Junmoni Rabha Mother : দোষীৰ শাস্তিৰ লগতে ফাঁচী হোৱাটো বিচাৰে জোনমণিৰ মাতৃয়ে | N18V

แชร์
ฝัง
  • เผยแพร่เมื่อ 21 ก.ย. 2024
  • Junmoni Rabha News | জোনমণি ৰাভাৰ মৃত্যু-তদন্তৰ নতুন পাক। অসম আৰক্ষীৰ ৯ আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ। CBIৰ পৰামৰ্শ মৰ্মে অসম আৰক্ষীয়ে আৰম্ভ কৰিছে বিভাগীয় তদন্ত। কৰ্তব্যত গাফিলতি আৰু তথ্য-প্ৰমাণ নষ্টৰ অভিযোগত কেইবাগৰাকী আৰক্ষী বিষয়া, কনিষ্টবল আৰু গৃহৰক্ষী জোৱানৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছে।
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #junmonirabha #junmonirabhanews
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

ความคิดเห็น • 206

  • @dipanjalimohanta4800
    @dipanjalimohanta4800 5 ชั่วโมงที่ผ่านมา +86

    সঁচাকৈ এই মাতৃ গৰাকীলৈ বৰ বেয়া লাগে।❤

  • @ranuDevi-i2n
    @ranuDevi-i2n 5 ชั่วโมงที่ผ่านมา +23

    C B i লৈ মোৰ বহুত বহুত ধন্যবাদ থাকিল উচিত তদন্ত কৰাৰ বাবে।

  • @manjubarman1855
    @manjubarman1855 5 ชั่วโมงที่ผ่านมา +66

    এগৰাকী মাতৃৰ চকুপানী অথলে নাযায়।ভগৱান আছে।

  • @bhargabacharja1778
    @bhargabacharja1778 5 ชั่วโมงที่ผ่านมา +31

    ইহঁতক শাস্তি নিদিলে আৰু বহুত জোনমণি ক মাৰিব।

  • @binandaphukon731
    @binandaphukon731 5 ชั่วโมงที่ผ่านมา +31

    ভগৱানে উচিত বিচাৰ কৰিব ।

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml 5 ชั่วโมงที่ผ่านมา +30

    বৰ্তমান চৰকাৰে যদি ইয়াৰ সুবিচাৰ নকৰে তেনেহলে গোটেই চৰকাৰ খনকে ভগবানে় ৰেহাই নিদিয়ে। পাপৰ প্রায় চিত্র নিশ্চয়ই হব।

    • @rumigogoi-tp4de
      @rumigogoi-tp4de 2 ชั่วโมงที่ผ่านมา

      🙏🙏🙏

  • @daspiglets1866
    @daspiglets1866 5 ชั่วโมงที่ผ่านมา +18

    মা গৰাকিলৈ বহুত দুখ লাগে😢😢😢Ub পুলিচ বুত জহৰা হয়😢😢মই নিজে এজন পুলিচ but মৰ নিজৰে লাজ লাগে এইবোৰ😢😢ওকল টকা চিনি পায়😢but ফতুৱা টকায় মানুহৰ কামত নাহে😢ভগৱানে সকলোৰে বিচাৰ লয়😢😢দুই এদিন দেৰি হয় SI বিলাক বেছি জহৰা

  • @RubiBorah-j5r
    @RubiBorah-j5r 5 ชั่วโมงที่ผ่านมา +27

    দুখিৰ ফাঁচী হওঁক

  • @rinkushivam8759
    @rinkushivam8759 5 ชั่วโมงที่ผ่านมา +66

    মা তোমাৰ কথা ভাবিলে বেয়া লাগে।আপুনি ন্যায়
    পোৱাৰ বাবে কামনা কৰিলো।

  • @NiluGogoi-o3y
    @NiluGogoi-o3y 5 ชั่วโมงที่ผ่านมา +15

    মানুহৰ চকুত ধৰা নপৰিলে কি হ'ল ভগৱানৰ চকূত ধৰা পৰি আছে।

  • @bhargabacharja1778
    @bhargabacharja1778 5 ชั่วโมงที่ผ่านมา +11

    ভগৱান যে আছে প্ৰমাণ হব যদিহে হত্যাকাৰী শাস্তি পাই। 😢 খুড়ীদেউ আপুনি ধৰ্য ৰাখক।

  • @স্মৃতিহাজৰিকাগগৈ
    @স্মৃতিহাজৰিকাগগৈ 5 ชั่วโมงที่ผ่านมา +9

    মাতৃগৰাকীক আদালতে সুবিধা প্রদান কৰক

  • @shivamenterprises961
    @shivamenterprises961 4 ชั่วโมงที่ผ่านมา +8

    দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব।

  • @S.M.8439
    @S.M.8439 5 ชั่วโมงที่ผ่านมา +5

    ভগৱানে ন্যায় দিব।আপুনী অকলশৰীয়া নহয় খুড়ীমা।আপোনাৰ লগত ভগৱান আছে।সকলো ভগৱানৰে লীলা।

  • @SubhadraDas-v4k
    @SubhadraDas-v4k 5 ชั่วโมงที่ผ่านมา +10

    Justice for Jonmoni

  • @Ayushman-o9s
    @Ayushman-o9s 4 ชั่วโมงที่ผ่านมา +4

    খবৰতো শুনি ভাল লাগিল। দোষীক উচিত শাস্তি দিব লাগে।সমগ্ৰ অসম বাসী সুখী হব।

  • @hndekari8011
    @hndekari8011 5 ชั่วโมงที่ผ่านมา +6

    সুখবৰ । মাতৃগৰাকীৰ মনোবাঞ্ছা পূৰণ হব লাগিব ।।

  • @sashindratalukdar1471
    @sashindratalukdar1471 5 ชั่วโมงที่ผ่านมา +11

    ভগৱানে এদিন বিচাৰ কৰিব

  • @bharatisaikia1388
    @bharatisaikia1388 4 ชั่วโมงที่ผ่านมา +7

    আপোনাৰ চকুপানী আথলে নাযায় মা। ভগৱান আছে।

  • @kunjarajkhowa966
    @kunjarajkhowa966 5 ชั่วโมงที่ผ่านมา +10

    মা সাহস ৰাখিব , ভগৱান আছে ।

  • @loknathborah183
    @loknathborah183 5 ชั่วโมงที่ผ่านมา +8

    সত্যৰ সদায় জয় দুসিক ফাচী দিব লাগে

  • @RumaBora-d4t
    @RumaBora-d4t 5 ชั่วโมงที่ผ่านมา +4

    বাইদেউ আপুনি চিন্তা নকৰিব ভগৱান আছে জোনমনি ন্যায় পাব

  • @SachinHazarika-u2u
    @SachinHazarika-u2u 4 ชั่วโมงที่ผ่านมา +4

    সত্যৰ এদিন জয় হবই । ভগবানে অন্যাই কেতিয়াও সহ্য নকৰে । ন্যায় পাবই ।

  • @priyankasaikia5302
    @priyankasaikia5302 4 ชั่วโมงที่ผ่านมา +5

    😂😂😂 homeguard দুটা বৰ্খাস্ত কৰি অসম বাসীৰ মুখত সোপা দিছে😂😂😂😂😂 ভগৱান আছে বৰমা... সময়ে সকলো কয়

  • @anjaligogoikonwar9024
    @anjaligogoikonwar9024 5 ชั่วโมงที่ผ่านมา +4

    মাতৃ গৰাকীয়ে উচিত বিচাৰ পাওঁক যেন ভাল লাগিব

  • @AbhijitChutia-n2u
    @AbhijitChutia-n2u 4 ชั่วโมงที่ผ่านมา +4

    জুনমণি ৰাভাৰ মাতৃ বেদনা কথা বিজেপি চৰকাৰৰ নেতা পালি নেতাই কি বুজিব ,নিজৰ জিক হেৰুৱাই কেনেকৈ আছে ,, নেতা মন্ত্ৰী পৰিয়ালত লগত হলে তেতিয়া বুজি পালে হেঁতেন ,,মই নাভাবো যে মাকে ন্যাই পাব ,এইবোৰ 2026 ৰ অংক ,ৰাইজে মনত ৰাখি থৈছে যে সেইকাৰণে অলপ কিবা কৰিব পাৰি নেকি চাইছে

  • @AimieKhan
    @AimieKhan 5 ชั่วโมงที่ผ่านมา +3

    সঁচাকৈয়ে বহুত বেয়া লাগে মাক জনীক এনেকৈ দেখি কিমান কষ্ট কৰি‌ ছোৱালী জনীক ডাঙৰ দীঘল কৰি এজনী আৰক্ষী বিষয়া বনালে আৰু কি হ'ল আৰক্ষীয়ে মাৰি পেলালে সঁচাই আমাৰ অসম খনত আৰক্ষী বোৰ ধান্দাবাজী বেলেগ একো কব‌ মন নাই আমাক ন্যায় লাগে কাৰণ এই বিষয়টোত বহুত আৰক্ষী বিষয়া জড়িত আছে ৰাইজে জানে ।মাক‌জনী দেখিলে বুকু খন কিবা লাগি যায়।

  • @binabora5025
    @binabora5025 5 ชั่วโมงที่ผ่านมา +10

    God bless you maa🙏🙏

  • @Piku461
    @Piku461 5 ชั่วโมงที่ผ่านมา +9

    ন্যায় লাগে। ইমান ভাল ছোৱালী। 😂😂😂😂sorkare ki kori ase..

  • @mamtajkhatun5566
    @mamtajkhatun5566 5 ชั่วโมงที่ผ่านมา +23

    মা আপোনাৰ লগত ভগৱান আছে

  • @babluhussain8610
    @babluhussain8610 5 ชั่วโมงที่ผ่านมา +5

    We want justice for Junmoni Rahba

  • @bimansaikia4305
    @bimansaikia4305 4 ชั่วโมงที่ผ่านมา +3

    পৃথিৱীত ভগৱান নিশ্বয় আছে । তেওঁ বিচাৰ কৰিব।

  • @JibonBaskey-e6x
    @JibonBaskey-e6x 5 ชั่วโมงที่ผ่านมา +14

    আপোনাৰ ওচৰত ভগৱান আছে।

  • @bhabensaikia1622
    @bhabensaikia1622 5 ชั่วโมงที่ผ่านมา +5

    Bhagobane nyai dibo 🙏

  • @JinuBorgohain-y6n
    @JinuBorgohain-y6n ชั่วโมงที่ผ่านมา

    মা আপোনাক 🙏 জনালো।ভগৱানে আপোনাক ধৈৰ্য আৰু সাহস দিয়ক।গোটেই অসমবাসী আপোনাৰ দুখৰ সমভাগী।ভগৱানৰ চৰণত ধৰি প্ৰাৰ্থনা কৰিছো দোষীয়ে যাতে উপযুক্ত শাস্ত্ৰী পায়।

  • @jetukimech3484
    @jetukimech3484 5 ชั่วโมงที่ผ่านมา +3

    কেচটো উঠাই ভূল কৰিলে । এই বিলাক ৰাজনীতিৰ ছাল।

  • @স্মৃতিহাজৰিকাগগৈ
    @স্মৃতিহাজৰিকাগগৈ 5 ชั่วโมงที่ผ่านมา +2

    দোষীক কঠোৰ পৰা কঠোৰতম শাস্তি দিয়ক

  • @Rupam-lu3jv
    @Rupam-lu3jv 3 ชั่วโมงที่ผ่านมา +2

    Home gaurd কেইজনক নিলম্বন কৰিলে নহব
    Senior কেইজনক sushpend কৰি
    শাস্তি দিব লাগে

  • @nipadihingia9920
    @nipadihingia9920 2 ชั่วโมงที่ผ่านมา +1

    জোনমনি ৰাভাৰ মাতৃ গৰাকী ক শক্তি দিয়ক প্ৰভু।

  • @PapuDutta-fu6bq
    @PapuDutta-fu6bq 5 ชั่วโมงที่ผ่านมา +2

    হ’মগাৰ্ড দুজনকহে নিলম্বন কৰিছে৷বাকী কেইজনৰ তদন্তহে কৰিবলৈ নিৰ্দেশ দিছে৷ বাকী সকলকহে নিলম্বন কৰি উপযুক্ত শাস্তি দিব লাগিব৷

  • @niranjankirat
    @niranjankirat 5 ชั่วโมงที่ผ่านมา +5

    Very good

  • @yeasminelahi1167
    @yeasminelahi1167 5 ชั่วโมงที่ผ่านมา +5

    Hsa ktha kbo gole aia ketiao nhoi karon teok Kune marise kar planning t morise heya sbe jane...imn a planning j imn daor ata issue soli thakute sorkar e hthate hslc r result o d dile...ai khon sorkar r pora apuni ketiao akha nkribo j teor dukhiye hasti pabo...

  • @HemoGogoi-y1r
    @HemoGogoi-y1r 6 ชั่วโมงที่ผ่านมา +13

    Ma god Bless u. 🙏🙏🙏

  • @UshaDevi-x6o
    @UshaDevi-x6o 5 ชั่วโมงที่ผ่านมา +3

    God. Bless. You. Ma.

  • @NitaiTopadar-s2m
    @NitaiTopadar-s2m 5 ชั่วโมงที่ผ่านมา +2

    Justice for Junmoni Rabha

  • @AnantaRabha-yd6sn
    @AnantaRabha-yd6sn 2 ชั่วโมงที่ผ่านมา +1

    We want justice for Junmoni Rabha as soon as possible

  • @bibharaninath8242
    @bibharaninath8242 5 ชั่วโมงที่ผ่านมา +4

    God is good

  • @basantakalita5369
    @basantakalita5369 5 ชั่วโมงที่ผ่านมา +3

    God bless you maa

  • @hiraboruah3208
    @hiraboruah3208 ชั่วโมงที่ผ่านมา

    এইবাৰ যেন সঠিক বিচাৰ কৰা হয় , ভগৱানৰ ওচৰত তাৰেই কামনা কৰিলোঁ।

  • @bandanagayan1929
    @bandanagayan1929 5 ชั่วโมงที่ผ่านมา +4

    এ মজাৰ খেল এইবাৰ জমিব

  • @swargiarygoatfarm4145
    @swargiarygoatfarm4145 5 ชั่วโมงที่ผ่านมา +3

    Right

  • @dulumonigogoi3311
    @dulumonigogoi3311 5 ชั่วโมงที่ผ่านมา +3

    ভগৱানৰ ওপৰত ভৰষা।

  • @bolinkutum8161
    @bolinkutum8161 4 ชั่วโมงที่ผ่านมา +2

    Justice

  • @MSarma-l2n
    @MSarma-l2n 5 ชั่วโมงที่ผ่านมา +2

    ভগৱান আছে তুমি এদিন নিয়াই পাবা

  • @deborv_8193
    @deborv_8193 3 ชั่วโมงที่ผ่านมา

    😢😢😢😢😢ভগবান মাতৃ গৰাকী লৈ উচিত বিচাৰ কৰি দিয়ক😢

  • @ujjalakalita3470
    @ujjalakalita3470 5 ชั่วโมงที่ผ่านมา +3

    হয় মা আমিও বিচাৰো দোষীয়ে উচিত শাস্তি পাওক

  • @TimeisRight-b3k
    @TimeisRight-b3k 4 ชั่วโมงที่ผ่านมา

    হে প্ৰভু পাপীক কোনো কাৰণতে ৰেহাই নকৰে যেন-এয়েই প্ৰাৰ্থনা

  • @RitrishnaGohain
    @RitrishnaGohain 5 ชั่วโมงที่ผ่านมา +2

    Hoi dei ....vgban ase ase..... khoiyo tk kunu karonote lukuai thob nuare

  • @ParchiPhukan748
    @ParchiPhukan748 4 ชั่วโมงที่ผ่านมา +1

    বহুত ভাল লাগিছে

  • @GracyRonghangpi
    @GracyRonghangpi 4 ชั่วโมงที่ผ่านมา +1

    God bless you khuri eswor aseapni prathana kri thakok

  • @tutumonipator2400
    @tutumonipator2400 4 ชั่วโมงที่ผ่านมา +2

    ফাঁচি দিয়ক

  • @user-bx7io1bz7t
    @user-bx7io1bz7t 3 ชั่วโมงที่ผ่านมา +1

    Sorkare jiman Val kaam korileyu,,,,junmoni Rabha justice napale ............

  • @rumisaikia398
    @rumisaikia398 4 ชั่วโมงที่ผ่านมา +2

    সত্য সদায় জয়

  • @CuteMeghali2617
    @CuteMeghali2617 4 ชั่วโมงที่ผ่านมา +1

    Right.

  • @krishnamanisingha9987
    @krishnamanisingha9987 4 ชั่วโมงที่ผ่านมา +2

    Bohut dhukh lage o😢😢😢

  • @purnimasaikiabora713
    @purnimasaikiabora713 5 ชั่วโมงที่ผ่านมา +2

    Xosai koisu dai manuh goraki r mukh khon dekhile mur bohut beya lage emn xohoj xoral .uff Antorkhon kandi uthe

  • @NoorMustafa-ry1xw
    @NoorMustafa-ry1xw 5 ชั่วโมงที่ผ่านมา +2

    Good newa

  • @tomashdvlog8121
    @tomashdvlog8121 5 ชั่วโมงที่ผ่านมา +1

    BHT bht doinobad

  • @mousumiborah93
    @mousumiborah93 5 ชั่วโมงที่ผ่านมา +4

    ভগৱান নে সহায় কৰক❤❤😢😢

  • @upengogoi5095
    @upengogoi5095 3 ชั่วโมงที่ผ่านมา

    বৰ্খাস্ত কৰা গৃহৰক্ষী দুজনেহে মাৰ্ডাৰ কৰিছিল নেকি। তেওঁ লোকক টকা দি ঘটনাটো কৰাই ছিল নেকি, সকলো বোৰ খৰচী মাৰি প্ৰকাশ কৰক, ৰাইজে শুনি সুখী হ'ব।

  • @MukulHazarika-zi7yx
    @MukulHazarika-zi7yx 5 ชั่วโมงที่ผ่านมา +1

    সঁচা কৈ কিয় বাৰু আজি লৈকে অপৰাধী ধৰা নপৰিল ।

  • @rajibdeka8554
    @rajibdeka8554 5 ชั่วโมงที่ผ่านมา +2

    Emn time lge nki nay diboloi..1yrr hoi gol...

  • @DoctorMorang
    @DoctorMorang 2 ชั่วโมงที่ผ่านมา

    Always god sees the truth but wait. God may bless junmonis femaly.

  • @jitenhazarika7327
    @jitenhazarika7327 5 ชั่วโมงที่ผ่านมา +2

    Nice

  • @priyankukonwar7073
    @priyankukonwar7073 2 ชั่วโมงที่ผ่านมา

    সত্য সদাই জয় মা

  • @sudarshangoala5854
    @sudarshangoala5854 5 ชั่วโมงที่ผ่านมา +2

    You must respect others privacy dear. Don't run after people

  • @rupshreedevi9179
    @rupshreedevi9179 3 ชั่วโมงที่ผ่านมา

    উচিত তদন্দ হ'লে অন্ততঃ মাতৃ গৰাকীৰ উকা বুকুখনে শান্তি পাব।

  • @ProbalKhataniar
    @ProbalKhataniar 2 ชั่วโมงที่ผ่านมา

    মাতৃৰ অন্তৰৰ আঘাতে কাকো ৰেহাই নিদিয়ে😢 দুদিন পলম হব পাৰে।😢😢

  • @SoniDaimary-b1e
    @SoniDaimary-b1e 4 ชั่วโมงที่ผ่านมา

    Justice for jonmoni

  • @animapatar67
    @animapatar67 4 ชั่วโมงที่ผ่านมา +1

    আপোনাৰ মনৰ আশা পুৰন হক

  • @PoriGogoi-bc6xp
    @PoriGogoi-bc6xp 3 ชั่วโมงที่ผ่านมา

    We want Fast justice for junmoni Rabha .

  • @SutulKherkatary
    @SutulKherkatary 4 ชั่วโมงที่ผ่านมา +1

    Home guard suspension korise bohut dangor kam korile home guard sakori hoineki hajira korahe 6 month ghorot 6 month sakori

  • @KabitaSarma-m9w
    @KabitaSarma-m9w 5 ชั่วโมงที่ผ่านมา +1

    Hoi dai bohut beya lage Kiman Kandib aru manuh gorakie

  • @Ajithazarika1976
    @Ajithazarika1976 3 ชั่วโมงที่ผ่านมา

    দোষীক উচিত শাস্তি প্ৰদান কৰক ।

  • @jyotshnarabha4348
    @jyotshnarabha4348 4 ชั่วโมงที่ผ่านมา

    দোষী ক উচিত শিক্ষা দিলেহে জোনমনি ৰ আত্মাই শান্তি পাব

  • @SahilAli-tq3zc
    @SahilAli-tq3zc 3 ชั่วโมงที่ผ่านมา

    Justice for junmoni rabha🙏😭

  • @banikalita3082
    @banikalita3082 2 ชั่วโมงที่ผ่านมา

    যদি নেদেখা জনে ন্যায় বিচাৰ কৰে তেতিয়াহলে দোষীয়ে উপযুক্ত শাস্তি পাব আৰু আমিও সেইটোৱেই বিচাৰো ।

  • @BipulKardong-xb7ci
    @BipulKardong-xb7ci 2 ชั่วโมงที่ผ่านมา

    We want justice

  • @diptidevi4055
    @diptidevi4055 3 ชั่วโมงที่ผ่านมา

    বৰ বৰ বিষয়া সকলৰ ওপৰত লোণা,লীনা আদি বিষয়া সকলৰ ওপৰত কিবা শাস্তি হবনে।

  • @Manjai-ks3rg
    @Manjai-ks3rg 5 ชั่วโมงที่ผ่านมา +2

    Home guard suspension 😃😆😆😆

  • @nayanJyoti-k7f
    @nayanJyoti-k7f ชั่วโมงที่ผ่านมา

    Good news 👍

  • @indiangaming1164
    @indiangaming1164 ชั่วโมงที่ผ่านมา

    Nice good news

  • @dhirajrabha1491
    @dhirajrabha1491 4 ชั่วโมงที่ผ่านมา +1

    দোষীক ফাঁচীকাঠত ওলমাব লাগে

  • @Monoranjan-sf2tc
    @Monoranjan-sf2tc 3 ชั่วโมงที่ผ่านมา +1

    সেই দানৱসকলক ফাঁচি দিব লাগে

  • @moromlogavlg8543
    @moromlogavlg8543 5 ชั่วโมงที่ผ่านมา +1

    Eman dine ki kori ase ki khaise apuni he jane aru,,, apunak vogobane,, vale rakhok,, 🙏🙏🙏

  • @rupilabasumatary9652
    @rupilabasumatary9652 ชั่วโมงที่ผ่านมา

    Yes junmony same like culcutha doctor so need justice forjunmony

  • @khanindradas4044
    @khanindradas4044 4 ชั่วโมงที่ผ่านมา +1

    ❤❤❤

  • @ranikonwar8689
    @ranikonwar8689 5 ชั่วโมงที่ผ่านมา +2

    সছাকৈ ...

  • @maskman2043
    @maskman2043 2 ชั่วโมงที่ผ่านมา

    Chakorir pora dismiss korile nohobo uchit sasti diyok , encounter korok nohole pasi diyok😢

  • @priyankukonwar7073
    @priyankukonwar7073 2 ชั่วโมงที่ผ่านมา +1

    হুম গাৰ্ড সকলক ধৰি লাভ নাই ডাঙৰ বিলাকক ধৰক