I have known this elderly koka since childhood, he is very hardworking. As am a student, I assist him in small ways. Whenever I see him on the street, I buy something from him. Today, it feels wonderful to see you supporting him. Thank you HOMOY DADA for your help.
You did a great work da.... Today's reality " ami restaurent ot goi, dangor dangor shopping mall adit goi kiman toka khoros kori ahu dam dor nokora k kintu konobai jodi khuji magi nakhai koshto kori nijor atmo shonman bojai rakhi kiba besi thake tat ami dam dor korime 10 toka holoyeo 5 tokat lobo khujo" 😢 othoso teolokok utxah jogabole extra keitoka man di bostu kinibo pari.....
Bhut beya lage o homoy da apuni bhut vll kam kri asa❤️🥲🙏moiu kribo mon jai Bhut hohai manuh kinto ki krim nijai kosto kri asu..apuni vll kam kri thakok...🙏💌 amar eyato koka ajon asa.ji paruh diu moi.dhekla bhut beya lage🥲🥀 vll kam kri thakok apuni🙏
Koka aaitar kosto khonor kotha nkou..kintu duyujone je duyujon r poti soddha morom dayitto seikhini dekhi he moi besi abegik..kio nu aji kali prai dekhu husband wife r majot olop kothate divorce huwa.. kokar aitu boyokhotu atir poti thoka dayitto aru aaita ru koka r poti thoka dayitto dur dekhi khubei val palu❤❤❤❤..love from Nogaon
ইমান ধুনীয়া আইটা, ককা ইমান কৰ্মী আৰু সাহসী। বৃদ্ধ কালত তুমি পুত্ৰ হৈ কাষ চাপিচা।মাহেকিয়া সাহাৰ্য্য এটা আৰু ৰেচনৰ দোকান এখন ঠিক কৰি দিলে তেখেত সকল জীৱনৰ শেষ দিন কেইটা সুখে শান্তিৰে পাৰ কৰিব পাৰিব। তোমাৰ মংগল হওঁক এই প্ৰাৰ্থনাৰে 🙏
ককা জনৰ মনৰ দৃঢ়তাক হাজাৰ প্ৰণাম 🙏🙏🙏 ।আৰু সময় তোমাক কি বুলি কম ভাৱি নাপাও ।। তুমি সদায় মনৰ জোখাৰে সুখী হৈ থাকা ।❤❤❤
God bless 🙏🙏🙏 you homoi,
মোৰ মতে তুমি মাহেকৰ মূৰত কিবা অলপ আৰ্থিক সহায় বা দোকান এখন ঠিক কৰি দি দোকান খনৰ পৰা প্ৰয়োজনীয় বস্তুখিনি আনিব দি দোকান খনত হোৱা টকা খিনি দিয়াটো ভাল হ'ব।
যদি দোকান এখন খুলি দিয়া হয়,তেন্তে আকৌ দোকানৰ বস্তু আনিবলৈ টাউনলৈ যাব লাগিব।ভয় লাগি থাকে বুলি কৈছে আইতা গৰাকীয়ে।সেয়ে মোৰ মতে প্ৰয়োজনীয় সামগ্ৰী খিনি অনিব পৰাকৈ দোকান এখন ঠিক কৰি দিয়া ওচৰতে।
বাকী এয়া মোৰ মনোভাৱ হে ব্যক্ত কৰিছোঁ।বাকী ৰাইজৰো মতামত লৈ বিবেচনা কৰি এটা সুন্দৰ সিদ্ধান্ত ল'ব বুলি আশা কৰিছোঁ।তুমি মোতকৈ বয়সত সৰু হ'বা।সেয়ে তুমি বুলি সম্বোধন কৰিছোঁ।বেয়া নাপাবা।তোমাৰ কৰ্মই প্ৰতিজনকে মনত আনন্দ দিয়ে।তোমাৰ প্ৰতিটো খোজতে সফল কামনা কৰিছোঁ।ভালে-কুশলে থাকা সদায়।ভগৱানে সকলোকে ভালে কুশলে ৰাখক।
Apuni nija help nokora kio দাঙৰ দাঙৰ lacture dibo aha
তুমি মোৰ মনৰ কথাটোকে কলা। সময়ে তেনেকুৱা কৰিলে ভাল হ'ব ননন 😊
মোৰ আটাইতকৈ ভাল লগা You tube ৰ জন
আগ বাঢ়ি যোৱা আৰু❤❤love From udaguri ❤❤
এজন অসমৰ সাম্প্ৰতিক সময়ত সকলোতকৈ ভাল মনৰ ,মহান ব্যক্তি হৈছে সময় দাদা, তুমি সদায় সুস্থ হৈ থাকা। তোমাৰ মানুহ আৰু সমাজৰ প্ৰতি যি অমূল্য তুলনা কৰিব নোৱাৰা অৱদান সদায় সলাগ লব লগীয়া ❤
আইতা গৰাকি বহুত Cute হয় 😊😊😊😊
um 😊😊😊❤❤
এইকাৰণে আপোনাক ভাল লাগে বাকী youtuber ত কৈ । আপুনি মহান ❤🙏🙏
আগুৱাই যোৱা সময় এনেকৈ। ভালে থাকক সুস্থ হৈ থাকক। তোমাৰ নিচিনা মানুহৰ প্ৰয়োজন আছে এই পৃথিৱীত।
I have known this elderly koka since childhood, he is very hardworking. As am a student, I assist him in small ways. Whenever I see him on the street, I buy something from him. Today, it feels wonderful to see you supporting him. Thank you HOMOY DADA for your help.
Aita joni eman dhuniya ❤❤
Emankhini kori diyar babe
Thank you vaiti 👍👍👍👍
Apunak bohut bohut Dhainyabat ❤❤🙏🙏 Homay da apuni aita kokak Xohay karila❤❤
আইতা গৰাকী দেখিবলৈ তেজাল ধুনীয়া ।।
আইতা গৰাকী বহুত ধুনীয়া ❤❤❤
আইত বৰ শুভাগ্যবান, দুয়োৱে এজনে আনজনৰ সঁহাৰি, ইমান কষ্ট ৰ মাজতো যে জীৱনতো হাঁহি হাঁহি পাৰ কৰিব পাৰি তাৰে এইয়া প্ৰমান । আচলতে আমাক বৰ বেছি একো নালাগে জীৱনত লাগে যদি এনে এজন জীৱন সংগীৰ । ভগৱানে ভালে ৰাখক দুয়োকে ❤ 8:51
সময় তোমাকো ভালে ৰাখক ভগৱানে ।
সঁচাকৈয়ে জীয়াই থাকিবলৈ কিমান যে struggle কৰিব লগা হয়, তেওঁলোক সদায় ভালে থাকক
Manuhjonor mukhot etiau hahi ase furti ase nothoka bstu loi mn bea kora nai ....mohan manuh ❤❤
Aaitar morom kokaloi aajiu akei ase....❤❤❤morom j anekuwai
Like comment and share kri homoy Dak olp hohay kra sbe
তেওঁ লোকে যিটো বিচাৰে সেইটো হলে ভাল হ'ব যেন লাগে তোমালৈ আন্তৰিক ধন্যবাদ থাকিল ❤❤
আজিৰ পৃথিবীত তোমাৰ দৰে দয়ালু ❤❤❤মানুহ নাই ।
Aita goraki emn cute...ronga xendurr xoite notun Buwari nsina lgise....aita koka Xu sais
thyo ru dirghayu kamona koriluu❤❤❤
ককা আইতা বৰ মৰমিয়াল।❤❤❤❤❤
বহুত বহুত ভাল কৰিছা 👍👍👍
দাদা মোৰ মতে মহেকত কিবা ৰেচন টো দিলেই ভাল হব কাৰণ দোকান খন দিলে তাত বিকিবলৈ আনিব লগিয়া বস্তুবোৰ তেওঁলোকৰ আনিবলৈ অসুবিধা হব
আৰু গাওঁৰ দোকানত বহুত ধাৰ হয় অকল হয় সেইটো নহয় পইচা বোৰ নিদিয়া মানুহ একাংশ থাকে
তাকে চাই লওক আপুনি কি ভাল দেখে
শিৱসাগৰৰ পৰা মৰম যাচিলো❤
তোমাৰলৈ আন্তৰিক শুভেচ্ছা থাকিল । আগবাঢ়ি যোৱা ।
স্থানীয় বিধায়ক নাইবা চৰকাৰে নিশ্চয় সহায় কৰিব বুলি আশা কৰিলোঁ ৷
Tumi bohut val korisa homoy Dada ❤❤❤❤❤
Aibur Sorkaror Scheme bur Arunudoi, Briddho Pension, Ration aibur Pabor Jugya Manuhok Nidie Kio... 😕
oh sorkar kana
Toka thaka manuhei maximum abur asoni loi bohi ase
You did a great work da.... Today's reality " ami restaurent ot goi, dangor dangor shopping mall adit goi kiman toka khoros kori ahu dam dor nokora k kintu konobai jodi khuji magi nakhai koshto kori nijor atmo shonman bojai rakhi kiba besi thake tat ami dam dor korime 10 toka holoyeo 5 tokat lobo khujo" 😢 othoso teolokok utxah jogabole extra keitoka man di bostu kinibo pari.....
তোমাক বহুত বহুত ধন্যবাদ জনালো আৰু প্ৰতিটো প ল আনন্দৰে ভৰি পৰক তাকে কামনা কৰিলো 🙏
Bhut beya lage o homoy da apuni bhut vll kam kri asa❤️🥲🙏moiu kribo mon jai Bhut hohai manuh kinto ki krim nijai kosto kri asu..apuni vll kam kri thakok...🙏💌 amar eyato koka ajon asa.ji paruh diu moi.dhekla bhut beya lage🥲🥀 vll kam kri thakok apuni🙏
Homoy da aru ajon Dhemajit manuh ase. Hai manuh jone susori susori poisa khuji fure townot, parile abar sabo sun .....❤
@Homoy da 📌
Bohut bohut dhainyabat ❤
Love from Dibrugarh ❤❤❤
homoy dae video kori asil babe mnhe himn eku kua ni . teo jetia okole besibo jai hoi tu bohut manuhor pora gali khabo loga hoi 😭old mnhk respect nkre bohut manuhe . nijor mak deutk buli vabi respect korib lage 🙏
মোৰ মতে ৰেচনৰ ব্যবস্থা কৰি দিলেই ভাল হ'ব, এই বুঢ়া দেহত ক'তনো আৰু দুকান চলাব, বাইচি(আইতা) গৰাকীও বৰ সুস্থ সবল যেন লগা নাই, দদ'ও আক্ নেদেখে চকুৰে।
সঁচাকৈ সময় দা, আপুনি আমাৰ দৰে উঠি অহা চামৰ বাবে এক আদৰ্শ। মই আপোনাৰ সকলোবোৰ video য়েই চাও, Video বোৰৰ পৰা যেন এক নতুন উৎসাহ পাওঁ, মনত এক আশাৰ সঞ্চাৰ হয়। মানুহে যে কিমান কষ্টৰে জীয়াই থাকিব লাগে, জীৱনৰ লগত যুঁজ দিয়া সচাকৈ বহুত সাহস পাওঁ। মইও একেবাৰেই দুখীয়া পৰিয়ালৰ একমাত্ৰ লৰা। কেতিয়াবা হাৰ জীৱনত হাৰ মনিব মন গ'লেও যেন আপোনাৰ video ই মোক নতুনকৈ উৎসাহ যোগায়। ভাল হওঁক আপোনাৰ। ভগৱন্তই ককা আইতাকো ভালে ৰাখক, ভালে ৰাখক সকলোকে। ❤🙏 জীৱন জিন্দাবাদ ✊
Dukan nidibo dada karon ajikali kisuman manuhe manuhok thogi khabo vl pai teuluk or daitto apuni louk ❤ bki vogoban apunar lgt xodai ase ❤ love from nalbari ❤️
ককাৰ আত্মবিশ্বাস আৰু দৃঢ়তা দেখি ভাল লাগিল। ভগৱানে সদায় শক্তি দিয়ক তেখেতৰ লগতে তোমাৰ সহাঁৰিয়ে তেখেতৰ জীৱন সলনি ক
হওক।
বহুত সুন্দৰ নিদৰ্শন দেখুৱাইছা ❤❤❤
ঝাৰুকিটা সুন্দৰ বনাইছে
🙏🙏চৰকাখনে এইবোৰ লোকক
কিয় দেখানেপাই।
Homoi eman dangor hohai ata korisa bohut dhoiniyobad bro
আইতা গৰাকী কথা খিনি খুব ভাল লাগিল ❤
ভাল লাগিল সময় দা।❤❤❤❤ তোমাৰ দুয়োটা উপায়ে ভাল লাগিল।🙏🙏🙏আৰু আইতা গৰাকী বহুত ধুনীয়া।😗😗😗😗ভগৱানে তেওঁলোকক সদায় যাতে কুশলে ৰাখে তাৰে প্ৰাৰ্থনা জনাইছোঁ।🙏🙏🙏😊
Assamr ajon vl byoktir vitrt jdi ahe XOMOY da...💗
সময় দা আপোনাক ভগৱানে মঙ্গল কৰক❤❤❤সদাই সুস্থ কৰি ৰাখক ভগৱানে
Apuni bohut val kri ase dada hodai vale thakok❤❤
Aita jonir kotha keita ontor sui gol❤❤❤❤kukhole thaka aita aru koka ,🙏🙏🙏🙏
Aaitajoni bohut dhunia suwali hoi thakute sage aaru kiman dhunia aasil 😊😊❤aaru great relationship aajir dinot enekuwa juda pabole nai iman dukhor majotu ekeloge ,
Dada apuni eman help kore val lage video Sai God bless you ❤
জয় জুবিন নহয় জয় হিমন্ত নহয় জয় ডিম্পু বৰুৱা নহয়.... জয় হয় সময় দাদা real hero of the world..... ❤❤❤জিন্দাবাদ
Homoy daa aaru aag bahi juwa,,,best of luck ❤❤❤❤❤
সময় গগৈ ইহকালতেই নহয়, পৰকালটো ভগৱানৰ আশীষ পাব।
Koka aita jono khahokh dekhi bohut val lagil dhemaji gole log korim moi ketiyaba
সুন্দৰ পদক্ষেপ লৈছা ভাল লাগিল।❤❤❤
বৰ সুন্দৰ মতিভেশ্যন ৷৷
বহুত বহুত মৰম সময় দা লৈ সদাই আগুৱাই যোৱা তুমি ❤😊
Bohut bohut bohut bohut bohut bohut vl lagela lov you homy da
Hosa koi ki asorit bohu dinar peesoth aamar br deyutak dekhaje lagil same to same god bless your family silapathar ❤️❤️🌹😊😊
Vale thakok xomoi da apuni love from jorhat ❤😊❤️🙏
Dada apuni bohut Val..
Apuni bhut val kome korise dada 👍
সুন্দৰ পদক্ষেপ জয় গুৰু ।
গাৱঁৰ কথা সময় ।দোকানখন কিমান চলিব ।দৈনিক উপাৰ্জন কিমান কৰিব পাৰিব এই সকলোবোৰ চাব লাগিব ।
Koka jonor kotha bure kin2 olp hahi uthise kin22❤️❤️❤️
Homoy da bohut val kotha vabise .Homoy da apunak log pabo bisaru ❤
ইমান ভাল কাম কৰিছে আপুনি মহান
মানুহৰ দৰদাম চোৱা সেই মানুহজনৰ পৰা 👈 চকুৱে দেখা নাপাই 10টকা দিব সেই ল'ৰা জনে 👈সঁচা দুখ লাগিছে ।
Kokajanak 10 toka besikoi he dibo lage kintu val manuh jone ako komaisehe kije..
Bahut val lagile ❤
Bhut bhal kam korisa love from morigaon da ❤😢
সচাকৈ বৰ আচৰিত লাগিছে ।ঈশ্বৰৰ লীলা ।
Aita joni bhut dhuniwa o ❤❤❤
Khub val lagil tumar vabdhara dekhi
আমিও আজি কেইদিন মান আগত গৈ ককা জনক অলপ সহায় কৰি আহিলো।
আপোনাৰ ভিডিঅ'ৰ বাবে সদায় অপেক্ষা কৰি থাকো দাদা।।
সময় তোমাৰ ৰাখিবলৈ সময় নাই। তুমি আনৰ বাবে আহা সময়ৰ আগতে আগবাঢ়ি গৈ সময়ৰ লগত আগভেটি ধৰা। এনেকৈ সময় কাম কৰি যোৱা🙏🙏
Aibur manuhor Ane holeu lobo lage❤
মোৰ জেঠাই আৰু জেথুক ইমান খিনি সহায় কৰা বাবে আপোনাক বহুত ধন্যবাদ জনাইছোঁ। ভগৱানে আপোনাক ভালে ৰাখক আগলৈ এনেকুৱা সুন্দৰ কাম কৰি জীৱনত আগুৱাই যাওক।।❤❤❤
Val lagil dada 🙏🙏🙏
হৃদয়ে চুই গ'ল কথা বোৰ গম পাই। ককা আইতা কথা শুনি চকু পানী ওলাই গ'ল ভগৱানে কুশলে ৰাখক🙏🙏
Love from dhemaji ❤ hoimoi da
Love form golaghat ❤
LOVE FROM BORSOLA 💜✅
Koka aaitar kosto khonor kotha nkou..kintu duyujone je duyujon r poti soddha morom dayitto seikhini dekhi he moi besi abegik..kio nu aji kali prai dekhu husband wife r majot olop kothate divorce huwa.. kokar aitu boyokhotu atir poti thoka dayitto aru aaita ru koka r poti thoka dayitto dur dekhi khubei val palu❤❤❤❤..love from Nogaon
I Like you. You give to market for mother/ father.
Hosakoi d bhut hahkh ase d teur🙏🙏
দোকানখনৰ বাবে কোনে বজাৰ কৰি আনি দিব ? তাতকৈ মাহেকীয়া কৈ খোৱাবোৱাৰ বাবত দোকান এখন ঠিক কৰি দিয়াতো ভাল হব কাৰন কষ্ট কৰিবলৈ তেওঁলোকৰ বয়স নাই ৷ এই বয়সত আৰামত থাকিব লাগে দেহি বেয়াই লাগিছে ৷ সময় গগৈ তুমিএইটো সিদ্ধান্ত লোৱা আলোচনা কৰি ৷ ভগৱন্তই তোমাক কৃপা কৰক কৃষ্ণ কৃষ্ণ !
সছাঁকৈ ককা-আইতাই বৃদ্ধ বয়সত ভালকৈ চলিব পৰাকৈ মাহেকীয়া খৰচৰ ব্যৱস্থাটোৱে উত্তম হব ।
Xomoy da ... mangaldai r fle ahile ...sbo sn sp office r kakhot ajon ghar nuhuwa manuh ase .,.
Homoy dada vl lge apuna vedeo belak ❤....
Fas like fass coment dada apunar vid Sai. Bohut vl lage apuni bohut vl Kam. Kori. Ase. ❤️❤️💓💓♥️♥️Love from morigaon.
Apunak log pai bhut vl lagil ❤
সুন্দৰ পদক্ষেপ আন্তৰিকতাৰে ধন্যবাদ জনালোঁ
Mur priyo u tuber.
Dheamaji kun thait thakea jonabasun Homoy bohut bhil lagil
Kotha koboloi word nai..bohut hundar❤❤❤
Homoy tumi mohan,,
ভগৱান তোমাৰ সহায় হওক ! আগবাঢ়ি যোৱা ...
Bohut vl hoi❤❤
Bhut Val kam krisa homoy.....
Townot dekhi thaku kokajonok. Bhal lagil Homoy dada.......