কালিন্দীৰ তীৰে কানাই | প্ৰথম পুৰস্কাৰ প্ৰাপ্ত- বনমালী দিহানামৰ দল | Diha naam
ฝัง
- เผยแพร่เมื่อ 30 ก.ย. 2022
- কালিন্দীৰ তীৰে কানাই | প্ৰথম পুৰস্কাৰ প্ৰাপ্ত- বনমালী দিহানামৰ দল | Diha naam
শংকৰগুৰু সাংস্কৃতিক গোষ্ঠী, কোৱঁৰপুৰ, শিৱসাগৰৰ ষষ্ঠতম প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে শিৱসাগৰ জিলা ভিত্তিত আয়োজিত মহিলাৰ দিহানাম প্ৰতিযোগিতাত শ্ৰেষ্ঠ দল হিচাবে বিবেচিত হোৱা বনমালী দিহানামৰ দলটিৰ নামশাৰী আপোনালোকলৈ আগবঢ়ালোঁ।
এই ধৰণৰ অনুষ্ঠানৰ ভিডিঅ' চাই থাকিবৰ বাবে চেনেলটো চাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
আপোনালোকৰ সাংস্কৃতিক অনুষ্ঠান প্ৰচাৰৰ বাবে যোগাযোগ কৰক:
৬০০৩৫৮২৯৫১
ধন্যবাদ
Cover Topic:
dihanaam
Diha naam
Dihanaam competition
Diha nam
assamese dihanaam
Bhaktimulok geet
দিহানাম
দিহানাম প্ৰতিযোগিতা
মহিলা দিহানাম প্ৰতিযোগিতা
bonomali dihanaam dol
#dihanaam
#dihanam
Follow my FB Page : / pmb-mix-104114782370878
Subscribe to my Telegram channel: t.me/pmbmix - บันเทิง
গল বস্ত্ৰভাগ লোৱা হ'লে ভাল লাগিলহেতেন যিহেতু নাম লৈছে
Oti sundar 🙏🙏krishna Krishna🙏🙏 aai sabako bhakti bhara sewa janaisu🙏🙏 krishna🙏🙏🙏🙏
Krishna Krishna bhal bhal Krishna.
সুন্দৰ পৰিবেশন ।আগবাঢ়ি গৈ থাকক
বহুত ভাল লাগিল, কন্ঠৰ ভাষা নাই। আৰু আগবাঢ়ি যাওক, শুভেচ্ছা থাকিল।
সুনদৰ
অতি সুন্দৰ ❤
কৃষ্ণ 🙏
বৰ সুন্দৰ হৈছে
বহুত ভাল লাগিছে এনেকৈ আগুৱাই যোৱা মইও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। ❤❤❤
কৃষ্ণ 🙏🙏
Krishna Krishna Krishna
ভাল হৈছে ।কিন্তূ শেষৰ দ্ৰুত তাল ইমান খৰ হ'ব নালাগে ।বিহুৰ তাললৈ যোৱা যেন লাগিল ।ধন্যবাদ
Very nice
Bhaal hoise ,Krishna ,aai hakale gamusa lllua Hale huani hol heten,,
উজনিৰ আই সকলে পৰাপক্ষত গামোচাৰ সলনি চেলেং চাদৰহে লয়। পুৰুষ সকলেহে গামোচা লয়।
থ
🙏🙏❤️❤️
বৰ সুন্দৰ নাম,নাম ভাগ লিখিত ৰূপত দিবছোন।
Negera Val bojaise
ভাল লাগিল শুনি 🙏🙏🙏
বৰ সুন্দৰ পৰিবেশন। শুনি ভাল লাগিল।
Brrx
4:22 4:24 4:24 4:26 4:26
🙏🙏🙏🙏
Well well , but don't well khul and Negara please try ..
So. Buat. Foll❤❤😂😂😂😢😢😮😮😅😅😊😊🎉🎉
So beautiful ❤❤😂😂🎉🎉😢😢😮😮😅😅😊😊
বন্ধু হল দেই আপোনী হব বুলি আশা কৰিলো❤❤❤
ধন্যবাদ
Lyrics khini pm nki nm2 r
মোৰ ওচৰত নাই... দলটিৰ কোনোবাই যদি দিয়ে পাব পাৰে
Nam vag likhito vava dibo sun
মোৰ ওচৰত নাই
moi namto gai akou youtube dib parimne
Paribo...
Nuarebo keonu aitu amar competition nam....
Dhannyobad baideu jonuwar babe... kintu nije gai upload korile youtube or falor pora problem nohoi baru... kintu apunaluke onumoti nidile baru beleg kotha...
সুন্দৰ
Hundor