বিজেপিৰ বিধায়ক দিগন্ত কলিতাক আক্ৰমন🧐

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 ก.ย. 2024
  • বিজেপিৰ বিধায়ক দিগন্ত কলিতাক আক্ৰমন🧐#time8news #news18assamnortheast

ความคิดเห็น • 24

  • @kanakdas7213
    @kanakdas7213 หลายเดือนก่อน +23

    বিজেপিৰ প্ৰত্যেক জন মুখপাত্ৰ বিশেষকৈ talkshow ত ভাগলোৱা একেবাৰে অশিষ্ট যেন অনুমান হয় , কাৰণ প্ৰতিজনৰে আনৰ কথা শুনাৰ প্ৰতি অনীহা প্ৰকাশ আৰু গাৰ জোৰেৰে নিজৰ বক্তব্য প্ৰতিষ্ঠা কৰাৰ মতলবত থাকে লাগিলে তেওঁৰ বক্তব্য শাৰশূন্য হ'ক।

  • @AlauddinAhmed-wv7wm
    @AlauddinAhmed-wv7wm หลายเดือนก่อน +2

    দিগন্ত দা অনাগত দিনত আৰু কাহানিও কব নোৱাৰিব যে অসমক কংগ্ৰেছমুক্ত কৰিম বুলি ,অনুগ্ৰহ কৰি পাহৰি যাওক ।

  • @ramdeka788
    @ramdeka788 หลายเดือนก่อน +4

    EVM machine ৰ যোগেদি শিকাই অনাটো বিজেপি দলৰ মুখ্য কৰ্তব্য।

  • @balendas2049
    @balendas2049 หลายเดือนก่อน

    অসমৰ অতীত ছাত্ৰ সন্থাৰ জাতীয় সমস্যাটো সমাধান নোহোৱালৈকে শ্বহীদ প্ৰেমী ৰাইজে অসমত পদূমফুল ফুলিব নিদিওঁ

  • @user-zw1ro7cp4i
    @user-zw1ro7cp4i หลายเดือนก่อน +4

    Bjp leader go back🤬🤬🤬🤬🤬

  • @LalitChDas-fj4lt
    @LalitChDas-fj4lt หลายเดือนก่อน

    Diganta kalitai congress partit rajnaitik kotha botora aku nubuja koia politics kori asil.

  • @nali186
    @nali186 หลายเดือนก่อน

    Jai.hiean.Rahul🖐️🖐️🖐️🖐️🖐️🖐️🖐️🖐️🖐️🖐️🖐️

  • @puspadhardowarah1932
    @puspadhardowarah1932 หลายเดือนก่อน

    তামোলক কোনে আক্ৰমণ কৰিলে?

  • @user-lg3ng9ke4n
    @user-lg3ng9ke4n หลายเดือนก่อน

    বিজেপিৰ মুখপাত্র কি জনে জনা উচিত মোডিজিৰ শান্তি পানী নেখালে মাতে নোলায়।

  • @user-zl1mn5jn2k
    @user-zl1mn5jn2k หลายเดือนก่อน

    আমাৰ বান সমস্যাৰ যি ট্ৰান কৰ্তা তেওঁ শা স কৰ যোগ্য।হিতাধিকাৰীয়ে বনুৱা চৰকাৰ স্থাযিত্ত্বত নিৰ্ভৰ যোগ্যতা নাই।। হৰি ঔন।।

  • @AlauddinAhmed-wv7wm
    @AlauddinAhmed-wv7wm หลายเดือนก่อน

    দিগন্ত কলিতা দাদা আপোনালোকে একেৰাহে তিনিবাৰকৈ নৰেন্দ্ৰ দামোদৰ দাস মোদীক কিয় প্ৰধানমন্ৰী পাতিলে ,আপোনাৰ দলত আনকোনো প্ৰধানমন্ত্ৰীৰ উপযুক্ত মানুহ নাইনেকি?

  • @probodhgogoi4879
    @probodhgogoi4879 หลายเดือนก่อน

    Bhupen borar kakhot ji khon sign board dekha goise, dekhi ghrina lagise, aitu Akhil gogoiye kuwar dore murkho kam koribo goi ase.

  • @SatyajitSatyajitsaikia
    @SatyajitSatyajitsaikia หลายเดือนก่อน

    Digonta kolitaye nijor parter fitburor bahira aku balag unoyanor kotha ni ne kobola

  • @user-jf1xs1bj8x
    @user-jf1xs1bj8x หลายเดือนก่อน

    Mukh p BJP e khasa/khudhaa kab neki namatib eyak

  • @kandarpa2622
    @kandarpa2622 หลายเดือนก่อน

    Bhupen Bora would have needed seven birth to be chief minister of Assam He cannot be a MLA even in the by election.

  • @amiyabaruah3534
    @amiyabaruah3534 หลายเดือนก่อน +1

    1975 চনত যি সকলে জৰুৰীকালিনৰ কথা কৈছে তেওঁলোকে ভালদৰে পোবাই নাই । আমি ভাল দৰে পাইছো । জৰুৰীকালী নিদিযা হলে বিশ্বহিন্দু পৰিষদৰ পৰা মনুহ জীযাই নাথাকিলেহতেন ।

  • @user-zl1mn5jn2k
    @user-zl1mn5jn2k หลายเดือนก่อน

    য দা য দা Hi ধৰ্ম স্য গ্লানি। সন্ত সাধু ৰ দুখ আৰু। বৈষ্ণব ৰ তাপত ধ্বংস অনিবাৰ্য।। যি ধৰ্ম ৰ নেতা নহওঁক। মন্দিৰ প্ৰতিষ্ঠা ধৰ্ম্মীয় আ চৰ য্যৰ বাপুৰূহিত ৰ কাম।শাসক নহয।।চাইতুং পৰম ধীমহী।আবজনা কিছুমানৰ দ্বাৰা। Dow মন্তা ত নৃপতিৰ বিনশ্বতি।। উ উৱা ক।নিন্দে কুৱাই পুথি খলিহাক নীন্দে ভেৰপেটি মুৱাই।।

  • @saddathussainsiddique7817
    @saddathussainsiddique7817 หลายเดือนก่อน +1

    অকলে খেলিলে কংগৰেছ গূ হাৰা হাৰিব ! মুঠতে ভূপেন বৰা সভাপতি থকালৈকে অসমত কংগ্ৰেছ নাহে !

    • @kishoridas6447
      @kishoridas6447 หลายเดือนก่อน

      AGP ক লৈ আঞ্চলিকতা বাদৰ বিষয়ে 43:31 কিয় talk show নাপাতে।