O KOKAI LIVE PARFOMING BY MAHENDRA HAZARIKA
ฝัง
- เผยแพร่เมื่อ 4 พ.ค. 2018
- O KOKAI LIVE PARFOMING BY MAHENDRA HAZARIKA at #tezpur
#mahendrahazarika
#assamesesongs
#tezpurLivebihu
#mahendraHazaarikaLiveShow
#tezpurLiveBihuShow
#o_kokai_Live
contc: 7002541500
• Fish curry with Elepha... - เพลง
ইমান বয়সৰ পাছতো ইমান ভালকৈ পৰিবেশন কৰিছে, ভাল লাগিল❤ তেওঁৰ গানবোৰ শুনিলে শুনি থাকিবৰ মন যায়।কেঁচা মাটিৰ গোন্ধ থকা গীতবোৰ❤ মহেন্দ্ৰ হাজৰিকা দেৱৰ প্ৰতিটো গীতেই মোৰ প্ৰিয়, হৃদয় চুই যোৱা❤❤শৈশৱৰ সেই সোণালী দিনবোৰলৈ মনত পৰি যায় গানবোৰ শুনিলে। সেই সময়ত Super Duper Hit আছিল🔥🔥
ইমান ধুনীয়া গীতবোৰ উপহাৰ দিয়াৰ বাবে মহেন্দ্ৰ হাজৰিকা দেৱলৈ বহুত বহুত ধন্যবাদ❤ 🙏 তেওঁৰ কুশল তথা দীৰ্ঘায়ো কামনা কৰিলোঁ🙏
Bahut val lagil.long live mahendra da
বৰ ভাল লাগিল আপোনাৰ গীত আৰু মঞ্চত উপস্হাপন কৰা সঙলাপ
From karbi anglong bongali boy ..I love assamis song and I love mohandre hazorika koka thanks
Thankyou DADA .lovo you ❤️❤️❤️. 👍👍👍
U r my favourit singer .bohut bohut vl pau apuner gan kotha kolei gan guajen lage like bhupenda l love u soooooo much 🙏👌👌👍
কিমান যে ভাল লাগে আপোনাৰ গীতৰ সুৰ, কথাৰ সুৰ,,বুকু কঁপি যায় শুনি হেপাঁহ নপলাই,,,,,
মই ১৯৯৮চনত বিহুৰ প্ৰগ্ৰেম কৰিছিলো। তেতিয়া প্ৰতি খন বিহুতে এই গীতটো পৰিবেশন কৰিছিলো। প্ৰতি খন বিহুতে দৰ্শকৰ সহাৰি আছিল সাংঘাতিক বেছি। আজিও এই গীতটোৰ জনপ্ৰিয়তা একেই আছে।
Mohendra momar gan o kokai gan tu sobai huni atlis 1 milion vew korok raij ..ai gabtu onti hundar
।
এজন সাধাৰণ সৈনিকে কৈছোঁ - জয় আই অসম।।
জন্মু কাশ্মীৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।।
সচাঁই অশ্ৰু নিগৰি আহিল শিৰা ই শিৰাই স্বদেশৰ শান্তিৰ গান।।
মোৰ মোবাইলত ২৫ টা এখেতৰ গান আছে।।।
জয় আই অসম 🙏 🙏 🙏
🙏 🙏 🙏 🙏 🙏
তোমালোকৰ বাবে আমি জীয়াই আছো.. 🙏🙏
Army Lovers. really sir aijonai ase dexor babe gan gua... baki sob poisar babe
Salute indian army
Aamar babe Ata gan gaouk..
দাদা মানে ছাৰ আপুনি এখেত নকব
আচৰিত শক্তি ককাইদেউ কথা আৰু সুৰত। সেই মহান শিল্পী, তোমাৰ দীঘায়ুস কামনা কৰিছোঁ।
Very nice deh mon sat pori jai
Bohut val lagile apunr gan xune
mr priyo singer mahendra hazarika mama
তেজ গৰম হৈ গৈছে কথাবোৰ আৰু গানটো শুনি। সেইয়াই চাগে অসমীয়াত্ত
আমি অষমীয়া তো দাদা
Apunak bohut bohut val pau swadekhor geet guar babe ❤️❤️❤️
মহেন্দ্ৰদাৰ কথাই হওঁক বা গানেই হওঁক যিমান কলেও যিমান গালেও শুনিলে শুনি থাকিবলৈ মন যায় অকনো আমণি নালাগে। মোৰ মৰমৰ শিল্পী মহেন্দ্ৰদাৰ।
I love mohedra hajrika da moi apunar gaan bilak bohut val pau
I love mahendra da .
Aponar matir gondh thaka gan sunile mok ekoai nelage.
Love u kokai . Joi ai asom 😍😍😍
Apuni ako ahok apunar voice bohut vl lge✍❤❤❤
A mojja
Bohut val lagil .bhagabank parthana janau anekoi hunai juwa hakaluloike uthahita korai jua.👌👌👌👌
মহান শিল্পী মহেন্দ্ৰ হাজৰিকা দেৱক অনুৰোধ,প্ৰথম অসম দেশ গঢ়োতা মহা মানব চাওলুঙ চুকাফাৰ নামটো লয় যেন ।
Dmo
Great is always great.
Love u Lots ve u So Much Sir Mur Ata Bhut Dagar Akha Ketiya Apunak Lok Pam 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏😭😭
Moja video 👍 frnd
কিমান যে আপোন মোৰ এই মানুহজন যাৰ গান শুনিলে হেপাহ নপলাই যাক মই অন্তৰৰ পৰা বহুত ভাল। পাওঁ
বহুত ভালপাও ককাইদেউ আপোনাৰ গান।
Royal personality.
মহেন্দ্ৰ দাৰ কবিতা কবিতা লগা প্ৰতিতো কথাই অন্তৰ চুই যায়
L;b
Mojja lagise💥💥
Aiiioooo mur priyo xilpi jon 😍❤️ apuni vle thkok. ....
Mozaaah...apunar program sai moza lage.
Bihu r vogowan apunk ponam
মহেন্দ্র দা,আপোনাৰ গান কিমান ভাল পাওঁ সেইটো ভাষাৰে বুজাব নোৱাৰো...আপোনাৰ গান তেজৰ শিৰে-শিৰে বৈ আছে...আপোনাৰ গান বাদ দি বেলেগ গানৰ কথা ভাবিবই নোৱাৰো....I love you so much....
Val lagil
@@bijuahmed7967 rq2eazqq.
Î
@@ibrahimali1646 .....bCBB...
@@kapilmunavlogs oa
VERY NICE
Bhoot vl lagil aponar gan
প্ৰকৃত প্ৰিয় শিল্পী
Ane ata sundor gan beleg aru kunu silpi e gabo nuare..beleger konthot ane ata protibha uthi ahibou nuare...sir apunaloi oses dhoinyobad
Hosai..kobole bhakha nai.
ummmm
Nice song 💖💖💖💖💖
Dada. Bohut val lagise apunar vaiti dhemaji r gopal hazarika
সুন্দৰ আপোনাৰ গানৰ অনুভুতি
A true and a great artist ❤❤❤❤
#love90s #loveFromTokyo
মোৰ প্ৰিয়া শিল্পী, বহুত ভাল পাওঁ।
মহেন্দ্ৰ দাৰ গান ভাল লাগে👏👏
Bahut val lage❤️
My fav artist.
His songs are very beatiful
Long live Mahendra sir
শিল্পী সত্তা থকা অসমৰ অন্যতম সম্পদক প্ৰণাম ।।।
Soku pani ulai gol,mur okhomor geet ti pai, thanks....
I love u dada...always..god bless u...dekha ny aji loy apunak
ভালপোৱা মানুহজন🥰
প্ৰকৃত শিল্পী৷ নাই কোনো অহংকা৷ বহুত বহুত ভালপাওঁ মহেন্দ্ৰ ককাইদেউ!!
I love mahendra kokai
Aii nel kusum aiburk motatkoi mohandro daak motaii bohut bohut vaall
Absolutely right
9jjjjjmkkkhhhu
kkkk
Nice song
Dada apuni duniyar god.namaskar
বহুত ভাল লাগিছে।
হৃদয় হৃদয় হৃদয়!!!!
Dhuniya song dada
বহুত বেছি ভালপাওঁ দাদাৰ গান ❤️ দাদা আপুনি সদায় সুস্থ সবল হৈ থাকক তাৰেই কামনা কৰিলোঁ ❤️ 🙏🏻
This is an another level of performance, a true cultural activist
❤
অতি সুন্দৰ
ইমান ভাল লাগে যে তেজ গৰম হৈ যায়
Bohut vl lgse
Thank you Tezpur
Selut....Sir...apuni mor khob priya mnuh....dhanyabad...apunak vgbane aro hakti dyok...
Mahendra Da ...my best Singer
দেহৰ শিৰাই শিৰাই সুৰৰ সুপান বিৰাজমান আপোনাৰ গীত ককাইদেউ৷৷
বৰ্তমান সময়ৰ (2019) আধুনিক শিল্পী সকলে এই video টো চোৱাৰ প্ৰয়োজনীয়তা অধিক ।
You are a amazing singer
আচলতে এইবোৰ হে গান
প্ৰকৃত স্বদেশৰ গীত গোৱা মানুহজন ।
জয় আই অসম।
Mahendrahajarika.is.my.fevaret.singer.no.compiarison.with.jubin....
Who is Zubin in front of Bhupen hz and Mahendra hazarika
Dhunia lagil
What a fantastic singing
প্রিয় শিল্পী প্ৰিয় ব্যক্তি,,,,আজিও মনত পাৰে সেই দিনটো,,মইও এইজনা মহান শিল্পী ৰ লগত গান গোৱাৰ সুবিধা পাইছিলোঁ
M
M
Uuiluluiiiiiiiiuuliliip0000
আমাৰ পিয় শিল্পী মহেন্দ্ৰ হাজৰিকাৰ আপোনাৰ বহুত বহুত ধন্যবাদ মোৰ ফালৰ পৰা জয় আই অসম জয় শ্ৰী ৰাম জয় জয় ৰাম
গাঁৰ নোম থিয় হৈ উঠিছে
Wow
বহুত ভাল পাও আপোনাৰ গীত শুনি .
Bahut vl lage ganbur
মাটিৰ মানুহ তেখেত।দীৰ্ঘায়ু কামনা কৰিলো।
সুন্দৰ অতি সুন্দৰ
আপোনাৰ গান ৱহোত ভাল লাগে
Xundor
val lage hosakoiai aponar gan......bahut val lage honi...
Excellent .... Axomr favorite singer
respect 🙏🙏 m .hazarika
সুন্দৰ।।।
Speechless!! Amazing...
Mahendra Hazarika Debor Ei Gan Bilak Bohut Val Lage
You know I'm a 18yr boy but I searched this song which i used listen to in my childhood with my father...childhood memories💕
Same bro. I am 20
@@hydroxmusicঢ়ৌয়য়য়াওঔওওওওওzঢ়ঔঢ়ঢ়ffccccbcংৃ
Mor prio Gayok....
Val lgl....
শিল্পী বুলি অসমত বৰ্তমান মই এখেতক হে ভাৱো
amazing song
Legend.
JOI ai AXOM
THIS IS OUR ASSAMESE CALTURE ❤❤❤❤
Mahander dada uapaner goun bor val lagey