মোক মোৰ স্বামীয়ে কোৰ্টত মেজিষ্ট্ৰেটৰ সন্মুখত পিটিছে😭😭😭

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 ธ.ค. 2024

ความคิดเห็น • 331

  • @madhusmitanath9138
    @madhusmitanath9138 ปีที่แล้ว +96

    তোমাক দেখি বহুত ভাল লাগিল অ' জেউতি খুৰিমা। গৰিমা ভালে আছে নে ? তুমি আগুৱাই যোৱা ,,, বহুত দিন তোমাক লগ পোৱাই নাই । খুৰিমাই কোৱা প্ৰত্যেকটো কথাই সঁচা। যিয়েই নহওঁক বহুত মৰম তোমালৈ আৰু গৰিমালৈ ❤

  • @rumibaruah111
    @rumibaruah111 ปีที่แล้ว +11

    ইমান সহজ সৰল Baidow জনী,,আপুনি ইমান দুখ পাইছে জীৱনত ভালে থাকক Baidow আপুনি সদায় 🙏🙏

  • @harenpanging3275
    @harenpanging3275 ปีที่แล้ว +10

    শুনি বহুত দুখ লাগিল ৷তোমাক ভগৱানে আগুৱাই নিয়ক ৷

  • @parinitadekaraja
    @parinitadekaraja ปีที่แล้ว +8

    বাইদেউ গৰাকী বহুত সহজ সৰল,,, বহুত ঠাণ্ডা,,, বৰ বেয়া লাগিল,,, বাইদেউ জীৱনটো আগলৈ ভাল হওঁক,,,❤❤

  • @dhrubajyotichakravarty5617
    @dhrubajyotichakravarty5617 ปีที่แล้ว +6

    দূখ লাগিছে, আপোনাৰ মঙ্গল হওক লগতে ছোৱালীৰও

  • @anuradhadevi8403
    @anuradhadevi8403 ปีที่แล้ว +25

    বৰ দুখ লাগিল।😢 ইমান সহজ সৰল মানুহ জনীক এনেকুৱা দুখ দিয়া ভন্ড জনৰ কেতিয়াও শান্তি নহ'ব। আপুনি ছোৱালী জনীক শিক্ষিত কৰক ,ডাঙৰ কৰক । ভগৱানে আপোনাক সহায় কৰিব

  • @dharmendrakaman1859
    @dharmendrakaman1859 ปีที่แล้ว +6

    বহুত বেয়া লাগিল কথা বোৰ শুনি । ভগৱানৰ ওপৰত এৰি দিয়া

  • @swapnasri-ug2pv
    @swapnasri-ug2pv ปีที่แล้ว +1

    মহিলা গৰাকী বহুত vaal ❤ vl hobo apunr ru suwali joni, vogwan bht sukh santi deok 🙏

  • @Oliacharjya
    @Oliacharjya ปีที่แล้ว +7

    সকলোৰে জীৱনৰ সংঘাত বেলেগ বেলেগ মানুহে কিমান যে দুখ যন্ত্ৰনা সহিব লাগে তৰ হয়তো কোনো সীমা নাই আপোনাৰ vedio বোৰে মোক বহুত সাহস দিয়ে বা এনে বোৰ কাহিনী শুনিলে নিজৰ দুখ বোৰ পাতলি যায় , ধৈৰ্য আৰু সাহস বাহি যায় ❤

  • @SavageDestrøyer0
    @SavageDestrøyer0 ปีที่แล้ว +9

    বহুত দুখ লাগিল ।

  • @diptimudoi6177
    @diptimudoi6177 ปีที่แล้ว

    বহুত দুখ লাগিল।কাৰো জীৱন এনেকোৱা নহওঁক যেন।

  • @jayashreesaikiya3922
    @jayashreesaikiya3922 ปีที่แล้ว +1

    Baidew bhagabane aii bisar karibo ,aaponi matra sahash neheruwab, aaguwai jowa ,sabo adin aaponar vall din aahiboi,god bless you.

  • @pravachutia931
    @pravachutia931 ปีที่แล้ว +15

    সেইটো মতা নহয় ,কালপুৰুষ হোজা মাইকী মানুহৰ জীৱনত বহুত দুখ হয় ।

  • @trishnapriyanath196
    @trishnapriyanath196 ปีที่แล้ว +7

    বহুত দিনৰ মূৰত জেউতি বাক দেখিলোঁ । সঁচাকৈ জেউতি বাৰ মাৰ ঘৰখন মহাজনিয়া ঘৰ,, গোটেইকেইজন দাদাকেই চাকৰি কৰে নামজলা ঘৰৰ ছোৱালী জেউতি বা । বহুত অমায়িক আছিল জেউতি বা । সঁচাকৈ বহুত জীৱন সংগ্ৰাম কৰি এইখিনি পাইছে আহি । ভাল মনৰ,,সহজ সৰল,,হাঁহি মাতি থকা ছোৱালী আছিল । বহুত দিন হল দেখা নাই বাক। ছোৱালী জনী ভাল মানুহ কৰা বা । আগুৱাই যোৱা ।বাৰ কথা সকলো বিলাকেই সঁচা। 😢

  • @bamsaichaitom8200
    @bamsaichaitom8200 ปีที่แล้ว

    Dukh dekhai làav nai.She is very strong.God bless her.Tair suwali joniku bhagawanjen hokti diyok.

  • @Buludas005
    @Buludas005 2 หลายเดือนก่อน

    হিমাশ্ৰী বহু ত বহুত ধন্যবাদ তোমাক এনে বেদনা প্ৰকাশ কৰিব দিয়াৰ বাবে বহুতো মহিলা এতিয়াও নিৰ্জাতিত হৈ আছে কিছুমান পুৰুষ মহিলাৰ বাবে

  • @chandanabarman9092
    @chandanabarman9092 ปีที่แล้ว +4

    Val suwali r logot a anekuwa hoi 😢😢😢😢😢😢she deserve love and care😌

  • @sbrahma546
    @sbrahma546 ปีที่แล้ว +3

    বৰ আবেগ বেদনা ভৰা বাস্তব
    ঘটনা দেখি শুনি ইমান দুখ
    অনুভব কৰিছোঁ এয়া প্ৰকাশ
    কৰিব নোৱাৰা। ধন্যবাদ
    আপোনাক প্ৰগ্ৰামটো
    প্ৰচাৰ মাধ্যমত অনাৰ
    কাৰণে।

  • @dipanjaligogoi8851
    @dipanjaligogoi8851 ปีที่แล้ว +8

    ঈশ্বৰ সহায় হ‌ওক আপোনাৰ

  • @reenachetia3491
    @reenachetia3491 ปีที่แล้ว

    Bahut kandilu tumar dukh dekhilu nedekha kai hajar jani anekua dukhat ase tumi aguai jua pariba God bless you maram thakil

  • @MainuJibonorEtuHitu
    @MainuJibonorEtuHitu ปีที่แล้ว

    Apunak bohut marile j hei karone bikh hoi baa.dukh lagil bohut. Hosa Val puwa hole tenekuwai hy o baa.eman hohoj horol monor manuh jonik eman dukh di ketiyao hukhi hobo nuware.hosa kotha prothom manuh jonik rakhibo nuwarile beleg hajar joni anileu rakhibo nuware.dukhor majote hahilu olop hutelor kothatu huni. baideu apuni j eman dukhor majotu j hahi thakibo parise hei karone jiyai thakibo parise.hodai hahi thakibo anekoi aru aguwai jaok.🙏

  • @intazali3839
    @intazali3839 2 หลายเดือนก่อน

    Upar allhy apunar mongol koribo deyok🤲😢

  • @Krittu_xyz
    @Krittu_xyz ปีที่แล้ว +2

    Bhut dukh lagil🥺❤️

  • @samudrajimpi1419
    @samudrajimpi1419 ปีที่แล้ว +6

    মোৰ জীৱনৰ কাহীনী আছে মই খূলি কৱ বিছাৰু বা... আপোনাৰ লগত..

  • @DipaliDeka-pz9up
    @DipaliDeka-pz9up ปีที่แล้ว +2

    সদাই সুখী‌‌ হৈ থাকে বৰমা।বা‌ লগত আপুনি

  • @AbdulRofique
    @AbdulRofique ปีที่แล้ว +14

    ইমান খিনি হৈ যোৱাৰ পিছতো যে আপুনি এতিয়াও তেখেতক ভাল পাই....এয়াই ছাগে আপোনাৰ সচাঁ ভালপোৱা

  • @manumatidaimari8920
    @manumatidaimari8920 ปีที่แล้ว

    😭😭😭😭 may God bless you di 🙏🙏🙏

  • @himashrideka-l2m
    @himashrideka-l2m ปีที่แล้ว +4

    Jbrdsti kri heikrne biya hboi nlge ..hoitu tetya alop beya lgil hoi biya nohoute kintu gutei jibon tu brbd nhol hoi

    • @lukumoniborah4529
      @lukumoniborah4529 ปีที่แล้ว

      Eai khetrat kintu ine ussit bisar kariba lagisil aru manuhjnku kintu vagabne hasti diba adin

  • @gitaligogoi209
    @gitaligogoi209 ปีที่แล้ว

    O hunjoni tumer story huni vl paisu .ratipuwai goisa huni.
    Ru tumi cute hoigoisa 😊

  • @ragbivlogs
    @ragbivlogs ปีที่แล้ว +2

    বহুত বেয়া লাগিল ভগৱানে সহায় কৰক

  • @JyotiBoruah1
    @JyotiBoruah1 ปีที่แล้ว +23

    জীৱনটে নিজৰ, আপুনি নিজৰ মতে চলক। কেৱল আপোনাৰ husband এ নহয়, পৃথিৱীত এনেকুৱা প্ৰতাৰক মানুহেই সৰহকৈ পাব। সেয়ে নিজৰ ওপৰত বিস্বাস ৰাখি কেৱল নিজৰ কথা ভাবি নিজৰ কাৰণে জীয়াই থাকক। ছোৱালীক ভাল মানুহ কৰক। মৰম আৰু শুভকামন থাকিল আপোনালৈ।

  • @JintuBarman-ek1is
    @JintuBarman-ek1is ปีที่แล้ว

    Baideu joni bohut kosto dukhh paise
    Aru bohut khoj khoroll ❤

  • @bandanatalukdar1432
    @bandanatalukdar1432 ปีที่แล้ว

    Dukh lagil Bhout....kintu ki kom ajir xomagkhun eanekwa....upai nai ..aru aji tumer canel2 subscribe kori dilu dia... Bhout Besi val lage tumak..moi Barpeta Road pora de...❤❤

  • @BinoybhaniRajbongshi-so7vl
    @BinoybhaniRajbongshi-so7vl ปีที่แล้ว

    Kahini tu bahut val lagil ba janir aaru ane lagil je akhan sinema sai aasilo aaru sinemar next part sabloi roi aaso

  • @bubu9886
    @bubu9886 ปีที่แล้ว +1

    বহুত দুখ লাগিল। মোৰ ভণ্টি জনীৰো আপোনাৰ নিচিনা কাহিনী। পুলিচ একে নে

  • @rahulsarkar3422
    @rahulsarkar3422 ปีที่แล้ว +1

    Muru kholi mon ASE kismn monor kotha apunalukr studiot ahi tar babe ki krbo lgbo pls jonabo..

  • @urbashibordoloi7800
    @urbashibordoloi7800 ปีที่แล้ว

    😢bya lgil.... Bht aji kli aniqa hoi bht

  • @babulsaikia462
    @babulsaikia462 ปีที่แล้ว +7

    ইমান সহজ সৰল মহিলা। এনেকুৱা মহিলা খুব কম দেখা পাও। ভগৱানে সহায় নিশ্চয় কৰিব।

    • @Rashmi.dutta-rai
      @Rashmi.dutta-rai ปีที่แล้ว

      Jeuti boro deka nandini chann😅tu saba taire hoi

  • @jinubarman5479
    @jinubarman5479 ปีที่แล้ว

    তোমাক সদায় ঈশ্বৰে কুশলে ৰাখক। তাৰ বাবে ঈশ্বৰক ধন্যবাদ জনাই ছো।

  • @malaydeka8919
    @malaydeka8919 ปีที่แล้ว +1

    good wife.

  • @ankitagogoi9846
    @ankitagogoi9846 ปีที่แล้ว +2

    কথা খিনি শুনি সচাই বহুত বেয়া লাগিছে 😢,,,,গৰিমাৰ লগত সুখত থাকক

  • @bulesinghbulesingh1630
    @bulesinghbulesingh1630 ปีที่แล้ว

    Aaponi hosa bohut val baido

  • @pramoddeka4285
    @pramoddeka4285 ปีที่แล้ว +2

    100% true story... till 2nd married. (but newly relationship don't know)

  • @priyarani8544
    @priyarani8544 ปีที่แล้ว

    আপুনি বহুত সহজ সৰল হয় .. bht beya lgil apunar kthabur xuni..

  • @upamaofficial5129
    @upamaofficial5129 ปีที่แล้ว +1

    আপুনি বহুত সাহসী ভগৱানে আশীৰ্বাদ কৰক আপোনাক🙏🥰

  • @rajibhazarika2345
    @rajibhazarika2345 ปีที่แล้ว

    দুখ লাগিল বা

  • @dipikamili5052
    @dipikamili5052 ปีที่แล้ว

    ❤God bless you❤

  • @jimiborah9290
    @jimiborah9290 ปีที่แล้ว +4

    কাৰোবাক যোৰ কৰি বিয়া পাতিব নালাগে বুলি মই ভাবো ..যি ভাল পাই তেওঁ এনেও থাকিব যিমান সমস্যাৰ মাজত ..যি ভাল নাপাই তেওঁ অজুহাত বিচাৰি আঁতৰি যাই ..প্ৰথমতে যদি তেওঁ বিয়া পাতিব নিবিচাৰিলে তেতিয়া যোৰ কৰি বিয়া বহিব নলাগিছিল 😢 জেউতি পেহি বহুত সাহসী..আপুনি ভালে থাকক ...

  • @subarnakoch1111
    @subarnakoch1111 ปีที่แล้ว

    Congratulations 200k🎉🎊

  • @shivanideka8368
    @shivanideka8368 ปีที่แล้ว

    bht dhunia lgil khuridew

  • @ranisaikiavlogs
    @ranisaikiavlogs ปีที่แล้ว

    Brave women ❤❤

  • @n_bayan9
    @n_bayan9 ปีที่แล้ว

    Bare bare beya manuh ajonok emn chance dise mane.. teu o xomane beya... Jibon tu mulyoban..eyak beya mnuh ajonr logt pori nosto korat k okole thokae bohut val...

  • @Kimnbn
    @Kimnbn ปีที่แล้ว +9

    পুলিচবোৰ এনেও হাৰামীয়ে থাকে

    • @MridulDekaKoch
      @MridulDekaKoch ปีที่แล้ว

      আপুনি প্ৰমাণ দিব পাৰিব নে......? এজনৰ বাবে গোটেই কেইজনক কিহৰ বাবে এনেকৈ কব পাৰিলে ।।

  • @sikhadas3372
    @sikhadas3372 ปีที่แล้ว

    Apunar dre xomoi mio par krsu baido... jnu kimn dukh ..... apunr val houk

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 ปีที่แล้ว +2

    আপোনাৰ এদিন ভাল দিন আহিব, আইনত জিকিব বা গৰাকী ভগৱানে সহায় কৰক ভক্তি ভৰা সেৱা জনালোঁ

  • @mahimachayengia1326
    @mahimachayengia1326 ปีที่แล้ว

    Bt dukh lagise Baidew.

  • @pankajbaruah1774
    @pankajbaruah1774 ปีที่แล้ว

    2k family complete hobo congretchulation🎉

  • @saraswatichaliha5773
    @saraswatichaliha5773 ปีที่แล้ว +7

    বহুত দুখ লগা কাহিনী মহিলা জনী বহুত সহজ সৰল আইনেও একো বিচাৰ কৰিব নোৱাৰে নে

  • @kanshikakalita4180
    @kanshikakalita4180 ปีที่แล้ว

    Emn.. Moromloga.. Kathabor... ❤❤

  • @SangitaBoro-bv5lw
    @SangitaBoro-bv5lw ปีที่แล้ว

    Xosakoi bht dukh lagil apuna kotha khini khuni

  • @anitateron4349
    @anitateron4349 ปีที่แล้ว

    Some Love one some Love Two But I Love one Apunar Life OT hoise hoise kintu Apuni pisoloi Nasab suwali jonik Aguwai Loi jaug tare Kamona korilu

  • @anamikagoswami4623
    @anamikagoswami4623 ปีที่แล้ว

    ভগৱানে মঙ্গল কৰক বা জনিক ❤❤

  • @madansaharia7003
    @madansaharia7003 ปีที่แล้ว +18

    চোৰে নেৰে চোৰ বৃত্তি
    কুকুৰে নেৰে ছাই,
    যি পাৰা নিজেই কৰা
    পুলিচক আশা কৰি লাভ নাই।

  • @BinoybhaniRajbongshi-so7vl
    @BinoybhaniRajbongshi-so7vl ปีที่แล้ว

    Maina jani thike xantana dise tai val haok duyujane shukhi hoi thakak

  • @bulbulinath7612
    @bulbulinath7612 ปีที่แล้ว +1

    বাইদেউ জীৱনটো আপোনাৰ গতিককে আপোনাৰ মতে চলক !ভগৱান আছেৌ

  • @mriduldas7183
    @mriduldas7183 ปีที่แล้ว

    Bahut dukh lagila soko Pani olai gal 😢

  • @_R_B_K_777
    @_R_B_K_777 ปีที่แล้ว

    Vl lagil jauti baa... Moina bhale ase ne

  • @domborugogoi3210
    @domborugogoi3210 ปีที่แล้ว

    বহুত দুখ লাগিল

  • @DimbanathDoley
    @DimbanathDoley 8 หลายเดือนก่อน

    বাইদেউ জীৱনৰ কাণ্ডাৰী ভাঙি চিঙি গল।কিন্ত ভগৱানে সকলো বিছাৰ কৰিব শেষ অৱস্থাত তেওৰ অতি দুখ লগা হব

  • @mamonisaikia304
    @mamonisaikia304 ปีที่แล้ว +2

    ইশ্বৰে আপোনাক সহায় কৰক

  • @bharatidevi6477
    @bharatidevi6477 ปีที่แล้ว +10

    চাহৰ হোটেল খন কত দিয়ে জনাব চোন। বহু ত বেয়া লাগিল। বেচেৰি দুখত থাকিও লাজ কৰি হাহি আছে।

  • @alpanapakgharandvlog6312
    @alpanapakgharandvlog6312 ปีที่แล้ว

    Hosakoi bor dukh loga hodai anedore hahi hahi kam bur kori juwa

  • @ranusaikia703
    @ranusaikia703 ปีที่แล้ว +8

    আইনে তেখেতক কি বিচাৰ কৰিলে। মানুহ জন ইমান দিনে জেলত থাকিব লাগিছিল।জেললৈ নপথালে নাই কিন্তু আইনে খোৰাগী তো কিয় পাপ্য়অনুযাইউলিয়াই দিব নোৱাৰে। পুলিশে উকিলে টকা খাই বুলি কলেবেয়া পায়। টকা খোৱাৰ প্ৰমান বিয়াপতাৰ পাচত সন্তান জন্মহ'ল। কিন্ত মাইকি নহয় চাকৰবুলিহে পুলিচেউকিলক জনায়। মিচা কথা কোৱাৰ বাবেপৰিয়ালশেষহ'ল। পুলিচৰ শাস্তি ন'হল।

  • @mintu3524
    @mintu3524 ปีที่แล้ว

    Br val o ba jni❤❤❤❤

  • @dasgargi1234
    @dasgargi1234 ปีที่แล้ว

    Mur maar oo same obostha hoisil bt atia ami dagor huar pora he sb thik hol😢😢😢ki kribo dhoijjo dhorise mur maa oo atia bortoman thik hoise

  • @mriduladeka7465
    @mriduladeka7465 ปีที่แล้ว

    এটা কথা বাউদেও বহু ত ভাল পাব এ নেলাগে নিজৰ জীৱন ৰ বাহিৰে আন কাকো ভাল পাব নেলাগে চাৰথপৰ মানুহ অ বাউদেও বহু ত দূখ লাগিছে কথাখিনি শুনি মোৰ 😭😭😭😭

  • @kabitadeka5329
    @kabitadeka5329 ปีที่แล้ว +1

    বহুত বেয়া লাগিল ,,,ভাষা নাই 😭😭😭

  • @LakhiBoro-eh7oi
    @LakhiBoro-eh7oi ปีที่แล้ว

    Bohut dukh lagil😢 mur same anekua hoi ase

  • @jushnapegu3340
    @jushnapegu3340 ปีที่แล้ว +1

    Baidew apunr video Sai bohut dukh lagil ajir pora Mai Boni olu

  • @pompisonowal8650
    @pompisonowal8650 ปีที่แล้ว

    Kotha bur huni bohut besi dukh lagil😢😢 Aunty goraki bht val hohoj horol❤😍

  • @btcbaksa6180
    @btcbaksa6180 ปีที่แล้ว +44

    Dukh lgil muru jibont bhut dukh hoise hdy dukh Kori Kori manokhik bemer huwar dore hoi goise olpote khon uthe dukh lge jana

  • @busymummy9876
    @busymummy9876 ปีที่แล้ว +1

    I am sorry. Muru same to sam my life

  • @jaduchutia2897
    @jaduchutia2897 ปีที่แล้ว +1

    বাইদেউক ভগৱানে সহায় কৰক

  • @dipaliswargiary9737
    @dipaliswargiary9737 ปีที่แล้ว

    Jeuti tumak ajihe dekhilo beya lagil moi depali ba mahaliapara r

  • @bismitakonch6067
    @bismitakonch6067 ปีที่แล้ว +2

    Heikarone women rights jetya pohu tetya mur khang uthe... This women should get justice

  • @bhartibharma6077
    @bhartibharma6077 ปีที่แล้ว

    Magistrate kikorile

  • @BinoybhaniRajbongshi-so7vl
    @BinoybhaniRajbongshi-so7vl ปีที่แล้ว

    Anekuwa manuhe sukh napai jibanat aaru adin postai aaponar kaxaloi nije aahib aapuni vangi naparib ba val hb aagaloi tathapio mnr val apon janakto pahari thakib nowari kintu aapon jane buji napale ari aahiboi lagiboi nijar jibanar katha vabib lagib

  • @ni2m-rr2qp
    @ni2m-rr2qp ปีที่แล้ว +1

    Hei2r namyei lobo nalage..vogowank di diya..

  • @bishalrava7062
    @bishalrava7062 ปีที่แล้ว

    Nice video 👍👍

  • @Rita_and_Pran
    @Rita_and_Pran ปีที่แล้ว

    Mangaldoir kot thake baidew joni

  • @firdusali-zv1vr
    @firdusali-zv1vr ปีที่แล้ว +1

    Bhut.bhut.dukh.lagil

  • @SabitasaikiaS-no2ec
    @SabitasaikiaS-no2ec ปีที่แล้ว +4

    Bht dukh lagil 😭

  • @janarddansenapati8904
    @janarddansenapati8904 ปีที่แล้ว

    এই টোও স্পষ্ট ক‌ও যে -- সেই নৈতিকতাৰ পতন ঘটা ব্যক্তি জনৰ হকে বা পখ্যত ৰৈও আমি কোনো মতামত ডাঙি ধৰা নাই । এনেকুৱা ধৰণৰ মতামত ডাঙি ধৰিবলৈ সমাজেই জানো কোৱা শিকোৱা নাই নে ?

  • @bedonadas4833
    @bedonadas4833 ปีที่แล้ว

    Bhal jodi napaiye,pregnent kenekai hol,,Ashorit

  • @rksnil
    @rksnil ปีที่แล้ว

    আগবাঢি যোৱা হিমাশ্ৰী ভন্টি ৷ লগতে বা জনীকো জীৱন পথটোত যেন কন্টকহীন ভাবে পাৰ কৰিব তাৰে শুভেচ্ছা জনালো ৷

  • @sewalipatowari-lo8hr
    @sewalipatowari-lo8hr ปีที่แล้ว +3

    মোৰ মানুহ জনেও মোক কোনো কাৰণ নোহোৱাকৈ বহুত মাৰিছিল মোৰ লৰা ছোৱালী তিনিটা মইও ঘৰ এৰি গুচি আহিছোঁ গুৱাহাটীত মানুহৰ ঘৰে ঘৰে কাম কৰি চলি আছোঁ এয়াই জীৱন

    • @AnujpritamBorah
      @AnujpritamBorah ปีที่แล้ว

      মোৰ লগত বিয়া হবা

  • @aparajitarabhaaparajitarab1709
    @aparajitarabhaaparajitarab1709 ปีที่แล้ว

    Ba grakir ghor kt pls muk rply dibo sun.

  • @pinjumanikalita3327
    @pinjumanikalita3327 ปีที่แล้ว +1

    দুখবোৰ পাহৰি এনেকৈ হাঁহি থাকিব ❤️🥺

  • @ganeahsharma611
    @ganeahsharma611 ปีที่แล้ว

    Bhut dhukh lagil Baidew

  • @janarddansenapati8904
    @janarddansenapati8904 ปีที่แล้ว

    এই বোৰ ঘটনা হৈছে সমাজৰ এক অসুস্থতাৰ পৰিচয় । যি সমাজ ত ব্যক্তি ৰ বসবাস হয় , যি সমাজ ত সেই ব্যক্তিৰ সংসাৰ হয় , সেই ব্যক্তিৰ জন্মসূত্ৰে লৈ অহা যিয়েই সংস্কাৰ নহ‌ওক কিয় , সেই সংস্কাৰ সংস্কৃতি সেই সমাজৰ সমথ্ ক হয় নে নহয় সেয়া মাএ সেই ব্যক্তিজনৰ পৰিয়ালৰে দায়িত্ব সংস্কৃতি হব নোৱাৰে । নিদিস্ট্ সেই ব্যক্তিজনে প্ৰথম নিজৰ ঘৰৰ কমাৰশালত বহিব‌ই বহিব‌ নিজকে নিজৰ চৰিত্ৰৰ উওৰণ বৃদ্ধি বিকাশৰ বাবে । লগতে অতি গুৰুত্বপূৰ্ণ তেওঁ বসবাস কৰা সমাজখনৰ শিক্ষা আবেগ অনুভূতি কি পয্যায়ৰ । বহু খেএত দেখা পোৱা গৈছে এখন ঘৰৰ প্ৰতি একোখন একোখন সমাজৰ সামাজিকতা দায়িত্ব বোধ পালন কৰা দেখা পোৱা নাযায় । এনেকৈএ ও একো একো ব্যক্তিত্বত যোগাত্মক অথবা নেতিবাচক দিশে প্ৰভাৱিত কৰে । যি সামাজিক নৈতিকতাৰ বাবে ই সমাজেই যেতিয়া পিচ হুহুকা মন মন্তব্য ৰ হয় তেনে পৰিস্থিতি ত কোনো কোনো ব্যক্তিত্ব‌ই নেতিবাচক বা সমাজবিৰোধী কোনো পথত ভৰি পেলাব ই । ইয়াত আচৰিত হৈ লাভ নাই । জীৱন দশ্ ণ মতে কিছুমান জীৱন জীৱাত্মাই পূব্ জ কিছুমান তেনে একো একো গতি ধাৰা লৈএ আহে । কিন্তু সেই বুলি সেই ব্যক্তিজনৰ জন্মৰ সংসাৰখনত তেওঁ পৰিৱৰ্তন নহল যেতিয়া সমাজ নামৰ বৃহৎ শক্তিৰ ওচৰত সলনি নোহোৱা ৰ প্ৰশ্নই নাহে । সমাজৰ শুদ্ধ আশীৰ্বাদ শক্তিৰ ওচৰত সেয়া সম্ভৱ । গতিকে অকল ব্যক্তিক দুখ দি লাভ নাই , সমাজ একোখনৰো গভীৰ দায়িত্ব থাকে তেওঁ লোকৰ মাজৰে কোনো কোনো ব্যক্তি সত্বাক বিচৰা মতে গঢ় দিয়াৰ ।