Jayanta Malla Baruah Exclusive Interview | মুখামুখি : বিজেপিৰ নিৰ্বাচনী ফলাফলক কি কয় জয়ন্ত মল্লই?

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 ส.ค. 2024
  • Jayanta Malla Baruah Exclusive Interview | ফলাফলৰ পিছত প্ৰথমবাৰ কেমেৰাৰ সন্মুখত জয়ন্ত মল্ল বৰুৱা
    বিজেপিৰ নিৰ্বাচনী ফলাফলক কি কয় জয়ন্ত মল্লই?
    বিৰোধীৰ উত্থানক লৈ কি মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ?
    বিজেপিৰ আভ্যন্তৰীণ বিদ্ৰোহক লৈ কি ক’লে মন্ত্ৰীগৰাকীয়ে?
    পৰাগমণি আদিত্যৰ সৈতে ‘মুখামুখি’ত জয়ন্ত মল্ল বৰুৱা
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #jayantamallabaruah #paragmoniaditya #lspolls
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

ความคิดเห็น • 535

  • @PritamDas-cs9pq
    @PritamDas-cs9pq 2 หลายเดือนก่อน +64

    গৰুটোক কিয় মাতে। জিকা প্ৰ‍াৰ্থী এজনক মাতিব লাগে।

  • @karsangpagagofficial
    @karsangpagagofficial 2 หลายเดือนก่อน +37

    জয়ন্ত মল্লব বৰুৱা কেমম্পিং কৰা মানেই ভোটাৰ মাইনাচ।

  • @pdmajuliisland271
    @pdmajuliisland271 2 หลายเดือนก่อน +44

    ২০২৬(2026) চনত 😅ৰাইজে দিব শিক্ষা, এই অহংকাৰ

  • @debajittalukdar1
    @debajittalukdar1 2 หลายเดือนก่อน +94

    নাও বুৰিলেও টিংৰ পৰা নানামা কথা কৈ কি লাভ !! ২০২৬ ত আৰুপতন হব ৷

    • @mantusharma9962
      @mantusharma9962 2 หลายเดือนก่อน +5

      Right

    • @bijitgogoi6347
      @bijitgogoi6347 2 หลายเดือนก่อน

      Aibilake ki j boki thake gomoke napai

  • @hiteswarbora4995
    @hiteswarbora4995 2 หลายเดือนก่อน +59

    মন্ত্ৰী হাজৰিকা বুলি কোৱা জনক যোৰহাটৰ পৰাজয় কাৰণ সোধক।

    • @alpanasharma4400
      @alpanasharma4400 2 หลายเดือนก่อน +3

      Aibur nuxudhe....xahos nai reporter bilakor

  • @uttamkumarbasumatary6151
    @uttamkumarbasumatary6151 2 หลายเดือนก่อน +69

    মই আটাইতকৈ বেয়া পোৱা মাত ।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 หลายเดือนก่อน +30

    নিলাজৰ লাজ নাই।এইডালৰ কথা শুনা নাই। দল বাগৰাৰ মূখত এইবোৰ কথা শোভা নাপায়। এইটোৰ কথা কোনে শুনিব।

  • @mintubharali952
    @mintubharali952 2 หลายเดือนก่อน +29

    এই গৰু তোৰ লাজ নাই । অহংকাৰী চালা। গৌৰৱ গগৈৰ লগত যুঁজিবলৈ আহিছিল।

    • @mantusharma9962
      @mantusharma9962 2 หลายเดือนก่อน

      Haàa Haaa😂😂😂😂

  • @Csk.16233
    @Csk.16233 2 หลายเดือนก่อน +129

    শিয়ালৰ‌ এজাক আৰু সিংহৰ এটা । কংগ্ৰেছৰ তিনিজনৰ লগত তোমালোকৰ ১১জনক তুলনা কৰা

    • @dhanjitdeka2979
      @dhanjitdeka2979 2 หลายเดือนก่อน +5

      Malla sahab-Aponar bandhu Jane ketiya padatyag kariba-Seitu kak/Aje baje bad dyk/

    • @gogoijyotishman9424
      @gogoijyotishman9424 2 หลายเดือนก่อน

      যোৰহাটত গৌৰৱ গগৈক অকল মুছলমানে ভোট দি জিকালে নেকি মহাশয় এইবিলাক কথা কৈ লাভ নাই

    • @kanaklalsutradhar6998
      @kanaklalsutradhar6998 2 หลายเดือนก่อน

      Self respect nthka gopot gongatop manuhr pra ako hope nokorai monglo bro.​@@dhanjitdeka2979

    • @vlogsentertainment8269
      @vlogsentertainment8269 2 หลายเดือนก่อน

      Khak thu

  • @nabojitsarmahp3712
    @nabojitsarmahp3712 2 หลายเดือนก่อน +84

    এইবিলাকক মাতি আপোনালোকৰ TRP কমায় কিয় ?

    • @madhabmedhi1322
      @madhabmedhi1322 2 หลายเดือนก่อน +1

      বৰুৱা চাৰক ইমান কিও লাজ দিয়ে?

    • @madhabmedhi1322
      @madhabmedhi1322 2 หลายเดือนก่อน +3

      প্ৰশ্ন সুধে কিবা, উত্তৰ দিয়ে কিবা। সঠিক উত্তৰ দিয়াত অপাৰগ

  • @user-wm1hn6ie1r
    @user-wm1hn6ie1r 2 หลายเดือนก่อน +22

    মুখ বেকা অহা ২৬ ৰ নিৰ্বাচন ত হাৰিব মানুহে কথাবোৰ লক্ষ্য কৰি আছে

  • @user-uq1yo1dy2l
    @user-uq1yo1dy2l 2 หลายเดือนก่อน +76

    কংগেছ কৰি শেষ কৰি বিজেপিৰ ভাল দিনত যোগ দি পূৰণাসকলক উপলুঙা!!! ধিক!!

  • @rinkumonihazarika2467
    @rinkumonihazarika2467 2 หลายเดือนก่อน +20

    আপোনালোকে বেংক একাউণ্ট কিত ব্লক কৰিলে। বাঁহৰ পাতি থাকি লৈছিল 😂

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k 2 หลายเดือนก่อน +4

    জয়ন্ত দাঙৰিয়া আপুনি যোৰহাটৰ পাৰতি হ'লে আপুনি জয় হ'ব পাৰিলে হেঁতেন কাৰণ আপোনাৰ লগত গৌৰৱ গগৈ দাঙৰিয়া হাৰি জাব

  • @arzedhussain387
    @arzedhussain387 2 หลายเดือนก่อน +13

    মুখ মুখী ত মুখ বেঁকা ক দেখি কিবা এটা ভাল লাগিল😂

  • @user-zg2dy5lc4t
    @user-zg2dy5lc4t 2 หลายเดือนก่อน +24

    ৰজাৰ পুুত্ৰ বুলি নহয় l Gourab নিজেই সিংহ

  • @Rihangaming.66
    @Rihangaming.66 2 หลายเดือนก่อน +11

    যিমান খন আসন নাপালেও কংগ্রেছকৈ ভোট কম পাইছে।

  • @KAPBOY7
    @KAPBOY7 2 หลายเดือนก่อน +24

    The most irritated hated minister jayanta and pijush

  • @jayantatalukdar2668
    @jayantatalukdar2668 2 หลายเดือนก่อน +10

    গাওঁ প্ৰধানৰ পদ খালী থাকিলে ই মাত্ৰ দলীয় কৰ্মীক চাকৰি দি বাঃ বাঃ ল'ব জানে।

  • @jnyanendragogoi8768
    @jnyanendragogoi8768 2 หลายเดือนก่อน +8

    ই ৰাজনীতি এৰিব নে সেই কথা নুসুধিলে চোন

  • @kamalchandradeka1474
    @kamalchandradeka1474 2 หลายเดือนก่อน +5

    মল্ল ককাই পিয়াজ হাজৰিকাই পদত্যাগ কৰিব নেকি জনাবচোন। মোৰ আকৌ দুখো লাগিছে।

  • @user-xs2eb6mg2h
    @user-xs2eb6mg2h 2 หลายเดือนก่อน +8

    Today's all voice of Jayanta malla is fully comunial.

  • @rinkumonihazarika2467
    @rinkumonihazarika2467 2 หลายเดือนก่อน +24

    তাকে নকৈ কব কি 😂

  • @phanindradevagoswami4635
    @phanindradevagoswami4635 2 หลายเดือนก่อน +9

    ই আৰু আইমীয়াসুৰ হিমন্তাসুৰৰ হৃদপিন্দ্ব

  • @susenchekanidhara9190
    @susenchekanidhara9190 2 หลายเดือนก่อน +7

    পি হাজৰিকাই কি কৈচিল তাত. সাংবাদিক জনে আৰু মানুহ নাপালে নেকি. এই জননক কিয় মাতিব লাগে.

  • @padmadhartalukdar8047
    @padmadhartalukdar8047 2 หลายเดือนก่อน +6

    মূখ্যমন্ত্ৰীৰ ভাষনৰ শ্ৰুতলিপি দিয়া ধেমা ধৰা মানুহ। এইবিলাকক মাতি আপোনালোকে বাতৰি কৰে,ছি ছি,লাজ লাগে দে,,,,,,,

  • @pankajborah3451
    @pankajborah3451 2 หลายเดือนก่อน +8

    " এইটো মস্ত এটা গাধ " জুবিন

  • @arupbora6741
    @arupbora6741 2 หลายเดือนก่อน +4

    আহিছিল, গোটেই মন্ত্ৰীসভা খনেই উঠিপৰি লাগিছিল। বাকী ৰজাগিৰী আপোনালোকৰ স্বভাৱতহে প্ৰকাশ পাইছিল। মহাশয় অসমৰ ৰাইজক বুৰ্বক বনাবলৈ চেষ্টা কৰা আপোনালোকে নিজৰ কথাৰ লেকামডাল টানি ৰাখক। নহ'লে ২০২৬ ত নিজৰ নামটো ক'বলৈও লাজ পাব।

  • @indrajitprosad4917
    @indrajitprosad4917 2 หลายเดือนก่อน +7

    এইটোৰ সাক্ষাৎ কিয়? ই যতেই যায় তাতেই বিজেপিৰ ভোট কমে। প্ৰয়াত তৰুন গগৈৰ অবিহনে দেখুন জিকিল? কি ক'ব এইটোৱে? এইটো সহ্য নহ'য়। পিয়ুষে পদত্যাগ কৰিলে নেকি বাৰু??

  • @dhirenboruah4665
    @dhirenboruah4665 2 หลายเดือนก่อน +7

    মলিখোৱাৰ কথা শুনিবলৈ মন নাই

  • @pabankrgogoi8471
    @pabankrgogoi8471 2 หลายเดือนก่อน +10

    ভূতৰ মুখত ৰাম নাম ।

  • @tahimabegum5896
    @tahimabegum5896 2 หลายเดือนก่อน +7

    কঙগ্রেছক ভোট দিয়া সকল খিলঞ্জীয়া নহয় নেকি?

  • @user-cj4xp5if2h
    @user-cj4xp5if2h 2 หลายเดือนก่อน +7

    এনে কথা লাইভ টিভি কব নানা লাগে। ওপরত মালিক আছে। বিচার করি আছে। জয়ন্ত মল্লিক

  • @hiphopgamer415
    @hiphopgamer415 2 หลายเดือนก่อน +9

    মন্ত্রী সকলৰ মাত নোহোৱা হৈছে দেখোন

  • @dewanmamunkalgachia7589
    @dewanmamunkalgachia7589 2 หลายเดือนก่อน +6

    আপুনি কি কথা কব আহিছে ধুবুৰী মানুহ বাংলাদেশী চৰকাৰতো আপোনালোকৰ খেদি দিয়ক নহলে গুলি কৰি মাৰি দিয়ক

  • @naleendoloi1787
    @naleendoloi1787 2 หลายเดือนก่อน +4

    কোন বোৰ মুছলমান খিলঞ্জীয়া? কোনবোৰ বংলাদেশী।? স্পষ্ট কৰিব দিব লাগে। হিন্দু-মুছলিমৰ ৰাজনীতি দেশৰ উন্নয়নৰ অন্তৰায় । এওলোকক চিধা কৰাৰ দৰকাৰ আছে।

  • @ZakirHussain-yj3tv
    @ZakirHussain-yj3tv 2 หลายเดือนก่อน +5

    কৌশল পূৰ্ণ কথাৰ বাহিৰে ইয়াৰ একো নাই ৷

  • @nobinjorden8354
    @nobinjorden8354 2 หลายเดือนก่อน +2

    Congress শেষ কৰি আহিলে,এতিয়া বিজেপিৰ পাল।নিজে কোৱা কথাই পাহৰি যায়।সূৰ্য্য দুবিবলৈ বেচিপৰ নাই,মানুহক আৰু কিমান বুৰ্বক বনাব ।

  • @ParikshitBuragohain
    @ParikshitBuragohain 2 หลายเดือนก่อน +4

    জুবিনৰ ভাষাত গৰু ।

  • @arpitadutta9888
    @arpitadutta9888 2 หลายเดือนก่อน +11

    Ahankar
    Patanar
    Mul

  • @tapandutta7449
    @tapandutta7449 2 หลายเดือนก่อน +4

    নিলাজৰ লাজ নাই কেঁকুৰাৰ মুৰ নাই,,,,

  • @rinkumonihazarika2467
    @rinkumonihazarika2467 2 หลายเดือนก่อน +9

    আপুনি বিজেপিৰ ফালে কই

  • @pranjalsaikia7163
    @pranjalsaikia7163 2 หลายเดือนก่อน +9

    Jayanta kaa apunalokr sorkarr last time ahil besi din khab napale 😢😢😢

  • @papukalita1164
    @papukalita1164 2 หลายเดือนก่อน +2

    বি জে পি ১১ টা ছিটত জিকা গৌৰৱ গগৈৰ অকলে জিকাটো বহুত বেছি ওপৰত । এইটো কেতিয়াও তল নপৰে কাম নাই কিয়া এইটো ।

  • @anjugogoi6222
    @anjugogoi6222 2 หลายเดือนก่อน +9

    ইয়াকে নকয় কি কব আৰু

  • @RanjanMech-lz6qj
    @RanjanMech-lz6qj 2 หลายเดือนก่อน +8

    Chup misolia

    • @bandanaborgohain7331
      @bandanaborgohain7331 2 หลายเดือนก่อน

      এতিয়া এইতোকে কব

  • @bubuldeka8138
    @bubuldeka8138 2 หลายเดือนก่อน +4

    এও নাও বুৰিলেও টিঙা নেৰে?

  • @pranabkhakhalary539
    @pranabkhakhalary539 2 หลายเดือนก่อน +4

    আপোনাৰ দম্ভ কি হল মহাশয়।

  • @janardanbora2803
    @janardanbora2803 2 หลายเดือนก่อน +1

    মলোৱাই যোৰহাটত কম মীতিং কৰিলে কাৰণে মানে হাৰি গল সেইটো কথা কব আহিছে😅😅😅😅

  • @rukmakalita7169
    @rukmakalita7169 2 หลายเดือนก่อน +3

    পাগলক লৈও talk show কৰা হল কি যে হব আৰু

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 2 หลายเดือนก่อน +3

    জয়ন্ত মল্ল বৰুৱা ,সি English , জানে , হিন্দী জানে (??) Zubin Garg ক লগ ধৰিলে , Zubin Garg , হ'ব নোৱাৰে । সি এজন গৰু ,হয় গৰু । ( Zubin Garg )

  • @golaprossrongpi5960
    @golaprossrongpi5960 2 หลายเดือนก่อน +2

    Ekdom saboloi mon nujuwa interview...

  • @naranathdas5452
    @naranathdas5452 2 หลายเดือนก่อน

    পাৰ্তিৰ জেষ্ঠসকলক সন্মান কৰিব নজনা সকলক চেনেলত কিয় মাতে ।এই সকল নেতাৰ বৰ বৰ কথা শুনি আমনি লাগিছে ।

  • @junubora983
    @junubora983 2 หลายเดือนก่อน +1

    কাটি কুটি নবজায়। আপুনি জনপ্ৰতিনিধিৰ আচৰণ ভংগ কৰি ইমান তুচ্ছ তাছিল্য কৰাটো কোনটো নীতিৰ ভিতৰত পৰে ? আপোনালোকক জনগণে সেইবাবেই বেয়া পায়। আপোনালোকৰ দৰে লুটি বাগৰ মৰা মানুহৰ কথা সদায় কোনেও শুনি নাথাকে দেই। অহংকাৰ, আত্মাভিমান এৰি আপোনালোকে আত্মসমালোচনা কৰক। মনত ৰাখিব ইতিহাসে আপোনালোকক ক্ষমা নকৰে। ক্ষমতা হাতত আছে বাবে অহংকাৰ। ক্ষমতা নাথাকিলে কি হ'ব এবাৰ ভাবি চাব।

  • @janardanbora2803
    @janardanbora2803 2 หลายเดือนก่อน +1

    এইটোৰ কথা শুনিব মন নাযায় আৰু কিয় মতে জানো😅😅😅

  • @user-bo6ne7zg7l
    @user-bo6ne7zg7l 2 หลายเดือนก่อน +2

    *_Ami BTR r Bodosokole Jayanta Malla Boruah aru Phijus Hazarika uporot bohut khong uthi asu, Rajneeti korise korok kintu Bodo area t ahi jahata kotha nokobi, Kotha bilak olop Sai siti kobi nohole ahibologa dinot digdar hobo_*

  • @anupdas29
    @anupdas29 2 หลายเดือนก่อน +7

    2026 sir?
    Kiy hoga

  • @dipalidas9127
    @dipalidas9127 2 หลายเดือนก่อน

    তেজ,নীলা‌ থাকে বুলি তেওঁ মুখৰ পৰা শুনি ভাল লাগিল।

  • @papulsaikia3191
    @papulsaikia3191 2 หลายเดือนก่อน +1

    হিমন্ত বিশ্ব শৰ্মাৰ যদি তেঙৰ তেনেহলে এই মল্লক পৰিত্যাগ কৰাওক।।।।নহলে বিজেপি খহি পৰিব।

  • @MilanBasumatary-qh5uh
    @MilanBasumatary-qh5uh 2 หลายเดือนก่อน +1

    এই জনৰ জিভাত কলিয়ে বাহঁ লৈছে। ইহঁতৰ বাবেই অসম দুবালে। ভোটৰ অংকট APL,/BPLৰ পাৰ্থক্য নইকিয়া কৰিছে ।আৰু বেছিদিন নাই ।

  • @umeshsarma7760
    @umeshsarma7760 2 หลายเดือนก่อน

    মুখখন চম্ভালি কথা কবলৈ শিকক জয়ন্ত মল্ল ডাঙৰীয়া, মানুহক সন্মান কৰিবলৈ শিকক, কেবল তুচ্ছ তাচ্ছিল্য কৰি মানুহক হেয় নকৰিব। ৰাইজে আপোনালোকক এই তুচ্ছ তাচ্ছিল্যৰ জবাব দিতে এইটো মানি লওক।

  • @sushilsonowal7422
    @sushilsonowal7422 2 หลายเดือนก่อน

    অসমৰ ফলাফল ২০২৬ অতি ভাল হব ।

  • @saratchawra5032
    @saratchawra5032 2 หลายเดือนก่อน

    সাংবাদিকতাৰ সঠিক উত্তৰ এটাও নিদিলে গৰুটোৱে। তেন্তে কাজিৰঙাত শুকুৰ আলিক টিকট দিলে নিশ্চয় বিজেপিৰ পৰা জয়ী হ'লে হেঁতেন।

  • @Amarlahon854
    @Amarlahon854 2 หลายเดือนก่อน +2

    তোমালোকে জিকাইছা 2021ত শিৱসাগৰ ,ডিমৌ সমষ্টি ।

  • @papubora1401
    @papubora1401 2 หลายเดือนก่อน +3

    Ehotor kobole ako nathakile abul tabul boke

  • @sashibhatta5198
    @sashibhatta5198 2 หลายเดือนก่อน +1

    কথাচহকী জনপ্ৰতিনিধিৰ ইচ্ছা অথবা আহ্বান অনুসৰি সকলো সময়তে জনতাই নিৰ্বাচনত ভোটদান নকৰে, সেইটো কৰে নিজৰ বিচাৰ-বিবেচনা আৰু সময়ৰ আহ্বান অনুসৰিহে ৷ ৰাইজে নিজৰ বিবেচনাৰেহে ভোট দিয়া কথাটোৰ প্ৰমাণ দিলে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত যোৰহাট, ধুবুৰী, নগাঁৱৰ ফলাফলে ৷ উত্তৰ প্ৰদেশৰ ফলাফলেও একে কথাৰে সুস্পষ্ট প্ৰমাণ দাঙি ধৰিছে ৷

  • @SouravlittleVlogs
    @SouravlittleVlogs 2 หลายเดือนก่อน +2

    কাম নাই এইতোৰ

  • @user-xo3zb9ki9x
    @user-xo3zb9ki9x 2 หลายเดือนก่อน

    জুবিন দাৰ কথাটো মনত পৰি গৈছে

  • @mohanchandragogoi2553
    @mohanchandragogoi2553 2 หลายเดือนก่อน

    মন্তীজনে যি দায়িত্তত আছে সেই কাম নকৰি বৰ বৰ কথা কৈ থাকিলে ৰাইজৰ কাম হব নে ?

  • @jitenkonwar3091
    @jitenkonwar3091 2 หลายเดือนก่อน

    এই জনাই ৰাজনীতি কৰিলেও ৰাজনীতৰ জ্ঞান সীমাবদ্ধ।

  • @hemkantaborah7434
    @hemkantaborah7434 2 หลายเดือนก่อน

    জয়ন্ত ঘৰৰ পৰা বাহিৰ ওলালেই বিজেপিৰ ভোট ভাগে।

  • @bijoydas5369
    @bijoydas5369 2 หลายเดือนก่อน +2

    আপোনাৰ আৰু কাম নাই।সময় কটাবলৈ মানুহ নাপালে

  • @bashisthasarma9665
    @bashisthasarma9665 2 หลายเดือนก่อน +1

    কামাখ্যা প্ৰসাদ তাছা আৰু গৌৰৱ গগৈক একাকাৰ কৰাটো হাস্যকৰ।
    তুলনা নহয়।

  • @BabulKalita-cu6od
    @BabulKalita-cu6od 2 หลายเดือนก่อน +1

    ইয়াৰ লাজেই নাই

  • @tdtalks8926
    @tdtalks8926 2 หลายเดือนก่อน +2

    ই লাজ পাইছে অভদ্ৰ এজন

  • @pororforfolopjofor
    @pororforfolopjofor 2 หลายเดือนก่อน +27

    কি দিন আহি গ'ল অসমত, এতিয়া মলোৱাৰ interview চাব লগা হৈছে।😂

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k 2 หลายเดือนก่อน

    শিয়ালৰ 100 টা হ'লেও কাম নাই হিঙহৰ এটাই হক

  • @tileswartahu8675
    @tileswartahu8675 2 หลายเดือนก่อน +1

    নেতাৰ মতে প্ৰশ্ন কৰিলে কেনেকৈ হ'ব?

  • @binodbhujel8729
    @binodbhujel8729 2 หลายเดือนก่อน

    সম্পাদক দাঙৰীয়া;এনে ধৰনৰ হাৰা- জিকাৰ কথা পাতিলে ৰাইজৰ হেনো কিবা লাভ হ‘ব ? মূল্য বৃদ্বিৰ ওপৰত অনুগ্ৰহ কৰি কথা পাতক ৷ কেৱল মাত্ৰ বৃদ্বি মূল্য ৭০% হ্ৰাস কৰিলেই হ’ব ৷ কিয়নো আমাৰ দেশৰ ৮০% লোক দৰিদ্ৰ ৷ কোনো ধৰনৰ আঁচনিৰ প্ৰয়োজন নাই বুলি ভাবোঁ ৷

  • @sanjibbora2133
    @sanjibbora2133 2 หลายเดือนก่อน +4

    Hei hupak axom ot bor pira pari diyar mul manuh jon tumalukor dadai hoi

  • @utpalsonowal7020
    @utpalsonowal7020 2 หลายเดือนก่อน

    সচা কথা কবলে কিয় ভয় কৰিছে।।আপোনালোকে গৌৰৱ গগৈক হৰুৱাবলে দেখুন গোটেই নেতা পালিনেতা মুখ্য মন্ত্ৰী সকলো উবুৰি খাই পৰিছিলহি যোৰহাটত।।লাজ লগা নাই।

  • @shaktidevibrahma476
    @shaktidevibrahma476 2 หลายเดือนก่อน

    মন্ত্ৰী এমএলএ সকলৰ কাম টিভি পৰ্দাত খালি লেকচাৰ মাৰা আৰু টিভিৰ মানুহ বিলাকো তেওঁলোককৰ লগত সহযোগিতা
    কৰি আম নাগৰিকক বেবুখুব বনোৱা আৰু তাৰ বাদে কি আছে ?

  • @bandanaborgohain7331
    @bandanaborgohain7331 2 หลายเดือนก่อน +2

    এওঁলোকে কথাৰ কোনো অথ নাই

  • @gegvcyrdgg3416
    @gegvcyrdgg3416 2 หลายเดือนก่อน +4

    Aituk aru pijushk nanibo studio loi nanibo ,apunalukor subscriber u komibo aru views u

  • @morisika4730
    @morisika4730 2 หลายเดือนก่อน

    গৌৰৱ গগৈয়ে সকলোকে কন্দোৱালে কেনেকুৱা লাগিলে?

  • @dimpalborgohain943
    @dimpalborgohain943 2 หลายเดือนก่อน

    এইটো ডিব্ৰুগড়ত প্ৰচাৰ চলাবলৈ যোৱা হলে সৰ্বানন্দ সোণোৱাল হয়টো হাৰি গল হেঁতেন। সোণোৱালৰ ভাগ্য ভাল আছিল ।

  • @nelegend5044
    @nelegend5044 2 หลายเดือนก่อน

    উজনিত এইজনে কি পাত্তা পাব ৰেই । হাজাৰ জয়ন্ত আহিলেও কোনো কাম নাই।

  • @simantadeka6591
    @simantadeka6591 2 หลายเดือนก่อน +1

    মুঠতে ইহতে কথা কাৰটিং মৰাত সদায় আগত নিলাজ হয়

  • @babulali2610
    @babulali2610 2 หลายเดือนก่อน

    এইজন অসমৰ মুৰ্খ ৷

  • @VantiBarman-uo1ok
    @VantiBarman-uo1ok 2 หลายเดือนก่อน

    মাৰ্জিনটো চাই লওক । ১৪/১৯ লগত কিমান মিল আছে । ৰিজাল্টৰ ৩টা পজিছন থাকে ১ম,২য়, তৃতীয় স্থান। কিবাকৈ তৃতীয় স্থান লাভ কৰি পাছ কৰিছে।

  • @Biswajitdutta-uh4lt
    @Biswajitdutta-uh4lt หลายเดือนก่อน

    ডাঙৰীয়াই জনা ভাল যে লোকসভাৰ ভোটৰ প্ৰেতাৰেন আৰু বিধানসভাৰ ভোটৰ প্ৰেতাৰেন একে নহয়। সেয়েহে ঌ৩ বিধানসভাত লিটপোৱাত গৰ্ব কৰি লাভ নাই।

  • @Messi1530
    @Messi1530 2 หลายเดือนก่อน +2

    Sudur bhai hoi

  • @rinkumonihazarika2467
    @rinkumonihazarika2467 2 หลายเดือนก่อน +4

    সংবাদ মাধ্যম নিৰপেক্ষ হব লাগে

  • @probhawotiboruah586
    @probhawotiboruah586 2 หลายเดือนก่อน

    জয়ন্ত তললৈ নাজাবা বি জে পি অহংকাৰ চূণ্ণ হব ছাব্বিশত ভালুক নাচ ৰাইজক দেখুৱাবলাগিব নহয় মূখ্য মন্ত্ৰীৰ লগত দেহীঐ লাজতে হাঁহি ছে ভাল লাগে ছাব্বিশ ত ককাল ভাগিব নিশ্চিত।

  • @pradipkumardutta3575
    @pradipkumardutta3575 2 หลายเดือนก่อน

    গৌৰৱ গগৈক মেদিয়া সকলে কিয় অন্যায় পথত লৈ গৈছে।আমাৰ মণত ভাব হৈছে তেওঁক জিকাই কিবা ভুল হল হ'বলা ।

  • @user-ii7iz9sq3p
    @user-ii7iz9sq3p 2 หลายเดือนก่อน

    নলবাৰীৰ মুক্লবান হলে খিলঞ্জীয়া।বৰপেটা বা আন সমষ্টিৰ হলে বাংলাদেশী।তেনেহলে এইবোৰক চিনাক্ত কৰি নেখেদে কিয়।আপোনালোকৰ ই চৰকাৰ দেখোন।আপোনালোকৰ মিছা কথা বোৰ আজিকালি মানুহে বুজি পোৱা হৈছে।যোৰহাটৰ মানুহ দূৰদৰ্শী।

  • @papulsaikia3191
    @papulsaikia3191 2 หลายเดือนก่อน

    এই দাশৰ কথাই কোনো লাগবান নাই।এবাৰ কব হিন্দু মুচলিম নাচাই সকলোএ ভোট দিএ।এবাৰ কব কঙগেৰচ ক মুচলিমে জিকালে।।।
    এইটো সছাকৈ দে একেবাৰে অদৰকাৰী কেনেকৈ জিকাই থাকে জানো এইবোৰক মানুহে।।

  • @prasantabaruah654
    @prasantabaruah654 2 หลายเดือนก่อน

    এই জনৰ লগত কথা পাতি আপোনাৰ সময় নষ্ট নকৰিব

  • @bhabakantanath
    @bhabakantanath 2 หลายเดือนก่อน

    শুদ্ধ সত্ত্ব মতিৰে কৃষ্ণক আগত ৰাখি কৰ্ম ক্ষেত্ৰত আগুৱাই যাবলৈ আহ্বান জনালোঁ।। কৃষ্ণ

  • @papuborgohain8156
    @papuborgohain8156 2 หลายเดือนก่อน

    এইটো দেখিলেই মই গাত পানি ধালো