ভাগ্যদেৱী থিয়েটাৰৰ পেন্দেল এইবাৰ হঠাতে স্থগিত হ’ল কিয়?
ฝัง
- เผยแพร่เมื่อ 15 ก.ย. 2024
- ‘Bhagyadevi Theatre' in Assam has been famous for more than 50 years. Yes, They celebrated golden jubilee, but this time suddenly stopped performing. People are curious about the reasons, and fans are waiting to see what actually happened! The theater is known for great performances, so everyone wonders why they took a break now? Everyone want to know why Bhagyadevi Theatre decided to step back for a while. The owner explained why… Lets hear what he has to say about it. Thanks.
#bhagyadevi #mobiletheatre #theatre #theatresong
ভাগ্যদেৱীৰ এক গৌৰৱোজ্জ্বল ইতিহাস আছে, নিজা পৰিচিতি আছে। তেনেকুৱা এটা ঐতিহ্যপূৰ্ণ থিয়েটাৰ দল নোহোৱা হৈ যোৱাটো কেতিয়াও নিবিচাৰোঁ। আমি আশা কৰোঁ অহা বছৰৰ পৰা থিয়েটাৰ ভাগ্যেদেৱীয়ে পুনৰ ৰাইজৰ মাজলৈ আহিব।
পুনৰ জীবিত হৈ ওঠক ভাগ্যদেবী থিয়েটাৰ 🙏🙏🙏
খৱৰটো শুনি বহুত বেয়া লাগিল ৰিকি। অৱশ্যে তোমাৰ ব্যতিক্ৰমী কন্টেন্টৰ ভিডিঅ'টো চাই ভাল লাগিল। ভাল ভাল কাম বোৰ কৰি যোৱা। ভাগ্যদেৱী থিয়েটাৰৰ লগতে তোমালৈও শুভকামনা যাচিলোঁ।
মজুমদাৰ দেৱৰ স্পষ্টীকৰণৰ বাবে ধন্যবাদ।
পুনৰ জীয়াই উঠক থিয়েটাৰ ভাগ্যদেৱী ❤ তাৰেই কামনা কৰিলোঁ
পুণৰ ভাগ্যদেৱী প্ৰাণ পাই উঠক তাৰে কামনা কৰিছো ।
কথাখিনি জানি ভাল লাগিল...ভাগ্যদেবী থিয়েটাৰ আকৌ নতুন ৰূপত ঘুৰি আহক
এটা ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠীৰ এনে কাহিনী জানিবলৈ পায় বৰ বেয়া লাগিল। আশাকৰোঁ ভাগ্যদেৱী থিয়েটাৰ পুনৰ আমাৰ মাজলৈ আহক।
Koribo dada pls miss koru bohut ❤bhagyadevii
Amak lagy bhaiga debi thiyatar punar aha bosor ❤
❤❤❤❤❤
Ebar nai te theater😢😢
এইবাৰ নাই 😢😢 ইমান ডাঙৰ পেণ্ডেল আছিল 😢😢😢
সৰুৰে পৰা চাই আহিছোঁ আকৌ লাগে ভাগ্যদেৱী থিয়েটাৰ ❤
মন নাভাঙিব । জয়তুু ভাগ্যদেৱী ।
আমাক ভাগ্য দেবী লাগিবই Riki,
Financial lagila jonabo ...Jorhat Assam
ভাগ্যদেৱী থিয়েটাৰ আৰু আমাৰ মাজলৈ আহক ।
God help vagdevi theater. Bagan para.
আপোনালোকে থিয়েটাৰৰ মালিকতপক্ষই কিয় বছৰি থিয়েটাখনৰ ভৱিষ্যতৰ কথা ভাবি এটা অংশ ফিস্কড বেংকত কিয় জমা কৰিব নোৱাৰে ? ৫৬বছৰ বছৰি এক লাখ কৈ জমা কৰিলে কভিডক বাদ দি ৫০লাখ ভাঙিব নোৱাৰাকৈ পুজিঁ ৰাখাহলে এই অৱস্থা কেতিয়াও নহয় । এইটো অকল ভাগ্যদৱীয়ে নহয় সকলোবোৰ থিয়েটাৰৰ কত্বৃপক্ষলৈ আহ্বান ।
Riki ২৪-২৫বৰ্ষত মই কোনো উপায়েৰে থিয়েটাৰ ভাগ্য দেবী আমাৰ মাজত আহিবই লাগিব। তুমি তেওঁক বুজায় বঢ়াই লোৱা। থিয়েটাৰ ভাগ্য দেবী আমাৰ স্বভামীমান।
ভাগ্যদেৱী থিয়েটাৰ আমাৰ মাজত আকৌ আহিব লাগে সৰুৰ পৰাই আমি চাই আহিছো
❤❤❤❤❤
1:30
ভাগ্যদেৱী থিয়েটাৰ আকৌ নতুন ৰূপত সজোৱাৰ বাবে অনুৰোধ জনালোঁ
2024-25 t ahi assa theater Bhagabavi
পুনৰ জীবিত হৈ উঠক ।🙏
আপোনাৰ নম্বৰটো দিব নেকি যদি বেয়া নেপাই ।অলক কথা কথা পাতিব লগা আছিল ।
Bhagyadevi long live
Aako lage bhagyadevi theatre ❤
Thanks for the information. Need more 🎉
jawalamuki(1996) Theatre Bhagyadevi---Pranjit Das
Rajiv Goswami
Moon Barkataky
Haren Malakar
Jayanta Das
Anjali Chetri
Arun Borah
Bipul Borah
Ami theatre book kora poisa atia o ghuraii powa naii..1Lakh 25 hazar toka....
#Bechimari_Barpeta
Riki Ricky's Diary 👍
Very good content dada 🥰
Bohut vl asel
Riki daa is the best❤ 🥳
Sir (1997)--Biju phukan
Pranjit Das
Ako howk ei theatr khn🎉🎉🎉
Xundor ❤
Dhuniya
Bahut bhal lagil
Dada apunak usrt পোৱাৰ ,লগ পোৱা বহুত হেপা আছিল। লগ পালো দুই exar কথা পাতিছিল। Bhut vl lagil
Kintu apuni nije 2024-2025 bosor korib। Anok gotai nidib।
ৰূপেন লহকৰে অকল এজনী ছোৱালী r karne xokolu xotom korile
Very good 👍👍
👍
Right
😢 bohu xilpi kola kukholir bohut abeg jorit ase theatre khonot
Asolote jetiaa prottek bosore theatre khonor logot jorito hokolok prapyo dhon nidibo... Teulukor obhihaap lagiboi... Muku nidile bohuut khini pabologiaa tokaa.. theatre khon bondho huaatu bohuut besi bhal hoise... Karon jetiaai khulibo punor theatre khon tar logot jorito hokolor ataa ataa porial hei bosortu hekh Kori pelaai ai obhodro - ogyaani- 3rd class,nilaaj Malik SUBUDH MOJUMDARe.. toka diaar bhoyot Phone nuthuaa hoi..
Thik koise 👍
Dada 🙏 Assamese actress Munmi kalita baa r interview labason please 🙏
মই নিশ্চয়কৈ চেষ্টা কৰিম। সঁহাৰিৰ বাবে আপোনাৰ লগতে সমূহ দৰ্শকলৈ মই আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। 🙏🏻
❤❤❤
🙏🙏
23/24baba 22/23nhi
Theater ot dance koribo loga hole keneke contec koribo lagibo
❤️🥰💕
Bhagyadevi lage
Bhagyadebi t aibaru dhuniya natok asil...kintu sabohe napalu...rajmukut theatre salu
আপুনাক যিবিলাকে কুলাংগাৰ বুলি কৈছে তেও লোক কিমান কুলাংগাৰ সেইতো ডাঙৰ কথা শঙাস্কাৰ থকা মানুহে আনক কেতিয়াও সমালোচনা নকৰে ।ভাগ্যলক্ষী আকৌ ভাগ্যলক্ষী হৈ উঠিব কাৰন ৰাইজৰ আশিৰ্বাদ আছে ।কৃষ্ণ ।
Ashok aku raijor majoloi natun sintare
Ravi Sharma with ভাগ্যদেৱী থিয়েটাৰ
Ktha hini Jani vl lgil
Ako howk ei theatr khn
Hulu tumi
Nice Riki. Keep going
Pendel tu belegok ari diboi nalagisil.
Tmr ghr kot?
Jorhat lahdoigarh
Dada malikor house kut
Suni bht beya lagil
Sorry
Oha bosor punor notunkoi arombho houk
Bhai besi ustadi mariso,, kotha khini subodh mazumdar k cmplt kribo de,, aru Assamese t interview loiso jihetu english maribo nalage
Chanel tur Naam vaal loga naai
Fogg ne fox
Imn cut cut ke daxaise tatke better vdo nobonabi..... faltu fotua
Iman dighalia kio kori aso gadho
❤❤❤
❤❤