অম্বুবাচী

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 มิ.ย. 2022
  • #ভাগৱতপাঠ #pranjitgogoi #bhagawatpath#pranjalprotimborah
    ভাগৱত পাঠ ব্যাখ্যা
    স্থান--নামতি লোনপুৰিয়া।
    পদ্ম কাকতি বাপজনাৰ বাসগৃহ।
    পাঠ আৰু ব্যাখ্যা-প্ৰাণজিৎ গগৈ,খনামুখ।
    ভিডিঅ এডিট-প্ৰাঞ্জল প্ৰতীম বৰা।
    শব্দযন্ত্ৰ-ভাই চাউণ্ড চাৰ্ভিচ,খনামুখ।
    অনুষ্ঠানটি আত ধৰোতে আমি মহা অধমে জ্ঞাতে বা অজ্ঞাতে কৰা ভুলৰ বাবে আপোনাসৱ মহা মহন্তৰ চৰ#sibsagar ণত সেৱা জনাইছো...🙏🙏🙏

ความคิดเห็น • 1.7K

  • @jibonjyotidutta622
    @jibonjyotidutta622 2 ปีที่แล้ว +27

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

    • @jibonjyotidutta622
      @jibonjyotidutta622 2 ปีที่แล้ว +3

      ধন্যবাদ

    • @subornaroy9303
      @subornaroy9303 2 ปีที่แล้ว +1

      Krishna.krishna.hundar Byakhya.hewajanalu

    • @gitakotoky733
      @gitakotoky733 ปีที่แล้ว +1

      @@jibonjyotidutta622 Narayan Narayan Narayan .

    • @videoassamese.123
      @videoassamese.123 ปีที่แล้ว

      ঐতিহাসিক ঠাই🙏কাতি মাহত মনোবাঞ্ছা পূৰণৰ বাবে ভক্ত ই আগবঢ়াই ভোগ🙏th-cam.com/video/d7dpa4EzCNY/w-d-xo.html

  • @bhusansarma8073
    @bhusansarma8073 9 วันที่ผ่านมา +46

    শংকৰদেৱে সকলোকে সমান বুলি ভাৱিছিল কিন্তু এতিয়া ৰ শংকৰী বোৰে ধৰ্ম টোৰ মাজত বিভেদ অনা বুলি পৰিলক্ষিত হয় | ভগৱানৰ ওপৰত কোনো হব নোৱাৰে | জয় শ্ৰী ৰাম জয় মা কামাখ্যা ❤

    • @Jaanrdas6364
      @Jaanrdas6364 7 วันที่ผ่านมา

      Val lagile huni krishno..
      Mi kotha ata janib bisaru j Dev devi Ku puja koru Aru bisakh Koru ! Mi namghor logot tu jorit vogwank bisakh koru.! Kotha2 hol atia mi kak Ki korim kak manim.?
      Aru ata kouk beleg Dev Devir murtik sab korib napay ! Kintu krishno murti sab pay kio..? Krishno murtitu, murti nohoy neki ?

    • @ArunaBhuyan-ob1ey
      @ArunaBhuyan-ob1ey 7 วันที่ผ่านมา

      Krishnak pujile Puja hokolure hoi . Prithoke pujile Puja kehu nolovoiyo. Buji louk

    • @pujapanservice3710
      @pujapanservice3710 5 วันที่ผ่านมา +3

      @@ArunaBhuyan-ob1ey Tur baperok Puj okol marok nupujibi , marok khedi de gharor pora . Krishna k pujile hokoluke Puja hoi kotha kobole aaho . Krishna i koisile nki ? Muke pujibi belegok nupujibi buli . Ninda kora kotha eibur tohotor . Beleg rajyar krishna bhaktaitu hokluke Mane. Tohoti pabot joga adharmi mohapapi tohot.

    • @user-ug5xk3dg9o
      @user-ug5xk3dg9o 2 วันที่ผ่านมา

      Apuni debi puja kore ki paise

    • @pujapanservice3710
      @pujapanservice3710 2 วันที่ผ่านมา +1

      @@user-ug5xk3dg9o Toi Sankar dharma loi ki bal dal paiso, musolane Allah Mane ki paise , Christian a jishuk Mane hihote ki paise . Anor dharmak kamurai Kam tohotor . Tohotor dharma tu a hatya nki ei prithibit hajarta dharma ase . Tohotor sankari dharma harbe harba nohoi.

  • @dhrubajyotigogoi2269
    @dhrubajyotigogoi2269 ปีที่แล้ว +5

    কৃষ্ণ প্ৰভু🙏, কৃষ্ণ প্ৰভু🙏, কৃষ্ণ প্ৰভু🙏,

  • @debojanibhattacharjya7385
    @debojanibhattacharjya7385 9 วันที่ผ่านมา +5

    জয় মা কামাখ্যা। এই মহাপণ্ডিত ৰ জ্ঞান অপৰিসীম যেন পাওঁ

    • @ArunaBhuyan-ob1ey
      @ArunaBhuyan-ob1ey 7 วันที่ผ่านมา

      Apunar he Gyan oprikhim diok . Eman hundorkoi Sastro honmotto kotha kuar pisotu eyake Buji pale

  • @ramaborah3940
    @ramaborah3940 2 ปีที่แล้ว +11

    কৃষ্ণ সেৱা জনালোঁ🙏🙏

  • @yourgamingyt469
    @yourgamingyt469 2 ปีที่แล้ว +6

    কৃষ্ণ কৃষ্ণ হৰি ৰাম 🙏🙏🙏

  • @ratulHandique10
    @ratulHandique10 8 วันที่ผ่านมา +12

    হৰ হৰ মহাদেৱ। জয় মা কামাখ্যা।

  • @mridulasonowal7096
    @mridulasonowal7096 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্রভু। সেৱাহে🙏🙏

  • @user-kaushikvlog
    @user-kaushikvlog 2 ปีที่แล้ว +6

    বৰ ভাল লাগিল শুনি, 🙏🙏🙏

  • @mridusmitasaikia7123
    @mridusmitasaikia7123 2 ปีที่แล้ว +11

    জয় জয় শ্ৰীকৃষ্ণ 🙏

  • @binitaborah9125
    @binitaborah9125 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ🙏 বাপ বৰ সুন্দৰ লাগিল।

  • @jibonchborah3819
    @jibonchborah3819 ปีที่แล้ว +23

    বসুমতী এগৰাকী মাতৃ বুলি ভাগৱতে কৈছে। বসুমতী ৰজস্বলা হয়। ৰজস্বলা অৱস্থাত বৰাহৰুপী বিষ্ণুৱে বসুমতীক উদ্ধাৰ কৰোঁতে ৰমণ কৰাৰ বাবে নৰকৰ জন্ম , এগৰাকী মাতৃ ৰজস্বলা মাতৃৰ যোনীমণ্ডলেদিয়েই হয় , পৃথিৱীৰ মাতৃৰ যোনী সেয়েহে এঠাইতেই থাকিব সেয়েহে গোটেই পৃথিবীয়েই অম্বুবাচীত অশুচী হয় ,,পাৰে যদি আমাৰ দ্বাৰা ৰচিত পৰম ব্ৰহ্মৰ সন্ধানত কিতাপ খনি পঢ়িব ,, আপুনি যে ক'লে শিব ই ভাং খাই, সেই তথ্য ক'ত পালে জনাব চোন,,আমি সেই তথ্য বিচাৰি কতো নাপালোঁ,,

    • @jodujunakakashmusical266
      @jodujunakakashmusical266 8 หลายเดือนก่อน +3

      শিৱ‌ই ভাং খোৱা বুলি আমি আজিলৈকে পোৱা নাই 🙏🏻। আৰু জোতিময় বাপেও আজিলৈকে কোৱা নাই কৃষ্ণ ।

    • @anant8469
      @anant8469 5 หลายเดือนก่อน +1

      আৰু কব গ'লে সকলো জীৱৰ পাৰ্বতী মা হয় । কোন মাকে নিজৰ সন্তানৰ বলি নিবিচাৰে।

    • @PratapKalita-xc7bb
      @PratapKalita-xc7bb 17 วันที่ผ่านมา

      ​@@anant8469jn ni

    • @bnjn5135
      @bnjn5135 15 วันที่ผ่านมา

      ​@@anant8469 ঠিকেই কৈছে আপুনি।

    • @sourabhborah9418
      @sourabhborah9418 13 วันที่ผ่านมา +2

      কামাখ্যা দেৱী আৰু বসুমতি একে গৰাকী নহয়

  • @alukdas2951
    @alukdas2951 2 ปีที่แล้ว +6

    জয় শঙ্কৰ গুৰু।

  • @himangshugogoi3419
    @himangshugogoi3419 2 ปีที่แล้ว +5

    Krishna Krishna 🙏🙏🙏

  • @gautamadhikary6547
    @gautamadhikary6547 18 ชั่วโมงที่ผ่านมา

    शिवाय विष्णु रूपाय शिव रूपाय विष्णवे |
    शिवस्य हृदयं विष्णुं विष्णोश्च हृदयं शिवः ||

  • @gautamadhikary6547
    @gautamadhikary6547 18 ชั่วโมงที่ผ่านมา

    शिवाय विष्णु रूपाय शिव रूपाय विष्णवे |
    शिवस्य हृदयं विष्णुं विष्णोश्च हृदयं शिवः ||

  • @tonmoinath275
    @tonmoinath275 2 ปีที่แล้ว +69

    হৰ হৰ মহাদেৱ সকলোকে আমি সমান বুলি ভাবো আগতে ত্তত্ব বুজি লবা তাৰ পিছত ব্যত্ত কৰিবা । হৰ হৰ মহাদেৱ জয় মা কাম্যাখা

    • @jyotimoy6018
      @jyotimoy6018  2 ปีที่แล้ว +5

      কৃষ্ণ

    • @Littlemissperfect369
      @Littlemissperfect369 2 ปีที่แล้ว

      5gp9 5th 3D was Xu Fu 9h tf@@jyotimoy6018
      3 ||}

    • @niramchandrahaloi1871
      @niramchandrahaloi1871 2 ปีที่แล้ว +4

      "আগতে তত্ত্ব বুজি লবা" এইখিনি অনুকৰণ কৰিলেই হব। কৃষ্ণ--- কৃষ্ণ----।

    • @Mrbeatsshorts01263
      @Mrbeatsshorts01263 ปีที่แล้ว +6

      Har har mahadev🙏

    • @SurprisedBaseball-nx7xw
      @SurprisedBaseball-nx7xw 13 วันที่ผ่านมา +3

      Toi nijake bahut maha pandit buli vabisa neki?

  • @DKNath-oe2ts
    @DKNath-oe2ts 2 ปีที่แล้ว +6

    কৃষ্ণ বাপ জন
    ভক্তিভৰা সেৱাভাগি নিবেদিলো 🙏🙏🙏🙏

  • @jatnarabha9323
    @jatnarabha9323 ปีที่แล้ว +3

    কৃষ্ণ বাপ 🙏🙏 সুন্দৰ

  • @mouchumigogoi5024
    @mouchumigogoi5024 2 ปีที่แล้ว +4

    প্ৰাণজিৎ প্ৰভু ভাল লাগিলে

  • @biswajitbaruah3564
    @biswajitbaruah3564 2 ปีที่แล้ว +4

    Koti koti pranam prabhu

  • @swadhinsaikia6947
    @swadhinsaikia6947 2 ปีที่แล้ว +13

    কৃষ্ণ কৃষ্ণ আপোনাৰ অমৃত বৰষা ভাগৱতৰ ভাঙনি ভাগ শুনি বৰ আমোদ পালো ৷ভগৱানে সহায় কৰক ৷

  • @gorkhafocus620
    @gorkhafocus620 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ হৰি হৰি

  • @bishwabora8408
    @bishwabora8408 7 วันที่ผ่านมา +10

    শাস্ত্ৰৰ উওম গীতা ভাগৱত
    ধৰ্মৰ উওম নাম
    দেৱৰ উওম দৈৱকী নন্দন
    চৰণে কৰো প্ৰমাণ🙏
    কৃষ্ণ বাপ🙏

  • @kamalsharma2034
    @kamalsharma2034 ปีที่แล้ว +69

    ভগৱন্ত আৰু আমাৰ মনুষ্যৰ মাজত বহুত পার্থক্য আছে। আমি শ্রীমন্ত শঙ্কৰ দেৱ আৰু মাধৱ দেৱৰ জন্ম আৰু মৃত্যু তিথি পালন কৰোত অথচ তেওঁলোক তো আমাৰ বংশৰ নহয়। কিয় পালন কৰো তেওঁলোক গুৰু দুজনা আমাৰ পিতৃ স্বৰূপ। ঠিক তেনেকৈ মা কামাখ্যা ৰজশ্বলা হ'লে আমি মাতৃ দেৱী হিচাপে হে মান্যতা দিও ৷ তেওঁ দেৱী .মানৱ নহয় ৷ ভগৱতত কোৱা মতেই যেনেকৈ বসুমতি আৰু বৰাহৰ সঙ্গমৰ ফলত নৰকাসুৰৰ জন্মৰ কথা কৈছে 'ঠিক তেনেকৈ মাতৃ বসুমতিৰ সৈতে যেতিয়া আমাৰ সান্নিধ্য স্থাপন হয় অর্থাৎ আমি বসুমতিত হাল বাও , কোৰ মৰা হয়, গছ পুলি ৰোৱা হয় তেতিয়া বেয়া প্রভাৱ পৰে বুলি পৌৰাণিক কালৰে পৰা বিশ্বাসক লৈ চলি আহিছে। মই মোৰ মনৰ ভাৱহে প্রকাশ কৰিলোঁ৷ ভুল হ'লে ক্ষমা কৰিব ৷

    • @mamilabhuuyan6391
      @mamilabhuuyan6391 11 วันที่ผ่านมา

      পুৰনি কাল নাই,বৰতমান যুগত ভাগৱত ধৰ্ ম পালন কৰিব লাগে তেতিয়া জীৱনত মুকুতি লাভ কৰিব পাৰি

    • @hemantakumardatta284
      @hemantakumardatta284 9 วันที่ผ่านมา +1

      Aeku bhul kowa nai.

    • @manashhazarika076
      @manashhazarika076 9 วันที่ผ่านมา

      বসুমতী আহাৰ মাহত ৰজচলা বুলি আপুনি কেনেকৈ গম পালে । আহাৰ মাহত টো কামাখ্যা দেৱীহে ৰজচলা হৈ চোৱা হ'ল। তেন্তে হাল কোৰ কিয় নমাৰিব । যদি বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে চোৱা যায় তেন্তে আহাৰ মাহত টো হাল বাবলৈ, কোৰ মাৰিবলৈ নাপায় বুলি পোৱা নাই ।

    • @baikunthagagai7359
      @baikunthagagai7359 9 วันที่ผ่านมา

      Vul hoise akou,val dore bislyekhon kora buji paba

    • @pujapanservice3710
      @pujapanservice3710 9 วันที่ผ่านมา

      Tohotor dharma branchat khula account. Hindu nohoi tohot

  • @niveditaborkakati7826
    @niveditaborkakati7826 ปีที่แล้ว +2

    অতি সুন্দৰ, কৃষ্ণ 🙏

  • @ranuhazarikanayak9601
    @ranuhazarikanayak9601 ปีที่แล้ว +3

    জয় কৃষ্ণ 👏👏

  • @simantakalita3171
    @simantakalita3171 ปีที่แล้ว +8

    JAY MAA KAMAKHYA 🙏🙏🙏

    • @amritnath1156
      @amritnath1156 ปีที่แล้ว

      জয় মা কামাখ্যা🙏🌺🌺🌺🙏 🚩

  • @SIVASAGAR_GOD
    @SIVASAGAR_GOD 2 ปีที่แล้ว +10

    কৃষ্ণ মই বহুত দিনৰ পৰা ভাবি আছিলো এই বাখ্যা টো শুনি বৰ বাবে ভাল লাগিল

  • @chitrakumarhazarika9224
    @chitrakumarhazarika9224 ปีที่แล้ว +1

    কৃষ্ণ বাপ..বৰ সুন্দৰ ব্যাখ্যা ভাগৱতৰ আশ্ৰয়ৰ, অৰ্থৰ।

  • @bibekanandabora4843
    @bibekanandabora4843 ปีที่แล้ว +11

    🙏কৃষ্ণ কৃষ্ণ বাপ বহুত সুন্দৰ ব্যাখ্যা

  • @anantarajkhowa6613
    @anantarajkhowa6613 ปีที่แล้ว +28

    কাৰো মনত আঘাত দিব নেপাই ।যিজন মানুহক আপুনি ভাল নেপাই হেই বুলি মানুহ জনৰ বদনাম গাব নেকি ।যেতিয়া সমুদ্ৰ মুনথন হৈ চিলে তেতিয়া প্ৰথমে বিহ ওলাইছিল জি বিহ সমগ্ৰ জীৱ কুল পতি বিপদ নামি আহিছিল আৰু হেই বিহ পান কৰিছিল মহাদেৱ । আৰু হেই বিহ পান কৰা পিছত তেওঁ হৰি তাপ বাহি গৈছিল তেওঁ কৈলাসত গৈ শান্তি পোৱা নাছিল । তেতিয়া সকলো দেৱ দেৱী তেওঁক হেই বিহ পৰা মুক্ত হব কাৰণে কেঁচা গাখীৰ আৰু ভাং বেল তেওঁক খুৱাইছিল হেই কাৰণে তেওঁৰ পূজাত বিবহাৰ কৰা হয় ভাং বেল পাত আৰু গাখীৰ । মানুহক নিছাৰ পয়োজন হয় ভগৱানক নহয় ।কৃষ্ণ শিৱ পূজা কৰিছিল। ৰাম অৰ্জুন ৰাৱণ সকলৰ শিৱ পূজা কৰিছিল। যেতিয়া কৃষ্ণ জন্ম হৈছিল তেতিয়া শিৱ বাবা গৈছিল তেওঁ চাবলৈ বামুণৰ ৰূপ ধাৰণ কৰি । আৰু যেতিয়া কৃষ্ণ ১৬গোপী লগত বিন্দাবনত আছিল । তাত বেলেগ পুৰুষ প্ৰবেশ কৰিবলে দিয়া নাছিল । কিন্তু শিৱ গৈছিল নাৰী ৰূপ ধাৰণ কৰি।

  • @lombitmoranofficial7781
    @lombitmoranofficial7781 2 ปีที่แล้ว +5

    কৃষ্ণ 🙏

  • @jayantidas3472
    @jayantidas3472 ปีที่แล้ว +6

    কৃষ্ণ বাপ ভক্তিৰে ভৰা সেৱা প্ৰদান কৰিলো গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ 🙏🙏

  • @hemantadas2936
    @hemantadas2936 ปีที่แล้ว +2

    জয় প্ৰভু শ্ৰী কৃষ্ণ

  • @hkbarman5216
    @hkbarman5216 2 ปีที่แล้ว +5

    জয় গুৰু শংকৰ ।

  • @subhamjyotiborah5179
    @subhamjyotiborah5179 2 ปีที่แล้ว +3

    কৃষ্ণ 🙏 বাপ আপোনাক ধন্যবাদ 🙏

  • @axomiyasangskritikjogot
    @axomiyasangskritikjogot ปีที่แล้ว +1

    Hundor bap jon 🙏

  • @jeetakotoky876
    @jeetakotoky876 ปีที่แล้ว +3

    Joi shri krishna.

  • @Pallobjyoti8913
    @Pallobjyoti8913 2 ปีที่แล้ว +4

    জয় গুৰু্ শংকৰ

  • @dipenmusic3471
    @dipenmusic3471 2 ปีที่แล้ว +4

    🙏🙏🙏🙏

  • @suddhaadhyatmikgyan5325
    @suddhaadhyatmikgyan5325 ปีที่แล้ว +2

    Bahut duniya... Hare Krishna🙏

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 5 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকলো লৈকে সেৱা নিবেদন কৰিছো
    জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ

  • @rumigogoi8881
    @rumigogoi8881 2 ปีที่แล้ว +34

    কৃষ্ণ কৃষ্ণ ভাগৱতত উপবিষ্ট সমস্ত জনলৈ ভক্তি ভৰা সেৱা নিবেদিলো কৃষ্ণ। আপোনাসবৰ অমৃত ময় বাখ্যা সময় উপযোগী শ্রৱণ কৰি পৰম সন্তুষ্টি লভিছো।

    • @lakhyagayan734
      @lakhyagayan734 2 ปีที่แล้ว +2

      কৃষ্ণ কৃষ্ণ বা প। সেৱা জনাই ছো🙏🏻🙏🏻🙏🏻🙏🏻

    • @prativabora3555
      @prativabora3555 ปีที่แล้ว

      Yes GB

    • @sayanikadeori9672
      @sayanikadeori9672 ปีที่แล้ว

      ​@@lakhyagayan734²
      Cc

  • @mahimnath691
    @mahimnath691 2 ปีที่แล้ว +4

    🙏 সেৱাহে

  • @KrishnaJyotiOfficial
    @KrishnaJyotiOfficial ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ ৰাম শুনি বৰ ৰস পালো

  • @bhaktirakh1123
    @bhaktirakh1123 ปีที่แล้ว +2

    কৃষ্ণ বাপ বৰ সুন্দৰ লাগিল 🙏

  • @user-id4ov8zs9f
    @user-id4ov8zs9f 2 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ,,,,

  • @paruldutta5898
    @paruldutta5898 2 ปีที่แล้ว +4

    Krishna krishna krishna

  • @Angel-bo1nn
    @Angel-bo1nn ปีที่แล้ว +2

    Krishno🙏

  • @thunukalita6191
    @thunukalita6191 ปีที่แล้ว +2

    Oti sundor krishna kotha

  • @noyanbora1914
    @noyanbora1914 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ 🙏 বাপ জন আপোনাৰ দ্বাৰা গুৰুজনাৰ ভাগৱত ব্যাখ্যা শুনি অশেষ ভাল লাগিছে 🙏

  • @sukhamtamuli5759
    @sukhamtamuli5759 2 ปีที่แล้ว +15

    কৃষ্ণ বাপ বহুত ভাল লাগিল বহুতো নজনা কথা জনিলো🙏🙏🙏

  • @bashantiborah2411
    @bashantiborah2411 ปีที่แล้ว +2

    বৰ সুন্দৰ ব্যাখ্যা । সকলোৱে বুজিবলৈ চেষ্টা কৰক ।

  • @assamk.kramdhenu3255
    @assamk.kramdhenu3255 2 วันที่ผ่านมา

    Har har mahadev

  • @pallabigogoi1612
    @pallabigogoi1612 2 ปีที่แล้ว +13

    বিধৱা মহিলাসকলক বিষয়ে ভাগৱতে কি বুলি সিদ্ধান্ত দিছে জনাৱছোন কৃষ্ণ।।

  • @pasantagogoi5463
    @pasantagogoi5463 2 ปีที่แล้ว +17

    আপোনক শতকুটি প্ৰণাম জনাইছো বাপ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @animasaikia3305
    @animasaikia3305 3 วันที่ผ่านมา

    Pranjt gogoj bap janaloi pranam

  • @umeshdas1429
    @umeshdas1429 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ, বাপ আপোনালৈ সেৱা হে

  • @jaganathsonowal2365
    @jaganathsonowal2365 2 ปีที่แล้ว +3

    🙏 কৃষ্ণ 👣👈🙌

  • @bantideka823
    @bantideka823 ปีที่แล้ว +3

    বহুত ভাল লাগিল আপোনাৰ অমৃতময় কথা শুনি কৃতাৰ্থ হৈছোঁ।

    • @anantadoley4009
      @anantadoley4009 ปีที่แล้ว +2

      অমৃতময় কথা ভাল লাগিছে

  • @bivasaikia1987
    @bivasaikia1987 ปีที่แล้ว +1

    বৰ সুন্দৰ বিশ্লেষণ । 🙏🙏🙏🙏🙏🙏

  • @pranjalchetia5707
    @pranjalchetia5707 2 ปีที่แล้ว +1

    🙏জয় গুৰু শংকৰ 🚩🚩

  • @bhagyawatigohain3472
    @bhagyawatigohain3472 2 ปีที่แล้ว +5

    🙏🙏🙏🙏🙏 আপোনাক বহুত বহুত ধন্যবাদ 🙏🙏🙏

  • @assam4177
    @assam4177 ปีที่แล้ว +2

    ধুনীয়া

  • @priyadoleypegu597
    @priyadoleypegu597 ปีที่แล้ว +2

    krishna krishna krishna ❤️🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @abmonty7274
    @abmonty7274 2 ปีที่แล้ว +24

    হে প্ৰভুসকল প্ৰণাম জনালো🙏🙏🙏 কৃষ্ণ
    অঞ্জলি দাস

  • @mpofficial4972
    @mpofficial4972 ปีที่แล้ว +9

    ব্যাখ্যা সুন্দৰ হৈছে ৷ শুনি ভাল লাগিল ৷কিন্ত যুক্তিৰ ওপৰত সামান্য সন্দেহ আছে

  • @pramiladeori6928
    @pramiladeori6928 ปีที่แล้ว +2

    Krishna bap pronam 🙏🙏🙏🙏

  • @souravbora20
    @souravbora20 ปีที่แล้ว +2

    বৰ সুন্দৰ বাপ ,

  • @mousamhazarika8972
    @mousamhazarika8972 2 ปีที่แล้ว +8

    সকলো সুন্দৰ ভাগৱতৰ বাখ্যা,কিন্ত এটা কথাই সদায় মনত বিভান্তি কৰে,শঙ্কৰ সংঘৰ সমাজে কি নিয়মত তিনি দিনৰ ৰাতিৰ পৰা সেৱকীৰ ঘৰত শাষ্ট পাঠ কৰিৱ পাৰে,পৰিয়ালৰ সকলোৰে সকাম নোহোৱালৈকেটো ব্ৰতট থাকে,ভূল হ'লে ক্ষমা কৰিৱ ।

    • @jyotimoy6018
      @jyotimoy6018  2 ปีที่แล้ว +2

      কৃষ্ণ পাৰিলে ফোন এটা কৰিব

    • @lifeetc4679
      @lifeetc4679 2 ปีที่แล้ว +1

      @@jyotimoy6018 প্ৰভু বৰ সুন্দৰ ব্যাখ্যা ।বহু উপকৃত হলো।

    • @dhrubajyotisarmah6733
      @dhrubajyotisarmah6733 2 ปีที่แล้ว

      Si ekodal najane dharma ki

    • @AnilTantibhagawat
      @AnilTantibhagawat ปีที่แล้ว

      Hongat nuhumai bahirar para gale lav ni

  • @dipalitamulyboruah9037
    @dipalitamulyboruah9037 ปีที่แล้ว +7

    কৃষ্ণ।বাপ গৰাকীৰ শ্ৰীমুখে অমৃতময় ভাগৱত ব্যখ্যা শুনি ধন্য মানিছো।বাপ গৰাকীলৈ প্ৰনাম জনাইছো।কৃষ্ণ।

  • @binakumarigogoiborah8407
    @binakumarigogoiborah8407 ปีที่แล้ว +1

    কৃষ্ণ বাপ 🙏🏻 খুব সুন্দৰ 🙏🏻

  • @gunjanpator2111
    @gunjanpator2111 ปีที่แล้ว +1

    সুন্দৰ বাপ কৃষ্ণ

  • @manojkolita6221
    @manojkolita6221 11 หลายเดือนก่อน +33

    হুইবেক ‎প্ৰচুৰ ‎চোৰ ‎ডকাইত ‎কলিত। ‎
    পাষণ্ডে ‎কৰিবে ‎বেদ পথক ‎দূষিত ।
    ‎পাষণ্ডৰ ‎মুখত ‎শুনিবে ‎ধর্মজ্ঞান । ‎
    কলিত ‎কৰিবে পাষণ্ডক ‎বহুমান ।।
    ‎মূৰ্খৰ ‎উন্নতি ‎হৈবে ‎ফুৰিবে ‎উল্লাখি ‎।
    ধৰ্ম বসানিবে ‎উচ্চ ‎আসনত বঢ়ি ।।
    (ভাগৱত দ্বাদশ স্কন্ধ)

    • @manashhazarika076
      @manashhazarika076 9 วันที่ผ่านมา

      ভকতৰ চৰিত্ৰ যেনেকুৱাই নহওঁক সেইটো প্ৰয়োজন নাই। আমি মাত্ৰ ভকতক সেৱা কৰিলে ভগৱান সন্তুষ্ট হ'ব। কৃষ্ণ

    • @pujapanservice3710
      @pujapanservice3710 8 วันที่ผ่านมา +1

      নিজে নিজক শ্ৰেষ্ঠ আক্ষা দিয়া হেই ভাগৱত নিজেই অহংকাৰী।

    • @debajitborah1673
      @debajitborah1673 5 วันที่ผ่านมา

      Bor har ukti dile dei.. ekebare heijonor logot khap khai porise..

    • @pujapanservice3710
      @pujapanservice3710 5 วันที่ผ่านมา

      @@manojkolita6221 গুণ নাম যিটো বিষ্ণুৰ শিৱৰ ।.
      তাক ভিন্ন কৰে যি নৰ।।
      নামৰ হিয়ো মহা অপৰাধী ।
      নৰকত পৰে দৈবে নাবাধি ।।
      কীৰ্তন (নাম অপৰাধ)
      Gotike tohoti moha papi , norokot bhugibi tohoti sankari Gitai.

    • @pujapanservice3710
      @pujapanservice3710 5 วันที่ผ่านมา

      @@manashhazarika076 Tohotor bhokot beesibhagei nnari kelengkari , saritrahin besibhag hangkori . Mohapapi durasari tohoti.

  • @mamanideka4369
    @mamanideka4369 ปีที่แล้ว +5

    🙏 জয় গুৰু শঙ্কৰ 🙏 জয় শ্ৰীকৃষ্ণ 🙏 27.11.2022.

  • @champakdas7745
    @champakdas7745 2 ปีที่แล้ว +2

    val lagil bhu bhu dhynabad thakil

  • @mrinaldas7072
    @mrinaldas7072 ปีที่แล้ว +1

    Jai Shree krishna, Narayan prabhu

  • @gauravjyotisaikia2596
    @gauravjyotisaikia2596 2 ปีที่แล้ว +5

    কৃষ্ণ বাপ। বহুত নজনা কথা জানিলো। ধন্যবাদ আপোনাক।

  • @manujkalitamanujkalita865
    @manujkalitamanujkalita865 ปีที่แล้ว +6

    অমৃত বিলাই আছে এতিয়া লৱ পাৰিব লাগে 🙏🏼🙏🏼 কৃষ্ণ

  • @buddhaboruah3008
    @buddhaboruah3008 ปีที่แล้ว +2

    Krishna krishna krishna❤❤❤🙏🙏🙏

  • @NirupomaDas-do7zw
    @NirupomaDas-do7zw ปีที่แล้ว +1

    Bohut bhal lagil baap... Hare Krishna

  • @priyakheebora5029
    @priyakheebora5029 2 ปีที่แล้ว +3

    Krishna 🙏

  • @sankarjitsingha8188
    @sankarjitsingha8188 2 ปีที่แล้ว +3

    ৰাম ৰাম ভাগৱতৰ বানী শুনি আনন্দিত হলো নমস্কাৰ ।

  • @pparthanath4276
    @pparthanath4276 ปีที่แล้ว +1

    Om namah shivay 🕉️🙏🙏

  • @user-zs4py5on5c
    @user-zs4py5on5c ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ 🙏

  • @mamonidas4988
    @mamonidas4988 2 ปีที่แล้ว +11

    প্ৰভূ আপোনাৰ ভাগৱত পাঠ শুনি বহুত ধন্যহলো ।

  • @sadanandaburagohain4169
    @sadanandaburagohain4169 2 ปีที่แล้ว +8

    কৃষ্ণ, আপোনালৈ সেৱা নিৱেদিলো।ভাল লাগিল আজিৰ ব্যাখ্যা ভাগো 🙏

  • @hrishirajbayan9186
    @hrishirajbayan9186 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @titumoniborah4132
    @titumoniborah4132 ปีที่แล้ว +2

    কৃষ্ণ🙏জয় গুৰু শংকৰ

  • @prahladchetia4233
    @prahladchetia4233 2 ปีที่แล้ว +9

    কৃষ্ণ, ভাগৱত ৰ ৰস ভাগি শুনি ভাল লাগিল ।

  • @OnlineTrading-qh8cb
    @OnlineTrading-qh8cb 7 วันที่ผ่านมา +17

    শংকৰ সংঘ ওলোটা শাস্ত্ৰ। শংকৰ সংঘ পাবত গজা।

    • @pujapanservice3710
      @pujapanservice3710 5 วันที่ผ่านมา +2

      @@OnlineTrading-qh8cb ekdom thik kotha , ehotor Dore anok ninda kora ku saritra manuh prithibit nai. Musalman Bhai Gitai bhal.

    • @BandanaKalita-tr9xh
      @BandanaKalita-tr9xh 4 วันที่ผ่านมา

      সাই কাৰণে সংকৰ সংঘ অসম ত নাম আছে কিন্তু আন বোৰৰ নাম নাই।সঁচা কথা কোৱা কাৰণে গাত লাগিছে কিছুমান মানুহৰ। জয় গুৰু শঙ্কাৰ।।।

    • @pujapanservice3710
      @pujapanservice3710 4 วันที่ผ่านมา +1

      @@BandanaKalita-tr9xh Bal dal naam ase tohotor, nijoke nije naam ase kobole laj thakibo lagibo tohotor. Om namah shivaya. Har har Mahadev. Ek hajarot 10 ta tohotor hongkori.

    • @OnlineTrading-qh8cb
      @OnlineTrading-qh8cb 4 วันที่ผ่านมา +1

      @@BandanaKalita-tr9xh কি নাম আছে কওঁকচোন। অ' থাকিব পাৰে মহাচুৰ কেইটাতো শংকৰ সংঘয়ে। চুৰ কৰি চোৱা চিতা কাম কৰিবলৈ লাজ লাগিব লাগে। তাৰ পৰা সকাম পাতিবলৈ কলে নাম পাতিছো বুলি কয়।

    • @OnlineTrading-qh8cb
      @OnlineTrading-qh8cb 4 วันที่ผ่านมา

      @@BandanaKalita-tr9xh যিমান শংকৰ সংঘত মানুহ আছে মহা পাপী আৰু কেলেংকাৰী কেইটাই আছে তেওঁলোকৰ ইতিহাস চাওঁকচোন তেতিয়া গম পাব।

  • @nabakantagogoi5610
    @nabakantagogoi5610 ปีที่แล้ว +1

    🙏🙏

  • @pinkiborah4394
    @pinkiborah4394 2 ปีที่แล้ว +5

    🙏🙏🙏

  • @kabitasaikia1476
    @kabitasaikia1476 2 ปีที่แล้ว +5

    বাপ আপোনাৰ সুমধুৰ কণ্ঠত সাবলীল ভাষাৰ কথাখিনিয়ে হৃদয় চুই গৈছে। বহুতো নজনা কথা জানিলো। ভগবানে আপোনাক কুশলে ৰাখক।

  • @user-jr6dp5ge2q
    @user-jr6dp5ge2q 3 วันที่ผ่านมา

    Bohut dhuniya baap

  • @gobindasaikia9028
    @gobindasaikia9028 ปีที่แล้ว +2

    Jai shree krishna ❤️😘

  • @janardon6554
    @janardon6554 2 ปีที่แล้ว +16

    কৃষ্ণ 💙💙💙

  • @mridulaboruah6200
    @mridulaboruah6200 ปีที่แล้ว +1

    Krishna baap🙏🙏🙏

  • @puspadhardeka5665
    @puspadhardeka5665 ปีที่แล้ว +1

    বহুত ভাল কথা জনিলোঁ, ধন্যবাদ, প্ৰভু,