ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

খণ্ড ৩ || কৃষ্ণ শব্দৰ অৰ্থ কি || ভগৱানে ভকতৰ কি কি পৰীক্ষা লয় || অনিল তাঁতী || anil tanti

แชร์
ฝัง
  • เผยแพร่เมื่อ 14 มิ.ย. 2023
  • প্ৰাণজিৎ গগৈ বাপজনাৰ গৃহত
    ব্যাখ্যাকাৰ অনিল তাঁতী ভাগৱত পাঠ
    bhagawart path
    জয় গুৰু শংকৰ
    ধেমাজি জিলাৰ ধেমাজি আঞ্চলিক শাখাৰ শিশু আই মাতৃ কল্যাণ সমিতিৰ উদ্যোগত আৰু শঙ্কৰ সূৰ্য প্ৰাথমিক শাখা আতিথ্য ত মাহেকীয়া ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠান ভাগি অনুষ্ঠিত কৰা হয়। অনুষ্ঠান ভাগি আত ধৰে আঞ্চলিকৰ সম্পাদক, বিমান বৰা বাপ জন আৰু শিশু আই মাতৃ কল্যাণ সমিতিৰ সম্পাদিকা চুমী চলিহা কোঁৱৰ আইগৰাকিয়ে। অনুষ্ঠান ভাগিত ব্যাখ্যাকাৰ হিচাপে উপস্থিত থাকে মন্দীৰা ভৰালী বৰা আই গৰাকী। তেখেতৰ তত্ত্ব গধুৰ বানিৰে সমস্ত জন ভক্তপ্ৰান বাপ আই ক মূদ্ধ কৰিলে।
    ©️Copyright Notice :- Please do not copy this video or you will be given a copyright strike
    অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হ'ব

ความคิดเห็น • 220

  • @minatidevi1064
    @minatidevi1064 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ

  • @binakumarigogoiborah8407
    @binakumarigogoiborah8407 2 หลายเดือนก่อน +2

    কৃষ্ণ বাপ 🙏🏻🙏🏻🙏🏻🙏🏻 অপূৰ্ব সুন্দৰ ব্যাখ্যা 🙏🏻

  • @user-it2qo5zz8m
    @user-it2qo5zz8m 8 วันที่ผ่านมา +1

    শ্ৰী কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @user-bi6no7zh6x
    @user-bi6no7zh6x 3 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে ভক্তিৰ সাগৰ আপোনাৰ ভাগৱত বাক্যাংশ খিনি শুনি বহুত ভাল লাগিল।

  • @tulanbora4383
    @tulanbora4383 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏 তাতী বাপৰ ভাগবত পাঠৰ বাখ্যা শুনি ধন্য হলো | সমস্ত ভকত বৃন্দলৈ সেৱা নিবেদিলো|🙏🙏🙏🙏🙏🙏🙏

  • @Sistryhazarika5761
    @Sistryhazarika5761 3 หลายเดือนก่อน +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ঔ হৰি। ঔ। ৰাম

  • @user-lr4ti5me7e
    @user-lr4ti5me7e 15 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ। জয় গুৰু শংকৰ।

  • @kabitadas61
    @kabitadas61 ปีที่แล้ว +11

    কৃষ্ণ কৃষ্ণ প্ৰভু শত কোটি প্ৰণাম নিবেদিলো আপোনাৰ চৰণত ।কৃষ্ণ

  • @user-bt5qz6eb4p
    @user-bt5qz6eb4p 10 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @PranitaGogoi
    @PranitaGogoi ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ আপোনাৰ ৰসাল ভাগৱতৰ ব্যাখ্যা শুনি ভাল লাগিল

  • @Ridipaxom
    @Ridipaxom ปีที่แล้ว +6

    কৃষ্ণ কৃষ্ণ হৰি ৰাম ৰাম ৰাম ৰাম কৃষ্ণ হৰি। জয় গুৰু শঙ্কৰ

  • @malatidutta7901
    @malatidutta7901 ปีที่แล้ว +10

    কৃষ্ণৰ কৃষ্ণৰ ভকতজনৰ ৰখা মৃত কৃষ্ণৰ কথা শুনি বহুত ভাল লাগিছে

  • @kumudgayan1664
    @kumudgayan1664 ปีที่แล้ว +20

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনাৰ অমৃতময় ভাগৱত বাখ্যাই সকলোৰে অন্তৰত কৃষ্ণ ভক্তিৰ পৰিবেশ ৰচনা কৰে, সেয়ে আপোনালৈ অশেষ ভক্তি ভৰা সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @kisontanti957
    @kisontanti957 ปีที่แล้ว +6

    Krisno bap bohut Ananda paisu

  • @user-vn8wy1ts1i
    @user-vn8wy1ts1i 2 หลายเดือนก่อน +1

    Krishna Krishna Radhe Radhe

  • @junumech7558
    @junumech7558 ปีที่แล้ว +7

    কৃষ্ণ কৃষ্ণ বাপ সকলো চৰণ ভক্তি ভৰা‌ সেৱা নিবেদিলে কৃষ্ণ সুন্দৰ ব্যাখ্যা কৃষ্ণ কৃষ্ণ

  • @bulbuligogoi7889
    @bulbuligogoi7889 ปีที่แล้ว +5

    কৃষ্ণ , কৃষ্ণ 🙏🙏 বৰ সুন্দৰ , কৃষ্ণ কৃষ্ণ 🙏🙏 ।

  • @pabitrarajbangshi4438
    @pabitrarajbangshi4438 4 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ

  • @user-bb7go3yd4h
    @user-bb7go3yd4h 2 หลายเดือนก่อน +1

    Krishna bap dhany bad

  • @sabitriboruah4411
    @sabitriboruah4411 10 หลายเดือนก่อน +1

    Krishn

  • @anichetia9946
    @anichetia9946 7 หลายเดือนก่อน +1

    Radhe Krishna Radhe krishna

  • @user-qm1kb3yw4u
    @user-qm1kb3yw4u 10 หลายเดือนก่อน +2

    কৃষ্ণ

  • @jinuchawrok9178
    @jinuchawrok9178 ปีที่แล้ว +7

    কৃষ্ণ কৃষ্ণ , প্ৰণাম ৰাম মাধৱ 🙏🙏🙏🙏

  • @guleshwarbora5700
    @guleshwarbora5700 24 วันที่ผ่านมา +1

    Krishna bht bhl lagise

  • @KhRay-ob6ul
    @KhRay-ob6ul 7 หลายเดือนก่อน +1

    ও হৰি ও ৰাম🙏🙏🙏🌹🌹🌹

  • @dcddipudeka431
    @dcddipudeka431 10 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ বাপ 🙏🏻🙏🏻

  • @mridultamuli991
    @mridultamuli991 ปีที่แล้ว +5

    কৃষ্ণ বাপ বৰ সুন্দৰ লাগিল। সেৱা জনালো।

  • @simantadas6272
    @simantadas6272 2 หลายเดือนก่อน +1

    Krishna Krishna Krishna bap

  • @ShyamantaSonowal-ud8dv
    @ShyamantaSonowal-ud8dv 8 หลายเดือนก่อน +1

    Joi.shree.krishna.krishna.krishna.

  • @khagensahu-ul1gj
    @khagensahu-ul1gj 5 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ

  • @sunitadutta9012
    @sunitadutta9012 2 หลายเดือนก่อน +1

    Krishno

  • @KarunaKalita-en6gh
    @KarunaKalita-en6gh หลายเดือนก่อน +1

    Sundar. Bakshya bap. Krishna apunar ami. Suni Ashu nalbari sondha prathamik krishna ram Hari.

  • @GaneswarBasing-pc2kv
    @GaneswarBasing-pc2kv 3 หลายเดือนก่อน +1

    Krishna bap yoi Sri krishna

  • @nirupama5671
    @nirupama5671 ปีที่แล้ว +1

    Krishna bap sahasra pranam

  • @dipakdevnath1452
    @dipakdevnath1452 5 หลายเดือนก่อน +1

    সুন্দৰ । অ হৰি অ ৰাম ।

  • @jugalrajkhowa4071
    @jugalrajkhowa4071 11 หลายเดือนก่อน +1

    Pronam jonaisu bap jon. krishna

  • @nayanbordoloi481
    @nayanbordoloi481 10 หลายเดือนก่อน +1

    Krishna Krishna bap

  • @lalitghatowar8760
    @lalitghatowar8760 2 หลายเดือนก่อน +1

    Hare Krishna

  • @MiraTanti-j7s
    @MiraTanti-j7s วันที่ผ่านมา +1

    O hori o Ram 🙏🙏🙏🙏🙏

  • @FatikPhukan-ts6gz
    @FatikPhukan-ts6gz 8 วันที่ผ่านมา +1

    Krishna. Krishna.❤❤❤

  • @user-vt6bh4rn7r
    @user-vt6bh4rn7r 5 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ,

    • @binitabarman4661
      @binitabarman4661 2 หลายเดือนก่อน

      বহুত ভাল লাগিল বাপ আপোনাৰ ভাগৱত পাঠ শুনি🙏🙏🙏

  • @kalpananath3301
    @kalpananath3301 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব

  • @user-ee2xe9gr7y
    @user-ee2xe9gr7y 10 หลายเดือนก่อน +1

    Ram 🙏🙏🙏🙏🙏🙏🙏🙏ram🙏🙏🙏🙏🙏🙏 ram

  • @mridularoy5557
    @mridularoy5557 8 หลายเดือนก่อน +1

    কৃষ্ণ 🙏

  • @gajenborah-ee8yl
    @gajenborah-ee8yl ปีที่แล้ว +3

    Krishna bap vokti vag Val lageel

  • @rubul6957
    @rubul6957 9 หลายเดือนก่อน +2

    Krishna.... kishan.... kishan

  • @BASISTHAMAHANTA-ye2cg
    @BASISTHAMAHANTA-ye2cg 11 หลายเดือนก่อน +1

    Krishna krishna

  • @munindraborgohain6054
    @munindraborgohain6054 11 หลายเดือนก่อน +1

    Krishna.krishna.🙏🙏🙏

  • @kalpananath3027
    @kalpananath3027 ปีที่แล้ว +5

    Krishna 🙏

  • @user-qy1fy1mg4p
    @user-qy1fy1mg4p 7 หลายเดือนก่อน +1

    Krishna krishna krishna❤❤❤

  • @nirusaikia7631
    @nirusaikia7631 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ 🙏 🙏
    তাতী বাপৰ ভাগৱত পাঠৰ বাখ্যা শুনি ধন্য হলো।সমস্ত ভকত বৃন্দলৈ সেৱা নিবেদিলো।

  • @dipkalita8273
    @dipkalita8273 ปีที่แล้ว +4

    তাতীবাপ জনালৈ ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ কৃষ্ণ কৃষ্ণ

    • @user-bi6no7zh6x
      @user-bi6no7zh6x 3 หลายเดือนก่อน

      তাতীবাপ জনালৈ মোৰ ফালৰপৰা আন্তৰীক জ্ঞাপন কৰিলো।

  • @saratbora5999
    @saratbora5999 11 หลายเดือนก่อน +3

    জয় শ্ৰী কৃষ্ণ 💕🙏💕

  • @brajengohain8983
    @brajengohain8983 ปีที่แล้ว +4

    🙏🙏🙏কৃষ্ণ কৃষ্ণ বাপ ।বৰ ভল লাগিল ।

  • @ratulbhuyan9798
    @ratulbhuyan9798 6 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ🙏🙏

  • @user-ee2xe9gr7y
    @user-ee2xe9gr7y ปีที่แล้ว +2

    Krishan narayan🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @lilachabukdhora4269
    @lilachabukdhora4269 ปีที่แล้ว +5

    Krishna Krishna Krishna 👏

  • @meenachangmai8309
    @meenachangmai8309 ปีที่แล้ว +2

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ

  • @GaneswarBasing-pc2kv
    @GaneswarBasing-pc2kv 3 หลายเดือนก่อน +1

    Krishna bap krishna kota unile soku Pani ulall oh my good

  • @user-xz7gv9wm9u
    @user-xz7gv9wm9u 11 หลายเดือนก่อน +1

    Jay srhi ram prhobu

  • @gautamdas5705
    @gautamdas5705 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ বাপ আই সকল কৃষ্ণ কৃষ্ণ বাপ

  • @radhikamedhimaina6451
    @radhikamedhimaina6451 9 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏

  • @DigantaHazarika-ud8dd
    @DigantaHazarika-ud8dd ปีที่แล้ว +2

    Krishna Krishna Krishna

  • @mileswarbhuyan7110
    @mileswarbhuyan7110 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ বাপ সেৱা আগবঢ়াইছো

  • @user-gy8bc7pu4n
    @user-gy8bc7pu4n 5 หลายเดือนก่อน +1

    Kishna kishna

  • @ProfullaSaikiaOfficial
    @ProfullaSaikiaOfficial ปีที่แล้ว +2

    কৃষ্ণ বৰ সুন্দৰ ব্যাখ্যা বাপ।

  • @atulchetia5264
    @atulchetia5264 10 หลายเดือนก่อน +1

    Joi hoi 🙏

  • @pushpamedhi4294
    @pushpamedhi4294 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ বাপজনা বৰ ভাল লাগিছে ধন্যবাদ

  • @HazarikaDas
    @HazarikaDas ปีที่แล้ว +2

    Krishna Krishna 🙏

  • @dipanjalibordoloi1172
    @dipanjalibordoloi1172 10 หลายเดือนก่อน +1

    Krishna

  • @pulokborah1491
    @pulokborah1491 ปีที่แล้ว +4

    Krishna Krishna Bap

  • @dipisaikia287
    @dipisaikia287 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ ভক্তি ভৰা সেৱা নিবেদন কৰা হৈছে

  • @bijoyaveryniceborah8304
    @bijoyaveryniceborah8304 ปีที่แล้ว +4

    Krishna 🙏🙏🌹🌹🙏

  • @rinakutumpegu1427
    @rinakutumpegu1427 ปีที่แล้ว +2

    🙏 Krishna Krishna Krishna Krishna.

  • @BanikantaBonia-ec7nz
    @BanikantaBonia-ec7nz ปีที่แล้ว +2

    🙏🙏🙏কৃষ্ণ সেৱা জনাইছো 🙏

  • @assammbvlogs
    @assammbvlogs ปีที่แล้ว +2

    🙏🙏🙏 krishna he porvu ponam

  • @tankeswardeka6070
    @tankeswardeka6070 ปีที่แล้ว +2

    Ram Ram pravo sipajhar 🌷🌻🥀🙏🙏🙏

  • @aikankalita6733
    @aikankalita6733 ปีที่แล้ว +2

    Krishna krishna ohori o ram

  • @gamingvideo7166
    @gamingvideo7166 3 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ঔ হৰি ঔ ৰাম

  • @bhumitabora2496
    @bhumitabora2496 ปีที่แล้ว +11

    🙏🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ বাপ বহুত ভাল লাগিল কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏

  • @bhaskarborah7929
    @bhaskarborah7929 ปีที่แล้ว +4

    কৃষ্ণ ৰাম ৰাম হৰি 🤗

  • @pinkideka5457
    @pinkideka5457 ปีที่แล้ว +5

    Bhut val lagil.....Dhanyabad Bap

  • @sapnalidutta5930
    @sapnalidutta5930 ปีที่แล้ว +2

    Krishna Krishna 🙏🙏🙏

  • @tanche9085
    @tanche9085 ปีที่แล้ว +2

    Jai shankar vagwan ki jai

  • @girinkrgogoi8688
    @girinkrgogoi8688 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ, শুনি বৰ আনন্দ পালো বাপ, কৃষ্ণ

  • @malinchborah2147
    @malinchborah2147 4 หลายเดือนก่อน +1

    🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd ปีที่แล้ว +3

    Krishna Krishna baap

  • @anjalibaruah7669
    @anjalibaruah7669 ปีที่แล้ว +3

    কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏

  • @user-sl2sn3ws4v
    @user-sl2sn3ws4v 11 หลายเดือนก่อน +1

    Taanti bap your view is right

  • @pahisaikia7473
    @pahisaikia7473 ปีที่แล้ว +3

    Krishna Krishna Krishna 🙏🙏

  • @bontibora9711
    @bontibora9711 4 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ🙏🙏🙏 ভক্তি ভৰা সেৱা জনালোঁ 🙏🙏🙏

  • @debajitborah6983
    @debajitborah6983 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ আপোনাসবলৈ সেৱা জনাইছো কৃষ্ণ।

  • @bhobeshdawo421
    @bhobeshdawo421 ปีที่แล้ว +1

    Krisno🙏

  • @user-sc4kq9dz3r
    @user-sc4kq9dz3r ปีที่แล้ว +1

    আমাৰ বোধেৰে ভকত শব্দৰ অৰ্থ ব্যাপক। ভ শব্দে ভক্তি আৰু ক শব্দৰ অৰ্থ ভগৱান বিষ্ণু বা কৃষ্ণ আৰু ত শব্দৰে তৰণৰ উপায় বুজাই। ভগৱান বিষ্ণু হ'ল অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী। উৰণ বুৰণ গজন ভ্ৰমণ চাৰিও মুঠি জীৱ ভগৱান পৰম আত্মাৰ পৰাই জ্যোতি বিন্দু হিচাপে জীৱ আত্মা হৈছে। পৰম আত্মা অনাদি অনন্ত নিৰাকাৰ সনাতন সবব্যাপি সবাও উদ্ধত কালতো অতীত। সমস্ত ব্ৰহ্মাণ্ড তেওঁৰ উদৰস্থ হৈ আছে। গতিকে সকলো জীৱৰ ধৰ্ম হ'ল পৰম আত্মাৰ লগত মিলি থকা পৰম আত্মাৰ ও ধৰ্ম হ'ল জীৱ আত্মা বিলাকক এবাৰ ৰছীৰে চাৰি ও মুঠি জীৱ আত্মা কে মণি গাঠি সকলো জীৱৰ অন্তজামি হৈ থকা। পৰা আৰু অপৰা দুটা প্ৰকূতি উত্তম নৰম তেওঁৰ পৰাই উৎপত্তি হৈছে পৰা প্ৰকূতি ৰ আত্মা চৈতন্য পূৰ্ণ ব্ৰহ্ম ।অপৰা প্ৰকূতি ৰ হন্তে24তত্ত্বৰ পঞ্চ মহাভূত আৰু প্ৰকূতিৰ মায়া। জীৱ ক্ষেএজ্ঞ পঞ্চ মহাভূতদেহ বা ক্ষেত্ৰ। পৰম আত্মা চাৰি ও মুঠি জীৰেই ক্ষেএজ্ঞ। তেওঁ সকলো জীৱৰ মূল তত্ব আৰু সকলো জীৱ তেওঁৰ ভক্ত। শ্ৰদ্ধা ভক্তি প্ৰেম আৰু বিশ্বাস একান্ত বিশ্বাস। জগত খনেই ভকত। কুকুৰ শিগাল গদৰভৰো আত্মা ৰাম ছানিয়া সবাকো কৰিবা উদ্ধৱক কৈছিল।

  • @utpaldasutpaldas4003
    @utpaldasutpaldas4003 ปีที่แล้ว +1

    Krishna 🙏🙏🙏

  • @rekhagogoi322
    @rekhagogoi322 ปีที่แล้ว +3

    Krishna 🙏🙏🙏.

  • @keshabbora7742
    @keshabbora7742 ปีที่แล้ว +8

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @PradipDas-td2eb
    @PradipDas-td2eb ปีที่แล้ว +3

    সুন্দৰ বাপ

  • @PABITRA_NATH__
    @PABITRA_NATH__ ปีที่แล้ว +4

    🙏🙏🙏

  • @robinphukan
    @robinphukan ปีที่แล้ว +2

    Krishna anil dada krishna