Mr. Raja আৰু মহিম ককাৰ ওপৰত মানহানিৰ কেচ দিব ভাইৰেল গোবিন্দ ককাই!||হাঁহি হাঁহি মৰিব,ককাৰ খং দেখি।

แชร์
ฝัง
  • เผยแพร่เมื่อ 27 ก.ย. 2023
  • Virel_Gubindo_koka_Mr_Raja_Mohim_Koka

ความคิดเห็น • 167

  • @BiswajitVlogs666
    @BiswajitVlogs666 14 วันที่ผ่านมา +1

    Mr.Raja ক এনেকা অপমান কৰিব নালাগে

  • @sumusaikia-gh9wc

    😊😊😊

  • @chitragogoi6795

    ককা এই অ,ভ্যটোক চেন্ডলেৰে চৰিয়াই দি‌কচোন ।ইমান আপোনাক অ,ভ্যালি কৰিচে

  • @chitralekhavisualartcentre9395

    মানুহ জনক লৈ ইমান ধেমালি নকৰিব।এজন সহজ সৰল মানুহক লৈ কিয় এইবিলাক কৰি আছে? মানুহ জনক মনোকষ্ট নিদিব।পাৰা খিনি সহায় কৰক মানুহ জনক।

  • @banikantadas2898

    বুঢ়া মানুহ জনক লৈ ইমান ধেমালি কিয় ? মানসিক হাৰাশাস্তি কৰা নাইনে মানুহ জনক ? আপোনালোকে কিমান টকা ঘটিছে আৰু মানুহজনক কিমান দিয়ে ? কি অধিকাৰত এইবোৰ কৰি আছে ? ইহঁতৰ ওসযত আইনী ব্যৱস্হা লওক পৰিয়ালে।

  • @rikigogoi4846

    Sudurvai বগা মূলা ক আনি বৰবাদ কৰি দিলি ।

  • @hemkantaborah7434

    মিষ্টাৰ ৰাজা এটা ধুৰন্ধৰ। এই বুঢ়াটোক ঠগি ঠগি খাই আছে।

  • @SubhajitMoran

    ককাক কিয় ইমান অশান্তি কৰে হে,, আপোনী সোণৰ কণি পৰা হাহ জনীকৈই পালে। পাবি তহতে চাইথাক।

  • @moyurmix1825

    ককাৰ জীৱনটো ধ্বংস কৰি দিলি তহতে

  • @user-qy3te1uo6u

    মানুহ জনক উচতাই জোল নাখাব। পাপে চুব আপোনালোকক। আপোনালোকে মানুহ জনক সন্মান কৰা যেন লগা নাই কিন্তু।

  • @shuwalakonwar2044

    ইমান বেয়া বেয়া কথা বোৰ ককা মুখত মুঠেই ভাল নেলাগে।

  • @kukillahan5204

    Koka numbartu Pam ni😮

  • @sidhan1ritik228

    Koka pagal keitar logat kotha pati lav nai Sendel jor khurai diyk

  • @MunuBania
    @MunuBania 19 ชั่วโมงที่ผ่านมา

    Koka janak khanman korok vl ke kotha khudak Karan koka khola manr manuh tarka kora nisina he llagise manuh jon bahut vl khang nuthabo aru vl ke babohar korok...🙏🙏

  • @nabajitsaikia1217

    Kakak kio pagol karisa tumaluke😅

  • @palash6saikia806

    Votijaik a beleg loi thake kintu 😂

  • @brddddd

    Manujok anedore use koribo nepai

  • @nirmalibora-dy6cu

    Video r jariate rakh dib bicharise kintu bhal karise jano .

  • @HomorNog-bh8hk

    Koka .🙏🙏🤪

  • @debojitedits3871

    বুঢ়া মানু্হ জনক ইমান বেছি কিয় কষ্ট দিছ সদায় সদায়