ভাইৰেল গোবিন্দ ককাৰ আজি বহুত দুখঃ।পঞ্চায়তৰ সভাপতিৰ ওপৰত ইমান খং কিয়।

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ก.ย. 2023
  • Virel_Gubindo_Koka_Gohpur

ความคิดเห็น • 153

  • @anantasaikia3937

    গোবিন্দ কৰাৰ কাৰণে লাইক দেই।

  • @proplayar4539

    তুমি ককাক সহায় কৰা কাৰণে বহুত বহুত ধন্যবাদ

  • @mundiradekamundiradeka9985

    ককাক সহায় কৰি ভাল কাম কৰিছা ভগবানে আপোনাক আশীৰ্বাদ দিৱ

  • @jyotiprasad-lw9gy

    ককাক এইবাৰ অসম বিধান সভাৰ অধ্যক্ষ হিচাপে নিযুক্তি দিব লাগে ৰাইজ।

  • @pranjalkumarborah5491

    Morning বিচনাতে গোটেই vdo টো চালো..... মনটো ভাল লাগি গল

  • @pradipborah5770

    ককা এজন সহজ সৰল বক্তি ।

  • @babulnath1081

    আপুনি এটা বহুত ভাল কাম কৰিছে, অন্তত ককাৰ ঘৰটো এতিয়া সোনকালে হ'ব।

  • @manashjnath2519

    Regular sau apunar video dada , koka jui

  • @indrajittaw138

    ❤❤❤❤

  • @DeepjyotiBora-tg9rg

    ❤❤❤ nice

  • @BabulBasumatary-yk3tg

    ❤ koka veri nice

  • @nabakumardas4541

    Really Kaka bar Khola manor manoh 🎉🎉🎉 Kakaar kinto kiso Talant asi

  • @HONEYSHORTS0

    Krishno moja dia ❤😂

  • @karunamahanta8674

    Great work. Thanks.

  • @KDas-pv6wf

    Kokar video aru lagi 🎉🎉

  • @bituponbora7597

    ককা অন্তৰ খোলা , ককা আপুনি বহুদিন জীয়াই থক ।

  • @nayanmonipigfarm1777

    ককা জুই ❤

  • @chitrakumarhazarika6622

    অকৃত্ৰিম সাধাৰণ এজন অতি চিধা মানুহ তেখেত। তেখেতৰ ঘৰটো সম্পূৰ্ণ হ'ব বুলি আশা থাকিল।