ডাঙৰ খবৰ।চিকিৎসকে পদত্যাক কৰা কাৰণ শুনি চক হ'ব আপুনি।/virel news

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 ส.ค. 2024

ความคิดเห็น • 340

  • @khagendrajitthakuria2249
    @khagendrajitthakuria2249 หลายเดือนก่อน +21

    অতি নিৰ্মম সত্য বিশ্লেষণ অসমৰ চিকিৎসা বিভাগত ঘটি থকা কৰ্ম কাণ্ড।

  • @RakeshDoley-hj1lm
    @RakeshDoley-hj1lm หลายเดือนก่อน +7

    এক দম সঁচা কথা । সকলো ৰোগীৰ আৰু অভিভাৱকৰ সন্তোষ জনক নহয়। এচাম চিকিৎসক আৰু কৰ্মচাৰী ৰ আচৰণ বোৰে ৰাইজক কষ্ট দিছে।

  • @khagenborgohain5600
    @khagenborgohain5600 หลายเดือนก่อน +24

    চৰকাৰে সকলো দিয়াতো মিছা , এইয়াই সত্য । ।

  • @BikashRoy-td4pf
    @BikashRoy-td4pf หลายเดือนก่อน +11

    গুৱাহাটী চিকিৎসা মহাবিদ্যালয় খনত ৰোগীৰ অভিভাৱকে কিবা সুধিলে সঠিক উত্তৰ ডাক্তৰ আৰু নাচৰ পৰা পোৱা নাযায়। কেৱল তেজৰ পৰীক্ষা আৰু ঔষধৰ এখন দীঘলীয়া তালিকা। কোনজন ডাক্তৰৰ তত্বাৱধানত ‌চিকি‌ৎসা চলে গম পোৱা নাযায়। মোৰ ব্যক্তিগত অভিজ্ঞতা

    • @simadas80
      @simadas80 หลายเดือนก่อน

      লক্ষীমপুৰ নাচ ডাকটৰ সকলে কেচুরা জন্ম হোৱা পাছত কনদোলা ব্যৱহাৰ কৰি মোৰ নাতি জনী হাতটো বেয়া কৰি পেলালে ফলত ডিবুগৰলৈ পঠাই দিয়া হয়

  • @JagatChetia-qq3qj
    @JagatChetia-qq3qj หลายเดือนก่อน +9

    চৰকাৰৰ চাকৰি কৰি দৰমহা। লবলৈ হে ভাল।ভাল সেৱা কৰিবলৈ কোনো কৰ্মচাৰিয়ে মন নকৰে।

  • @manjubarman1855
    @manjubarman1855 หลายเดือนก่อน +34

    ১২টা অভিযোগ ১০০%সঁচা।চিকিৎসক, নাৰ্চৰ কথা কবই নালাগে,মুখৰ মাতেই দিবলৈ টান পায়।

  • @DebojitkrboraBora
    @DebojitkrboraBora หลายเดือนก่อน +14

    আজিকালি চৰকাৰী চিকিৎসালয়ত সেৱা শব্দতো উঠাই গতা শব্দটো বহুৱাই দিয়াতোয়েই উত্তম হ'ব।।

    • @manujkrhazarika102
      @manujkrhazarika102 หลายเดือนก่อน +1

      সেৱাৰ ঠাইত টেটুচেঁপা শব্দটি ব্যবহৃত সব লাগে ।

  • @BhairabSaikia-nn5bh
    @BhairabSaikia-nn5bh หลายเดือนก่อน +18

    চৰকাৰী হাস্পাতাল মানে দৰবৰ দিঘলীয়া লিষ্ট ।বেমাৰৰ লগত দৰব নিমিলে।

    • @shriatiramrabha9388
      @shriatiramrabha9388 หลายเดือนก่อน +1

      দৰৱৰ লিষ্ট যিমান দীঘল হয় সিমানে টকাৰ জলোৱা খনো মতা হয়। আপুনি নিশ্চয় জনে।

  • @DuluGogoi-hk5yp
    @DuluGogoi-hk5yp หลายเดือนก่อน +14

    আপুনি এশ শতাংশ সছা কথা কৈছে মহাশয় আপুনি যি কৈছে তাতকৈ বেছি অ, সুবিধা আছে আপোনাক ধন্যবাদ এই খিনি সাহসেৰে প্ৰকাশ কৰিছে অকল যোৰহাট মাজূলিত নহয় গোটেই অসমতে এই অৱস্থা ।

  • @ajaiborbora5341
    @ajaiborbora5341 หลายเดือนก่อน +8

    গছ পুলি ৰোৱাৰ নামত ২৭ কোটি টকা শৰাধ কৰিলে। অথচ চিকিৎসালয়ৰ সামান্য মেচিন কেইটা সক্ষম ৰাখিব নোৱাৰে।

    • @user-ql5mk4qb2x
      @user-ql5mk4qb2x หลายเดือนก่อน

      Himanta এজন দিন ডকাইত হয়। তাতনো ৰাইজৰ কি মঙ্গল হৱ ।একো নহয়। ধ্বংসহে হৱ

  • @ajitsarma8237
    @ajitsarma8237 11 วันที่ผ่านมา +1

    বিৰু বাৰি, বি বৰুৱা হচপিতালত গৈ চাব কেনেকৈ চলিছে । কিমান কষ্টকৰ । এজন ডাক্তৰ চৌধৰী উপাধি ধাৰি এজনে আকৌ গামোচা খনৰ ওপৰতে বহি থাকে 😥 কি দুখৰ কথা । তাত কি হৈ আছে এবাৰ গৈ চাব বুলি আশা কৰিলো 🙏 মই চাৰি জন ৰোগীক লৈ গৈছিলো আৰু বহুত দেখিলোঁ কি আচৰিত কান্দ চলি আছে ।

  • @puspadhardowarah1932
    @puspadhardowarah1932 หลายเดือนก่อน +7

    বিজেপি অপশাসনৰ বাবেই এনে কাণ্ড ঘটিছে।আকৌ এবাৰ বিজেপি চৰকাৰ!!!!!

    • @DebajitBorah-yf8dq
      @DebajitBorah-yf8dq หลายเดือนก่อน

      ১৯১০ ত ম ই এবাৰ ডেলিভাৰী এগৰাকীক ভৰ্তি কৰোতে ডাক্তৰ বীলাকে বেজী দী থাকে মাজে মাজে আৰু সময় নাই হোৱা ক ই কিন্তু মানুহ জনি মিএ প্ৰাই হয় তেতিয়া ওচৰতে থকা এগৰাকী য়ে কলে ডাক্তৰ ক কিবা এতা দী দিয়ক ম ই ডক্টৰ ক সুধিলু ম ই কি দীব লাগিব তেতীয় মুক২৪০০ থকা বিচাৰীলে আৰু তেতীয়াসে মোৰ পত্নী ক চিজাইন কক্ষত নিয়া হ'ল এয়া কঙগেচ চৰকাৰৰ দীনৰ কথা

  • @bhupenkumar8191
    @bhupenkumar8191 หลายเดือนก่อน +64

    Medical services Mane rugi service. Sarkare fatadhul bajaboi.Kintu sab nesel sarkarat medical college banabor babe manuh asei .Sarkare fatadhul bojab.Kintu manuh medical k loi khushi nahai . Hopeless department hopeless work.

    • @pksharma-fh6yg
      @pksharma-fh6yg หลายเดือนก่อน +5

      Padatyak nohoihe padatyag :blul nokoriba

    • @hitramdeka
      @hitramdeka หลายเดือนก่อน +3

      Blul nohoihe bhul

    • @prabinkrgogoiprabinkrgogoi3304
      @prabinkrgogoiprabinkrgogoi3304 หลายเดือนก่อน

      Hospital Management is one of the basic factor for smooth functioning . Besides, Govt should construct hospital building not for show or claim , but it should be well equipped with man power, machineries etc. before opening. Further, it is ridiculous to note that sonography / CT scan machines in private hospitals always remain active whilst it is not so in govt hospitals. Accountability may bring changes at least.

    • @ChabilLahkar
      @ChabilLahkar 15 วันที่ผ่านมา

      ​@@pksharma-fh6yg very good anuu
      😭

    • @ReetaTalukdar
      @ReetaTalukdar 12 วันที่ผ่านมา

      Amm

  • @moshmibarman7661
    @moshmibarman7661 หลายเดือนก่อน +2

    বৰ্তমান গাৰ নোম শিয়ৰি উঠা তিনিটা ভয়াবহ কাৰণ হল পুলিচ ডক্টৰ আৰু চৰকাৰ ।।।

  • @BhimkantaDoley-zw3rk
    @BhimkantaDoley-zw3rk หลายเดือนก่อน +5

    আজিৰ অসমীয়াই নিজকে নিচিনিলে অসম ৰসাতলে যাব।কাৰন এই জন নায়কৰ অভিনয়তে আমাৰ অসমখন বহু বছৰ ধৰি লুট পাট কৰাৰ উদাহৰণ আছে।

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k หลายเดือนก่อน +3

    আমি পঢোৱাই থকা ডাক্তৰ কহে ৰোগীক চোৱাচিতা কৰা দেখিছো আৰু তেওলোকৰ অমানৱীয়তাৰ বাবে মোৰ ভাইটিৰ মৃত্যু মুখত পৰিলে মই দেথিলো তেওলোকে পানী2 বুলিলেও খাব নিদিলে ২,৩ ঘণ্টা ৰ পাছত ভাইটিয়ে মৃত্যুক সাৱটিলে । আপোনালোকলৈ এটাই অনুৰোধ পঢ়ি থকা ডাকতৰে যাতে চাব নোৱাৰে তাৰ পতি জনসাধাৰণে লক্ষ্য ৰাখিব লাগে।

  • @Herobrin728
    @Herobrin728 หลายเดือนก่อน +7

    মানুহ মাৰি টকা ঘটা অসমৰ ডক্তৰ

  • @pabitranath4675
    @pabitranath4675 หลายเดือนก่อน +2

    অসমৰ চৰকাৰী চিকিৎসালয়ৰ বিষয়ে যিখিনি সুনিলো বহুত কম। বহুত বাকী থাকিল । গোটেই ৰাতি শুনিলেও শেষ নহব যেন লাগে।

  • @dimbendrasankarbora-er2zq
    @dimbendrasankarbora-er2zq หลายเดือนก่อน +3

    মানুহৰ মনত সেৱাৰ মনোভাৱ থাকিব লাগিব।আচাৰ ব্যবহাৰ ,কথা বতৰা, আদিয়ে ৰোগীৰ কাৰণে এক অসুস্থ পৰিবেশ হে তৈয়াৰ কৰে।চিকিৎসা বহু দূৰত।

  • @rameswardeka5539
    @rameswardeka5539 หลายเดือนก่อน +3

    মাতৃভাষা বিভাগৰ শিক্ষানূষ্ঠানৰ মৃত্যুৰ পাছত এচাম অন্যান্ন বিভাগৰ এচাম অতি সংস্কাৰহীন তথাকঠিত অসংস্কাৰিত শিক্ষিত লোকে কেতিয়াও সাধাৰণ নাগৰিকৰ সেৱা কৰিব নোৱাৰে-----

  • @kamalpadun2969
    @kamalpadun2969 หลายเดือนก่อน +4

    এ য়া ই অসমৰ উ ন ন তি হাঁহি উঠে মো ৰ❤

  • @user-wm1hn6ie1r
    @user-wm1hn6ie1r หลายเดือนก่อน +2

    মন্ত্ৰী বিধায়ক সকল ৰাইজ ৰ কল্যাণ ৰবাবে মন্ত্ৰী বিধায়ক হোৱা নাই নহয় তেওঁ লোকৰ নিজৰ উন্নয়নৰ বাবে হে হৈছে। ৰাইজৰ নাজল নাথল অবস্থা শুনি লেও গাত কথা লগাই নলয়। ডাক্তৰ নাৰ্চ যি সকল ক নিয়োগ কৰিছে সকলো অবশ্য নহয় এওঁলোক নৈতিক ভাবে কিমান সুস্থ ভাবিলে আচৰিত হবলগীয়া হয়

  • @sabitachetia5508
    @sabitachetia5508 หลายเดือนก่อน +3

    একদম সচা কথা কৈছে

  • @dineshrabha2401
    @dineshrabha2401 หลายเดือนก่อน +3

    একেবাৰে সচা কথা । আন্তঃগাঠনি সুনিশ্চিত কৰিব নোৱাৰিলে ৰুগীয়ে কষ্ট ভোগ কৰাৰ বাদে অন্য উপায় নাই কাৰন এই চৰকাৰ মিছা কথাৰ ফুলজাৰি মাৰাত মাষ্টাৰ । আৰু ডাক্তৰ সকলেও সচা কথাত ৰোগীৰ পৰা দূৰত থকাটো কিয় পৰিলক্ষিত হয় ?

  • @nobirhussainlike3946
    @nobirhussainlike3946 24 วันที่ผ่านมา +1

    সঁচা কথা কবলৈ গলে সত্য কথা দাঙি ধৰিছে।

  • @movimovi9654
    @movimovi9654 หลายเดือนก่อน +1

    Cent percent true and correct.. Thanks for courageously reporting this issue..

  • @kalpanadas1724
    @kalpanadas1724 หลายเดือนก่อน +3

    বাহিরে ৰংচং ভিতৰত কোৱা ভাটুৰী | বিল্ডিং দেখিলেই ৰোগী ভাল হব বুলি ভাবে নেকি?

  • @kingcobragaming7689
    @kingcobragaming7689 หลายเดือนก่อน +4

    আমাক ভাল চিকিৎসা দিয়াটো চৰকাৰৰ কৰ্তব্য কাৰণ এইবোৰ আমাৰ টএকচৰ পেচা।

  • @GCNath-ed7im
    @GCNath-ed7im หลายเดือนก่อน +2

    একদম সঁচা কথা কৈছে দাদা,01,04,2024 তাৰিখে মোৰ বা ও হাতখন বাথৰুমত পৰি হাড় এডাল ফাটিলে এস্কৰে কৰিব লগাত পাঁচশ টকা ভৰি বাহিৰত কৰিব লগা হল,প্লাষ্টাৰ কৰিলে যেনেকে তিনিদিন পিচত প্লাষ্টাৰ টো ধিলা হৈ ঘুৰি ফুৰিব ধৰিলে প্লাষ্টাৰ ঘুৰিলে হাড় যোৰা হবনে বাৰু,এ ই হব উন্নয়ন

    • @kailyandas1245
      @kailyandas1245 หลายเดือนก่อน +2

      তেজপুৰ মেডিকেল কলেজটো দুৰ অৱস্থা বহুত বেয়া । তাটো চকু দিয়ক ।কমচাৰী নাচ বিলাকৰ বেৱহাৰ বোৰ বেয়া । লেটিং বাথৰুম অৱস্থা বেয়া । ৰোগী জাব নোৱাৰী ।

  • @user-pn1mg3xj5l
    @user-pn1mg3xj5l 26 วันที่ผ่านมา

    Your openion is 100% right

  • @nobinjorden8354
    @nobinjorden8354 หลายเดือนก่อน +1

    চৰকাৰী চিকিৎসকৰ চৰকাৰী হস্পিতালত এটা ৰূপ আৰু তেওঁৰ প্ৰাইভেট ক্লিনিকত এটা ৰূপ ,আকাশ পাতাল পাৰ্থক্য

  • @user-it7qv8sy4c
    @user-it7qv8sy4c หลายเดือนก่อน +1

    চৰকাৰী চিকিৎসালয়ত চিকিৎসকসকলে ভিজিত ল'ব নোৱাৰে্ কিন্তু সেইজন চিকিৎসকে বয়কতিগত চেম্বাৰ খুলি প্ৰতি গৰাকী ৰোগীৰ পৰা পাঁচ শ টকাকৈ ল'ব পাৰে

  • @kirttanaramdas9381
    @kirttanaramdas9381 27 วันที่ผ่านมา

    অসমৰ মাননীয় মন্ত্ৰী বিধায়ক সকলৰ সাধাৰণ ভাৱে ভৰিত দুখ পালে অসমৰ বাহিৰৰ চিকিৎসালয়ত গৈ চিকিৎসা কৰাটোৱেই আমাৰ অসমৰ চৰকাৰী চিকিৎসালয় সমূহৰ ফোপোলা স্বৰূপ নিজে নিজেই উদঙাইছে।

  • @user-zl9xo7yl4o
    @user-zl9xo7yl4o หลายเดือนก่อน +4

    এইবোৰ‌ই হৈ আছে নেকি?‌ তেতিয়াহলে চৰকাৰ খনে ইমান উন্নয়নৰ ফটা ঢোল কোবাই যে ?

  • @parmananda2808
    @parmananda2808 หลายเดือนก่อน +5

    অসমৰ সকলো সাংবিধিক সকলে অসমৰ স্বাস্থ্য-মন্ৰীক প্ৰশ্ন কৰিব লাগে আৰু এইদৰে নিউজ আৰু ইউটিউবৰ দ্বাৰা আমাৰ দৰে জনতাক জনাব লাগে ’ এয়াই সাংবাদিকৰ পৰম ধৰ্ম হব লাগে

  • @user-tq9iw9gf3t
    @user-tq9iw9gf3t หลายเดือนก่อน

    Thank you Anupam da for exposing the real picture of Government Hospitals in Assam . We have a bitter experience in this regard.

  • @minabaro7831
    @minabaro7831 หลายเดือนก่อน +1

    10000% right ..I went to mangaldoi civil hospital taking my pregnant wife but seeing the campus and medical hall I came back without consulting any doctor..I was vomiting due to too much dirty situation

  • @rigensaikia7682
    @rigensaikia7682 หลายเดือนก่อน

    চিকিৎসক সকলো মানুহ, গাওঁ অঞ্চলত তেখেত সকলৰ চিকিউৰিটিৰ সমস্যাটোৰ ওপৰত মনোনিবেশ কৰক । সাধাৰণ জনতাই তেওঁলোকৰ ৰোগী জন চিকিৎসকক দেখুৱাবলৈ যাওঁতে অন্তত এইটো মনত ৰাখা দৰকাৰ যে সেই বিশেষ চিকিৎসক জন কিমান সময় ধৰি আগতে আহা ৰোগীক চিকিৎসা কৰি আছে , তেওঁ বাৰু ভাগৰুৱা নেকি। মই কি কৱ বিচাৰিছোঁ বুজি পাইছে চাগৈ

  • @BasedAli-gf6jk
    @BasedAli-gf6jk 29 วันที่ผ่านมา

    Very important news

  • @mamilabhuuyan6391
    @mamilabhuuyan6391 หลายเดือนก่อน +16

    ১০০% সছা অভিযোগ মই পাইছো , সকলো কৰমচাৰী অভদ্ৰ

  • @user-pr1jq4hf7f
    @user-pr1jq4hf7f หลายเดือนก่อน +3

    ঠিকেই কৈছে ৷

  • @alhazuddin7378
    @alhazuddin7378 หลายเดือนก่อน

    Very good speech Thank you

  • @KrishnaBhuyan-qk3bd
    @KrishnaBhuyan-qk3bd หลายเดือนก่อน +2

    It is authentic picture of todays all medical college s of Assam.Assam Govt.is always telling lies.

  • @TILOKBAISHYA
    @TILOKBAISHYA 27 วันที่ผ่านมา

    Very good News

  • @sushantachasa4138
    @sushantachasa4138 หลายเดือนก่อน +1

    Time is coming one day all Teachers will also submit their resignation because same environment we are seeing in Government School.

  • @user-yb5of5cm7g
    @user-yb5of5cm7g หลายเดือนก่อน +1

    Very fruitful discussion

  • @jatindas7461
    @jatindas7461 หลายเดือนก่อน

    Very good speech

  • @user-hv7yp8hv2p
    @user-hv7yp8hv2p หลายเดือนก่อน +1

    ❤❤ very good information ❤❤.

  • @LakrishnaChetia
    @LakrishnaChetia หลายเดือนก่อน +7

    Thik kotha koise

  • @pareshnath4649
    @pareshnath4649 หลายเดือนก่อน +11

    বেয়া কথাটো কোৱাতকৈ অসমৰ খুৱ ভাল চৰকাৰী চিকিৎসালয় বা চিভিল হস্পিতাল আছে সেইটো কওঁক৷

  • @purnadaimari253
    @purnadaimari253 หลายเดือนก่อน

    Thankyou very much, you are right sir.

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 หลายเดือนก่อน +2

    আপোনাৰ কথা শুনাৰ পাছত আৰু ডাক্তৰে ৰিজাইন দিব ।
    তাৰ পাছত হস্পিটেল বিলাক ব্যক্তিগতকৰন কৰাই ভাল হব। কেষবে খাই থৈ গল।

  • @UNIVERSALENTERTAINMENT-bx3nq
    @UNIVERSALENTERTAINMENT-bx3nq 28 วันที่ผ่านมา

    ভয়ানক অৱস্হা ! নিজ চকুৰে দেখিছো চৰকাৰী চিকিৎসালয়ৰ এই অৱস্থান ………!………

  • @MukulHazarika-zi7yx
    @MukulHazarika-zi7yx หลายเดือนก่อน +2

    Dibrugarh AMC ake obostha. Dibrugarh AMC Dr hokol beleg hospital loi jai akol Paisa ghotibo karone.

  • @bijaykumardas272
    @bijaykumardas272 หลายเดือนก่อน +2

    বাক্সাৰ শালবাৰীৰ পৰা,বৰপেটা মেডিকেলত ডক্টৰে3/4 টা টেষ্ট লিখিছে , যেতিয়াটেষ্ট কৰিব যাও তেতিয়া লেবৰতৰিৰ কৰ্মীৰ উত্তয আজি নহব কালি আহক , যেতিয়া মই চুপাৰভাইজাৰক কও , তেতিয়া মোক বিচাৰি বিচাৰি পৰীখ্যা বিলাক কৰি দি লে এইবিলাক কি। হয়

  • @BikashRoy-td4pf
    @BikashRoy-td4pf หลายเดือนก่อน +1

    নগাঁও চহৰৰ নিদান চিকিৎসালয় খনত এৰাতি আই চি ইউত ৰাখি যোৱা মে' মাহত প্ৰায় 28000টকা দিব লগিয়া হৈছিল। এইবোৰ ক নাকি লগাব লাগে

  • @NazrulIslam-bo5qx
    @NazrulIslam-bo5qx หลายเดือนก่อน +2

    সম্পূর্ণ সঁচা কথা। এই প্রচাৰত কিবা পৰিবৰ্তন হব যানো।

  • @gayatridevi6960
    @gayatridevi6960 หลายเดือนก่อน

    সকলোতে চিণ্ডিকেট । গতিকে। চিকিৎসা তো চিণ্ডিকেট চলিছে যেন লাগে। মই নিজে ভুক্তভোগী । বৰপেটা মেডিকেল কলেজ খনত m r i মেচিন উদ্ধোধন কৰাৰ পোন্ধৰ দিন মান পিছতে গৈছিলো এম আৰ আই কৰিবলৈ। কিন্তু তাত ডাক্তৰৰ কথা শুনি আচৰিত হৈছিলো।ডাক্তৰে কলে মেচিন আছে কিন্তু চলোৱা আৰু ৰিপোৰ্ট দিয়া মানুহ নাই। এয়ে হল চৰকাৰী চিকিৎসা লয়।

  • @DilipKumarBordoloi-qn7ip
    @DilipKumarBordoloi-qn7ip หลายเดือนก่อน

    মুখ্যমন্ত্ৰী জন ১০বছৰ *একেলেথাৰিয়ে স্বাস্থ্য মন্ত্ৰী আছিল।*কৰ্ম সংস্কৃতি গঢ়িব নোৱাৰিলে।
    *প্ৰত্যেক জন চিকিৎসক বজৰুৱা।
    *ৰোগীৰ প্ৰতি দুৰ্ব্যৱহাৰ নিয়মীয়া ব্যৱস্থা।
    *দালাল বোৰ বহুত সক্ৰিয়। আৰু বহুত।

  • @suhaelakhtar7815
    @suhaelakhtar7815 หลายเดือนก่อน

    Doctor আৰু nurse য়ে ৰুগীক কেনেকৈ behaviour কৰিব লাগে তাৰবাবে বিশেষ compalsary course এটা থাকিব লাগে , অন্অথা তেওলোকৰ কুকুৰলেখিয়া behaveৰ কাৰনে ৰুগী বেছি ৰুগীয়া হোৱা দেখা যায়

  • @lankeswardas1596
    @lankeswardas1596 หลายเดือนก่อน

    Good news

  • @BinudaDihingia-rl6we
    @BinudaDihingia-rl6we หลายเดือนก่อน +4

    আজি অলপ দিনৰ ভিতৰত দিবোগয়লে গৈছিল৷ কিন্তু দেখি অবাক হলো কবলে বিয়া লগা

  • @prasannarava4391
    @prasannarava4391 หลายเดือนก่อน +1

    তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত যোৱা ইং ১২ জুলাইত O positive blood বিচাৰোঁতে নাই বুলি ক'লে, কিন্তু তাৰ কেইমিনিটমানৰ পিছতে ওৰাঙৰ এজন সাংবাদিকক একে group ৰ তেজ দিলে। সাধাৰণ মানুহৰ ক্ষেত্ৰত এয়াই ঘটি থাকে।

    • @tribenihazarika4244
      @tribenihazarika4244 หลายเดือนก่อน

      Prati government hospital tei tenekuwai....kunuyei gurutta nai ....

  • @hemantamahanta5578
    @hemantamahanta5578 หลายเดือนก่อน

    মাজুলী বুলিয়ে নহয় অসমৰ কোনো চিকিৎসালয়ত একো ঔষধ বেজী বা ভাল চিকিৎসকসা একো নাই ।

  • @mainulhaque1998
    @mainulhaque1998 หลายเดือนก่อน +2

    Gelamal r dare nurching home khular lichance sarkare dishe atia CM siror fata dhul bajoi thakibo auru bashi din nai.

  • @binoykalita7597
    @binoykalita7597 หลายเดือนก่อน +1

    ইয়াকে কয় দেশ চাই ভেশ। বৰ্তমান দেশখনৰ শিক্ষা আৰু স্বাস্থ্যৰ অৱনতি ঘটিছে। ইয়াৰ কাৰণ সকলোৰে অবগত।

  • @user-ey7gv7zs4p
    @user-ey7gv7zs4p หลายเดือนก่อน

    This is true happening in every big govt. Hospital in Assam, Govt should be transformed for dev.of public health.

    • @user-ey7gv7zs4p
      @user-ey7gv7zs4p หลายเดือนก่อน

      Yes, a civil hospital is necessary in every dist. H/Q of Assam as earlier precedents.

  • @rinkudeka65
    @rinkudeka65 หลายเดือนก่อน

    100% Right

  • @Tankabahadurchetry-ze5vs
    @Tankabahadurchetry-ze5vs 28 วันที่ผ่านมา

    শেষ হ'ল, সকলো শেষ। সাধাৰণ ৰাইজ উপায়হীন।
    আমিনো আৰু কি কৰিব পাৰি? সকলো শেষ।😢😢😢

  • @JogenTudu-lo7tg
    @JogenTudu-lo7tg หลายเดือนก่อน

    Ey kotha rayir dhonobad thanks.

  • @manjugohain6786
    @manjugohain6786 หลายเดือนก่อน

    দুখৰ কৰা অসম মেডিকেল কলেজ ডিব্ৰুগড়ৰ খাদ্য বিভাগটো অতি পয়ালগা । যেতিয়া চকু বিভাগত চিকিৎসাধীন হৈ আছিলো তেতিয়া ৰোগীক দিয়া খাদ্য দেখি মোৰ চকু কপালত উঠিল । কাৰণ আজিৰ তোলনাত আজি কিছুবছৰৰ আগলৈকে বহুত উন্নত আছিল । তেতিয়া মেডিকেলৰ খানা সকলোৱে খাব পাৰিছিল । কিন্তু আজি বৰ্ত্তমান মেডিকেলৎ খাজনা গাহৰি আৰু তাত থকা এন্দুৰ,চিকাৰ আৰু দালহলীয়া আদিৰ খান্না হয় । তাৰ কাম কৰা চুই পাৰে নিজৰ গাহৰি থানা লৈ যায় ।অতি সাহ্যকৰ কথা তাত আৰি থোৱা খাদ্য তালিকাত সপ্তাহত এদিনো নিৰামিষ নাই । সুন্দৰ ভাল খাদ্য । কিন্তু বাস্তৱত তাৰ বিপৰীত । সেই সকলো বিলাক লক্ষ্য কৰি তেতিয়া এটা আৰ্টিকল অগ্ৰদূত কাকতত "অসম মেডিকেল কলেজৰ খাদ্য বিভাগৰ বিসংগতি " নামাকৰণে প্ৰকাশ পাইছিল । কিন্তু কি হ'ব সকলো অৰন্যৰোদন ।

  • @pradipborah526
    @pradipborah526 หลายเดือนก่อน +1

    Right speaking

  • @anjumonigogoi7041
    @anjumonigogoi7041 หลายเดือนก่อน

    সচা কথা আটাইকেইটাই অভিযোগ সত্য । এই কেইটা অভিজ্ঞতাৰ আছে আমাৰ।

  • @Tankabahadurchetry-ze5vs
    @Tankabahadurchetry-ze5vs 28 วันที่ผ่านมา

    অসমত কিনো ভাল আছে না চিকিৎসা ব্যৱস্থা,না শিক্ষা ব্যৱস্থা।

  • @Surajjamanprodhani
    @Surajjamanprodhani หลายเดือนก่อน +2

    Right

  • @pabitrapranmahanta6142
    @pabitrapranmahanta6142 หลายเดือนก่อน +1

    আমাৰ ইয়াত নাহৰকটীয়াৰ নগৰ চিকিৎসালয়ত বেজি এটা দিবলৈও বাহিৰৰ পৰা চিৰিঞ্জ কিনি নিবলৈ নিৰ্দেশ দিয়ে ।

  • @rumibarman8007
    @rumibarman8007 24 วันที่ผ่านมา

    অভদ্ৰ নাৰ্ছ বিলাকে নিজকে ডাক্তৰ বুলি ভাবে সিহঁতৰ ব্যৱহাৰ ভগৱান কোনোবাই ফুটি কৰিবলৈ নাযায় বহুত দুখত হে যায়।

  • @user-fb5zj3it2b
    @user-fb5zj3it2b หลายเดือนก่อน

    চৰকাৰী চিকিৎসালয়ত ঔষধ পোৱা নাযায় দিঘলীয়া লিচ দিয়ে,বাহিৰতহে কিনিব লগা হয়।

  • @bhogendrapagag245
    @bhogendrapagag245 หลายเดือนก่อน

    100% correct.

  • @chayasardar5737
    @chayasardar5737 หลายเดือนก่อน +1

    Bohut val aluchona

  • @ff2616gaansayudur
    @ff2616gaansayudur หลายเดือนก่อน

    Right speach

  • @jalaluddinahmed9459
    @jalaluddinahmed9459 หลายเดือนก่อน

    কিন্তূ,,বৰ্তমান,,চৰকাৰূী তিকিতস্যালয়ত চিকিতসক বিলাকে গূৰূত্ব সহকাৰে মনোযোগ দি কামও নকৰে আৰূ ৰোগীয়ে চৰকাৰে যোগান ধৰা ভাল ঔষধও পাবলৈ সক্ষম নহয়,,,,চৰকাৰী চিকিতসালয়ত ৰোগীয়েএ ভাল ব্যৱহাৰো আৰূ সত পৰামৰ্শও নাপায়,,,,পিচত চৰকাৰী ঔষধ বিলাক বস্তাই বস্তাই দ -গাত আৰূ নদীত পেলাই দিয়া দেখা যায়,,,,EXPRE DATE নাই বূলি কয়,,,,,

  • @mitudoley1348
    @mitudoley1348 หลายเดือนก่อน

    চৰকাৰী hospital বোৰত থকা প্ৰায়বোৰ Dr. চিকিসাৎৰ নামত বেপাৰ চলাই থকা আমি দেখা পাও। আৰু হস্পিতালত থকা ঔষধ expired হৈ দমে দমে পেলাই দিব লগা হয় কিয় ?কাৰন হস্পিতালত ঔষধ থাকিও বাহিৰত থকা ফাৰ্মাচী লৈ লিখি দিয়ে, তাতেই ইহঁতৰ বেপাৰ বোৰ চলি থকা আমি প্ৰত্যক্ষ কৰিছো। এনে ক্ষেএত চৰকাৰী হস্পিতেল বোৰত খাটি খোৱা লোকসকলেও চিকিসাৎ কৰিবলৈ মন নোহোৱা হৈ গৈছে।

  • @balinbora7788
    @balinbora7788 หลายเดือนก่อน

    Abijugbur 100 per cent right

  • @prasantaduarah8480
    @prasantaduarah8480 หลายเดือนก่อน

    Present Gov take it seriously. Otherwise They Will go to back Form

  • @PabitraBora-pn8dm
    @PabitraBora-pn8dm หลายเดือนก่อน

    Goodnews

  • @debenhandique9958
    @debenhandique9958 หลายเดือนก่อน

    বিগত ১০বছৰত এই বিজেপি চৰকাৰ খনে চিকিৎসা বিভাগটো বাদেও সকলো চৰকাৰী সংস্থা বিলাক ধংশ কৰিলে।

  • @KHARGESWARHAZARIKA-zm7pf
    @KHARGESWARHAZARIKA-zm7pf หลายเดือนก่อน +1

    Sarkar kewal samak srishtit byasta . Order hamuh mukhat aru kagajar patat stick . Action hunya .

  • @dhananjaydas1764
    @dhananjaydas1764 หลายเดือนก่อน

    আমাৰ সৰু সুৰা জিলাৰ চিকিৎসালয়ৰ বা নতুন মেডিকেল কলেজ বোৰৰ কথা কি কম । গুৱাহাটী ত অবস্থিত এইমছৰ দৰে চিকিৎসালয়তে বিশেসগ্য চিকিৎসক নাই ।কেৱল ৰাজনৈতিক কাৰনত এইমছখন খুলি থৈছে ।আন্তগাঠনী এতিয়াও হৈ উঠা নাই।এয়া অসমৰ দুৰ্ভাগ্য নহয় নে ?

  • @rabiulislam9042
    @rabiulislam9042 หลายเดือนก่อน

    সচা কথা। কিছুমান যে মডেল হস্পিটেল বনাইছিল তাত ভাল ডাক্তৰ নাই তাকো যিমান থাকিব লাগে সিমান নাই। ঔষধ বোৰে কাম নকৰে, যিবোৰ ঔষধত ডাক্তৰৰ কমিচন বেছি থাকে ঔষধৰ গুণ কম থাকে সেইবোৰ ঔষধ লিখে।

  • @user-se5yz7zc6o
    @user-se5yz7zc6o หลายเดือนก่อน

    All right hosa kotha.i am from Dhakuakhana no 1 khelimeli hoi eat

  • @madhabhazarika6278
    @madhabhazarika6278 หลายเดือนก่อน +1

    😢একদম সছা কথা। তলৰ পৰা ওপৰলৈ চব মিলি আছে। ফামাচি বোৰ ডকাইত ১০ পাবচন ডিসকাউন্ট ৰ নামত ভুৱা, মানে অৰজিিনি ল মেডিচনত নাপায়। দালাল ৰ লগত চবমিলি থাকে। ইয়াৰ উপায় কি?

  • @AhimanNayak
    @AhimanNayak หลายเดือนก่อน

    চৰকাৰী হস্পিতালত ৰোগীৰ কোঠাত এচি কিয় যোগান ধৰা নহয়, যিহেতু আমাৰ টকাৰে হস্পিতাল নিৰ্মাণ কৰা হয় 😂

  • @anukulrabha5766
    @anukulrabha5766 หลายเดือนก่อน

    তথাপি হিমন্তই কিমান ফটা ঢোল বজায় ।

  • @bibhadas5650
    @bibhadas5650 หลายเดือนก่อน +2

    Ajir 99% doctor tokar lobhot thake.

  • @SkullGamesYT904
    @SkullGamesYT904 หลายเดือนก่อน

    হয় একেবাৰেই সত্য
    একমত 👍

  • @user-of4yf2pu7w
    @user-of4yf2pu7w หลายเดือนก่อน

    Right👍

  • @birenchoudhury9430
    @birenchoudhury9430 หลายเดือนก่อน

    অভিজ্ঞ ডাক্তৰৰ অভাৱ চিকিৎসালয় বোৰত অনুপম

  • @ZubinOfficial32
    @ZubinOfficial32 หลายเดือนก่อน

    Speaking is right

  • @prk5091
    @prk5091 หลายเดือนก่อน

    We came to know everything about the problem in government hospital in assam today. Now we have to take a very strong decision without any delay for immediate improvement for better treatment.Call emergency meeting inviting veterans and other dignitories.For this I request the student union and other social organisations of assam to take active part for a permanent solution.