ভৱেশ কলিতাক ধাৰাসায়ী কৰিলে নিতুমনি শইকিয়াই।হিমন্তৰ গোপন কথা কৈ দিলে।/Virel news

แชร์
ฝัง
  • เผยแพร่เมื่อ 3 พ.ย. 2024

ความคิดเห็น • 58

  • @krishnaroy3955
    @krishnaroy3955 หลายเดือนก่อน +13

    Bhobesh kolita Dangoria Apunak Jonabo bisaru je Hanmanio Hiddhartho Bhattacharya Dangoria Je BJP.. MLA Nahoi Congress nu baru Hiddhartho Bhattacharya Dangoria APDCL Speed Miter karone Protibad korise

  • @pulakeshgohain1052
    @pulakeshgohain1052 หลายเดือนก่อน +3

    আবুল তাবুল কবি হাৰি যাব বিচাৰিছে।বিজেপিৰ দিনত মূল্য বৃদ্ধি যিমান হৈছে, কোনো চৰকাৰৰ দিনত হোৱা নাছিল।

  • @pulinsharma8826
    @pulinsharma8826 หลายเดือนก่อน +6

    ঘটিয়ে ঘটিয়ে পানী খাইছে, পানী খুৱাই আছে, আৰু খুৱাই থাকিব। অসমৰ ৰাজনীতি ঠিক আছে।

    • @techtipssupported8958
      @techtipssupported8958  หลายเดือนก่อน +1

      ধন্যবাদ জনালোঁ🙏🙏🙏

  • @dibyagogoi7823
    @dibyagogoi7823 หลายเดือนก่อน

    ভবেশ কলিতা এটা চকু কণা যেন পাইছোঁ। অসমৰ দুখীয়া ৰাইজৰ অভাৱ বোৰ দেখা পোৱা নাই। গৌৰৱৰ নাম ললে বিজেপিৰ মানুহে বেয়া পাই।নকবা নিতু লাজ পাই।ভয় কৰে। দুখীয়া ৰাইজৰ তেজ খোৱা চৰকাৰ এইখন।

  • @GauriBaruah-gx7ck
    @GauriBaruah-gx7ck หลายเดือนก่อน +1

    বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ মতে -- হিমন্ত বিশ্ব শৰ্মাৰ নেত্ৰিত্বত অসমৰ উন্নয়নৰ কাম সুন্দৰ চলি আছে।চকুত পৰা উন্নয়ন সমূহ হ'ল -- গুৱাহাটী কে ধৰি বিভিন্ন ঠাইত উৰণীয়া সেঁতু, টোলগেট বাঢ়িছে (ৰাষ্ট্ৰীয় ঘাই পথৰ উন্নয়ন হোৱা নাই) স্মাৰ্টমিটাৰৰ পৰা হোৱা উদ্বৃত্ত টকাৰে উদঙ ৰাজভৰাল টনকিয়াল। ইয়াৰোপৰি এজন অবৈধ নাগৰিকক নাগৰিকত্ব দি ভবিষ্যতলৈ অবৈধ নাগৰিকলৈ অসমলৈ ৰঙা দলিছা পাৰি বাট মুকোলাই দিয়া। গুৱাহাটীত হোৱা বানপানীৰ মূলতে ইউ এছ টি এমৰ ওপৰত বিহীত ব্যৱস্থা লোৱাৰ হুঙ্কাৰ। বানপানীত সৰ্বশ্ৰান্ত হোৱা মানুহক কেনেদৰে পুন সংস্থাপন কৰিলে সেইটো অবশ্যে গম নেপালো! মুঠতে হিমন্ত বিশ্ব শৰ্মাই উন্নয়নৰ প্ৰচেষ্টা ঠিকেই চলাই আছে (? !) উন্নয়নত লাগি থকাৰ বাবে মিঞা মিঞা বুলি আওৰাবলৈ এৰিলে।শেষতীয়াকৈ বিপ্লৱ শৰ্মা আয়োগৰ ৬৭ টা পৰামৰ্শৰ ৫৭ টা ৰূপায়ন কৰিব বুলি ঘোষণা। বাকী ১০ টা কেন্দ্ৰৰ দ্বাৰা ৰূপায়ন কৰাই হে এৰিব। কাৰণ মোডী অমিত স্বাহে হিমন্তৰ কথা পেলাবৰ শাহস নকৰে।

    • @techtipssupported8958
      @techtipssupported8958  หลายเดือนก่อน +1

      ধন্যবাদ জনালোঁ🙏🙏🙏

  • @JadavGogoi-od8de
    @JadavGogoi-od8de หลายเดือนก่อน

    তেওঁ লোকে, তেওঁ লোকে বুলি কলিতা ডাঙৰীয়াই কাক বুজাব বিছাৰিছে ? বিজেপিৰ মিত্ৰ দলৰ চৰকাৰে সকলোকে বিশ্বাস আৰু আশ্বাসত লোৱাৰ কথা তেন্তে কিয় কয়? আপোনা লোকৰ দুমুখিয়া চৰিত্ৰ ইয়াতেই প্ৰকাশ পোৱা নাই জানো? এই দৰে মানুহক বিভ্ৰান্ত কৰি চৰকাৰ কিমান দিন চলাব। ২০২৬ ত বিদায় ল'বলৈ সাজু থাকক।

  • @babulkakati9395
    @babulkakati9395 หลายเดือนก่อน +1

    এইজন নেতাই কম দিনৰ ভিতৰত বহু মাটি কিনিলে। ১ নম্বৰ মিছলীয়া।

  • @rofiqulislam1080
    @rofiqulislam1080 หลายเดือนก่อน +1

    ভৱেশ কলিতা ডাঙৰীয়া, আপোনালোকে দেখোন কৈ থাকে 'সবকা সাথ সবকা বিকাশ, সবকা আস্বাস' তেন্তে মানকাচৰ, ধুবুৰী, গোৱালপাৰা ইত্যাদি মুছলমান অধ্যুষিত জিলাৰ প্ৰতি আপোনালোকৰ মাহী আইৰ দৃষ্টি কিয়?? তেনেহলে আপোনালোকৰ শ্লোগানবোৰ ভেকো ভাওনা নহয়নে??

  • @jugeswarphukan9726
    @jugeswarphukan9726 หลายเดือนก่อน

    Missaliea.bjoik.hakaluea.ghinkarak.aru.assamar.para.bidaidieak.khedidieak.jate.aru.assamat.aku.bjoi.ahiba.nueare.nanibaraij.ahile.bupadanibaijiea.

  • @ArefaAraBegum
    @ArefaAraBegum หลายเดือนก่อน

    😊

  • @DipakSharm-y1z
    @DipakSharm-y1z หลายเดือนก่อน +1

    Ai babartuk Kone Sai ?

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js หลายเดือนก่อน

    নিতুমনি শৈকীয়াৰ প্ৰশ্নত বি জে পিৰ সভাপতি ভবেশ কলিতা কম্পমান হৈ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ গোপন কথা কৈ দিলে যাৰ বাবে হেমন্ত বিশ্ব শৰ্মাৰ চতুৰালী ৰাজনীতি আৰু নচলে। চাওঁক আচল কথাটো হ'ল ন্যায় অন্যায় নিতুমনি শৈকীয়া হ'ল ধৈৰ্য,সৎ চৰিত্ৰ আৰু নিৰ্মল হৃদয় প্ৰাপ্ত লোক অৰ্থাৎ আচল মানুহ আৰু এই আচল মানুহ হ'ল ন্যায় পৰায়ন আকৌ ন্যায়ৰ সপক্ষ স্বয়ং জন।যাৰ বাবে স্বয়ং জনৰ নিৰ্দেশে যি বোৰ ন্যায় প্ৰশ্নোত্তৰ দিওঁতে অন্যায়ৰ আশ্ৰয় লোৱাৰ লগে লগে হৃদয় কপি উঠিবৰে কথা বা কম্পমান হবৈ।মিছা মাতা বা চালাকি বা চতুৰালী এই বোৰ সৎ চৰিত্ৰৰ অন্তৰ্গত নহয়।যি মানুহৰ চৰিত্ৰয় ঠিক নাই তাৰ কোনো ধৰ্মৌ থাকিব নোৱাৰে।যি মানুহৰ ধৰ্ম ঠিক নাই সেই মানুহ কোনো কামতে সুফল প্ৰাপ্ত হব নোৱাৰে।

  • @DoliBuragohain-o1c
    @DoliBuragohain-o1c หลายเดือนก่อน

    Petrol desal r dam bahileu bostur dam barhibo pare nw nai?

  • @lakshimajumdar4411
    @lakshimajumdar4411 หลายเดือนก่อน

    Thies type of answers is not acceptable

  • @KafiluddinAhmed-l6l
    @KafiluddinAhmed-l6l หลายเดือนก่อน

    ,মহিশয় সকলো জনগূষঠী সন্তুষ্ট নহয় উগ্ৰ হিন্দু ত বাদী্ দল তথাবিজেপী কৰ্ম কৰ্তা সকল।

    • @techtipssupported8958
      @techtipssupported8958  หลายเดือนก่อน +1

      ধন্যবাদ জনালোঁ🙏🙏🙏

  • @dhananjoyborah2041
    @dhananjoyborah2041 หลายเดือนก่อน

    Hidhathai BJP hoi Kiya apati krise

  • @anupbarua9284
    @anupbarua9284 หลายเดือนก่อน

    Late Chakrachar Saikya, কি পদত আছিল?

  • @sayednozibullah1094
    @sayednozibullah1094 หลายเดือนก่อน

    Asamor voterok thagibo noare president dangria ,voter bahut knowledge able.

  • @aftabhussain-zc7rm
    @aftabhussain-zc7rm หลายเดือนก่อน

    ৩৫০ টকা ঘূৰাই পায়।

  • @jugeswarphukan9726
    @jugeswarphukan9726 หลายเดือนก่อน

    Hakaluea.abar.bhabak.kukarise.bjp.sarkare.lahe.lahe.bikire.d 2:41 handat.lagise.sindiket.kari.sarkar.kariase.atiearajibulibale.aku.nai.bjpketieau.aku.assamat

  • @PrafullaSaharia-y4r
    @PrafullaSaharia-y4r หลายเดือนก่อน

    গুৱাহাটী বান মুক্ত কৰাৰ বাবে বিজেপিৰ সামৰ্থ নাই । সেয়ে আবুল তাবুল কথাৰে দায়ী ত্ব এৰিব বিচাৰে।

  • @Jyotishman-v8y
    @Jyotishman-v8y หลายเดือนก่อน

    26 khotom bjp

  • @robinbora5950
    @robinbora5950 หลายเดือนก่อน

    Why are you copying these type of videos.

  • @jugeswarphukan9726
    @jugeswarphukan9726 หลายเดือนก่อน

    Assambikire.dhanda.kinaikara.haitu.dangar.kattha.ki.bhal.kam.karise.asamieakhekh.kara.dhanda.esmarart.miter.gess.aruki.kariba.sabthika.dieamane.ki.totiniear.karbar.aije.musaliea.sarkarar.para.amar.kiuoakar.haba.jadi.hakalu.bikire.kari.hekh.kare.tetiea.amarlorai.sakari.bakarikot.kariba.kidin.ahise.aniba.vjo.sarkare.akebare.hadharan.katha.konubai.34.35.years.sakari.kari.pensan.keitaka.pai.kintu.mla.manti.5yearshale.kiman.pensan.pai.bhabak.mahu.nemaribane.bjpiea.kieabjoik.vot.diba.lage.nuje.nijak.hudhak.ami.kenedare.bhabim.sarkare.kiba.untikariba.assamiear.karane