strong hoi gol..loratuk vl korok..akha koru deutak vl mnuh hoi ghuri ahok

  • @Budwhy
    @Budwhy ปีที่แล้ว +6

    Try not to put any controversial thumbnails just to gain views.Look at those teardrops.God bless you

  • @mamonisarma7926
    @mamonisarma7926 ปีที่แล้ว +11

    Moral - parents k eri ketiao jabo nalage , parents t koi apun kunu hobo nuware. 2nd nijor career nuhuwakoi biya hoboi nalage 😢😢😢

  • @user-sc4kq9dz3r
    @user-sc4kq9dz3r ปีที่แล้ว +4

    প্ৰেম বিবাহ আৰু ভাল পোৱা নাটকৰ অভিনয় নহয়। ইয়াৰ কোনো অভিনেতা অভিনেত্ৰী ও নাথাকে। প্ৰেম মানে কামনা বাসনা আদি নহয়। প্ৰেমৰ অৰ্থ স্বৰ্গীয় পৱিত্ৰতাৰ ছোৱালী আভাস। প্ৰেম শ্ৰদ্ধা ভক্তি আৰু আত্ম বিশ্বাসৰ প্ৰতীক। প্ৰেমৰ পুৰুষ মহিলা নাথাকে। প্ৰেম দৈহিক নহয়। দৈহিক বাসনাও নহয়।ই চিৰসেউজীয়া। প্ৰেম হিয়াত থাকে মুখত নহয়।

  • @joyshreeboruah1908
    @joyshreeboruah1908 10 หลายเดือนก่อน +1

    পৃথিৱীত দেউতাৰ বাদে নিস্বাৰ্থ ভাৱে ভালপোৱা হয়তো দ্বিতীয় জন পুৰুষ আৰু কোনো নাই ✨ আনে কি ভাৱে নাজানো কিন্তু মই এইয়াই বিশ্বাস কৰো

  • @sagorikadas6145
    @sagorikadas6145 หลายเดือนก่อน

    আপোনাৰ মানুহজনৰ character ৰ লগত মোৰ ভালপোৱা মানুহজনৰ একেই চৰিত্ৰ একদম একেই .. মোক যে কিমান মাৰিছে কিমান মাৰ খাইছো ঠিক নাই ..এনেকুৱা নহয় যে সি মোক বেয়া পায় কাৰণে বেলেগ ছোৱালী বোৱাৰী বোৰৰ লগত সম্পৰ্ক ৰাখে তাক মোক ও লাগিব তাৰ জীৱনত আৰু বাকী বোৰ ও লাগিব .. বহুত ভাবি চিন্তি সিদ্ধান্ত ললো যে নাই তেঁও তেঁওৰ জীৱনত সুখী থাকক মই অবিহনে আৰু মই ও থাকো .. কিন্তু ভালপোৱা মানুহজনৰ এনেকুৱা ব্যৱহাৰ আৰু বিশ্বাসঘাটকতা মানি লবলৈ টান হয় ও .. তাক কিমান ভাল পাইছিলোঁ সেয়া মই লিখি বুজাব নোৱাৰোঁ ..এতিয়া আৰু আঁতৰি আহিলোঁ .. এতিয়া মই সুখী বুলি এ কম ..

  • @ruhihiya2947
    @ruhihiya2947 11 หลายเดือนก่อน +2

    তোমাক কৰা অত্যাচাৰক আশীৰ্বাদ হিচাবে তোমাৰ জীৱনলৈ আহিল । ধন্যবাদ আগবাঢ়ি যোৱা ।

  • @robinmahanta8768
    @robinmahanta8768 9 หลายเดือนก่อน

    দুখ লাগিল,,, তেনে ধৰণৰ ব্যক্তিৰ পৰা বাচিলা তুমি। এটা সুন্দৰ কৰ্মত জড়িত হৈছা। আগুৱাই যোৱা,, শেষ পৰ্যায়ত তোমাৰ ভৰিত পৰিবহি।

  • @anjalibhuyan8884
    @anjalibhuyan8884 ปีที่แล้ว +3

    মোৰো বাৰ দৰে প্ৰায়েই বহুত মিল আৰু বেছিহে হব 😢 😢😢মই ভালকৈ অনুভৱ কৰো কিমান যে কষ্ট হয় সহিবলৈ কেৱল ভুক্তভোগী জনেহে বুজিব পাৰে 😢😢😢😢😢

  • @rubitaid9848
    @rubitaid9848 11 หลายเดือนก่อน +2

    Apunar kahani huni bohut dukh lagil baidew.....iman dukh thokar pisotu apuni aag bahibo j parise.... bhogowane apunak aru hokti diyok aag bahiboloi

  • @sehnazvlogs9921
    @sehnazvlogs9921 ปีที่แล้ว +2

    Hodai ai show2 sau moi kin2 katiau comment kora nasilu kin2 aji ai kaheni2 huni bohut dukh lagila o sokur pani ulai gol..apunar lora2r future bohut val houk akhirbad korisu

  • @peecee8892
    @peecee8892 ปีที่แล้ว +1

    Tarali Baa believe a koribo nuwarisu j Jitul Da eibur korise, I m totally shocked. Apunalok college ot love birds asile aru tar ending enekuwa? Be strong be positive mur aru eku kobo loga ni, I m speechless. 😢

    • @kiddlynikha
      @kiddlynikha ปีที่แล้ว

      Jitul ki likhe moio bongaigaon re hw

    • @barashadas2552
      @barashadas2552 ปีที่แล้ว

      Jitul pathak

  • @shikhaboruah401
    @shikhaboruah401 ปีที่แล้ว +14

    এনে চাহু কাৰণে বহুত বোৱাৰী জীবন শেষ হৈ গৈছে।

  • @angshumoniborah2478
    @angshumoniborah2478 ปีที่แล้ว +11

    বৰ ভাল লাগিল, উৎসাহিত হ'লো কথাবোৰ শুনি।

  • @nabingogoi3179
    @nabingogoi3179 11 หลายเดือนก่อน +1

    ছোৱালী জনী বহুত ভাল কিন্তু অতিকে দূৰ্ভগীয়া । একো কৰিব নোৱাৰো কিন্তু ভগবানে আৰু দুঃখ নিদিয়ে যেন । ল'ৰাটো আৰু মাকৰ সুখ শান্তি চিৰ প্ৰবাহ মান হওঁক ।

  • @Yasiworld25
    @Yasiworld25 ปีที่แล้ว +2

    Aku nai ba single mother hisape apuni bht strong..... Aku a tnxn nolobo apuni.... Cz apuni bht ag bahise aru bahibo

  • @nonsakonyak9495
    @nonsakonyak9495 ปีที่แล้ว +3

    সঁচাকৈ বা বহুত দুখ লগিছে ।।।হৈ আছে tbkua amr ইয়াতো

  • @pujarajbangshi6455
    @pujarajbangshi6455 ปีที่แล้ว +28

    শুনি বহুত দুখ লাগিল! জীৱনত বিয়া হবলৈ ভয় লাগে 😢😔

    • @chandrimadeka1677
      @chandrimadeka1677 ปีที่แล้ว +4

      Same condition😢😢😢

    • @pujarajbangshi6455
      @pujarajbangshi6455 ปีที่แล้ว

      @@chandrimadeka1677 😔

    • @abhijitbarman5730
      @abhijitbarman5730 ปีที่แล้ว

      ​@@chandrimadeka1677val lgy rsti bisonot bagor di

    • @chandrimadeka1677
      @chandrimadeka1677 ปีที่แล้ว

      @@abhijitbarman5730 Kun tumi sini a npow sn a😂😂sera sala comment krba ahe sini npowa ke🤣🤣🤣

  • @mamonisaikia304
    @mamonisaikia304 11 หลายเดือนก่อน +2

    বাইদেউ নিজৰ মানুহ জন যদি শত্যু হয় তাতুতকৈ একো নাই ইশ্বৰে সহায় কৰক

  • @jyotishanjelentertainment3171
    @jyotishanjelentertainment3171 ปีที่แล้ว +2

    Ki j homoi ahile 😢aaji dint biya hbloiu u hsai bht voi lga hol...val howk apunar...

  • @n.musiccompany9670
    @n.musiccompany9670 ปีที่แล้ว +2

    চাকৰি,টকা পইচা একো কামত নাহে সংসাৰ জীৱন এটা বেলেগ জীৱন।

  • @InuDutta-xn3cf
    @InuDutta-xn3cf ปีที่แล้ว +6

    তাৰ তেজ বল থকালৈকে সি বেলেগৰ প্ৰেম কৰিব চাব এদিন তোমাৰ ভৰিত পৰিব লাগিব ।সি কেতিয়াও শান্তি নাপায় ।

  • @aamiaxomiya6201
    @aamiaxomiya6201 ปีที่แล้ว +3

    Ei rastatu bohut kothin hoi baideo . Moi o ei rastrei agraki . Sob milise Apunr lgt .khli apunk gaat hat tulai kintu mok emn nhoi . Kintu bohut slang koi bohut mental Harashmnt paisu tar pora Sihtr maak bpekr pora . Moi o Mr mnuhjnk thik kribo nuarilu

  • @binamudoi6151
    @binamudoi6151 ปีที่แล้ว +4

    সচাই বৰ দুখ লগা কথা, তৰালী বা , আপোনি ভাগি নপৰিব , আনে চাওক বা নেছাওক ? আপোনি আপোনাৰ লৰাতোক ভাল মানুহ কৰি তোলিবৰ লাগিবৰ । ধন্যবাদ,(বিনামোদৈ) লক্ষীমপুৰ চাউলধোৱা 😭😭🙏👍🤘

  • @ranjugogoi419
    @ranjugogoi419 11 หลายเดือนก่อน +1

    পুত্ৰক মাক দেউতাকে কেতিয়াও বেয়া নকয় আৰু যিমানেই দোষী হ'লেও দোষ নাই বুলিয়েই কয় কিন্তু লোকৰ ছোৱালী জনী গাত দোষ জাপি দিয়ে প্ৰায় বহুতো তেনেকুৱা আছে আৰু বহুতৰ হৈছে ।🙏🙏🙏

  • @dimpidas325
    @dimpidas325 ปีที่แล้ว

    Ki km vakha nhuwa hoi goise.. Matro apunar struggle khini huni soku pani olise.. Apuni aguwai jawok.. Val kam kri jawk life t.. Salute mam... Love from Nalbari... ❤🙂

  • @ts3464
    @ts3464 9 หลายเดือนก่อน +1

    My heart goes out to you. How brave💕God Bless you and your baby boy. Please stay strong.

  • @arunmissong432
    @arunmissong432 ปีที่แล้ว +2

    Tumak bhagobane aituwei dise gotike tumar bashak bhalmanuh bnuwa bhagoban tumak edin kripa koribo

  • @meherakhatun7551
    @meherakhatun7551 11 หลายเดือนก่อน

    Baideu আপোনাক dhoinnabad । আপোনাৰ জীৱন টোৰ দৰে মোৰ জীৱনৰ এটা সময় পাৰ হৈছে । ধৈৰ্য ধৰিলে এটা ভাল দিন আহে নিশ্চয় । 50:07

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 ปีที่แล้ว +2

    Maak Aru putekok Goru pitton diibo lage.eijoni Maak k besi pitton dibo lage.God bless you. Go ahead way to your journey. Always be positive and happiness. All the best wishes to Tarali.

  • @bimaladas4645
    @bimaladas4645 หลายเดือนก่อน

    কথাখিনি শুনি বহুত দুখ লাগিল

  • @birendeka5674
    @birendeka5674 11 หลายเดือนก่อน

    WHOIS THE. Great man who stands alone. Really you are a honest.

  • @HiranjyotiBorah-bn1qk
    @HiranjyotiBorah-bn1qk ปีที่แล้ว

    Tumi aguai jua baa...tumr lgt vogoban ase...tumr kothai mur ontor Sui goise Kandi plaisu tumr kotha khuni...tothapi u Mota manuhe nubuje no baa...

  • @debelinabharali9815
    @debelinabharali9815 ปีที่แล้ว +2

    Baido..manuhok emn bhal pabo npai..nijor jibon dhongsho kori ,nijor lorar jibon dhongsho kori aponak bhal pua manuh khinik dukh nidibo.aponi aponar loratuk bujabo j tar bapek nai karon deutak nuhua bht hontanu make okole dangor korise.aponi loratuk bhalkoi gorh diok.hihe aponar future.baki sab misa.aponar kotha khini huni bht bea lagil but aponi nijor life tu enekua pixas etar karone ses kori nidibo.aponi aponar loratuk loi eta hundor life start koribo try korok .may God bless ur son🙏 bea npabo aru eta kotha kou pare jodi aponi Brahma kumari join korok jibonot hosake Santi pabo

  • @mukutbaruah2354
    @mukutbaruah2354 ปีที่แล้ว

    Joubone Amoni kore. Pl. Jago , jago duniya. Aaji bhut dukh Palo . Mr Krishna bonib mon goise ...

  • @pinkuboruah2245
    @pinkuboruah2245 ปีที่แล้ว +1

    Moi apunar video to assamr bahiyr pora sai asu, bohut dukh lagil,ase kisuman mota bohut bea/bodmas😭😭😭 dukh nkrib mon vagi nidib nijk/lora tok loi aguwai jauk,god help you.

  • @risha_cyam
    @risha_cyam ปีที่แล้ว

    Thanq himashree baa ...amak ata eman dhunia story ata dekhua babe....aru thanq again Tarali baa....aji teur lifer struggle huni bohut besi inspired hoisu coz baar logot muru past tu bohutkhini similarity asil so aji moi videotu sai bohut besi vabuk hoi porilu... baa ketiaba homoy ahile hoitu moiu sage bisarim mur story tu share koribole...aji baa jidore struggle kori ase moiu kori asu mur past tu ari aha pasot

  • @jahanabibeautifulidieagogo5389
    @jahanabibeautifulidieagogo5389 11 หลายเดือนก่อน +1

    Muru jibont akai soli aase husbndr baaeyk dujoni ru hohur hahu husband e hokhar dokh kori aase

  • @PhuleswarGogoi-ov1wl
    @PhuleswarGogoi-ov1wl 11 หลายเดือนก่อน +2

    জীৱনৰ সংগ্যা বিচাৰি নাপাওঁ,পুৰুষ বানাৰীয়েই হ
    ওক,মনৰ যাতনা সকলোৰে একেই,পক্ৰিয়া বেলেগ হব পাৰে,

    • @jahidabegum6044
      @jahidabegum6044 11 หลายเดือนก่อน

      Atiah akha Kori asah

  • @kalpanarai77M
    @kalpanarai77M ปีที่แล้ว +4

    No words 😭🙏🏻🙏🏻 love from, Nepal 🇳🇵 ❤️🙏🏻

  • @junmoniphukan5981
    @junmoniphukan5981 10 หลายเดือนก่อน +2

    😢😢 মোৰ জীৱন টো আপোনাৰ দৰে কবলে কোনো ভাষা নাই

  • @bulbuliyadav6928
    @bulbuliyadav6928 ปีที่แล้ว +1

    Sokur Pani ulai gol baa, bahut dukh lagil. Lora tur karone hahi furti kori thakibo, lora tur karone apuni e Maa ru Deuta.

  • @user-zp8ez5rf8r
    @user-zp8ez5rf8r 10 หลายเดือนก่อน

    বা আপোনাৰ কথা শুনি বহুত দুখ লাগিছে বা কিন্তু আপুনি আগবহি যাওঁক তাৰে কামনা

  • @PhuleswarGogoi-ov1wl
    @PhuleswarGogoi-ov1wl 11 หลายเดือนก่อน +2

    হৃদয় ৰ যাতনা বুজি পোৱা লোকে অন্যায় আচৰন কৰিব নোৱাৰে

  • @switybegom5896
    @switybegom5896 ปีที่แล้ว

    Aru Baidew Joni Kotha Bur Xuni Xosai Vagi Porilu. Baidew APuni Jomo r Mukhor Pora Basi Ahise Atiya Aru Apunar Tension Nai Baidew APuni Apunar Etsa re Xokolu Kam, Xopun , Axa Purai Jawok.. Aru Lorajonk Manuh Bonayok... Jikhini Dekhisu aji Apunak apuni Bht Xahokhi aru Talent Thoka Ajoni Maa... Sallued Apunak Baidew...

  • @user-yx1kb6ux5m
    @user-yx1kb6ux5m 10 หลายเดือนก่อน +2

    কথাখিনি শুনি বহুতো দুখ লাগিল 😭 আগবাঢ়ি যোৱা ❤❤❤

  • @nayankalita3035
    @nayankalita3035 ปีที่แล้ว +3

    Same condition baa ... apunar majot moi aji kiba olp nijok paisu

  • @BantiDas-ki5xl
    @BantiDas-ki5xl ปีที่แล้ว +1

    Baa apunr kotha huni khub val palu moi.mur o jibn tu apunar dore sem baa moi atiya ki korim vabi par nopowa hoisu baa.mor o ata lora ase.ajir dinot Val Manuh nae.aru mur o hasband thik ake a.

  • @shd483hiya
    @shd483hiya ปีที่แล้ว +25

    Love from bongaigaon 💗🥀 ভগৱানে আপোনাক শক্তি দিয়ক

  • @nayanbarman3001
    @nayanbarman3001 ปีที่แล้ว

    Baa tumi atori ahi bhut vl korila,tumi aguai juwa , vogowane tumak aru babuk vale rakhok ,love you baa ,baa tumar kotha bur xuni bhut dukh lagil ,moi nalbarir hoi jd vogowane bisare ketiyeaba log pam baa bhut mon ase tumak log paboloi mur nam Bornali

  • @Pallavichutia1
    @Pallavichutia1 11 หลายเดือนก่อน

    Bht dhuniya ktha koisa ba khuni thakile khuni thaku thaku jen lage ❤❤❤❤

  • @user-xw6cb5ou7w
    @user-xw6cb5ou7w 11 หลายเดือนก่อน

    Baa, xosai apuni bht cool hoi aru jitu step jibonot lole bht bhal korise... Xodai anedore strong hoi aagoloi jauk.. Female ketiyao weak nohoi.. Jibonot juj dibo lage... All the best for u'r future.

  • @majulishort2211
    @majulishort2211 ปีที่แล้ว +5

    সচা কথা বা ছোৱালী বোৰ জীৱন টো কিয় বুজি নাপাই

  • @arotitanti2537
    @arotitanti2537 10 หลายเดือนก่อน

    Bohut dukh lagil tumr kothabilak huni😢But next step ji bilak tumi loisa hosai val lagil -- Eman dhiniakoi kotha kua suwali joni bohut bohut morom tumaloi ❤ Aguai jua

  • @rajugogoi3943
    @rajugogoi3943 7 หลายเดือนก่อน

    কথা বোৰ মোৰ জীৱনৰ লগত মিলি গৈছে । ময়ো ল'ৰা দুটা কাৰণে জীয়াই আছোঁ

  • @afiyazannat4849
    @afiyazannat4849 ปีที่แล้ว +2

    Ba kothabur xuni bht beya lagil...n apuni bht khahxi hoi....

  • @sagarikabarman8825
    @sagarikabarman8825 ปีที่แล้ว +1

    Bahut beya lagil .aru apuni aaguwai jauk.apunar aru vale thakok.apunar lora to bahut val habo.

  • @user-td9zy1hd9r
    @user-td9zy1hd9r 9 หลายเดือนก่อน

    ভাল লাগিল কথা বোৰ শুনি। আপোনাৰ পৰা অলপ সাহস পাইছো

  • @rajeshkalita5394
    @rajeshkalita5394 ปีที่แล้ว +1

    Baidau apuni dukh nkrbo...apuni agbari jawk .. kamona koru sdy...

  • @Banditaskibakibi
    @Banditaskibakibi ปีที่แล้ว +12

    তৰা বাক বহুত দিনৰ পৰা চিনি পাওঁ। বহুত সাহসী নাৰী ।

  • @tapanbhuyan2853
    @tapanbhuyan2853 ปีที่แล้ว

    Apunak mur falor pora Hajar bar salut apunar dukhar kotha suni moi achorit hocu apunak Vogobane aguai niba apunar feature bahut val hobo

  • @trishnadutta6903
    @trishnadutta6903 ปีที่แล้ว +2

    Kotha khinia mon sui goisa ❤

  • @kdlonglife2983
    @kdlonglife2983 ปีที่แล้ว +2

    Apuni bohut Val baa kintu khoklu anekua nhoi mur khetrot uluta Hoi gol
    Valke thakok

  • @sunmanicreativity9423
    @sunmanicreativity9423 ปีที่แล้ว

    Kije maiki manuh.nijr nijor vulr karone nijor life bea korile baru bujilu.kinto maiki manuh eman strong hoi jar karone nijor children k ata Val life dia to sahas rakhibo lage..kio tai atiaw tak Miss koribo lage ...dhei..tak dekhabo lage Val ata life lora tuk d

  • @birendeka5674
    @birendeka5674 11 หลายเดือนก่อน +1

    Failure is the piler of success. God save you.

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 ปีที่แล้ว +6

    So sad and inspiring story. Unique and ultimate story hoi. God help to him. All the best wishes to You 🎉

  • @jgogoi925
    @jgogoi925 ปีที่แล้ว

    Bhogowaane apunk aru loratuk jiyai thakibo karone hokti diyok hosai bohot dukh lagi ahisil mur imn val puwa manuh joneyu maribo pare ne??? Nijoke proshno kori saisu bohot dukh logil hukhi hoi thakok baideo ishore mongol korok

  • @aparajitarabhaaparajitarab1709
    @aparajitarabhaaparajitarab1709 ปีที่แล้ว +73

    Mur vakha ni kobo karne ki km,........manuh ajnk kimn khini val pale emn hajya kribo pare baaa.

    • @mainepuwali8399
      @mainepuwali8399 10 หลายเดือนก่อน +2

      Mur lgotu same hoi asa baa but kbo nuru maa Papa k dukh dibo nuru😢

    • @user-wh3in9mu6i
      @user-wh3in9mu6i 9 หลายเดือนก่อน

      Eman bhal swali ejoni paisil murkhaa bujiya napale ajir jugat bahut tan pwatu sasai infact maiu pwa nai ami hua hole kiman maramat rakhilu hai kintu god e amak nidiya futta kapal ei value s bilakak he Diya tathapiu respect dibo najane

    • @ManjuSaud-en4vf
      @ManjuSaud-en4vf 7 หลายเดือนก่อน

      86

    • @kalyanidasxtz8694
      @kalyanidasxtz8694 7 หลายเดือนก่อน

      Queen

    • @user-vq8hp6uu5q
      @user-vq8hp6uu5q 2 หลายเดือนก่อน

      ❤​@@mainepuwali8399

  • @madhukantakhakhlari1476
    @madhukantakhakhlari1476 11 หลายเดือนก่อน

    Dhanya bad harnamaniba aguaijua Bhagabane sahaikariba hay pakhandatuk ashaya nidiba .

  • @sunmonikonwar3888
    @sunmonikonwar3888 ปีที่แล้ว

    Hosakoi narik purukhor homane dhojja diya hl jodiu ba tumr dore ajiu bohu nari nirabe usupi ase . Hontanok manuh koriboloi athoba tene ejon brikrito manokhikotar purukhor abirbhab nohobor babei tumar amar tyag ,dhoijya aru akhim utshahere aguai juar proyujon ase . good luck😊😊😊😊

  • @dhanjitdas863
    @dhanjitdas863 10 หลายเดือนก่อน

    Aponar kathakhini suni bar beya lagil laratok loi agalai agbarhi jaok

  • @bobitaboruah1892
    @bobitaboruah1892 ปีที่แล้ว +2

    God Blessed u Mem👏

  • @nimasrandhanihal
    @nimasrandhanihal ปีที่แล้ว

    Ktha kini huni bht dukh lgil . agbahi jua

  • @user-ow1xh7kh4z
    @user-ow1xh7kh4z 11 หลายเดือนก่อน

    Apunar dukhor kotha suni bohut beya lagil mur.

  • @deepthoughts6904
    @deepthoughts6904 10 หลายเดือนก่อน +1

    In every video the Host looks tired and looks like she wants the story to end early

  • @Dhemajirsampriti
    @Dhemajirsampriti ปีที่แล้ว +25

    You are a survivor setting the world on fire with your truth. And you never know who needs your light, your warmth, and raging courage. That enthusiasm of yours is incredible ❤ Lots of love baa ❤

    • @renuboro6011
      @renuboro6011 ปีที่แล้ว +1

      Himasri mi tomar vidio sadiy sao
      Kintu ajir kahinito mor lagat s milise
      Shasa moi gharat joea nai tumi ati gaisha bhalei kariss.

  • @swapnasri-ug2pv
    @swapnasri-ug2pv 10 หลายเดือนก่อน

    Apunar kotha bur bht suola ru apuni bht nomro hidyur , moi 10 bosor vugilu kintu আপোনালোকৰ video sai bht motivational holu ji joi
    Ass khaya ru khoijo nokoru nijok kholoni korim ru nalge ankua husband ji jon babe nijor ghr yiyag di ahu kintu 😢 tar পিছতো imn oitsar kod khalyu mod nakhalyu , vogwan ni buli ha biswas hoi ru kimn nu vogwan k vabi khoijo korim vl hobo buli ru nohobo

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 ปีที่แล้ว +2

    Sad news. Tarali r husband r ghor kot hoi nu. Teore Nam 2 ki hoi.imam Ovodro ne. Teolukor ghoror environment e beya hoi sage. Teor maak jonio agoraki mohila hoi o mohila r proti iman xotruta kore Neki. Bohut dukhor Kahini hoi.