নগাঁৱৰ এগৰাকী বিশেষ ভাবে সক্ষম যুৱতীৰ প্ৰেৰণাদায়ক কাহিনীৰ সৈতে চক্ৰপাণি পৰাশৰৰ বাৰ্তালাপ
ฝัง
- เผยแพร่เมื่อ 30 ก.ย. 2024
- নগাঁৱৰ এগৰাকী বিশেষ ভাবে সক্ষম যুৱতীৰ প্ৰেৰণাদায়ক কাহিনীৰ সৈতে চক্ৰপাণি পৰাশৰৰ বাৰ্তালাপ। যোগ্যতাৰ ভিত্তিত এটা চাকৰিৰ প্ৰয়োজন যুৱতীগৰাকীৰ। আনৰ আগত ভিক্ষা খুজি নহয় নিজৰ যোগ্যতাৰে জীৱন জীয়াব বিচাৰে যুৱতীগৰাকীয়ে। কেৱল প্ৰয়োজন চৰকাৰৰ অকনমান সহায়ৰ।
#Baartalaap
#ChakrapaniParashar
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
চক্ৰপাণি দা ক কি কম... মই বহুতো ভাল পাওঁ।।। সাংবাদিকবোৰৰ ভিতৰত মোৰ প্ৰিয় সাংবাদিক।।।
👍
সচাঁকে বহুত দুখৰ কথা ৰজাঘৰীয়াই চকু দিয়ে যেন
ইমান দিনে চকী এখন ও নোপোৱাটো লক্ষ্যনীয়। তুমি সফল হোৱা
আপুনি সদায় প্ৰিয় ❤️❤️। ছোৱালী জনী কথাবোৰ শুনি বৰ দুখ লাগিল মনটো ।
কি কম দাদা আপোনাক ধন্যবাদ।বাইদেউৰ
এদিন ভাল হ'ব এনেকৈ সাহস ৰাখি কম কৰি যোবা । শেষত
ভগবান প্ৰথনা কৰিছো।বাইদেউ দেখা সপোন পুৰণ কৰে যে ।।।
চৰকাৰে হিন্দু মুছলমানৰ বিভেদ নাৰাখি ছোৱালী জনীক যেন এটি চাকৰিৰ সূবিধা কৰি দিয়ে।
চক্ৰপানি এনে সৰল সহজ ছোৱালী সমাজত চিনাকী কৰি দিয়াৰ লগতে তাইক সাহস দিলা বৰ ভাল লাগিল।
মই আশা কৰিলোঁ চৰকাৰে সহায় কৰক ছোৱালীজনীক
Apunalokok dekhele bahut dukh lage
Sarkara jen sowalijonik help kora 🙏
God bless you sister, Roshmina.
সুন্দৰ পদক্ষেপ ।ধন্যবাদ জনালো
God bless you
চক্র পানিকা দা আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ।আপোনাৰ যি চিন্তা চৰ্চা কৰা কাৰণে ।ইমান ধুনীয়া প্ৰতিভা থাকি ঘৰত অসহায় অনুভৱ কৰিছে।আগুৱাই যোৱা তুমি বহুত সাহকিয়াল আছে ।চিন্তা নকৰিবা তোমাৰ নিছয় ভাল হব।
ইশ্বৰে মংগল কৰক ।
বৰ দুখ লাগিল ছোৱালী জনীক আল্লাই সাহস দিয়ক ।
Ummm
Ummm
Nair je durbol aru sahosi tare bastob aru jolont proman dile teu .thanks.
Vl lagil 👍👍
ঈশ্বৰে মঙ্গলকৰে যেন
Teacher sakori ata sorkare dibo lage . Aguwai jua.
Tew kothabure hidoy khn sui Gol emn hahokhii god bless you
তোমাৰ কষ্ট আৰু সাহসৰ ফল ভগৱানে নিশ্চিত ভাৱে দিব!
ভগৱানে আৰু আশীৰ্বাদ কৰক তুমি হতাশ নহবা আগুৱাই যোৱা আশীৰ্বাদ কৰিছোঁ। চক্ৰপানী দা আপোনাক ও বহুত ধন্যবাদ জনালোঁ 👌👌👍👍🙏🙏
Sacrapani Parashaloi bahut bahut dhanyabad aane dharanor VIDEO show korar babe,Dukhiyar Bandhu Haok Dhanyabad.
কথাখিনি ইমান সুন্দৰকৈ কৈছে নিশচয় সহায় কৰিব
God bless you.
Bohut kosto lagil daki
খাটুন বাইদেউলৈ অভিন্দন ও শূভেচ্ছা জনালো। লগতে চক্ৰপানী পৰাশলৈ বহূত বহূত ধন্নবাদ জনালো। চি এম ডাঙৰীয়াই নিশ্বয় খাটূন বাক সংহচটাপন দিব বুলি আশা কৰিলো। এজন মূখ্যমনএীৰ এই ক্ষমতাতো নিশ্চয় আছে। গতিকে আমি ঐকেবাৰে আশাবাদী। from sodiya 4mo shantipir.
সঁচাকৈ বৰ দুখ লাগিল বাজনীলৈ
তাইক চৰকাৰে সূহাই কৰে যেন
God bless you rasmina 🥰🥰❤❤
Dukh nokoreba baa aguyay joya Moro hat akhon nae vogobana amar necena xoyale mur tule cabo 😢corkara amar necena manubelak ok olop xubedh dela Val palu hoy😢😢😢😢
Jani bohut dukh palo.sarkaroloi mur anurodh jate teok kiba ata holeo jate kormo xongthapon diye 🙏🏿😭😭😭
Aibur nedekhe sorkare 😭
Cm sir Ai suali janik help karak plz kiba ata sakari diak
বৰ দুখ লাগিল।ভগৱানে কোশলে ৰাখক।
ও ভগৱান ছোৱালী জনীক উদ্ধাৰ কৰা
Dukh lgl teor jibon khongram khuni... Sakra dar simple style r Katha bor khosai bht vl lge
চৰকাৰেও যেন মৰম কৰে এই ভনী গৰাকীক
Sorkare abor nedekhe bhal kam bur nedekhe bea kam bur ha dekhe
দুখ লগা
Hokluhe hohai karibo lage 🙏🙏
ছোৱালীজনীক যিকোনো প্ৰকাৰে চৰকাৰে এটা সংস্থাপন দিয়ে যেন 🙏🙏 ধন্যবাদ
He bhgban kripa kriba
🙏🙏🙏
Chakrapani daa apuni val kam korisa kothabur hunile beya lage apuni shastaa korisa val korisa
🙏🙏🙏🙏🙏🙏🙏
❤❤❤
সচাকৈ বহুত দুখ লগা । সাহখেৰে আগুৱাই জোৱা তুমি 😭😭😭😭
God bless you
চৰকাৰে এনেকুৱা অৱস্থাত থকা লৰা ছোৱালীক সহায় কৰিব লাগে
God bless you🙏
Apunr vidio sai vl lga
God bless you ....
God bless you
God bless you
God bless you
ভগৱানক প্ৰাৰ্থনা আৰু শক্তি দিয়ক,আপোনাক অশেষ ধন্যবাদ, চক্ৰপাণি ডাঙৰীয়া🙏🙏
Right
Sosakoi bhut dukh lgil 😭😭😭... swali jni mentali bhut strong....
😥😥😥😥😥😥😢😓😓😓😓😓
Sowalijonik bhogobane mongol korib.
God bless you
Ki kom
Suwalijonik kiba eta hongshthapon dile bht Val lagib
Sokare suwalijonik ata sakori diyak..
Asal manuh tumalok he .ji ye iman badha neusi aguway goisa.vagabane tumak vl karak.
Ratipuai kandilu video2 sai Tai vall houk
BHOGOBAN HOHAY HOUK. SAKROPANI TUMAR VIDEO BHAL LAGE.
Muru ase problem dada😔
কি কম ভাষা নাই, বহুত দুখ লাগিছে
Cakra tumak birat val lage
Tumi mor apon bhai
Kio angwadi kormiye Hosai nokore ni
Vogoban ase val hobo tumar
Sorkare Jen soku meli sai,,tare kamona krilu,,,
Dada apunak love u ,nd ktha bilak bhut vl lage buji puwat easy hoi
Bhout bhal lagil.
Sorkare teok hohai korok
God bles him
তোমাৰ অনুৰোধ নিশ্বয় চৰকাৰে শুনিব । চৰকাৰ খন ইমান ও স্বাৰ্থপৰ নহয় । পাবা কিবা এটা ।
God bless you🙏❤❤❤
🙏🙏🙏💕💕💕
❤️❤️❤️🙏
Good-will
God will help u
Dada apuni bhut vl km Krise. Apuni jate swli jonik kiba Ata sagstapn di a
🙏🙏🙏🙏🙏