জাতীয় সংগঠনবোৰ হিমন্ত বিশ্বৰমতে চলে নেকি? গৌৰৱ-অখিলৰ জয়ৰ আঁৰত কোন?

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ก.ย. 2024
  • 📌জাতীয় সংগঠনবোৰ হিমন্ত বিশ্বৰমতে চলে নেকি?
    📌গৌৰৱ-অখিলৰ জয়ৰ আঁৰত কোন?
    📌’৮৩ৰ পৰিৱেশ আহি আছে নেকি অসমত?
    📌উজনিত বিজেপিৰ ট্ৰাম্প কাৰ্ড হ’ব নেকি শৃংখল চলিহা?
    📌মিঞা খেদা আন্দোলনৰ আঁৰত কোন?
    📌অনা-অসমীয়াই সংকট আনিব নেকি অসমীয়ালৈ?
    📌শৃংখল চলিহাৰ সৈতে মুখ্য পৰিচালন সম্পাদক ঋতুস্মিন শৰ্মাৰ 'পডকাষ্ট'।
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

ความคิดเห็น • 224

  • @tarunchandranath
    @tarunchandranath 8 วันที่ผ่านมา +34

    বীৰ।লাচিত।সেনা। জিন্দাবাদ।

  • @rajuhazarika6583
    @rajuhazarika6583 8 วันที่ผ่านมา +44

    বিৰ লাচিত সেনা অসম জয় বীৰ লাচিত সেনা অসম

  • @Hemantagogoi-y7d
    @Hemantagogoi-y7d 8 วันที่ผ่านมา +15

    এয়া অসমীয়া সাহখি লৰা ধন্যবাদ ।

  • @phulendas7939
    @phulendas7939 8 วันที่ผ่านมา +12

    একেবাৰে সত্য কথা কৈছে........ যদিহে.....!!!!

  • @dipjutyboruah671
    @dipjutyboruah671 2 วันที่ผ่านมา +2

    king of axom ❤❤❤

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 8 วันที่ผ่านมา +10

    সঁচা কথা কবলৈ সাহস আছে‌ সেই বাবে কিছুমান লোকে পিছফালে বলকি থকা দেখা যায়

  • @ShirajulHaque-di786
    @ShirajulHaque-di786 5 วันที่ผ่านมา +2

    Babohar bhal hobo lage. dadagiri dhakhai lave nai

  • @GBNAssam
    @GBNAssam 8 วันที่ผ่านมา +8

    8:23 ekdm right kotha koise ru eaitu aa fact
    শৃংখলা দাৰ স্পষ্টবাদী কণ্ঠক সদায় সন্মান জনাও
    জয় আই অসম ❤❤

  • @nillsvlog8279
    @nillsvlog8279 8 วันที่ผ่านมา +5

    26ৰ বিধানসভা নিৰ্বাচনত শিৱসাগৰত শৃংখল চলিহা হব বিজেপিৰ পাৰ্থি।

  • @nattajyotiboruah1664
    @nattajyotiboruah1664 7 วันที่ผ่านมา +2

    খিলঞ্জীয়া নিৰ্মাণ শ্ৰমিক আৰু দক্ষ বণুৱাৰ এটা শক্তিশালী সংগঠন গঠন কৰি গাঁৱে চহৰে যিবিলাক বৃহৎ অট্টালিকা বা অন্যান্য নিৰ্মাণ চলি আছে তাত কাম দিব পৰাকৈ সংগঠন কৰক তেতিয়াহে গাঁৱৰ খিলঞ্জীয়া ল’ৰাবোৰে চহৰত কাম পাব ,অন্যথা জাতীয়সত্তাবিহীন ধনাধ্য অসমীয়া আৰু বহিঃৰাজ্যৰ লোকে নিজৰ চহৰতে আমাৰ বণুৱাসকলৰ কাম কাজ কাঢ়ি নিছে ৷

  • @boysalbum1252
    @boysalbum1252 3 วันที่ผ่านมา +1

    চৰকাৰ পক্ষীয় মানুহ হোৱা বাবে এৰেষ্ট নকৰে। হেডলাইনত যি দেখা পালো লগে লগে এৰেষ্ট হব লাগে। বিৰোধী হলে এৰেষ্ট কৰাত খুব সুবিধা। পৰবৰ্তী বেলেগ চৰকাৰ আহিলে আকৌ নীতিহীন ভাবে এৰেষ্ট হব। এই পৰম্পৰাচোন চলি থাকিব।

  • @indrabora-nz7sp
    @indrabora-nz7sp 7 วันที่ผ่านมา +4

    Ritusmin akol studiot he bohi thaka neki eman নজনা ভাও ধৰা প্ৰশ্ন kori ase je

  • @SamadAli-x4m
    @SamadAli-x4m 6 วันที่ผ่านมา +2

    কত 83 কত 24

  • @Prabhatreaction
    @Prabhatreaction 5 ชั่วโมงที่ผ่านมา +1

    Jai ai axom❤

  • @user-ml5qu6ld1w
    @user-ml5qu6ld1w 8 วันที่ผ่านมา +6

    ৰেপ কৰিছে এজনে তাৰ কাৰনে সমগ্ৰ জাতীয় টো দায়ি নহয় । আৰু বাংলাদেশী কৈ আছ কিয় যদি সৎ সাহস আছে চৰকাৰৰ লগত কথা পাতি বাংলাদেশীক ওলিয়াই দে আসমৰ মানুহে গম পাইছে তই bjp পৰা কুটি কুটি টকা লৈ হিন্দু মুছলিম কৰি আছ

    • @MAINA33
      @MAINA33 7 วันที่ผ่านมา

      Toi kun ree..

    • @user-ml5qu6ld1w
      @user-ml5qu6ld1w 7 วันที่ผ่านมา

      @@MAINA33 toi kun

    • @MAINA33
      @MAINA33 7 วันที่ผ่านมา

      @@user-ml5qu6ld1w Bangladeshi nki toi

    • @user-ml5qu6ld1w
      @user-ml5qu6ld1w 7 วันที่ผ่านมา

      @@MAINA33 are nonsense Bangladeshi buli nokobi

    • @Krishna12959
      @Krishna12959 7 วันที่ผ่านมา

      বাংলাদেশৰ হিন্দু সকলক কাটি শেষ কৰি এতিয়া অসমীয়াক খেদিব আহিছে নেকি

  • @anuarakhatun1412
    @anuarakhatun1412 6 วันที่ผ่านมา +1

    Tumi ata semor leader

  • @chetiahaflong3511
    @chetiahaflong3511 4 วันที่ผ่านมา +1

    Good dicession by choliha we support you from haflong.

  • @ShafiqurRahman-k4z
    @ShafiqurRahman-k4z 7 วันที่ผ่านมา +2

    তোৰ বাপেকৰ মূলৰ মানুহে? চূৎমাৰানি কেলা।

  • @GCNath-ed7im
    @GCNath-ed7im 13 ชั่วโมงที่ผ่านมา

    শৃংখল চলিহা জিন্দবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, মিঞা মুক্ত অসম জিন্দাবাদ, আশী চনৰ আন্দোলন আকৌ যদি আহে ঘুৰি ,তেতিয়া হে মিঞা মুকত হব অসম

  • @AnjuDutta-bl9yn
    @AnjuDutta-bl9yn 7 วันที่ผ่านมา +1

    Good ber lashet

  • @BabulHussain-m4k
    @BabulHussain-m4k 4 วันที่ผ่านมา +1

    চলিহা দাদা আপোনালৈ বিনম্ৰ অনুৰোধ........,
    নামনি অসমৰ প্ৰত্তেক খন মুছলমান গাওঁ এবাৰকৈ পৰিভ্ৰন কৰক বহু গোপন তথ্য লাভ কৰিবো.....কাৰন আমাৰ গাওঁ খনত 1966 চনত মাত্ৰ 5 ঘৰ মানুহ আছিল কিন্তু আজিৰ তাৰিখত প্ৰায় 5 হাজাৰ মিয়া মুছলমানৰ ঘৰ হল ....এই মানুহবোৰ কৰ পৰা কেনেকৈ আহিল কবো নোৱাৰো...

  • @BrojenChetia-i8n
    @BrojenChetia-i8n 8 วันที่ผ่านมา +11

    জাতীয়তাবাদ চেতনা তেজত নথকা কোনো বদন বা অনাঅসমীয়া ই কমেন্ট কৰা অধিকাৰ নাই।

  • @AbdulRosid-e1q
    @AbdulRosid-e1q 8 วันที่ผ่านมา +10

    মানু্হ সদায় মানু্হ হৈ জিয়াই থাকিব হিকক

  • @bhabanigogoi3278
    @bhabanigogoi3278 วันที่ผ่านมา +1

    Right.da❤❤

  • @anowarulislam8286
    @anowarulislam8286 7 วันที่ผ่านมา +1

    Ujonie kowar dore namonie kiyo humki nidiye?

  • @birennath8618
    @birennath8618 12 ชั่วโมงที่ผ่านมา

    পাৰ হৈ যোৱা আন্দোলন সমূহৰ পৰা শিক্ষা লব লগীয়া আছে। কি কি ভুলৰ বাবে সেই আন্দোলন সমুহ ব্যৰ্থ হৈছিল চাই চিন্তি আগ বাঢিব লাগিব।

  • @67Vijay67
    @67Vijay67 2 วันที่ผ่านมา

    জয় আই অসম

  • @NirjumoniDuttaBharali
    @NirjumoniDuttaBharali 8 วันที่ผ่านมา +5

    Jorhat toklaai khon saafa hobo laage

    • @NilaSarmah
      @NilaSarmah 6 วันที่ผ่านมา

      1000% support ur comment

  • @SurajitSarmah-l4b
    @SurajitSarmah-l4b 17 ชั่วโมงที่ผ่านมา

    উজনি নামনি বুলি লাগি থাকিলে নহব, অসম .. অসমে হয়।

  • @jd1963
    @jd1963 6 วันที่ผ่านมา

    Lachithena zindabad✌❤

  • @Libra-9rr
    @Libra-9rr 6 วันที่ผ่านมา +1

    Lower Assamt o ahoksun ❤

  • @indirabaruah8033
    @indirabaruah8033 8 วันที่ผ่านมา +1

    Joi Aai Axom .

  • @ahsjnwouwj12
    @ahsjnwouwj12 7 วันที่ผ่านมา +1

    Right

  • @AZIMUDDINAHMED-fq8so
    @AZIMUDDINAHMED-fq8so 7 วันที่ผ่านมา +2

    ,, যুদ্ধ কৰি পাইছা নেকি ?

  • @kalpajyotisaikia5029
    @kalpajyotisaikia5029 8 วันที่ผ่านมา +2

    Right ❤

  • @bikashgogoi5538
    @bikashgogoi5538 5 วันที่ผ่านมา

    Bir lachit jindabad

  • @67Vijay67
    @67Vijay67 2 วันที่ผ่านมา

    শৃংখল চলিহা 🔥✅

  • @jagannathsaharia1242
    @jagannathsaharia1242 8 วันที่ผ่านมา +1

    yes

  • @GCNath-ed7im
    @GCNath-ed7im 13 ชั่วโมงที่ผ่านมา

    মিঞাৰ দালাল সকল সত্যবাদীৰ কথা শৃংখল চলিহাৰ পৰা শিকি লোৱা,

  • @DulalKalita-k2p
    @DulalKalita-k2p 7 วันที่ผ่านมา +1

    Marianito

  • @RunuHazarika-n4d
    @RunuHazarika-n4d 8 วันที่ผ่านมา +1

    Lachit hena jindabad

  • @tapanjyotibora4148
    @tapanjyotibora4148 8 วันที่ผ่านมา +2

    I love lasit sena

  • @dembeswargogoi1670
    @dembeswargogoi1670 8 วันที่ผ่านมา +2

    Good talking

  • @ruchinathpator1247
    @ruchinathpator1247 7 วันที่ผ่านมา +1

    Good

  • @amjedhussain4268
    @amjedhussain4268 7 วันที่ผ่านมา +2

    😊😊😊 kiman pali

  • @harshitkishorlaskar
    @harshitkishorlaskar 4 วันที่ผ่านมา

    হোজাইত বাঙালীয়ে ডিমাচাক ৰেপ কৰোতে শৃংখল ক'ত আছিল ?

  • @parthajitborah3364
    @parthajitborah3364 8 วันที่ผ่านมา +1

    Salute sir

  • @binudas8708
    @binudas8708 6 วันที่ผ่านมา

    অসমত অসমিয়াই নিজক নবছালে অসমতে ভগনীয়া হব।(ডা ভূপেন হাজৰিকা)

  • @pramoddeka8984
    @pramoddeka8984 8 วันที่ผ่านมา +1

    ভাল লাগিল

  • @OmSivraj
    @OmSivraj 2 วันที่ผ่านมา

    I love lachit khena, lachit khena jindabad,i love sringkhol from OM SIVRAJ,

  • @rupamapathak3099
    @rupamapathak3099 19 ชั่วโมงที่ผ่านมา

    Shrinkholor logot aami sob Axomia aasu. Joi Aai Axom

  • @SukurAli-yz1wj
    @SukurAli-yz1wj 6 วันที่ผ่านมา +1

    কিহৰ খিলঞ্জীয়া ?

  • @AnandaKhound-jr3te
    @AnandaKhound-jr3te 7 วันที่ผ่านมา +2

    শৃংখল চলিহাই বিজেপি জয়ন্ত মলৰ পৰা কিমান পালে? জাতীয় সংগঠনৰ নেতা দেখাই পিছত বিজেপি নেদেখালেই হল।কা কথাৰ পাহৰিলেই ।

    • @IndianSecularBABA
      @IndianSecularBABA 7 วันที่ผ่านมา

      Right

    • @hemkantaborah7434
      @hemkantaborah7434 7 วันที่ผ่านมา

      সমালোচনা কৰা সহজ, শৃংখলৰ দৰে এজন হোৱাটো হে টান জানিব।

    • @Ytkmzhla
      @Ytkmzhla 7 วันที่ผ่านมา

      ​@@IndianSecularBABA Apuni koroksun protibad sao

  • @67Vijay67
    @67Vijay67 2 วันที่ผ่านมา

    LOVE FROM BORSOLA 💜✅

  • @chahjahangogoi6257
    @chahjahangogoi6257 8 วันที่ผ่านมา +1

    Bir lachit joy dada ..

  • @AnandaKhound-jr3te
    @AnandaKhound-jr3te 7 วันที่ผ่านมา +1

    অকল যুদ্ধৰ কথা ।পিছত ই অকলশৰীয়া হৈ যাব ।

  • @pabitranath4675
    @pabitranath4675 6 วันที่ผ่านมา

    ভূমি আইন ঠিক হব লাগে।
    নহলে বহিৰাগতই ভুমি কিনি স্থাই হৈ যায়। মূল সমস্যা তাতেই। তিনিচুকীয়াৰ অৱস্থা । ব্যৱস্তা ,,,
    হিন্দু হওঁক বা মুছলমানেই হওঁক , বহিৰাগত বহিৰাগতই।

  • @parashmonibhuyan9760
    @parashmonibhuyan9760 8 วันที่ผ่านมา +6

    ভাল লাগিল Interview টো চাই। কোনো অসমীয়া মানুহে অনাঅসমীয়া মানুহক মাটি নেবেচিৱ ।

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 6 วันที่ผ่านมา

    অসম নামৰ উৎপত্তি সম্পৰ্কে নিশ্চিত তথ্য পোৱা যায় যে আহোম ৰাজত্বৰ ইতিহাসৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে। 1228খূষ্টাব্দত চাওলুং ছ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ সাম্প্ৰতিক কালৰ আজিৰ অসম মুলুকত সোমাই কতো কেতিয়াও অসম নামৰ ঠাই এখন বা দেশ এখন পোৱা নাছিল। সেই দৰে অসমীয়া নামৰ এটা জাতি ও এটা ভাষাৰ সন্ধান পোৱা নাছিল। গোটেই পৰ্বত পাহাৰে আৱৰা নদী গছ গছনি ৰে ভৰা সৌন্দৰ্য ময় অতি বহল ভূ‌খন্দ ই হ'ল আজিৰ অসম মুলুক। বহুতো সৰু বৰ ৰাজ্য ৰে ভৰপূৰ সেই সময়ৰ মুলুক। সকলো বিলাক জনগোষ্ঠীয় লোকৰ ৰাজ্য আছিল। চুতীয়া দেউৰী আবৰ দফলা নগা ডিমাছা লালুঙ খামটি মিৰি মিছিমি বড়ো কছাৰী কোচ গাৰো খাচীয়া জয়ন্তীয়া মনিপুৰী ত্ৰিপুৰী ৰাভা কাৰ্বি হাজুঙ ঠেঙাল সোনোৱাল মিজু মৰাণ মটক চিংফৌ বৰাহী পিছলৈ আহোম সকলৰ ৰাজত্ব হৈছে বৰ অসমৰ সাজেৰে। সাম্প্ৰতিক কালত অসমলৈ ইমানেই বিদেশী ‌কৰপৰা আহিলে। উত্তৰ দিয়ক। গতিকে অতি মঙ্গল জনক কথা হ'ব 1951চনৰ পিছত অহা অন্য ৰাজ্য বা দেশৰ য'ৰ নহক বিদেশী বিলাক নিজৰ নিজৰ দেশ বা ৰাজ্য লৈ ঘুৰি যাওঁক। এই টো চাওলুং ছ্যুকাফাৰ নিৰ্দেশ মানিব ই লাগিব। লাজ চৰম নোহোৱা কথা। নিজৰ নিজৰ ভাগত পোৱা দেশ আছে আনৰ দেশত আহিব নাপায় নহয়।। এই জনগোষ্ঠীৰ লোকসকলৰ খঙ উঠিলৈ বিপদ হ'ব কিন্তু। প্ৰদীপ গগৈ গুৱাহাটী।

  • @ruhitdihingia8210
    @ruhitdihingia8210 7 วันที่ผ่านมา +1

    আন্দোলনৰ লক্ষ, উদ্দেশ্য চপা কৰি ৰাইজৰ উপলদ্ধি আৰু জ্ঞাতাৰ্থে তেন কাম কৰা হৈছেনে মি: চলিহা???

  • @misbahuddinahmed9996
    @misbahuddinahmed9996 11 ชั่วโมงที่ผ่านมา

    চৰকাৰৰ দোষ নাই নেকি ? ভোটৰ সময়ত হিমন্তও মিয়াক তেল মাৰে গৈ

  • @miduldutta8798
    @miduldutta8798 2 วันที่ผ่านมา

    মজা মন্তব্য কৰিছে জয় আই অসমমমমমমমমমমমমমমমমমম,

  • @durlovkoch7362
    @durlovkoch7362 วันที่ผ่านมา

    Kings

  • @MunindraRajbanshi
    @MunindraRajbanshi 7 วันที่ผ่านมา

    🙏🙏🙏🙏 বিৰ লাচিত সেনা জিন্দাবাদ

  • @pastorakashMorang
    @pastorakashMorang 8 วันที่ผ่านมา +1

    Your great

  • @darendragogoi3871
    @darendragogoi3871 6 วันที่ผ่านมา

    Bir Lashit Sena Jindabad.....

  • @bhabendoley6151
    @bhabendoley6151 8 วันที่ผ่านมา +1

    অসমত যিমান দল সংগঠন আছে,ভিতৰে ভিতৰে বিক্ৰী হৈ যায়,সমস্যা তাতেই।উজনি অসমত হিন্দু বাংলা দেশী বহু ঠাইত মাটি গ্ৰাস কৰিছে।শৃংখল চলিহা এইবোৰ গম পাই।উজনিৰ বিধায়ক,সাংসদ গম নেপাই।

    • @IndianSecularBABA
      @IndianSecularBABA 6 วันที่ผ่านมา

      আমাৰ খিলঞ্জীয়া অসমীয়া ১০০ ঘৰৰ মাজত ১০ ঘৰ হিন্দু বাংলাদেশীয়ে থিতাপিলৈ আমাৰ খিলঞ্জীয়াৰ বহু ছোৱালী- বোৱাৰীক নষ্ট কৰি শেষত আকৌ আমাৰ খিলঞ্জীয়া ছোৱালীকে পলোৱাই নি বিয়া পাতি বঙালী কৰণ কৰি আছে৷ অসমখন এদিন বৰাক হ’বগৈ আছে৷

  • @abinashkalita6415
    @abinashkalita6415 6 วันที่ผ่านมา

    Cm r sir r tene Katha kowar karon ase .

  • @brojenkhargharia15
    @brojenkhargharia15 6 วันที่ผ่านมา +1

    Assamorostetor karona hatot hangdang loi olae jam taha bedaceya boge pabo

  • @johnmanibarman5630
    @johnmanibarman5630 วันที่ผ่านมา

    Nice podcast

  • @jiarulhoque4370
    @jiarulhoque4370 7 วันที่ผ่านมา +1

    One by one

  • @nanimabora
    @nanimabora 7 วันที่ผ่านมา

    এশ শতাংশই সঁচা কথা কৈছে

  • @mridulkumardas6270
    @mridulkumardas6270 7 วันที่ผ่านมา +1

    RAIJOR DAL MITA JUTRA DAL CONGRESS LOGOT ARU CONGRESS A DEKH BORBAD KORILE

  • @bikichoudhury6256
    @bikichoudhury6256 2 วันที่ผ่านมา

    Goru atai hemba hemba korile sobdho produshon he hoi onyo eku hua buli nabhabu.

  • @lilskitchen3001
    @lilskitchen3001 วันที่ผ่านมา

    নামনিৰ খিলঞ্জীয়া সঁচা অসমীয়া মানুহ খিনিৰ কথাও ভাবক।

  • @hridayanandagogoi9227
    @hridayanandagogoi9227 8 วันที่ผ่านมา +6

    মাটি কিনি ঘৰ বনাই আধাৰত শিৱসাগৰৰ ঠিকানা থকা মিঞা কেইটা কি হৱ

  • @Kamldhadumi
    @Kamldhadumi 7 วันที่ผ่านมา +1

    🙏🙏🙏🙏🙏

  • @pramodchoudhury6598
    @pramodchoudhury6598 7 วันที่ผ่านมา

    Maruwarik bhay kara Eya Brisrinkhal.

  • @rupamapathak3099
    @rupamapathak3099 19 ชั่วโมงที่ผ่านมา

    Netar maat Shrinkholor dore hobo lage. Xinghor dore hobo lage. Himanta jatir hote kaam korise, sai karone Shrinkholor logot aami o aasu. Joi Aai Axom

  • @internationaljournal638
    @internationaljournal638 วันที่ผ่านมา

    Besidin tekih na thakiboh

  • @MintuDeka-sb2hg
    @MintuDeka-sb2hg 7 วันที่ผ่านมา

    Our youth voice❤.

  • @user-jv4qh8xs2m
    @user-jv4qh8xs2m 3 วันที่ผ่านมา

    These leaders always play an oppurtunist card

  • @ramchkuli9691
    @ramchkuli9691 6 วันที่ผ่านมา

    Xosa kotha chapori alekha bilakot2 bohut ana axomoya bari goi ase

  • @HasenAli-cw5qs
    @HasenAli-cw5qs 7 วันที่ผ่านมา +1

    লাজ

  • @hafijursikder9104
    @hafijursikder9104 8 วันที่ผ่านมา +2

    চলি পলি মানুহ ।

  • @MidulBoruah-l5y
    @MidulBoruah-l5y 7 วันที่ผ่านมา +1

    এই বিলাক অনথক আলোচনা এ নে বিলাক বিষয়ে আলোশুচনা নকৰিলে ভাল হয় আগতে ও বহুত দেখিছোঁ।

  • @jayanta4070
    @jayanta4070 2 วันที่ผ่านมา

    👍👍👍

  • @uttambordoloi7815
    @uttambordoloi7815 5 วันที่ผ่านมา

    . If our CM is aware of evil consequence of money plundering by different networks , all other issues will remain unsolved.

  • @ElizaKonch
    @ElizaKonch 7 วันที่ผ่านมา

    CM কেৱল চতুৰালি অসমে নজনা নহয় কাৰণ 2014 লৈ কে বিদেশীক
    থকাৰ সুবিধা কাৰি য়ে থৈছে

  • @bestfacts3205
    @bestfacts3205 2 วันที่ผ่านมา

    Cross breed Chinese Burmese 😮

  • @bhaskardeori4384
    @bhaskardeori4384 7 วันที่ผ่านมา

    Mia nohar babe kisu manuhor akuh Bida hoise kin tu Mia kehdatu rait kin tu val bea duitai hoise

  • @PranabGogoi-t5d
    @PranabGogoi-t5d 8 วันที่ผ่านมา

    Joi I akhom

  • @user-lq5pd1jo6n
    @user-lq5pd1jo6n 5 วันที่ผ่านมา

    Kormo korok ontoto ohomor unnoti hobo,,

  • @SelimAhmed-uw7le
    @SelimAhmed-uw7le 7 วันที่ผ่านมา

    Bjp a CAA kio aanile? Batil korok Jodi Brave ase? Ai bor beya pao . ORNOMAI BORA MADAMOR babe je cm sire t
    CAA aanise je bjp a atia ki kobo bjpk? Bjp a je rajniti korise ki kobo? 2026 ot gom powa jabo dada.

  • @NumalKhangia
    @NumalKhangia 7 วันที่ผ่านมา

    মুঠতে উজনিত বহিৰাগতই কিনা যিমান বোৰ মাটি, এদিন চব ঘূৰাই দিব লাগিব, অন্যথা বিপদ অনিবাৰ্য,, কৈ থোৱা হল,,, যিহেতু 51ৰ NRC অসমৰ কোনো বহিৰাগতই দিব নোৱাৰে,,, এইবাৰ খিলঞ্জীয়া জনগোষ্ঠী হাত সাৱটি বহি নাথাকে,,, কোনোবা বহিৰাগতই যদি নতুন কৈ মাটি কিনিছে সাৱধান,,,,

  • @pdeka8959
    @pdeka8959 วันที่ผ่านมา

    Asom aandolan tar falafal r bikhaye Salihar para janib parile bhal lagil heten.

  • @Tulokikaman
    @Tulokikaman 5 วันที่ผ่านมา

  • @pradipkumarroy8239
    @pradipkumarroy8239 5 วันที่ผ่านมา

    Akhil uddin Aru nijikaboe..Hi ,,Miya r kotha bhavi thake. Iyak jikai lav nai.

  • @tanudevmorang8844
    @tanudevmorang8844 8 วันที่ผ่านมา

    Jai ayi akom

  • @pdeka8959
    @pdeka8959 วันที่ผ่านมา

    Khilajiar suddha sutra to bujai diak Saliha