ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
এনেকৈ যেগাচাই জিলা চাই বৰষুণ দিলে আমি মানি নলম, উগ্ৰ আন্দোলন কৰিম
Right bhaity
Dhunia
আমাৰ মামাই কেবিনেটত পাছ কৰিছে নেকি?😂😂😂
এটা কথাকে ঘুৰাই পকাই কৈ থাক গোটেই দিনটো।
যদি বৰষুণ নিদিয়ে তোক কাণচেপা দিম।
Dheii 🤣
তিনি-চাৰি গুণ নহয়অ আইজনী তিনি-চাৰি ডিগ্ৰীহে ।
Najana. Sikai Di Bhal Karile. Aibor Hawate News Reader Hoise.
বিদ্যালয় সমূহ সমুহ পূৱা খুলাৰ ব্যৱস্থা কৰিছে যেতিয়া বৰষুণ হব ছাগে।
আগ জাননী দিয়া মতে কোনো দিনেই হোৱা নাই যেতিয়া আমি কেনেকৈ বিশ্বাস কৰিম ,
Toy Kout jiai aso o khaki nicetiv coment😢😢😢
এইখন চৰকাৰে কি কৰি আছে ইমান গৰমতো বৰষুণ আনিব পৰা নাই।
Right kotha koise
আহক দে খেতীৰ পথাৰত জাবই মন নাযায় আৰু খেতী পথাৰ ৰঙা পৰি গ'ল বৰষুণ লৈ অপেখ্যা থাকিল।
Hoi diya 😢😢
স্বাভাৱিক তাপমাত্ৰাতকৈ 3/4 গুণ তাপ মাত্ৰা বৃদ্ধি পাব নহয় । 3/4 ডিগ্ৰী বৃদ্ধি পাব হব লাগে । বাতৰি কওঁতে সাৱধান হব ।
বাতৰি কব নাজানে ।
Eku dal najane...... Bokibo lage boki jai......
এক্কেবাৰে ঠিক কৈছে। এওঁলোকৰ কোনো কথাতেই সাৱধানতা নাই। চাকৰি কেনেকৈ পায় এওঁলোকে? অসমীয়া বা ইংৰাজী কোনো ভাষাতেই এওঁলোকৰ দক্ষতা নাই।
Manuh Mari pelabo ihote over smart
ইমান গৰমত আপুনি কেনেকে ছুযেটাৰ পিন্ধি আছে। আপোনাৰ গৰম লগা নাই।
AC room , moja. Kintu environment r gorom aru besi gorom Kori rakhiboloi ujan dise.
গছ -গছনি যতেই বেছিকৈ আছে ততেই বৰষুণ হ'ব !😢😢
বৰষুণ নালাগে হব
Assamt Morning school holei boroxun huwa confirmed 😂 ai2 niyomot porinot hoise aaau 😅
😂
আপোনালোকৰ আটাহ শুনি ভয়তে বৰষুণ দৌৰি পলায়
এক দম সচা।
Right
আজি প্ৰচণ্ড গৰম হ'ব বুলি আগজাননী দিছিল।। কিন্তু আজি ৰবিবাৰে যোৱাকেইদিনতকৈ অলপ মান গৰম কম হে।।। বতৰ বিজ্ঞানৰ কথাবোৰ জ্যোতিষিৰ কথাৰ দৰে।। কেতিয়াবা মিলে।।। কেতিয়াবা নিমিলে।।। বহুত দিন ৰ'দ দি থাকিলে তাৰ পিছত বৰষুণ হ'ব বুলি সৰু লৰা এজনেও জানে।
Oi tur ghor Kout o jonabisun mur ghor Tinsukia kintu ama iat bahut besi garom de bupai
বাদ দিয়া হে তুহাৰ বতৰৰ বতৰা,,, একো নিমিলে যা
মহাশয়া, গুণ শব্দৰ অৰ্থ বুজিবলৈ চেষ্টা কৰিব
কেতিয়া । কেতিয়া মেঘে পেলাব বৰুখন
সঁচা নে যদি সঁচা হয় তেন্তে আপোনাক ভাল কৈ চাহ খুৱাই দিম
৩ - ৪ গুন তাপমাত্ৰা বঢ়াৰ কথা কোৱা নাছিল ৩-৪ ডিগ্ৰী বাঢ়িব বুলিহে কৈছিল।
বাইদেউ জনীয়ে এইটোকেই নাজানে যে আগতকৈ 3বাৰিগুণ তাপমাত্ৰাৰ বাঢিব অৰ্থাৎ 37×3=111 ডিগ্ৰী বাঢ়িব.এয়েই জ্ঞানৰ গৰিমা.
ছি চি কি বাতৰি কয় ?
আমাৰ-ড়ীব্ৰুগৰত-বহোত-গৰম-আমি-----গৰমত--মৰি-আছো-
Jai shree Ram
কৃষ্ণ বানপানী নহিলেই হল আৰু।
ইমান কথকি পায় । কালিলৈ বৰষুণ হব ।কিমান পকাইছে । শুনাৰ ধৈয্য হেৰাই গৈছে ।
মোৰ মতে বৰষুণ দিয়াৰ সম্ভাৱনা নাই
ধুমুহা নালাগে আমাক বৰষুণ চিমাদিয়ে দিয়ক।
ফতোৱা বাতৰি বোৰ কিয় দিয়ে...গৰম দিব বুলি কলে বিশ্বাস কৰিম কিন্তুু বৰষুণ আহিব বুলি নিউজ নকৰিব...জদি অহাকালিৰ পৰা বৰষুণ নাহিল আপোনালোকৰ নিউজক মই ধুম
বতৰ বিজ্ঞানলৈ বতৰৰ আগলি বতৰা আশা কৰা মতে জনোৱা অনুসৰি বহুতো ধন্যবাদ।
হয় বাইদেউ এগে পিছে উপৰৰ পৰা কেতিয়া বৰষুণক তলত নমাব 🌧😂
Thank you baido Bongaigaon ot borohun dile .
আপোনালোকৰ কথাৰ কোনো লেকাম নাই
বৰপেটা জিলাত সম্ভব গৰম হোৱা নাই চাগে কাৰন ইয়াত বিদ্যালয়ৰ সময় শুচী সলনী কৰাহোৱা নাই ।
probolor pora ( probol ) nokoi , probolotor tuhe hudha hoi.
গছ -গছনি কাটি খাষ্টাং দিছে ক'ত বৰষুণ দিব ! 😡😡😡
আপুনি কিবাকে বৰষুণ এজাক দিয়াওক ভন্টি
মানুহক ভয় খুৱাট পাকৈত যেন লাগিল।
বাতৰি কোৱা মানুহবোৰ মিছলিয়া ।
জ্যোতিষ বিজ্ঞানীৰ ঘোষণা ৷ কেতিয়াও কাহানিও নিমিলে 😂😂😂 ৰ’দ দেখি বৰষুণৰ ঘোষণা কৰি দিলে চাকৰিৰ তাগিদাত 😂😂😂
ঠিক কৈছে।
বৰ গৰম বৰষুণ এজাকৰ বৰ দৰকাৰ
সঁচাকৈয়ে হবনে বৰষুণ
উজনী অসমত দেখোন নহবগৈ!
তিনিচুকিয়াত মৰিবনে
3, 4 গুন নহয় নেকি
২১ তাৰিখৰ ঘোষনাতো কি হ'ল অ' আইজনী ? কবলৈ একো নাই যদিহে এনেয়ে বকি মৰিছ কিয় !
কালিয়ে কয় আছিল যে উজনি অসমত খুব গৰম হব বুলিকিন্তু আজি কথা বেলেগ কৈ ঘুৰাই পকাই আছে 😂😂
বৰষুণ কেতিয় হব অপেক্ষা মাথো
শিৱসাগৰত তামাম বলষূণ।
Borokhun nohole Sabi😢
25 tarikhor pora porikha boroxun jodi diye olop xokah pam arru 😢
Plz ,show us good weather news.
Barsun dibale dia na
একে কথাই কিমানবাৰ বলকিব পাৰিলে বাতৰি আওৰা চাকৰি পাব পাৰি?
ধেৎ ছোৱালী, কি ৩/৪ গুণ তাপ মাত্ৰা বাঢ়িব ??
Batori koat vul. hoise 3)4 gun tapmatra besi hle 40*3 120 grm hoi jab . 3/4 degree hb lagisil
Kokrajhar Wale like kre 🌧️🥳
34 r uport Nogol Dekhun... 40 ketia hobo?
Digboi 38 C
আজি ৰাতি টান ৰ'দ হবনে ?
একো কাম নাই অনুমানত কৈ আছ
Due to pe pe of Journalsit Temparature increasef
Borosun Ahile valai!!
Phelai thakibo nalage.
বাপেৰৰ,মুৰ,কবি,থাক
আজি দেওবাৰৰ দিনটোত 38 ডিগ্ৰী মাজুলীত
থাই কত নাম কব নোৱাৰে । এইা বৈজ্ঞানিক । নাম ক
Dhanyabad
🎉
এনেই Tinsukia DIST খন বাংলাদেশ ত আছে নি বাৰু।।। বৰষুণ নাম গুণ নাই যে আপোনালোকৰ map ত
Jodi kali boroshun diye nidiye pisot kotha kintu atai kotha jodi diye ok Jodi nidiye gom pam tumi kenekua botor bigyan kendro or sanghitik sangbadik
South. Salmara. Mankacher 39 clcis
সচা কে বৰষুণ দিব নি
He pravu🙏
Good khobar tomar mem .......
ভন্টি, তোমাৰ গৰম লগা নাই নেকি? তুমি যে গৰমত গৰম Coat পিন্ধিছা?
Jorhat 37°
Amar..chirangot..pori..aseMor..brokhun..dorkar..nai
Morigaon destig bhuraon 41.. huram
43 Lakhimpur
Gopal parat 35 ,di gorom
Meesho r pora borxun order korise nki 🌚
মিছা বাতৰি, সম্ভাৱনা কিয়, খাটাং কওক
Dile hol aru borokhun😢
3 - 4 gun nhoi, 3-4 degrees hb sage. 3-4 times hole everything will get burnt
Huitjo debotai manile mane❤😊
আজি দেও বাৰ হোৱা হেতুকে অফিচ বন্ধ অহা কালি অফিচ খোলা সেই বাবে বৰষুণ ও খোলা থাকিব tk mam
Udalguri😢😢
Babar Azam
hoise gram iman thakibo pra nt
Thank you
35 temperature 🌡️🤒
Amar falau deba
cyclone aahi ase 🌪
Dhakuakha Borhula Chapari 33%
Anagata dinot 6 mah garamor bandha dibo lagibo
Ghamsi ulai gol sob
Fal2 news nidibo meghalya ahji tamam rain
Thank you madam hodai tenekoi Abdate di thakok ❤❤
Update × abdate✓😂
টোৰ কাম নাই। আকাশলৈ চাই কৈ থাকো নি কথা বোৰ?
Bagsar manuh marib neki?
Botorr news dekhun ebaru hosa nohoi sun.

বৰপেটা জিলাত সম্ভব গৰম হোৱা নাই চাগে কাৰন ইয়াত বিদ্যালয়ৰ সময় শুচী সলনী কৰা
হোৱা নাই ।
probolor pora ( probol ) nokoi , probolotor tuhe hudha hoi.
গছ -গছনি কাটি খাষ্টাং দিছে ক'ত বৰষুণ দিব ! 😡😡😡
আপুনি কিবাকে বৰষুণ এজাক দিয়াওক ভন্টি
মানুহক ভয় খুৱাট পাকৈত যেন লাগিল।
বাতৰি কোৱা মানুহবোৰ মিছলিয়া ।
জ্যোতিষ বিজ্ঞানীৰ ঘোষণা ৷ কেতিয়াও কাহানিও নিমিলে 😂😂😂 ৰ’দ দেখি বৰষুণৰ ঘোষণা কৰি দিলে চাকৰিৰ তাগিদাত 😂😂😂
ঠিক কৈছে।
বৰ গৰম বৰষুণ এজাকৰ বৰ দৰকাৰ
সঁচাকৈয়ে হবনে বৰষুণ
উজনী অসমত দেখোন নহবগৈ!
তিনিচুকিয়াত মৰিবনে
3, 4 গুন নহয় নেকি
২১ তাৰিখৰ ঘোষনাতো কি হ'ল অ' আইজনী ? কবলৈ একো নাই যদিহে এনেয়ে বকি মৰিছ কিয় !
কালিয়ে কয় আছিল যে উজনি অসমত খুব গৰম হব বুলি
কিন্তু আজি কথা বেলেগ কৈ ঘুৰাই পকাই আছে 😂😂
বৰষুণ কেতিয় হব অপেক্ষা মাথো
শিৱসাগৰত তামাম বলষূণ।
Borokhun nohole Sabi😢
25 tarikhor pora porikha boroxun jodi diye olop xokah pam arru 😢
Plz ,show us good weather news.
Barsun dibale dia na
একে কথাই কিমানবাৰ বলকিব পাৰিলে বাতৰি আওৰা চাকৰি পাব পাৰি?
ধেৎ ছোৱালী, কি ৩/৪ গুণ তাপ মাত্ৰা বাঢ়িব ??
Batori koat vul. hoise 3)4 gun tapmatra besi hle 40*3 120 grm hoi jab . 3/4 degree hb lagisil
Kokrajhar Wale like kre 🌧️🥳
34 r uport Nogol Dekhun... 40 ketia hobo?
Digboi 38 C
আজি ৰাতি টান ৰ'দ হবনে ?
একো কাম নাই অনুমানত কৈ আছ
Due to pe pe of Journalsit Temparature increasef
Borosun Ahile valai!!
Phelai thakibo nalage.
বাপেৰৰ,মুৰ,কবি,থাক
আজি দেওবাৰৰ দিনটোত 38 ডিগ্ৰী মাজুলীত
থাই কত নাম কব নোৱাৰে । এইা বৈজ্ঞানিক । নাম ক
Dhanyabad
🎉
এনেই Tinsukia DIST খন বাংলাদেশ ত আছে নি বাৰু।।। বৰষুণ নাম গুণ নাই যে আপোনালোকৰ map ত
Jodi kali boroshun diye nidiye pisot kotha kintu atai kotha jodi diye ok Jodi nidiye gom pam tumi kenekua botor bigyan kendro or sanghitik sangbadik
South. Salmara. Mankacher 39 clcis
সচা কে বৰষুণ দিব নি
He pravu🙏
Good khobar tomar mem .......
ভন্টি, তোমাৰ গৰম লগা নাই নেকি? তুমি যে গৰমত গৰম Coat পিন্ধিছা?
Jorhat 37°
Amar..chirangot..pori..ase
Mor..brokhun..dorkar..nai
Morigaon destig bhuraon 41.. huram
43 Lakhimpur
Gopal parat 35 ,di gorom
Meesho r pora borxun order korise nki 🌚
মিছা বাতৰি, সম্ভাৱনা কিয়, খাটাং কওক
Dile hol aru borokhun😢
3 - 4 gun nhoi, 3-4 degrees hb sage. 3-4 times hole everything will get burnt
Huitjo debotai manile mane❤
😊