Hunger can make a person.. Bitupan became a famous Narod..
ฝัง
- เผยแพร่เมื่อ 18 ก.พ. 2022
- Imagine the power of hunger, when we starve with hunger, a new person in us takes birth and when it is for the goodness, a new talent spreads the happiness in the world... Someone might have said it correctly... Mr. Bitupan Dutta is a very talented person, who overcomes the struggle and became NAROD... One of the renown person in ASSAMESE BHAWNA culture... When you have talent, you have everything...
- บันเทิง
অসমৰ শ্ৰেষ্ঠ অভিনেতা বিতুপন দও। ৷ তেখেত নাৰদৰ অভিনয়ত আগ বাঢি যোৱাৰ কামনাৰে ৷
Bitupan dak Val pua hokole ata like kori jua
হাঁহিতোয়েই মুহিলে আৰু..... অনন্য প্ৰতিভাৰ অধিকাৰী বিতুপন তোমালৈ আন্তৰিক শুভকামনা। লগতে Assam Flash সমূহ কৰ্ম্মকত্তা লৈ বিশেষ ভাৱে ৰিয়া লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো তোমালোকৰ এই যাত্ৰা সুদূৰ প্ৰসাৰী হওঁক।
অসমৰ শ্ৰেষ্ঠ নাৰদ বিতুপন দত্ত দাদাক মৰিগাঁৱৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো 🌺🌹🌼। তেখেতক এবাৰ লগ পোৱাৰ আশা.......... ☺🌼🌹🌺
দাদাৰ অভিনয় গোলাঘাট যাওঁতে চাইছিলো বহুত ধুনীয়া হয়ছে ,,👍দৰং মঙ্গলদৈ😍মৰম থাকিল
বিটুপন দত্ত দাৰ অভিনয় ইমানে নিখুঁত ইমান সুন্দৰ গীত গাই মন প্ৰাণ হৰি নিয়ে❤️❤️❤️অভিনয়ৰ আঁৰৰ মানুহজনক চিনাকি কৰাই দিয়া বাবে ধন্যবাদ জনালোঁ🙏🙏🙏
আগবাঢ়ি যোৱা ভগৱানৰ আশীৰ্বাদ সদায় থাকিব তোমাৰ লগত।
বিতুপন দত্ত আগুৱাই যাওক ।ভগৱান আপোনাৰ সহায় হওক !
বিতুপন দাৰ হাঁহি টো ৱে মন বিমোগ্ধ কৰি তুলে... সকলোৰে।😘😘
বহুত ভাল লাগে।❤️❤️
হাঁহিটো বৰ মনোমুগ্ধকৰ মন ভৰি যায়
সুন্দৰ কণ্ঠ। ভাল লাগিল ধন্যবাদ জনাইছো।
অভিনেতা বিতোপন দত্তক আন্তৰিক অভিনন্দন জনালোঁ আৰু ভৱিষ্যত উজ্বল কামনা কৰিলো
হৃদয়ৰ পৰা অশেষ সুভাষা😍 বিতু
Outstanding bitupan da outstanding
অসম এজন বিখ্যাত অভিনেতা বিতুপন দা। অসমীয়া সংস্কৃতিৰ প্ৰতি আপোনাৰ যি একাগ্ৰ ধাউতি তাৰ বাবে অসমবাসী গৌৰবাম্বিত। আপুনি আমাৰ প্ৰেৰণা।।লখিমপুৰৰ পৰা এগালমান মৰম আৰু শুভেচ্ছা আপোনালৈ।।
Apunar vau dekhile manuhe Thor hoi sai bohut val lagil borongabari t saisilu bohut vl lagil
Lots of love bitupan da🔥
Apunar voice 2 bor vhal lage bitupon da❣️❣️❣️❣️❣️
বিটোপন দা আপুনি আৰু আগবাহি যাওক ❤
Best narod...bhut Val lage mur...haday narod rupot dekhiso...ajihe real manuh jon dekhilo..vl lagil
বিটোপন দা নম্বৰ টো পাম নি আমাৰ ঘৰত পৰ্ল্লাদ চৰিত নাট খন দৰকাৰ আছিল কাৰন আমাৰ লৰা জন্ম হোৱাৰ আগতে আগ বহুৱা আছিল
Ru aguwai juwa bitu 👍👍vogobane 2mak kuhole rakhok 🙏🙏🙏
ভগৱানে মঙ্গল ৰাখক আৰু আগুৱাই গৈ থাকক , তাৰে কামনাৰে ।🙏🙏🙏
ভগবান তোমাৰ সহায় হওঁক আৰু আগুৱাই যোৱা তুমি অসমীয়া জাতিৰ গৌৰৱ তোমাৰ উজ্বল ভৱিষ্যতৰ কামনাৰে
সাফল্যৰ শিখৰত আৰু আশীৰ্বাদ থাকিল।
Bohut vl vau kore ,,amar gawot tu ahisil bohut vl lagisil
খুব ভাল লাগে মই তেওঁৰ ভাও চাইছোঁ
Dada uapuna vauna sai bahut val pau
God bless you 🙏
Bitupan Tumi. Aru Ag bahi Jua sasai Tumi perfect Narad
বিতুপন দা আপোনাৰ ভাওনা বৰ ভাল লাগে
Bitupan da mja manuh❤
Bahut,bahut,Val,lagil
বিতুপনৰ অভিনয় সচাকৈ ভাল লাগে
Bitupan dar haahi 😍😍😍😍 konthooo
Bitupan da , apuni Jibon batot aro aguai jauk ❤️
বদী থকা নাৰদ 🔥🔥🔥
Hundor aru hundor
Moi bitupon Dak hidoi or pora bohut bohut val pau
My favorite bitupon da ❤️
Aru bhal hbo bitupon da
Moromr Narod vaite jn..
God bless u
From sarupathar 🙏
Bitupon daa tumi jui❤️
Joy Sri krisna Krisna Krisna Krisna Krisna ram🙏🙏🙏🙏🙏
Bitupon Da very Nice 👍👍👍 Juiiiiiii
Great 👌
বহুত ভাল লাগে দাদাৰ ভাওনা চাই
Val lage...Gohpurot ahisil...amar gaon.
মই বিতোপন দাক দেখি আবেগিক হৈ পৰিলো কেতিয়াবা যদি কথা পাতিব পাৰিলোহেতেন ধন্য হলোহেতেন 😢😢
Bitupon dak hosai bohut val lage
Love from lakhimpur
Aguwai juwa tar kamona
Love from sivasagar
Xasa bhout val Lage
Bitupon da Monday t amr gawt vawona korisil bohut dhuniya korise
Dadak moi bohut bhal pau😘🙏🙏
Bitupon da 🔥 🔥🔥
Well done
Keep it up
মহেশ দা , প্ৰজ্ঞান দা, আৰু দ্বিপেন দত্ত ডাঙৰীয়াৰ সাক্ষাৎকাৰ দিব পাৰিলে
তুমাকএনে এতা অনুষ্ঠান পুৱাতু বিচাৰি আছিলো পাইগলো ভাল লাগিল আশীৰ্বাদ থাকিল আগবাঢ়ি যোৱা
Apunar ovinoy hsaii opurbo..priyo...❤️
Biptupon Da mein
I love bitupon da
Bitupon da tumi agbahi jua
GOD BLESS YOU BITUPON
বিতোপন দা আপুনি🔥
Hu
Bitupon tumar ovinoy saisu sosakoi bor xundor ovinoy
Majja
Moja
Mojja
bor val lagil . agbahi jauk
I love bitupan da
Mojaa
Best of luck
💓bitupon da
Bitupon da❤
😍😍😍
Bitupon da🔥🔥🔥
❤️❤️❤️ Bitupan da
One of my fvrit narod
Bitupan❤️❤️
Bitupan Da hodai best ♥️
❤️❤️
Nice
Vl ❤️❤️❤️❤️❤️
প্ৰিয়
🙏🙏🙏🙏
❤❤❤
🙏🙏🙏
NICE
🤗🤗❤❤❤❤❤🤗🤗
Val lge huni kintu eman val nalage ru
আপোনাৰ ভাও চাই ভাল লাগিল,
Bitupon da moi sivsagar pora koisu apuni bohut dhuniya narod gai i love bitupon da
সুন্দৰ লাগিছে ভিডিটো ভাওনা খনি। আজি পৰা নতুন বন্ধু হলো আৰু মোৰ চেনেলটো চাবা নতুন বন্ধু হবা বুলি আশা ৰাখিলোঁ।
Bitupon sundor
Apunaluke pls Pranjit Bharali namor bhaoriya jonor interview louksun TH-cam t brokelend boy buli search korilei gom pabo teur protibhar bixoye🙏🙏
Bitupon da
🥰🥰🥰🥰🥰🥰😍😍😍😍💚💚💚
🙏🙏🙏🙏🙏🙏👍👍
👍👍👍👍🙏🙏🙏🥰🥰🥰🥰
Zubeen dar lgt ako tulna nhoi dada