মুখ্যমন্ত্ৰীক 'সি' বুলি কৈ কাৰ গালি খালে ৰিণিকি ভূঞা শৰ্মাই?

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ธ.ค. 2024
  • মুখ্যমন্ত্ৰীক 'সি' বুলি কৈ কাৰ গালি খালে ৰিণিকি ভূঞা শৰ্মাই?

ความคิดเห็น • 284

  • @beingad
    @beingad 3 ปีที่แล้ว +188

    মুখ্যমন্ত্ৰী আপোনালোকৰ কাৰণেহে তেওঁৰ কাৰণে তেওঁৰ মৰমৰ মানুহজন, অকল তেওঁৰেই অধিকাৰ আছে সি তুমি আপুনি যিহলেও কব পাৰে কাৰণ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ কাৰণে এতিয়াও তেওঁৰ 17 বছৰ বয়সত লগ পোৱা তেওঁৰ সেই প্ৰেমিকজনেই যি আজি তেওঁৰ স্বামী লগতে অসমৰ মুখ্যমন্ত্ৰী। বাইদেউৰ একো ভুল হোৱা নাই!

    • @swarnalatagogoi7378
      @swarnalatagogoi7378 3 ปีที่แล้ว +3

      0

    • @kumarjayantakumar1112
      @kumarjayantakumar1112 3 ปีที่แล้ว

      0000000

    • @daijisarma2302
      @daijisarma2302 3 ปีที่แล้ว +1

      Right

    • @dalimidevi4492
      @dalimidevi4492 3 ปีที่แล้ว +3

      Aagote teor premik aasil kintu atiya teor husband, gotike husbandok kenekoi respect dibo lage haikhini teo jonatu proyojon.

    • @beingad
      @beingad 3 ปีที่แล้ว +2

      @@dalimidevi4492 ফালটু হাছবেণ্ড হ'ল কাৰণে চৰণ ধুই পানী খাই থাকিব লাগে নেকি? সিহঁতৰ ইমান দিনৰ আন্তৰিকতাৰ কি মূল্য নাই নেকি যে আৰু বেলেগকৈ সন্মান দিব লাগে, একো নাজানিলে চুপচাপ থাকিব ফালটু কমেন্ট নকৰিব☹️

  • @minabordoloisartisticworld8816
    @minabordoloisartisticworld8816 6 หลายเดือนก่อน

    বহুত ভাল লাগিল শুনি আপোনাৰ জীবনৰ আৰম্ভণি life is straragull

  • @NortheastExplorerRH
    @NortheastExplorerRH 6 หลายเดือนก่อน +1

    বাইদেউক মোৰ বহুতেই ভাল লাগে। বাইদেউৰ জীৱনৰ কথাবোৰ শুনি এটা কথাই ক'ব লাগিব , যিসকলে জীৱনত প্ৰতিটো খোজতে ঠেকি শিকিছে তেওঁলোকৰ অভিজ্ঞতা জীৱনত বহুত বেছি। 🙏

  • @dimpushow5829
    @dimpushow5829 3 ปีที่แล้ว +13

    Baideuk vl lge.
    Bcz mamak bht support krse❤️

  • @dikshivines1482
    @dikshivines1482 3 ปีที่แล้ว +47

    মোৰ মতে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ আগতে মাননীয় হিমন্ত বিশ্ব শৰ্মা, ৰিনিকি ভূঞা শৰ্মা ৰ স্বামী। গতিকে এই ই, সি বিষয় টো ইমান চৰ্চাৰ বিষয় নহই বুলি মই ভাবো। মই ভাবো যে এই বোৰ বিষয়ত ধ্যান নিদি বৰ্তমান হৈ থকা পৰিস্থিতিৰ সাম কাটি কেনেদৰে আকৌ আগৰদৰে দেশ খনক বেমাৰ মুক্ত কৰিব পৰি তাৰ ওপৰত হে সকলোৱে চিন্তা চৰ্চা কৰা উচিত।।

  • @Jmahanta644
    @Jmahanta644 7 หลายเดือนก่อน +1

    ঘৰত যি বুলিয়েই নহওক কিন্তু আপুনি সামাজিক মাধ্যমত কমতে নিজৰ মানুহ জনক তুমি ক'লে ভাল। কাৰণ ডাঙৰ মানুহৰ আৰ্দশ সদায়েই অনুকৰনীয়।

    • @Tales_of_pinki
      @Tales_of_pinki 7 หลายเดือนก่อน

      মই বহুত স্বামীক দেখিছোঁ যিয়ে সামাজিক ভাবে নিজৰ মানুহজনীৰ ওপৰত হাত টোলে বেয়া কৈ কয় টাউন ত হওঁক বা ঘৰত সেইবোৰত তেওঁলোকৰ personal কথা বুলি কোনেও মাত নলগাই কিন্তু ঘৈণী জনীক ৰাস্তা পাৰ কৰোঁতে সহায় ৰ বাবে হাত খন ধৰিলতে মাইকী তলতীয়া বুলি পুৰুষজনৰ পৰিচয় দিয়ে সেইটো কি তেওঁলোকৰ personal কথা নহয় নি?

  • @S.M.8439
    @S.M.8439 5 หลายเดือนก่อน

    সামাজিক মাধ্যমত সি কব নালাগে।ঘৰত যি কয় কৈ থাকক।

  • @satishchdas6757
    @satishchdas6757 3 ปีที่แล้ว +3

    ভাল লাগিল !

  • @lakhimpurkasturi8172
    @lakhimpurkasturi8172 6 หลายเดือนก่อน +4

    C .M পত্নীয়ে সেন্দুৰ লব নালাগে নেকি

  • @KananPegu-kr5hy
    @KananPegu-kr5hy 7 หลายเดือนก่อน

    মহান মে'ম, আপোনাৰ কথাবোৰ শুনি ভাল লাগিল ❤️

  • @প্ৰাঞ্জলৰয়
    @প্ৰাঞ্জলৰয় 3 ปีที่แล้ว +38

    ৰিণিকি বাইদেউৰ সুন্দৰ কথোপকথন শুনি ভাল লাগিল ।

  • @bubulbaruah4926
    @bubulbaruah4926 3 ปีที่แล้ว +10

    🙏💐 বাইদেউ। বহুত ভাল পালোঁ আপোনাৰ সৈতে চিনাকি হৈ।অসেষ ধন্যবাদ জনাইছো।
    🌹🙏

  • @tultuldas6575
    @tultuldas6575 3 ปีที่แล้ว +81

    ৰিনিকী ভূঞা হিন্দু বিৱাহিত মহিলা হয়নে নহয় ? তেখেতৰ কপালত সেন্দূৰ ফুট পৰিলক্ষিত নহল ?? সেয়ে সুধিলো ?

    • @lakshmibasumatary3011
      @lakshmibasumatary3011 3 ปีที่แล้ว +14

      Ohhh, CM r potni nohoi janu dada, digital wife🤭

    • @প্ৰতিভাৰপাঞ্চৈ
      @প্ৰতিভাৰপাঞ্চৈ 3 ปีที่แล้ว +9

      Aji kali uroni ,xendur ,mexela sador , xeya luwa xokolu bad dile oo

    • @trishnamonipatowary
      @trishnamonipatowary 3 ปีที่แล้ว +2

      @@প্ৰতিভাৰপাঞ্চৈ right

    • @tultuldas6575
      @tultuldas6575 3 ปีที่แล้ว +2

      @@chayanikakalita7430 হয় আপুনি নিশ্চয় ভৱাই নাই তেওঁলোক যে অসমীয়া সমাজৰ আদৰ্শ ব্যক্তি ৷ তেনে ব্যক্তিৰ নিতি আদৰ্শ আদিত কিছু দায়িত্ব প্ৰয়োজন ?৷

    • @snehachetia9268
      @snehachetia9268 3 ปีที่แล้ว +2

      @@tultuldas6575 Hoi...

  • @mausumidas2400
    @mausumidas2400 3 ปีที่แล้ว +16

    Riniki Bhuyan Sarma madam is very very beautiful ,well behaved , very polite and gentle.

    • @aswinithakuria1990
      @aswinithakuria1990 ปีที่แล้ว

      নামনি অসমত নিজৰ মৰমৰ মানুহ জনক সী বুলি কলে বেছি আপোন যেন লাগে

  • @kangkanakalita
    @kangkanakalita 3 ปีที่แล้ว +28

    বাইদেউ আপোনাৰ ও ভুল নাই।কিয়নো তেওঁ অসমৰ কাৰণে হে মুখ্যমন্ত্ৰী আপোনাৰ কাৰণে সদাই সেই মৰমৰ মানুহ জনে হয় আছে নহয় জানো।তাতে আৰু আপোনালোকৰ প্ৰেম কলেজৰ সেয়ে আপুনি ইমান এটা নাভাবি সি বুলি কৈ দিলে।একো নাই আমি বুজি পাওঁ।

    • @debashreedas3918
      @debashreedas3918 3 ปีที่แล้ว +2

      Ryt njr husband C M hl buli ki teur wife e teu agt jneke mate CM hua pst blg k mtibo nki

    • @nizarabegam5959
      @nizarabegam5959 3 ปีที่แล้ว +1

      Right.

    • @kangkanakalita
      @kangkanakalita 3 ปีที่แล้ว +1

      @@debashreedas3918 tke to koisu..toi tmi aibur mrmr mat.toi buli mtilew khnmn krib pre.ru apuni koi u okhnmn krib pre kisumne

    • @bornaliborah7099
      @bornaliborah7099 3 ปีที่แล้ว +2

      Kankana kalita aapuni eman dhunia kotha koise.hosake manuhor monok hothike buji puatu aAtaitke bhal kotha.

    • @kangkanakalita
      @kangkanakalita 3 ปีที่แล้ว +2

      @@bornaliborah7099 tke to mnuh bure buji npai..ata khoru kthat vul dhre

  • @yashimyen5930
    @yashimyen5930 3 ปีที่แล้ว +12

    Habit hoi Jai aku dangor issue nohoi aitu riniki mam bohut moromiyal hoi log pale hokolue Bujibo
    Love you mam

  • @resmafoodvlog5450
    @resmafoodvlog5450 3 ปีที่แล้ว +1

    Khub vl lgile ma'am apunr ktha bur huni ☺️

  • @deepalideka718
    @deepalideka718 7 หลายเดือนก่อน +4

    বৰ জেদী মাক বাপেক।জীয়েকৰ বাবে মাকৰ মৰম নাই?নাতি হোৱাৰ বাবেহে হিমন্তৰ পৰিয়ালটো য়ে মানি ললে।আচৰিত ।

  • @mairaaman2974
    @mairaaman2974 3 ปีที่แล้ว

    Eman morom loga kotha bur so sweet😘😘😘♥️♥️♥️🥰🥰🥰👌👌👌🤗🤗🤗🤗🤗😇😇♥️♥️♥️♥️♥️😘😘😘😘😘🥰🥰🥰♥️♥️♥️♥️♥️♥️♥️♥️🌟🌟🌟🌟🌟🌟🌟🌟🌟♥️♥️♥️♥️♥️♥️🌟🌟🌟🌟🌟🌟♥️♥️♥️♥️♥️♥️♥️♥️🌟🌟🌟🌟🌟🌟🌟😘😘😘🥰🥰🥰

  • @khirudkumarbora5859
    @khirudkumarbora5859 5 หลายเดือนก่อน

    জিৱনৰ কষ্ট ও অভিজ্ঞতাৰ পৰা লোভ ও চৰকাৰি ভৰাল উদং কৰি নিজৰ সম্পতি গঢাৰ বাহিৰে সৎ কৰ্ম একোবেই নিশিকিলে-😂

  • @rupamkonwar8656
    @rupamkonwar8656 3 ปีที่แล้ว +22

    Kothakhini emn dhunia koi kole huni vl lagil.

  • @muktinathsharma8617
    @muktinathsharma8617 6 หลายเดือนก่อน

    Thankyou medom 🎉🎉

  • @anjumanisonowal2784
    @anjumanisonowal2784 2 ปีที่แล้ว +1

    বাইদেউ আপোনাৰ ক্থাবোৰ শুনি ভাল লাগিল আপোনাৰ লগত দাৰেক কথা পাতিব মন গৈছে কেতিয়া পুৰণ হ'ব ভগৱানে জানিব

  • @Explor_pk
    @Explor_pk 3 ปีที่แล้ว +7

    Great sir

  • @r.sahariah5387
    @r.sahariah5387 3 ปีที่แล้ว +13

    বহুত দিনৰ পিছত দেখা পালোঁ বাইদেউক। ভাল লাগিল।

  • @joshnaray3117
    @joshnaray3117 6 หลายเดือนก่อน +1

    মামীয়ে ইছলাম ধৰ্মীয়ো মহিলা নেকি কপালত ফুট নাই, বেছি টকা থকা মানুহে ফুট নোলব পাৰে,

  • @sanjeebbhuyan7858
    @sanjeebbhuyan7858 3 ปีที่แล้ว +41

    এজন মুখ্যমন্ত্ৰী হিচাপে নহয় এজন স্বামী হিচাপে পত্নীয়ে স্বামীক সি কোৱাটো আৰু নাম ধৰি মতাটো একেবাৰে অসুভনীয়....

    • @chayanikakalita7430
      @chayanikakalita7430 3 ปีที่แล้ว +11

      নাৰীৰ ক্ষেত্ৰত নিয়ম বহুত দেখিছো।আগতে নিজৰ ঠেক মনবোৰ বহল কৰিলে ভাল...স্বামীয়ে নাৰীক কি ব্যৱহাৰ কৰে এবাৰ ভাবি চাব @Mr. Sanjeeb Bhuyan...ধন্যবাদ

    • @Tales_of_pinki
      @Tales_of_pinki 7 หลายเดือนก่อน

      Sanjeeb স্বামী হিচাবে যদি স্ত্ৰী যে তেওঁক সন্মান কৰিবলৈ লাগে স্ত্ৰী গৰাকিকো স্বামীয়ে একেদৰে সন্মান কৰিব লাগে

  • @dborah2370
    @dborah2370 3 ปีที่แล้ว +49

    অভ্যাস নাথাকিলেও সন্মান কৰক আপোনাৰ স্বামীক ৷

    • @digitalworld4410
      @digitalworld4410 3 ปีที่แล้ว +2

      Atia o ki purokh tantrik somajote bakh kori ase neki apuni, unducate neki apuni ? Murkhor nisina kotha bilak je koy.respect mukhot nathake nohoy heart ot thak non sen nisina sob kothate protibat kore.apuna lokor nisina nonsen manuhor babe ajir amr somaj khon aei abosta apunalpkor nijir family grow kori val koribo try korok apuni mok contact nu tu dibo apunar alop moi apunak teaching dibo lagibo.
      Cont :7099211908

    • @HimShankar993
      @HimShankar993 3 ปีที่แล้ว +1

      Dimag change kor diganta sudurbhai. Besi purukbadi nohobi.

    • @dborah2370
      @dborah2370 3 ปีที่แล้ว

      @@HimShankar993 pagol hoiso neki.burbok

    • @Dronecomplexx
      @Dronecomplexx 3 ปีที่แล้ว +1

      stupid

    • @dborah2370
      @dborah2370 3 ปีที่แล้ว

      @@Dronecomplexx tuk tu nonsense buli kobo lagibo.nohole bea pabi no burbok.

  • @enthunasia
    @enthunasia 3 ปีที่แล้ว +1

    Eta birol dorkari news dei .....keep it up ...bordoloik Magsaysay award dibo pora hoisy aru dei

  • @purabibora4394
    @purabibora4394 3 ปีที่แล้ว +8

    Baidew apunr mnto bhut vl lge aro himnta sirk bhut val lge

  • @ShubhraPrateemHazarika
    @ShubhraPrateemHazarika 7 หลายเดือนก่อน +2

    অসমৰ শতকৰা আশী ভাগ মানুহে কিনতু চিনি নাপাই

  • @maramisarmah8233
    @maramisarmah8233 3 ปีที่แล้ว

    Eman dhuniyakoi kotha khini koi baideu e xuni emanei val lagise je xuniye thakim..bor val lagil dei interview tu.

  • @bibhanath3160
    @bibhanath3160 3 ปีที่แล้ว +7

    Moiu lakhya korisilo.... moramate koise buli vabi lolo aro ki..bahut xarute duijanai log poa na..friendly language..buji pao baidew...it’s so adorable 💖

  • @JagatChMudoi
    @JagatChMudoi 2 ปีที่แล้ว

    Well come and good morning, wehaveenjoyedthegoodmoment, thanks,

  • @wazedurrahman2066
    @wazedurrahman2066 3 ปีที่แล้ว +3

    She talks everything very genuinely...thats what I love about her...love for CM..HBS

  • @sharifahmed9341
    @sharifahmed9341 2 ปีที่แล้ว

    Thank you Ma'am

  • @RomenBoruah-ik8dl
    @RomenBoruah-ik8dl 6 หลายเดือนก่อน

    সি ৰ ঠাইত তুমি ব্যৱহাৰ কৰক। অন্যথা শুনিবলৈ বেয়া হৈছে।

  • @nonআমিষveg5348
    @nonআমিষveg5348 3 ปีที่แล้ว +70

    তেওঁ বৰ্তমান অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী গতিকে তেওঁক এতিয়া ই, সি, তুমি বুলি মাতিলে নহ'ব নহয়।

    • @bhubanbora5454
      @bhubanbora5454 3 ปีที่แล้ว +1

      (づ。◕‿‿◕。)づ(づ ̄ ³ ̄)づ

    • @sabitagogoigogoi3852
      @sabitagogoigogoi3852 3 ปีที่แล้ว +4

      Tente ki kobo lagibo mohudoi... patnia jiei nokouk

    • @TECHpost
      @TECHpost 3 ปีที่แล้ว +2

      He buli kole disrespect kora nubujai ...eibur manuhor cheap mentality.....hoi....eibur unooti Ketiau nhoi....

    • @arindambharadwaz2189
      @arindambharadwaz2189 3 ปีที่แล้ว +2

      Matiboi..matok baidew ji ichha take matok

  • @sharifahmed9341
    @sharifahmed9341 2 ปีที่แล้ว

    Ma'am is a very good woman

  • @prodipkrumarnath6835
    @prodipkrumarnath6835 3 ปีที่แล้ว

    Riniki Mam looking most beautiful and very amiable disposition.

  • @jupitara7619
    @jupitara7619 3 ปีที่แล้ว +7

    তেওঁ যি বুলিয়েই সম্বোধন নকৰক মই কিন্তু তাত বৰ সুন্দৰ আন্তৰিকতা এটা দেখিলোঁ..

  • @Samazinnervoice5322
    @Samazinnervoice5322 3 ปีที่แล้ว +3

    মানুহৰ বাবে মূখ্যমন্ত্ৰী কিন্তু আপোনাৰ বাবে এসময়ৰ মৰমৰ প্ৰেম আৰু স্বামী ! সমস্যাটো হ'ল মানুহৰ আগত যিটো চকুত পৰিছে ইজনৰ সিজনৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তি । ভালপোৱাত সন্মান থাকিলে মৰমবোৰ আৰু গভীৰ হয়! অসমৰ মানুহৰ বাবে এক আদৰ্শ হৈ ৰওক আপুনি ! কিছুমান কথা সলনি কৰা কঠিন আপুনি আপোনাৰ যি সাধাৰণ এগৰাকী নাৰী বুলি নিজকে ভাবে সেয়া বজাই ৰাখক কিন্তু নিজৰ স্বামীক আনৰ আগত বিশেষকৈ সন্মানত কব ! "সি" বুলি কোৱাটো টো এজন মূখ্যমন্ত্ৰী হিচাবে শুনিবলৈ ভাল নাইলগা ।

  • @bakulmixerchannel9847
    @bakulmixerchannel9847 2 ปีที่แล้ว

    ৰিনিকি বাইদেউ আপুনি আমাৰ মামাৰ
    লগত বৰ বেছি কাজিয়া নকৰিব দেই

  • @nitumonihazarika1258
    @nitumonihazarika1258 3 ปีที่แล้ว +24

    Baideu aibur moromor mat no ami buji paisu kintu baideu aibur ghorot he huvha pai beya napabo kuya karone apunalukok ami khub val pau gotike kunubai jodi gale hoponi pare bor dukh pau

    • @arindambharadwaz2189
      @arindambharadwaz2189 3 ปีที่แล้ว +2

      Teur husband hoi..trur ji ichha xei buli matibo..ami kobologia kunu nhoi

    • @Tales_of_pinki
      @Tales_of_pinki 7 หลายเดือนก่อน

      Ghoiniye k bate pothe toi buli giriyeke hombudhon korile kuneu eku nokoi kiyo

  • @dhunugogoi8885
    @dhunugogoi8885 3 ปีที่แล้ว +19

    তেওঁ মুখ্য মন্ত্ৰী হিচাবে নহয় নিজৰ স্বামীৰ আৰু তেওঁ জীৱনৰ কথা কৈ আছে... সি বুলি কৈছে নিজৰ কাৰণে

  • @dhanjyotigogoi88
    @dhanjyotigogoi88 3 ปีที่แล้ว

    ৰিণিকি বাইদেউ সচাকৈ Most Lucky Person.
    ভাল লাগিল আপোনাৰ মতামত।
    এটা কথা মই আপোনাক অনুৰোধ কৰিম যাতে স্বামী দেৱতাক 'সি, নকয় তেখেত বা তেওঁ কব।

  • @pritomkalita2447
    @pritomkalita2447 3 ปีที่แล้ว +13

    Plzzz god help ..poor people of world ...who are lost their family, parents because of covid-19..🙏🙏🙏

    • @kirandas8313
      @kirandas8313 2 ปีที่แล้ว

      আমোদ জনক ভাল লাগিল বইডেউ

    • @kirandas8313
      @kirandas8313 2 ปีที่แล้ว

      ভাল লাগিল বাইডেউ

  • @aninditaphangcho3667
    @aninditaphangcho3667 3 ปีที่แล้ว +1

    Love you Riniki Bhuyan ma'am ☺️☺️☺️💓💓

  • @mridulkumarborah4181
    @mridulkumarborah4181 7 หลายเดือนก่อน

    Mahabhart,Ramayan,Hasan-Hussain r burnjee Narire shristi seyehe purusar Kisu gunar Adhikari hoi aha prajanmoloi ashirbadpusta haba lage. Thanks.

  • @s.rcreation3492
    @s.rcreation3492 3 ปีที่แล้ว +2

    Val lagil videoto sai

  • @harendrarajbongshi1868
    @harendrarajbongshi1868 3 ปีที่แล้ว +2

    Val Lagil

  • @juntiphukan494
    @juntiphukan494 6 หลายเดือนก่อน

    তুমি মই একেই ৮৯ বেষ্ট মেৰ্টিক ৷

  • @namitamahanta1660
    @namitamahanta1660 ปีที่แล้ว

    Riniki baar kothabur khub bhl lage

  • @singlelife9450
    @singlelife9450 3 ปีที่แล้ว +5

    Axomot aru kiman katfular dore news channel khulibo

  • @rajendutta3113
    @rajendutta3113 3 ปีที่แล้ว +5

    পৰম্পৰাৰ কিছুমান ময্যদা ৰাখিব লাগে , যেনে বিবাহৰ পিছত পত্নীয়ে স্বামী জনক লৈ সি , ই ,সেইটো , এইটো , সমণীয়াৰ দৰে নাম কোৱা এনে শব্দ কলে ,সন্মানীয় সকলৰ ভদ্ৰতা আৰু সন্মানীয়তা হেৰাই ।

    • @Tales_of_pinki
      @Tales_of_pinki 7 หลายเดือนก่อน

      সেই একে কথা টো পতিৰ কাৰণেও হয় কিন্তু পতিয়ে ব্যবহাৰ নাজানে

  • @jaansaikia9308
    @jaansaikia9308 3 ปีที่แล้ว

    xoro xoro kotha bur loi eman😇😇😇kio
    jodi karobar uncle....hol hoi...tetiya
    aru xidina....Sp sirok ki buli matisil CM sire xuna nasil...neki....
    Baidew bohut val...kothabur bor xundor ke koi...june log paise xi he buji pabo....

  • @ranjankhataniar6123
    @ranjankhataniar6123 2 ปีที่แล้ว

    জয় আই অসম

  • @RanjitDas-wu6bm
    @RanjitDas-wu6bm 3 ปีที่แล้ว +21

    ৰিনিকি বাইদেউ এইটো সাক্ষাৎতকাৰত হিমন্ত দাক আপুনি সি বুলি সম্বোধন কৰা শুনা গৈছে।আপুনি বাৰু তেওঁক(হিমন্ত দাক) তই,মই, সি বুলিয়ে সম্বোধন কৰে নেকি?অভ্যাস নাথাকিলেও আপোনাৰ স্বামীক সম্মান কৰিবলৈ শিকক ভূঞা ডাঙৰীয়ানি

  • @simaahmed5430
    @simaahmed5430 3 ปีที่แล้ว +1

    Very nice .

  • @dhrubajyotiHaloi-so5mr
    @dhrubajyotiHaloi-so5mr 7 หลายเดือนก่อน

    Nice mem

  • @utpaltalukdar6890
    @utpaltalukdar6890 3 ปีที่แล้ว +2

    Vl lagil

  • @yoyobhosriwaleee8912
    @yoyobhosriwaleee8912 2 ปีที่แล้ว

    Bohut kb lga ase cm r wife hoi besike nkw jailt di dibo kintu kom je Himanta lagile cm houk... Himanta lvlotkoi bht uporor maiki manuh riniki... Riniki is riniki... She is a looking like a model...

  • @maheshgogoi6583
    @maheshgogoi6583 ปีที่แล้ว +2

    Stuggle in life teaches some valuable lession that makes a person much capable than others.

  • @BitulOfficial891
    @BitulOfficial891 3 ปีที่แล้ว

    Mzaaa

  • @mrrakesh5523
    @mrrakesh5523 3 ปีที่แล้ว

    You can say anything at home but you can't say publicly like this.. He is an Honorable Chief Minister of Assam..
    You don't want to respect him doesn't metter but Respect his position..

  • @rahulchoudhary9268
    @rahulchoudhary9268 3 ปีที่แล้ว

    Very very very good

  • @user-gy2wx4tz6v
    @user-gy2wx4tz6v 3 ปีที่แล้ว +5

    Kotha khini morom lage

  • @Hirakdeka___999
    @Hirakdeka___999 2 ปีที่แล้ว

    👍👍👍

  • @jayadas7163
    @jayadas7163 6 หลายเดือนก่อน

    Tumi jiye nuhua ba jiyei nasila kiyo tothapio chief minister ejon k social place t সি বুলি ক'ব নোৱাৰা। সেইটো ক ভদ্ৰতা বুলি নকয়।

  • @meghalideka5585
    @meghalideka5585 3 ปีที่แล้ว +5

    উচ্চ শিক্ষিতা তাতে মূখ্যমন্ত্ৰীৰ পত্নী তেওঁ পতিক বোলে সি তাক কিয়।

    • @darkwarrior1608
      @darkwarrior1608 2 ปีที่แล้ว +1

      Taer husband tae ji koe .
      Tapuni kun judge koribioa

    • @Tales_of_pinki
      @Tales_of_pinki 7 หลายเดือนก่อน

      আপোনাৰ husband ক কব আপোনাকো আপুনি বুলি কবলে। যদি লোকৰ পৰা ইমান অসুবিধা হৈছে আপোনাৰ পতিয়ে আপোনাক তুমি বোলি কলেও অসুবিধা হয় চাগে

  • @aftabahmed-cx5qp
    @aftabahmed-cx5qp 3 ปีที่แล้ว

    Baido aapunak dakha pai bhal lagey aapuni hokolu manuhor logot bor hundor koi kotha pate🙏🙏🙏

  • @abbaskhanassam7398
    @abbaskhanassam7398 3 ปีที่แล้ว

    😁😁😂😂 atiya khi kobo nuware. aako khi koise..

  • @rokibulislam5345
    @rokibulislam5345 3 ปีที่แล้ว

    Rokibul Islam .
    Himanta sir life history life hindi flim

  • @AtulPhukan-fo3yg
    @AtulPhukan-fo3yg 6 หลายเดือนก่อน

    Cm,cm hai ketiaw beya babaher kariba nalage ,amar morabi hai, per

  • @MahendraSharma-gk8nh
    @MahendraSharma-gk8nh 6 หลายเดือนก่อน

    নিজৰ পতিৰ নাম লোৱা , কথাই কথাই পতিক তুচ্ছ ভাষাত সি বুলি কোৱা অ-সংস্কাৰী অহংকাৰী মহিলা ৰিনিকি ভুঞাই কিবা ঢাকিবলৈ যাওতে আৰু খোল খাইছে দেখোন!

  • @sinmoyborah5395
    @sinmoyborah5395 2 ปีที่แล้ว

    সি .তই এইবো চবৰ লগত ভাল নালাগে

  • @sanowarabegum4481
    @sanowarabegum4481 6 หลายเดือนก่อน

    Manonia H B Sharma jetia MLA hoi tetia mor maa deutai koisil je jalukbari khamostit ajon bahut bhal manuh ahise manuhok bahut help kare tar pisat moi vabilo je moi Baihata Charialit atukura mati kinim mor lora sowali r bahut help hobo ba moi o bahut help pam . Bhoba mote khub kom poisat atukura mati kinilo kintu mor gharuwa akhubidhar karone moi eaat ahibo pora nai aru cm k log karibo pora nai . Mor bia habor pri 30 years hol monor akha monate thail lora sowalir atialoi sakari o howa nai .

  • @moyurisaikia4145
    @moyurisaikia4145 3 ปีที่แล้ว +5

    Ohh himonta Mama poluai ai he bia ptisil....😂😂
    Ru ata baido moi vbu apuni he buli kuatkoi tew buli kole bsi vl hol hoi

  • @AtulPhukan-fo3yg
    @AtulPhukan-fo3yg 6 หลายเดือนก่อน

    Perty jia nahak, amer morabi,cm,cm baya babaher kariba nalage,anurudh janalu,

  • @JatinGogoi-t6e
    @JatinGogoi-t6e 3 หลายเดือนก่อน

    Capitel kot pale

  • @amarswapna1133
    @amarswapna1133 3 ปีที่แล้ว +5

    গিৰিয়েকক কয় আৰু তেনেকৈ,,,সৰু কালৰ পৰা চিনাকি,,,,17 বছৰৰ পৰাই লগ পোৱা বুলি কৈছে,,,,,কোনো কোনো য়ে কয়,,

  • @binagohain9329
    @binagohain9329 3 ปีที่แล้ว

    Right

  • @nilakumarsarma1726
    @nilakumarsarma1726 3 ปีที่แล้ว +2

    Lows are low because they are low.Still time is there to become high.Money,power and pelf can't make man immortal,it is only Indian Culture which can do so.Women only can keep culture updated and vice versa.

  • @pranjitdas8066
    @pranjitdas8066 2 ปีที่แล้ว

    Riniko tumi iman dunia dakila sabalai mon jaye taka

  • @KHARGESWARHAZARIKA-zm7pf
    @KHARGESWARHAZARIKA-zm7pf 6 หลายเดือนก่อน

    Telia borar bahut val lagil . Parile variir talua khano seleki diba .

  • @sanowarabegum4481
    @sanowarabegum4481 6 หลายเดือนก่อน

    Aji pri 3 years hol ahilo kintu ....

  • @pakhilatalukdar6289
    @pakhilatalukdar6289 3 ปีที่แล้ว +4

    First comment

  • @rewatimali1007
    @rewatimali1007 3 ปีที่แล้ว +15

    আজি কালি হিন্দু মহিলাই কপালৰ ফোট কিয় এৰিলে বাইদেউ । আকৌ বোৱাৰী ছোৱালী হোৱাৰ মন নেকি????

    • @প্ৰতিভাৰপাঞ্চৈ
      @প্ৰতিভাৰপাঞ্চৈ 3 ปีที่แล้ว +1

      😂😂😂 moja

    • @প্ৰতিভাৰপাঞ্চৈ
      @প্ৰতিভাৰপাঞ্চৈ 3 ปีที่แล้ว

      @@chayanikakalita7430 hindu hole aixini porompora mani soliboi lagibo nhole apuni kihor buwary he , aru apunak kune koise nari hole j nije aku koribo napai buli ,ajir xomaj xone tololoi juwa xeikarone buwarywe knkoi thakibo lage aru jiyoriwe knkoi thakibo lage najane , niom xongjom nomona karone pap bur bahi goise abr sinta kori sabo🙏

    • @rewatimali1007
      @rewatimali1007 3 ปีที่แล้ว +1

      @@chayanikakalita7430 কপালৰ ফোট টো যদি নলেও হয় শিৰত সেন্দুৰটো কিয় লোৱা ??? নাৰীক স্বাধীনতা লাগে , আপোনাৰ মনটো অসমীয়াৰ কলা খাৰেৰে ধুই লোৱা । এনেকৈয়ে স্বাধীনতা লওঁতে লওঁতে ৰাতি 11 টা 12টা লৈ ঘূৰি ফুৰোঁতে দেশত ধৰ্ষণ কাৰ্য বাঢ়ি গৈছে ।তাৰ বাবে কোন দায়ী বাইদেউ ? আপোনাৰ স্বাধীনতাই দায়ী নহয়নে ????????

    • @rewatimali1007
      @rewatimali1007 3 ปีที่แล้ว

      @@chayanikakalita7430 আপোনাক বুজা গৈছে আপোনাৰ মনটো বৰ পৱিত্ৰ । আপোনাৰ বৰ জ্ঞান । আপুনি নিঃস্বায় phd । আপোনাৰ লগত তৰ্ক কৰি লাভ নাই । পিছে বাইদেউ বিয়াৰ দিনা খন কপালৰ ফোঁট টো লৈছিল নে নাই ? নে বিয়া নহোৱাকোই পলাই গৈছে ?

    • @antarahazarika9414
      @antarahazarika9414 3 ปีที่แล้ว +1

      @@chayanikakalita7430 hoi okol sualir xetrote niyom dhora bondha ase. Kun mohila fut loi, xendur loi xeibur he sai fure sun. Aitu mohilar nijor choice. Moi buji napau iyak loi i'man alusona korar ki proyujon

  • @dishamoni481
    @dishamoni481 ปีที่แล้ว

    Khi koleo ako nai...but annor AGT(mediat) husband r kotha kowte nijei teok respect kori kobo lage, respect nokore buli kobo najao but khi buli aneke kole kiba ata tu beya lage...bcz teo cm hoi n ekhon state r

  • @nabajyotisvlog7577
    @nabajyotisvlog7577 6 หลายเดือนก่อน

    🎉baido moy bijapi sarkar falor pora aku pua nay muk ata ghor lage

  • @kulennath6456
    @kulennath6456 3 ปีที่แล้ว

    Khub val lagil

  • @PrajenBorman-ud9ih
    @PrajenBorman-ud9ih 7 หลายเดือนก่อน

    Lakhpoti baidew joni

  • @Binaycreator-96
    @Binaycreator-96 3 ปีที่แล้ว +1

    Axomot kiman news channel ase Kobo paribo ne .. baki channel bilak sn kot mohila boka panit jap di ase takei dekhai thake anekuwa Val ata news o dibo lage .. Aji he dekha palu Amar moromor Gourobor new CM or patni Val lagise news to ...

  • @nathrashmikitchenndvlogs9010
    @nathrashmikitchenndvlogs9010 3 ปีที่แล้ว

    Vall lage apunak mem

  • @rohanchoudhury__111
    @rohanchoudhury__111 3 ปีที่แล้ว +14

    Attitude বেছি কেলা

    • @rekhamonigogoi6791
      @rekhamonigogoi6791 3 ปีที่แล้ว

      Hmm besi ohongkar hole j poton ghote homeo pua nai beng👍

    • @lachitdeka3062
      @lachitdeka3062 3 ปีที่แล้ว +1

      হবই ভাই পত্নী কাৰ 😎

  • @minakshinath750
    @minakshinath750 3 ปีที่แล้ว

    Val lagil

  • @bornaligogoi9418
    @bornaligogoi9418 3 ปีที่แล้ว +6

    Nijor husband k hee kolei baru blkor ki ahe jai ..C.M hol buliyei sob change koribo neki wife.

  • @ManojDas-qt8kt
    @ManojDas-qt8kt 3 ปีที่แล้ว +1

    নাম কব নাপাই আৰু সি বুলি কব নাপাই নিজৰ মানুহজনক।

  • @kalisankardas6722
    @kalisankardas6722 3 ปีที่แล้ว +6

    Potniye si buli matile ba kole kono dangar kotha nahay !!!! I have no problems.

  • @ajaydas.a.j3059
    @ajaydas.a.j3059 3 ปีที่แล้ว +2

    Baideu xi buli matiba nalage teu muikhmntri