কংগ্রেছ Social media ত হে জনপ্রিয় নেকি? নৱ প্রজন্ম ই কংগ্রেছক লৈ কি কলে?

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 มิ.ย. 2024
  • কংগ্রেছ Social media ত হে জনপ্রিয় নেকি? নৱ প্রজন্ম ই কংগ্রেছক লৈ কি কলে?@Prtidintime @nktvplus
    #navajitgogoi
    #election2024news
    #election
    #congressvsbjp
    #himantabiswasarma
    #news18assamnortheast
    #bjpvscongress
    #pragnews
    #akhilgogoi
    ‪@NewsLiveTVofficial‬
    ‪@News18AssamNortheastLive‬
    ‪@dy365news6‬
    ‪@pragnews-assam‬
    ‪@atanubhuyansnewsvideo‬
    ‪@JSSUnsscripted‬
    ‪@HimantaBiswaSarma‬
    ‪@rahulgandhi‬
    ‪@NarendraModi‬

ความคิดเห็น • 28

  • @user-kt7ju1ng5g
    @user-kt7ju1ng5g หลายเดือนก่อน +14

    Congas jikibo

  • @ChayanikaSaikia-kl8fs
    @ChayanikaSaikia-kl8fs หลายเดือนก่อน

    Dada ঠিক প্ৰশ্ন কৰিছে। এই প্ৰশ্ন টো উত্তৰ মইও বিচাৰি আছো। social মেডিয়া ত ইণ্ডিয়া চৰকাৰ পাতিলে বুলি কৈছে। চছিয়েল মেডিয়াত থকাবোৰ মূৰ নোহোৱাকৈ ভোট দিছে নেকি? নে আঁচনি লোৱা মহিলা সকলএ দিয়া ভোট বোৰ হে ভোট।

  • @sunilgogoi01620
    @sunilgogoi01620 หลายเดือนก่อน +2

    Discussion টো বহুত ভাল লাগিল।

  • @lilimai43
    @lilimai43 หลายเดือนก่อน +5

    Kongres jindabad

  • @ratulbordoloi2238
    @ratulbordoloi2238 หลายเดือนก่อน +5

    Ataunu putek rajniti j koribo khatang . Ane hole tar podcast boycot koribo lage. # boycott

  • @assam8744
    @assam8744 หลายเดือนก่อน +4

    Gandhi r adorshok gurutta dia val.

  • @numaldoley5612
    @numaldoley5612 หลายเดือนก่อน +2

    Supar

  • @mondeepbharali9991
    @mondeepbharali9991 หลายเดือนก่อน

    Bhut besi bhal lagil.

  • @dipjyotigogoi8964
    @dipjyotigogoi8964 หลายเดือนก่อน

    Aikeita Kun hoi nu mokkel keita bor ustadi dekhabo ahise

  • @mainudas6458
    @mainudas6458 หลายเดือนก่อน

    Amar ji tu demograhy tak rijar k janow darkar, APSC , Chakari congress r shi durniti bor paharibo nalage

  • @sharmahdoley6121
    @sharmahdoley6121 หลายเดือนก่อน +9

    গৌৰৱ গগৈ জিকিব । চিন্তাৰ কাৰণ নাই । ভোট দিয়া আৰু নিউজৰ লগত পাৰ্থক্য দেখা গৈছে । তেওঁ বিলাক বি জ পি সভালৈ চাই exit polls dise . । B , J, P, সভালৈ যোৱা ৩০% মানুহে বি জ পি দলক ভোট দিয়া নাই । কংগ্ৰেছ দলকে ভোট দিয়া দেখা গৈছিল কিন্তু EXIT Polks কি চাই দিছে সেই বোৰ মোৰ বিশ্বাস হোৱা নাই ।

  • @SubhashJyotiGayan
    @SubhashJyotiGayan หลายเดือนก่อน

    Nani gopal mohanta ??

  • @randhenu679
    @randhenu679 หลายเดือนก่อน

    Porsar a nai ki jikib

  • @ayangentertainer9975
    @ayangentertainer9975 หลายเดือนก่อน +1

    Alogoddho Abhayab bhuyan..

  • @AnandaKhound-jr3te
    @AnandaKhound-jr3te หลายเดือนก่อน

    ছাত্ৰ সনহা

  • @bagadhartaid2389
    @bagadhartaid2389 หลายเดือนก่อน

    Elections পাতি লাভ নাই আৰু, বিশ্বাস কৰিব নোৱাৰি

  • @user-ns6ou8dy3q
    @user-ns6ou8dy3q หลายเดือนก่อน

    apunaloke ki vabe.. Okol coton student a ji vabe take hobo nki..Cotton r student a congress k vote dile buli Congress Govt hobo lage nki..Cotton r student a ji vabe take hobo lgbo nki…Baki all assam r manuhe ako kam nai nki…

  • @hndekari8011
    @hndekari8011 หลายเดือนก่อน

    সমগ্ৰ ভাৰতবৰ্ষতে আঞ্চলিক ৰাজনীতিৰ প্ৰাসংগিকতা আহি পৰিছে । অবশ্যে সেয়া বহু আগৰেপৰা আছে। ৰাষ্ট্ৰীয় দলসমূহে এই আঞ্চলিকতাবাদ ৰাজনৈতিক দলসমূহৰ গ ই না লিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰি আহিছে । এনে পৰিস্থিতিত অঘোষিত বিকেন্দ্ৰীভূত চৰকাৰৰ পদ্ধতি প্ৰয়োগ হৈছে বুলি এক ধাৰণা ওপজিছে যদিও, সেয়া ব্যৱহাৰিক দিশত অস্তিত্বহীন। কিয়নো, নাসন ব্যৱস্থাত আঞ্চলিক ৰাজনৈতিক দলৰ স্বাধীনতা নাই। তেওঁলোক কেন্দ্ৰৰ কৰাতেই উঠা-বহা কৰিব লাগে। অথচ, বিজেপি হ'ক বা কংগ্ৰেছ হ'ক, দুয়োটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলেই আঞ্চলিক ৰাজনৈতিক দলৰ ওপৰত নিৰ্ভৰশীল মিত্ৰতা জৰিয়তে ।
    সাম্প্ৰতিক নিৰ্বাচনী ফলাফলৰ সমীক্ষা যিহেতু বিতৰ্কৰ ঊৰ্ধত নহয়, সেইহে কোনোধৰণৰ হতাশা বা উদ্বিগ্নতা প্ৰকাশ অথবা উল্লাসিত হোৱাৰ প্ৰয়োজন নেদেখো । কিয়নো, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বিপৰীতে টাইম্চ্ এক্সপ্ৰেছ নামৰ আন এক সংবাদ মাধ্যমে সমীক্ষাাত্মক প্ৰতিবেদন প্ৰকাশ কৰিছে য'ত কোবা হৈছে বোলে-- ইণ্ডিয়া ঐক্যমঞ্চই 405 খন আসনৰ বিপৰীতে বিজেপিযে মাত্ৰ 124 খন আৰু অন্যান্য ই বাকী আসনবোৰ দখল কৰিব । একেখন প্ৰতিবেদনত অসমত বিৰোধী ঐক্যমঞ্চক 9 খন, বিজেপিক 3 খন আৰু অন্যান্যক 2 খন দিয়া হৈছে । গতিকে, কোন সঁচা কোন মিছা চাৰি জুনত পোহৰলৈ আহিব ।।

  • @surjitkamaldas5599
    @surjitkamaldas5599 หลายเดือนก่อน

    Bohut gyani jodiu ohonkar ase. Gyan khini dhuki napau baru.....

  • @RimpiNath-ew3rt
    @RimpiNath-ew3rt หลายเดือนก่อน

    Evmr he rai

  • @exploria6805
    @exploria6805 หลายเดือนก่อน

    কি ফাল্টু মানুহবোৰে ৰাজনীতিৰ কথা পাতিছে😂😂😂😂😂😂 ৰাজনীতিৰ এটকাৰো জ্ঞান নাই

  • @njyotinjyoti7541
    @njyotinjyoti7541 หลายเดือนก่อน

    নিউজ চেনেল ব্ৰিক্ৰি হৈ গ'ল।ৰাহুল গান্ধী an educated নেকি নে কথা ক'ব নাজানে, হিমন্ত বিশ্ব শৰ্মা মূখ্য মন্ত্ৰী হৈ আছে তেও নাছি বাগি ফাকিকথা কৈ ফুৰে।

  • @anupamsaikia8761
    @anupamsaikia8761 หลายเดือนก่อน +3

    BJP jindabad.

  • @noyanmonibora6866
    @noyanmonibora6866 หลายเดือนก่อน

    Fotuwa

  • @mondeepbharali9991
    @mondeepbharali9991 หลายเดือนก่อน

    Bhut besi bhal lagil.