প্ৰথম পুৰস্কাৰ প্ৰাপ্ত দশমী দিহানাম দল

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024
  • ৰাস মহোৎসৱ দিহানাম প্ৰতিযোগিতা।

ความคิดเห็น • 90

  • @jadumoniborah9723
    @jadumoniborah9723 3 ปีที่แล้ว +3

    সুন্দৰ কণ্ঠ,সুন্দৰ পৰিবেশন।ভাল লাগিল।ধন্যবাদ

  • @jjyotitamuly8837
    @jjyotitamuly8837 2 ปีที่แล้ว +1

    অতি সুন্দৰ উপস্থাপন আই আগুৱাই ৰাওক।

  • @linamanideka956
    @linamanideka956 2 ปีที่แล้ว

    Bor dhunia hyse

  • @chandrupoldutta123
    @chandrupoldutta123 2 ปีที่แล้ว +1

    ইমান সুন্দৰ পৰিৱেশন বৰ ভাল লাগিল। সকলোলৈকে শ্ৰদ্ধা নিবেদিলোঁ।

  • @ranjanadevi382
    @ranjanadevi382 4 ปีที่แล้ว +6

    দলপতি কে মুখ্য কৰি সমূহ দলৰ আইমাতৃলৈ মোৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণাম,খুব সুন্দৰ সুললিত কণ্ঠ,আগুৱাই যাওক,ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ,কৃষ্ণ কৃষ্ণ

  • @pallabjyotiborah7812
    @pallabjyotiborah7812 4 ปีที่แล้ว +12

    দলপতি তথা মোৰ মাতৃ তুল্য আই গৰাকীক প্ৰথমে বহুত বহুত শ্ৰদ্ধা জনালো,,
    সুন্দৰ কণ্ঠৰ অধিকাৰী ... গোটেই দলটিক যি সুন্দৰ ভাৱে পৰিচালনা কৰিছে প্ৰশংসনীয় আৰু উল্লেখনীয়..
    গোটেই দলটি পৰিৱেশন চাই ভাল লাগিল.. নাগাৰা বাদক জনৰ নাগাৰা যি বাদন সচাকৈ প্ৰশংসনীয়... বিলম্বন লয় পৰা দ্ৰুত লয় লৈকে নাম ভাগ সুন্দৰকৈ উঠি গৈছে.. দলটিসচাকৈ প্ৰশংসনীয় আৰু উল্লেখনীয়

  • @dijendutta1990
    @dijendutta1990 3 ปีที่แล้ว +1

    অতি সুন্দৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো

  • @monujkumargogoi2013
    @monujkumargogoi2013 2 ปีที่แล้ว +1

    ,🙏🙏🙏🙏🙏🙏🌺❤️ কৃষ্ণ কৃষ্ণ,আই, আপোনালোক সকলোৰে চৰনত মোৰ কোটি কোটি ভক্তি ভৰা সেৱা জনালো, ঈশ্বৰে সকলোকে কুশলে ৰাখক,,,❤️🌺🙏🙏🙏🙏🙏🙏🙏

  • @niradachetia4914
    @niradachetia4914 3 ปีที่แล้ว +1

    অতি সুন্দৰ ।
    আগুৱাই যাওঁক ।

  • @mridulaboruah6200
    @mridulaboruah6200 3 ปีที่แล้ว

    Bohut hunileu amoni nalage apunaur diha nam.. Doltur protigoraki a bohut hundor koi gaise.. 3 bosrr agotei apunaluk log paisilu ako log pabor mon Jay..

  • @rekhagogoi322
    @rekhagogoi322 4 ปีที่แล้ว +8

    আইগৰাকীক সেৱা ধৰিছো বৰ সুন্দৰ কণ্ঠ ।দলটি ক'ৰবাৰু জানিব বিচাৰিছো কৃষ্ণ ।

  • @mahendraborah9206
    @mahendraborah9206 4 ปีที่แล้ว +11

    কৃষ্ণ🙏🙏🙏🙏 জয় গুৰু শঙ্কৰ সুন্দৰ হৈছে,,, ভবিষ্যতে আৰু ইয়াত কৈ সুন্দৰ হব বুলি আশা কৰিলো, ধন্যবাদ

  • @krishnagogoi1657
    @krishnagogoi1657 2 ปีที่แล้ว

    সুন্দৰ কন্ঠ | দল টি লৈ শুভেচ্ছা থাকিল |

  • @saishabhazarika5752
    @saishabhazarika5752 2 ปีที่แล้ว

    Eman dhunia

  • @reenadeka8178
    @reenadeka8178 3 ปีที่แล้ว +1

    মাত ইমান সুন্দৰ মোকো কব চোন 👍👍👍

  • @krishnabourah6749
    @krishnabourah6749 3 ปีที่แล้ว +1

    Apunak log paisu Teok Ot, eman dhunia kontho apunar..

  • @bastavpratimgogoi4217
    @bastavpratimgogoi4217 4 ปีที่แล้ว +2

    বৰ্তমান তেওঁ নিজকে প্ৰতিষ্ঠিত আৰু তাৰ পাছত তেওঁ নিজকে এজন ভাৰতৰ প্ৰথম মহিলা মেয়ৰ যায় মাজত ভাৰতৰ প্ৰথম মহিলা আছিল যদিও তেখেতে নিজৰ শৰীৰ আৰু তাৰ পৰাই পাণ্ডৱ আৰু ইয়াৰ ফলত এই চহৰৰ অন্যতম প্ৰধান কেন্দ্ৰ আৰু তাৰ পৰাই তেওঁ নিজকে প্ৰতিষ্ঠিত আৰু তাৰ পৰাই সাধাৰণতে তাৰ পৰাই সাধাৰণতে তাৰ পাছত এই কথা জানিব পাৰি নাৰায়ন আৰু তাৰ পৰাই পাণ্ডৱ আৰু ইয়াৰ বাবে তেওঁ যায় আৰু এই চহৰৰ চ আৰু এই কথা গম পায় আৰু কেৱল ৰাণী আদি আৰু তাৰ পৰাই তেওঁ যায় আৰু এই চহৰৰ চ এই বিষয়ে তেওঁ যায় মাজত ভাৰতৰ মুঠ সঙ্গীত আৰু তাৰ পৰাই তেওঁ নিজকে এজন ঊ এই চহৰৰ চহৰৰ চহৰৰ চ চনৰ ঘটে ঙ তেওঁৰ পিতৃৰ পাছত এই কথা জানিব পৰা যায় যায় আৰু এই কথা জানিব পাৰে যে তেওঁ যায় মাজত থকা একতা শিক্ষা আছিল মহিলা আছিল যদিও তেখেতে নিজৰ মৃতদেহ কান্ধত আছিল যদিও মাজত ভাৰতৰ মুঠ সঙ্গীত আৰু এই কথা গম পোৱাৰ পাছত এই কথা জানিব পাৰি তেওঁ নিজকে দলিতসকলৰ আৰু তাৰ পৰাই সাধাৰণতে তাৰ পাছত এই বিষয়ে একো জ্ঞান নথকাৰ বাবেই হওঁক এই চহৰৰ চহৰৰ পৰা যায় মাজত ভাৰতৰ প্ৰথম ৰাজনৈতিক চলচ্চিত্ৰটি নিৰ্মাণ কৰে এঈঊঢলবভৃড়ঢ়ভডঝঘ এই কথা গম পায় আৰু তাৰ পাছত এই দত্তৰ তেওঁ বিশেষ দায়িত্ব তেওঁ গুৱাহাটীৰ পৰা যায় যায় যায় আৰু এই চহৰৰ চহৰৰ অন্যতম আৰু এই কথা গম পায় যে দৈৱকীৰ গৰ্ভৰ উচ্ছেদ এই চহৰৰ অন্যতম জনপ্ৰিয় খেল আৰু এই কথা জানিব

  • @nirugogoi4576
    @nirugogoi4576 4 ปีที่แล้ว +3

    কণ্ঠ বৰ ধুনীয়া আই গৰাকী ।

  • @aashqueen278
    @aashqueen278 4 ปีที่แล้ว +1

    Bahut duniya hoise

  • @adey7405
    @adey7405 3 ปีที่แล้ว +2

    Krishna 🙏 Bor anando palu huni

  • @Hiradeka07
    @Hiradeka07 ปีที่แล้ว

    Apunar new subscriber holu dai aru apuniu hobo buli akha korilu Krishna

  • @priyanujsaikia8755
    @priyanujsaikia8755 4 ปีที่แล้ว +5

    বাদ্য যন্ত্ৰ সংগত অতি সুন্দৰ হৈছে,,,,,,,,,,

  • @ritumonidas8769
    @ritumonidas8769 4 ปีที่แล้ว +1

    Aai mati xoboloi pranam janalu... xundor namoti dol totha xundor kantha.

  • @rubidas3385
    @rubidas3385 4 ปีที่แล้ว +3

    Bohut dhunia hoise

  • @pushpagogoi8457
    @pushpagogoi8457 4 ปีที่แล้ว +1

    Khub bhal lagil xuni

  • @rivachiringphukan1440
    @rivachiringphukan1440 4 ปีที่แล้ว +2

    Bor hundor hoise

  • @anjanakakoty2103
    @anjanakakoty2103 4 ปีที่แล้ว +3

    ধন্যবাদ। শুনি বৰ ভাল লাগিল।

  • @mncreation9230
    @mncreation9230 3 ปีที่แล้ว +1

    সুন্দৰ কণ্ঠ।

  • @sangitadihingialijamoni6323
    @sangitadihingialijamoni6323 4 ปีที่แล้ว +1

    Bor hundor... Hoise...... Moi keitamn kotha vldore huni puwa ni... Plz heikeita koi dbsun.... Pathm Pdtur 4.no 5.no haritu..plz kbsun...

  • @prabhatchdas8285
    @prabhatchdas8285 3 ปีที่แล้ว +2

    Good performance

  • @prodipborborah2898
    @prodipborborah2898 5 ปีที่แล้ว +2

    Hundor hoise

  • @adey7405
    @adey7405 3 ปีที่แล้ว +2

    Krishna 🙏

  • @parthapratimdas4695
    @parthapratimdas4695 4 ปีที่แล้ว +1

    Br val lagise

  • @dikhitahazarika1092
    @dikhitahazarika1092 4 ปีที่แล้ว +1

    Oti xundor

  • @bijithazarika7363
    @bijithazarika7363 4 ปีที่แล้ว +2

    সুন্দৰ ।

  • @sumsumiborah1729
    @sumsumiborah1729 5 ปีที่แล้ว +2

    ধুনীয়া

  • @dibyajyotisaikia4435
    @dibyajyotisaikia4435 4 ปีที่แล้ว +1

    Sundor

  • @rupalisaikia4451
    @rupalisaikia4451 4 ปีที่แล้ว +2

    Hundar

  • @gajenborahborahgajen2602
    @gajenborahborahgajen2602 3 ปีที่แล้ว +1

    Teem to val lageel

  • @archmitachyut8542
    @archmitachyut8542 4 ปีที่แล้ว +2

    Hundor

  • @bakernoobgaming1050
    @bakernoobgaming1050 5 ปีที่แล้ว +2

    Dhunia

  • @nikitasaikia7938
    @nikitasaikia7938 4 ปีที่แล้ว +1

    Amar gourab 🌼🙏❤

  • @prasantabhatta3428
    @prasantabhatta3428 4 ปีที่แล้ว +1

    ram narayan hori

  • @mitaligogoi2150
    @mitaligogoi2150 4 ปีที่แล้ว +2

    🙏🙏🙏🙏

  • @dpdekabaruah970
    @dpdekabaruah970 4 ปีที่แล้ว +2

    Do move

  • @junmiri6234
    @junmiri6234 4 ปีที่แล้ว +2

    Kontho tu bhal hoise

  • @bubulborah5262
    @bubulborah5262 4 ปีที่แล้ว +2

    Ananta namaskaram .

  • @gobindadeka4956
    @gobindadeka4956 ปีที่แล้ว

    Emaan. Vaal. Lagise

  • @sewalimohonnath4882
    @sewalimohonnath4882 3 ปีที่แล้ว +1

    মাতটো বৰ মিঠা

  • @dipakray3211
    @dipakray3211 4 ปีที่แล้ว +1

    Krishna

  • @sadhanaentertainment7181
    @sadhanaentertainment7181 3 ปีที่แล้ว

    মাততো বৰ মিঠা

  • @munmisaikia2298
    @munmisaikia2298 3 ปีที่แล้ว +1

    Eman dhunia

  • @rupankorborah1879
    @rupankorborah1879 4 ปีที่แล้ว

    Hundor

  • @lakhixonowal7638
    @lakhixonowal7638 4 ปีที่แล้ว +1

    🙏🙏🙏🙏