Khangen Dada... Apunar gan ekebare horur porai huni ahisu olop gaboloi u sestha koru. Bor dhuniya lage aai bihugeet tu, remake korise val lagse... Thank you eman dhuniya geet bur amak upohar dyar babe... Juke khale oi nasoni gantu adn gabosun video ata upload koribo... Thanks
বিহু নাম শুনিলে সদায় ককা আপোনাৰ নামে মোৰ মনত পৰে । সৰুৰ পৰাই আপোনাৰ কণ্ঠৰ বিহু নাম শুনি আহিছোঁ। সোণাৰি কলেজত প্ৰথম আপোনাৰ অনুষ্ঠান চাই ছিলো। মৰমৰ দৌদৌ লৈ মৰম আৰু শুভ কামনা জনালোঁ। শিৱসাগৰ পৰা মৰম পঠালো ❤❤
সুন্দৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ ককাইদেউ দীৰ্ঘায়ু কামনা কৰিছোঁ ।
Hundor
গা নোম শিয়ৰি যায় আপোনাৰ গীত বোৰ শুনি বহুত ভাল লাগে বৰতা 🙏❤️
আপোনাৰ গীতবোৰ বহুত ভাল লাগে ছাৰ। আপোনাক এবাৰ ওচৰৰ পৰা চোৱা বহুত হেঁপাহ আছিল। অৱশেষত বহাগৰ ১ তাৰিখে সেই আশাটো পূৰণ হল। বঙাইগাঁওৰ শিঙিমাৰীৰ বিহু অনুষ্ঠানত আপোনাক দেখা পালোঁ। আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ।🙏🙏🙏
Original বিহু ককাইদেউ । বিহু ৰ শুভেচ্ছা জনালোঁ
ছাৰ ?
আপোনাৰ গীতৰ মাত শুনিলে বহাগ নামি আহে হৃদয়ত ৷😊❤️
শিৱসাগৰৰ পৰা বহুত বহুত শ্ৰদ্ধা আৰু মৰম আপোনালৈ ,
ভালে থাকক সদায়,Sending love and many more😊❤️
বৰ মজা হৈছে খগেন দা। আপোনাৰ বিহু হুনিলে আচল বিহুৰ গোন্ধ ওলাই।
হুনিলে নহয় শুনিলে
Bihu gan buli koly aounaloi bor koi monte pory o borta..bor amud paw apunar ganbur hunily🥰♥️
Bhut bhut dhuniya hoise... Val lage anekowa geet xuni
Thanks❤
Bhal lagil .....
Mojja khogen da
বিহু বিহু লাগি যায় আপোনাৰ গান শুনা লগে লগেই
Love from dhemaji
Apunar nisina bihu gan gua aru nai ❤❤❤❤
নিভাজ 😍❤️🙏
Bohut val lage apunar gan
Mojaa❤❤
Ilov you khogan da❤
All time favourite singa
Khangen Dada... Apunar gan ekebare horur porai huni ahisu olop gaboloi u sestha koru. Bor dhuniya lage aai bihugeet tu, remake korise val lagse... Thank you eman dhuniya geet bur amak upohar dyar babe... Juke khale oi nasoni gantu adn gabosun video ata upload koribo... Thanks
Very nice 👍
Moja
𝙏𝙝𝙖𝙣𝙠 𝙮𝙤𝙪
love you da❤
আপোনাৰ বিহু হুচৰি VCD জোনবাই 6 চিৰদিন চিৰসেউজ হৈ থাকিব। আনে পাহৰিলেও আমি কেতিয়াও নাপাহাৰো। আপোনাৰ দীর্ঘায়ু কামনা কৰিলেো।
Dodai is best
Great 💚💚💚🙏🙏🙏
Robo nuarilu..apak nasihey hepah polal
বিহু সম্ৰাট
Subscribed
Nice 👍
❤
Nice 😢😢pic send
❤️❤️❤️
Top 🔝🎩
দদাইদেও " ৰঙা পুলিচৰ বিহু " নামৰ বিহু কেছেট এটা আছিল তাৰ গান কিতা কৰবাত পাম নিকি।
কোনোবাই TH-camত কেইবাটাও দিছে।
@@khagengogoiofficial bisari puwa nai আপোনাৰ চেনেলত আপলোড দিয়ক গান কেটা । বহুত বিচাৰি আছোঁ পোৱা নাই ।
Bihu r roja jon 🤍😊
হয় যদিও ইয়াৰ উপৰিও কিছুমান ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগিব যে তেওঁলোক আকৌ আগৰ দিনত মানুহে দৈনিক আহাৰত অন্তৰ্ভূক্ত গছ জোপাৰ কৈছো
Kiba ata beleg ameg pao aponer gitot.