ককাৰ কথা শুনি মৰি যাম কেতিয়াবা 🤣 - Supoti With Koka || Mr Raja
ฝัง
- เผยแพร่เมื่อ 2 ต.ค. 2024
- Collaboration / Business Query:
rajada045@gmail.com
আমাৰ ভিডিঅ'বোৰ সম্পূৰ্ণ হাস্যৰসৰ বাবে বনোৱা হয়, গতিকে কোনেও যাতে ভুল ভাবি নলয় 🙏 ইয়াৰ দ্বাৰা আমি কাৰোৰে মনত আঘাত সনাৰ চেষ্টা কৰা নাই 👈
#MrRaja
#Supoti
#Koka
#Comedy
#Funny
#ROAST
#AssameseComedyVideo
#AssameseFunnyVideo
#AssameseRoaster
#MrRajaNewVideo
#MrRajaNewRoast
#MrRajaRoasting
#MrRajaFunnyComedy
#AssameseTH-camr
Mr Raja New Video, Mr Raja Podcast, Mr Raja Funny Video, Mr Raja And koka Interview, Mr Raja And koka , Govinda koka, Gobinda koka, Funny Uncle, Mr Raja New Supoti, KOKA dialogue, Funny Koka, Gohpur koka, Koka lifestyle, Koka biography, Mr Raja Comedy, Mr Raja New Supoti
Copyright Disclaimer Under Section 107 of the Copyright Act 1976, allowance is made for "fair use" for purposes such as criticism, comment, news reporting, teaching, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favor of fair use.
【【【【【Mr Raja】】】】】
Thanks for watching
Mr Raja
Assam | NLP
Kokar karone like ata mari diya ru raja dar karone commenet .shere .and subcribe kori de . ❤
Raja da + Koka = juii 🔥🔥 mojja lagil ❤❤
অসমৰ ককা, মোৰ পেহা হয়। আমাৰ গাওঁৰ ছোৱালী নিছিল। পৰবৰ্তী সময়ত তেখেতক শহুৰৰ ঘৰৰ কথা সুধিব।
এইটো আধা পাগল হয়
Ooo kokak log karibo bahot mon asile
Aponi khahai karibo neki mok 🙏🙏🙏🙏
@@gogoidavlogs2141 এজন বৃদ্ধ মানুহক কেনেদৰে দৰে ব্যৱহাৰ কৰিব লাগে শিকক।
@@ChinmayDeka-qq5hi মোৰ ঘৰ বোকাখাতত।
Soondra lagil
মন খোলা মানুহ একদম ককা ❤❤ ককা ৰ প্ৰত্যেক টো কথা এ ভাল লাগে
😂😂😂😂❤
Koka aapuni boikhto misa koise
@@likhangohain1026ki ppjgjfsa
@@romenjit7549❤❤😊😊 de CT CT
S.S
Dear - जो भी इस बक्त मेरा कांमेंट पढ़ रहा / रही है हम सब एक दूसरे के लिए अंजान है फिर भी मैं भगवन से प्रार्थना करता हूं के आपके लाइफ में कोई टेंशन चल रहे हो वो दूर हो जाए और आप हमेशा खुश रहें !❤
Aaa gaya bhik mangiya bhik dedo isko
@@gitanjali1484😂😂😂
😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
Same to you
Same to you brother
Koka tumi jui ❤❤
ঐ কেলা ককা 😂😂😂😂😂😅😅 আপুনাৰ হাঁহি মেইন 😂😂❤
Content ulai থাকিব ৰাখি থব ককাক (ঘৰ কত আৰু কোন কোন আছে ঘৰত)❤❤❤
ককাৰ হাহিতো সদায় এনেদৰেই থাকক।
Bhal lagil
ককাৰ দীৰ্ঘায়ু কামনা কৰিলো । অনাগত দিনবোৰত ককা আৰু মিষ্টাৰ ৰাজাৰ এনেকুৱা ৰগৰ ভিডিঅ' পাম বুলি আশাৰে বাটচাই ৰলো ।
6t❤4😊
ককা মেন মানুহ ককাৰ কথা বোৰ বহুত বেছি ভাল লাগে❤️❤️🔥🔥
Moi an ajon koka log pai silu amguri town ot kintu val lagisil o , moromot moi tekhetok bekri pora bon loaf 🍞 kini disilu, moromot l love grandpa, or older people.😅🎉😢😢😢
😢 সমাজৰ অধপাতে যোৱা কিছুমান পৰিবেশ দুয়োজনে হুবহু পকা শ কৰিবলৈ চেষ্টা কৰক। হাঁহি ধেমালিৰ মাজেৰে সময় পাৰ কৰক ভগৱানে আয়ুস বগাব।
🎉🎉
Raja da Bohu Dinor Murot Log Palu... Bohut Val Lagil... 🙏
ককাৰ লগত roast কৰক 😅 ভাল লাগিব
Ros নহয় অশিক্ষিত roast
@@Popokatipetel বাপেৰৰ মৰতো
@@Popokatipetel ভালকৈ চা
Very very nice❤️ koka best comedy❤❤❤
ককাৰ কথা শুনি বৰ ভাল লাগিল আৰু আপোনাৰ ভিদিয় বিলাক চাই বহুত ভাল লাগে
N ❤A very happy y❤❤❤❤A
Prathamo.tee.🙏koka.dangoriya....Aapunar ye.furtee.jamani.video.Sai.moi.khubai.val.paisu.val.lagese...aru.moi.bartaman.darjeelig.pura.🙏tee
Hi
চুপতি শুনি বৰ ভাল পালোঁ ককা দীঘজীবী হওঁক ❤❤ Tarulata Bhuyan
Mr Raja da kokak poisa olop didiba aru ami gom pabo lagibo nohole kintu un subscribe korim kintu dei Raja da kokaki kintu toka olop akha kore dei jodi nidiya kintu pape subo dei
Raja da moi tumar gorot Goi selu
মজা দিছে ককা❤❤❤❤❤❤
koka apuni juii💥💥
Rare personality.ডাঙাৰ পিতেইৰ কথাত Josh আছে।ডাঙাৰ পিতেই দীৰ্ঘ জীৱী হওঁক তাৰবাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো।
Kaka
Katha bilak bhal lagi
Bor vall lagilo kokar kotha khuli 🤩🫡🫡💌
ককাই হাস্যৰসৰ লগতে কিছুমান জানিবলগীয়া দৰকাৰী কথাও কৈ গৈছে🎉❤ । জুই ককা❤🔥
Thank you Mr Raja borta huke koukhole thakok tare kamona korisu bortar photu ekopi pale moi drawing korim moi ejon artist
মজা মজা দেউতা আপোনাৰ কথাৰে মানুহৰ মন জয় কৰি দিছে দেই 😂 ভগৱানে আপোনাক মোৰ মূৰ চুলিৰ সমান আয়ুখ দি ৰাখে তাকে প্ৰথনা জনাঁলো 🙏
প্ৰথনা নহয় প্ৰাথনা
Mojjaa❤❤❤
1kdom mojja comedy raja biro
Koka dhuniya aru dhuniya hoi anekoi hahi thakok 🙏
ৰাজা দা মাজুলীলৈ আগতীয়াকৈ ৰাসৰ নিমন্ত্ৰণ জনালোঁ ♥️
Bohut vall lagil....
Koka moja
Vl lagise video sai 😂❤
Love from sivasagar ❤
দেওতা কথাবোৰ হুনী বহুত ভাল লাগিছে 🌹 আজি কালি বোৱাৰী বিলাক কাপূৰ পিধাৰ ধঙ নাভি পেত বোকু ওলিয়াই কাপূৰ পিন্ধে ল'ৰা আগত মোবাল চাবলৈ লাজ লাগে দেওতা আপুনাক ধন্যবাদ জনালো দেই 👏👏👏👏👏👏👏👏👏❤❤❤❤❤❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉
Val lagil koka
ককা কৃষ্ণ সদায় ভালে কোখলে থাকক, ৰাজা দা ধন্যবাদ
Bom dise koka Raja da ♥️😅 love from Jorhat ❤️😍
Koka rocked audiance shocked 😂😂😂
ক'কা গিতটো ভাল লাগিল❤❤
Mojja Raja dada,😍😍🥰🥰💕
Next Level ❤ Love From Sivasagar
bestotar mazotu enekua video pale val lage❤
ৰাজা ভাই আপোনাৰ চুপতি অনুষ্ঠানটো চাই খুউব ভাল পাঁও। মাজে মাজে নতুন video বনাই থাকিব। গোবিন্দ ককালৈও দীৰ্ঘায়ু কামনা কৰিলো।🎉
এই জুই ককা ৷ আপোনি অসমৰ জুই 😈😠
ভাল লাগে ককাক ভগৱানে ভালে ৰাখক কুশলে ৰাখক আৰু দুয়োটাক একেলগে দেখি থাকো তাকে আশা ৰাখিলো raja+koka 🔥🔥🔥💥
Koka jui
ককা আপুনি জুই 🔥❤️🔥❤❤
Kokar kalatu moja 🙏🥱
Mojja raja dar❤
😅
এই 😂
বুঢ়া টো আধা পাগল ১৪ বলিয়া,,, নহলে এই বয়সত এনেকুৱা ভাষা কই নেকি,,
ককাৰ হাঁহি টো জুই দে😂🔥 next level Raja da😆💥
ককা তুমি জুই
মজা লাগে 😂 ককাৰ চুপতি
Raja da
জয় আই অসম ❤❤❤
ককাৰ প্রতেকটো কথা সচা আৰু দম আছে কিন্তু, হুনিব বেয়া জদিও সত্য কথা🤏
xuni nu ki beya pala he.....kokar mukhot protitu xobda xuniboloi val lage
যদিও বা কথাবোৰ কৌতুকৰ সুৰৰ কিন্তু ককা এজন সত্যবাদী ব্যক্তি ।। মানুহজন ৰসাল প্ৰেমি , কিন্তু অশুদ্ধ নহয় ।। ভালে থাকক ককা ♥️ Mr Raja এজন হৃদয়জিনা TH-camr , ভাল কাম কৰি যোৱা , আৰু সদাই ভালে থাকা ।। God bless you ❤️ মাজুলীৰ পৰা মৰম জনালো ❤️
Big fan kokar moi❤
Love you koka ❤❤ from dhemaji ♥️
Next part lge ❤
...sai ami xokolue upovug krim.. ❤...
😆😆😆Koka Jui 💥💥
পোৱাৰ পৰা ম'বাইলত যিবোৰ বাতৰি য়ে মন দুখ লগাই থাকে তাৰ মাজতে আপোনাৰ আয়োজিত কমেদিয়ে হাঁহিৰ খোৰাক যোগোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ জনালোঁ
ককা তুমি জুই ❤❤❤❤
Greand fathear is firee
Klaa main axomot 😂
অতি সুন্দৰ ককা। আপোনাৰ গানটো অতি সুন্দৰ হৈছে।
Dada political issues loi video bonauk....Axomor manuh khinik olop bujauk
Kela is emotion ❤️🥹
ককা মেইন❤❤
Koka ❤🔥🔥🔥 God bless you koka.🙏🙏🙏
ককা নহয় বৰদেউতা কবা Mr Raja,😂😂
হাঁহি 😂 ৰখাব নোৱাৰি দেই😂😂😂😂
❤❤❤
😂😂😂
😅😅😅
😮😮😮
ক কাৰ ক্থা কেই টা মজা❤❤
Koka apuni jui 🔥😂
Love from gohpur, koka jui 🔥
কেলা মেইন😂😂😂❤
Kokar kothabur bor val lagise huni
একে একে দুই আমাৰ ককা 🔥😂
Duita homan levelre.. heitue kolu..
সুন্দৰ ককা, ককাই কোৱা কথা বোৰ সত্য .. কৈছে ..... অলপ শুনিবলৈ টান হয় কিন্তু অসমীয়া সমাজত আগৰ পৰম্পৰা নাই ... নিজকে মদান দেখিবলৈ গৈ পিছত সকলো শেষ হয়।
Right
😅Rr.Roja aru koka ❤
ধন্যবাদ দিলোঁ দাইলগ শুণি মোৰ ফেচাৰ উঠিলে হাঁঃই। ।😂😂
Mojaaa comedy 😂😂❤❤
Amr koka kintu hifiyr hvy uporiu modern u dei koka kole val napai bortta is main.....Our masterpice,hoi ne nhoi guys comment korok😂👍🏻💥
বৰতা্ৰ আশুআৰোগ্য কামনা কৰিছো ❤
Koka. Bohut. Bhal. Lagil. Kintu. Kela. Nokole. Besi. Bhal. Lagib
Raja da always fire 🔥🔥
very 2 nice koka .thanku sooooooooooo much koka .so koka appuni majea2 gaan gabosun & val lagibo .god bless u koka .👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍🌙👍👍👍👍👍👍👍👍👍👍👍👍👍🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮🙏🙏🇨🇮🇨🇮🇨🇮
গোবিন্দ ককা ভল লাগে । ভগৱানে ভালে ৰাখক ।😊
Pagol kokak gharaloi ahni ki khuyali Mr raja pagol boliya tuk aru viuws nedu🦵🦵🦵🦵🦵
ককাৰ দম তো next level...love from jorhat ❤❤❤❤❤❤
Buramanuh.jonok.dekhuwai
Pet.puhise
Koka always 🔥🔥🔥
ঐ ৰাজা এই পাগল টোক লৈ ভিডিও বনাই ভিওজ লাগে নে কি তাইও ফটোৱা হৈ গলি ন
দাদায়ে হাহি ৰখাবৰে নোৱাৰে ককা কথা শুনি ❤
3:12 10 baar maan back kori hahisu raja da.Axomiyar matribaxa ke .. koka🤯🙏
Koka really rocksss😂😂😂
OUR KOKA IS KIND AND OPEN HEARTED MAM PERSON...... MARVELOUS SCINTILLATING ... VIDEO....... ULUBARI 7
Koka mojjjjjjjjja
hay hay moja 😂😂😂