Bar vl hoise... aru voice to emn dhuniya lagise. Aru aguwai juwa tumr lgt amr ashirbad aru marom sneh sadai ase Tumr bhabiswat ujjal houk tarei hubh kamana jasichu
Thank's moi prai cenalto saw khub bhal lage moi ajon c.r.p.f.jowan dhekhor sava koru parile moyo sohai ag borham akha rakhisu best of luck evry smoll singer
পাঁচবছৰৰ পাছতো চাই হেঁপাহ নপলাই
"
K
L
*
1Ql👘👝😚 Sweet Home ✨
🏠❤🏠💃💛🏃🎶🎶
😚 Sweet Home ✨
🏠❤🏠💃💛🏃🎶🎶
Right 👍
Ppppp0ppppppppppp0pp0o0ppppppppppp0pp0pppp0pppppp0ppppppppppppppppppppppppppppppppppppppp0pppppppp0ppppp0pppppppppppppppp0pppppppppppp0😊@@DhurbatengakhatSonowal
Ls❤😢3😂
@@JibaswareHatiboruahhai
Bohut bhal lagil noyandeep... Tumar gan huni.. Tumi bhaldore agbahi jua thanks
অহ ইমান সুন্দৰ কন্ঠ। বহুত মৰম কৰিবলৈ মন গৈছে। আশীৰ্বাদ কৰিছো পোনাকন । আজীৱন স্ংগীত তোমাৰ কনঠত থিতাপি ল ওক।❤❤❤❤❤❤❤❤❤❤
Iamfrommadrasmayangodblesyou
@@jayanthijayanthi6921
.
Ok ok
Hnbbvhbvbb ❤❤❤ ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🤩🤩🤩🤩🤩🤩🤩🤩🤩🤩
ইমান সুন্দৰ হৈছে। আশীৰ্বাদ কৰিছো যাতে ভগৱানে তোমাক ভালে কুশলে ৰাখে।আগবাঢ়ি যোৱা ভয় নাই আগলৈ যেন আৰু শোনিবলৈ পাও।
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো এই অনুষ্ঠানটোক। সুন্দৰ।
Aē0
বহুত ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিছোঁ
নয়নদীপ সঁচাকৈ তোমাক কাখত পালে বহুত মৰম কৰিলোঁ হয়। তোমাৰ গানবোৰ ময় আগতেও শুনিছোঁ বহুত ভাল গোৱা তুমি এনেদৰে আগুৱাই যোৱা 🎉 ধন্যবাদ
Very nice
ভাগ্যজৌতি,নিহাৰিকা আৰু বিতোপনলৈ মোক আন্তৰিক শুভেচ্ছাৰ লাগতে আশিিবাদ থাকিল ।
Nyondipor moi strg prgrm saisu.... Sithi dim gantue hridy sui goisle... Bht bht dhunia mitha knthor adhikari.... Tmk vgbne mngl korok.. Jte vbisyt jibn utjyl hoi.... Anupm dar eai avilakhi proyak hlag lbolgia.... Bht thnkx.. He hsake dukhia ghrrr....
হৃদয় চুই যোৱা আৰু মৰম সনা কন্ঠ, নয়নদ্বীপ। বহুত ভাল লাগিল। Love you! আগ বাঢ়ি যোৱা। ভগৱানে তোমাক সহায় কৰক !
💜💜💜💛
Bor bhal gaise dei❤❤
Xundar kantha .bahut bhal lagil. Mor lorato gaan gai. Classical gaanbor besi bhal pai.axirbad korisu tumi agai jowa.
@@nabajyotihazarika5022🎉
অনুপম তোমালৈ অশেষ ধন্যবাদ জনালোঁ তুমি এনেকুৱা লৰা ছোৱালী বিলাক বিচাৰি অনা বাবে ভগৱানে তোমাক মঙ্গল কৰক ইমান ধুনীয়াকৈ গাইছে লৰা জনৰ উৎজল ভৱিষ্যত কামনা কৰিলোঁ
ইমান ধুনীয়া গায়কী ,কোনে শিকালে তোমাক বাৰু ? আগুৱাই যোৱা ।
তুমি যদি মোৰ লৰা হলা হৈ কিমান মৰম কৰিলোঁ হয় তোমাক গান গাব লৈ glo হয় এতিয়াও ছোৱালীক লৈ ফুৰাও অগ্নিশিখাই সাংস্কৃতিক গোষ্ঠী ৰ জৰিয়তে তুমি আগুৱাই যোৱা tomaloi আমাৰ বহুত মৰম আৰু আৰ্শীবাদ আছে সুনাম কঢ়িয়াই অনা সমগ্র অসমলৈ ❤❤❤❤❤
বহুত ধুনীয়া তুমি আৰু আগুৱাই যোৱা তাকে কামনা কৰিলোঁ।
1111
👌
Hosai tomar voice to bohut dhuniya, vogobane tomak aashirbad korol jate agole aru aguwai jabo para.
বৰ ভাল হৈছে নয়নদ্বীপ ভগৱানে তোমাক সহায় কৰক
সুন্দৰ কৌস্তভ অনুপম দা আপোনি ভগৱান🙏🙏🙏
ধুনীয়া লাগে তোমাৰ গানবোৰ শুনি। প্ৰচেষ্টা এৰি নিদিবা। তুমি আগুৱাই যোৱা শুভকামনা থাকিল।
Bahut. Dhunia. Lagise
ইমান সুন্দৰ কন্ঠ বাবা তোৰ । ওচৰত গৈ চাবলৈ মন যাই ।আগুৱাই যোৱা ।
ভাল লাগিছে দেহা তোমাৰ ভবিষ্যত উজ্জল হওক
তোমাৰ গান গোৱা বহুত ভাল লাগে।। তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিছোঁ।
Dhunia hoise
@@bolinkhanikor9316 q11qq
❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@@bolinkhanikor9316 😂
@@bolinkhanikor9316 😂😂😂😂😂
BBohut val hoisa aru Aguay jua
বোকাৰ পদুম,বহুত সুন্দৰ এটি অনুষ্ঠান ।অনুপম চক্ৰৱৰ্তী আপুনাৰ এই পদক্ষেপ অতি অনুপম । আপোনাৰ এই জয়যাত্ৰা অব্যাহত থাকক ।
Nise❤❤song
bht valll lagise vaiti....tumar konth bhut dhuniya....tumi aru aguwai juwa ....
অন্তৰ চুই যোৱা কন্ঠ বহুত ভাল লাগিল nayandeep আৰু আগুৱাই যোৱা তুমি
অতি সুন্দৰ নিদৰ্শন বন্ধু
2mar voice2 hoxai bohut dhunia bt tumi aru aguai juwa god bless u nayan deep
Bor maram lagise
সচাই তোমাৰ সুৰ বহুত সুন্দৰ এনেকৈয়ে তুমি গান হোনাই থাকিবা মোৰ আশিষবাত সদাই আছে আগোই যোৱা ,,,,,,,,,,,,,,
অকণমানি টি এতিয়া যথেষ্ঠ ডাঙৰ হল হি , কিন্তু এওঁৰ এই গীত মাত বোৰ এতিয়াও শুনি ভাল লাগে । সোন , ভালে কুশলে থাকা । সমাজৰ সম্পদ হোৱা , আশীৰ্বাদ সদায় আমাৰ ফালৰ পৰা ।❤❤❤
Bohut val lagise huni hosakoiye Amar..mur mntu kiba val lagi goise ooo anupam daaa hosakoiye apuni great
nice
সছা কথা আনৰ কথা সুনিলে প্ৰেমত আউল লাগে । সুন্দৰ তোমি আৰু আগোৱাই জোৱা ।
Hosa Hoi
Mur aul.lgise premot anar ktha huni
Feggt2
ইমান.ধুনিযা.সুৰ.সুনিলে.সুনি.থাকিব.মন.জায.
বহুত ভাল লাগিল গানটো শুনি
নয়নদ্বীপ, তোমাৰ কণ্ঠৰ এই গানটোৱে মোৰ মন চুই গৈছে, যাৰ বাবে ম ই গানটো বাৰে বাৰে শুনো, আমনি নালাগে, আগুৱাই যোৱা, ভগৱানে তোমাক মংগল কৰক
Bor bhal lagil,duyajonor jugol khonthosto geet huni.I ❤both of them. 🎉
নয়নদ্বীপ তোমাৰ এই গানটো মই সদায় শুনো মোৰ খুব প্ৰিয় গান......আৰু আগুৱাই যোৱা ভাইটি....
I
এই গোটেই কেইজনক মাটি আকৌ এবাৰ এটা অনুষ্ঠান কৰিব লাগে যদি সকলো সন্মতি লাইক এটা কৰি যোৱা
এই গানটো মোৰ বহুত প্ৰিয় হয় শুনি থাকিলেও হেপাহ নপলাই
Ooôpppppppppppppppppppppppppp 👮👮
Nn.
@@skemsyrti3770 pp ⁿ by
Umm 6
Bor bhal hoise .Aaguai juwa 🎉🎉🎉❤❤❤
নয়ন ভাইটি তোমাৰ গীত শুনি মোৰ হেপাহে ই নপলাই 😍😍😍😍
বহুত ভাল লাগিছে ভাইতি❤❤
গান টো বৰ ভাল লাগিল ভাইটি । তোমাৰ কণ্ঠও বৰ শুৱলা । আৰু আগুৱাই যোৱা ভগৱানে তোমাক মঙ্গল কৰক ।
Bohut dhuniya hoise, babu 👍 song
মৰমৰ ভাইটি লৈ নতুন বছৰৰ শুভেচ্ছা জনালো তথা উজ্জল ভবিৰ্ষ্যতৰ শুভ কামনা যাছিলো ৷
S
Thanky .
Dhanya bd anupom da...apunk vgbna kripa krk...apuni ankoi aguai jaok...aru nyndeep tumr voice bor hundar tumr udjl vbishyt kmna krilu...tumi aguai jowa katiao hahakh naharuaba ...hdai hahai thakiba...dhanyabd...krishna
ধন্যবাদ। বোকাৰ পদুমৰ সকলো কণমানি হতৰলৈ ভৱিষ্যত উজল কামনা থাকিল। অনুপম দাদালৈ বহুত বহুত ধন্যবাদ।
bohut val lagil tumi aguyai jua 👌👌👌👌👌👌👌
বঢ়িয়া লাগিছে বেতা | আৰু যেন টি ভি পৰদাত তোমাক দেখা পাওঁ |
ভৱিষ্যত উজ্জ্বল কামনা কৰিলো আৰু আগুৱাই যোৱা.বহুত ভাল লাগিল
বৰভাল লাগিছে
অতি সুন্দৰ, গুৰুৱে কৃপা কৰক কৃষ্ণ 🙏
বহুত ধুনীয়া গাইছা ৷ তুমি আগবাঢ়ি যোৱা ৷
P1
Bar vl hoise... aru voice to emn dhuniya lagise.
Aru aguwai juwa tumr lgt amr ashirbad aru marom sneh sadai ase
Tumr bhabiswat ujjal houk tarei hubh kamana jasichu
বৰ ধুনীয়া কন্ঠ । আগুৱাই যোৱা সদায় এনেদৰে । God bless u
New York times New Zealand
Quality
Jar ji protbha aase,jeneke holeo bikakh hoboi.prakakh paboi. God bless you 👍👍👍❤️❤️❤️
বহুত বহুত ধন্যবাদ আৰু আগুৱাই যোৱা।
❤❤❤❤❤bohut Val lagesa
Anedore agbahi jua
অনুপম দা;আপোনাৰ এটা অভিনৱ প্ৰয়াসক অতি আথন্তৰিকতাৰে শলাগ লৈছো ......
Majid
বৌকাৰ পদুমৰ মইনাহতৰ গান শুনি বহুতে ভাল লগিছে তাৰে মাজত যদি।দুটিমান ৰাভা সঙ্গীত গালে হৈ আৰূ ভাল লাগিল হেতেন ধন্যবাদ
❤
Khub xundor 2mr voice,keep it up vaiti ,love u vaiti❤️❤️❤️
Nayan Tumi bahut dhuniya kantha aru agbahi juwa .God bless you.
বিৰাট ভাল হৈছে।তোমাৰ ভৱিষ্যত উজ্জ্বল হওক তাকেই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো।
Very nice song you sing nayandip❤❤
Bohut Vall lagil huni Nayan tumar voice 2 hosakoi emman mitha: upload Kora jonoloi dhonyobad thakil'
1
ধুনীয়া গাইছা দাদা ❤❤❤❤❤😊😊😊😊😊
ভৱিষ্যত উজ্বল কামনা কৰিলো নয়নদ্বীপ তোমাক. আৰু আগুৱাই যোৱা সংগীতৰ যাত্রা যেন চিৰযুগমীয়া হওঁক তাকে কামনা কৰিলো.
Hosakoi eman dhuniya kontho,apunak bohut bohut dhoinoybad dada.
Anupam sir, this is a nice step of ASSAM TALKS through you.😁😁😁😁😁🏅🏅🏅🏅
Very good
@@uiumohan1608 l
Noyondip bhaiti ; moja .tumar ujjol bhobichyot kamona korilu .adin tumi aakakhor tora dore jiliki thakiba dei.God blessed you.
তুমি দিয়া গামোচা এই গানটো যি জন ব্যক্তিয়ে। লিখিছিল সেই জনক তুমি সন্মান কৰা
Jg
❤️💕❤️💕❤️😍🥰♥️vaiti bhut Val lagil aru aguai juwa 2mi
তুমৰ গান ভাল লাগে আৰু গান ভাল কৈ গাই যোৱা ।
সঁচাকৈ তুমি দিয়া গামোচাৰে এই গীতটো মই বহুত ভাল পাওঁ, একেবাৰে হিয়া শাত পৰি যায়, বহুত শুনো আমনি নালাগে!
Moja song
Happy life injury
Anupamdak bohut din dekha nai je kiya
Etyjuu
@@ranjangogoi2560 Q
বহুত ধুনীয়া হৈছে
Beautiful and very nice ❤❤🎉🎉😊😊
Thank's moi prai cenalto saw khub bhal lage moi ajon c.r.p.f.jowan dhekhor sava koru parile moyo sohai ag borham akha rakhisu best of luck evry smoll singer
সুন্দৰ কৈ গাইছা আৰু আগুৱাই যোৱা ♥️
2mi dia gmuxa gan2 bht vl lgil nayan ankoi a jate 2mi aag bahi jua tare kamona krilu 🤘2ma voice 2 bht swt hoi 👌👌
Oh My God 😘 তুমি দিয়া জোলোঙা ৰে.....
good boy
Devina Borsaikia cry nic
Jant
Bohut vl lga
Bohut Duniya... Nice.. aguyai juya...
I love your voice
Dhunia gaisa
গানটো শুনি ভাল লাগিল ভাইটি 👌👌
,,bjJ5, PNKNb😮..N
সুন্দৰ প্ৰয়াস ভগৱন্তই কৃপা কৰক 🙏🌹 কৰুণা গোস্বামী তেজপুৰ জেষ্ঠ নাগৰিক শাখা নৱপুৰ
God will bless these children and I really appreciate Anupam's encouragement to these innocent children
nice boro
Emn dhuniya voice tumr ☺️☺️
Gai thaka bohut moja geet
ধুনীয়া লাগে তোমাৰ গান বোৰ শুনিব
Best of luck my evry body smoll singer
Bhut Bhut dhuniya lagise gan2 vaiti Aguai jua 👍👍👍👍🔥
Best b❤❤❤❤❤❤❤❤❤❤❤❤❤❤
গানটো শুনি বহুত ভাল লাগিল নয়ন দ্বীপ তুমি আৰু আগুৱাই যাবা বুলি আশা ৰাখিলো
Thbi
Mojjjjaa lagise de babu khasai tomar mat2 bhut dhuniya.....
নয়নদ্বীপ তোমাৰ গানতো মই প্ৰায় শুনো। জীৱন বাটত তুমি আৰু আগুৱাই যোৱা। আমাকো সুন্দৰ সুন্দৰ গান শুনাই থাকিবা।
Monika Hazarika hy
Monika Hazarika girl😇😇😇😇😇👩👩👩👩
Oi🎇🎇🎇🎇🎇
Hoi
Dhoniya.....
Iman hundar hoise❤❤❤
Oti hundor...prokhongkha kriboloi hsai vakhar ovab
Ooooh nace
Lবহুত সুন্দৰ।আগবাঢ়ি যোৱা
অনুস্থানটি উপভোগ কৰিলো..... সুন্দৰ
বহুত ভাল লাগিল। ধন্যবাদ।