ভাইটী দেউতাৰ ইমান ধুনীয়া গীত বোৰ আৰু কণ্ঠশ্বৰ ধৰি ৰাখিবলৈ চেষ্টা কৰিছা বহুত বহুত ধন্যবাদ আৰু আশীৰ্বাদ জনালোঁ। কালজয়ী গীত। শুনি থাকিলেও আমনি নালাগে।your voice is as like as your father. God bless you.❤❤🎉🎉
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤mur maa r pryo hilpi aeijon, horute sasoni r gohpuriya t night program koribo goicil, gutei Rati geet r hubakh loiclu,keman j vaal lagicil, nostalgic hoi jaou atya,mur maa u nai, monuronjon daa u nai,aei hongkharot, okolhoriya homoyot Moi huni hukh dukh duitai onuvob koru 🙏🙏🙏🙏
Khub bhaal Laga gaan.
Ariyan r Gaan r sachai bahut ojan ase..
Aagbahri jowa...
Baap nombori toh beta 10 nombori. Aariyan you really proved it. God bless you beta.
Thank you so much 🙏
Moja hoise
কিমানবাৰ যে শুনিলোঁ হিচাপ নাই !
অসমৰ অন্যতম সম্ভাবনাপূৰ্ণ কণ্ঠশিল্পী আৰিয়ান হাজৰিকা ।
অশেষ ধন্যবাদ জনালোঁ 🙏
প্ৰান পৰশা গীত। সঁচা শিল্পী। হৃদয় স্পৰ্শ কৰিছে। কৌটি কৌটি অভিনন্দন জনালো।❤❤❤।
❤❤ তুমি দেউতাৰ গৌৰৱ অখুন্ন ৰখাৰ লগতে অসমৰ এজন ঊজ্জল ভোটা তৰা হিচাবে আগবাঢ়ি থাকা তাৰে বাবে ঈশ্বৰক প্ৰাৰ্থনা জনালো !🙏🙏🙏
খুব সুন্দৰ কণ্ঠ 👌👌👌👌 আশীৰ্বাদ সদায় থাকিব আৰিয়ানলৈ 🙏🏻🙏🏻🙏🏻🙏🏻👌
Mojja ❤
সচাকৈ অতি সুন্দৰ। সুযোগ্য পিতৃ ৰ সুযোগ্য সন্তান। ভগৱানে ভালে কুশলে ৰাখক অসমৰ নাম উজ্জ্বল কৰিবলৈ।
Moja gan dei bohut val lagil
Ariyan always জীয়াই থাকক এই দৰে আৰু ভৱিষ্যতলৈ তেওঁৰ কন্ঠেৰে জাকত জিলিকা হওক
বহোত ভাল লাগিল
অশেষ ধন্যবাদ জনালোঁ ।
Dhunia poribekhon hoise 🌹🙏🏻🌹🙏🏻🙏🏻
অতি সুন্দৰ ।
বাপ চাই বেতা, বহুত সুন্দৰ
ধন্যবাদ জনালোঁ 🙏
বাবা আৰিয়ান তুমি হৃদয় উলিয়াই লৈ যোৱাকৈ গীত গাইছা।
তুমি অদ্বিতীয় ❤️❤️। মোৰ নোটতো লগাৰ লগে লগেই মহেন্দ্ৰ হাজৰিকা দাদালৈ মনত পৰি গ'ল
অশেষ ধন্যবাদ জনালোঁ ❤🙏
❤❤❤
এই লৰাজনৰ কণ্ঠদান কৰা গীত যিখন থিয়েটাৰে ল'ব সেইখনে হিট হ'ব।
মধুময় গানে মন প্ৰফুল্লিত কৰি তুলিছে। ধন্যবাদ থাকিল
অশেষ ধন্যবাদ জনালোঁ
❤ Bor Val lagil ❤❤❤
Akhibad কৰিছোঁ 🙏, আগুৱাই যোৱা
অশেষ ধন্যবাদ জনালোঁ আপোনাক 🙏
এনেকুৱা অনুষ্ঠান আমাৰ গৌৰৱ , ধন্যবাদ জনাইছো আপোনালৈকলৈ
মহেন্দ্ৰ দাৰ কন্ঠত কিমান যে শুনিলোঁ,,,আৰু এইবাৰ আৰিয়ানৰ কন্ঠত,,,বাহ কি সুন্দৰ😍
অশেষ ধন্যবাদ জনালোঁ আপোনাক 🙏
👌🏻👌🏻
অতি সুন্দৰ! মন পৰশা!! আগুৱাই যোৱা। শুভেচ্ছা জনালোঁ দেই
Wow secend Bhupen Da 🎉🎉🎉❤❤❤
ভাল অতি সুন্দৰ
সুন্দৰ
আন্তৰিক ধন্যবাদ জনালোঁ 🙏
বঢ়িয়া গাইছা অন্ত ৰ চুই গৈছে
অশেষ ধন্যবাদ জনালোঁ 🙏
বাপেক চাই পুতেক।সুন্দৰ ভাইটি।ভগৱানে কুশলে ৰাখক আৰু আগুৱাই যোৱা।
অশেষ ধন্যবাদ জনালোঁ আপোনাক 🙏
বৰ মিঠা কন্ঠ শুনিলে শুনি থাকিব মন যায় ।সুন্দৰ
বৰ ভাল লাগিল 🎉🎉
বৰ সুন্দৰ কণ্ঠ ।শুনি থাকিলেও হেপাহ নপলায়। কণ্ঠ যুগ যুগ জীয়াই ৰাখক ঈশ্বৰে ।
অশেষ ধন্যবাদ জনালোঁ 🙏
💐🎊🥰অপূৰ্ব
Best of luck ..sweet voice.. Bare bare khunisu tumar voicetu
বৰ সুন্দৰ কণ্ঠ বৰ ভাল লাগিল।
Bohut val lagil vhgobane aru aguwai niyok
সুন্দৰ ❤বাবু
বৰ সুন্দৰ কৈ গাইছে
আন্তৰিক ধন্যবাদ জনালোঁ
চকুৰ পাণীৰে দুগাল তিতি গল ।ভাল লাগিল গানটো।
Bhal lagil hem da
Bohut bohut val lagil xuni ...kobole eku vakha niii .....🥰💓💓💓💓
সুন্দৰ আৰিয়ান গাণৰ ছন্দ সুৰৰ ছন্দ।
হৃদয় চুই গ'ল ।
আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏
ইমান সম্ভাৱনা ময় যুবক আগবাঢ়ি যোৱা, মধুৰ কণ্ঠ ,এইয়া ভগবানৰ দান।
Bohut vl gaisa, khunie hepah nopolai oo....
বাবা , তুমি খুব সুন্দৰকৈ গাইছা , কথাখিনি ও ভাল । কণ্ঠশিল্পী হিচাপে তুমি সকলোৰে অন্তৰ জয় কৰা ____শুভকামনা জনাইছোঁ ___
অশেষ ধন্যবাদ জনালোঁ 🙏
বহুত বহুত সূন্দৰ ❤️🎼🎹👍👍👍
আন্তৰিক ধন্যবাদ জনালোঁ 🤙
এতিয়া লৈ ২০ বাৰ শুনিলো ..আজি ফেচবুকত পাাই ....কি ভাল লাগিচে নেযানো কিন্তু গীতটোৰ প্ৰেমত পৰি গলো ...ইমান মিঠা কণ্ঠ আচৰিত ....দাদাতকৈ ও বহু গুনে ওপৰত গাইচে... 🥰🥰🥰💞💞💞💞💘💘💘💘💘
মোৰু একেই
❤
সঁচাকৈয়ে………হৃদয় চুই যায়!মহেন্দ্ৰ হাজৰিকাৰ কন্ঠত লাইভ আৰু কেচেটত বহু বাৰ শুনিছো।কিন্ত,এয়া অপূৰ্ব!উজ্জ্বল ভৱিষ্যত আছে ডেকা হাজৰিকাৰ।
আন্তৰিক ধন্যবাদ জনালোঁ আপোনালৈ 🙏
Popp
ভাইটী দেউতাৰ ইমান ধুনীয়া গীত বোৰ আৰু কণ্ঠশ্বৰ ধৰি ৰাখিবলৈ চেষ্টা কৰিছা বহুত বহুত ধন্যবাদ আৰু আশীৰ্বাদ জনালোঁ। কালজয়ী গীত। শুনি থাকিলেও আমনি নালাগে।your voice is as like as your father. God bless you.❤❤🎉🎉
তোমাৰ গান মাত আৰু তোমাক বহুত বহুত ভাল লাগে ইমান সুন্দৰ গান গোৱা তুমি বাবু সুন্দৰ কি সুন্দৰ ক'ব নোৱাৰা বুজাব নোৱাৰা
Oti hunder gan, bhal lagil, bohut dhanyabad, esore aguwai loi jauk aru ahirbad korok, dhanyabad ❣️🙏❣️💐⛪🐧⛪💐🌷💐⛪🐧⛪🐧🙏
Dhuniya gaisa❤ God bless you
দীপালী বৰঠাকুৰক হেৰুওৱা শোক আজিও অন্তৰত সতেজ, সজীৱ হৈ আছে।
সৰুতে মহাজনৰ দোকানত দেওঁবাৰে অনুৰোধৰ অনুষ্ঠান *কল্পতৰু* ত গান শুনিবলৈ অলেখ আগ্ৰহ লৈ ৰৈ থকা আজিও মনত আছে। আমাৰ প্ৰিয় শিল্পী সকলৰ ভিতৰত দীপালী বৰঠাকুৰ আছিল অন্যতম।
ইমান সুন্দৰকৈ দীপালী বৰঠাকুৰ বাইদেউৰ গান তোমাৰ কণ্ঠত শুনি আপ্লুত হলোঁ।
শুভেচ্ছা থাকিল 🎉🎉🎉
বহুত ধুনীয়া হৈছে 🎉❤
শুনিয়েই থাকিব মন যায়❤❤
তোমাৰ গীতৰ ছ্ন্দই মোহিত কৰিছে। GO Forward.🎉
বৰ সুন্দৰ ৷
অশেষ ধন্যবাদ জনালোঁ
l really like the singing of this young man very sweet manly voice wish him bright future.
Xubei xundar kontha tumar baba.... Gai jua aguai jua... Ashirbaad amar xadai thakibo... God bless❤❤❤
অফুৰন্ত ধন্যবাদ জনালোঁ 🙏🙏❤
আগুৱাই যোৱ আকাশ চুব পৰাকৈ 🙏❤❤❤❤❤❤🎉🎉
sweet tune go ahead congratulations
Bor val lagil
খুব সুন্দৰ আৰিয়ান ।আগবাঢ়ি যোৱা ।
আন্তৰিক ধন্যবাদ জনালোঁ 🙏
ভাল -- লাগিল, অৰিয়ান 👍👌আশীৰ্বাদ কৰিছো তোমাৰ ভৱিষ্যত উজ্জ্বল হওঁক
আন্তৰিক ধন্যবাদ জনালোঁ 🙏
সুন্দৰ লাগিছে
অশেষ ধন্যবাদ জনালোঁ আপোনাক 🙏
Bhohut Val lgise agly gai jaba
সুন্দৰ কণ্ঠ ।বীৰ স্বহীদ লৈপ্ৰণাম
Hundor Kontho. Ontor Sui Gol.God Bless you.
ধন্যবাদ জনালোঁ 🙏
Very very nice
xundar kontho
অতি সুন্দৰ কণ্ঠৰ লগতে গীতটিও অতি সুন্দৰ হৃদয় ছয় পৰি যোৱা
Eman sundar Vassare bujhba nuari ...God bless you Bhaiti...bahut bar sunilu hepah napalai ❤
_অতি শ্ৰুতিমধুৰ।।সুন্দৰ।।অনুপম।।। আগুৱাই যোৱা।।।_
অনিঃশেষ ধন্যবাদ জনালোঁ 🙏
কি কম, ইমান সুন্দৰকৈ গাইছে যে ফাদাৰতকৈ ভাল হৈছে বুলি ক'বলৈ মন গৈছে । আৰিয়ন, তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো।
আন্তৰিক ধন্যবাদ জনালোঁ 🙏
Wow🙌👍🙏
বহুত বহুত বেছি ভাল লাগিল।তুমি আৰু আগুৱাই যোৱা।🥰
অশেষ ধন্যবাদ জনালোঁ
বৰ সুন্দৰ হৈছে । আগলৈ আৰু শুনিবলৈ আশাৰে বাট চাই ৰলো।
HRIDOI SUI GOL BOHUT BOHUT HUBHOKAMANA GOD BLESS YOU BETA❤️🙏
Thank you so much 🙏
Khundar kantho🔔✔️ 👌👍
অশেষ ধন্যবাদ জনালোঁ 🙏
সুন্দৰ কন্ঠ তোমাৰ | তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো |
আন্তৰিক ধন্যবাদ জনালোঁ ।
Llll
বাপেক চাই পুতেক।। কি সুন্দৰ কন্ঠ।
আন্তৰিক ধন্যবাদ জনালোঁ ।🙏
Xundor hoise❤
অতি সুন্দৰ ❤❤❤
বৰ সুন্দৰ হৈছে ভাইটি
আৰিয়ান তোমাৰ ভবিষ্যত উজ্জ্বল, আৰু কবলৈ মোৰ ভাষা নাই
Eman Sundar kantho vobishyot ujjol kamana korsilu AE gaan2 huni Moy hosakoi bhut abegik hoisu bhut vl lGise
Thnak you so much 🙏
Aguwai juwa beta. God bless you 🙏
Thanks a lot
আজি প্ৰথম শুনিলোঁ তুমাৰ গীত ধুনীয়া লাগিল ..আৰু গাই যোবা আমি আছো তুমাৰ লগত
ধন্যবাদ । আশীৰ্ব্বাদ কৰিব
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤mur maa r pryo hilpi aeijon, horute sasoni r gohpuriya t night program koribo goicil, gutei Rati geet r hubakh loiclu,keman j vaal lagicil, nostalgic hoi jaou atya,mur maa u nai, monuronjon daa u nai,aei hongkharot, okolhoriya homoyot Moi huni hukh dukh duitai onuvob koru 🙏🙏🙏🙏
বৰ ভাল লাগে বহুত ভাল লাগে❤
Hundhar Aghuai jua kamonary❤
ধুন মুনৰ গান বোৰ ভাল লাগে
বহুত ধুনীয়া গাইছে
আন্তৰিক ধন্যবাদ জনালোঁ 🙏
গীত তো সঁচা কৈ ভাল লাগিছে
আন্তৰিক ধন্যবাদ জনালোঁ
Outstanding 🎉🎉
ইমান সুন্দৰ লাগিছে বহু বাৰ শুনি আছোঁ।
অশেষ ধন্যবাদ জনালোঁ 🙏
Eman dhuniy lagisa 🥰🥰🥰
মহেন্দ্ৰ দাদা , কণ্ঠ কি মধুৰ আপোনাৰ ল'ৰাৰ।সচা কথা তেওঁ বহ ওপৰলৈ আগবাঢ়িৱ। ধন্য তুমি।
অশেষ ধন্যবাদ জনালোঁ 🙏
Uff gaan tu xuni mon xat pri gol..so nice voice brother😍😍
Thank you so much 🙏
Uffff krishna.... Mjjjaaaa lgise
অশেষ ধন্যবাদ জনালোঁ 🙏
অতি সুন্দৰ ভাল লাগিল♥️
আন্তৰিক ধন্যবাদ জনালোঁ
হৃদয় জিনা গীত শুনি থাকিবৰ মন।